ককাই প্ৰশ্ন কৰিলে what is meaning by name

  Рет қаралды 112,721

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 207
@NarayanBora-bs8eq
@NarayanBora-bs8eq 16 күн бұрын
Om Krishan Om Shanti Om Shanti Om Shanti Krishna Krishna Krishna.
@miduldutta8798
@miduldutta8798 Ай бұрын
ৰাম কৃষ্ণ হৰি 🙏 ৰাম কৃষ্ণ হৰি 🙏 ৰাম কৃষ্ণ হৰি🙏
@MamoniBora-j2j
@MamoniBora-j2j Ай бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ চৰণত সেৱা নিবেদিলো।।।
@ranahazarika220
@ranahazarika220 9 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ । জয় গুৰু শঙ্কৰ।
@violeenalaskar3742
@violeenalaskar3742 29 күн бұрын
কৃষ্ণ | জয় গুরু শংকৰ | সবাৰে শ্ৰীচৰণত সেৱা নিবেদিছো | কৃষ্ণ কৃষ্ণ ৰাম৷
@kalpanagogoi3926
@kalpanagogoi3926 25 күн бұрын
Krishana
@M17-f5l
@M17-f5l Ай бұрын
ভকত বৈষ্ণৱ সকলৰ চৰণত সেৱা জনালোঁ৷কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏ভগৱানৰ শ্ৰৱণ কীৰ্তন কিমানযে মনোমোহা৷🙏
@mintudutta7451
@mintudutta7451 24 күн бұрын
কৃষ্ণ বাপ। ভক্তিৰ তৃষ্ণাৰে পিপাসু বাপজন।বৰ সুন্দৰ মিঠা কন্ঠেৰে হৰি কথা শ্ৰৱন কৰালে। কৃষ্ণ।
@bhaktirsagor
@bhaktirsagor Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@dipulsarma7527
@dipulsarma7527 Ай бұрын
কৰ্মই ধৰ্ম হব লাগে, লগতে কওঁ শিৱ, মাধৱ, কৃষ্ণ ও আমাৰ শংকৰ, মাধবও আমাৰেই |
@BabuShing-t1v
@BabuShing-t1v 28 күн бұрын
Sat nam( Om tat sat)
@HeremboNath
@HeremboNath 18 күн бұрын
Krishna.krishna
@japanidas6859
@japanidas6859 Ай бұрын
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব যাদব ৰাঘৱ যদুননদন কৃষ্ণৰ চৰণে লৈলো শৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mrinalmedhi8346
@mrinalmedhi8346 Ай бұрын
প্ৰভূ আপোনাৰ মুখপদ্মে ভাগৱত অমৃত পান কৰি ধন্য হৈছোঁ 🙏🙏🙏
@ankitagogoi9376
@ankitagogoi9376 Ай бұрын
Krishna provu 🙏🙏🙏
@tulumonigogoi966
@tulumonigogoi966 Ай бұрын
প্ৰাণজিৎ গগৈদেৱলৈ প্ৰণাম। আপোনাৰ ভাৱৰ লগত আমিও একমত।ঈশ্বৰক হৃদয়ৰ দৃষ্টিৰেহে দৰ্শন কৰিব পাৰি।তৰ্কে বহুদূৰ। "নামঘোষা" ভাগিতে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱ গুৰুজনাই সকলো তথ্য মানৱ সমাজলৈ শঙ্কৰ গুৰুজনাৰ মনোভাৱক আদেশ বুলি শিৰোধাৰ্যকৰি আগবঢ়াই থৈ গৈছে।হাজাৰীঘোষাৰ পৰাই নিজনামভাগ আয়ত্ব কৰিব পৰা শক্তি পৰমাৰ্থত্বৰ ভক্তিযোগেৰেহে পায়।
@Mahananda.Hazarika.
