No video

Gaurav Gogoi News: কোন কোন নেতাক কংগ্ৰেছে দললৈ আদৰিব, কাৰ কাৰ ক্ষেত্ৰত থাকিব বাধা!

  Рет қаралды 93,913

ND24

ND24

Күн бұрын

কোন কোন নেতাক কংগ্ৰেছে দললৈ আদৰিব, কাৰ কাৰ ক্ষেত্ৰত থাকিব বাধা। কংগ্ৰেছ এৰি যোৱা সকলৰ প্ৰত্যাৱৰ্তনত থাকিব নেকি কোনো গাইডলাইন? APCCৰ পৰৱৰ্তী ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত এই ক্ষেত্ৰত লোৱা হব নিৰ্দিষ্ট ৰণনীতি। কিন্তু কিহৰ ভিত্তিত প্ৰস্তুত হব গাইডলাইন। স্পষ্টকৈ কলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 326
@rajusaikia2328
@rajusaikia2328 Ай бұрын
আমি যোৰহাটৰ কংগ্ৰেছ কৰ্মী সকলে বৰ ভাল পাইছো গৌৰৱ গগৈ জিন্দাবাদ
@manavk4088
@manavk4088 Ай бұрын
Leader holei enekua hobo lagei..... 🎉🎉🎉
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s Ай бұрын
Gaurav gogoi cm hle bhal hbo amr manuh honkhya logu manuh burok sc st obc reservation lgee ami pressure dim...Madrasa t fund lgee Gaurav Gogoi amr hero Insaallah
@biki456
@biki456 Ай бұрын
1966 r electoral certified copy ase na tor??? ​@@AbdulKalamAzad-v4s
@jakirhussain-uu2ic
@jakirhussain-uu2ic 29 күн бұрын
11¹1
@jakirhussain-uu2ic
@jakirhussain-uu2ic 29 күн бұрын
11¹111
@digantachangmai1076
@digantachangmai1076 Ай бұрын
গৌৰব গগৈ ডাঙৰীয়াৰ কথাত আমি একমত
@Rubulgogoi209
@Rubulgogoi209 Ай бұрын
শুদ্ধ সিদ্ধান্ত । এনে কৰিলেহে ৰাজনৈতিক দলৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িব ।
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
সুন্দৰ ডিচিচন | বিপদৰ বন্ধুহে প্রকৃত বন্ধু | নিৰ্বাচনৰ সময়ত দল বাগৰা লোকক পুনৰ আদৰিব নেলাগে |
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
Absolutely right decision.
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 Ай бұрын
খুৱ সময়োপযোগী সিদ্ধান্ত লৈছে
@bishnubaruah1270
@bishnubaruah1270 Ай бұрын
এই সকলক মামাই আকৌ পঠাই দিছে কংগ্ৰেছ ত চোৰাংচোৱা গিৰি কৰিবলৈ।
@dadugogoi5548
@dadugogoi5548 Ай бұрын
সুন্দৰ পদক্ষেপ । এই দুমুখীয়া সাপক ( যেনে -- ৰানা, সূৰুয, ন্ত,ৰূপজ্যোতি) আদিক কংগ্ৰেছ দলে ঠাই নিদিয়া ভাল ।
@mrinaldoley8883
@mrinaldoley8883 Ай бұрын
ৱিপদৰ সময়ত থকা জন হে বন্ধু ৱিপদৰ সময়ত আতৰি যোৱা ৱোৰক দলত আকৌ স্থান দিৱ নালাগে আকৌ কংগ্ৰেছ দলৰ ক্ষতি হৱ
@PankajHazarika-d3y
@PankajHazarika-d3y Ай бұрын
