হনুমান চালিসাই মোৰ জীৱন সলনি কৰিছে🥰 মই সাক্ষ্যাত ভগৱানক দেখিছো😱😱 Gunjan Borah

  Рет қаралды 137,220

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 1 200
@priyankahaloipinky1404
@priyankahaloipinky1404 7 күн бұрын
Sumi borah hotok mati onatkoi anekuwa vdo anibo Lage jate manuhr help hoi..Aru aibilk he real hero..real story ❤
@Princhi-v3c
@Princhi-v3c 2 күн бұрын
100% Right
@swapnaranidas5078
@swapnaranidas5078 3 күн бұрын
মই সংকল্প লৈ২৪ ঘন্টাৰ ভিতৰত ১০৮ বাৰ হনুমান চালিছা পঢ়ি হাতে হাতে ফল পাইছো৷এতিয়া মই সদায় সন্ধিয়া হনুমান চালিছা পঢ়ো আৰু পঢ়াৰ আগতে ১০৮ বাৰ ৰাম নাম জপ কৰোঁ৷ হনুমান চালিছা পঢ়াৰ সময়ত ঠাণ্ডাৰ দিনতো গাটো গৰম হৈ যায়৷এটা বেলেগ উৰ্জা অনুভৱ হয়৷হনুমান যে আজিও চিৰঞ্জীৱী হৈ পৃথিৱীত বিচৰণ কৰি আছে সেইটো অখণ্ড সত্য৷
@himanibayan7207
@himanibayan7207 Күн бұрын
Bhut bhal lagil
@pankajkalita6996
@pankajkalita6996 8 сағат бұрын
@boniabijit3132
@boniabijit3132 5 күн бұрын
কলি যুগৰ ৰজা হয় হনুমানজী ❤
@নিজৰাডেকা
@নিজৰাডেকা 7 күн бұрын
সঁচাকৈ এই কথাখিনি শুনি বহু অনুপ্ৰাণিত হলোঁ....... জয় হনুমান
@nilkamalbhuyan9507
@nilkamalbhuyan9507 7 күн бұрын
গুঞ্জন তোমাৰ শেষৰ কথা কেইটা বেছি ভাল লাগিল, আনৰ উন্নতি কামনা কৰিলে নিজৰো উন্নতি হয়, একেবাৰেই সঁচা কথা। ঈশ্বৰে তোমাক কৃপা কৰক।
@NivaPachani
@NivaPachani 2 күн бұрын
অতিকৈ দৰকাৰী কথাখিনি জানি উপকৃত হৈছো ,দুৰৰ পৰাই নামঘৰ ভাগত শতকৌটি সেৱা জনাইছো হে প্ৰভূ সেৱকীৰ পৰিয়ালৰ পৰা সকলো বেমাৰ আজাৰ দুৰ কৰি দিৱ 🙏🙏🙏
@mukundadeka3213
@mukundadeka3213 7 күн бұрын
খুব ভাল। সকলোৰে সঙ্কটমোচন হওক। জয় বজৰঙ্গবলী, জয় হনুমান জী।।
@hemantahaloi9968
@hemantahaloi9968 7 күн бұрын
সঁচা কথা কও বহুত সংকতৰ পৰা হনুমান বাবাই মুক্তি দিছে। 😢 জয় শ্ৰী ৰাম। জয় হনুমান। ❤ সদায় হনুমান চালিচা পাঠ কৰা বহুত মংগলময়
@RinaRoy-db1pf
@RinaRoy-db1pf 4 сағат бұрын
Joy❤shri❤Ram❤❤noy❤shri❤hanu❤man❤❤❤❤❤❤
@RinaRoy-db1pf
@RinaRoy-db1pf 4 сағат бұрын
Joy❤pfovu❤hnuman❤❤❤❤❤❤
@archanadas6936
@archanadas6936 7 күн бұрын
খুব ভাল লাগিলে আপোনাৰ কথা খিনি শুনি। মোৰ বহুত বিশ্বাস ভগৱান হনুমান বাবাৰ ওপৰত। তেওঁ আমাক সংকটৰ পৰা মুক্তি কৰিব
@hirakjyotisarma1711
@hirakjyotisarma1711 2 күн бұрын
Mok kintu korise hanumane mor ghrt ahisil
@Barbiekashyap161
@Barbiekashyap161 6 күн бұрын
হনুমান বাবাৰ ভিডিঅ'এটা মনে প্ৰাণে বিচাৰি আছিলো আচৰিত বাবাৰ শক্তি ইমান কম দিনৰ ভিতৰতে এই ভিডিঅ'এটা পালোঁ সঁচাকৈয়ে হনুমান বাবা শতকৌটি প্ৰণাম 🙏🙏🙏🙏🙏🙏
@gunajitbarman2066
@gunajitbarman2066 5 күн бұрын
Shree Ram Jai Ram Jai Jai Ram 🕉️🚩🙏🏼❤️ Jai Shree Mahabali Bajrangbali Hanuman Maharaj Ji 🕉️🚩🙏🏼❤️
@Malah611
@Malah611 4 күн бұрын
