মুনিন দত্ত ও পৰিয়াল বৰ্গ||চাবুৱা||

  Рет қаралды 404,194

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 399
@arunpathak2120
@arunpathak2120 6 ай бұрын
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ,ময় মন্দমতি ভৈলো সেৱা চোৰ হে। (নামঘোষা) । কৃষ্ণ।জয় গুৰু শঙ্কৰ।
@nikhasonowal2028
@nikhasonowal2028 11 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তুমি হে পৰম গুৰু।
@kumudgayan1664
@kumudgayan1664 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।হয় ভকত বৈষ্ণৱৰ সেৱাত ব্ৰতী হবলৈ উৎসাহ দেখি গুৰু দুজনাৰ কৃপাত ভক্তিৰ পৰিবেশ সৃষ্টি হোৱা কাৰণে আনন্দ লাভ কৰিলো, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@kumudinisaikia1979
@kumudinisaikia1979 Жыл бұрын
কৃষ্ণ🙏 সহস্ৰ কোটি প্ৰণাম কৃষ্ণ🙏🙏🙏🙏 সুন্দৰ উত্তৰ সুন্দৰ উদাহৰণ কৃষ্ণ🙏
@balinnath7527
@balinnath7527 Жыл бұрын
বৰ ভাল লাগিল ভাগৱত পাঠ হে হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাৰায়ণ 🙏🙏🙏
@HidayanandaDehingia
@HidayanandaDehingia 10 ай бұрын
E
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু। আৰু সমস্ত বাপ আই লৈ সেৱা জনাইছো।
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Joi krisn
@KhirodGogoi-c3d
@KhirodGogoi-c3d 2 ай бұрын
A​❤@@kehsabgogoi7026
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 গগৈ বাপৰ সহিতে সমস্ত আই বাপলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 🙏 অতি সুন্দৰ ভাগৱত বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏 🙏 🙏 জয় গুৰু শঙ্কৰ 🙏
@debokantosaikia1369
@debokantosaikia1369 Жыл бұрын
বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
@promodborah3768
@promodborah3768 10 ай бұрын
কৃষ্ণৰ পভৃ আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি ভাল লাগিল ধন্যবাদ থাকিল ❤❤❤❤🎉🎉🎉
@nizarasaikia9781
@nizarasaikia9781 9 ай бұрын
Wwé 🐨
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়া ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ ।
@rajudutta6401
@rajudutta6401 4 ай бұрын
শঙ্কৰ , মাধৱ, গোপাল সকলোয়েই আমাৰ গুৰু , অনিৰুদ্ধ গুৰুজনাই তেৰাৰ ভক্তি মঙ্গল ঘোষা শাস্ত্ৰৰ সম্প্ৰদা ভাগত পূৰ্বগুৰুষসকলক পৰিচয় কৰাই গৈছে । তথাপিও মায়ামৰা সমাজৰ বাবে তেওঁ আদ্যেশ্ৱৰ। কাৰণ শঙ্কৰদেৱৰ শুদ্ধ ধৰ্মভাগৰ পৰিচয় মায়ামৰা সমাজে তেৰাৰ যোগেদিহে পাইছে।
@BabulMurah-gr1jq
@BabulMurah-gr1jq Жыл бұрын
কৃষ্ণ সুন্দৰ উপদেশ আগবঢ়ালে
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আই সকল চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@runusaika4715
@runusaika4715 Жыл бұрын
বৰ ভাল লাগিল ভাগৱতৰ ভাঙনি শুনি,বহুত নজনা কথা জানিব পাৰিলো, কৃষ্ণ কৃষ্ণ বাপজনা
@lijadeka567
@lijadeka567 15 күн бұрын
😮😅
@nonichutia3034
@nonichutia3034 11 күн бұрын
অতি সুন্দৰ!!!! আৰু শুনি থাকিবৰ মন।
@anamikasaikia5928
@anamikasaikia5928 8 ай бұрын
হে প্ৰভু আপোনা ভাগৱত পঢ়া সুৰ টো শুনিলে কিবা এটা দুখ লাগি আহে, চকু পানী ওলাই যায়।
@pranabjyotihazarika7145
@pranabjyotihazarika7145 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏 শ্ৰৱণ কৰি কৃতাৰ্থ হলো
@parajitasaikia
@parajitasaikia Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম । ৰাম কৃষ্ণ হৰি বিষ্ণু তুমিয়েই গোবিন্দ হৃষীকেশ ।। মাধৱ কৃষ্ণ ।।
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Dhinybad
@gayatritamuly2780
@gayatritamuly2780 Жыл бұрын
Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna prabhu
@kumudbordoloi2079
@kumudbordoloi2079 Жыл бұрын
Krishna , bapjan. Excellent explanation. Many many thanks.
