Deuka meli dilu | Tarali Sarma | Windsongs | Assamese Modern Song

  Рет қаралды 331,008

Tarali Sarma:Windsongs

Tarali Sarma:Windsongs

Күн бұрын

Пікірлер: 816
@guninpathak
@guninpathak Жыл бұрын
তৰালী শৰ্মা, এই বিশেষ নামটোৱেই যিকোনো শব্দৰে গঠিত গান নিৰ্বাচন নকৰে , তেখেতৰ কন্ঠৰে নিগৰিত প্ৰতিটো শব্দ বিশেষ । তেখেত সেয়ে সদায় অদ্বিতীয়। গান শুনি ভাল পোৱা , নিজক গানৰ পৃথিৱীত বিলীন কৰিব হলে সদায় তৰালী শৰ্মা।
@AnkurRajbangshi-c6p
@AnkurRajbangshi-c6p 19 күн бұрын
Eman dhunia gan kintu 1 milion howa nai ❤❤❤
@munmun5459
@munmun5459 Жыл бұрын
Bohut val lage o apunar voice to
@assamesevahwna8465
@assamesevahwna8465 Жыл бұрын
Hundor 🦚........🎧............🎶🎼.........🔊 Mon tu val lagi gol ❤
@pareshdas2570
@pareshdas2570 Жыл бұрын
কথা আৰু সুৰ অপুৰ্ব৷অন্তৰ চুই গল৷
@devoaiteejaan9312
@devoaiteejaan9312 Жыл бұрын
মন মগজু চুই যোৱা গান ...... কণ্ঠ
@shyamolidevi7841
@shyamolidevi7841 Жыл бұрын
বহুত ধুনীয়া গান
@bidyasagarchetia8830
@bidyasagarchetia8830 Жыл бұрын
সুন্দৰ এটি গীত
@MojinMoran-cp9rf
@MojinMoran-cp9rf Жыл бұрын
Antor sui juwa eti git 🤗 thank you so much ba🙏💓
@pronamikonwarmusical
@pronamikonwarmusical Жыл бұрын
Uufff Baa,Mon bhori gol❤️
@atifrehman6011
@atifrehman6011 7 ай бұрын
Wou, নতুন singer শিকিলক এখেতৰ পৰা
@hazarikasisters7268
@hazarikasisters7268 Жыл бұрын
Xuni hepah nopolai Tarali bar gaan bur❤❤
@six1nine388
@six1nine388 Жыл бұрын
অন্তৰ চুই গ`ল।
@chiranjibhazarika4685
@chiranjibhazarika4685 Жыл бұрын
মোৰ অতিকৈ প্ৰিয়... সন্ধিয়াৰ আকাঁশৰ সেই সন্ধাতৰাটিৰ দৰেই যুগ যুগ জ্বিলিকি থাঁকক সংগীতৰ জগতত ✨✨ ✨ সদায় ভাল হৈ থাঁকক...❤সুখী হৈ থাঁকক...❤
@tamaskritchutia-kg4pk
@tamaskritchutia-kg4pk 10 ай бұрын
ডেউকা মেলি উৰি যাবলৈ মন য'ত এখন মুক্ত আকাশ আৰু সেউজীয়া প্ৰকৃতিৰ লগতে অযুত ভালপোৱাৰ ঠিকনা বিচাৰি।❤
@drkshirodsarmah3442
@drkshirodsarmah3442 Жыл бұрын
Nice 👍 song Tarali Baa
@sibanigoswami8216
@sibanigoswami8216 Жыл бұрын
Bohut bhal lagise
@krishnasaikia2782
@krishnasaikia2782 Жыл бұрын
Eman dhunia gantu Amr kaliabor silghat shooting korisea wow❤
@debendrasarma7726
@debendrasarma7726 Жыл бұрын
You are❤ Love you Baaa.. আগলৈ আৰু এনে উপহাৰ পাই থাকিম বুলি আশা ৰাখিলো।❤
@nipadeka1739
@nipadeka1739 Жыл бұрын
Val loga mn sui jowa geet❤
@akhimgogoientertainment4368
@akhimgogoientertainment4368 Жыл бұрын
Bahut dhuniya ❤
@zoydevmusical6290
@zoydevmusical6290 Жыл бұрын
Val xilpir kaam bur xodai val..xodai Hridoyot ase aapuni..