Jai hanuman🙏🙏🙏jai shree ram🙏🙏🙏
@RationalistDk
@RationalistDk 3 күн бұрын
ভগৱানৰ অস্তিত্ব আছে জানো 🤔⁉️ ভগৱান আছে নে নাই এতিয়া লৈকে কোনো তথ্য প্ৰমাণ নাইপোৱা। কিছুমানৰ মতে কিবা নহয় কিবা এটা শক্তি আছে বুলি বিশ্বাস কৰে। বিজ্ঞানেও চেষ্টা চলাই আছে, যে তেনেকুৱা শক্তি আছে নু বা ভগবান জন কেনেকুৱা হব? কিন্তু এতিয়া লৈ প্ৰমাণ নাইপোৱা। আজিৰ পৰা ২/৩ লাখ বছৰ পাছতো যদি তেনেকুৱা কিবা প্ৰমাণ পায়, আজিৰ সমাজে মানি থকা ধৰণৰ, ভগৱান আল্লাহ God নহব। এইবোৰ ভগৱান আল্লাহ god আমাৰ মানুহৰেই কাল্পনিক সৃষ্টি।
@NabanitaSaharia-o9q
@NabanitaSaharia-o9q 18 сағат бұрын
Joy hanuman
@arusmitagogoi5814
@arusmitagogoi5814 4 күн бұрын
Mur u 2019 t cancer hoisil . doctor e 3 month jiai thakim koisil.kintu daily hnumn chalisa phar aji date loike Moi normal.jai Hanuman
@warsonronghang4469
@warsonronghang4469 10 сағат бұрын
Jai Hanuman 👏👏👏
@deepshikhasarmah5121
@deepshikhasarmah5121 5 күн бұрын
নাসে ৰোগ হৰে সৱ পীৰা জপতে নিৰন্তৰ হনুমান বীৰা🙏
@sreyasheegoswami2758
@sreyasheegoswami2758 7 күн бұрын
মই এই video টো পাই আজি আচৰিত হৈছোঁ৷ আজি পোন্ধৰ বছৰ হ’ল মই মেট্ৰিক দিয়াৰ পৰা হনুমান চালিসা পাঠ কৰি আহিছোঁ৷ হ’লেও আজি ৰাতিপুৱা পাঠ কৰোঁতে মই ভাবিছোঁ যে আজি এইখনৰ বিৱৰণটো আকৌ youtube ত চাম কি বুলি আছে৷ আৰু এই video টো পাইছোঁ আজিয়ে upload হৈছে অলপ সময় আগত এই video. বহুত আচৰিত লাগিছে৷ সচাঁ বহুত poweful হনুমান চালিসা মই মঙল আৰু শনি বাৰে পঢ়োঁ লগতে যেতিয়া মন বেয়া লাগে তেতিয়া পাঠ কৰোঁ🙏
@pbtiensgroup4208
@pbtiensgroup4208 7 күн бұрын
Joy hanumanji joy!
@nijoraboruah6202
@nijoraboruah6202 7 күн бұрын
মোৰ অত্যন্ত শৰীৰ বেয়া আছিল হনুমানজীৰ কৃপাত বৰ্তমান ভালে আছো ।ধন্যবাদ প্ৰভু সহস্ৰপ্ৰণিপাত তোমাৰ চৰণত ।
@JinumoniSaikia-m3e
@JinumoniSaikia-m3e 6 күн бұрын
জয় হনুমান
@sreyasheegoswami2758
@sreyasheegoswami2758 6 күн бұрын
@@nijoraboruah6202 সচাঁ কথা৷ বিশ্বাস ৰাখিব এইদৰে৷ আপোনাৰ ভাল হওঁক৷ জয় বজৰংৱলী 🙏
@anjanagogoi6105
@anjanagogoi6105 6 күн бұрын
জয়শ্ৰী ৰাম 🙏🙏🙏
@dhunuporigogoi4536
@dhunuporigogoi4536 3 күн бұрын
মই বহুত ভয় কৰিছিলোঁ ৰাতি প্রায়ে ভূতৰ সপোন দেখিছিলো যিদিনাৰ পৰা হনুমান চালিসা পঢ়িব ললো এদিনো বেয়া সপোন দেখা নাই আৰু ভয়ো নকৰা হলোঁ। সপোনটো দেখা দিছে মোক মোৰ হনুমান প্ৰভুৱে। Jai Shree Ram Jai Hanuman ❤️
@chandansonowal6136
@chandansonowal6136 7 күн бұрын
হয় হনুমান প্ৰভু দ্বাৰাহে ৰাম ভগৱানক পাব পাৰি। জয় হনুমান প্ৰভু জই ।
@Nomadic_Assamese
@Nomadic_Assamese 3 күн бұрын
বহুত ভাল content.ধন্যবাদ এখেতক অনাৰ বাবে।মই নিজে প্ৰমাণ পাইছোঁ ভগৱান হনুমান যিয়ে মোক বহুত সহায় কৰিছে।তেওঁ মোৰ দাদা।Jai Shree Ram!Jai Bajarang Bali,Thank you for everything.
