Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs

  Рет қаралды 782,303

Tarali Sarma:Windsongs

Tarali Sarma:Windsongs

Күн бұрын

Presented By #WINDSONGS
#deuka
#matileinamiohajunak
#taralisarma
#manjulboruah
#jintubordoloi
#dipkeshborgohain
Album-Deuka
Song-Matilei nami oha junak
Audio Credits
Singer/Composition/Lyrics-Tarali Sarma
Music Arrangement-Dipkesh Borgohain
Flute-Pradip Deka
Recorded and Mixed & Mastered at DREAMS STUDIO by Jintu Bordoloi
Assisted by -Ripunjoy Sarma
Video Credits
Starring- Tarali Sarma,Mridupawan
Script/Directon/Concept-Manjul Boruah
Editing-Twenchang
Asst Editor/Colourist/Title credit-Ghanashyam Kalita
Dop-Nagen Baishya
Production Design-Himen Bora
Casting-Ronald Hussain
Cast-Tarali Sarma
Mridupaban Parashar
Rajib Sarma
Phunuprabha
Panjit Changmai
Joshua Queah
Ankit Rai
Kakul Bharali
jay
Sound Design-Debojit Gayan
Makeup-Pranjal Pratim Kashyap
Art Director-Panjit Changmai
Lyrics-
মাতিলেই নামি অহা জোনাক
সিঁচি দিওঁ গুপুতে মই তোমাক
যি কথা বতাহে কঢ়িয়াব নোৱাৰে
যি কথা আকাশে খুলি বুজাব নোৱাৰে
কুৰুকি কুৰুকি খান্দি যোৱা বিষ
ঠেৰেঙা বুকুত হেৰুৱাও দিশ
আজি কওঁ শুনা মই
আজি কওঁ শুনা তোমাকেই
তোমাৰেই কথা
মই তোমাতেই তুমি শেষ আকুলতা
বাউলী কিয় যে মোৰ
সময়বোৰ তোমাতে ৰয়
তুমি অবিহনে নোৱাৰো জীয়াব মই
ফল্গু দুখৰ মেৰুত
বৰষুণ এজাক হৈ
কৰাচোন শীতল
এই পিয়াসীৰ হৃদয়
লৈ যাবানে মোক
লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
য'ত তুমি মই
য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ..
Audio Streaming links
Wynk = wynk.in/u/cAwR...
Spotify = spoti.fi/3DNoPab
Amazon Music = amzn.to/3DSQ0jS
Sound Cloud = bit.ly/3nN5pg8
Jiosaavn = bit.ly/3l1if8r
Gaana = bit.ly/30Omey5
Follow Tarali Sarma,
on Facebook: / taralisarma
on Twitter: / taralisarma
For Live Shows:
taralisarma@gmail.com
07002200609
© All rights are reserved to Windsongs,Tarali Sarma
[Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]

Пікірлер: 2 200
@chinmoyeegoswami2719
@chinmoyeegoswami2719 2 жыл бұрын
মেম, এদিন আপুনি এটি সাক্ষাৎকাৰত কথা প্ৰসংগত কৈছিল যে আপোনাৰ গান চবেই নুশুনে, হয়তো ১০ জনৰ ২ জনে শুনে। কোনে শুনে বা কোনে নুশুনে তাক লৈ একো ক'বলৈ নাযাওঁ। কিন্তু আপুনি সেই ২ জনৰ বাবে গান কৰিবই লাগিব... আপোনাৰ এই ধৰণৰ গানবোৰৰ বাবেই আমি ৰৈ থাকোঁ।
@himadreedeka6138
@himadreedeka6138 2 жыл бұрын
মই শুনো তেখেতৰ গান
@ranjitasworld1810
@ranjitasworld1810 2 жыл бұрын
Bohut val paw tarali ma'am r gaan...❤️❤️
@bikashsaikia5350
@bikashsaikia5350 2 жыл бұрын
মনৰ কথা কৈছে।
@malayakalita6830
@malayakalita6830 2 жыл бұрын
Mnr kotha❤
@mintudarshan7136
@mintudarshan7136 2 жыл бұрын
সেই দুজনৰ ভিতৰত অন্যতম এজন মই
@gitimonisonowal7425
@gitimonisonowal7425 2 жыл бұрын
তোমাৰ গান যেতিয়াই আমাৰ ঘৰত বাজে,তেতিয়াই মোক ঘৰত সকলোৱে চিঞৰি কয়, ঐ তোৰ বাৰ গান বাজিছে। সঁচাকে বা দিনটোত এবাৰ তোমাৰ গান শুনিলে হে চোন মোৰ মনটোৱে শান্তি পায়। যতেই তোমাৰ গান বাজে তাতেই থমকি ৰওঁ,তোমাৰ গানৰ সুৰত সোমাই পৰো।
@bhaskarjdas8199