@Mahananda.Hazarika. Ай бұрын
Sumitra Gogoi Krishna Bap Iman Dhuniakoi Aaponasabe Bapjanai kara Prasnar Uttarsamuh tatkhynat koi dile ye ai Maha Adhameeye aachrit halo gatike Saruyeo Dangarak val Updes diba pare yenekoi Singha aru Niganir ai Advut kahineeto katha aami sakalowe aamar Pathyputhit pahibaloi paichhilo Krishna Bap Puwar Sewabhagi Aaponasabar legate Samasta Bap Aaisakalaloi Aagbhalo Krishna 🙏
@barnalidas7784
@barnalidas7784 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
@kumudinisaikia1979
@kumudinisaikia1979 Ай бұрын
কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼
@debokantosaikia1369
@debokantosaikia1369 Ай бұрын
সমস্ত বাপ আইৰ চৰণ পঙ্কজত সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ জয় গুৰু শঙ্কৰ
@minatimech4993
@minatimech4993 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱাধৰিলো
@khirodbhuyan5967
@khirodbhuyan5967 Ай бұрын
Krishna 🙏
@PandeLoying
@PandeLoying 13 күн бұрын
Joi shri ram
@RasmirekhaSaikia-b6l
@RasmirekhaSaikia-b6l Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ।ককাক ভগৱানে সু দৃষ্টি দিব কৃষ্ণ
@PabitaRabha-ux7hs
@PabitaRabha-ux7hs Ай бұрын
Krishna krishna bap krishna🙏🙏🙏🎉🎉🎉
@ripulkonwar9395
@ripulkonwar9395 21 күн бұрын
Jay Krishna guru Jay Krishna guru.
@jaganathsonowal2365
@jaganathsonowal2365 Ай бұрын
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
@DipikaRoy-d4b
@DipikaRoy-d4b Ай бұрын
Krishna🙏❤🕉
@xunaliaxom9980
@xunaliaxom9980 24 күн бұрын
কৃষ্ণ কৃষ্ণ বাপ ❤
@junumech7558
@junumech7558 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ ‌, 🙏🙏🙏🙏 কৃষ্ণ
@papudas6549
@papudas6549 Ай бұрын
❤❤❤❤Krishna ram ram
@HonimDas
@HonimDas 26 күн бұрын
Krishno krishno
@ghanashyamdas4345
@ghanashyamdas4345 Ай бұрын
Krishna Krishna bap pranam
@ankitbordoloi9041
@ankitbordoloi9041 Ай бұрын
Krishna prabhu
@dipaliphukan701
@dipaliphukan701 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@madhurjyagogoi6085
@madhurjyagogoi6085 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@kalpanahazarika7631
@kalpanahazarika7631 Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু ্
@GOD_ALONE777
@GOD_ALONE777 25 күн бұрын
ৰাধাবল্লভ শ্ৰী হৰি ৰাধে ৰাধে🙏🏻
@birendranathdas2797
@birendranathdas2797 Ай бұрын
কৃষ্ণ কৃষ্ণ,গোপাল কৰুনাময় 🙏🙏🙏🙏
@NijaraHazarikaDas
@NijaraHazarikaDas Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তিৰ সেৱা নিবেদিছো গ্ৰহণ কৰিব ৷
@bipulkalita6116
@bipulkalita6116 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏
@mantukalita-ig2dm
@mantukalita-ig2dm Ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤ৰাম, কৃষ্ণ ❤❤মাধব🎉🎉গোপাল🎉🎉, গুবিনদ ❤❤নমো,,নমো❤❤, কৃষ্ণ কৃষ্ণ ❤❤, ভগৱন্ত,❤❤আপোনাৰ❤❤চৰনৰ❤❤পদধুলি❤❤, কৃষ্ণ কৃষ্ণ ৰাম ৰামপ্ৰভু।
@NabajyotiGogoi-u9p
@NabajyotiGogoi-u9p Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏
@papudas6549
@papudas6549 Ай бұрын
❤❤❤❤jai shri hari
@akhilburagohain381
@akhilburagohain381 Ай бұрын
Krishna Krishna Krishna bap
@saratgogoi5339
@saratgogoi5339 Ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏
@hemantaborah824
@hemantaborah824 Ай бұрын
কৃষ্ণ হৰি ৰাম
@kunjaborah8034
@kunjaborah8034 Ай бұрын
কৃষ্ণ অতি উত্তম
@upen2328
@upen2328 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ 🙏🙏🙏🙏
@Phukan1966
@Phukan1966 29 күн бұрын
কৃষ্ণ হৰি মাধৱ ৰাম
@Dakugaming-e2c
@Dakugaming-e2c Ай бұрын
Jai shree Krishna 🙏
@jyotichetia8685
@jyotichetia8685 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@pronabsaikia1998
@pronabsaikia1998 Ай бұрын
Praise the lord 🙏🙏🙏
@ArupBora-rw6lj
@ArupBora-rw6lj 29 күн бұрын
Jai krishna guru
@ramcharandeka9143
@ramcharandeka9143 Ай бұрын
Krishna.