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 7 күн бұрын
সচাকৈ বহুত ভাল লাগিল কথাখিনি। মই বহুত বিশ্বাস কৰো হনুমান জীক 🙏🙏🙏
@rupabaruahpathak3308
@rupabaruahpathak3308 7 күн бұрын
@nizaraborah7391
@nizaraborah7391 2 күн бұрын
Khub. Bhal. Tumi aguwai jowa🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@pareesmitasrapunzel9095
@pareesmitasrapunzel9095 4 күн бұрын
Moi daily pohu hanuman chalisa ❤bohut hokti pao monot .. energetic feel koru hodai..agot bohut besi depression ot jao kintu ajikli akebare depression feel nhoi ...bohut besi Val feel hoi hanuman chalisa pohi❤️Jay shree Ram Jai Hanuman 🙏
@bhaikiasaikia9445
@bhaikiasaikia9445 7 күн бұрын
নাসে ৰোগ হৰে সৱ পীৰা জপত নিৰন্তৰ হনুমত বীৰা 🙏
@AnupamaBorthakur
@AnupamaBorthakur 5 күн бұрын
Aapuner adds. Tu dibosun .joy sree ..... Ram joy. ..... Hanuman...🙏🙏🙏
@renusaikia2749
@renusaikia2749 Күн бұрын
জয় হনুমান , বৰ ভাল লাগিল আপোনাৰ কথা খিনি শুনি । মই আৰু মোৰ স্বামী দুয়োজন প্ৰেচাৰ ছুগাৰৰ বেমাৰী , আপোনাৰ নাম ঘৰ ভাগিত আমাৰ হৈ সেৱা এটা ল'ব চোন , আমি যাতে ভালে কুশলে থাকিব পাৰোঁ , আৰু বহুতো বেমাৰত ভূগী আছো । হনুমান চালিকা ৰ শক্তি দেখি আচৰিত মানিছো । জয় হনুমান
@nayanitasarmah5109np
@nayanitasarmah5109np 3 сағат бұрын
Honumane salisa porhoke aru sundore kande pathe koroke kunu bipode nohoi 💯
@dulumonihatimuriahatimuria427
@dulumonihatimuriahatimuria427 7 күн бұрын
হয় মোক সকলো সময়ত জয় হনুমানে সহায় কৰে মহ ছোৱালীজনী গৰভ্ত ধাৰণ কৰোতে সদায়ে হনুমান চালীছা পাঠ কৰো লগতে নাৰায়ণ কৱচ বহুত শক্তিশালী মই মাথো অনুভৱ কৰো |সচাকৈয়ে দাদাজনৰ কথাবোৰ বৰ ভাল লাগিল||❤❤
@নতুনদিগন্ত123
@নতুনদিগন্ত123 7 күн бұрын
মইও ১৩ বছৰ বয়সৰ পৰাই প্ৰভূ হনুমানক মানি আহিছো এতিয়া ২৫ বছৰ বয়স হল আজিলৈ যি বিপদ আহিছে প্ৰভূ হনুমানৰ দ্বাৰা সকলো সমাধান কৰিব পাৰিছো আৰু কিবা বিপদত পৰিলে সোনকালে সমাধান কৰিব পাৰিম বুলি হনুমান প্ৰভূ ওচৰত সম্পূৰ্ণ বিশ্বাস আছে ৷ জয় বজৰং বলি ৷
@RationalistDk
@RationalistDk 3 күн бұрын
ভগৱানৰ অস্তিত্ব আছে জানো 🤔⁉️ ভগৱান আছে নে নাই এতিয়া লৈকে কোনো তথ্য প্ৰমাণ নাইপোৱা। কিছুমানৰ মতে কিবা নহয় কিবা এটা শক্তি আছে বুলি বিশ্বাস কৰে। বিজ্ঞানেও চেষ্টা চলাই আছে, যে তেনেকুৱা শক্তি আছে নু বা ভগবান জন কেনেকুৱা হব? কিন্তু এতিয়া লৈ প্ৰমাণ নাইপোৱা। আজিৰ পৰা ২/৩ লাখ বছৰ পাছতো যদি তেনেকুৱা কিবা প্ৰমাণ পায়, আজিৰ সমাজে মানি থকা ধৰণৰ, ভগৱান আল্লাহ God নহব। এইবোৰ ভগৱান আল্লাহ god আমাৰ মানুহৰেই কাল্পনিক সৃষ্টি।
@barnalipatgiri1355
@barnalipatgiri1355 6 күн бұрын
ম‌ই সদায় হনুমান চালিসা দুবাৰ কেতিয়াবা বেছিকৈ পঢ়ো ।জয় হনুমান🙏🙏🙏❤️❤️
@DipsikhaHazarika-hu1rt
@DipsikhaHazarika-hu1rt 4 күн бұрын
নাচে ৰোগ হৰে চব পীৰা জপ নিৰন্তৰ হনুমান বীৰা সংকত তে❤চুৰাবে মন কৰ্ম বচন ধিয়ান যৌ লাবে🙏♥️ ❤️🙏🙏🙏🙏
@dibashbora1371
@dibashbora1371 5 сағат бұрын
Jai Shree Ram...Moi jua 15 yrs r pora hanuman chalisa pohi asu daily....bohut sakti paisu....3 bar accident r pora morar pa basisu....baba e sobore mongol korok...Sita Ram🙏🙏
@sayadas242
@sayadas242 3 күн бұрын
ইমান যে শান্তি অনুভৱ হৈছে আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল হনুমান বাবাই সকলোৰে মনৰ কামনা পূৰ্ণ কৰক। 🙏
@anupams980
@anupams980 8 сағат бұрын
আপোনাৰ কথাখিনি শুনি মোৰ ক্ষেত্ৰত হোৱা প্ৰভু হনুমান জীৰ কৃপাৰ কথা মনলৈ আহিল। সংকল্প লৈ হনুমান চালিছা খন পঢ়িলে নিশ্চয় সমস্যা দুৰ হয় । ওম ৰাম ৰামায়েই নমঃ..🙏
@bobyburagohain2790
@bobyburagohain2790 6 күн бұрын
মই সদায় হনুমান চালিছা পাঠ কৰো । প্ৰমাণ পাইছোঁ। ভাল লাগিল ❤❤❤❤ জয় শ্ৰী ৰাম জয় হনুমান বাবা
@runukalita2916