@bhaskarjdas8199 Жыл бұрын
"লৈ যাবা নে মোক তোমাৰ সৰু পৃথিৱীলৈ, য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ।" বাক্যশাৰী ইমান ভাল লগা।❤
@anamikaboravlog2863
@anamikaboravlog2863 Жыл бұрын
Sachai nice line
@ChandanaDas-c1g
@ChandanaDas-c1g Жыл бұрын
আজিৰ ল'ৰা ছোৱালীয়ে আপোনাৰ গান শুনে মানে বা আপুনি সঁচাকৈয়ে এগৰাকী সংগীতৰ সফল সাধক❤🥰
@bhaskarjdas8199
@bhaskarjdas8199 Жыл бұрын
তৰালী শৰ্মা বাইদেউৰ মা‍ত‍ত সচাঁকৈয়ে এক সুকীয়া গাম্ভীৰ্য্যতা লুকাই আছে......তেখেতৰ গীত যিসকলে প্ৰথম শুনে আজীৱন তেওঁ বাইদেউক পাহৰিব নোৱাৰা অনুৰাগী হৈ পৰে।তেখেতৰ গীত বোৰত যেন আমাৰ জীৱনৰ কিছুমান পাহৰিব নোৱাৰা স্বৰ্ণিল বাস্তৱ ;যেনে দুখ-সুখ,বিৰহ-আন‍ন্দ আদি প্ৰস্ফুটিত হৈ থকা যেন লাগে। তৰালী ma'am আপুনি মহান❤
@tulikahazarika3968
@tulikahazarika3968 2 жыл бұрын
দায়িত্ব আমাৰ কোনবোৰ গানক আচলতে আমি জনপ্ৰিয় কৰিব পাৰো। This song deserves much more reach ...No doubt Tarali ba "Nightingale of Northeast"
@zugalmy
@zugalmy 2 жыл бұрын
আমাৰ অসম মুলুকত Taxi wala , Auto wala শুনি ভাল পোৱা মানুহৰ সংখ্যাহে বেছি।
@gitarthadutta3978
@gitarthadutta3978 2 жыл бұрын
Mod khai nosabur
@onupamrajkhowa
@onupamrajkhowa 2 жыл бұрын
Texi Wala , buka buka , disco ভন্টি শুনা লোক সকলে কি বুজি পাব
@anupomsonowal5680
@anupomsonowal5680 2 жыл бұрын
Zublee nightingale of NE
@jaanboruah8680
@jaanboruah8680 2 жыл бұрын
অন্তৰ চুই যোৱা সুন্দৰ গীত । ইমান ধুনীয়া সংগীত ব্যৱস্থাপনা, গীতৰ সুৰ আৰু কথা তৰালী বাৰ দৰদী কন্ঠত প্ৰাণ পাই উঠিছে ।
@bhoratdas3882
@bhoratdas3882 11 ай бұрын
তৰালী বাৰ এই গীতটো মই 300 বাৰৰ ওপৰত শুনিছোঁ কিন্তু প্ৰত্যেক বাৰতে কিবা নতুন সোৱাদ পাওঁ, বিশেষকৈ অন্তৰাটো উফ....গোসাঁনী মা নমস্কাৰ ।
@jitumonidas5501
@jitumonidas5501 2 жыл бұрын
কি আচৰিত কন্ঠৰ অধিকাৰী আপুনি!! শিয়ঁৰি উঠো ।‌ প্ৰতিবাৰেই।💙💙💙💙💙💙💙💙💙💙💙
@indianentertain5376
@indianentertain5376 2 жыл бұрын
muru
@jpcreator2886
@jpcreator2886 2 жыл бұрын
Apuni kole mat huni kur hol sai sihoron
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 жыл бұрын
kzbin.info/www/bejne/j5S7lmeehayGeJo
@allnewnew71
@allnewnew71 2 жыл бұрын
সচাই আচৰিত 🤗
@pallabrajbongshi7671
@pallabrajbongshi7671 2 жыл бұрын
Yeahh....
@lakhyajit907
@lakhyajit907 Жыл бұрын
সকলো শিল্পীৰে একো একোটা আকৃতি থাকে । সেয়ে তৰালী শৰ্মাও তৰালী শৰ্মা হৈয়ে থাকিব , একক আৰু অনন্য হৈ ।❤
@pranobjyotisaikia8458
@pranobjyotisaikia8458 8 ай бұрын
Yes ok
@surabhigandhia3806
@surabhigandhia3806 7 ай бұрын
হয়
@sabitrisvlog721
@sabitrisvlog721 12 күн бұрын
ইমান সুন্দৰ ইমান সুন্দৰ কন্ঠ। বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ
@raghutamang
@raghutamang 2 жыл бұрын
আপোনাক দেখিলেই মোৰ হৃদয় শ্রদ্ধাৰে ভৰি পৰে। এগৰাকী আদৰ্শ গায়িকা হিচাপে আপোনি সদায় অসমীয়াৰ মনে প্রাণে জীয়াই থাকিব। এনেদৰে গান গাই যাওক বাইদেউ।
@priyamdas0080
@priyamdas0080 2 жыл бұрын
অপূৰ্ব 👏🏻 এয়াহে গান 💖 অলেখ শুভ কামনা গোসাঁনী মাঁ 🌼🌸🙏🏻 গীতটিয়ে শ্ৰোতা ৰাইজৰ হৃদয়ত বাস কৰক ❤️❤️ মোৰ হৃদয় চুই গ'ল । অতি হৃদয় স্পৰ্শী কথা । এয়া সপোনবোৰৰ, হেঁপাহবোৰৰ এক আধৰুৱা পৰিসমাপ্তিৰ বিৰহ গাঠা । সদৌ শেষত, আপোনাৰ মৰমৰ পৰশ পোৱা প্ৰতিটো সৃষ্টি এনেদৰেই যুগমীয়া হওক ❤️❤️❤️
