ইংলেণ্ডৰ বাৰ্মিংহামত হোটেল ক্ৰয় কৰা এজন অসমীয়া

  Рет қаралды 176,240

UPARJAN

UPARJAN

2 жыл бұрын

ইংলেণ্ডৰ বাৰ্মিংহামত হোটেল ক্ৰয় কৰা এজন অসমীয়া
বাৰ্মিংহামৰ প্ৰখ্যাত চাইনীজ হাউচ নামৰ হোটেলখন ক্ৰয় কৰি তেওঁ নাম দিলে দ্যা ইষ্টাৰ্ন
(আপুনি চাব পাৰে) • Vidya- the living scho...
প্ৰদীক শইকীয়া নামৰ এই ব্যক্তিগৰাকীৰ জীৱন বৰ বৰ্নাঢ্য ৷ দক্ষিন আফ্ৰিকাৰ তৈল খণ্ডৰ মুখ্য বিজ্ঞানীৰ চাকৰিৰ পৰা অৱসৰ লৈ তেওঁ আৰম্ভ কৰিছিল ব্যৱসায়িক জীৱন ৷
ইংলেণ্ডত হোটেল কিনি ব্যৱসায় আৰম্ভ কৰা প্ৰদীপ শইকীয়াই ডিব্ৰুগড়ৰৰ বগীবিল দলঙৰ সমীপত আৰম্ভ কৰে “বগীবিল ইক’ ৰিজৰ্ট ”
৪৬ বিঘা মাটিত বিশাল ৰূপত নিৰ্মান কৰি থকা এই ইক’ ৰিজৰ্টৰ পৰা বিগত বৰ্ষত তেওঁ ব্যৱসায় কৰিছে ১ কোটি ৩০ লাখ টকাৰ ৷
লখিমপুৰত জন্ম গ্ৰহণ কৰি বিশ্ব নাগৰিকলৈ পৰিনত হোৱা বিজ্ঞানী ব্যৱসায়ী প্ৰদীপ শইকীয়াৰ লগত কথা পাতো আহক :
uparjan.in

Пікірлер: 218
@hrishikeshhazarika5361
@hrishikeshhazarika5361 2 жыл бұрын
নিভাঁজ অসমীয়া মানুহ। কথাবোৰ শুনিলেই মন ভৰি যায়। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।
@ankurborah4988
@ankurborah4988 2 жыл бұрын
Matric t 3rd division r pora DU r Gold medalist. Principal scientists. Sir apunak salute. ❤️❤️
@baduliparasivamandirgolagh9288
@baduliparasivamandirgolagh9288 2 жыл бұрын
আপুনি আমাৰ এগৰাকী আদৰ্শবান অসমীয়া । অসমীয়া হিচাবে গৌৰৱবোধ কৰিছোঁ । আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ ।❤❤
@nayanjyotinath2786
@nayanjyotinath2786 2 жыл бұрын
অসমীয়া মানুহ বিদেশত গৈ পঢ়ি আছে, চাকৰি কৰি আছে, ব্যৱসায় কৰি আছে আৰু কেনেকৈ ক'ব অসমীয়া মানুহ দুখীয়া বুলি !