@runukalita2916 20 сағат бұрын
মইও হনুমান চালিচা পঢ়োঁ। কিন্তু আজি বহুত কথা শিকিলোঁ আপোনাৰ পৰা। হনুমান বাবাই সকলোৰে মঙ্গল কৰক।
@eshaniborkotoky4595
@eshaniborkotoky4595 6 күн бұрын
হনুমান বাবা য়ে সকলো ঠিক কৰিব পাৰে🙏🙏জয় শ্ৰী ৰাম🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@maikanchoudhury9289
@maikanchoudhury9289 5 күн бұрын
Apuni Satya Katha koise. Moi nije Hanuman bhakta . bahut Rogi bhal paise. praman aase. Joy Mahabir Hanuman..Joy Shree Ram. ❤❤❤❤❤❤❤❤🎉
@anantaboruah5138
@anantaboruah5138 7 күн бұрын
Dada jonr kotha khini xuni bohutei val lagil,iman xondor koi xohoj xorolke kole montu xanti lagi goise,,,,joy honuman ji,,,, Love from gohpur
@user-oe9si2jp3g
@user-oe9si2jp3g 4 күн бұрын
বহুত সন্তোষ পালোঁ ধন্যবাদ 🙏জয় হনুমান বাবা 🪷💐🌺🪔🙏
@mamonikonwar4686
@mamonikonwar4686 7 күн бұрын
অতি দুখত থাকি যেতিয়া অতি ভক্তি ভাবে ঈশ্বৰক বিচৰা যায় তেওঁকহে ঈশ্বৰে দেখা দিয়ে ৷সেৱাৰ মান্য আৰু চমৎকাৰ খনিকৰ পুথিভাগৰ জৰিয়তে স্বয়ং গুৰুজনাৰ মই দৰ্শন লাভ কৰিছো ৷
@barnalipatgiri1355
@barnalipatgiri1355 6 күн бұрын
ইউটিউবত secret mystery বুলি চেনেল এটা আছে। সেইটো চালে হনুমানজীৰ বহুত চমৎকাৰ শুনিবলৈ পাবো।
@paparikakati5778
@paparikakati5778 4 күн бұрын
Yes...i too view that..moiu sau
@Rimpi-z
@Rimpi-z 2 күн бұрын
Moi o sau jayesh Bhai video.teo video r folot Mur life bohut change hoise. teo video r folot moi completely non veg eribo parilu.
@radiolover..6422
@radiolover..6422 7 күн бұрын
দাদাৰ কথাখিনি গ্ৰন্থ সুৱাহত পঢ়িছোঁ, আচৰিত কৰি তুলিছিল সেইদিনা আজি কিন্তু মোৰ চকুলো বৈ গ'ল মই নাজানো কিয় হনুমান জীৰ নাম ল'লে মোৰ চকুপানী উলাই আৰু সাহসী কৰি তোলে পাছত। মই বিশ্বাস কৰোঁ, মই গাড়ীৰ আগৰ পৰা ৰক্ষা পাইছোঁ য'ত এক চেকেণ্ডথ ঘটনা কিন্তু দুই মিনিট বেছিকৈ চালিছা খন শুনি যোৱাত ৰখা পৰিলো ৰাখে হৰি মাৰে কোনে।❤
@himangshuvlog
@himangshuvlog 2 күн бұрын
ভগৱান ময়ো দেখিছো । সনাতন ধৰ্মত ভগৱান সকলোতে বিৰাজমান 🕉🙏
@snigdharay3429
@snigdharay3429 6 күн бұрын
জয় শ্ৰীহনুমান , এনেকুৱা অনুস্থান চাই বহুত ভাল লাগিছে ।
@dh1296
@dh1296 2 күн бұрын
নজনা কথা কিছুমান জানিব পাৰি মনতো বহুতো ভাল লাগি গ'ল। জয় হনুমান। ৰাম ৰাম ৰাম ।
@debajeetvlogs4542
@debajeetvlogs4542 7 күн бұрын
Jetia Baba Mahadev aru Baba Hanuman r kotha ahe tetia mon tu bhut val u lge aru sakupani u ulai..... Shambh sada Siva... Om Hun Hanumatee Namaha 🔱🚩❤
@JonaliHazarika-i7g
@JonaliHazarika-i7g 2 күн бұрын
আপোনাৰ কথা সঁচা হনুমান চালিশাই একেলগে দুটা সমস্যা সমাধান কৰি দিছে লগতে আৰু বহত সহায় পাইছোঁ
@pratimaborah5692
@pratimaborah5692 5 күн бұрын
কথাখিনি শুনি বহুত ভাল লাগিল।জয় হনুমান।
@devidevi5344
@devidevi5344 Күн бұрын
Jai shree ram 🙏 akdom right koise😊😊 anekuwa miracle hoi, jai bajrangbali 🙏🙏 ram ram ram
@jitendramazumdar5490
@jitendramazumdar5490 5 күн бұрын
খৱ ভাল লাগিছে। সকলোৱে হনুমান জীৰ কৃপা পাওক।কামনা কৰিলোঁ।🙏জয় হনুমান🙏
@ManjuKalita-t4v
@ManjuKalita-t4v 4 күн бұрын
মই বিশ্বাস কৰো ......কাৰণ মই ও ঈশ্বৰক দেখিছো ....এবাৰ দুবাৰ নহয় কেইবাবাৰো বহু ডাঙৰ সমস্যাৰ পৰা মোক মোৰ ছোৱালীৰ জীৱন ৰক্ষা কৰিছে ....সেয়া আমি ভুক্ত ভূগীৰ বাহিৰে আনে বুজি নাপাব 🙏
@Kankan-e9p
@Kankan-e9p Күн бұрын
Himakhi tumaloi bahut bahut dhanyawad anekua video diyar babe .jay shree Ram.jay shree Hanuman 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@DHANJITAOFFICIAL
@DHANJITAOFFICIAL 5 күн бұрын
সচাকৈ এইখিনি শুনি মনটো বহুত ভাল লাগিল। 😌
@dwipenphukon7460
@dwipenphukon7460 2 күн бұрын
বহুত ভাল আলোচনা আগবঢ়ালে , অশেষ ধন্যবাদ । জয় হুনুমান.....
