Upomar Xipare | Deuka | Assamese Modern Song | Tarali Sarma | Anup Baruah l Bishnu Nath

  Рет қаралды 220,547

Tarali Sarma:Windsongs

Tarali Sarma:Windsongs

Күн бұрын

#UpomarXipare #Deuka #TaraliSarma #AnupBaruah #BishnuNath
Presented by #Windsongs Productions
Song - UPOMAR XIPARE
Audio credits
Vocal, Composition, Music - Tarali Sarma
Additional vocals - Arupjyoti Baruah
Lyric- Rahul Gautam Sharma
Music Arrangement-Prasanta Saikia
Additional programing - Dipkesh Borgohain,
Abhinab Borah, Ishanu Sharma
Sehnai - Pt. Lokesh Anand
Tabla - Raja Baruah
Flute- Anjan Medhi
Bass - Jintu Bordoloi
Recordist - Ripunjoy Sarmah
Record, Mix-Master - Jintu Bordoloi at studio #DREAMS
Video Credits
Video concept & Direction- Anup Baruah
Cinematographer - Chandra Kumar
Editor - Manash Kashyap
Cast - Tarali Sarma, Bishnu Nath
Calligraphy- Anup Dutta
Stills- Alakesh Baruah
Posters-Saurabh Hazarika
Video Make Up- Pranjal Pratim Kashyap
Poster Make up - Hiranya Ranjan
LYRICS
উপমাৰ সিপাৰে
উশাহৰ উমেৰে
জিৰণীয়া ভালপোৱা মোৰ
পাৰে পাৰে পাৰাপাৰ
তুমি মই একাকাৰ
বেলিমুৱা ভালপোৱা মোৰ
আধামেলা খিৰিকীত
সৰি পৰা কুঁৱলী
মনে মনে ওলমিনো ৰয়
জীৱনৰে আজীৱন আকলুৱা মৰমত আপোনৰে আপোনকে হৈ
আদৰৰে ডেউকা দূৰণিলে’ মেলি যায় মেঘালীৰে ওৰণিকে লৈ
অভিমানী অনুনয়
অধৰতে সানি লৈ
নিজানৰে নিচুকণি হয়
উপমাৰ সিপাৰে...
দুলি থকা দোমোজাত খেলি থকা সপোনৰ অকমাণি ঘৰ এটি হৈ
হেঁপাহৰে ডেউকা আকাশলে’ উৰি যায় জোনালীকে বোকোচাতে লৈ
অনুৰাগী অভিনয়
দুচকুতে গুঁজি লৈ
পলকতে যুগ পাৰ হয়
Audio available on...
SPOTIFY- open.spotify.c...
APPLE MUSIC- music.apple.co...
SOUNDCLOUD- / 5duqd
AMAZON MUSIC- music.amazon.i...
WYNK- open.wynk.in/o...
KZbin MUSIC- M • UPOMAR SIPARE (From"DE...
JIOSAAVAN-
www.saavn.com/...