@smritirekhadutta8899
@smritirekhadutta8899 Жыл бұрын
হৃদয় জুৰুৱা এটি গীতব ।
@rodalibhaskarshandilya4856
@rodalibhaskarshandilya4856 Жыл бұрын
বৰ সুন্দৰ🙏🙏🙏🙏🙏
@mamunlaskar8426
@mamunlaskar8426 Жыл бұрын
Ki km ru tarali ba ❤❤ tumar ai kanthat ki j jadu ase nhy ❤❤❤❤bhhht xundar❤❤
@chinmoyeegoswami2719
@chinmoyeegoswami2719 Жыл бұрын
কলিয়াবৰীয়া হিচাপে আজি আকৌ এবাৰ গৌৰৱবোধ কৰিছো। সেই সুযোগকণ দিয়াৰ বাবে ধন্যবাদ মেম। মৰম বোৰ এনেকৈয়ে বিলাই যাওঁক। আশাৰে...
@trishnaborgohain9128
@trishnaborgohain9128 Жыл бұрын
বৰ ভাল লাগিল বাইদেউ।
@riyasonowal8193
@riyasonowal8193 Жыл бұрын
❤️❤️❤️ ba jio tune kio oha nai nu 😭 eman dhunia hidoi sua gaan
@manibankalitanath3648
@manibankalitanath3648 Жыл бұрын
অপূৰ্ব কণ্ঠ ❤️ তৰালী শৰ্মা সদায় আমাৰ হৃদয়ত আছে 💐
@laxmirabha5602
@laxmirabha5602 Жыл бұрын
Immediate meet
@anandarituborah1811
@anandarituborah1811 11 ай бұрын
Dehmon❤❤❤
@udeshnaray4817
@udeshnaray4817 Жыл бұрын
আপোনাৰ প্ৰতিটো গীতে মোৰ প্ৰিয় অবা ।
@siddhartharabha9717
@siddhartharabha9717 Жыл бұрын
সুন্দৰ বা💖
@theSHAYAN1998
@theSHAYAN1998 Жыл бұрын
তুমি শুনা কি নুশুনা, তুমি দেখা কি নেদেখা, লহৰে কোবোৱা মালিতা৷৷ তুমি বুজা কি নুবুজা, তুমি লিখা কি নিলিখা, মৰমে গৰকা কবিতা৷৷ ডেউকা মেলি দিলোঁ.... মনৰ ডেউকা মেলি দিলোঁ 🕊️🕊️🕊️❤️ May almighty God bless you Tarali ba. ❤️✨
@dimpy_999.
@dimpy_999. Жыл бұрын
2:00
@pranabjyotigogoi5497
@pranabjyotigogoi5497 Жыл бұрын
ভাল লগা লাইনকেইটা ❣️❣️
@dhanjitadhikary9025
@dhanjitadhikary9025 Жыл бұрын
এইবোৰ হে মনৰ মাজত ৰাখিবলৈ পৰা গান । হেজাৰ শুনি থাকিলেও হেঁপাহ নোপোলায়। অপূৰ্ব কণ্ঠৎ❤❤❤
@ritumoniboruahdrmelody3758
@ritumoniboruahdrmelody3758 Жыл бұрын
বিৰাট ধুনীয়া হৈছে গানটো বা ❤️❤️
@dulumonidutta2002
@dulumonidutta2002 Жыл бұрын
তৰালী বাৰ গীত সদায় প্ৰিয়💞
@prabalbordoloi8478
@prabalbordoloi8478 Жыл бұрын
wow xosakoi tarali ba gaan ki kom hiya jur pori rol
@rajatchamuah3993
@rajatchamuah3993 Жыл бұрын
Khub xundor hoise ba.......aneu apuni apun aru hukia..kot nu ganor madokota bur nuhua hb...thakib morom vlpua aru brahi jbo ..mathu apuni amak di jaouk apunar gyanor bot gosjupar sah...aru ami joton lom.....