@mousumigogoi6664
@mousumigogoi6664 7 күн бұрын
Bohut val lagil ....Jai Shri ram 🙏🙏🙏 Jai Hanuman ji 🙏🙏🙏🙏🙏
@arotibora1138
@arotibora1138 5 сағат бұрын
আপোনাৰ কথা খিনি শুনি ভাল লাগিল আপোনাৰ নামঘৰ ভাগলৈ সেৱা জনালোঁ জয় হনুমান।
@animagogoi3631
@animagogoi3631 4 күн бұрын
বহুত ভাল লাগিল মোৰ হৈ তেখেতক নামঘৰত সেৱা জনাবলৈ ক'বলৈ মন গৈছে
@Meera-r3u
@Meera-r3u 2 күн бұрын
🙏 আপোনাৰ কথখিনি শুনি বহুত ভাল লাগিল। আপোনাৰ পৰা এটা কথাৰ জানিবলৈ ইচ্ছা থাকিল আপুনি হনুমান চালিকা মন্ত পঠকৰোতে কেনেকুৱা জেগাত বহিপাথ কৰে ।জানিবলৈ ইচ্ছা থাকিল ।❤
@DipaKutum
@DipaKutum 7 күн бұрын
জ‌য় হনুমান ❤❤ জয় জয় শ্ৰী ৰাম
@axomlegend559
@axomlegend559 Күн бұрын
বহুত ভাল লাগিল জয় হনুমান ইমান ভাল সাক্ষাৎ কাৰ উপহাৰ দিয়াৰ বাবে ধন্যবাদ
@trishna-colourful-kitchen-vlog
@trishna-colourful-kitchen-vlog 6 күн бұрын
এটা সময়ত মোক কিছুমান কথাই বহুত আমনি কৰিছিল আৰু জীয়াই নাথাকো বুলি চেষ্টা কৰিছিলোঁ , ভগৱান নাই পৃথিৱীত ভাবিছিলো বহুত ডাঙৰ ভূল কৰিব লৈছিলোঁ।কিন্তু সেইটো নহৈ মোৰ লগত এটা ডাঙৰ accident হল যেতিয়া মই পৰি আছোঁ উশা ঘূৰি অহা নাছিল মানুহৰ মাত শুনিছোঁ মই মতিব পৰা নাছিলোঁ তেতিয়া মই নাথাকিব বুলি ভাবিছিলো। কিন্তু পিছত যেতিয়া মই জীয়াই আছোঁ গম পালো তেতিয়াহে বিশ্বাস হল যে সঁচাকৈ ভগৱান আছে আৰু জীৱনটো কিমান মূল্যৱান ।
@ilakardong2420
@ilakardong2420 6 сағат бұрын
আপোনাৰ অনুমাৰ চালিশাৰ কথা শুনি ভশুত ভাল লাগিছে ❤❤❤❤❤
@aratidevi3590
@aratidevi3590 5 күн бұрын
ভাল্ লাগিল, মই হনুমান বাবা ক্ প্ৰাৰ্থনা কৰোঁ, মোৰ ফটো আছে ডাঙৰ এখন, সদায় তেওঁক মাতো, jai hanuman, jai bajarangbali, jai sangkotmuson🙏🙏🙏🙏🙏
@Prasenjitroy49
@Prasenjitroy49 5 күн бұрын
Jai bajrangbali 🙏
@sabitasaikia2326
@sabitasaikia2326 5 күн бұрын
আজিৰ অনুস্থানটো চাই খুউব ভাল লাগিছে।মনলে বহুত সাহস পাইছো। মোৰ ল'ৰাৰ মনটো মাজে সময়ে ডিপ্ৰেচনত আহে,দাদা আপুনি অনুগ্ৰহ কৰি তাৰ হৈ সেৱা এভাগ কৰিবচোন। হনুমানকজীয়ে শক্তি দিয়ক।
@nikhilphukan8279
@nikhilphukan8279 5 күн бұрын
শিৱ পুৰাণ পঢ়ি ময়ো শিৱ ভগৱানক দেখিছোঁ ।
@DipaDeka-fm2jx
@DipaDeka-fm2jx 7 күн бұрын
Emane vl lagil je olp o amoni loga nai aru jen olp deghol hol hoi video 2.jai Hanuman
@kakumoniphukan4837
@kakumoniphukan4837 7 күн бұрын
Hoi Hanuman chalisa pohile bohut energy pai .JAI HANUMAN
@SabinDeka-ig9er
@SabinDeka-ig9er 5 күн бұрын
Hi
@SabinDeka-ig9er
@SabinDeka-ig9er 5 күн бұрын
🙏🙏🙏🙏🙏
@anupambini3930
@anupambini3930 4 күн бұрын
বৰ ধুনীয়া এটা episode আগবঢ়ালা, বহুত ধন্যবাদ ❤
@gunajitbarman2066
@gunajitbarman2066 6 күн бұрын
Jai Siya Ram 🕉️🚩🙏🏼❤️ Jai Bajrangbali 🕉️🚩🙏🏼❤️... Hanuman chalisa muru life change kri dse....Jai Bajrangbali ❤❤❤
@Mr_sarma_01
@Mr_sarma_01 4 күн бұрын
এই ভিডিঅটো চাবলৈ পায় বহুত ভাল লাগিছে , সঁচাকৈ হনুমান বাবাৰ শক্তি অসীম,আমিও হনুমান বাবাক নিতৌ পূজা-অৰ্চনা কৰো,বাবাৰ সেৱাৰ অৰ্থে‌ সম্পূৰ্ণ নিৰামিষাহাৰী হৈছো নাজানো প্ৰভুক কি দি পুজিম,
@bulumoninath6956
@bulumoninath6956 7 күн бұрын