#deuka #upomarxipare #upomarsipare #taralisarma #rahulgautamsarmah #windsongs #abhinabbora #jintubordoloi #dreamsstudio #anupbaruah #bishnunath
Follow Tarali Sarma,
on Facebook:
/ taralisarma
on Instagram:
/ taralisarma
on Twitter:
/ taralisarma
For Live Shows:
taralisarma@gmail.com,
windsongsproduction@gmail.com
7002200609
© All rights are reserved to Windsongs,Tarali Sarma,2024
[Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
Shorts remixing this video

Пікірлер: 690
@dishabhuyan
@dishabhuyan 7 ай бұрын
শব্দৰ মায়া জাল , মৌন ভালপোৱাৰ মাধুৰ্যতা , শ্ৰেষ্ঠ বিন্দুত সুৰৰ মধূৰতা, বাৰে বাৰে শুনি থাকিলেও যেন মন নভৰা, এয়াই জানো তৰালী বাৰ গীত নহয় ❤
@abhilashadutta1396
@abhilashadutta1396 7 ай бұрын
এক বুজাব নোৱৰা অনুভৱ......❤
@RAJIBBODOLAND
@RAJIBBODOLAND 7 ай бұрын
তৰালী বাৰ গীতে বাৰে বাৰে মোক প্ৰেমৰ উপমা শিকাই থৈ গুছি যায়, গীত সংগীত আৰু ভিডীঅ'গ্ৰাফী বৰ ধূনীয়া হৈছে।। 'তাতোকৈ ধূনীয়া হৈছে প্ৰেম- ভালপোৱা আৰু কেতিয়াওঁ মনৰ কথা খুলি কব নোৱাৰাৰ উপহাৰ ।
@assamesepoem2038
@assamesepoem2038 7 ай бұрын
" উপমাৰ সিপাৰে " উফ্ এখন যেন উপন্যাসহে । অনুপম-------
@nikukalita4270
@nikukalita4270 7 ай бұрын
আপোনাক এদিন ওচৰত পালে কব মন আছে কিমান ভাল পাওঁ আপোনাক।কিমান আগ্ৰহী হৈ থাকোঁ আপোনাৰ কামবোৰ চাবলৈ❤️❤️🥹খুব ভাল লাগিল
@neelsaikia1238
@neelsaikia1238 7 ай бұрын
আনে এশটা গান দিলেও তৰালী শৰ্মা বাৰ এটা গানেই সকলো হৈ পৰে দেখোন ইমান গভীৰকৈ চুই যায় এই হৃদয়খনক ❤❤❤❤
@janmanideka2801
@janmanideka2801 7 ай бұрын
আপোনাৰ প্ৰতিটো গানেই দুচকু সেমেকাই এইবাৰ ও তাৰ ব্যতিক্রম নহ'ল.......গানটোৰ শেষত চকুৰ কোনত ৰৈ গ'ল এটোপাল তপত অশ্রু 🥺❤
@mrinaljyotimedhi3448
@mrinaljyotimedhi3448 7 ай бұрын
সুন্দৰ গীত ৰাহুল দাদা আৰু তৰালি বা আপুনি সুন্দৰ কৈ কণ্ঠ নিগৰাছে🙏❤️❤️
@Raam80
@Raam80 7 ай бұрын
বিষ্ণু দা (সিং চাৰ) সদাই প্ৰিয় আপুনি ।বহুত ভাল লাগিল গানটো । বৰ ধুনীয়া অভিনয় আপোনাৰ ।আৰু তৰালী বা উফ কি ধুনীয়া গাই আপুনি ❤❤❤ দুয়ো জন সদাই প্ৰিয় আৰু অন্যতম ।
@greeneryassamrg9523
@greeneryassamrg9523 7 ай бұрын
ধুনীয়া ❤ প্ৰতিটো গীতে চুই যায় অপেক্ষা.... ❣️
@pankajgogoi9233
@pankajgogoi9233 7 ай бұрын
ইমান সুন্দৰকৈ উপস্থাপন কৰিছে 🥰😍 প্ৰেমৰ উদাহৰণ🎉 যৌনগন্ধী হ'লেহে যে প্ৰেম নহয়, আজিকালিৰ বোৰে বুজিব নে কোনোবাই বোজোৱাৰ প্ৰয়োজনীয়তা আছে??????
@SujataSaikia
@SujataSaikia 7 ай бұрын
Uff❤.....eta kotha bhabi napau...emn dhuniya voice ru meaningful gaan bur manuhbute kio nuhune... Kunu meaning nothoka gaan bur or pasot manuhbur kio emn crazy.