@nayanmonibora9384
@nayanmonibora9384 Жыл бұрын
Gaantu huni mon magaju hokolu jur porigol😌.......... Kimn val lage apunar gaanbur huni heiya aprakakhita😍😍😍😍❤💐
@dimpalbaruah7929
@dimpalbaruah7929 Жыл бұрын
Vogobanor oissorik daan apuni.....apunar protitu ganei mur noom hihorai..
@debajit2106
@debajit2106 Жыл бұрын
কবিতা কবিতা লগা বা জনীৰ কবিতা কবিতা লগা এটি সুন্দৰ গীত৷ আপুনি সদায় প্ৰিয়❤
@nipandeka9621
@nipandeka9621 Жыл бұрын
তৰালী বা সদায় আপোন, সদায় বিশেষ❤️🙏
@nayanjyotisaharia7420
@nayanjyotisaharia7420 Жыл бұрын
Dhuniya haise....Baidow...Bhal lagise....gaan guwa nerib....Apunar gaan bor aami jiyai rakhim...hiya haat pari jaai....
@satyasenapati1992
@satyasenapati1992 Жыл бұрын
Apunar voice,,,,,😢woaao❤ lov u baa bohut vxiiiiii❣️❣️❣️
@niranjanbhattacharyya5207
@niranjanbhattacharyya5207 Жыл бұрын
Aponar geet realese hoaloi bat sai thako. Ajio sei ekei sur pai khub bhal palo.
@tinamedhi2129
@tinamedhi2129 Жыл бұрын
মোৰ প্ৰিয় গায়িকা 🥲🥀😘😍
@karabisonowal4409
@karabisonowal4409 Жыл бұрын
Hosake Tarali Sarma gaane mon chui jai
@indibarchetia2736
@indibarchetia2736 Жыл бұрын
Eman dhuniya .. videography tur kunu superb
@Bikashbarmanperformance
@Bikashbarmanperformance Жыл бұрын
Nice song bohut val lagsa ba.. 😊
@sanghamitraroy7530
@sanghamitraroy7530 Жыл бұрын
Ga mon jur pori gol geet tu huni♥️♥️♥️🥰
@mintugogoi4135
@mintugogoi4135 Жыл бұрын
বাইদেউ আপোনাৰ গান শুনিলে বেলেগ এখন পৃথিৱীত ঘূৰি ফুৰা যেন লাগে, গীতৰ অনুভৱবোৰ হৃদয়ৰ হতে একাত্ম হৈ পৰে❤ ভালে থাকক আপুনি💞
@priyasingha918
@priyasingha918 Жыл бұрын
You are my favorite One Tarali ba,,,, apunar Xur hodai Zipaal hoi thakok anekoi a, gan Tu khub val lagil huni❤❤❤❤
@Avatarheld
@Avatarheld Жыл бұрын
অসমৰ প্ৰিয় আজীৱন প্ৰিয় ফিমেল কন্ঠশিল্পী গৰাকীৰ প্ৰতিটো গান মোৰ বাবে এখন প্ৰিয় কিতাপৰ দৰে প্ৰিয় কবিতাৰ দৰে ৷ কিতাপৰ মাজত লুকুৱাই ৰখা প্ৰেমৰ কবিতা ৰ দৰে চিঠিৰ দৰে ৷ ❤️
@rupanjalisaikia6810
@rupanjalisaikia6810 Жыл бұрын
সুন্দৰ কথা , সংগীত ও কন্ঠ,বৰ ভাল লাগিলে👌
@GogoisVloG
@GogoisVloG Жыл бұрын
