ডিমৌ আঠাবাৰী হিলৈদাৰী গাঁও বৰ নামঘৰ|| বিশেষ কেইটিমান প্ৰশ্নৰ ...

  Рет қаралды 287,252

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 481
@runuchetia1658
@runuchetia1658 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা🙏🙏🙏🙏অতি সুন্দৰ উপস্থাপন🙏🙏অতিকে মুগ্ধ হলোঁ🙏🙏🙏🙏
@Tonmoydewri
@Tonmoydewri 2 ай бұрын
ভাগৱতত যি লিখা আছে ।সেইবোৰ কথা কৈছে।খুব ভাল কথা কৈছে।প্ৰভুজন ,নজনা জনে নিজৰ বিবেকৰ দ্বাৰা পৰিচলনা কৰিব
@padmakalita6061
@padmakalita6061 11 күн бұрын
Krishna Krishna Krishna pranam jonalu
@bhairobpachani5614
@bhairobpachani5614 2 ай бұрын
অতি সুন্দৰকৈ উপস্থাপনা বাপজনালৈ শেৱা জনাইছো,বহুত‌ কথা জনা হল।
@MinakshiGogoi-c4r
@MinakshiGogoi-c4r 2 ай бұрын
Lo s
@indrajitbaruah1676
@indrajitbaruah1676 4 ай бұрын
বাপ গগৈ দেৱলৈ প্ৰণিপাত জনাইছোঁ , 🙏
@alakdutta4603
@alakdutta4603 4 ай бұрын
অতি সুন্দৰ ব্যাখ্যা । জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।🙏
@ProtimaDehingia
@ProtimaDehingia 3 ай бұрын
কৃষ্ণ প্ৰভু বাপ জনাবলৈ সেৱা আগবঢ়ালো
@poragboruah4156
@poragboruah4156 4 ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@kanchanchetia732
@kanchanchetia732 3 ай бұрын
কৃষ্ণই পৰম ভগৱান
@PratimaDas-w2r
@PratimaDas-w2r 2 ай бұрын
জয় কৃষ্ণ কৃষ্ণ কষ্ণ 🙏🙏🙏
@h.m.studio4204
@h.m.studio4204 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ অমৃত পাণ কৰিলো শুই শুই‌য়েই পাণ কৰি আছো দিন ত পাণ কৰিলো জগত বাটৰ আৰু ৰনতু শয়কী্য়া বাপ‌জনাৰ শৰীৰ। জুৰি পৰি গৈছে বাপ জনা সকলো জনৰ চৰণত সেৱা জনাইছো কৃষ্ণ কৃষ্ণ বাপ ।
@mridulnath583
@mridulnath583 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজন।
@urbashibarman2984
@urbashibarman2984 3 ай бұрын
Krishna Krishna baap xewa jonaisu 🙏🙏, Amrit paan korale , xundor bakhya
@prasantachangmai7610
@prasantachangmai7610 4 ай бұрын
সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। কৃষ্ণ 🙏
@mridulchoudhury2504
@mridulchoudhury2504 5 ай бұрын
অন্য ধৰ্মৰ মানুহক হিংসা কৰাটো আন ধৰ্মক সন্মান কৰিব নাজানা অন্য ধৰ্মৰ মানুহক ঠাট্টা মস্কোৰা কৰাটো ভকত বৈষ্ণৱ হ'ব নোৱাৰে নিজৰ ধৰ্মক ভাল পাই অন্য ধৰ্মক সন্মান কৰিব পৰাটোহে আচল কথা আৰু দেৱ দেৱীৰ পূজা অৰ্চনা কৰা মানুহবোৰে ও ভগৱানকে প্ৰাৰ্থনা কৰে লক্ষ্য সকলোৰে এটা কিন্তু সেই লক্ষ্যত উপনীত হবলৈ যোৱা ৰাস্তা প্ৰত্যেকৰে বেলেগ বেলেগ
@deepborah4211
@deepborah4211 4 ай бұрын
লক্ষ্যত উপনীত হ'বলৈ ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে। সকলোকে সন্মানেৰে কৈছো যে গগৈ বাপজনাই মহাভাগৱতৰ পদৰ পৰা উদ্ধৃতি দিহে কৈ আছে। তেওঁ তেওঁৰখিনি কৈছে বা শুনা সকলেও তেওঁৰ পৰা জানিব বিচাৰিছে। যদি ভুল হৈছে তেতিয়া বিজ্ঞজনে মহাভাগৱতৰ পদক নসাৎ কৰি আমাক বুজাই দিব লাগে , কোনটো প্ৰকৃত পথ? ব্যক্তিজনক সমালোচনা কৰিলে আমাৰ দৰে মূঢ়বোৰ উপকৃত নহ'ব। কিবা অপৰাধ হ'লে ক্ষমা কৰিব🙏।
@rupamsaikia4383
@rupamsaikia4383 4 ай бұрын
তেওঁ ভাগৱত থকা খিনি কৈছে গৰু নেকি toi এটা,toi প্ৰথম ঘোষা খিনি অৰ্থ জানি লওঁ পাগল নেকি toi এটা কলিত কেৱল হৰি নাম তাৰ বাদে বেলেগ নাই একো
@BHADRA-BHUyAN.