@babuldas4341
@babuldas4341 2 жыл бұрын
100% Right 👍👍👍, বহুত ভাল কথা কৈছে
@ApulicaOfficial
@ApulicaOfficial 2 жыл бұрын
এটা চাম সদায় ধনী। অসমীয়া বিহাৰী বুলি কথা নাই।
@swarmilansangeet3348
@swarmilansangeet3348 2 жыл бұрын
বহুত ভাল লাগিল। তেখেতক লগ পোৱাৰ প্রৱল ঈছা জাগিল।
@dosmantachutia4402
@dosmantachutia4402 2 жыл бұрын
Dada aru anekua video dibo sun সৰু ৰ পৰা ডাঙৰ হোৱা মানুহ সেই মানুহ বিলাকৰ পৰা বহুত উৎসা পাওঁ । ব্যৱসায়ত সাহস পাওঁ বহুত অনুপেৰণা পাওঁ ❤️❤️❤️❤️ আৰু বহুত কথা শিকিব পাৰি ❤️ ভাল লাগে এনেকুৱা video
@tapanboruah2255
@tapanboruah2255 2 жыл бұрын
অতি সুন্দৰ পৰিকল্পনা কৰিছে । পৰ্যটনৰ ক্ষেত্ৰত সকলোৰে আদৰ্শ হওঁক
@dwijenborah5490
@dwijenborah5490 2 жыл бұрын
অসমীয়া নব প্রজন্মৰ বাবে আপুনি এক আদর্শ৷আপোনাৰ দীর্ঘায়ু কামনা কৰিলো৷
@iamyouwelove2934
@iamyouwelove2934 2 жыл бұрын
আপোনাৰ কথাবোৰে মন চুই গল,,,আপোনাৰ দীৰ্ঘাইও কামনা কৰিলোঁ।।।
@jatingogoi2634
@jatingogoi2634 2 жыл бұрын
এজন নিষ্ঠাৱান অসমীয়া, ঈশ্ৱৰৰ কৃপা, অসমীয়া যুৱ চামৰ প্ৰেৰণাৰ উৎস। অসমৰ পৰিৱেশ পৰ্য্যটনৰ দিশত আগুৱাই নিয়ক। সুন্দৰ সপোন বাস্তৱ হওক।
@labagogoi3561
@labagogoi3561 2 жыл бұрын
বহুত ভাল লাগিল বাতৰিটো চাই। বেলেগৰ কাৰণে অনুপ্ৰেৰণা দায়ক খবৰ।
@rajivdutta596
@rajivdutta596 2 жыл бұрын
বাপৰে বাপ, বুলি কলো, rare of the rarest, কি বুলি কম , ভাবি পোৱা নাই, মই কম Best of the Best entrepreneur in entire Assam
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
আপোনাক কি বুলি ধন্যবাদ দিম ভাষায় বিচাৰি পাৱলৈ নায়। লগতে যি জনে এনেকুৱা হিৰাৰ লগত ৰিজাব পৰা মানুহ কিছুমান দেখুৱাই তাৰ বাবেও অশেষ ধন্যবাদ জনাইছোঁ ।
@anupslearningworld9542
@anupslearningworld9542 2 жыл бұрын
দাদা অসমৰ আদৰ্শ।অশেষ শুভেচ্ছা জনালো
@malatalukdar1443
@malatalukdar1443 2 жыл бұрын
বৰ প্ৰশংসনীয় পদক্ষেপ দাদা,ভাল লাগিল
@bhaskarborah4254
@bhaskarborah4254 2 жыл бұрын
মহাশয় আপোনাক বহুত বহুত ধন্যবাদ।
@robinmohan9667
@robinmohan9667 2 жыл бұрын
আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমীয়া ব্যৱসায়িজনলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। উন্নতি জখলাত আগবাঢ়ি যাওক, তাৰেই কামনা কৰি লো । ভগৱানে মঙ্গল কৰক।
@binitaborgohain5688
@binitaborgohain5688 2 жыл бұрын
সদাই অতুলনীয় ব্যক্তি হৈ থাকিব।ইমান দিন বিদেশত থাকিও নিজৰ মাতৃ ভাষাৰ মাজত ইংৰাজী ভাষা ব্যৱহাৰ কৰা নাই।
@himangshuchoudhury2476
@himangshuchoudhury2476 2 жыл бұрын
Very inspirational video for each and every Assamese...pray for your long life
@biplabroktim1210
@biplabroktim1210 2 жыл бұрын
অসমীয়া তাতে আহোম নোৱাৰা কাম একো নাই মন কৰিলেই হল সকলোৰে বাবে আদর্শ ছাৰ......জয় আই অসম 👌👌🙏🙏
@TithoBoro
@TithoBoro 2 жыл бұрын
bohut bohut bhal lagil vdo tu sai..অসমীয়া মানুহৰ এনে ঊন,নতি দেখি বৰ গৌৰব অনু্ভৱ হয়.Thank yoi.
