Kamrupi Lokogeet Tumi probhu Anathor nath by Jibon Lahon And Madhurima Saikia

  Рет қаралды 1,008,360

Jibon Lahon

Jibon Lahon

Күн бұрын

Пікірлер: 192
@pradipgogoi3182
@pradipgogoi3182 2 жыл бұрын
অতি সুন্দৰ কামৰূপী লোকগীতটো শুনি বহুতো ভাল লাগিল কৃষ্ণ, কৃষ্ণ বাপ।
@SushilSaharia
@SushilSaharia 7 ай бұрын
সুন্দৰ বাদ্য যন্ত অলপ উন্নত হলে বৰ ভাল
@Putulchbora-j7n
@Putulchbora-j7n 10 ай бұрын
Mind Blowing
@ashimkhanikor7027
@ashimkhanikor7027 Жыл бұрын
আশীৰ্বাদ কৰিছো দুয়ো গৰাকীকে আৰু আগবাঢ়ি যোৱা
@lohitchkalita1717
@lohitchkalita1717 Ай бұрын
Ati sundar, barhiya.
@jayantachetia4488
@jayantachetia4488 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ কণ্ঠ দুয়োৰে ভগৱন্তয় কৃপা কৰক ধণ্যবাদ।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
শুনিলে শুনি থাকিবলৈ মন যায় মোৰো মন টো হে কৰবালৈ উৰা মাৰে আৰু তেতিয়াই এই গীতটো মনলৈ আহে আৰু কিনো কম সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি বাধিত কৰক ইমানেই,,,,,
@GhanakantaHazarika-r9c
@GhanakantaHazarika-r9c 11 ай бұрын
অতি সুন্দৰ হৈছে ভাল লাগিল শুনি সদায় যেন শুনিব পাওঁ ভগৱানক তাৰেই প্ৰাথনা জনালোঁ।
@ramanimohandeka2378
@ramanimohandeka2378 2 ай бұрын
অতি সুন্দৰ লোকগীত।
@jadabnath6830
@jadabnath6830 Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏 খুব ধুনীয়া হৈছে 👌🎤
@harjyotimedhi3176
@harjyotimedhi3176 Жыл бұрын
😘
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সুন্দৰ অতি সুন্দৰ হৈছে,,,,, নমস্কাৰ,, আপোনালাক দুয়োকে আৰু আগবাঢ়িযাবলৈ ভগৱানে আশীৰ্বাদ কৰক, সেয়ে আপোনালোকে গাই যাওক চোন দুয়োৰে গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল পালোঁ,,, ভৱিষ্যতে ও এনে ধৰণৰ গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দি ৰাখক এই মানসেৰে ই,,,,
@RajAhmed-h5j
@RajAhmed-h5j 5 ай бұрын
nice dadaআৰু আগবাঢ়ি যাওক া
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সচাকৈ কৈছো তোমাক জীৱন দা, আপোনাৰ এই গীতটো শুনি খুবেই ভাল লাগিল দেই, ভগৱানে আপোনাক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক এই মানসেৰে ই, শুভেচ্ছা জনালো আগন্তুক ৰঙালী বিহু লৈ বুলি,
@diplinashorts
@diplinashorts 2 жыл бұрын
Khub hundor 🙏 mem r konthot aru val lgil🙏🙏🥰
@bijumonigohain4504
@bijumonigohain4504 Ай бұрын
অতি সুন্দৰ শুনি লে শুনি থাকিব মন যায়
@kiransharmah
@kiransharmah 6 күн бұрын
বৰ সুন্দৰ লাগিল শুনি।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সুন্দৰ, পুৱাতে আপোনাৰ এই ভক্তি মূলক লোকগীত টো শুনি লে মই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, সেয়ে আপুনি গাই যাওক আৰু শুনিও ভাল লাগে দিয়ক, ইমানেই আৰু এই মানসেৰে ই,,,,
@biswajitborah4407
@biswajitborah4407 2 жыл бұрын
অতি সুন্দৰ, ,,,,,, হৈছে, ,,, আগবাঢি যাওক, ,,, আৰু, ,,,,
@pabankrbaruah3355
@pabankrbaruah3355 7 ай бұрын
Sweet voice, carry on. God bless both of you.