@JkRay-i2q
@JkRay-i2q 7 ай бұрын
অসমীয়া গায়িকাৰ ভিতৰত, একমাত্ৰ প্ৰিয় আপুনি....কি সুন্দৰ গীত এটি উপহাৰ দিছে আমালৈ। ধন্যবাদ 🙏🙏🙏
@swapnaliborgohain6150
@swapnaliborgohain6150 10 күн бұрын
মন চুই গ'ল .... বৰ ভাল লাগিল তৰালি বা ...❤
@pro91gaming
@pro91gaming 7 ай бұрын
হাজাৰ বাৰ চালেও হেঁপাহ নপলায় ইমান ধুনীয়া concept তৰালী বাৰ কণ্ঠ কি কম...সৌন্দৰ্য্য from inner and outside❤ অনুপ বৰুৱা খুব handsome❤natural acting 😊
@romidgayari7550
@romidgayari7550 2 ай бұрын
সদায় প্ৰিয় আৰু অতুলনীয়....❣️
@dweeppatgiri9267
@dweeppatgiri9267 7 ай бұрын
অন্তৰ চুই যোৱা কথা আৰু সুৰ৷ সদায়ৰ দৰে সুন্দৰ৷ আপুনি মোৰ সদায় প্ৰিয় আৰু শ্ৰদ্ধাৰ...ভালে থাকক আপুনি !
@jugalkalita4359
@jugalkalita4359 6 ай бұрын
ধন্য হে শিল্পী আপোনাক ! আপোনাৰ গান বহুত দেৰিকৈ আহে , কিন্তু যেতিয়াই আহে প্ৰত্যেক বাৰেই সেই একেই সতেজতা অনুভৱ কৰোঁ ❤❤
@Upasvlog-i3f
@Upasvlog-i3f 4 ай бұрын
তৰালী শৰ্মা বাইদেউৰ গান আৰু ব্যক্তিত্বই বৰকৈ আকৰ্ষণ কৰে মোক মোৰ ঘৰৰ সকলোকে ।
@rajdeeponowal1989
@rajdeeponowal1989 7 ай бұрын
আপোনাৰ গীতত আমি অন্য পৃথিৱীলৈ গুচি যাওঁ।❤🎉
@DharitriborahDharitriborah
@DharitriborahDharitriborah 19 күн бұрын
গান আৰু কাহিনী সুন্দৰকৈ সজাইছে,❤️❤️❤️
@bhargavmisra1112
@bhargavmisra1112 7 ай бұрын
আজি ৰিলিজ কৰাৰ লগে লগে শুনিলো... বহুত ভাল লাগিল.. হৃদয় চুই গল... Lots of love ❤
@MdRupchan-m3l
@MdRupchan-m3l 6 ай бұрын
Singh Sir (Bishnu Sir) fantastic.. iman dhunia hoise Acting Dyotare. One of my favourite Actor you are ❤❤❤❤❤❤❤❤
@mayurimayuripatgiri9602
@mayurimayuripatgiri9602 7 ай бұрын
বাৰ গান সদায় প্ৰিয়❤
@ljk6618
@ljk6618 7 ай бұрын
গানৰ কথা আৰু চিত্ৰনাট্য অপূৰ্ব। তৰালী বা যে এগৰাকী ভাল অভিনেত্ৰী বৰ সুন্দৰকৈ প্ৰকাশ পাইছে 🎊🎉🔆✨।
@one9-dhi
@one9-dhi 7 ай бұрын
মানুহগৰাকী আনবোৰতকৈ কিছু পৃথক❤
@Kartikkalita95
@Kartikkalita95 6 ай бұрын
কেনে সুন্দৰ গীত। তৰালী বাৰ গীতৰ কথা, উপস্থাপন শৈলীয়ে সুকীয়া। প্ৰাকৃতিক, নিৰ্ভেজাল প্ৰেমৰ অপূৰ্ব নিদৰ্শন পোৱা যায় গীতবোৰত।
@debajitdeka2602
@debajitdeka2602 7 ай бұрын
একেই আছে সুৰৰ ঠিকনা, একেদৰেই বৈ থাকক চিৰদিন...❤
@fairytaleswithSB
@fairytaleswithSB 7 ай бұрын
❤❤❤ আপোনাৰ সুৰত আপোনাৰ মাতত হৃদয় খন আনন্দত মতলীয়া হয় আপোনাৰ গীতে যেন প্ৰেমৰ ফাগুন কঢ়িয়াই আনে❤❤❤ আপুনি ভালে থাকক❤
@RajumoniDas-hj5km
@RajumoniDas-hj5km 6 ай бұрын
গানটো শুনিবলৈ বহুত ভাল লাগিল আৰু তৰালী বা ৰ গেটৰ সন্মুখত পেপাৰ লোৱা চিনটো বহু বছৰলৈকে মনত ৰাখিম
@abhiborthakur7
@abhiborthakur7 2 ай бұрын
Mam, please do a collaboration with Sankuraj. We the people of Assam definitely deserve a romantic masterpiece from the melody king and queen of Assam. It's our demand.