@tarachangmai757
@tarachangmai757 2 жыл бұрын
অসমৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ ব্যক্তি শইকীয়া চাৰলৈ বহুত বহুত ধন্যবাদ থাকিল।
@dipakmahanta1186
@dipakmahanta1186 2 жыл бұрын
আপোনাৰ কথাখিনি শুনি বহুত অনুপ্ৰাণিত হৈছো এজন অসমীয়া হিচাপে গৌৰব অনুভব কৰিছো । you are a inspiration of so many people God bless you 🙏🙏
@aditidas2493
@aditidas2493 2 жыл бұрын
বহুত ভাল লাগিল।
@gopalkrishnadas3754
@gopalkrishnadas3754 2 жыл бұрын
অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ ৷তেওঁৰ দৰে এজন ইমান চহকী আৰু ইমান ডাঙৰ পদবীধাৰী ব্যক্ৰিয়ে নিজৰ ব্যৱসায়ৰ জৰিয়তে কেনেকৈ ইমান উন্নতিৰ মুখ দেখা পাইছে আৰু সকলোবোৰ সাবলীল ভাৱেৰে বৰ্ণনা কৰিলে !সচাকৈয়ে তেওঁ এজন মহান লোক ৷তেওঁৰ লগত ল’গ পাবলৈ বৰ মন গৈছে !ঈশ্বৰে তেওঁৰ মংগল কৰক ৷
@montichutia2008
@montichutia2008 2 жыл бұрын
বহুত ভাল লাগিল চাই নৱপ্ৰজন্মই চাবলগীয়া শিকিবলগীয়া কথা
@dilipgogoi3682
@dilipgogoi3682 2 жыл бұрын
সুন্দৰ
@ranikaphigogoi9801
@ranikaphigogoi9801 2 жыл бұрын
উপাৰ্জনৰ স্বতাধিকাৰী জনক বহুত ধন্যবাদ জনাইছোঁ।
@mohiborah7490
@mohiborah7490 2 жыл бұрын
সচাঁকৈ অসমীয়া সিচাবে গৌৰৱৰ কথা lআমাৰ মাজতো ইমান বহুল আৰু ভাল চিন্তাধাৰা মানুহ আমাৰ মাজত আছে l
@jintutalukdar2990
@jintutalukdar2990 2 жыл бұрын
অতি সুন্দৰ দাদা ।
@montudarig4737
@montudarig4737 2 жыл бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল ছাৰ
@a2zcrazywheel573
@a2zcrazywheel573 Жыл бұрын
বহুত বহুত ভাল লাগিল
@priyadevi7684
@priyadevi7684 2 жыл бұрын
Sir you are an inspiration to this upcoming generation.your endeavour proved you the "Natural Gem of Ethnicity-Assam".
@mriduldwarah94
@mriduldwarah94 2 жыл бұрын
জয় আই অসম।
@Hemanta826
@Hemanta826 2 жыл бұрын
প্ৰদীপ কুমাৰ শইকীয়া ছাৰৰ ৰিজৰ্টলৈ (বগীবিল) গৈছোঁ, খুব সুন্দৰ পৰিবেশ।
@hariprasadgoswami4135
@hariprasadgoswami4135 2 жыл бұрын
শইকীয়া দেৱৰ পৰা বহু কেইটা দিশৰ বিষয়ে জানি ভাল লাগিছে । যুৱক যুৱতী সকলৰ স্বনিয়োজনৰ ক্ষেত্ৰত বহুত শিকিব লগীয়া আছে । উপাৰ্জন চেনেলটিয়ে কৰা প্ৰচাৰৰ বাবে ধন্যবাদ ।
@reetagogoi6431
@reetagogoi6431 2 жыл бұрын
আবেগিক হৈ পৰিলোঁ।সেই সময়ৰ এখন জীৱন্ত ছবি!
@debasishborah3097
@debasishborah3097 2 жыл бұрын
You are A Great Person, Bohut Bohut Xundor Performance, May God Bless You
@travelvlogs5093
@travelvlogs5093 2 жыл бұрын
নৱ প্ৰজন্মৰ আদৰ্শ নমস্য ব্যক্তি। 🙏🙏🙏
@durnadihingia7057
@durnadihingia7057 2 жыл бұрын
Saikia da, bhobishot pojo nmor batkotia. Jai Ai Asom
@monjumoniburagohain2044
@monjumoniburagohain2044 2 жыл бұрын
অসমীয়া সফল নিদশন আগুৱাই যাওক
@sumiraninath9960
@sumiraninath9960 2 жыл бұрын
🙏🙏🙏🙏🙏🙏আপোনাৰ কথাখিনিয়ে মন ভৰাই তুলিলে।শটতকোটি প্ৰনাম ।
@chandraa5971
@chandraa5971 2 жыл бұрын
অসমীয়া হিচাপে আপোনাৰ পৰা অনু প্ৰেৰণা পালোঁ 🙏🙏🙏🙏
@bhobenjyotiphukan91
@bhobenjyotiphukan91 2 жыл бұрын
যাওক চোন আগবাঢ়ি সামৰ্থ্য বান অসমীয়া সকল এনেবোৰ দিশেৰে । উন্নতিত মুখৰ হওঁক আপোনালোকৰ ব্যক্তিগত কৰ্ম ৰাজি ।
@gogoipradeep9470
@gogoipradeep9470 2 жыл бұрын
Bohut......bhal lagise
@anantamoranvloge7255
@anantamoranvloge7255 2 жыл бұрын
সুন্দৰ দাদা শুভেচ্ছা জনালোঁ।।
@RkR8077
@RkR8077 2 жыл бұрын
Very good Eyaky koy axomiya Dada giri and God more gives you .