@debajitgogoihelpfull554
@debajitgogoihelpfull554 2 жыл бұрын
Heart touching 💓💓💓
@pranabjyotisaikia1084
@pranabjyotisaikia1084 2 жыл бұрын
তুমি গানৰ প্ৰকৃত প্ৰেমিক তেতিয়া হে যেতিয়া দীপলিনা ৰ গান শুনিবলৈ এৰি তৰালি বাইদেউৰ গান শুনিবলৈ লবা।
@bhabitakalita3588
@bhabitakalita3588 2 жыл бұрын
Yes , আমি জুবিন দা , বিপিন চাউদাঙ দা আৰু তৰালি বা তেওঁলোকৰ গান সমূহত নিজক বিচাৰি পাওঁ.... বৰ্তমানৰ গায়ক বিলাকৰ গান বোৰত আমোদ হে পাওঁ কিন্তু অন্তৰ চুই নাজায়
@namitabora964
@namitabora964 2 жыл бұрын
Right
@Rimi....7237
@Rimi....7237 Жыл бұрын
@@bhabitakalita3588 থিক কথা কৈছা তুমি
@Rimi....7237
@Rimi....7237 Жыл бұрын
সছা কথা
@rishmitapurpleuuu6521
@rishmitapurpleuuu6521 Жыл бұрын
Right
@FactbyRanjan
@FactbyRanjan 11 ай бұрын
Lyrics in Assamese: মাতিলেই নামি অহা জোনাক সিঁচি দিওঁ গুপুতে মই তোমাক যি কথা বতাহে কঢ়িয়াব নোৱাৰে যি কথা আকাশে খুলি বুজাব নোৱাৰে কুৰুকি কুৰুকি খান্দি যোৱা বিষ ঠেৰেঙা বুকুত হেৰুৱাও দিশ আজি কওঁ শুনা মই আজি কওঁ শুনা তোমাকেই তোমাৰেই কথা মই তোমাতেই তুমি শেষ আকুলতা বাউলী কিয় যে মোৰ সময়বোৰ তোমাতে নয় তুমি অবিহনে নোৱাৰো জীয়াব মই ফল্গু দুখৰ মেৰুত বৰষুণ এজাক হৈ কৰাচোন শীতল এই পিয়াসীৰ হৃদয় লৈ যাবানে মোক লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ য'ত তুমি মই য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ.
@JIBONOREITUHITU-MADHURIMA
@JIBONOREITUHITU-MADHURIMA 2 жыл бұрын
ইমানেই ধুনীয়া লাগিল, স‌ঁচা তৰালীবা আপোনাৰ কণ্ঠ সুকীয়া, একেদৰে গীতৰ সুৰ, কথা সকলোবিলাক সুকীয়া, মন চুই যোৱা।❤️❤️❤️❤️
@kritikahazarika2806
@kritikahazarika2806 2 жыл бұрын
গীতিৰ শব্দ আৰু সুৰে হৃদয় চুই গ'ল,সচাঁই গীতটি বাৰে বাৰে শুনি থাকিলে আমণি নালাগে,গীতটি এক সুন্দৰ অনুভূতিৰ প্ৰকাশ ঘটিছে।।
@ashabordoloi7037
@ashabordoloi7037 2 жыл бұрын
হেঁপাহেৰে ৰৈ থকা এটি সুন্দৰ গীত---- অভিনন্দন তৰালী বা। তোমাৰ সকলোবোৰ গীতেই মোৰ প্ৰিয়, কিন্তু এইটো কিছু সুকীয়া, ক'বনোৱাৰাকৈয়েই বুকুত সোমাই গ'ল গীতটো -সকলোৰে অনুভূতিবোৰ যেন প্ৰতিটো শব্দই কৈ গৈছে----- "বাউলী কিয়যে মোৰ --সময়বোৰ তোমাতেই ৰ'ল তুমি অবিহনে নোৱাৰো জীয়াব মই------
@anamikaboravlog2863
@anamikaboravlog2863 Жыл бұрын
Chake bouli kio je mur samoi bor tumatei roi tumi abihone noaru jiabo moi hrt touching line
@gojalicreation6669
@gojalicreation6669 2 жыл бұрын
সঁচা অৰ্থত এইয়া গানৰ মহিমা খুব সুন্দৰ কণ্ঠ.... সকলোৱে share কৰা উচিত.... ধন্যবাদ তৰালী বাইদেউ ইমান ধুনীয়া কণ্ঠ
@letstour1525
@letstour1525 4 ай бұрын
Best lyrics best music best voice .. overall a perfect heart touching song i have ever listened.. Tarali baa.. love you and god bless you..❤❤❤❤❤❤
@shrutisagar2906
@shrutisagar2906 Жыл бұрын
যিমানবাৰ শুনিছো প্ৰতিবাৰেই আৱেগিক হৈ উঠিছোঁ ।প্ৰতিটো শব্দই যেন বুকুৰ গভীৰতাত শিপাই গৈ উশাহৰ বাট বুলিছে❤️❤️
@পিংকুভাইভনীকৌতুকগোষ্ঠী
@পিংকুভাইভনীকৌতুকগোষ্ঠী 2 жыл бұрын
বৰ্ষশ্ৰেষ্ঠ ভিডিঅ বাইদেউ.. ইমান ভাল লাগিল কনচেপটো ধুনীয়া . কন্ঠত সৰস্বতী বিৰাজ কৰি আছে.. আশা কৰো গীতটো সকলোৱে আকোৱালি লৱ .. মোৰ মন চুই গৈছে.. টিমৰ আটাইলৈ অভিনন্দন ..আগলৈ শুভ কামনা থাকিল বা❤❤❤❤