জয় হনুমান ।সঁচাকৈয়ে আপোনাৰ কথাখিনি শুনি মোৰ যথেষ্ট ভাল লগাটো বাদেই আনকি হনুমান জী প্ৰতি আৰু ভক্তি ভাৱ আহিছে ।হনুমান চালিচা মই সদায়েই পঢ়ো কিন্তু কি ভাৱে পঢ়িব লাগে বা নিয়ম কেনেকুৱা একো নাজানো কিন্তু সদায়েই পঢ়ো।তথাপিও জনাই নজনাই পঢ়োতে পঢ়োতে মই বহুত কথাৰ প্ৰমাণ পাইছো।কিবা বিপদ আহিলেই মই হনুমান চালিশা পঢ়ো।আনে হয়তো বিশ্বাস কৰিব নাই মই নাজানো কিন্তু মই বিশ্বাস কৰোঁ আৰু প্ৰমাণ পাইছোঁ ।এবাৰ কি হ'ল জানে ছোৱালী জনীক কওঁ তই শনিবাৰ বা মঙ্গল বাৰ এটাত হনুমান চালিশা পঢ়িবি।তাই সঁচাকৈয়ে এদিন হনুমান চালিশা খন হাতত লৈ পঢ়িব লৈ কলেজলৈ দেৰি হোৱা বাবে এ আজি নপঢ়ো কালিৰ পৰা পঢ়িম বুলি থৈ দিলে মই পিছত কলতহে গম পালোঁ ।তাৰ পিছত কি হল জানে তাই কলেজ পাওঁ পাওঁ হওঁতে ই গাড়ী এখনে তাইক এনেকৈ খুন্দা মাৰিলে তাই ৰাস্তাৰ সিটো পাৰে বল যোৱাদি গৈ পৰিল গৈ।অলপ সময় অচেতন।কিন্তু ভাগ্যৰ কি খেলা তাইৰ একোৱেই নহল ।সকলো টেষ্ট কৰাৰ পিছত তাই সকলো ঠিক আছে ।কেৱল ভৰি দুখন একেবাৰে কলা হৈ গৈছিল ।এতিয়া সকলো ভাল।সেই যে হনুমান চালিশা খন তাই পঢ়িব লৈও থৈ দিলে সেয়ে হনুমান জীয়ে তাইক ৰক্ষাও কৰিলে আৰু দেখুৱাই ও দিলে।মই একদম তেনেকৈ ভাবোঁ ।আৰু মোৰ জীৱনত তেনে ধৰণৰ বহুত প্ৰমাণ আছে।মই বহুত বিশ্বাসী ।আপোনাৰ কথাখিনি শুনি বহুত বহুত ভাল লাগিল আৰু যথেষ্ট অনুপ্ৰাণিত হ'লো ।আপুনি সুস্বাস্থ্যৰ গৰাকী হৈ থাকক।🙏🏾🙏🏾🙏🏾
@dipalisaharia7296
@dipalisaharia7296 5 күн бұрын
সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে, জয় শ্ৰী ৰাম, জয় হনুমান ।
@binaborah3712
@binaborah3712 7 күн бұрын
বহুত ভাল লাগিল ভাষা নাই বুজাবলে হনুমানজীলৈ শতকোটী পনাম🙏🙏🙏🙏
@mirathakuria8564
@mirathakuria8564 7 күн бұрын
ভিডিঅটো চাই বহুত ভাল লাগিল,জয় শ্ৰী ৰাম , হনুমান বা 🙏🙏🙏
@bhabeshsarma9448
@bhabeshsarma9448 7 күн бұрын
Boht val lagil, montu bohut val lagi gol, jai hanuman 🙏🙏
@HojaiRabha
@HojaiRabha 3 күн бұрын
বহুত বহত ধন্যবাদ বাস্তৱ অভিজ্ঞতা জনোৱাৰ বাবে
@trishu7
@trishu7 6 күн бұрын
Best podcast 👍👍
@karabigogoi629
@karabigogoi629 3 күн бұрын
মই ও হনুমান চালিশা বহুত বিশ্বাস কৰোঁ। হনুমান বাবাই মোকো প্ৰতিটো কাৰ্য্যতে সহায় কৰে। প্ৰবাদ আছে হনুমান আজিও জীৱিত
@urbashisaikia5393
@urbashisaikia5393 7 күн бұрын
Bohut val lagile episode tosaim moiu bohut honuman bisas koru aru regularly morning aru evening 2 times Honuman chalisha pohu Jai shree ram Jai honuman
@rijudeka
@rijudeka 5 сағат бұрын
চাৰ আপোনাৰ কথা খিনি শুনি পৰম কৃতাৰ্থ হৈছোঁ।🙏
@priyangshugogoi6299
@priyangshugogoi6299 7 күн бұрын
Hosa kotha 🙏🏻🙏🏻🙏🏻🙏🏻moiu proman paisu..Joy Sri Ram 🙏🏻🙏🏻🙏🏻🙏🏻 joy Hanuman joy🙏🏻🙏🏻🙏🏻🙏🏻
@deepkumargogoi5048
@deepkumargogoi5048 Күн бұрын
ভাল লাগিল, জয় শ্ৰী হনুমান দেৱ, প্ৰণাম আপোনাক
@Diphsikha8
@Diphsikha8 6 күн бұрын
hanuman babai muk bohut hohai korise muk uddhar korise. dhanyabad hanuman ji loi. etia honuman salisa nopohile mur mon beya lage . dhaynabad tumaloi aji ai episode tu sabo palu
@pareesmitasrapunzel9095
@pareesmitasrapunzel9095 4 күн бұрын
Muru akai..npoha dina monoloi ahi jai kiba ata nikra aji dintut buli
@sangeetagogoi7384
@sangeetagogoi7384 3 күн бұрын
বহুত ভাল লাগিল আলোচনাখিনি, মই ব্যক্তিগত ভাৱেও ভগৱানক সদায়ে বিশ্বাস কৰো।
@Bijitmusic
@Bijitmusic 7 күн бұрын