@jackalive9725
@jackalive9725 2 жыл бұрын
কেৰেলা ৰাজ্য খনৰ মানুহে ডুবাই গৈয়ে ৰাজ্য খন চলাই আছে ।আমাৰ যুব সমাজকো কেনেকৈ বাহিৰৰ দেশত কেনেকৈ যাব লাগে তাৰ টিপ দিব লাগে।
@monjulahon7712
@monjulahon7712 2 жыл бұрын
অসমীয়া জাতিৰ এজন সিঙঘ পুৰুষ । অসমীয়া জাতিৰ গৌৰৱ ।
@kishoredas9204
@kishoredas9204 2 жыл бұрын
Dada bohut Val lagil bogibill resot dekhe
@tapankonwar6720
@tapankonwar6720 2 жыл бұрын
Great,apuni maje maje homoi pale manuhok utkhah dibosun ,
@chandanmahanta7698
@chandanmahanta7698 2 жыл бұрын
সচাকৈ আপোনি নৱ-প্ৰজন্মৰ আদৰ্শ, অসমীয়া হিচাপে আপোনাৰ পৰা আমি গৌৰৱান্বিত 🙏
@CRICKET_FANCLUB.
@CRICKET_FANCLUB. 2 жыл бұрын
সুন্দৰ আগবাঢ়ি যোৱাত সহায় হব
@ajaybhuyan9875
@ajaybhuyan9875 2 жыл бұрын
*PROUD BE ASSAMESE* JOI I AXOM ❤🙏✊
@binadas5619
@binadas5619 2 жыл бұрын
বৰ ভাল লাগিল
@hemantaphukan2874
@hemantaphukan2874 2 жыл бұрын
শুনি থাকিৱ মণ যায় কথাবোৰ
@allinonesr7984
@allinonesr7984 2 жыл бұрын
Buhut val lagil apunar kotha xuni. Aru buhut xikilo apunar pora thank you uncle
@animabhattagoswami5913
@animabhattagoswami5913 2 жыл бұрын
Bohut bhal lagise Pradip we are proud of you
@prasenjittalukdar4528
@prasenjittalukdar4528 2 жыл бұрын
Excellent Dada, I have no words .........So down to earth.
@mamon5946
@mamon5946 2 жыл бұрын
Tekhete. kosto kori unnati korise Tekhetok zen kuneu hingha nokore Aru agbarhi jaboloi diyok Proud to be an assamese and proud to say he is our assamese person The son of mother Assam
@jyotisankarchaliha8071
@jyotisankarchaliha8071 2 жыл бұрын
শ্ৰীযুত প্ৰদীপ শইকীয়াৰ বৰ্নাধ্য বৰ্ণীল জীৱন পৰিক্ৰমা অসমীয়া প্ৰতিস্থিত ব্যৱসায়ী সকলৰ বাবে অনুকৰণিয়.... ইংলণ্ডৰ বাৰ্মিংহামত সাত হেজাৰ বৰ্গফুটৰ দুশজন ব্যক্তি অনায়াসে বহিব পৰা এখন বৃহত পৰিসৰৰ এখন ৰেষ্টুৰেণ্ট সম্পতী গঢ়াৰ সাহস কৰিব পৰা যুৱ অৱস্থাত হাহ কুকুৰা গৰু গাহৰি ধান চাউল টিউচন কৰা এই ব্যক্তিজন অসমীয়া যুৱ ব্যৱসায়ী সকলৰ আদৰ্শ হওক লগতে শ্ৰীশইকীয়াৰ বৰ্ণাধ্য শিক্ষা জীৱন অতুলনীয়.... মেট্ৰিক পৰীক্ষাত তৃতীয় বিভাগত পাচ কৰি শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানত সোণৰ পদক প্ৰাপ্ত আৰু শেষত বিশ্ব স্তৰত এজন বিজ্ঞানী... শ্ৰীশইকীয়াই বৰ্তমান বিশ্বৰ অতি বিলাসী হোটেলত থাকি অভিজ্ঞতা গোটোৱাৰ বাবে খৰচ কৰিবলৈ সামৰ্থবান হোৱাৰ নিদৰ্শণ দেখুৱাবলৈ সমক্ষ এক জীৱনগাথা অতুলনীয় আৰু অনুকৰণীয় ... আন্তৰিক অভিনন্দন শ্ৰীযুত প্ৰদীপ শইকীয়া আৰু সহধৰ্মীনি শ্ৰীমতী শইকীয়ালৈ... কেতিয়াবা কৰবাত আপোনাক ব্যক্তিগত ভাবে লগ পাবলৈ আশা পুহি ৰাখিছোঁ... আপুনি সুস্বাস্থ্যৰে বৰ্তমানৰ এজন সবল সফল অসমীয়া আদৰ্শ ব্যক্তিত্ব হৈ কুশলে নিৰাপদে জীৱন যাপন কৰাৰ হিয়াভৰা শুভকামনাৰে... ঈশ্বৰ আপোনাৰ সহায় হওক ...