@meghaligogoi3935
@meghaligogoi3935 2 жыл бұрын
অপূৰ্ব!অনন্য! কিমানদিনৰ পাছত এনে এটা গীত শুনিবলৈ পালো! ধন্যবাদ তৰালীবা!💗💗💗
@purabineogpurabineog5527
@purabineogpurabineog5527 2 жыл бұрын
হাজাৰ বাৰ শুনিলেও আমনি নলগা এটি শ্ৰুতিমধুৰ গীত, যিমানেই শুনিছোঁ, আকৌ শুনিব লৈ মন গৈ থাকে,আপোনাৰ কণ্ঠত আচৰিত শক্তি আছে, বা আগলৈও এনেদৰে আমাক আপোনাৰ গানবোৰ উপহাৰ দি যাব বুলি আশা কৰিলোঁ...শুভেচ্ছা আৰু শুভকামনা থাকিল আগন্তুক প্ৰতিটো গানৰ লৈ।
@kapilsekhar7338
@kapilsekhar7338 2 жыл бұрын
Xobdo bihin.... Kolija sui jua geet.... Tarali sharma is tarali sharma...... U r great forever
@mondeepkaushik2619
@mondeepkaushik2619 2 жыл бұрын
Evergreen Songs Tarali Baa Stay Blessed Tuponi Jau Gaan huni
@projecthalfpastnine4099
@projecthalfpastnine4099 2 жыл бұрын
আপোনাৰ ১০জনৰ ভিতৰত থকা ২জনৰ মই এজন 😌🌿💚
@GitikaMoran-u4m
@GitikaMoran-u4m Ай бұрын
আৰু আনজন হৈছে মই
@projecthalfpastnine4099
@projecthalfpastnine4099 Ай бұрын
@@GitikaMoran-u4m আপোনাৰ প্ৰিয় কোনটো;?
@theeasternworld
@theeasternworld 2 жыл бұрын
*শব্দ আৰু সুৰৰ মায়াজাল, অপূৰ্ব সংগীত* ❤🙏
@hemantapathak6776
@hemantapathak6776 Жыл бұрын
গীতটো শুনি হঠাতে দুধাৰি বৈ আহিল। কিয় নাজানো।বহুত ভাল লাগিল তৰালী বা।🙏🙏
@rajinapatir7234
@rajinapatir7234 Жыл бұрын
Heart touching song n video ❣️😢 Bohut Bohut vl lagile ❤️❤️👍
@urmilasharma5588
@urmilasharma5588 7 ай бұрын
😢it such a heart touching.. Apunar gaan bur buku khundiyai jai....bor bhal lagie
@ankursarmah9305
@ankursarmah9305 Жыл бұрын
তৰালি বা ৰ প্ৰতিটো গানেই হৃদয়স্পৰ্শী ❤
@HarmonyVerseCreations
@HarmonyVerseCreations 2 жыл бұрын
হৃদয়স্পৰ্শী৷ কথাখিনি,ষ্ট'ৰীলাইনটোৱে কৰবাত বুকুখন খুন্দিয়াই থৈ গ'ল৷ বুবু দায়ে এটা গান লৈ আপোনাৰ ওচৰলৈ লৈ গৈছিল৷ কিবা কিবি কাৰণত ৰৈ গ'ল… বুবু দা আতৰি যোৱা একবছৰেই হ'ল৷ আজি আকৌ চকুপানী ওলাই গ'ল গানটো শুনি- দেখি৷ "গানটো কৰিম তৰালী বা"
@novellake7527
@novellake7527 2 жыл бұрын
দাদা আপোনাৰ লিখনি বোৰ ভাল লাগে
@HarmonyVerseCreations
@HarmonyVerseCreations 2 жыл бұрын
@@novellake7527 মোকে কৈছা নে?
@novellake7527
@novellake7527 2 жыл бұрын
@@HarmonyVerseCreations অ দাদা আপোনাকে কৈছো ভাল লাগে আপোনাৰ লিখনি বোৰ সুব সাবলীল ভাবে মন গহনৰ ভাব বোৰ প্ৰকাশ কৰি লিখে
@HarmonyVerseCreations
@HarmonyVerseCreations 2 жыл бұрын
@@novellake7527 ধন্যবাদ জনালোঁ৷
@novellake7527
@novellake7527 2 жыл бұрын
@@HarmonyVerseCreations আপোনাক চেঁচা কুঁৱলীৰ পৰেশেৰে আদৰনি জনাইছোঁ
@novellake7527
@novellake7527 2 жыл бұрын
আপোনাৰ কন্ঠৰ ৰে নিগৰোৱা সকলোবোৰ গানে ইমান মিঠা সচাই অভিনব অপূৰ্ব অময়া আপোনাৰ কন্ঠ ।সচাকৈ ভাল লাগি গল বা সন্ধিয়া ডুবিব খোজা ৰঙা বেলিটিও আজি থমকি ৰল জুৰিটিৰ কুলু কুলু শব্দই আজি লাজতে স্তব্ধ হৈ ৰল প্ৰত্যেক টো গীতেই যেন অনুভৱৰ পৃষ্ঠা বোৰ লুটিয়াই দিয়ে ইমান ৰসাল ইমান আবেগময় চুই যাই হৃদয়ৰ দুৱাৰ দলি আপোনালৈ শুভ কামনা বা
@mintudas2339
@mintudas2339 Жыл бұрын