@BHADRA-BHUyAN. 4 ай бұрын
Vall lagi kotha khini❤
@hemantaborgohain4493
@hemantaborgohain4493 4 ай бұрын
@@mridulchoudhury2504 কাম বন এৰি হৰি নাম গাই ফুৰিলে খাবলৈ নাপায় । ঘৰত আনে কৰি থোৱা খোৱাটো বেয়া । পৰীক্ষিতে ভাগৱত শুনিও মৃত্যুৰ পৰা নাবাচিল ।
@asomiaasom6008
@asomiaasom6008 4 ай бұрын
@@deepborah4211 ভাগৱত আমিও পছিছো কিন্তু এই একপক্ষীয় ক্ষুদ্ৰস্বাৰ্থৰ নিন্দুক দুৰাচাৰীটোৱে ভাটৌৰ দৰে গাই বই থকা বহু পদ ভাগৱতত নাই ।আন দেৱ দেৱী আন গুৰু দেৱ নাম ভকত নিন্দুক দ্ৰোঘি পাষণ্ডটোৱে পঢ়া ভাগৱত খন সি নিজে নিজৰ মতে লিখা ভাগৱত কিজানি সেয়ে তাৰ ভাগৱতত শিৱ দেৱ দেৱী আন গুৰু দেৱ নাম ভকত বেদবিহিত পূজা উপাসনা আৰাধনাৰ নিন্দা ঘৃণা বিৰোধ দোহ আছে কাৰণে সি কৰি আছে ।
@numalborah9365
@numalborah9365 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ। আপোনাৰ চৰনত সেৱা হে জনাইছো
@sumitpatar1766
@sumitpatar1766 4 ай бұрын
Eiburok sewa kori lav nai.. Bhagwaan sewa kora
@PulenDeka-nq4ri
@PulenDeka-nq4ri 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@দিঘলীয়াটিগাওঁৰকিছুমানছবি
@দিঘলীয়াটিগাওঁৰকিছুমানছবি 2 ай бұрын
কৃষ্ণ
@90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী
@90দশকৰপ্ৰিয়গীতলগতেক্লাচিকেলগী 3 ай бұрын
মই এটা উদন্ত দুষ্ট লৰা, মদ পানী খোৱা সন্ধিয়া হলেই,আজি প্ৰথম শুনিছোঁ বহুত ভাল লাগিলে ,মনটো কিবা এটা ভাল লাগিছে ❤❤❤❤
@BapulDoley-P
@BapulDoley-P 2 ай бұрын
মোৰ এটা প্ৰশ্ন আছিলে যে যিবিলাক মানুহে পূজা পাতো কৰে আৰু তাৰ মাজতো মাছ,মাঙস, অন্যান্য জীৱ জন্তুক বধ কৰি খাই তেওঁলোকৰ উদ্ধাৰ কেনেকৈ হ'ব।
@nripentamuli9023
@nripentamuli9023 Ай бұрын
Krishna Krishna Krishna Krishna 11:56 12:10 Krishna Krishna Krishna Krishna
@swapnagogoi8702
@swapnagogoi8702 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
@dibyajyotiphukon5983
@dibyajyotiphukon5983 5 ай бұрын
কৃষ্ণ প্ৰভু সেৱা তোমালৈ🙏🙏🙏🙏🙏
@SouravSaikia-t6e
@SouravSaikia-t6e 10 күн бұрын
Parile jimn pare gos Puli ruok bap sap badiok . Moi rajniti khtrot kua nai ajir jugor obosata bea . Hai kotha hastrot likha nai . Hai khota bujahe.