@J.Kproductions120
@J.Kproductions120 7 ай бұрын
অতুলনীয় ❤ আপুনি মোৰ সদায়ে প্ৰিয় আৰু শ্ৰদ্ধাৰ, ভালে থাকক আপুনি ❤️🤍
@tridibjyotimoran9058
@tridibjyotimoran9058 7 ай бұрын
বহুত ধুনীয়া লাগিল তৰালি বা।
@smartsolution-t8c
@smartsolution-t8c 7 ай бұрын
বৰ ভাল লাগিছে। সুন্দৰ হৈছে অভিনয় বিষ্ণু আৰু তৰালী ।বৰ আবেগিক কৰি দিলা ।❤❤❤
@indujyotibora6394
@indujyotibora6394 7 ай бұрын
গীত আৰু কাহিনীয়ে অন্তৰ পৰশি গ’ল❤❤❤
@paragbarman7899
@paragbarman7899 Ай бұрын
Tarali ba I hope u willread my coment.. বহু দিন আগত আপোনাৰ এটা এলবাম আছিল “খিৰীকি মুখৰ আলহী” আমি সৰু আছিলো, এলবামটো সংৰক্ষন কৰা নহল। এতিয়া গান কেইতা বিছাৰিলেও পোৱা নাযায় পাৰিলে আপোনাৰ youtube channel ত upload কৰি দিব
@describeplaces9568
@describeplaces9568 7 ай бұрын
(Singh Sir ) Bishnu sir Personality bahut val lage! Such a good human you are. Respect you Sir as always.Superb act both of u ❤❤❤❤Mon Sui gol.
@chilmilsapun325
@chilmilsapun325 7 ай бұрын
কি ধুনীয়া ❤
@khusbuborah430
@khusbuborah430 5 ай бұрын
পাহৰিব নোৱাৰিম কেতিয়াও❤
@jadugogoi8926
@jadugogoi8926 3 ай бұрын
ও বা তুমি ক'ত হেৰাই থাকা তোমাৰ নতুন গান আহিছে নেকি প্ৰায বিচাৰি থাকো বা তোমাৰ কণ্ঠ সদায় ভগৱানে এনেদৰে ৰাখক
@deepikaborah7231
@deepikaborah7231 7 ай бұрын
বৰ ভাল লাগিল গানটো। আপোনাৰ প্ৰতিটো গীতেই সুকীয়া আৰু অন্তৰ চুই যোৱা। আপোনাৰ গান মুক্তি পালে বহুত ভাল লাগে। ৰৈ থাকো নতুন গানৰ বাবে।
@Chintumanihazarika
@Chintumanihazarika 7 ай бұрын
Shehnai য়ে গোটেই গানটোকে সোণত সুৱগা কৰি তুলিছে।❤
@SimaRay-r4j
@SimaRay-r4j 6 ай бұрын
অন্তৰ চুই যায় আপোনাৰ কন্ঠ বাইদেউ ❤
@makanmisra6571
@makanmisra6571 7 ай бұрын
সঁচা কৈ অতি সুন্দৰ গীত। গীতৰ কথা সুৰ আৰু ভিডিও খুউব সুন্দৰ মন চুই যোৱা হৈছে।
@rustomraagsaikia1590
@rustomraagsaikia1590 7 ай бұрын
