কিয় এটাও পৰীক্ষা বিসংগতি অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিলে NTA-এ?নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 34,802

Pratidin Time

Pratidin Time

Ай бұрын

NEET, CUET, NET এটাৰ পিছত আনটো পৰীক্ষাত কেলেংকাৰী
কিয় এটাও পৰীক্ষা বিসংগতি অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিলে NTA-এ?
NEETত ২৪ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে হেতালি খেলিলে কোনে?
NETত অৱতীৰ্ণ ১১.৪ লাখ শিক্ষাৰ্থীকো নিৰাশ কৰিলে NTA-এ
CUETত অৱতীৰ্ণ ১৩.৪৭ লাখ শিক্ষাৰ্থীৰো হাহাকাৰ অৱস্থা
কেলেংকাৰীৰ অভিকেন্দ্র হিচাপে চিনাক্ত বিজেপিশাসিত ৰাজ্য
হটস্পট বুলি চিনাক্ত- মধ্যপ্রদেশ,গুজৰাট,বিহাৰ,ৰাজস্থান,হাৰিয়ানা
পুঠি-খলিহনাক বহিষ্কাৰ, নিলম্বন কৰিয়েই চৰকাৰে দায় সাৰিব পাৰিবনে?
আচলতে হৈছে কি, হ’ব লাগিছিল কি- এয়া চৰকাৰৰ ব্যৰ্থতা নহয়নে?
শিক্ষামন্ত্রীয়ে এটা স্বীকাৰোক্তিৰেই দায় সাৰিব পাৰিবনে?
দৰিদ্র শিক্ষাৰ্থীৰ বাবে দিনক দিনে দুৰ্লভ হৈ পৰিছে নেকি উচ্চ শিক্ষা?
বিৰোধীয়ে হাজাৰ ক’লেও কিয় গুৰুত্ব দিয়া নাই প্রধানমন্ত্রীয়ে?
বিতৰ্কৰ খাতিৰত বিতৰ্ক নহয়, আজি যুক্তিনিষ্ঠ আলোচনা
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #ABHIMAT #nitumonisaikia