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
@gitanjalidutta6746
@gitanjalidutta6746 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা সুন্দৰ ব্যাখ্যা🙏🙏🙏
@RibharaniBharali
@RibharaniBharali 4 ай бұрын
যি সকলে ভাগৱত ভাগ মানে তেওঁলোকে ভাগৱতৰ মতে মানি চলক আৰু যি সকলে ভাগৱত নামানে তেওঁলোকে দেৱ‌ দেৱী পূজা কৰক , মাথো দুখন নাৱত দুভৰি থব নালাগে।‌
@hemantaborgohain4493
@hemantaborgohain4493 3 ай бұрын
@@RibharaniBharali শূকদেৱৰ মূখে ৰজা পৰীক্ষিতে সমস্ত ভাগৱতখন শুনিও পাপৰ পৰা ৰক্ষা নাপালে , আপোনি এইবোৰ শুনি কি পাব নে আপোনাৰো ক'ৰবাত পাপ আছে ?
@RibharaniBharali
@RibharaniBharali 2 ай бұрын
@@hemantaborgohain4493 moi bhagowat vag xuni mukti puwa nupuwa ru deb devik Puja kori mukti puwa nupuwa kuwa nai , bhagowat xuni ru deb devik Puja koriu manuhe nije njr kormo fol paboi
@RibharaniBharali
@RibharaniBharali 2 ай бұрын
@@hemantaborgohain4493 xokolu nijr logot kotha paapor pora puinyo paboloi bhagowat xune ne deb devik Puja kore mathu bitorko nkori nije nijr pothot soli jabo lage , dukhn nawot duvori thobo nalage , apuni akou dukhn nawot duvori thoise nki ?
@hemantaborgohain4493
@hemantaborgohain4493 2 ай бұрын
​@@RibharaniBharaliমইও যুধিষ্ঠিৰৰ দৰেই । মাত্ৰ এটাই পাৰ্থক্য যুধিষ্ঠিৰে জুৱা খেলি নিজৰ ৰাজ্য ধন আনকি পত্নীকো পণ দি ধৰ্মৰাজ হৈ সোঁ-শৰীৰে স্বৰ্গলৈ গ'ল আৰু মই জুৱা খেলি ধন দিছো যদিও পত্নীক নিদিয়াকৈ পুলিচৰ খেদা খাই অধৰ্মী হলো মুক্তিৰ আশাত মদ-মাংস খোৱা-পোঁহা বন্ধ কৰি মাংসহাৰী সিংহদুটাক নামঘৰৰ মূখত থৈ ৰখীয়া হৈ আছো । মুক্তি অৱশ্যম্ভাৱী বুলি ভাবিছো , কি কয় ?
@RibharaniBharali
@RibharaniBharali 2 ай бұрын
@@hemantaborgohain4493 apunar kothar pora moi bujibo parisu apuni ki kobo bisarise , asolote protitu pothote Val beya duitai thake .
@RAJOSHRI_KAKOTI
@RAJOSHRI_KAKOTI 4 ай бұрын
কৃষ্ণ, বাপৰ শ্ৰী চৰণত সেৱা নিবেদিছো,
@RamDas-ru6wl
@RamDas-ru6wl 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সহস্ৰৰ কোটি প্ৰনাম জনালো বহুত সুন্দৰ মনোমোহা ভাল লাগিল ।🙏🙏🙏🙏
@dulumoniborah-hu9zk
@dulumoniborah-hu9zk 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏
@lota340
@lota340 5 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏 শাস্ত্ৰ সন্মত সুন্দৰ সমিধান বাপ।ভাল লাগিল।❤
@Bireswar1967
@Bireswar1967 2 ай бұрын
@Bireswar1967
@Bireswar1967 2 ай бұрын
God help you prabhu
@BhupenBora-o1t
@BhupenBora-o1t 5 ай бұрын
এই বিলাক কৈ কৈ আমাৰ সমাজত, ককায়েক, ভায়েক,বৎস পৰিয়ালৰ মাজত বিভাজন কৰাৰ বাদে আন একো নাই।
@dipikadevi4923
@dipikadevi4923 4 ай бұрын
একেবাৰে সত্য কথা। অসমীয়া সমাজখন ভাগ ভাগ কৰি পেলালে।
@JutiPathak
@JutiPathak 3 ай бұрын
​বামুনবোৰে এনেকৈ নকৈ কি ক’ব​@@dipikadevi4923
@NumalKhangia
@NumalKhangia 5 ай бұрын
যিয়েই ভাগৱতীয়া তেৱেঁই সমালোচক,,,, বাকী একো নাই
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 4 ай бұрын
হয় নেকি ? আপুনি তাকেহে বুজিলে নে ?