অন্তৰস্পৰ্শী গীত তৰালী বা❤সদায়ে প্ৰিয় আপোনাৰ কন্ঠ আৰু প্ৰতিটো গীতেই❤ অনুপ্ৰেৰণা আপুনি আৰু আপোনাৰ সংগীত আমাৰ বাবে❤ভালে থাকক আৰু ভাল ভাল গীত আমাৰ বাবে দি যাব অনাগত দিনত। বহুত বহুত মৰম❤
@pradyutsharmapradyut5535
@pradyutsharmapradyut5535 4 ай бұрын
ক'বলৈ আৰু ভাষা নাই বহুত ধুনীয়া লাগিছে গীতটি❤️❤️❤️
@banashrigogoi4192
@banashrigogoi4192 7 ай бұрын
বাইদেউ ,আপোনাৰ প্ৰতিটো গীতেই প্ৰিয় ৷ কুশলে থাকক ৷
@parashmoniborahofficial7126
@parashmoniborahofficial7126 7 ай бұрын
শান্তি যেন অনুভৱ আপোনাৰ মাত লগ হ'লে কম কেতিয়াবা আপুনি যে কিমান প্ৰিয় ভালে থাকক এসোপা মৰম❤❤
@hiramoniborah5125
@hiramoniborah5125 7 ай бұрын
ইমান কোমলতা শব্দবোৰ, কথাবোৰ, কাহিনী, ক'ৰবাত হিয়াখন ভাগি যায়, মানুহ গৰাকীৰ দৰে প্ৰানৱন্ত, মানুহ গৰাকীৰ দৰে আলসুৱা, প্ৰিয় সদায় প্ৰিয় হৈ থাকক ❤❤❤❤
@alimuliassam6405
@alimuliassam6405 7 ай бұрын
তৰালী বা,কি সুন্দৰ উপহাৰ দিলে আপুনি। সংগীতৰ সাম্ৰাজ্ঞী আপুনি । আপোনাৰ কণ্ঠত প্ৰতিটো গীতেই আকৌ নকৈ ৰঙ বিৰিঙাই । গীতৰ ভাষাত ভাৱ সুন্দৰকৈ উজলি উঠিছে বা। শেষ আৰু সুন্দৰ । আশাৰে________❤🙏🌼🥺❤ #Prakashbarman
@parbinsultana2143
@parbinsultana2143 7 ай бұрын
তৰালী বা তুমি এক অন্যতম ❤ কুশলে থাকক ❤❤❤❤❤
@ranjansharma96
@ranjansharma96 7 ай бұрын
কবলৈ ভাষা নাই,,,হিয়ামন আলোড়িত কৰি গ'ল,,,মৰম-আবেগ-হেঁপাহৰ এটি মন পৰশা গীত,,,,অভিনন্দন জ্ঞাপন কৰিলোঁ,,,❤❤❤❤❤
@jeetrfatho7733
@jeetrfatho7733 7 ай бұрын
মোৰ বাবেই সদায়ে প্ৰিয় আৰু অনন্য বা জনী❤❤❤
@Nayansaikia
@Nayansaikia 7 ай бұрын
তৰালী বা সদায় প্রিয়, এক সুকীয়া আমেজ পাওঁ বাৰ কণ্ঠত❤❤❤🔱🔱
@rajashreeandmou
@rajashreeandmou 7 ай бұрын
খুবেই মনপৰশা❤তৰালি বাৰ কন্ঠ সদায়েই প্ৰিয় 😍দুয়োগৰাকীৰে অভিনয়ে মন চুই গ’ল 🌼
@arundhatidas7881
@arundhatidas7881 7 ай бұрын
আপোনাৰ গানত কিবা এটা বিশেষ থাকে ৷ সেয়ে আপুনি তুলনাহীন ৷ ❤❤❤❤❤❤❤❤❤❤❤❤
@bimandutta1302
@bimandutta1302 7 ай бұрын