@ureshbora8416
@ureshbora8416 2 жыл бұрын
Nice.
@bedantagogoi5838
@bedantagogoi5838 Жыл бұрын
এসময়ৰ সহপাঠী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ।
@birajvlogs9433
@birajvlogs9433 2 жыл бұрын
আপুনি সঁচাকৈ আদৰ্শ সকলোৰে 🙏🙏
@junbora1225
@junbora1225 2 жыл бұрын
Khura apunak pronam 🙏🙏🙏 bohut vl lagil vdo👌👌👌 apuni amar edarkha hoi thakok hosakoi mon vl lagi gol apunar kothabur eman mitha👌👌👌👌👌
@bmedhi1592
@bmedhi1592 2 жыл бұрын
Borhiya 👍🏻👍🏻 Thank you Uparjan for introducing this examplary person, and Thank you Mr Saikia, for your honest admission and advice. Really inspiring. Wish you more success and happiness!!
@monujmanoshborah9388
@monujmanoshborah9388 2 жыл бұрын
ইমান সুন্দৰ অনুষ্ঠান 🥰🥰🥰 ।।
@bollywoodclassicalbestsong2882
@bollywoodclassicalbestsong2882 2 жыл бұрын
Khub bhal lagil apunar kothakhini
@Kalita1995
@Kalita1995 2 жыл бұрын
Bahut val Kam korise
@dilipkrghose1049
@dilipkrghose1049 2 жыл бұрын
We the assamese people are proud of you .
@rambdchetry2382
@rambdchetry2382 2 жыл бұрын
Good suggetion, chatiun katha hasakoi long live,
@purobidas6107
@purobidas6107 2 жыл бұрын
Aapuna r katha bor huni bahut Val lagi.karn bahut janio bahirt thakio englisht nakoi.aasamist koise.j.aaji kali alp bahirt gole a englisht kb dhare.aapunar nisina manuh bhut pable tan.👍👍👍 Joy aai axom
@tapankonwar6720
@tapankonwar6720 2 жыл бұрын
Great
@nanghunpha
@nanghunpha 2 жыл бұрын
আপুনি অসমৰ এজন আধুনিক আদৰ্শ বাদী বুদ্ধি বাদী পুৰুষ ।আপোনালৈ অলেখ অভিনন্দন জনালোঁ ।
@phukanpegu6757
@phukanpegu6757 2 жыл бұрын
Sir., I'm earnestly saluting you..... Go ahead and fulfill your dreams.......
@rebel4986
@rebel4986 2 жыл бұрын
বহুত ভাল লাগিল চাই৷
@yogiapurbanath4617
@yogiapurbanath4617 2 жыл бұрын
Aibur ha asol axomiya manuh....bahut val lagil...
@jaijawanagrifarm2416
@jaijawanagrifarm2416 2 жыл бұрын
Kio... Baki ki bhajal niki
@yogiapurbanath4617
@yogiapurbanath4617 2 жыл бұрын
@@jaijawanagrifarm2416 umm...aibur hoisea asol karmo hell axomiya manuh...aru asame asea khai- boi pat muhari hoi thoka...belegea ahe nijaor mukhar agor vat keta kahi nila u gom nupuwa...tume atiya kun bidhar hoi...jonale val pam...