@digantabasumatary3533
@digantabasumatary3533 2 ай бұрын
Krishn
@kumudinisaikia1979
@kumudinisaikia1979 5 ай бұрын
কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼
@DSqrtda
@DSqrtda 3 ай бұрын
অ ফুল অ ফুল কবিতাটো পঢ়িলেই সকলো বুজি পাব।
@ArungohainArungohain
@ArungohainArungohain 3 ай бұрын
😂😂😂
@hemaprabhasaikia5321
@hemaprabhasaikia5321 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰা সেৱাভাগি নিবেদিলো কৃষ্ণ।
@ABoy-vk3lm
@ABoy-vk3lm 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম প্ৰভু
@keshabbora7742
@keshabbora7742 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত কৃষ্ণ
@SorumainaBorah
@SorumainaBorah 4 ай бұрын
Krishna Krishna 🙏 probhu jona bor val lagil🙏🙏
@binabora5025
@binabora5025 5 ай бұрын
Krishna Krishna xundor path anusthan xewa jonaisu🙏🙏
@MrIndia-c4x
@MrIndia-c4x 5 ай бұрын
নমঃ পাৰ্বতী পতায়ে হৰ হৰ মহাদেৱ ❤🙏
@netrahandique7724
@netrahandique7724 4 ай бұрын
​@@kanchanchetia732😂😂😂😂😂
@rkff3660
@rkff3660 4 ай бұрын
Krishna jodi superman hoi krishnai kak aradhona kore jonabosun
@rkff3660
@rkff3660 4 ай бұрын
@@kanchanchetia732 Bel gos kenekoi sristi hoisil jonabosun ponditji
@kanchanchetia732
@kanchanchetia732 4 ай бұрын
@@rkff3660 apuni a jonai diok sun
@kanchanchetia732
@kanchanchetia732 4 ай бұрын
@@rkff3660 you tube ৰ পৰা comment বোৰ delete হৈ গৈছে। আপুনি মোৰ ইনষ্টগ্ৰম ত আহক। Name- kanchan Chetia
@simantadutta2030
@simantadutta2030 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ পোৱাৰ সেৱা নীবেদিছো কৃষ্ণ 🙏
@IlaBuragohain-cg2uc
@IlaBuragohain-cg2uc 3 ай бұрын
কৃষ্ণ কৃষ্ণ ।অপৰাধ মাৰ্জনা কৰিব।
@binakumarigogoiborah8407
@binakumarigogoiborah8407 5 ай бұрын
কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻
@SenuHira-rd4mh
@SenuHira-rd4mh 4 ай бұрын
Krishna bap 🙏🙏 eiman dhuniyakoi bujai dese
@kamalbora4500
@kamalbora4500 3 ай бұрын
যি সকলে আন্ধাৰ গুহাৰ ভিতৰত বাস কৰে তেওঁ লোকক পোহৰ দিলেও সেই গহ্বৰৰ দৃশ্যহে দেখা পাব ।
@parthaboruah634
@parthaboruah634 12 күн бұрын
Hundar
@upen2328
@upen2328 3 ай бұрын
🙏🙏🙏🙏🙏🙏🙏 কৃষ্ণ বাপ
@SumiBaishya-g6q
@SumiBaishya-g6q 5 ай бұрын
Pronam jonalo bap❤❤❤❤
@japanidas6859
@japanidas6859 5 ай бұрын
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ।
@deepjyotihatimuria5311
@deepjyotihatimuria5311 5 ай бұрын
🙏মনত জাগি উঠা প্ৰশ্ন এটি উপস্থাপন কৰিছো 🙏 আপুনি company এটাত কৰ্মৰত , তাৰ মালিকৰ লগত আপোনাৰ খুওব ভাল সেইবুলিয়েই যদি আপুনি মেনেজাৰ সকলক যদি পাত্তাই নিদিয়ে বা কৰবাত লগ পালেও মাত এষাৰ যদি নলগাই তেতিয়া আপোনাৰ চাকৰিটো থাকিবনে ? 🙏🙏 কিবা ভুল হলে ক্ষমা কৰিব ।🙏🙏কৃষ্ণ🙏🙏
@mahanpuja7915
@mahanpuja7915 4 ай бұрын
Malike bhl.pale kone ki koriba.