Пікірлер: 53
@manjubarman1855
@manjubarman1855 Ай бұрын
চাহ বেপাৰীৰ হাতত দেশৰ দ্বায়িত্ব দিলে এনেকুৱা হোৱাতো স্বাভাৱিক।
@KanakchBaro-ie4tz
@KanakchBaro-ie4tz Ай бұрын
A very meaningful discussion.
@minakshiborgohain7378
@minakshiborgohain7378 Ай бұрын
উলুৰ লগত বগৰী পোৰা গৈছে..!! কংগ্ৰেছ-বিজেপিৰ বগৰা-বগৰিত চুপতা - চুপতিৰ মাজত কিয় students সকলৰ ভবিষ্যত কিয় ধ্বংস কৰা হৈছে ? কিয় তেওঁলোকৰ জীৱনৰ লগত হেতালি খেলিছে ? এই যে জোৰ কৰি doctor কৰিব বিচৰা সকলে‌ কি হাৰত ভবিষ্যতে মানুহৰ জীৱনৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে সেয়া চৰকাৰ যিয়েই নহওঁক কিয় এবাৰ চিন্তা কৰিছেনে ? এই যে পয়ালগা ব্যৱস্থা জনসাধাৰণে কিন্তু কেতিয়াও মানি নচলে চৰকাৰী পক্ষই কথাবোৰ ভালকৈ পৰ্যবেক্ষণ কৰিব লাগে ।
@AMINULISLAM-pm1ow
@AMINULISLAM-pm1ow Ай бұрын
We want justice for Assam pharmacy students
@BishnudasBishnudas-cb9ci
@BishnudasBishnudas-cb9ci Ай бұрын
ৰাজনৈতিক নেতাবোৰেই দুৰ্নীতিৰ বাট মুকলি কৰে আৰু ৰাইজক দেখুৱাই তেওঁলোকেই আইন প্ৰণয়ন কৰে।লাভ কিবা হব নে
@paramanandabarman
@paramanandabarman 29 күн бұрын
21:04
@BaharulIslam-yv7pv
@BaharulIslam-yv7pv Ай бұрын
Re Neet for all student
@navajyotimahanta6943
@navajyotimahanta6943 Ай бұрын
আমাৰ pharmacist ৰ registration দিয়া কিয় হোৱা নাই,,আমি দুবছৰ পৰা ঘৰত বহি আছো 😢 আমাৰ কথা কোনেও নুবুজে । আমাৰ ভৱিষ্যত বৰ্তমান অন্ধকাৰত
@akhilgogoi1869
@akhilgogoi1869 Ай бұрын
Bhout bhout bhal lagil
@julfikkarali6728
@julfikkarali6728 Ай бұрын
এটা পৰীক্ষা ভালদৰে অনুস্থিত কৰিব নোৱাৰিলে ? দুৰ্ভাগ্যজনক
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
আইনী ব্যৱস্থা এটা চলি থকা বিষয়টো লৈ অযথা সময় বৰবাদ । এয়া মাত্ৰ ৰাজনৈতিক লাভালাভৰ কথাহে হ'ল ।
@KanakchBaro-ie4tz
@KanakchBaro-ie4tz Ай бұрын
We should protest against any short of scam as it's a shameful matter for every Indian.
@minotisonowal604
@minotisonowal604 Ай бұрын
New edication sistem uthai diboi lagibo
@abdulmannanahmed787
@abdulmannanahmed787 Ай бұрын
PM sought vote citing his guarantee. Is this kind of guarantee that was assured to the nation that the youths will be destroyed, human resource will be destroyed for the vested interest of a section of people ?
@user-xf4np2ms9t
@user-xf4np2ms9t Ай бұрын
Assam ot paper leak hoise nki inquari koribo lage
@pranjalbayan5338
@pranjalbayan5338 Ай бұрын
What do we expect from an In literature Prime minister???
@udaychdas
@udaychdas Ай бұрын
Angwnabadi Works khini ki hol ?
@BLOGIND
@BLOGIND Ай бұрын
ASSAM government a students r lgt demali kori ase
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
নৰেন্দ্ৰ মোদীৰ দিনত ইয়াতকৈ আৰু কি ভাল ফল হ'ব ভাৰত খন বেছি বেছি খেখ কৰিলে আৰু এই কেইদিনত বাকী থকা খিনিও খেখ কৰিব
@pranjalbhuyan1098
@pranjalbhuyan1098 Ай бұрын
Joyanta sagoli2k kio mate nitu da
@naarjilaskar9679
@naarjilaskar9679 Ай бұрын
#justiceforpharmacystudentofassam
@user-el6rb5nw7k
@user-el6rb5nw7k 28 күн бұрын
বাইদেউ ধন্যবাদ।
@KaliramBoro-cc8xz
@KaliramBoro-cc8xz Ай бұрын
Apunalak kiw C G L bikhai kiwo nakai
@bandita203
@bandita203 18 күн бұрын
Not a single competitive exam was free and fair this year Shame on the Ruling government that talks of Bikshit Bharat
@user-el6rb5nw7k
@user-el6rb5nw7k 28 күн бұрын
PROTEST SHOULD BE ULTIMATED.OTHERWISE THE STUDENTS OF MERIT WILL GO DESTROYED THE EXISTIMG GOVY. IS NO MORE.RAJNITI NAKARI DHARMANITI KARA UCHIT.VERY SENTIMENTAL ADVIRONMENT.
@BLOGIND
@BLOGIND Ай бұрын
#justiceforpharmacystudentsofassam
@priyankadeka9591
@priyankadeka9591 Ай бұрын
#himantabiswasharam
@kandarpatalukdar967
@kandarpatalukdar967 Ай бұрын
যিমান চিঞৰি থাকিলেও লাভ নাই যেতিয়া ৰাজনীতিক নেতাৰ নাম জৰিত হব তেতিয়া সব investigation বন্ধ হৈ যাব। মোৰ upsc ৰ ওপৰতো সন্দেহ আছে নেজনো সেইটো কেতিয়া শুনা পাওঁ কিন্তু মই অতি সোনকালে শুনা পাম বুলি মই আশা কৰিছোঁ?
@hiramanidas3344
@hiramanidas3344 Ай бұрын
Upsc t hoi tole tole
@bhabanandabasumatary8211
@bhabanandabasumatary8211 12 күн бұрын
From everywhere if we notice then we have a tremendous crisis.It is because of our lack of our democratic sense and value.we the Indians are yet to be fit for casting our votes.In short we lack of the knowledge how to make a value based democratic country .
@_biplob_hussain_8839
@_biplob_hussain_8839 Ай бұрын
Iam agree with a a p netri
@jibonpathori8513
@jibonpathori8513 Ай бұрын
চৰকাৰ বেজাল
@joynalabdinchoudhury9331
@joynalabdinchoudhury9331 Ай бұрын
why you godi modia is not talking about the Assam pharmacy council. When the matter is rised by the mohsin you conclude the talk show why?? Are you scared of Assam BJP government. If not make a complete talk show on the Assam pharmacy students problem. It's been 2 years they are not getting registration. I am challenging you that you can't talk on this matter because you are godi media can't talk the reality
@S.M.8439
@S.M.8439 29 күн бұрын
NTA পৰিচালনা কৰা মানুহবোৰ বেয়া।
@helaluddinmullah2908
@helaluddinmullah2908 Ай бұрын
Career classes.
@dips6785
@dips6785 Ай бұрын
Ram Mandir bonile......porhaa xunaa nokorileu hobo.... Jai shree ram
@shiddheswarsonowal2266
@shiddheswarsonowal2266 22 күн бұрын
APl 😊 45:59
@ArifaheadArifahead
@ArifaheadArifahead 21 күн бұрын
Apunio vote disil nitchay
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc Ай бұрын
বিজেপিৰ নেতা সকলে সঙসকাৰ কথা এটা প্ৰচাৰ মাথো, লুতৰুহে
@cricket_anuragi_18
@cricket_anuragi_18 Ай бұрын
Allen coaching mafia r marketing krib ahise 😂
@user-el6rb5nw7k
@user-el6rb5nw7k 28 күн бұрын
জয়ন্তই সকলো জানে কিন্তু একো নেজানে !!!!
@binodsoverview8684
@binodsoverview8684 Ай бұрын
Re neet
@Abhisaikia
@Abhisaikia Ай бұрын
mudir mukhor mat horil
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
অসমৰ মানুহক বৰবাদ কৰিলে আৰু ভাৰত খন বেছি বেছি খেখ কৰিলে এয়াই নৰেন্দ্ৰ মোদীৰ মেজিক
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp Ай бұрын
BJP sir hai
@Viralindia2.0Yt
@Viralindia2.0Yt Ай бұрын
#justiceforpharmacystudentofassam
НЫСАНА КОНЦЕРТ 2024
2:26:34
Нысана театры
Рет қаралды 889 М.
Задержи дыхание дольше всех!
00:42
Аришнев
Рет қаралды 3,5 МЛН