@pranayeenath
@pranayeenath 8 ай бұрын
বহুত ভাল লাগিল❤❤
@robinbora9837
@robinbora9837 Ай бұрын
বহুত সুন্দৰ হৈছে।❤
@pankajtalukdar2516
@pankajtalukdar2516 Жыл бұрын
Bahut sundar gaise. Jen aamar pranor srestho silpi prayata Rameswar Pathok Deb punor pran pran pai uthise. Aapunanalokok bahut bahut pronam. Aapunalokor mongol houk
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
কৃৃশন্ দুয়োজনালৈ শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব ভগৱানে,,,, আপোনালোকৰ গীতৰ সুৰ শুনি খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক লোকগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই,,,,,,,
@rabinkalita9247
@rabinkalita9247 4 ай бұрын
Very good dhrubajyoti and chyanika
@rijuborah7044
@rijuborah7044 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বহুত বহুত ভাল লাগিলে
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সুন্দৰ আৰু সুমধুৰ শুনি মই খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে থাক ক এই মানসেৰে ই
@pulenmahanta948
@pulenmahanta948 Жыл бұрын
বহুত ভাললগা এটি লোকগীত ৷
@mileswarbhuyan7110
@mileswarbhuyan7110 Жыл бұрын
বৰ সুন্দৰ হৈছে বাপজন আৰু আইদেউ শুনিলে শুনিয়েই থাকিব মন যায়
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
সচাকৈ দেই, মই পুৱাতে আপোনাৰ এই ভক্তি মূলক বৰগীত টো শুনিহে আন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই বৰগীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, সেয়ে আপুনি গাই যাওক চোন বিশেষ কৈ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু কিনো জনাম, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক এই মানসেৰে ই জয় হওক আপোনালোকৰ সুখেৰে থাকক,,
@RanjitDas-ni7eb
@RanjitDas-ni7eb 2 жыл бұрын
অতি সুন্দৰ কন্ঠ. শুনি ভাল. লাগিছে দেই. ধুনীয়া হৈছে গীতটো
@gopaltalukdar5302
@gopaltalukdar5302 2 жыл бұрын
এই মাত্ৰ লোকগীতটো শুনিলো ।খুউব ভাল হৈছে ।আমাৰ আশীৰ্বাদ থাকিল ।
@dipankarhazarika5213
@dipankarhazarika5213 8 ай бұрын
জীৱন দা, বহুত ভাল লাগিল। দুয়োৰে কন্ঠত সৰস্বতী মায়ে লগ দিয়ক। ভৰত দাক বহুত বছৰ লগ পোৱা নাই।
@achyutanandadas7127
@achyutanandadas7127 7 ай бұрын
Very very nice lahan
@biswajitpegu6387
@biswajitpegu6387 2 жыл бұрын
কৃষ্ণ সুন্দৰ কণ্ঠ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
কৃশন্ খুবেই ভাল লাগিল আপোনাৰ এই লোকগীত টো শুনিবলৈ পাই মই অতিকৈ আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক লোকগীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক ভালে ৰাখক কুশলে ৰাখক,,,, আপোনালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগিল গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন লাগে,,,,
@KumudSaikia-cq5pm
@KumudSaikia-cq5pm Жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল সুন্দৰ কণ্ঠ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
কৃশন্ঃ কৃশন্ঃ, পুৱাতে আপোনাৰ এই ভক্তি মূলক গীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে তাৰ পিছত হে অইন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই গানটো শুনি খুব ভালো লাগে,
@prabhatgogoi2689
@prabhatgogoi2689 2 жыл бұрын
বৰ সুন্দৰ হৈছে মনমোহা
@anildutta5905
@anildutta5905 2 жыл бұрын
ভাল হৈছে , অতি সুন্দৰ
@priyankasaikia4255
@priyankasaikia4255 2 жыл бұрын
Huni bohut val lagil Jibon da
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সুন্দৰ, ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই
@shirubordoloi581
@shirubordoloi581 8 ай бұрын
Baideo Iman Sundar geet ti upahar Dile. Agaloi di thakibo
@prabhatrajbongshi8299
@prabhatrajbongshi8299 2 жыл бұрын
Bohut dhuniya lagise oti xundor🙏🙏🙏
@cheniramrajkhowa8323
@cheniramrajkhowa8323 4 ай бұрын
বহু বহু শুভ কামনা জনালোঁ আপোনালোক দুয়ো গৰাকীলৈ । সুন্দৰ কণ্ঠ । আমি গৌৰব কৰিব পৰা হ'লো যে উজনি অসমতো কামৰূপী লোকগীতৰ চৰ্চা হয় । আগলৈও জীয়াই থাকক আপোনালোৰ দ্বৈত কণ্ঠ ।
@rekhalahon5418
@rekhalahon5418 2 жыл бұрын
মনটো ভাল লাগি গল। বৰ ধুনীয়া হৈছে।
@jayantaray6397
@jayantaray6397 3 ай бұрын
Bap jibon bahut sundar hoise krishna
@bhadrakantadas6101
@bhadrakantadas6101 2 жыл бұрын
Really heart touching song.sweet voice .keep it up.
@JuriDas-j6e
@JuriDas-j6e 7 ай бұрын
Xuni bohut val lagil.
@hitendraphukan274
@hitendraphukan274 9 ай бұрын
অতি সুন্দৰ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
বহু কথাই কয় এই গীতটোৱে সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ধৰনৰ গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ
@banamalidas5567
@banamalidas5567 2 жыл бұрын
সুন্দৰ হৈছে।
@pranabjyotigogoi9259
@pranabjyotigogoi9259 2 жыл бұрын
মজা হৈছে জীৱনদা । বৰ ভাল লাগিছে।।
@utpalsaikia9702
@utpalsaikia9702 2 жыл бұрын
Sundar hoise
@dharanikalita7446
@dharanikalita7446 2 ай бұрын
Bor dhuniya
@akhiltalukdar1214
@akhiltalukdar1214 Жыл бұрын
Shuni bar val lagil duyojanaloi antariksh suveshs nibedilo
@ramennath7241
@ramennath7241 Жыл бұрын
Krishna prabhu🙏🙏🙏
@minakshidas4994
@minakshidas4994 Жыл бұрын
বহুত বহুত সুন্দৰ ৷অন্তৰ চুই গল ৷
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
এই পুৱাতে আপোনাৰ এই লোকগীতটো শুনি আছোঁ, শুনি খুবেই ভাল লাগে গীতটো শুনিবলৈ, সচাকৈ দেই আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক আৰু ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক এই মানসেৰে ই, ৰঙালী বিহুৰ শুভেচ্ছা জনালো,,,
@IpsitaDutta428
@IpsitaDutta428 2 жыл бұрын
অতি সুন্দৰ দ্বৈত কণ্ঠ।শুনি ভাল লাগিল।
@motiurrohman7374
@motiurrohman7374 2 жыл бұрын
Hundor . val lagel huni
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সুন্দৰ হৈছে, আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো, দুয়োগৰাকীয়ে আগবাঢ়ি যাওক,, ইয়াৰ মানসেৰেই, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সুন্দৰ আৰু শুনিও আনন্দ পালো দুয়োলৈশুভ কামনা যাচিলো,, ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ,, এনে গীত শুনিবলৈ পালে ভগৱানৰ চৰণত সমর্পণ কৰা যেন অনুভৱ হয় সেয়ে, আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে,,,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
পুৱাৰ সময়কনত এনে গীত শুনিলে মোৰ লগতে মনটো খুবেই ভাল পাও আৰু শুনি থাকিলেও আমনি নালাগে দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দি বাধিত কৰক এইআশাৰেআপোনাক ধন্যবাদ থাকিল,, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো,,,,,,
@nihabora8175
@nihabora8175 2 жыл бұрын
অতি সুন্দৰ কৃষ্ণ 🙏🙏
@protimabhajani2113
@protimabhajani2113 2 жыл бұрын
বহুত ধুনীয়া হৈছে ।
@jatingogoi7215
@jatingogoi7215 2 жыл бұрын
অতি সুন্দৰ যুগমীয়া গীত।
@badanchutia8428
@badanchutia8428 Жыл бұрын
পুৰনি।লোকৰ।দিত।অতিমনোমুহা।বহোত ।বহোত ।ভাল।লগা।ধন্যবাদ
@chandrathakuria6399
@chandrathakuria6399 2 жыл бұрын
Go ahead. Very sweet.