@BidyutDutta-cg7uo
@BidyutDutta-cg7uo 4 ай бұрын
কোনোবা এটা বিশেষ দিনত সকলো দেৱ দেৱীৰ শক্তিশালী হৈছিল। আৰু দেৱ দেৱীক অতিতত ভগৱানেও পুজা কৰিছিল।শিৱ‌ই বিষ্ণুক বিষ্ণুয়ে শিৱক,ৰামে দূৰ্গাক উদাহৰণ আছে। গতিকে সকলো নিজৰ নিজৰ ইচ্ছা ওপৰত কথা এতিয়া ধৰ্ম হৈছে মানৱ ধৰ্ম। ভাগৱত পঢ়ি যদি আনক নিন্দা কৰে তেতিয়া ধৰ্ম কৰা নহয়,নামঘৰত ভাগৱত পাঠ কৰি ওলাই আহি নামঘৰৰ বাতচৰাত শোই থকা কুকুৰটোক ছেই বুলি খেদি দিলে ধৰ্ম কৰা নক‌য়।
@BhabeshNath-kq8gd
@BhabeshNath-kq8gd 3 ай бұрын
জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
@PorikhitGogoi-lk4tg
@PorikhitGogoi-lk4tg 4 ай бұрын
Ami hokoluai Sanatan dharmo manuh ❤❤❤
@DorsanaRobidas
@DorsanaRobidas 5 ай бұрын
Krishno krishno bap
@sasadharrajbangshi35454
@sasadharrajbangshi35454 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏 কৃষ্ণ
@SwarnapravaBaishya
@SwarnapravaBaishya 3 ай бұрын
Krishna Krishna baap sundar byakhya sewa nibedan kara hol joy guru sangkar
@jaganathsonowal2365
@jaganathsonowal2365 5 ай бұрын
🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏
@JitulGogoi-lx7id
@JitulGogoi-lx7id 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ হৈছে ❤
@bijukhanikar
@bijukhanikar 5 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ
@HareshDowarah
@HareshDowarah 5 ай бұрын
Krishna, krishna, krishna, Prabhu jonar saron kamalot hewa nibedisu.
@MinakhiGogoi-q6m
@MinakhiGogoi-q6m 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@PapariTalukdarKalita
@PapariTalukdarKalita 5 ай бұрын
Krishna bap. Om nomo bhagabota. Krishna
@sanatanchaudhury9109
@sanatanchaudhury9109 3 ай бұрын
হিন্দু ধৰ্মত ৩৩ কৌতি দেৱ-দেৱী আছে, ইয়াক নুই কৰিব নোৱাৰা, গতিকে আমাৰ দায়ীত্ব আমি সকলোকে ভক্তি কৰিবই লাগিব।
@DarshanjyotiBorah-qh8pf
@DarshanjyotiBorah-qh8pf 5 ай бұрын
কৃষ্ণ সুন্দৰ 🙏 ❤️
@umanandamili6624
@umanandamili6624 4 ай бұрын
কৃষ্ণ কৃষ কৃষ্ণ বাপ
@sabitrigogoi9800
@sabitrigogoi9800 4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏 অতি সুন্দৰ অ সঁচাই ভাল লাগিল দিয়ক সুন্দৰ নিদৰ্শন প্ৰকাশ।
@padmakalita6061
@padmakalita6061 4 ай бұрын
Krishna Krishna pranam jonalu bap
@pitambarBoro-gh4qu
@pitambarBoro-gh4qu 5 ай бұрын
Krishno krishno srodhar bap jona bor val lage huni hastro kotha aru koi hekhu koribo nuware aru hunile huni thakibor mon jai
@anadiphukan5778
@anadiphukan5778 3 ай бұрын
❤কৃষ্ণ কৰুনাময় ৰাম ৷
@amiyakrdeka5255
@amiyakrdeka5255 5 ай бұрын
কৃষ্ণ কৃষ্ণ ৷ সেৱাহে 🙏🙏
@lajigogoi200
@lajigogoi200 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bhairobpachani5614
@bhairobpachani5614 2 ай бұрын