@hiteshdas7174
@hiteshdas7174 Жыл бұрын
কৃষ্ণ আপোনাৰ উত্তৰ বোৰ সুন্দৰ- যথাযথ হৈছে । সেৱাজনালো কৃষ্ণ ।
@rewatideka7020
@rewatideka7020 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏🙏🙏
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Nomoskar thakil
@jyotikamonidas8171
@jyotikamonidas8171 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mondiramech899
@mondiramech899 Жыл бұрын
কৃষ্ণ বাপ জনা ভক্তি ভৰা সেৱা জনালোঁ।
@creative-dd3zt
@creative-dd3zt Жыл бұрын
আপোনাক দীঘ‘ আয়ো কামনা কৰিলো ৷ধন্যবাদ
@robingogoi5983
@robingogoi5983 Жыл бұрын
কৃষ্ণ । ভক্তেহে ভকত চিনি পাই ।অনিৰুদ্ধ সমাজৰ সকলো ভকত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা নিবিদিলোঁ । কৃষ্ণ।
@renugogoigohain1077
@renugogoigohain1077 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীপদ্মমুখে শ্ৰীমদ্ভাগৱতৰ অমৃতময় ব্যাখ্যা শ্ৰৱণ কৰি উপকৃত হলো।কৃষ্ণ ভকতৰ চৰণলৈ সেৱাহে যাচিলো।
@ushakalita53
@ushakalita53 Жыл бұрын
@ushakalita53
@ushakalita53 Жыл бұрын
(
@ushakalita53
@ushakalita53 Жыл бұрын
@ushakalita53
@ushakalita53 Жыл бұрын
# ৌ৮
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
বহুত বহুত dhoinoy
@rekhagogoi322
@rekhagogoi322 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
জয় কিষ্ণ
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@smritirekhaborah9936
@smritirekhaborah9936 Жыл бұрын
প্ৰশ্নকৰ্তাজনে কোৱা পদফাকিৰ জড়িয়তে ঈশ্বৰক পিতৃ বোলা নাই। জন্মদাতা পিতৃজনকহে ঈশ্বৰৰ তুল্য বুলিছে। বাপজনাই গোৱা ঘোষাফাকি ঘোষাপুথিত বিচাৰি নাপালো। জন্মদাতা জন পিতা, ঈশ্বৰ হ'ল পৰম পিতা। কুলধৰ বড়া।
@bijayaborah6853
@bijayaborah6853 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু । ইমান সুন্দৰ ব্যাখ্যা ।
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Dhinybad thakil
@swapnagogoi8702
@swapnagogoi8702 9 ай бұрын
কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Dhinybad thakil
@BipulBaruah-dy1jg
@BipulBaruah-dy1jg Жыл бұрын
কৃষ্ণ প্ৰভু আপোনাৰ মুখে অমৃত বানী শুনি ধন্য হলো ।
@jitumonibora1366
@jitumonibora1366 Жыл бұрын
কৃষ্ণ কৃষ্ণ জয় গুৰূ শঙ্কৰ
@poragboruah4156
@poragboruah4156 Жыл бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@pranitasaikia8488
@pranitasaikia8488 Жыл бұрын
Krishna Krishna 🙏 bap seya nibedon karilo krishna krishna 🙏🙏
@dipanjolihazarika6101
@dipanjolihazarika6101 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন আমাৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@sumitrasaikia8388
@sumitrasaikia8388 Жыл бұрын
ৰাম ৰাম কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ৷
@daisyrabha2343
@daisyrabha2343 Жыл бұрын
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
@harichandrabori8835