বা আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️🙏❤️🙏❤️🙏 সুন্দৰ কথা সুন্দৰ concept লগতে আপোনাৰ voice ❤️
@abhilashxaikia206
@abhilashxaikia206 2 жыл бұрын
সঁচাকৈয়ে মৌ বৰষা কণ্ঠ আপোনাৰ ।।। এনেকুৱা গান হয়টো আজি দশক জুৰি শুনিব পোৱা নাই বাইদেউ।।। ধন্যবাদ বাইদেউ।।।
@jharnasaikia2994
@jharnasaikia2994 2 жыл бұрын
আগতে আপোনাৰ গান শুনিছিলো , tv ত কথা কোৱা দেখিছিলো কালি কটন উনিভাৰ্চিটি ত আপোনাক সন্মুখত পাই আপোনাৰ কথা শুনি বৰ ভাল পালো ,ভালে থাকক বা
@hillolbezbaruah8056
@hillolbezbaruah8056 2 жыл бұрын
হয় বা আপুনি সদায় জিলিকি থাকক।
@indianentertain5376
@indianentertain5376 2 жыл бұрын
toraki baa r gan val lge. nija gaan buli nhy okl
@mgogoi7755
@mgogoi7755 2 жыл бұрын
ক'বলৈ ভাষা নাই। মাথো এষাৰেই ক'ম....ভাল পাওঁ আপোনাক তৰালি বা। বুকুত আছে আপুনি সদায়। বহুত বহুত শ্ৰদ্ধা আৰু মৰম❤️❤️
@pranjalkumarmahanta6740
@pranjalkumarmahanta6740 2 жыл бұрын
।। অনন্য ৰচনা।। অনবদ্য সংগীত।। সুৰ-কণ্ঠৰ অপূৰ্ব চয়ন।। চেল্যুট।।
@pranatikalita7180
@pranatikalita7180 2 жыл бұрын
অপূৰ্ব সুন্দৰ।মন চুই গ'ল। অনুভৱ কৰিলোঁ চকুৰ কোণত যেন দুটোপাল চকুপানী
@thenomadaxomiya9445
@thenomadaxomiya9445 2 жыл бұрын
বেলেগ আজিকালিৰ ফকতীয়া কেতাতকে অলপ পৃথক.. আপুনি এনেকুৱা গান আমাক উপহাৰ দি যাওক তৰালী বা 🙏
@junakanuragi1223
@junakanuragi1223 2 жыл бұрын
সদায় প্ৰিয় , মোৰ শেষ উশাহলৈকে কামনা কৰিম আপোনাৰ গীত যেন শুনি থাকিবলৈ পাওঁ,,, অদৃশ্যজনৰ ওচৰত আপোনাৰ কুশল কামনা চিৰদিন আছে আৰু আজীৱন থাকিব,, এটাই দূৰ্বাৰ হেঁপাহ আৰু শেষ আশা আছে মাথো এটি বাৰ আপোনাৰ চৰণ চুবলৈ পোৱাটো.... বহুত বহুত চেনেহ শ্ৰদ্ধা জনালোঁ....
@madhurikonwar4412
@madhurikonwar4412 2 жыл бұрын
বহুবোৰ গান শুনি থাকিলেও কিন্তু নিৰ্দিষ্ট একোটা গানে আমাৰ বুকুত জোৱাৰ তুলি যায়.. গাৰ নোম শিয়ৰি আহে..বাইদেউ আপোনাৰ মাত আৰু গান শুনিলে সচাঁকৈ কি সোৱাদ লাগে.. ইমান মিঠা❤
@junmonigohain16
@junmonigohain16 2 жыл бұрын
এটি মনপৰশা গীত আৰু হৃদয় উথলি উঠা প্ৰতিচ্ছবি।তৰালি শৰ্মা আপোনালৈ বহুত বহুত শুভেচ্ছা যাচিলো। আগলৈও সুন্দৰ গীত শুনাৰ আশা পুহি ৰাখিছোঁ।
@dibyajyoti_nath
@dibyajyoti_nath 2 жыл бұрын
ধুনীয়া, মন চুই গৈছে 😍😍 From ojantric
@monikaborah7495
@monikaborah7495 3 ай бұрын
এয়া ভগৱানৰ আশীৰ্বাদ যাক আমি পাইছোঁ❤️❤️❤️❤️❤️❤️I love you torali baaa❤❤❤❤
@BanditaKalita
@BanditaKalita 2 жыл бұрын
I still remember, 3rd November 2017. I was hosting you on behalf of my workplace at our annual function. Apuni green room ot mur logot bohi thakute muk koisile, "Amar manuhe bhal gaan xodai xunibo. Instant fame ot koi monot roi juwa gaan or besi dorkar". Apunar Mukoli r pora Henguliya loi, Ahiba Tumi r pora Matilei Nami oha Junak oloi, protyek tu gaan ei monot roi juwa. You'll always be the finest and best of today's time, and in the near future Tarali ba.
@abhinandahatiboruah8320
@abhinandahatiboruah8320 2 жыл бұрын
বহুত দিনৰ মূৰত এটি হৃদয় স্পৰ্শী গান শুনিলো... ভাল লাগিল । এনেদৰেই যাতে আপুনি সুন্দৰ গীতবোৰ উপহাৰ দিয়ে তাকে কামনা কৰিলো ।
@Vlog-dr9wy
@Vlog-dr9wy 2 жыл бұрын
Bht val lgil dai Baa.. Xundar. Najanu kio gan to mor babe bht priya hoi....