সঠিক আৰু শুদ্ধ সিদ্ধান্ত।আবৰ্জনাবোৰ পুণৰ চপাব নালাগে।আবৰ্জনাবোৰ দাষ্টবিনতে থাকক।
@Aditygogoi123
@Aditygogoi123 Ай бұрын
একদম চিধাই কথা,,
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
2:00 যি সকলৰ"নাম উল্লেখ কৰিলে"সেই সকলৰ নাম আমি কংগ্ৰেছ প্ৰেমী সকলে শুনিবই নোৱাৰো।শুনিলেই গা পোৰণি দেৱনি লাগি যায়। কেইটামান টকাৰ লোভত যে ইমান বিশ্বাস ঘাটকতা কৰিছিল মনত পৰিলেই খঙে মূৰৰ চুলিৰ আগ পায়গৈ। সেই সকলক কং গ্ৰেছ প্ৰেমী জনতাই কাহানিও ক্ষমা নকৰে।এই ডলাৰ বগৰী;বিশ্বাস ঘাটকী;ক্ষমতালোভী;অকৰ্মণ্য;টকাৰে পাহাৰ বনাব বিচৰা;বগাভাত দেখি লৰ মৰা;ধন"লোভী বোৰক বিজেপি বিৰোধী দলত ললে কংগ্ৰেছ মিত্ৰজোট নিশ্চয় বিপদত পৰিব!
@bhabensaikia5028
@bhabensaikia5028 Ай бұрын
কংগ্ৰেছ দলৰ এইটো সুন্দৰ পদক্ষেপ ৷ এইকেইজনক পুনৰ কংগ্ৰেছত ললে 2026 ত কংগ্ৰেছৰ আসন কমিবহে ৷ বিজেপিলৈ গৈছিল বৰ ডাঙৰ বিষয় বাব পাম বুলি ৷ এতিয়া এই সকলৰ বিজেপিৰ একেবাৰে পিছৰ ফালেও ঠাই নাই ৷ এই সকলৰ এতিয়া না জল না স্থল অৱস্থা ৷
@user-ie5tp3yc1h
@user-ie5tp3yc1h Ай бұрын
দল বা গুৰা নেতাসকল কংগ্রেছত ললে আমি কংগ্রেছক ভোট নিদিওএৰি দিম
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Ай бұрын
সিদ্ধান্ত ভাল হৈছে।
@jyotibikashgarg8609
@jyotibikashgarg8609 Ай бұрын
কংগ্ৰেছৰ পৰা যোৱা বোৰৰ পুনৰ কংগ্ৰেছত প্ৰৱেশ কৰিব দিয়া নহ'ব। যেনে RanaGoswami, ManashBora,Mama,Hazarika AngkitaDutta BrismitaGogoi
@pikugogoi746
@pikugogoi746 Ай бұрын
দল বাগৰা লোকক স্থান দিবই নালাগে ৷সঠিক সময়ত সঠিক সিদ্ধান্ত
@mofidrohman6393
@mofidrohman6393 Ай бұрын
গৌৰৱ গগৈয়ে বৰ ভাল কথা কৈছে।👍👍👍👍👍BJPত যে এই দল বাগৰা কেইজনৰ সন্মান নাই এতিয়াহে গম পালে।😁😁😁
@TridipSaikia-od3ko
@TridipSaikia-od3ko Ай бұрын
গৌৰৱ গগৈয়ে ভাল কথা কৈছে ..এই সকলক দলত লব নালাগ.এই বোৰ চোৰ
@kaushikbaruah9771
@kaushikbaruah9771 Ай бұрын
সঠিক সিদ্ধান্ত,,, সেই গদ্দাৰ বিলাকক আকৌ ললে দলটো ৰাইজৰ ৰোষত পৰিব। তৃণমূল কৰ্মী সকলক লৈ আগবাঢ়ক,, গাদ্দা ৰ সকলক লৈ nhy
@user-st2tt1wv8w
@user-st2tt1wv8w Ай бұрын
ঠিক কথাই কৈছে, কংগ্ৰেছৰ পৰা যোৱা ব্যক্তি আকৌ কিয় কংগ্ৰেছৰত ঘুৰি আহিব ।
@hemprasadbordoloi2020
@hemprasadbordoloi2020 Ай бұрын
বাকী দলেও এনে সিদ্ধান্ত ল'ব লাগে ।ব্যতিৰেকে নিৰ্বাচনত ৰাইজে শূণ্য সহনশীলতা প্ৰদৰ্শন কৰিব লাগে ।
@JIRI138
@JIRI138 Ай бұрын
সুন্দৰ,বৰ ভাল সিদ্ধান্ত লৈছে ,এই ফফলাকান্ত বোৰক লৈ কোনো লাভ নাই ইহঁত সুবিধাবাদী হে
@narayanduttagupta4322