@RamchandraKalita-by4zo
@RamchandraKalita-by4zo Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,সকলোৰে কল্যান হওক ।
@PrabinDad
@PrabinDad Ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏
@DipaThengal
@DipaThengal Ай бұрын
Krishna krishna
@malayataid4420
@malayataid4420 Ай бұрын
কৃষ্ণ
@binakumarigogoiborah8407
@binakumarigogoiborah8407 Ай бұрын
কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🌹🙏🏻🙏🏻🙏🏻🙏🏻
@KeshabPhukon-nj2du
@KeshabPhukon-nj2du Ай бұрын
Krishna krishna krishna bap krishna
@DhubaMedhi
@DhubaMedhi Ай бұрын
Krishna Krishna Ram Ram
@lipikarajkonwar5654
@lipikarajkonwar5654 Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@madhujyagogoi9721
@madhujyagogoi9721 Ай бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
@nomitabezbaruah
@nomitabezbaruah Ай бұрын
Krishna krishna Krishna krishna
@ashokkumardutta7850
@ashokkumardutta7850 Ай бұрын
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@prahladburagohain6343
@prahladburagohain6343 Ай бұрын
Krisna
@jitenkonwar2942
@jitenkonwar2942 Ай бұрын
জ্যোতিময় বাপ জনালৈ সহস্ৰ প্ৰণাম 🙏🙏🙏🙏🙏🙏" জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ""❤❤❤❤🙏🙏🙏🙏🌍🌍🌍🌍।
@junemonimahanta5291
@junemonimahanta5291 Ай бұрын
🙏🙏 কৃষ্ণ, কৃষ্ণ প্ৰভূ
@KamalSonowal-o9i
@KamalSonowal-o9i Ай бұрын
🙏🙏🙏
@narayangogoi923
@narayangogoi923 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏
@rekhagogoi322
@rekhagogoi322 Ай бұрын
Krishna 🙏 Krishna.
@khogeswarigogoi1902
@khogeswarigogoi1902 Ай бұрын
কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@prakashchetia5545
@prakashchetia5545 Ай бұрын
Krishna 🙏🙏🙏 krishna
@Devid-k7x
@Devid-k7x Ай бұрын
🙏🙏 krishna, krishna 🙏🙏
@dcdc2972
@dcdc2972 Ай бұрын
সুন্দৰ
@navajyotihazarika3467
@navajyotihazarika3467 Ай бұрын
কৃষ্ণ কৃষ্ণ।
@lahkarmahadev3876
@lahkarmahadev3876 Ай бұрын
এনেকুৱা শুদ্ধ প্ৰশ্ন ৰ উত্তৰ শুদ্ধ ভাবে বুজাই দিব নোৱাৰা টো আমাৰ বাবে দুখজনক। কৃষ্ণ কৃষ্ণ
@nitulmedhi5206
@nitulmedhi5206 Ай бұрын
কি ভূল উত্তৰ দিলেনো বাপজনে
@ConfusedCookingApron-cu6nc
@ConfusedCookingApron-cu6nc Ай бұрын
🙏
@sabitrigogoi9800
@sabitrigogoi9800 Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏 সেৱা জনালোঁ প্ৰভু 🙏🙏🙏🙏
@BoilerBaidiu
@BoilerBaidiu Ай бұрын
🙏🙏🙏🌺🌺🌺
@prodiptayung1803
@prodiptayung1803 Ай бұрын
Ram krishna Hori Krishna❤krishna❤ Krishna❤ 3:18
@ManakhProtimRajkonwar
@ManakhProtimRajkonwar 23 күн бұрын
হে বাপ জন আপোনাৰ অমূল্য বক্তব্য সঁচাই অতুলনীয়।।। আপোনাৰ চৰণকমলত সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ।।।
@rajatrabha8666
@rajatrabha8666 29 күн бұрын
জয় কৃষ্ণগুৰু
@biswajitgogoi269
@biswajitgogoi269 Ай бұрын
কৃষ্ণ কৃষ্ণ উদ্ধাৰ কৰা।
@prabhatdas6134