"উপমাৰ সিপাৰে" খুবেই ভাল লাগিল। ভালপোৱা, ভাললগা এই উপমাসমূহে কেনেকৈ সমৃদ্ধ কৰে সচাঁকৈ ব্যক্তি বিশেষক! ভাবিলেও ভাললগা যি। জীৱন সমৃদ্ধ। জীৱন ব্যাপ্ত। জীৱন শীৰ্ষ। জীৱন উন্মুক্ত। ❤❤❤❤
@parthaduarah2567
@parthaduarah2567 7 ай бұрын
সদায় প্রিয়। বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিল। আজিৰ পুৱা আপোনাৰ গীতেৰে আৰম্ভ কৰিছোঁ । ❤❤❤❤
@swapnachutia6054
@swapnachutia6054 7 ай бұрын
আধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ আপোনাৰ নতুন এটি গানৰ বাবে । ধন্যবাদ বা ,আমাক ইমান ধুনীয়া গান বোৰ দিয়া বাবে । ভগৱানে আপোনাক ভালে ৰাখক সদায়। সঁচা প্ৰেমৰ অৰ্থ আপোনাৰ গানৰ জৰিয়তে পাওঁ ❤❤
@hemashreepathak8361
@hemashreepathak8361 7 ай бұрын
বহুত মৰম দিলোঁ মাহী ❤️ --হিয়া
@rathinborahthengal4383
@rathinborahthengal4383 7 ай бұрын
উফ ইমান সুন্দৰ ৷অন্তৰাত্মাত সোমাই গৈছে৷
@madhabinathsaikia7536
@madhabinathsaikia7536 7 ай бұрын
সদায় প্ৰিয় আপোনাৰ গীত ।পুৱাই শুনিলো । বিষ্ণুৰ এক্টিং আৰু কি কম তেওঁক ও বহুত ভাল লাগে
@sajidabegum4096
@sajidabegum4096 7 ай бұрын
অপেক্ষাৰ অন্তত...🌺প্ৰতিটো গীতৰে এক সুকীয়া মাদকতা.... আপুনি যিয়েই গান নাগাই কিয় বুকুত যে আঁচ বহিব বুকু দাথি ক'ব পাৰো..... ❤শান্তি পাও আপোনাৰ গীতত... ভালে থাকক সদায়❤❤
@VISHWATHEWORLD
@VISHWATHEWORLD 7 ай бұрын
Love you tarali sharma, Sending Love From Kathmandu, Nepal, May God Bless You.
@Maina198
@Maina198 7 ай бұрын
বা আপোনাৰ কন্ঠ❣️❣️ বাৰে বাৰে শুনিলো ইমান যে ভাল লাগিছে ❤❤ লগতে video concept সুন্দৰ ❣️❣️❣️ দুজন প্ৰিয় মানুহক একেলগে দেখি সুবে ভাল লাগিল😊😊😊 শুভেচ্চা যাছিলোঁ 🎉🎉
@anupbhattacharjee4518
@anupbhattacharjee4518 7 ай бұрын
আপোনাৰ নতুনবোৰলৈ অধিক আগ্ৰহেৰে ৰৈ থাকো বা 😊 এইদৰে সদায় নতুন নতুন উপহাৰ দি যাওঁক💐
@official-vf2tb
@official-vf2tb 7 ай бұрын
বা❤️❤️ আপোনাৰ আজীৱন প্ৰেমিক ❤️❤️❤️
@rmk854
@rmk854 7 ай бұрын