श्रीगुरु चरन सरोज रज, निज मनु मुकुरु सुधारि बरनऊं रघुबर बिमल जसु, जो दायकु फल चारि बुद्धिहीन तनु जानिके, सुमिरौं पवन कुमार बल बुद्धि बिद्या देहु मोहिं, हरहु कलेस बिकार जय हनुमान ज्ञान गुन सागर जय कपीस तिहुं लोक उजागर रामदूत अतुलित बल धामा अंजनि-पुत्र पवनसुत नामा महाबीर बिक्रम बजरंगी कुमति निवार सुमति के संगी कंचन बरन बिराज सुबेसा कानन कुण्डल कुंचित केसा हाथ बज्र औ ध्वजा बिराजै कांधे मूँज जनेउ साजे शंकर सुवन केसरीनंदन तेज प्रताप महा जग वंदन बिद्यावान गुनी अति चातुर राम काज करिबे को आतुर प्रभु चरित्र सुनिबे को रसिया राम लखन सीता मन बसिया सूक्ष्म रूप धरि सियहिं दिखावा बिकट रूप धरि लंक जरावा भीम रूप धरि असुर संहारे रामचंद्र के काज संवारे लाय सजीवन लखन जियाये श्री रघुबीर हरषि उर लाये रघुपति कीन्ही बहुत बड़ाई तुम मम प्रिय भरतहि सम भाई सहस बदन तुम्हरो जस गावैं अस कहि श्रीपति कण्ठ लगावैं सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहीसा जम कुबेर दिगपाल जहाँ ते कबि कोबिद कहि सके कहाँ ते तुम उपकार सुग्रीवहिं कीन्हा राम मिलाय राज पद दीन्हा तुम्हरो मंत्र बिभीषन माना लंकेश्वर भए सब जग जाना जुग सहस्र जोजन पर भानु लील्यो ताहि मधुर फल जानू प्रभु मुद्रिका मेलि मुख माहीं जलधि लांघि गये अचरज नाहीं दुर्गम काज जगत के जेते सुगम अनुग्रह तुम्हरे तेते राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे सब सुख लहै तुम्हारी सरना तुम रक्षक काहू को डर ना आपन तेज सम्हारो आपै तीनों लोक हांक तें कांपै भूत पिसाच निकट नहिं आवै महाबीर जब नाम सुनावै नासै रोग हरे सब पीरा जपत निरंतर हनुमत बीरा संकट तें हनुमान छुड़ावै मन क्रम बचन ध्यान जो लावै सब पर राम तपस्वी राजा तिन के काज सकल तुम साजा और मनोरथ जो कोई लावै सोई अमित जीवन फल पावै चारों जुग परताप तुम्हारा है परसिद्ध जगत उजियारा साधु-संत के तुम रखवारे असुर निकंदन राम दुलारे अष्ट सिद्धि नौ निधि के दाता अस बर दीन जानकी माता राम रसायन तुम्हरे पासा सदा रहो रघुपति के दासा तुम्हरे भजन राम को पावै जनम-जनम के दुख बिसरावै अन्तकाल रघुबर पुर जाई जहाँ जन्म हरिभक्त कहाई और देवता चित्त न धरई हनुमत सेइ सर्ब सुख करई संकट कटै मिटै सब पीरा जो सुमिरै हनुमत बलबीरा जय, जय, जय, हनुमान गोसाईं कृपा करहु गुरुदेव की नाईं जो सत बार पाठ कर कोई छूटहि बंदि महा सुख होई जो यह पढ़ै हनुमान चालीसा होए सिद्धि साखी गौरीसा तुलसीदास सदा हरि चेरा कीजै नाथ हृदय मंह डेरा कीजै नाथ हृदय मंह डेरा
@Biki-l9r
@Biki-l9r 7 күн бұрын
🙏🙏
@ganeshtanti3539
@ganeshtanti3539 6 күн бұрын
🙏🙏
@RanjitNath-we8jj
@RanjitNath-we8jj 3 күн бұрын
🙏🙏🙏🙏🙏🙏🌹🌺🌹🌺🌹🌺🌹🌺🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@dipamanidutta1392
@dipamanidutta1392 20 сағат бұрын
🙏🙏🙏🙏🙏😚
@ushqsarma
@ushqsarma 3 күн бұрын
সঁচাকৈয়ে আপোনাৰ কথাখিনিয়ে বহুত অনুপ্ৰাণিত কৰিলে । হনুমান বাবাই সকলোকে মঙ্গল কৰক । 🙏🙏🙏
@alinapatgiri4441
@alinapatgiri4441 4 күн бұрын
হনুমান চালিচাই মোৰ জীৱন বহুত পৰিবৰ্তন কৰিলে ❤😊 মই পোৱা গধূলি সদাই পঢ়ো এতিয়া মই জীৱনত বহুত সুখী ❤😊jai Shree ram 🧡🚩
@HaripriyaKalita-t2j
@HaripriyaKalita-t2j 4 күн бұрын
Xodai Hanuman chalisa porhile non veg khbo nuwari nke jonaba sun
@alinapatgiri4441
@alinapatgiri4441 4 күн бұрын
@@HaripriyaKalita-t2j মই সদাই পাঠ কৰোঁ কিন্তু মঙ্গলবাৰ আৰু শনিবাৰে নিৰামিষ খাও আৰু যদি সংকল্প লয় তেতিয়া ১১ দিন আপুনি non veg খাব লাগিব।।।মই সদাই পঢ়ো