@BestOfHiranyaLay
@BestOfHiranyaLay 2 жыл бұрын
তৰালী শৰ্মাক ভালপাওঁ৷ ঢৌত উটি যোৱাবিধৰ নহয় তৰালী শৰ্মা৷ কৰি যাওক এনেকৈয়ে কামবোৰ৷ শুভ ইচ্ছা বা৷
@misstaru8888
@misstaru8888 2 жыл бұрын
Hoi
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
অতি সুন্দৰ । হৃদয়স্পৰ্শী। আপোনাৰ গীতৰ প্ৰতিটো ভি.ডি.অ.ই শ্ৰোতাৰ মনত দোলা দি যায়। প্ৰতিটো গীতৰ মাজত বিচাৰি পাওঁ এক সুকীয়া সত্বা।
@nilamdadbora8480
@nilamdadbora8480 2 жыл бұрын
ক'বলৈ ভাষা নাই বাইদেউ। কান্দি দিলো। কি আচৰিত কণ্ঠ,শব্দ আৰু ভিডিঅ'। মন চুই গ'ল❤️❤️❤️❤️
@manasrimoumun8432
@manasrimoumun8432 2 жыл бұрын
শুনিয়েই থাকোঁ,শুনিয়েই থাকোঁ...তৰালী বা সদায়েই অনন্য, চিৰসেউজ 🍃💚
@nabajyotichetiaofficial5636
@nabajyotichetiaofficial5636 2 жыл бұрын
মৌ মিঠা মাত, মন পৰশা গীত হ্নদয় স্পশী কাহিনী তিলোতমাৰ আবিৰ্ভাৱ
@parishmitabordoloi9720
@parishmitabordoloi9720 2 жыл бұрын
উফ্! কান্দি দিলো অ’৷ কি হৃদয় চুই যোৱা গান!তৰালী বা just Hats off👍
@Somew1n
@Somew1n Жыл бұрын
অহ অন্তৰ কুৰুকি গ'ল। ইমান ধুনীয়া ধাৰনা লৈ কি ধুনীয়া গীত তৰালি শৰ্মা বাইদেউ। নমন🙏🙏
@navajyotigogoi1827
@navajyotigogoi1827 2 ай бұрын
For me it is another masterpiece from you, madam
@jhankaraxom350
@jhankaraxom350 2 жыл бұрын
বা আপোনাৰ মাত আৰু ব্যক্তিত্ব ই মোৰ বাবে সৰুৰে পৰা আজিলৈ অনুপ্ৰেৰণা হৈ আহিছে,তাৰোপৰি মোৰ মায়ে সদায় আপোনাৰ গান শুনি আপোনাৰ পৰা সদায় কিবা হলেও নতুন নতুন কথা শিকিবলৈ কয়,আৰু আপোনাৰ দৰে হবলৈ কয়...আৰু সঁচাকৈ আপোনাৰ মাত ত এনে এক আবেগ আছে যিয়ে সদায় মোৰ অন্তৰ স্পৰ্শ কৰে...!যি নহওঁক আপোনাক মই সপ্তম মান শ্ৰেণীত পঢ়ি থাকোঁতেই গীতৰ এক অনুষ্ঠানত লগ পোৱা,আপুনি গোৱা অনুষ্ঠানত মই ও গীত গাবলৈ গৈছিলো(ঠাই - চেচা(হাজো) ,সেই আপোনাৰ লগত তোলা ফটো খন এতিয়াও মোৰ দ্ৰৱিং ৰোমৰ আলমিৰাত সযতনে ৰাখিছোঁ।এতিয়া বাৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা(২০২১) স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ। শেষত আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো,আগলৈ বহুত ভাল ভাল কাম কৰি যাওক,শুভেচ্ছা💐💐 #Taralisharma ❤️❤️❤️
@samirandeka2501
@samirandeka2501 2 жыл бұрын
উফ .. এনেকুৱা composition মাথো তৰালী বায়েহে কৰিব পাৰে ...!! video টিৰ কিছুমান দৃশ্যই চকু সেমেকালে... 4:28 জোনাকে হয়টো মধ্যবিত্ত পৰিয়ালৰ প্ৰতিজন শিল্পীকেই প্ৰতিনিধিত্ব কৰিছে .... ! গীতটিৰ লগত জড়িত প্ৰতিজন শিল্পীলৈ অযুত মৰম যাচিলো 💙
@pranjitpathak3446
@pranjitpathak3446 2 жыл бұрын
গীতটি দিনত এবাৰমান নুশুনিলেচোন ভালেই নালাগে , প্ৰতিটো গীতেই হৃদয়স্পৰ্শী ❤❤
@mayurigogoi3154
@mayurigogoi3154 Жыл бұрын
Bohut bohut dhunia hoise gan tu . Superhit... Best wishes for u ❤😘😘😘😘
@rahulaminkhan8604
@rahulaminkhan8604 2 жыл бұрын
Kandi disu aponar geet r concept and voice t Torali Mem. Really its a heart touching song.