@harichandrabori8835 Жыл бұрын
কৃষ্ণ। ভাল লাগিল,কৃতাৰ্থ হ'লো। ভগৱন্তৰ চৰণত সুস্বাস্থ, দীৰ্ঘায়ু কামনা কৰিলো।
@violeenalaskar3742
@violeenalaskar3742 10 ай бұрын
কৃষ্ণ ,জয় গুৰু শ্ংকৰ ,এভাগি সেৱা ধৰা হ'ল।
@NoganDas-i5o
@NoganDas-i5o 6 ай бұрын
Krishan krishan krishan Ram aapunalukor soront sewa janisu🙏🙏🙏🙏🙏🙏🙏🙏🙏
@jadabnath6830
@jadabnath6830 Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏🙏🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Kisno kisno
@pallabikagohain5720
@pallabikagohain5720 Жыл бұрын
Ram Ram, Krishna Krishna 🙏🙏🙏
@bk6929
@bk6929 Жыл бұрын
কৃষ্ণ, সেৱা জনাইছোঁ,, বাপজনৰ ভাঙনি খুব সুন্দৰ,,,, কৃষ্ণ
@arupgogoi9873
@arupgogoi9873 Жыл бұрын
কৃষ্ণ কৃষ্ণ।
@dilipsutradhar4684
@dilipsutradhar4684 Жыл бұрын
শত শত কৌতি সেৱা নিবেদিলো,কৃষ্ণ কৃষ্ণ
@jonebarman5456
@jonebarman5456 Жыл бұрын
কৃষ্ণ কৃষ্ণ ভকতৰ চৰনত শত কৌতি প্ৰনাম
@acassamculture2219
@acassamculture2219 Жыл бұрын
দেৱ চেতিয়া কৃষ্ণ কৃষ্ণ হৰি ৰাম
@prafulladas7224
@prafulladas7224 Жыл бұрын
কৃষ্ণ! আমাৰ ইয়াত সত্রৰ শাখা আছে সেইসূত্ৰে আমি সত্ৰীয়া কিন্তু মই জনা হোৱাৰ পৰা আমাৰ যদি আদ্য শ্ৰাদ্ধৰ কৰোঁ তেতিয়া আমি ব্ৰামণ দ্বাৰা হে উদ্ধাৰ হও লগতে পূজা পাতল বিলাকো কৰোঁ আনফালে শঙ্কৰদেৱৰ জন্ম উৎসৱ ভাগৱত লৈ শোভাযাত্ৰা কৰো। গতিকে আজিও দোমোজাত আছোঁ । কোনোবা বাপে মোৰ কোমেন্ত চাই অনুগ্ৰহ কৰি উপায় এটা পাম বুলি আশা ৰাখিলোঁ। কৃষ্ণ!
@NibaranNath-bx4ee
@NibaranNath-bx4ee 10 ай бұрын
ভাৰত বুৰঞ্জী খুব মনোযোগ দি পঢ়ি লওক। লগতে অসম বুৰঞ্জী ও মান দি পঢ়ি বুজি লওক। এতিয়া দ্বাদশ শ্ৰেণীৰ সমাজ শাস্ত্ৰ খন পঢ়ি বুজি লওক। এতিয়া আপুনি বুজি পাব বৈষ্ণৱ কি, শাক্ত কি, পূজা পাঠ কি, যজ্ঞ কি, ইত্যাদি।এইখিনি জ্ঞান আহৰণ কৰাৰ পিছত গীতা মহাগ্ৰন্থ খন বাৰে বাৰে পঢ়ি বুজি লওক। এতিয়া আপুনি গোটেই পঞ্চ তত্বৰ কথা , ভক্তি মাৰ্গ, আদি বুজি পোৱাৰ পিছত আপুনি আৰু দোমোজাত পাৰিব লগা নহব বৰং আন কোনোৱে পাৰিলে আপুনি তেওঁক ও উধহাৰ কৰিব পাৰিব। দস্যু ৰত্নাকৰে ও বছৰৰ বছৰ ধ্যান বা অধ্য য়ন কৰি আদি কবি বাল্মিকী বুলি বিখ্যাত হৈছিল। মুঠতে পুথি পঢ়ি আৰু ওচৰ চুবুৰীয়াক দেখি বুজি লৈ জ্ঞান আহৰণ নকৰিলে এই ধৰাৰ মাহাত্ম্য বুজিব কেতিয়াও নোৱাৰিব। বে
@lilaramdas9065
@lilaramdas9065 Жыл бұрын
Om bhagobot bashudebai nomu
@ashokkumardutta7850
@ashokkumardutta7850 Жыл бұрын
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো
@nirengogoi4665
@nirengogoi4665 8 ай бұрын
ধন্য হলো প্ৰভু,ৰাম নাৰায়ণ, কৃষ্ণ কৃষ্ণ
@pramiladeori6928
@pramiladeori6928 Жыл бұрын
Krishna Krishna bap pronam 🙏🙏🙏🙏🙏🙏🙏
@himadriboruah4849
@himadriboruah4849 Жыл бұрын
কৃষ্ণ, কৃষ্ণ 🙏🙏🙏
@gunamaidevi4570
@gunamaidevi4570 Жыл бұрын
Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu apuner bakhayxuni param anand lavilu Krishna 🙏🏿
@NokhoangiaBongali
