Jorhat||শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মোৎসৱ

  Рет қаралды 143,383

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 202
@rupjyotichetia4803
@rupjyotichetia4803 2 жыл бұрын
বৰ ধুনীয়াকৈ বিশ্লেষন ক ৰি ভাওনা ভাগ উন্মোচন ক ৰিলে। শুনি পৰম সন্তোষ পালো। কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক।
@shyamborah2202
@shyamborah2202 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপদেব, আপোনাৰ দ্বাৰা মহা ভাগতৰ বাখ্যা মই আজি ৩/৪ দিন ধৰি শ্ৰবণ কৰি আছো, আৰু আপোনাৰ দীৰ্ঘায়ূ কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ।
@RidipMainavlogs
@RidipMainavlogs 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো ।অতি সুন্দৰ ব্যাখ্যা বাপ জনা, আপ্লুত হলো। শ্ৰৱণ কৰি কৃতাৰ্থ হলো। কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ
@madhujyasaikia8267
@madhujyasaikia8267 2 жыл бұрын
Krisana. Bap apunar baykha huni val laga bap 🙏🙏🙏🙏
@rupeswarbasumatary8251
@rupeswarbasumatary8251 2 жыл бұрын
Namaskar bap, apunar bhagabat bislekan eman bhal lagil je mor ontorkhan krishnor proti goli hoise. Krishna Krishna Krishna.
@BabluKakoti
@BabluKakoti 11 ай бұрын
Namaskar bap, apunar bhagawat bislekan eman bhal lagli je mor ontorkhan krishnor proti goli hoise. Krishna krishna krishna......🙏🙏🙏🙏🙏🙏🙏🙏
@daisyrabha2343
@daisyrabha2343 2 жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏
@bashantadas1542
@bashantadas1542 Жыл бұрын
Jai jaikrishna bhagaban jai krishna krishna gogoi bap jai jai
@monujkumargogoi2013
@monujkumargogoi2013 2 жыл бұрын
🙏🙏🙏🙏🙏🙏❤️❤️🌺🌺 কৃষ্ণ, কৃষ্ণ, শংকৰ, মাধৱ দুই জনা গুৰুৰ চৰনত কোটি কোটি ভক্তি ভৰা সেৱা, লগতে আপোনাৰ লগতে তাত উপস্থিত আটাইৰে চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো ❤️ ঈশ্বৰে সকলোকে কুশলে ৰাখক 🌺🌺🌺❤️❤️❤️🙏🙏🙏🙏🙏
@dilipbora7188
@dilipbora7188 2 жыл бұрын
নিৰ্দিষ্ট বক্তা বাপ জনে ইমান সুন্দৰকৈ বক্তব্য আগবঢ়াই থাকোঁতে কিছুলোকে নামঘৰৰ ভিতৰত ইফালে সিফালে ঘুৰি ফুৰা বা কথাপতা কাৰ্য্যই অনুস্থানটিৰ সৌষ্ঠৱ হানি হোৱাৰ দৰে হৈছে , অনুস্থানৰ কৰ্মকৰ্তাই এনেক্ষেত্রত সাৱধানতা অৱলম্বন কৰিব লাগে আৰু এনে লাগিছে যেন বাপ জনাৰ সুন্দৰ ব্যক্তব্যখিনি তেওঁলোকৰ মনপুতঃ হোৱা নাই |
@bhaktirsagor
@bhaktirsagor 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@prabinborah4980
@prabinborah4980 2 жыл бұрын
কৃষ্ণ! বাপ!! আপোনাৰ পদ্মমুখৰ বাণী শুনি নিজকে ধন্য মানিলো!! প্ৰনাম শতকোটি বাৰ তৱ চৰনত।
@anupamadas4624
@anupamadas4624 Жыл бұрын
Krishnagiri Bahut Val Lagisa Thankyou
@BalenBaruah-l7c
@BalenBaruah-l7c Жыл бұрын
Krishna Krishna bap aponaloisewa janaiso. Krishna
@nripenburagohain
@nripenburagohain Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত বাখ্যা মোৰ প্ৰিয়!