@kalyandutta7597
@kalyandutta7597 2 жыл бұрын
শিয়ঁৰী উথিছো... জীৱনৰ গান❤❤❤
@bitopis4308
@bitopis4308 2 жыл бұрын
চকু পানী ৰখাব নোৱাৰিলোঁ, কি সুন্দৰ গীত, প্ৰতিটো শব্দ, প্ৰতিটো অনুভৱ, হৃদয় চুই গৈছে,
@BanditaBRAssam
@BanditaBRAssam 2 жыл бұрын
উফ! কি কম ইমান সুন্দৰ! বা আপোনাৰ কণ্ঠৰ সদায় প্ৰেমত পৰো। এইবাৰ যেন অলপ বেছিকৈয়ে পৰিলো। ❤️🔥
@gpg5372
@gpg5372 2 жыл бұрын
Apunr geety jiai thokar prerona diye oo tarali baa....you are ultimate
@amarjyotigoswami8307
@amarjyotigoswami8307 Жыл бұрын
Ji kothaa botahe kohriabo nuare. Ji kotha akashe khuli kbo nuare....waoooooo❤❤❤❤👌👌👌
@RitrishaSarmah
@RitrishaSarmah 2 жыл бұрын
হেৰাই গ'লো আপোনাৰ সুৰৰ আৰু কণ্ঠৰ মায়াজালত..আকৌ এবাৰ... তৰালি বা... I love you ❤️❤️❤️❤️❤️❤️❤️❤️
@pankajdutta9809
@pankajdutta9809 2 жыл бұрын
ইমান ধুনীয়াকৈ কাহিনী টো সংযোজন হৈছে গানৰ লগত ,,, সঁচাই ❤️🙏🏿❤️
@robinchetia
@robinchetia 2 жыл бұрын
হৃদয়ত চুই গল অ তৰালী বা 🔥🔥🔥💖💖💖💖💖💖💖🥀🥀🥀🥀🥀
@nayanjyotibora6362
@nayanjyotibora6362 2 жыл бұрын
Apuniu kom nhoi mam ❤ .. Apunar personality great 👏👍👍👍❤❤❤❤ ru bohut kotha kobo mon jai apunar bixoe.. Kintu kuar proyuijon nai.. Xai kotha bur apunar ganor jugedie xokolue gom pai ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bhabitakalita3588
@bhabitakalita3588 2 жыл бұрын
চকুপানী ওলাই গ'ল বা। কি সুন্দৰ অভিনয় ধৰিব‌ই নোৱাৰি এইটো যে কেৱল অভিনয় একেবাৰে real যেন আৰু। আবেগিক হৈ গৈছো গানটোৰ অৰ্থবোৰৰ বাবে....
@bhrigudas246
@bhrigudas246 2 жыл бұрын
এইবোৰ গানে অন্তৰ চুই যায়, দেহত কম্পন ৰ সৃষ্টি কৰে। ❤❤❤❤❤❤my favourite Tarali Baa🥰🥰🥰
@nandanpegu96
@nandanpegu96 2 жыл бұрын
Thank you so much Ma'm for delivering us this soulful and touching song🎵🎵🎵. Always and forever will keep loving you and your works! 😌
@khasminchoudhury7682
@khasminchoudhury7682 2 жыл бұрын
কি কন্ঠ ,আপ্লুত হৈ উঠে মন প্ৰাণ । ধন্যবাদ বা ইমান ধুনীয়া গীতটিৰ বাবে😍😍 বহুত বহুত মৰম থাকিল দেই
@kabya2002
@kabya2002 2 жыл бұрын
বহুত ভাল লাগিলে বা.... হৃদয় চুই গ'ল .....💚💚💚💚💚💚💚
@siddharthasharma19
@siddharthasharma19 2 жыл бұрын
বৰ সুন্দৰ লাগিল ।মঞ্জুল দা ই এনেই চিন্তা কৰিছিল ।ইমান ধুনীয়া হৈছে ।অভিনয়ো বৰ ধুনীয়া🙏❤️ মন ভৰি গ'ল
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
কি আচৰিত কণ্ঠ !!! সুন্দৰ শব্দ আৰু কণ্ঠৰ সমাহাৰে এক অনন্য মাত্ৰা প্ৰদান কৰিছে গীতটোক।
@rajashrinath2562
@rajashrinath2562 2 жыл бұрын
সচাঁকে এটা অতি হৃদয়স্পর্শী গান। নিজৰ চকুপানী খিনিক বাধা দিব নোৱাৰিলো। বহুত মৰম বা আপোনালৈ❤❤
@jyotirmoy4157
@jyotirmoy4157 2 жыл бұрын
Best female singer of Assam😍😍😍🙏🙏
@pujarajbangshi2345
@pujarajbangshi2345 2 жыл бұрын
Hklot koi priyo apuni ❤
@educationtechnology3575
@educationtechnology3575 Жыл бұрын
I love this song .. Torali baideo gaan mur hodai priyo.. My study life ai song bur huni huni pohu aponak log pyar akha katiya pura
@karabidas7261
@karabidas7261 2 жыл бұрын
আস্... মন ভৰি গ'ল ❤ what a lyrics ! what a voice ma'am ! what a concept...❤
@jahnobi8693
@jahnobi8693 2 жыл бұрын
O karabi ba...gaantu bohut val lagil noh❤️❤️
@chirojyotipamegam4606
@chirojyotipamegam4606 2 жыл бұрын
মোৰ প্ৰিয় ব্যক্তিৰ Caller Tune ❤❤ বহুত ভাল পাওঁ এই গীতটিক
@santonuborpatra77234
@santonuborpatra77234 2 жыл бұрын
I literally cried. 😭😭❤️ Lyrics , composition & the concept was amazing...🙂
@jibeswarbora8757
@jibeswarbora8757 2 жыл бұрын
অনন্য আৰু একক। সঙ্গীতেই পৰিৱেশ সৃষ্টি কৰিছে। সুৰ,শব্দৰ মায়াজালে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে।
@priyankakousik5100
@priyankakousik5100 2 жыл бұрын
Ba gaan2 ru kothakhini emn dhunia , aru logote vdo 2 .bht vl lgil❤️❤️❤️❤️
@minchen0713
@minchen0713 2 жыл бұрын
আপোনাৰ কণ্ঠত মুগ্ধ হৈ যাও , আপোনাৰ সঙ্গীতৰ মধুৰ সুৰত 😊। আপোনাৰ নতুন নতুন সঙ্গীতৰ বাবে সদায় অপেক্ষাত থাকিম 😇
@kowshikabhattacharya1529
@kowshikabhattacharya1529 2 жыл бұрын
Great song and work by a great artist 😍❤️ spectacular composition with lots of emotion
@BidyutJyotii
@BidyutJyotii 2 жыл бұрын
"ঠেৰেঙা বুকুত হেৰুৱা অতীত"🌻 ভাষা নাই:)🥺❤
@I-am-mon.