@debashreesarma644
@debashreesarma644 5 күн бұрын
Apunar kotha kaitai bohut hahokh dise moiu bohut manu hanuman ji k jai shree ram jai hanuman🙏
@NayanjyotiDeka-d7j
@NayanjyotiDeka-d7j 10 сағат бұрын
জয় শ্ৰী ৰাম। ভগৱান সৰ্বশক্তিমান। বিশ্বাসে মিলয় হৰি ।
@nilakhidevi3313
@nilakhidevi3313 21 сағат бұрын
Bahut val lagil sai.moiu bahut biswas koru hanuman ji k. Hanuman dev tumi sadai xakalure uparat kripa dristi rakhiba. Jai Hanuman dev.🙏🙏🙏
@ritumonirajkhowa9592
@ritumonirajkhowa9592 3 күн бұрын
ধন্যবাদ বহুত ভাল লাগিল।আনে বিশ্বাস কৰে নে নকৰে মই নাজানো কিন্তু ঈশ্বৰ সঁচাকৈ আছে।
@Anjanakalita-s4i
@Anjanakalita-s4i 2 сағат бұрын
Bohut val lagil. Joy Shree Ram. Joy Hanuman 🙏🙏🙏🙏🙏🙏
@rupalikalita6024
@rupalikalita6024 6 күн бұрын
মই সদায় হনুমান চালিচা পাঠ কৰো বহুত ভাল লাগে মনটো🙏🙏🙏
@urbashihazarika4532
@urbashihazarika4532 5 күн бұрын
Yes bajrangbali hodai ase amr logot Jai siya ram, jai bajrangbali..❤️🚩
@atanuduarah9235
@atanuduarah9235 5 күн бұрын
I totally believe in every words you said because I have passed through this kind of situation. Jai Shree Ram.
@dipalinath03
@dipalinath03 2 күн бұрын
জয় হনুমান। Video টো খুবেই ভাল লাগিল।
@kailashtalukdar1911
@kailashtalukdar1911 Күн бұрын
সঁচা কথা মই নিজে গম পাইছোঁ। জয় হনুমান বাবা ❤❤❤
@swarnalatadevi5447
@swarnalatadevi5447 2 күн бұрын
Video টো চাই বহুত ভাল লাগিল ❤ জয় শ্ৰী ৰাম 🙏🙏🙏🏵️🏵️🏵️
@Devil-r6m
@Devil-r6m 5 күн бұрын
মই হনুমান সালিচা পৰা বহুত প্ৰমাণ পাইছোঁ। জয় হনুমান।। জয় হনুমান।। জয় হনুমান।।
@sankarjitsingha8188
@sankarjitsingha8188 2 күн бұрын
Bohut bohut bohut val lagil Jay sree Ram ❤
@rinasaikiadas4911
@rinasaikiadas4911 6 сағат бұрын
হনুমান বাবাক জয়পুৰৰ মানুহে বহুত মানে খৰুৰ পৰা ডাঙৰ লৈ কসকলোঁ লোকে খোদাই পূজা পাঠ কৰে ।আৰু মই ভাবো ধৰ্ম বোলা বস্তুটো পছিমৰ দেশত জিয়াই আছে দেখিলে বৰ ভাল লাগে লগতে আমি কসকলুৱে তেওঁক মানি চলিব লাগে বাকী আপোনাৰ কথা।
@JonaliHazarika-i7g
@JonaliHazarika-i7g 2 күн бұрын
আপোনাৰ দৰে ময়ো হনুমান বাবাক দেখা অনুভৱ কৰোঁ
@BimanRanjanPatra
@BimanRanjanPatra 3 сағат бұрын
💯 right moyu prof pisu Jai shita Ram Jai Hanuman 💚🌲🌎🌈☯️🕉️☸️🇮🇳🌺🌺🌺🌺🌺🙏🙏
@dulbormanta4407
@dulbormanta4407 7 күн бұрын
বহুত বহুত ধন্যবাদ গুঞ্জন দা লৈ নজনা কথা শিকিলোঁ বুজিলো ।🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Free_fire_00-h2z
@Free_fire_00-h2z 2 күн бұрын
হয় তেও৺ৰ বহুত শক্তি আছে যৰ প্ৰমান মই নিজেই পাইছো মই বহুত শক্তি আৰু সাহস পাইছো হনুমান শালিচা পঢ়ি তেওক মই সতকোতি বাৰ প্ৰণাম কোৰো তেওৱেই মোৰ বাবে সকলো
@basantiborthakur3476
@basantiborthakur3476 3 күн бұрын
বহুত ভাল লাগিল ।মইও পঢ়ি থাকোঁ। তথাপি আপুনি এবাৰ মোৰ বাবে কৰিবচোন বৰ গাতো বেয়া হৈ থাকে। বৰ কৃতার্থ হম। 🙏🙏জয় শ্ৰী ৰাম।
Win This Dodgeball Game or DIE…
00:36
Alan Chikin Chow
Рет қаралды 9 МЛН
Остановили аттракцион из-за дочки!
00:42
Victoria Portfolio
Рет қаралды 3,2 МЛН
哈莉奎因怎么变骷髅了#小丑 #shorts
00:19
好人小丑
Рет қаралды 48 МЛН
Win This Dodgeball Game or DIE…
00:36
Alan Chikin Chow
Рет қаралды 9 МЛН