@gayatritamuly2780
@gayatritamuly2780 2 жыл бұрын
Joi Krishnar joi prabhu odhormir sotokoti sewa grohon koribo krishna
@girishbaishya1176
@girishbaishya1176 2 жыл бұрын
জয় শ্রীপ্রাণনাথ। শতবার প্রণাম প্রভূ। লগতে সকলো ভকত বৈষ্ঞবলৈ মোর আণ্তরিক সেবা জনালো।
@promodborah3768
@promodborah3768 Жыл бұрын
কৃষ্ণৰ পভু আপোনাৰ ভাগৱত শ্ৰৱণ শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এই দৰে পেৰনা দি থাকিৱ ❤❤❤
@pujakalita8491
@pujakalita8491 2 жыл бұрын
OM Krishna provu apunak sewa 🙏🙏🙏
@alokkumarbaruah8194
@alokkumarbaruah8194 2 жыл бұрын
Jai guru srimanta sankardev, bahut sundar bap thank you, gurujanak bahut bahut pranipat janalo
@poroshmoniboruah4372
@poroshmoniboruah4372 2 жыл бұрын
কৃষ্ণ বাপজন ইমান সুন্দৰ সৰল বৰ্ণনা 🙏 সেৱা গ্ৰহণ কৰিব 🙏
@nayankalita8694
@nayankalita8694 2 жыл бұрын
সুন্দৰ সুন্দৰ মনোমোহা ব্যাখ্যা
@Parag4554
@Parag4554 2 жыл бұрын
Bahut Val lagil .Krishna🤗🤗🤗🙏🙏🙏
@pradipboruah1329
@pradipboruah1329 2 жыл бұрын
Jai shri krishna, guru tumak pronam
@pradipboruah1329
@pradipboruah1329 2 жыл бұрын
Krishna
@khiruborah6440
@khiruborah6440 Жыл бұрын
Ja houk anedorei suniboloi pai bapjonar pat oobakhyai montu Santa hoi jai krishna krishna
@rupalikonwarhazarika8009
@rupalikonwarhazarika8009 2 жыл бұрын
Prabhu narayan 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@guneswarpadiguneswarpadi8995
@guneswarpadiguneswarpadi8995 2 жыл бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ
@golapidas565
@golapidas565 2 жыл бұрын
Krishna Krishna Bap 🙏🙏🙏🙏
@sovanakakati2340
@sovanakakati2340 2 жыл бұрын
কৃষ্ণ বাপ। আপোনাৰ সুন্দৰ ব্যক্তব্য সকলোৰে যেন হৃদয়ত তীব্ৰ ভাৱে চুই যায়। আপোনাক পোনপটীয়া ভাৱে কিছুমান সুধিব বিচাৰোঁ। কৃষ্ণ কৃষ্ণ।
@sumitradeka3599
@sumitradeka3599 Жыл бұрын
KRISHNA 🙏🙏🙏🙏🙏
@RubiHazarika-f9m
@RubiHazarika-f9m 5 ай бұрын
কৃষ্ণ👋 বাপজনা,আপোনাৰ মহা ভাগৱতৰ ভাঙনিৰ প্রতিটো অংশ আমি শুনিবলৈ চেষ্টা কৰিছো। আপোনাৰ সুস্বাস্থ্য লগতে দীর্ঘায়ু কামনা কৰিছো কৃষ্ণ🙏🏻
@prabinsaloi7541
@prabinsaloi7541 2 жыл бұрын
ৰাম কৃষ্ণ হৰি হৰি
@HiteshBarua-yl5iy
@HiteshBarua-yl5iy 7 ай бұрын
Mja puthi path
@rikugogoi3759
@rikugogoi3759 Жыл бұрын
Sumitra Gogoi Krishna Jai Guru Sankar Madhab
@prahladchetia4233
@prahladchetia4233 2 жыл бұрын
কৃষ্ণ, ভক্তি ভৰা ভাষন শুনি ভাল লাগিল ।
@junalisaikia9163
@junalisaikia9163 2 жыл бұрын
কৃষ্ণ । সুন্দৰ । 🙏
@bapdhankoch7927
@bapdhankoch7927 2 ай бұрын
Krishna bap jona Val lagil 🙏🙏 🙏🙏🙏🙏🙏
@runusaika4715
@runusaika4715 2 жыл бұрын
কৃষ্ণ কৃষ্ণ,বৰ ভাল লাগিছে বাপজন
@junaliborah6959
@junaliborah6959 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাক কৃপা কৰক
@probinhazarika7899
@probinhazarika7899 2 жыл бұрын
কৃষ্ণ বাপ সেৱা জনালো। আপোনাক ভগৱানে ভালে ৰাখক।
@jyotikumardewri7688
@jyotikumardewri7688 2 жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম জয় গুৰু শংকৰ সৰ্ব গুনাকৰ
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ 🙏🙏বাপ জনা প্ৰভূ কৃষ্ণ কৃপালু প্ৰভূ ঈশ্বৰ আপোনাৰ চৰণ সেৱা নিবেদিছো কৃষ্ণ সুন্দৰ বাখ্যা কৃষ্ণ 🕯🙏🙏কৃষ্ণ কৃষ্ণ
@nripendeka9800
@nripendeka9800 2 жыл бұрын
সুন্দৰ ব্যাখ্যা ; ক্ৃষ্ণ ক্ৃষ্ণ
@jayantakrdeka4596
@jayantakrdeka4596 2 жыл бұрын
Krishan madhav🙏🙏
@jishmikonwar6032
@jishmikonwar6032 Жыл бұрын
কৃষ্ণ কৃষ্ণপ্ৰভূ
@pronabdas5700
@pronabdas5700 2 жыл бұрын
Apunak manisu de. eman dhuniakoi udahoron bah bah.apunar duti saronat kheah Krishna Krishna.......