বা। সংগীত জগত খনত আপোনাৰ পৰিচয় সুকীয়া স্থান আছে সেইয়া হেঙুলীয়া পৰা আহিবা এদিন আপোনাৰ প্ৰতিটো গীতৰ মাজত এক সুকীয়া মাদকতা বিচাৰি পাওঁ,,,, আপুনি এনেদৰেই ভাল ভাল গীত উপহাৰ দিব বুলি আশা কৰিলোঁ,,,, ❤❤❤❤❤❤
@bipulbaruah5511
@bipulbaruah5511 Жыл бұрын
তৰালিবাক এবাৰ লগ পাবলৈ‌ খুব মন যায় সচাকৈ কিবা এটা ভাল লাগে
@denimvisual
@denimvisual 7 ай бұрын
actually mi ajon cinematographer… gan tur logote gotai kaita clips a mur favourite lgise
@mon_Zero8
@mon_Zero8 Жыл бұрын
বহুত ধুনীয়া সুৰ। শান্ত সমাহিত .... নেপথ্যত চিতাৰৰ সুৰটো ধুনীয়া ।
@nikumonisonowal5680
@nikumonisonowal5680 Жыл бұрын
Ufff Apurba kontho.Bohut besi val lagil ❤❤❤❤❤❤. Ji holeu video r last t val lagil 💙💙💙
@nabajyoti_5789
@nabajyoti_5789 Жыл бұрын
আজিও মনত পৰে সেই কথাখিনি লৈ যে আপোনাৰ গীত ১০০ জনৰ ভিতৰত মাত্ৰ ১০ জনেই হে শুনে আৰু যি ১০ জনে শুনে সদায় শুনিয়েই থাকে...এই আপোনাৰ গানৰ নিচাৰ পৰা কোনোদিন বিৰত নহয়....সঁচাকৈ তৰালী বাইদেউৰ গীত যি এটা বিশেষ মাদকতা পোৱা যায় সেই মাদকতা বেলগ কোনেও দিব নোৱাৰে... ❤
@ajamchi6369
@ajamchi6369 Жыл бұрын
বা সঁচাকৈ বহুত বহুত ভাল লাগিল গান তু শুনি আৰু যাতে এনেকুৱা ভাল ভাল গান দি যোৱা যাতে বাৰু সঁচা কে কিবা মনটো ভাল লাগি গল❤️❤️
@PranjalAhom3613
@PranjalAhom3613 Жыл бұрын
Apunar protitu geet a priyo ba..❤❤❤❤❤
@ManojDas-zy8wg
@ManojDas-zy8wg Жыл бұрын
ডেউকা মানেই এক অনামী আৱেগ..বহুবাৰ শুনিলো তৰালি বা ।।
@mPe-wn8ss
@mPe-wn8ss Жыл бұрын
Xuni bht bht vl lgse😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@AmarjyotiBoruah1
@AmarjyotiBoruah1 Жыл бұрын
*আহিবা তুমি দুপৰ নিশা, এই গান তোৰ পৰাই যেন তৰালী বাইদেউ* *গানৰ প্ৰেমত পৰিছিলোঁ। প্ৰতিটো গানেই প্রিয়।* *◆ধেমাজিৰ পৰা বহু মৰম যাছিলোঁ।* *অমৰ* ❤️
@davidkonwar892
@davidkonwar892 Жыл бұрын
Hundor 👍👍👍
@pranjithira1522
@pranjithira1522 Жыл бұрын
Bohut dhunia hoise baa❣️❣️❣️
@abhiMajuli
@abhiMajuli Жыл бұрын
Montu beya lagile apunar kthake monle ahe tarali sarma ase nhi gan eta Huni lou ei ktha2 mnle ahe aru besi boholai nkou..❤❤❤❤ love you....❤❤
@dineshborah4609
@dineshborah4609 3 күн бұрын
Mam I hv no words,,, m your fan. Watching all ur videos ..mam u r asset of assam .
