ড০ হীৰেন গোহাঁইৰ আত্মকথা প্রথম খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’

  Рет қаралды 7,355

Pratidin Time

Pratidin Time

Ай бұрын

ড০ হীৰেন গোহাঁইৰ আত্মকথা
আত্মকথাত ড০ হীৰেন গোহাঁইৰ জীৱনৰ দীঘ আৰু বাণি
বিদেশত নাথাকি কিয় উভতি আহিছিল ড০ গোহাঁই?
দিল্লীত নাথাকি কিয় অসমলৈ ঘূৰি আহিছিল ড০ গোহাঁই?
কেমব্রিজ বিশ্ববিদ্যালয়লৈ কেনেকৈ গৈছিল ড০ গোহাঁই?
জৱাহৰলাল নেহৰুক প্রথম ক’ত লগ পাইছিল ড০ গোহাঁয়ে?
মহাত্মা গান্ধীয়ে ড০ গোহাঁইলৈ চাই কেতিয়া মিচিকিয়া হাঁহি মাৰিছিল?
এনে বহু কথাৰেই আজিৰ ‘আত্মকথা’ৰ প্রথম খণ্ড
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’
#PratidinTime #AssamNews #nitumonisaikia #HirenGohain

Пікірлер: 23
@pranatiborthakur9462
@pranatiborthakur9462 Ай бұрын
আত্মকথাৰ জৰিয়তে গোহাঁই ছাৰৰ বিষয়ে বহু নজনা কথা জানিব পাৰি ভাল লাগিল লগতে প্ৰতিদন তাইমৰ মুখ্য সম্পাদক গৰাকীলৈ অশেষ ধন্যবাদ।
@nipankumardeka7232
@nipankumardeka7232 Ай бұрын
শেষৰফালে প্ৰায় ৫৩ মিনিট ৪৬ চেকেণ্ডৰ পিছৰ পৰা চাউণ্ডটো অহা নাই।কেবল মূকাভিনয়ৰ দৰে দুয়োগৰাকীৰ অংগী-ভংগী খিনিহে চলি আছে।চেনেলটোৰ কাৰিকৰী বিভাগে যাতে কথাটো চায় তাৰ বাবে উনুকিয়ালোঁ। গোহাঁই ছাৰ এক বিশাল ব্যক্তিত্ব।নিতুমনি শইকীয়াও এগৰাকী প্ৰশ্ন সুধিব জনা সাংবাদিক।গোহাঁই ছাৰৰ বিষয়ে তেখেতৰ নিজৰ মুখেৰে আৰু বহুত কথা জানিবলৈ থাকি গ'ল।পৰৱৰ্তী খণ্ডবোৰো সোনকালে সোনকালে সম্প্ৰচাৰ কৰিব বুলি আশা থাকিল।
@mansidash78
@mansidash78 Ай бұрын
শ্ৰদ্ধাৰ হীৰেন গোহাঁই চাৰ মোৰ বাবে এজন নমস্য ব্যক্তি। তেখেতৰ ভাৱ ধাৰাক মই সদাই জ্ঞানৰ পোহৰ বুলি ভাবো। Interview টোৰ পৰা তেখেতৰ বিষয়ে জানি ভাল লাগিল। Thanks Nitu moni Saikia. Your শৰাই display at the background is very unique and nice.
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
ড° হীৰেন গোঁহাই ছাৰৰ বিষয়ে জানি খুউব ভাল লাগিল। কিন্তু সাক্ষাৎকাৰৰ শেষৰ অংশটি নিৰ্বাক হৈ ৰ'ল। ইমান সুন্দৰ সাক্ষাৎকাৰটিত কাৰিকৰী বিজুতি হ'ব নালাগিছিল। ছাৰৰ কথাখিনি শুনিবলৈ নাপালোঁ।
@anupamhatimuria6457
@anupamhatimuria6457 Ай бұрын
শেষৰ খণ্ডটোত sound নাহিল। খণ্ডটো অসম্পূৰ্ণ হ'ল। আমি দুখ পালোঁ। মনত।
@TarulataDoley
@TarulataDoley Ай бұрын
এই অনুষ্ঠানটি চাবলৈ পাই অতিকৈ সুখী হ'লো ।
@priyangshu97
@priyangshu97 26 күн бұрын
উপকৃত হ'লো
@pranitaroybhuyan6186
@pranitaroybhuyan6186 Ай бұрын
মাজে মাজে চাউণ্ড শুনা নাই। নিতুমনি শইকীয়াৰ ভাল পদক্ষেপ। ২য় খণ্ডলৈ অপেক্ষা কৰিলোঁ
@bashisthasarma9665
@bashisthasarma9665 Ай бұрын
খুব ভাল অনুস্থান
@sanjibdeblaskar4003
@sanjibdeblaskar4003 Ай бұрын
অনেক দিন পর শ্রদ্ধেয় গোহাই স্যারের কথা শুনলাম। ওর উচ্চারিত অসমিয়া, বাংলা এবং অবশ্যই ইংরেজি এক কথায় অভিজাত আজকের দিনে যা দুর্লভ।
@dipankarsharma2528
@dipankarsharma2528 Ай бұрын
Most important it was. Be late than never.
@durlovkoch7362
@durlovkoch7362 Ай бұрын
Val lagil❤
@Hjjbch
@Hjjbch Ай бұрын
❤❤❤
@user-zf6lv8wp8h
@user-zf6lv8wp8h Ай бұрын
❤❤
@sanjoydas1563
@sanjoydas1563 Ай бұрын
মই হীৰেন গোহাঁইক ১৯৭৬ চনৰপৰাই জানো,আমি জনা হীৰেণ গোহাঁই আৰু বৰ্তমানৰ গোহাঁই মাজত আকাশ পাতাল পাৰ্থক্য, বৰ্তমানৰ হীৰেণ গোহাঁইক মোৰ ভাল নালাগে।
@nayandeka1517
@nayandeka1517 10 күн бұрын
No sound at the last part of interview.
@mehdihasanchoudhury8446
@mehdihasanchoudhury8446 Ай бұрын
Please re-upload video last 15 minutes because there is no sound. Please 🙏
@Niku_Mix_Vlogs
@Niku_Mix_Vlogs Ай бұрын
শেষৰ ফালে কথাবোৰ শুনিবলৈ পোৱা নাই
@RakeshDas-ie1ym
@RakeshDas-ie1ym Ай бұрын
No sound Please re upload
@lakhyajsonowal
@lakhyajsonowal Ай бұрын
No audio
@jadumonigogoi1605
@jadumonigogoi1605 Ай бұрын
শেষৰফালে চাউণ্ড নাই৷
@user-ed6hd2px4r
@user-ed6hd2px4r Ай бұрын
হোমেন বৰগোহাই চাৰৰ অন্তৰত অহংকাৰী ভাৱটো নাছিল, মই সকলো জানো, মই শ্ৰেষ্ঠ ভাৱতো নাছিল।।।।।।।। কিন্তু এখেতৰ আছে।।।।😊
@jahnugogoi02
@jahnugogoi02 Ай бұрын
please sound tu thik korok please... assam r mnuh r krne bohut besi important interview hoi . please reupload korok😢
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 19 МЛН
Задержи дыхание дольше всех!
00:42
Аришнев
Рет қаралды 3,5 МЛН
Secret Experiment Toothpaste Pt.4 😱 #shorts
00:35
Mr DegrEE
Рет қаралды 19 МЛН