@juribhuyan7403
@juribhuyan7403 2 жыл бұрын
😃😃😃
@jaijawanagrifarm2416
@jaijawanagrifarm2416 2 жыл бұрын
@@yogiapurbanath4617 first of all learn how to right in Roman.... Then kip yours point... Can you let me know what contribute you had yet gave to make our Assam beautiful.... Its very easy to points other Demerits..... Joi AAi Axom
@rupjyotidasdas7406
@rupjyotidasdas7406 2 жыл бұрын
Bohut val lagel..amar axomiya manuh bohut dangor dangor ase.. Val lage..
@sushilchgogoi7458
@sushilchgogoi7458 Жыл бұрын
আপোনানাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@anandaramborah6442
@anandaramborah6442 2 жыл бұрын
Great, sir, we are proud of you.
@avrilstreet2213
@avrilstreet2213 2 жыл бұрын
Most honorable man Like you from heart -Dhemajian
@dipalidas4137
@dipalidas4137 2 жыл бұрын
Apuni amar new generationr babe path padaorshok aru arhee ... karon laj aru bhoi ai duta karonot ajir generation pisuai ase.. income korile kihor laj... karobak khujile aru sur korilehe laj mor mote.... Dignity of Labour... should know.... Thanks ... awaiting your next updates..
@bijumoni6757
@bijumoni6757 2 жыл бұрын
Nobo projonmor babe ek perona, God bless you
@sabkushassamesefood2158
@sabkushassamesefood2158 2 жыл бұрын
আপোনাৰ চেষ্টাৰে আমি ইন্ধন পাওঁ👍 lovsss from golaghat
@gitashri8229
@gitashri8229 2 жыл бұрын
vogobane kripa kori ase apunak 🙏hundor mon ata thakile agbahi jabole nisyoi hohoj hoi pore .eake bujilu .... hosai ontoror pora koisu apunar hot sintai vogobanok hukhi korise asolote .val houk hokolu ...all is well ....🙏🙏🙏🙏
@lifesjourney.19
@lifesjourney.19 2 жыл бұрын
Best episode...
@motlebhussainmondal880
@motlebhussainmondal880 2 жыл бұрын
Thanks to him. Because he is self dependent. He is not idle like us. Every one praise his perseverance.
@jayantakumarborah
@jayantakumarborah 2 жыл бұрын
Opurbo.... xundor... inspiring
@apurbakalita1968
@apurbakalita1968 2 жыл бұрын
xunder sir , keep it up
@mamatkalita5883
@mamatkalita5883 2 жыл бұрын
Thanks a lot .
@anoopgoswami1916
@anoopgoswami1916 2 жыл бұрын
Salute to you sir always,
@duttadr
@duttadr 2 жыл бұрын
Truly inspiring
@puspadhardeka5665
@puspadhardeka5665 6 ай бұрын
Excellent. Kakai.
@kaushikkisur7975
@kaushikkisur7975 2 жыл бұрын
Bhut Val lagil Dada gole APK Huma m
@RupanjaliRonganoi
@RupanjaliRonganoi 2 жыл бұрын
খুব ভাল লাগিল ❤️
@duluchangmai6691
@duluchangmai6691 Жыл бұрын
Kothat olop u ohongkar nai...Great humen being....Pohar pora ji dore agbahi goise..Manibo logia ...🙏🙏🙏🙏🙏
@pranjalchangmai9035
@pranjalchangmai9035 Жыл бұрын
bhutei val lgil ,,,hosai man2 sui gol kothabure,,,ajon bidekhot scientist kora manuh ajone imn hundarkoi akhomiya te kothabur bujai kole bhutei val lgil,,,aru lgte ako ahi ja nijar matribhumi khonok akuwali loi hokolure udahoran hoi hundorkoi kamat aguwai goixe kobole vakha nai ,,,hosai teuk ajon prokit akhomiya hontan buli kobole ami proud fill korixu,,,,
@manyqueen7727
@manyqueen7727 Жыл бұрын
Sir Apunar kothakhini khuub val lagise,,,
@itsgogoi_9129
@itsgogoi_9129 2 жыл бұрын
❤️real akhomiya
@girishhazarika8713
@girishhazarika8713 2 жыл бұрын
we are proud of Mr. Pradip Saikia.
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 20 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 20 МЛН