@prabhatdas6134 Ай бұрын
হৰে কৃষ্ণ❤🙏
@PuspadharDoley-c9o
@PuspadharDoley-c9o Ай бұрын
জয় গুৰু শংকৰ, কৃষ্ণ কৃষ্ণ সেৱা জনালো প্ৰভু বাপ। আমি অধমে একো নাজানো। কেতিয়াবা আমাৰ প্ৰাথমিক শাখা নামঘৰত আমি অধমে ভাগৱত পাঠ পঢ়িছোঁ যদিও আপোনাৰ দৰে ইমান তত্ব জ্ঞান নাই , হ'লেও কিছু অলপ অৰ্থহে বুজি পাও কিন্তু ভাঙনি দিব নোৱাৰোঁ। কিন্তু আজিৰ জম্ম উৎসৱৰ জৰিয়তে আপোনাৰ পৰা যিখিনি ভাগৱত ধৰ্ম শাস্ত্ৰৰ ভাঙনিৰ আচল নাম ধৰ্মৰ অমৃতযেন গ্ৰহণ কৰিলোঁ তাকে অনুভৱ কৰিলো। কৃষ্ণ ধন্য ধন্য বাপ প্ৰভু। প্ৰভু বাপ আমাৰ এই অধমে আপোনাক সেৱা নিবেদিছো আমাৰ গোগামুখ অঞ্চলৰ অতি পিচপৰা একমাত্ৰ শংকৰদেৱ সংঘৰ মিচিং জনগোষ্ঠী হিচাপে চুমনি পাচুটি প্ৰাথমিক শাখা নামঘৰত এদিন আপোনাৰ পদধোলা পাম বুলি। কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল। আপোনাৰ সু স্বাস্থ্য অনাগত ভৱিষ্যতে কুশলে ৰাখক তাৰেই ভগৱন্তৰ চৰনত সেৱা জনালো।
@ffking-z9n
@ffking-z9n Ай бұрын
অতি সুন্দৰ নিদৰ্শন
@rajenbora7966
@rajenbora7966 Ай бұрын
কৃষ্ণ, কৃষ্ণ, নমস্কাৰ,,,
@buddhaboruah3008
@buddhaboruah3008 Ай бұрын
Krishna🌏🌏🌏❤❤❤🙏🙏🙏
@JyotiPrasadThakuria-te4cu
@JyotiPrasadThakuria-te4cu Ай бұрын
Krishna Krishna Krishna Krishna
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰাসেৱাভাগি আপোনাসৱ শ্ৰীচৰণত নিবেদিলো কৃষ্ণ।
@sasadharrajbangshi35454
@sasadharrajbangshi35454 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
@bhabeshchandratalukdar7229
@bhabeshchandratalukdar7229 Ай бұрын
Hari Hari.
@Manash167
@Manash167 Ай бұрын
Jai shree Ram 🚩❤️🙏
@padmagogoi1923
@padmagogoi1923 Ай бұрын
Krishna Krishna probu
@mintugogoi6588
@mintugogoi6588 Ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, অতি উত্তম বক্তব্য 🙏🙏🙏🙏।
@midulchaven9871
@midulchaven9871 Ай бұрын
Krishna
@ganeshsarma706
@ganeshsarma706 Ай бұрын
নাম মানে পৰিচয় যিয়ে চিনি নাপায় তাৰ পৰিচয় কৰাই হ'ল নাম , ৰত্নাকৰ যেতিয়া একো জনা নাছিল তেতিয়া আন কি ৰাম বুলিবও পৰা নাছিল তেতিয়া মৰা আম নাম ল'বলৈ নিৰ্দেশ দিছিল যাৰ ফলত ৰাম নাম জপ কৰাৰ ফল প্ৰাপ্ত হৈছিল।সেয়ে নাম হ'ল সনাতন ধৰ্মৰ পৰিচয় কৰোৱা প্ৰথম পাঠ ।তাতে গুৰু সকলে ৰাম নামে সাৰ বুলি কৈছে , আৰু ঈশ্বৰৰ সকলো অৱতাৰ স্বীকাৰ কৰি নিজ নিজ উপাস্যক সময়ত স্মৰণ কৰা বিধান নিজেই কৰি গৈছিল বুলি যেনে শ্ৰীৰাম ৰূপত সাগৰ, অশ্বীনিকুমাৰ,শিৱ,দূৰ্গাৰ স্মৰণ, শ্ৰীকৃষ্ণৰ ৰূপতো প্ৰয়োজন অনুসৰি গোবৰ্ধন, যোগমায়া,দ্বাৰকা, ইন্দ্ৰপ্ৰস্থ নিৰ্মাণৰ সময়ত ইন্দ্ৰ বৰুণ, বিশ্বকৰ্মা আদিৰ স্তুতি কৰিছিল পাণ্ডৱকো কৰিব দিছিল
@poragboruah4156
@poragboruah4156 Ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
Farmer narrowly escapes tiger attack
00:20
CTV News
Рет қаралды 12 МЛН
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 139 МЛН
পাৰিজাত হৰণ খণ্ড ২ @জ্যোতিময়Jyotimoy
35:48
জ্যোতিময় Jyotimoy
Рет қаралды 717
Farmer narrowly escapes tiger attack
00:20
CTV News
Рет қаралды 12 МЛН