@dimbeswarigogoi6683
@dimbeswarigogoi6683 2 жыл бұрын
Krishna Krishna hundar byakhya srobon kori kritartho hoisu hewabhagi jonaisu Krishna
@tarpanadas6006
@tarpanadas6006 2 жыл бұрын
Krishna. Bhagobote bakhýa huni boŕ bhal lagisè .
@priyakheebora25
@priyakheebora25 2 жыл бұрын
Krishna 🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Жыл бұрын
Vokte Vora shway gonalu baap Krishna krishna Biswanath
@rabneetsworld5193
@rabneetsworld5193 11 ай бұрын
Nice
@ranuhazarikanayak9601
@ranuhazarikanayak9601 2 жыл бұрын
Jai shri krishna
@paruldutta5898
@paruldutta5898 2 жыл бұрын
Krishna krishna krishna 🙏 🙏 🙏
@Minurajkumari
@Minurajkumari 2 жыл бұрын
Krishna ,🙏🙏🙏
@kalpanahazarika7631
@kalpanahazarika7631 2 жыл бұрын
কৃষ্ণ প্ৰণাম। সেৱা জনালো প্ৰভো।
@minumedhimedhi6304
@minumedhimedhi6304 2 жыл бұрын
Krishna krishno Ram
@jugoduwori1445
@jugoduwori1445 2 жыл бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ
@SatishChand-v4c
@SatishChand-v4c 10 ай бұрын
Krishna krishna krishna
@dimpideka319
@dimpideka319 2 жыл бұрын
কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏🙏
@pallabinath1748
@pallabinath1748 2 жыл бұрын
🙏krishna
@rashmineog3957
@rashmineog3957 2 жыл бұрын
Krishna krishna bap 🙏🙏🙏
@biswajitbaruah3564
@biswajitbaruah3564 2 жыл бұрын
Krishna Krishna Krishna.
@bhagobotgita6366
@bhagobotgita6366 2 жыл бұрын
Krishna bapjona krishna
@architagogoi3984
@architagogoi3984 2 жыл бұрын
কৃষ্ণ 🙏 🙏
@nirusaikia7631
@nirusaikia7631 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏 🙏 জয় গুৰু শঙ্কৰ
@lakhikalita8394
@lakhikalita8394 2 жыл бұрын
ভাল লাগিল দাদা
@নৰেন্দ্ৰচন্দ্ৰ
@নৰেন্দ্ৰচন্দ্ৰ 2 жыл бұрын
কৃষ্ণ কৃষ্ণ,,,,
@saratmedhi3923
@saratmedhi3923 2 жыл бұрын
কৃষ্ণ 🙏
@sunuboruahstudio1215
@sunuboruahstudio1215 2 жыл бұрын
Krishna 🙏🙏 ..love from jorhat 💖💖💖❣️❣️
@SabitaKalita-x2r
@SabitaKalita-x2r Жыл бұрын
কৃষ্ণ কৃষ্ণ বৰ ধুনীয়া 🙏🙏
@BabluKakoti
@BabluKakoti 11 ай бұрын
Krishna....❤❤❤❤
@nirudas1771
@nirudas1771 2 жыл бұрын
কৃষ্ণ অ হৰি
@ilimalahon8502
@ilimalahon8502 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@sadhanathakulisonowalsonow3386
@sadhanathakulisonowalsonow3386 2 жыл бұрын
Happy lakhi Puja pranjit da
@binadeka9674
@binadeka9674 2 жыл бұрын
Krishna Krishna Bap.