@NokhoangiaBongali 11 ай бұрын
আপোনাৰ মুখেৰে শাস্ত্ৰৰ কথা শুনিলে নিজকে ধন্য হোৱা যেন অনুভৱ হয়। ৰাম কৃষ্ণ
@tarunchandrabaruah485
@tarunchandrabaruah485 Жыл бұрын
This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
@BanikantaBonia-ec7nz
@BanikantaBonia-ec7nz Жыл бұрын
🙏🙏🙏👌কৃষ্ণ বাপ কি সুন্দৰ কণ্ঠ আৰু বাখ্যা 🙏🙏🙏
@biswajitbaruah3564
@biswajitbaruah3564 Жыл бұрын
Koti koti pranam prabhu, gobindra Krishna
@sadanandagogoi1880
@sadanandagogoi1880 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা। 🙏
@jakerinahikeupam7623
@jakerinahikeupam7623 Жыл бұрын
কৃষ্ণ মাধৱ 🙏
@etikshakalita8234
@etikshakalita8234 Жыл бұрын
😮😢😢
@kalpanaborah5461
@kalpanaborah5461 10 ай бұрын
Great expectations 🙏 praise the lord 🙏🙏🙏🙏🙏
@birenbora4213
@birenbora4213 Жыл бұрын
সুন্দৰ হৈছে।
@bipulbharali8925
@bipulbharali8925 Жыл бұрын
স্থান, কাল, পাত্র , পৰিবেশ চাই সকলোৰে হৃদয় স্পৰ্ষ কৰাকৈ শাস্ত্র সমূহৰ বাখ্যা আগবঢ়াব পৰাটো শ্ৰদ্ধেয় গগৈ বাপজনাৰ অতি মহৎ গুণ। গোবিন্দে তেৰাক কৃপা কৰক।
@ramcharandeka9143
@ramcharandeka9143 Жыл бұрын
Ramkrishna
@cheniramnath2673
@cheniramnath2673 2 күн бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🏻🙏🏻🙏🏻
@dandadhardeka8300
@dandadhardeka8300 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ
@zayaborgohain6076
@zayaborgohain6076 Жыл бұрын
Eman dhunia biyakhya......Ishwar r horbusso prasonkha houk.....
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@padmakalita6061
@padmakalita6061 7 ай бұрын
Krishna Krishna pranam jonalu
@tukheswarborah629
@tukheswarborah629 17 күн бұрын
ভাল লাগিল বাপ ধন্যবাদ❤❤🎉🙏🙏🙏
@rekhadas5058
@rekhadas5058 Жыл бұрын
কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণলৈ শতকৌটি প্ৰণাম জনালো 🙏🙏🙏
@prahladhazarika9956
@prahladhazarika9956 Жыл бұрын
😂😂ও😢খঘখঘধঙখখখ
@prahladhazarika9956
@prahladhazarika9956 Жыл бұрын
।।সত্য সুদ্ধ বাখ্য। কৃষ্ণ কৃষ্ণ।
@kehsabgogoi7026
@kehsabgogoi7026 9 ай бұрын
Dhinybad
@ranudas4561
@ranudas4561 6 ай бұрын
Krishna Krishna Pravu apunar soronot khoto kouti pronam jonaisu....🙏🙏🙏
@sasadharrajbangshi4147
@sasadharrajbangshi4147 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏 প্ৰভু‌
@pallabigogoi6444
@pallabigogoi6444 Жыл бұрын
Krishna 🙏🙏
@tAnNmOy-P1r
@tAnNmOy-P1r 3 ай бұрын
কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@brojengogoikrisnakrisna7975
@brojengogoikrisnakrisna7975 Жыл бұрын
Krishna Krishna bap hewa janalu
@NiruDevi-td3hn
@NiruDevi-td3hn 9 ай бұрын
Krishna bap krishna bhakati bhara prnanam janalo
@NilamoniDoley-bm1ts
@NilamoniDoley-bm1ts 9 ай бұрын
কৃষ্ণ কৃষ্ণ গগৈ বাপ
@BhanuBorah-ib6iz
@BhanuBorah-ib6iz Жыл бұрын
