Uff❤.....eta kotha bhabi napau...emn dhuniya voice ru meaningful gaan bur manuhbute kio nuhune... Kunu meaning nothoka gaan bur or pasot manuhbur kio emn crazy.
কি যে সুন্দৰ কথা Rahul Gautam Sharma। তৰালী বাৰ কণ্ঠই সোণত সুৱগা চৰাইছে ❤ ।
@abhiborthakur74 ай бұрын
Mam, please do a collaboration with Sankuraj. We the people of Assam definitely deserve a romantic masterpiece from the melody king and queen of Assam. It's our demand.
@rathinborahthengal43838 ай бұрын
উফ ইমান সুন্দৰ ৷অন্তৰাত্মাত সোমাই গৈছে৷
@jadugogoi89265 ай бұрын
ও বা তুমি ক'ত হেৰাই থাকা তোমাৰ নতুন গান আহিছে নেকি প্ৰায বিচাৰি থাকো বা তোমাৰ কণ্ঠ সদায় ভগৱানে এনেদৰে ৰাখক
@kushalgogoi72749 ай бұрын
Bohut bohut val lage apunar song bur hodai vale thok apune❤
@pro91gaming8 ай бұрын
হাজাৰ বাৰ চালেও হেঁপাহ নপলায় ইমান ধুনীয়া concept তৰালী বাৰ কণ্ঠ কি কম...সৌন্দৰ্য্য from inner and outside❤ অনুপ বৰুৱা খুব handsome❤natural acting 😊
তৰালী বা সদায় প্রিয়, এক সুকীয়া আমেজ পাওঁ বাৰ কণ্ঠত❤❤❤🔱🔱
@priyakalita17438 ай бұрын
Very beautiful bishnu ❤❤
@kakumoniphukan48379 ай бұрын
Bohut bohut val lagil xuni
@gunajitsarma79259 ай бұрын
আপোনাৰ সংগীতবোৰ অতুলনীয়
@swapnachutia60549 ай бұрын
আধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ আপোনাৰ নতুন এটি গানৰ বাবে । ধন্যবাদ বা ,আমাক ইমান ধুনীয়া গান বোৰ দিয়া বাবে । ভগৱানে আপোনাক ভালে ৰাখক সদায়। সঁচা প্ৰেমৰ অৰ্থ আপোনাৰ গানৰ জৰিয়তে পাওঁ ❤❤
@surujdas52279 ай бұрын
Bohut dhuniya Baa ❤
@bdas97179 ай бұрын
iman besi dhunia story telling♥️
@sauravborah4829 ай бұрын
Atiau enkua geet hunibole pai asu kebol apunar babei torali baa ,hosakoi bhttkoi bht beleg hosakoi apuni , bujabo nuarakoi val lagise .. hosakoi gaam hole enkuai hobo lage ❤❤ thank you so much for this tarali baa 🤗
@tapanmoran38194 күн бұрын
সোণতে শুৱগা.... Video concept + the song ❤ Couldn't stop myself...and this is my first comment on KZbin...