@ArijeetGallery
@ArijeetGallery Жыл бұрын
কি ক'ম ভাবিয়ে পোৱা নাই l তৰালী বা তুমি যেতিয়াই নতুন গীত আহি থকাৰ বাতৰি জনোৱা, মনত যে তেতিয়াৰ পৰাই কিমান উৎকণ্ঠা জাগে। নতুন গীত শুনিবলৈ পাম, নতুন সুৰ, নতুন সোৱাদ হ'ব আৰু যে ক'ত কি । প্ৰতিটো গীতেই সুকীয়া তোমাৰ। সকলো যেন পাহৰি যাওঁ গীত বোৰৰ মাজত। ধন্যবাদ ইমান বছৰে আমাক ইমান সুন্দৰ সুন্দৰ গীতৰ উপহাৰ দি থকাৰ বাবে। বহুতো মৰম আৰু শুভেচ্ছা থাকিল। 💕
@violinachamuah18
@violinachamuah18 Жыл бұрын
মন ভৰা অনুভৱ
@romenboraakashakash
@romenboraakashakash Жыл бұрын
খুউব সুন্দৰ , মন চুইযোৱা ভাল লাগিল
@romeshpatgirimusicals1886
@romeshpatgirimusicals1886 Жыл бұрын
My favourite Singer Tarali Ba❤ Bahut Val lagil gan2 xuni 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
@gitaliboruah1511
@gitaliboruah1511 Жыл бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ajiu hello tune tu change Kora Ni ahiba tumi
@BabuBabu-pr2zt
@BabuBabu-pr2zt Жыл бұрын
বা আপোনাৰ গীত সমূহলৈ আমি বোৰ সদায় অপেক্ষাৰত ।। ভাল লগা ❤❤❤
@upashikasarma225
@upashikasarma225 Жыл бұрын
Tarali sarmar geet aru srishti Sharma r abhinoy e ki ek sundor jugalbondi rosise. Thank you both of you for entertain us
@anamika2111
@anamika2111 Жыл бұрын
Hodai val lage aru hodai val lagi thakibo apuni aru apunar gaan bur .
@BidyutIITGuwahati
@BidyutIITGuwahati Жыл бұрын
Baa... Hosakoi Bahut dhuniya hoise...as always....keep shining
@rajubhuyansrangbirang
@rajubhuyansrangbirang Жыл бұрын
owoooo ki dhunia ................................................love
@surenkachari6911
@surenkachari6911 4 ай бұрын
One of the best composition of classical music by tarali. Heart touching❤❤❤❤
@dhirajkumardeka5725
@dhirajkumardeka5725 Жыл бұрын
শুনিলো। ভাল লাগিল। চিনেমাটোগ্ৰাফি ভাল লাগিল। নাওৰ পৰা লৰা জনে জাপ মৰাৰ আগে আগে দেখা লৰা জনক চেহেৰাটোৰে গাওঁৰ চৰকাৰী স্কুলত পঢ়া লৰা যেন লগাত মোৰ অলপ অসুবিধা হৈছে। কিন্তু ভিডিঅ টো সুন্দৰ। দেহ মন জোকাৰি যায়
@sbshiva7412
@sbshiva7412 Жыл бұрын
তৰালী বা আকৌ এবাৰ প্ৰেমত পৰিলোঁ তোমাৰ কণ্ঠৰ। এই গীতটোৰ বাবে অপেক্ষা কৰি আছিলোঁ কেতিয়া শুনিব পাম পাম বুলি আৰু আজি শুনিলো সঁচাই ভাল লাগিছে শুনি। এনে লাগিছে যেন মই মোৰ কল্পনাৰ জগত খনত ভাঁহি আছোঁ সঁচাই তোমাৰ গান শুনিলেই দেহ মন আকুল ব্যাকুল হৈ যায়।।।।।
@madhabiborah4593
@madhabiborah4593 Жыл бұрын
অতি সুন্দৰ
@beautifullifebymoonmi
@beautifullifebymoonmi Жыл бұрын
খুব সুন্দৰ গীত।গৌতম শৰ্মা দাদাৰ সৃষ্টি সদায়েই অনন্য।আৰু সেই সৃষ্টি প্ৰাণ পাই উঠিছে তৰালি শৰ্মাৰ কণ্ঠত।
@hirakdeka5809
@hirakdeka5809 Жыл бұрын
সুন্দৰ গীত ।শুনি ভাল পালো বাইদেউ।❤❤❤❤❤❤
@binuddeka7799
@binuddeka7799 Жыл бұрын
বহু দিনৰ পিছত আকৌ এটি উপহাৰ ❤️❤️
@paragkalita7420
@paragkalita7420 Жыл бұрын
অতি সুন্দৰ
@creativityalltime196
@creativityalltime196 Жыл бұрын
যি সকলে তৰালী শৰ্মা বাৰ গান বেয়া পায় মই সেই সকলক বেয়া পাওঁ
@mainaxxx611
@mainaxxx611 Жыл бұрын
Tarali ba apunr voice hunily kunuba akhn blg pithibit gusijao moi bor bhl lgy o. ❤😊
@pulakjyotiroy
@pulakjyotiroy 8 ай бұрын
Very beautiful song
@bajongrongpi6119
@bajongrongpi6119 Жыл бұрын
Eti haibhya homajor ba vip ,sahitya honmilonir etyadi anusthanat paribekhon ot bahutu prakare hunale kiman je bigya kabi homajok alputa karibo heya nischita,eti modhumai paribesh shristi howk, ei akhare. Dhanyabad.