@bobitadas367
@bobitadas367 2 жыл бұрын
সুন্দৰ হৈছে, দুয়ো গৰাকীকে আৰু আগবাঢ়ি যাবলৈ ভগৱানে আশীর্বাদ কৰক🙏🙏🙏
@niranjankalita9422
@niranjankalita9422 2 жыл бұрын
Very good
@kumudnath1957
@kumudnath1957 2 жыл бұрын
Very nice..go ahead ..more progress..
@KanakLota-r1b
@KanakLota-r1b Жыл бұрын
​@@kumudnath1957qql pop A,zy ni ni🎉 5:43
@abdulmatlib7747
@abdulmatlib7747 6 ай бұрын
​🎉 vyyy6 yhyyyhy yet 🎉
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
নমস্কাৰ, পুৱা তে আপোনাৰ এই ভক্তি মূলক গীত টো শুনিবলৈ পালে মনত খুবেই ভাল পাও শুনি শুনি থাকিবৰ মন যায় মোৰো বৰকৈ, এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে, আপুনি গাই যাওক ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক এই মানসেৰে ই,,,
@angitaboruah4160
@angitaboruah4160 2 жыл бұрын
সুন্দৰ
@Gayotree
@Gayotree Жыл бұрын
বৰ ভাল পালো লাহন৷মাধৱগুৰুৱে আাপোনাক আশীৰ্বাদ কৰক৷
@dipokgogoi202
@dipokgogoi202 2 жыл бұрын
অতি সুন্দৰ হৈছে বাপজনা
@tridipgaming1m932
@tridipgaming1m932 2 жыл бұрын
Hundor hoise
@phatiklahon8319
@phatiklahon8319 2 жыл бұрын
Ati bhal hoise, mazza gaana enekuwa gaana huni besi maaza lage
@rupamkalita2274
@rupamkalita2274 Жыл бұрын
আমাৰ অসমখন সছায় সোনৰ। ইমান ধুনীয়া লোকসংগীতেৰে ভৰি আছে । অসমৰ প্ৰত্যেকটো চুকে কোনে সুকীয়া সুকীয়া লোকসংগীতেৰে ভৰি আছে। এইবোৰক লৈ সছায় আমি গৌৰৱ কৰিব লাগে। কিন্তু কিছুমান অৰ্ধপাগল লোকে উজনি নামনি ভাগ কৰি আমি অহংকাৰ কৰিব পৰা বিষয়বোৰক অপমান কৰিবলৈ উথি পৰি লাগিছে।
@prandipnath3247
@prandipnath3247 Жыл бұрын
Bohut hundor hoise dada ..🙏🙏🙏
@khagenhandique6190
@khagenhandique6190 2 жыл бұрын
Bahut bhal hoisa
@tileswarigogoidas5947
@tileswarigogoidas5947 10 ай бұрын
Very very nice. Many many thanks to both.