*উপমাৰ শিপাৰে* *উশাহৰ উমেৰে* *জিৰণীয়া ভালপোৱা* ..... *ভাল লাগি লাগিল* ... (মোৰ যেন চোৱাতকৈ শুনি বেছি ভাল লাগিছে) ... 😌
@somenjyotibayan
@somenjyotibayan 7 ай бұрын
হিয়া শাত পৰি গ'ল বাইদেউ....👌👌👌 ❤❤❤
@jeetbaruah2964
@jeetbaruah2964 7 ай бұрын
প্ৰকৃত অসমীয়া গীত ❤❤❤
@bijumanisarma5961
@bijumanisarma5961 7 ай бұрын
মন ভৰি গৈছে।❤❤
@mridusmitahazarika2456
@mridusmitahazarika2456 7 ай бұрын
বৰ ভাল লগা বা ❤♥️♥️♥️
@mayurakshimahanta7825
@mayurakshimahanta7825 7 ай бұрын
হৃদয় আলোড়িত কৰা গীত ❤️❤️❤️
@mallikagogoi2362
@mallikagogoi2362 3 ай бұрын
কি যে সুন্দৰ কথা Rahul Gautam Sharma। তৰালী বাৰ কণ্ঠই সোণত সুৱগা চৰাইছে ❤ ।
@GAKULBANIA-c2i
@GAKULBANIA-c2i 7 ай бұрын
কাহিনি ভাগে মন টো সেমেকি থৈ গ'ল।❤
@himanipathak4993
@himanipathak4993 2 ай бұрын
প্ৰিয় নাৰীৰ, কিযে অপুৰ্ব্ব কণ্ঠ ♥️♥️♥️
@chinmoyeegoswami2719
@chinmoyeegoswami2719 7 ай бұрын
সঁচাকৈ ক'ব গ'লে expectation আৰু বেছি আছিল... তথাপি ❤
@himakshimedhi4868
@himakshimedhi4868 7 ай бұрын
প্ৰতিটো গীতেই হৃদয় চুই যায়❤
@bontigogoi7214
@bontigogoi7214 5 ай бұрын
অনুপম ...👏বাৰে বাৰে শুনিলেও মন নভৰে ...
@gunajitsarma7925
@gunajitsarma7925 7 ай бұрын
আপোনাৰ সংগীতবোৰ অতুলনীয়
@Antukakoty3677
@Antukakoty3677 7 ай бұрын
বৰ সুন্দৰ গীতৰ কথা, সুৰ আৰু দৃশ্য গ্ৰহণ। আপোনাৰ সুমধুৰ কণ্ঠে আৰু শ্ৰুতিমধুৰ হৈছে। বহু মৰম,শুভেচ্ছা আৰু অভিনন্দন মৰমৰ তৰালী বা 💐❤️💚🎉💕🥰
@beenaborah1098
@beenaborah1098 7 ай бұрын
আপোনাৰ প্ৰতিটো গীতেই ইমান অৰ্থবহ আৰু হৃদয়স্পৰ্শী । মন ভৰাই তুলিব পাৰে ।
@Shivthakur-s9t
@Shivthakur-s9t 7 ай бұрын
Bishnu Sir such a lovely Acting..you are the Great. I really don't know the language but I can understand all the Great concepts
@simantachetia6746
@simantachetia6746 7 ай бұрын
অপোনাৰ গানবোৰ বৰ ভাল লাগে। For me, You are the Best female singer of Assam .