অতি সুন্দৰকৈ উপস্থাপনা বাপজনালৈ শেৱা জনাইছো,বহুত‌ কথা জনা হল।
@mrinaldutta3632
@mrinaldutta3632 5 ай бұрын
Krishno. 🙏
@sankarbordoloi2691
@sankarbordoloi2691 4 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@pallabikagohain5720
@pallabikagohain5720 5 ай бұрын
কৃষ্ণ বাপ জনা এক কৃষ্ণ নামে শৰণ লৈ কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ
@SuronjonPator
@SuronjonPator 4 ай бұрын
কৃষ্ণ😬😚😬☺️
@dipakgogoi7376
@dipakgogoi7376 4 ай бұрын
কৃষ্ণ 🙏 কৃষ্ণ হৰি ৰাম
@Ritamoni-y2k
@Ritamoni-y2k Күн бұрын
Kishan kishan bap bohut val lagi❤
@mbmusic1777
@mbmusic1777 4 ай бұрын
🙏কৃষ্ণ🙏
@junumech7558
@junumech7558 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@apurbasarmah69
@apurbasarmah69 5 ай бұрын
Panjit bap jonai anok hahi khub val pai.
@KhanindraTalukdar-zk5ps
@KhanindraTalukdar-zk5ps 4 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম
@srimantadas6451
@srimantadas6451 4 ай бұрын
কৃষ্ণ,,,,,👏
@padmakalita6061
@padmakalita6061 4 ай бұрын
Krishna Krishna Krishna pranam jonalu kouti kouti bar
@SapnalikhongiaGogoi
@SapnalikhongiaGogoi 4 ай бұрын
কৃষ্ণ প্ৰভু কৃষ্ণ
@PradeepDas-se1px
@PradeepDas-se1px 5 ай бұрын
কৃষ্ণ...... কৃষ্ণ..... জয় গুৰু শংকৰ.... কৃষ্ণ
@NiruKhargharia
@NiruKhargharia 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু
@subhasishhazarika8573
@subhasishhazarika8573 5 ай бұрын
Krishna krishna pranam.
@dipakhazarika5395
@dipakhazarika5395 3 ай бұрын
কৃষ্ণ 🙏🙏🙏
@souravsourav6680
@souravsourav6680 4 ай бұрын
কৃষ্ণ প্ৰভু
@JituHazarika-o3i
@JituHazarika-o3i 5 ай бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@RanjanBora-v5b
@RanjanBora-v5b 5 ай бұрын
Val persona koreche good boshbo bindra
@prahladchetia4233
@prahladchetia4233 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@KobitaBhuyan-f6j
@KobitaBhuyan-f6j Ай бұрын
@NabajyotiGogoi-u9p
@NabajyotiGogoi-u9p 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা কৃষ্ণ 🙏🙏🙏
@misskabitadekadeka6514
@misskabitadekadeka6514 5 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@gunamaidevi4570
@gunamaidevi4570 5 ай бұрын
Krishna 🙏 Bap sotkowti pranam janalu Krishna 🙏
@barbideka9718
@barbideka9718 5 ай бұрын
বহুত সুন্দৰ
@amritkalita7315
@amritkalita7315 4 ай бұрын
সচাকৈ বৰ ভাল লাগিল বাব জনাৰ কৃষ্ণ কথা শুনি ।কৃষ্ণ কৃষ্ণ !❤
পুৰণিবাৰী, মাজুলী @জ্যোতিময়Jyotimoy
1:45:52
জ্যোতিময় Jyotimoy
Рет қаралды 153 М.
Ozoda - Alamlar (Official Video 2023)
6:22
Ozoda Official
Рет қаралды 10 МЛН
Ozoda - Alamlar (Official Video 2023)
6:22
Ozoda Official
Рет қаралды 10 МЛН