@upengogoi4699
@upengogoi4699 2 жыл бұрын
অতি সুন্দৰ হৈছে কৃষ্ণ ।
@Gayotree
@Gayotree 9 ай бұрын
এইটো মোৰ প্ৰিয় লোকগীত৷আগতে অনেকবাৰ শুনিলেও তোমাৰ কণ্ঠত মোৰ বেছি ভাল লাগিল৷আৰু লোকগীত শুনিবলৈ বাট চাম৷গোবিন্দ তোমাৰ সহায় হওঁক৷
@arupkumarsarma7161
@arupkumarsarma7161 2 ай бұрын
Aapuni pran dhali gaise . Atee sundarkoi
@OpGAMER-vt6gu
@OpGAMER-vt6gu 2 жыл бұрын
Hari Hari ati sundar 🙏🙏🌹🌹👍
@binitachetia7327
@binitachetia7327 Ай бұрын
ভাল লাগিলে🙏👌
@villagelifeassam1717
@villagelifeassam1717 Жыл бұрын
Mozaahhhhh
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
নমঃওমঃ জয় হওক আপোনাৰ পুৱা তে আপোনাৰ এই ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় সেয়ে আপোনালোকে গাই যাওক আৰু ভগৱানে আপোনাক কুশলে ৰাখক আপোনালোকক সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই
@nistha_vlog
@nistha_vlog Ай бұрын
Joi guru honkor
@monjyotidas2750
@monjyotidas2750 Жыл бұрын
বৰ সুন্দৰ 🙏
@gdas-1464
@gdas-1464 11 ай бұрын
খুউব ভাল হৈছে ৷ আগ বাঢ়ি যোৱা ৷
@dinakantagogoi9744
@dinakantagogoi9744 Жыл бұрын
Jibon দা আপোনাৰ কণ্ঠ বৰ সুন্দৰ ।
@simantaborah4946
@simantaborah4946 2 жыл бұрын
কৃষ্ণ সুন্দৰ হৈছে
@birenpdas5347
@birenpdas5347 Жыл бұрын
আপোনালোকৰ গানটো বৰ ভাল হৈছে
@undyingn1223
@undyingn1223 8 ай бұрын
Eman xundr kanth diyo jnr bhagbane tumalokk ru skty diyk
@DhananjayDas-hj2es
@DhananjayDas-hj2es Ай бұрын
Apunar got bor bohot bhal laage❤
@TonujaNarah
@TonujaNarah Ай бұрын
Maja😂🎉🎉😢😮
@celienadas7481
@celienadas7481 2 жыл бұрын
Krishna raam
@sanjibdas9500
@sanjibdas9500 Жыл бұрын
বৰ ভাল লাগিল দুজনৰ কণ্ঠত এই লোক গীতটো। লগতে বাদ্য সংগত কৰা আটাইকেইজনলৈকে আন্তৰিক সেৱা জনালো।
@ranjanbhuyan8601
@ranjanbhuyan8601 2 жыл бұрын
Vhakti a hakti.krisna. Haakti.guru dujanaar...
@rekhalahon5418
@rekhalahon5418 2 жыл бұрын
শুভেচ্ছা থাকিল।
@gyanendranathkakoti6890
@gyanendranathkakoti6890 11 ай бұрын
হৃদয়ৰ পৰা নিগৰি অহা সুৰ ।প্ৰণাম জনালো
@debanandadutta7297
@debanandadutta7297 2 жыл бұрын
Bohut hundar vaise apunak log pabo lagisil.kene koi pam baru. Krishna.
@kumudnath1957
@kumudnath1957 2 жыл бұрын
Very nice go ahead..more progress...
@NiranjanDas-r8r
@NiranjanDas-r8r Жыл бұрын
Tumi prabhu hasha hoi❤tumi prabhu❤pranam koru hey prabhu moi hey❤❤❤❤❤❤
@madhabboro2813
@madhabboro2813 2 жыл бұрын
Krishna Krishna
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
10:40
Madhurima saikia
Рет қаралды 2 МЛН
HARI KRISHNA || PRANITA BAISHYA MEDHI || KAMRUPEE LOKGEET
5:13
Pranita Baishya Medhi Official
Рет қаралды 2 МЛН
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 125 МЛН
БУ, ИСПУГАЛСЯ?? #shorts
00:22
Паша Осадчий
Рет қаралды 1,8 МЛН
Brindabone Bone||বৃন্দাবনে বনে||Madhurima Saikia
7:36
KI DIYA PUJIME PRABHU II BHAKTI MULAK GEET II LOKOGEET II MOURUSI BORAH
5:40
Mourusi Borah Music & Video
Рет қаралды 356 М.
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 125 МЛН