@momimomi3619
@momimomi3619 2 жыл бұрын
বাপ জন বহি লব পৰা ব্যৱস্থা কৰিব লাগিছিল ।🙏🙏🙏 কৃষ্ণ কৃষ্ণ।
@muninbarman8441
@muninbarman8441 2 жыл бұрын
কৃষ্ণ বান্ধৱ৷ 🙏
@gayatrisaikia714
@gayatrisaikia714 2 жыл бұрын
অতি সুন্দৰ
@ranjudeka5852
@ranjudeka5852 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা গ্ৰহণ কৰিব 🙏🙏
@mriduldhekial8601
@mriduldhekial8601 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏
@ajoynagbonshi6795
@ajoynagbonshi6795 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@rimaborakasturikabora6064
@rimaborakasturikabora6064 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা।🙏🙏🙏
@tarungogoi6082
@tarungogoi6082 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ
@ranjanborah8190
@ranjanborah8190 2 жыл бұрын
কৃষ্ণ বাপ, শুনি বৰ ভাল লাগিল
@anjanaborah1671
@anjanaborah1671 2 жыл бұрын
Xuni val lagil 🙏✨...
@sunandabaruah1177
@sunandabaruah1177 2 жыл бұрын
Ji
@khiroddeori1669
@khiroddeori1669 2 жыл бұрын
কৃষ্ণ 🙏।সুন্দৰ বক্তব্য দাঙি ধৰিলে বাপ।
@ritatalukdar7264
@ritatalukdar7264 9 ай бұрын
krishna krishna 🙏🪷🪷🪷
@lagendashishstatus1988
@lagendashishstatus1988 2 жыл бұрын
কৃষ্ণ শঙ্কৰ গুৰু
@somlalgiri5552
@somlalgiri5552 2 жыл бұрын
কৃষ্ণ বাপ সেৱাহে। জীৱেন শইকীয়া(খুমটাই ,নাৰায়ণ প্ৰাথমিক)
@arupborayt9226
@arupborayt9226 2 жыл бұрын
Apunak amar gawot pai hosakoi bohut val lagil bohut dinor pora vabi thoka mur val loga manuh jon dakha palu ako log puwar akha thakil 🙏🏽🙏🏽hodai vale thakok
@manmibaruah9867
@manmibaruah9867 Жыл бұрын
Cz
@kakuphukan7948
@kakuphukan7948 2 жыл бұрын
🙏🏿🙏🏿🙏🏿
@pallabihazarika2471
@pallabihazarika2471 2 жыл бұрын
কৃষ্ণ
@queenborah1494
@queenborah1494 2 жыл бұрын
কৃষ্ণ বাপ বহুত সুন্দৰ ভাষণ ৷সেৱা নিৱেদিছো ৷কৃষ্ণ ৷
@monorampathari6513
@monorampathari6513 2 жыл бұрын
Krishna Krishna Bap
@dwipengogoi9920
@dwipengogoi9920 2 жыл бұрын
কৃষ্ণ প্ৰভু৷৷৷
@jaganathsonowal6873
@jaganathsonowal6873 2 жыл бұрын
🙏 কৃষ্ণ 👣👈🤲
@harichandranath421
@harichandranath421 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@abmonty7274
@abmonty7274 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সেৱা জনালো👋👋👋 Anjali Das
@tarulatadas357
@tarulatadas357 2 жыл бұрын
কাতি বিহু উপলক্ষে গুৰুজনাই দিয়া উপদেশ ভাগ শ্ৰৱণ কৰো
ৰাস শব্দৰ উৎপত্তি ক'ত @জ্যোতিময়Jyotimoy
1:07:05
বৈকুণ্ঠপুৰ নামঘৰ Duliajan @জ্যোতিময়Jyotimoy
55:13
জ্যোতিময় Jyotimoy
Рет қаралды 184 М.
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 63 МЛН
Creative Justice at the Checkout: Bananas and Eggs Showdown #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 34 МЛН
যোৰহাট গায়ন গাওঁ@জ্যোতিময়Jyotimoy
1:23:29
জ্যোতিময় Jyotimoy
Рет қаралды 154 М.
Bhagawat।। গহপুৰ।।@জ্যোতিময়Jyotimoy
1:26:25
জ্যোতিময় Jyotimoy
Рет қаралды 201 М.
ডিফু ধৰমনলা নামঘৰ Part2 @জ্যোতিময়Jyotimoy
38:12
জ্যোতিময় Jyotimoy
Рет қаралды 3,6 М.
খণ্ড ১ ভাগৱত পাঠ || প্ৰাণজিৎ গগৈ || Pranjit Gogoi || bhagawat path ||
28:25
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 63 МЛН