@utpalkalita9640
@utpalkalita9640 7 ай бұрын
আপোনাৰ গান সদায় অতুলনীয়
@jurmalaya30
@jurmalaya30 7 ай бұрын
গানটোক চেহনাইয়ে এক বেলেগ মাত্রা প্ৰদান কৰিছে। এটি সুন্দৰ গীত।
@dinendragoswami21
@dinendragoswami21 7 ай бұрын
এটা শব্দত-'অনন্য'❤
@brishtipriyadevi2656
@brishtipriyadevi2656 7 ай бұрын
উফ কিমান যে ভাল পাওঁ আপোনাৰ গান, আপোনাৰ কণ্ঠ❤❤ শুনিয়ে থাকিব মন যায়🥰🥰🥰
@ratulhazarika7836
@ratulhazarika7836 7 ай бұрын
Bahut dhunia hoise, @Bishnu well done bro❤❤
@elaboruah6546
@elaboruah6546 4 ай бұрын
মিঠা অনুভৱেৰে এটি সুমধুৰ গীত। আপোনাৰ গীত সদায়েই প্ৰিয় ❤
@chengrajkhowa2144
@chengrajkhowa2144 7 ай бұрын
বহুত ভাল লাগে আপোনাৰ গীতবোৰ।❤
@rimi_rabha
@rimi_rabha 7 ай бұрын
অধিৰ অপেক্ষাৰে ৰৈ আছিলোঁ বা, অবশেষত.... মন চুই যোৱা সুৰ, অনুভৱ..বহুত ধুনীয়া বা❤️❤️🌻
@kushalgogoi7274
@kushalgogoi7274 7 ай бұрын
Bohut bohut val lage apunar song bur hodai vale thok apune❤
@uddipnath753
@uddipnath753 7 ай бұрын
শ্ৰদ্ধা আৰু বহুত বহুত মৰম দুয়োলৈ🎉❤❤। Everything behind the song is just ❤.
@pranabjyotigogoi5497
@pranabjyotigogoi5497 7 ай бұрын
তৰালী শৰ্মা বাইদেউৰ সদায় প্ৰিয় ❤❤ ।
@momisharma1445
@momisharma1445 7 ай бұрын
গভীৰ অনুভৱে চুই গ’ল
@biduytbikashsarmathakur1620
@biduytbikashsarmathakur1620 7 ай бұрын
বৰ ভাল লাগিল বাইদেউ❤😊
@jdentertainment9434
@jdentertainment9434 7 ай бұрын
ভাল লাগিল বাইদেউ❤️❤️, আপুনি সদায় অলপ ব্যতিক্ৰম💐❤️
@TridipKalita-iw1bt
@TridipKalita-iw1bt 7 ай бұрын
BISHNU Concept is heart touching with the natural acting its simply great ❤‍
@radiolover..6422
@radiolover..6422 7 ай бұрын
আমনি নলগা কথাংশ..... শুভেচ্ছা জনালোঁ ❤️❤️❤️
Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs
10:19
World‘s Strongest Man VS Apple
01:00
Browney
Рет қаралды 58 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 53 МЛН
Зу-зу Күлпаш 2. Бригадир.
43:03
ASTANATV Movie
Рет қаралды 749 М.
Ananta Beenar Xur
5:06
Rupam Bhuyan - Topic
Рет қаралды 3,7 М.
Oisono Muhono | Tarali Sarma | Borgeet | Prabhat Sarma | Windsongs
8:04
Tarali Sarma:Windsongs
Рет қаралды 84 М.
AHIBA TUMI | TARALI SARMA | HENGULIYA | ASSAMESE MODERN SONG
5:36
Tarali Sarma:Windsongs
Рет қаралды 5 МЛН
Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50
59:04
Oasis Motion Films
Рет қаралды 107 М.
Xora Pate Pate | Popular Assamese song | Gayatri Hazarika | Lyrical Video
5:00
Deuka meli dilu | Tarali Sarma | Windsongs | Assamese Modern Song
6:01
Tarali Sarma:Windsongs
Рет қаралды 328 М.
Tumi Oha Bate
6:04
Papon
Рет қаралды 63 М.
С кем Вика пойдёт на свидание?
0:19
ЛогикЛаб
Рет қаралды 1,1 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
0:22
Celine Dept
Рет қаралды 24 МЛН
Anaya Vampire 🧛‍♀️ Ban Gayi 🥵
0:20
Anaya Kandhal
Рет қаралды 25 МЛН
БАБУШКА ВСЁ ИСПОРТИЛА #shorts
0:24
Паша Осадчий
Рет қаралды 546 М.
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
0:47
火影忍者一家
Рет қаралды 108 МЛН
本来想救他一命,终究还是没躲掉
0:36
侠客红尘
Рет қаралды 6 МЛН