@Bhrigu_Vulu_Nath_Cyclist
@Bhrigu_Vulu_Nath_Cyclist Жыл бұрын
❤❤❤bohut dhunia
@jaanrj2726
@jaanrj2726 Жыл бұрын
100 bar mn xunilu...... Apunar gan katiyau amoni nlge baidau❤❤❤ apuni xodai ankua gan bonai jabo amr krone❤
@ParinitaHazarika-qz7nr
@ParinitaHazarika-qz7nr Жыл бұрын
অপূৰ্ব কণ্ঠ 💕 তৰালী বা সদায় ভালে থাকা❤️
@assamesegirlasha6208
@assamesegirlasha6208 Жыл бұрын
মোৰ প্ৰিয় কণ্ঠশিল্পী গৰাকী। প্ৰতিটো গানেই হৃদয়ত ঠাই পোৱা। আচলতে এইবোৰ গান শুনিব লাগে।
@bistirnaborah2368
@bistirnaborah2368 Жыл бұрын
তৰালী বাৰ গান সদায় প্ৰিয় ❤
@neelamsharma721
@neelamsharma721 Жыл бұрын
Awesome 👌 👏 👍 😍 💖
@sanmihalivlogs3874
@sanmihalivlogs3874 Жыл бұрын
একেৰাহে দুঘন্টামান শুনিয়েই আছোঁ। অথচ হেঁপাহ পলোৱা নাই। তৰালিবা আপোনাৰ কণ্ঠত যাদু আছে। আৰু ল'ৰা-ছোৱালীহালক বৰ আপোন লাগি গ'ল।
@tulasibora6170
@tulasibora6170 Жыл бұрын
অতি সুন্দৰ গীত তৰালী বাইদেউ। আবেলি ৰিজটৰ পৰা।
@SanjayKalita
@SanjayKalita Жыл бұрын
Apunar gaan bor mor bht val lage baa❤❤❤❤
Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs
10:19
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 12 МЛН
I tricked MrBeast into giving me his channel
00:58
Jesser
Рет қаралды 23 МЛН
SISTER EXPOSED MY MAGIC @Whoispelagheya
00:45
MasomkaMagic
Рет қаралды 18 МЛН
Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50
59:04
Oasis Motion Films
Рет қаралды 107 М.
#AnuraagTumarBabe #TaraliSarma #Mukoli
5:59
Tarali Sarma:Windsongs
Рет қаралды 894 М.
Oisono Muhono | Tarali Sarma | Borgeet | Prabhat Sarma | Windsongs
8:04
Tarali Sarma:Windsongs
Рет қаралды 86 М.
Top Hit Songs of Tonmoy Saikia_( Extreme Bass Boosted)_ll_Assamese edm songs
24:25
URMILA l TARALI SHARMA l New Assamese Song 2020
5:40
Antara Studios official
Рет қаралды 50 М.
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 12 МЛН