@I-am-mon. 2 жыл бұрын
10 মিনিট 18 ছেকেণ্ড সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালো ,,,,খুব ধুনীয়া লাগিছে বাইদেউ,,,,❤️
@jumbledjimoni692
@jumbledjimoni692 2 жыл бұрын
Emmman dhuniya gan2 kio xuna nasilu xai vabi beya lagise 🥺🥺🥺 but ojaantric t apunar episode2 sai aaaiii2 sabo palu ,,, bohut dhunia 😍😍😍 Lob 4m OJAANTRIC FAMILY Tarali Ba ❣️❣️❣️
@nilakshisaikia6245
@nilakshisaikia6245 2 жыл бұрын
বা কি ক’ম ভাষা নাই❤️বহুত ডাঙৰ অনুৰাগী আপোনাৰ,জীৱনত এবাৰ ইচ্ছা আছে আপোনাৰ লগত কাম কৰাৰ❤️
@kangkanasarma389
@kangkanasarma389 2 жыл бұрын
বহুত মৰম আপোনালৈ...❤️❤️অলেখ অযুত‌ শুভ কামনা🙏🙏💖 আপোনাৰ গান আপোনাৰ কথাই আমাক প্ৰেৰণা যোগাই❤️
@pranjitdeka1255
@pranjitdeka1255 2 жыл бұрын
Masterpiece ♥️
@apurbabaishya7485
@apurbabaishya7485 Жыл бұрын
ভাষা নাই নিজৰ অনুভূতি খিনি প্ৰকাশ কৰাৰ, কি এক সুন্দৰ কণ্ঠ, গীত আৰু সংগীতৰ এক সুন্দৰ নিদৰ্শন, অশেষ মৰম আৰু শুভ কামনা সদায় থাকিব বাইদেউ আপোনালৈ। লগতে অসমীয়া বোলছবি " অনুৰ " আপুনি যি সংগীত সৃষ্টি কৰিছে সঁচাই এক অনন্য মাত্ৰা দিছে ছবি খনক।
@papuchoudhury8177
@papuchoudhury8177 Жыл бұрын
Iman dhuniya gantu...hunile huni thakibo mon jai..huni huni amoni nalage.. concept tu bor dhuniya ekhon movi hobo lagisil
@lonelywalker6476
@lonelywalker6476 2 жыл бұрын
Spectacular composition, awesome singing. Splendidly executed video
@vazkar3015
@vazkar3015 2 жыл бұрын
গানটো প্ৰথম release হওতেওঁ চাইছিলো, আৰু এতিয়া Ojaantric চাই আকৌ আহিলো😍 বহুত ভাল লাগে আপোনাৰ গানবোৰ লগতে কথাবোৰ😍
@rajdeepmazumder5551
@rajdeepmazumder5551 2 жыл бұрын
My all time favourite Assamese singer. Loads and loads of love at Tarali Baa
@pragyasaikia5261
@pragyasaikia5261 2 жыл бұрын
💚💜💖👌👌👌 অপূৰ্ব অনন্য অনন্য বা। কিমানবাৰ যে শুনিছোঁ.... তথাপি হেঁপাহ নপলাই। গীতৰ শব্দ, কণ্ঠ, পৰিকল্পনা, পৰিচালনা সকলো অপূৰ্ব 💖👌👌। সহস্ৰ প্ৰণাম তথা সকলোলৈ গভীৰ অভিনন্দন জনালোঁ।।
@jyotshna9858
@jyotshna9858 2 жыл бұрын
অ বা , কি গাইছা অ'.. উশাহো ৰৈ গৈছে ...!! ❤️
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 79 МЛН
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,4 МЛН
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 79 МЛН
Deuka meli dilu | Tarali Sarma | Windsongs | Assamese Modern Song
6:01
Tarali Sarma:Windsongs
Рет қаралды 328 М.
Henguliya Xopune | Assamese Modern Song | Tarali Sarma | Henguliya
4:44
Tarali Sarma:Windsongs
Рет қаралды 1,8 МЛН
NIYOR XEMEKA-OFFICIAL HD
4:55
Pride East Entertainments Pvt/ Ltd
Рет қаралды 3 МЛН
Xora Pate Pate | Popular Assamese song | Gayatri Hazarika | Lyrical Video
5:00
AHIBA TUMI | TARALI SARMA | HENGULIYA | ASSAMESE MODERN SONG
5:36
Tarali Sarma:Windsongs
Рет қаралды 5 МЛН
إخفاء الطعام سرًا تحت الطاولة للتناول لاحقًا 😏🍽️
00:28
حرف إبداعية للمنزل في 5 دقائق
Рет қаралды 79 МЛН