শতকৌতি সেৱা নিবেদিলো, কৃষ্ণ কৃষ্ণ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Жыл бұрын
Krishna Krishna baap Joy Guru Shankar
@dulomanidas2661
@dulomanidas2661 Жыл бұрын
কৃষ্ণ 🙏
@ManuramPhukan
@ManuramPhukan Ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ।
@DibyaGogoi-oy9yk
@DibyaGogoi-oy9yk Жыл бұрын
Krishno krishi provu jon
@jharonachetia2767
@jharonachetia2767 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 ।
@tarunchandrabaruah485
@tarunchandrabaruah485 Жыл бұрын
Yours superfine explanation,so far available among us, is the highest
@nilakhigogoi5012
@nilakhigogoi5012 Жыл бұрын
💜😊😊
@rikugogoi3759
@rikugogoi3759 Жыл бұрын
Sumitra Gogoi Krishna Krishna Krishna Bapsakale Anirudha Dharmar katha koi aachhe ai Anirudha hoichhe Darakar Ydupati Krishnar Nati yijan Banrajar hatat Ushar babe bandit haba laga hoichhil tera hol aamar nichina ajan Achtan ati Jiwa Attmasarup Krishnar Kripathe terai bandhonar para multi pale gtike Krishnak ari Achetan Jeewa atik puja kari kiba lav aachhejano dukh nadharib ai Dasro Das Daseeye ati samany Magaje yito dhuki paichho seitohe koichho Krishna pranam janalo Aaponalokak Krishna
@bubulgogoi1682
@bubulgogoi1682 Жыл бұрын
অতি সুন্দৰকৈ সহজভাৱে নিখূতভাবে সহজ সৰলকৈ বৰ্ণনা কৰি বুজাই দিলে ৷ যেতিয়া আপোনাৰ ভিডিঅ বোৰ চাঁও মনটো সুখ অনুভূতি লাভ কৰো
@prafullalahakar2456
@prafullalahakar2456 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@kritarthamudoi5123
@kritarthamudoi5123 Жыл бұрын
কৃষ্ণ কৃষ্ণ 👏👏👏
@monkonwar4465
@monkonwar4465 Жыл бұрын
Ss
@lipikarajkonwar5654
@lipikarajkonwar5654 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏
@DipaliDas-jr6xo
@DipaliDas-jr6xo 6 ай бұрын
কৃষ্ণ কৃষ্ণ
@lituboro6833
@lituboro6833 Жыл бұрын
বহুত ভাল লাগিছে
@dilipbora2429
@dilipbora2429 10 ай бұрын
Krishna Krishna Krishna
@padmakalita6061
@padmakalita6061 7 ай бұрын
Krishna Krishna pranam jonalu bap
@mintukaman7655
@mintukaman7655 Жыл бұрын
Krishna Krishna apunak pronam korisu
@amiyabora-tg8ld
@amiyabora-tg8ld 19 күн бұрын
Krishna Krishna probhu pramisu tumak
@jadumoniborah8575
@jadumoniborah8575 Жыл бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🏻🙏🏻🙏🏻
@rahulbaruah5524
@rahulbaruah5524 Жыл бұрын
বাপ জনৰ লগতে সকলো জনকে মহা অধমে সেৱা নিবেদন কৰিলো.
He bought this so I can drive too🥹😭 #tiktok #elsarca
00:22
Elsa Arca
Рет қаралды 63 МЛН
শিলগোসাঁনী থান নলবাৰী@জ্যোতিময়Jyotimoy
50:46
জ্যোতিময় Jyotimoy
Рет қаралды 12 М.
ভটীয়াপাৰ||শেনচোৱা|| part-2@জ্যোতিময়Jyotimoy
34:30
জ্যোতিময় Jyotimoy
Рет қаралды 111 М.
ডিব্ৰুগড় চাবুৱা@জ্যোতিময়Jyotimoy
21:30
জ্যোতিময় Jyotimoy
Рет қаралды 27 М.