@narayanduttagupta4322 Ай бұрын
ভাল কথা ভাল সিদ্ধান্ত।নেতা এনে কোৱা হ'ব লাগে।
@user-rx9qc2gl8w
@user-rx9qc2gl8w Ай бұрын
গৌৰৱ গগৈৰ নিচিনা নেতাৰ বৰ্তমান অসমত লাগে ।
@prasantasaikia8758
@prasantasaikia8758 Ай бұрын
ঠিকেই কৈছে এওঁলোকক ঘুৰাই লোৱাটো একেবাৰে অনুচিত
@alokdutta5907
@alokdutta5907 Ай бұрын
কংগ্ৰেছক ঠগ,প্ৰৱঞ্চনা কৰি দল বাগৰি যোৱা দলত পুনৰ স্থান দিবই নালাগে গতিকে কংগ্ৰেছ দলে এইয়া সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে বুলি কব পাৰি ।
@duldipSaikia
@duldipSaikia Ай бұрын
গৌৰৱ গগৈ দাঙৰীয়া আমি বচাৰো শিক্ষিত যুৱক সকলক, কিন্তু শিক্ষাৰ জ্ঞান ওপৰিও সামাজিক, দুখীয়াৰ দুখ, বেদনা, নৱপ্ৰজনমৰ ভবিষ্যত, জাতিৰ প্ৰতি মৰম, বিভিন্ন সমস্যা সমাধানৰ লক্ষ্য, আৰু ৰাজ্য, দেশৰ প্ৰতি মৰম। তেনেকুৱা সকল ব্যক্তিক জনতাই ৰাই দিয়া দেখিবলৈ পাইছো। জনতাই দ'ল নাচায়, ব্যক্তি জনৰ,,,,,,।
@chandanprasadmahanta3593
@chandanprasadmahanta3593 Ай бұрын
Good decision.
@SarifuddinAhmed-so7ff
@SarifuddinAhmed-so7ff Ай бұрын
গৌৰৱ গগৈ ঠিকেই কৈছে। এই নেতাসকলক পুনৰ যোগদান কৰিলে দল দুৰ্বল হ'ব। তাৰোপৰি বিজেপিৰ চিবিল ভাল নথকা লোককো লৱ নালাগে।
@mainudavi9510
@mainudavi9510 Ай бұрын
ম ই এজন দলীয় নেতা হৈ কৈছো এয়া গৌৰব গগৈৰ মহান পদশেপ
@RONAK_PRO_GAMING465
@RONAK_PRO_GAMING465 Ай бұрын
Right.Decition And.strong.Voice
@dipankardutta3319
@dipankardutta3319 Ай бұрын
গুচি যোৱাবৰক আকৌ উভতাই আনিলে কিন্ত ভাল নহ'ব...
@Kiran-si2bf
@Kiran-si2bf Ай бұрын
ভাল কথা,বহুত ভাল লাগিল আপোনাৰ লোকৰ কথা শুনি ,
@user-qp2vg2ne2r
@user-qp2vg2ne2r Ай бұрын
এবাৰ বিশ্বাস ঘাটক কৰা ব্যক্তিক পুনৰ দলত লব নালাগে
@walltexer3547
@walltexer3547 Ай бұрын
বিপদৰ সময়ত এৰি যোৱা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।কাৰণ এওঁলোক সুবিধাবাদী
@ParagSharma-zz5jh
@ParagSharma-zz5jh Ай бұрын
চাৰ,যোগদান,কৰোতে,চায়,বিচাৰি,লব,লাগে
@nabajitkalita
@nabajitkalita Ай бұрын
১০০%শুদ্ধ সিদ্ধান্ত।
@manujyotidihingia8652
@manujyotidihingia8652 Ай бұрын
সুন্দৰ
@Rana-hg8hg
@Rana-hg8hg Ай бұрын
বিজেপি দলত যোগদান কৰা সকল পুনৰ কংগ্রেচ দলত যোগদান কৰিলে কংগ্রেচ দল গেলিব গৈ
@rajkamalgogoi
@rajkamalgogoi Ай бұрын
নতুন যুৱ প্ৰজন্ম অথবা নতুন মুখক সুবিধা দিয়া উচিত।
@missingprogramcennel8039
@missingprogramcennel8039 Ай бұрын
আমিয়ো কৈছো আতৰি যোৱাবোৰ আনিব নালাগে
@hafijursikder9104
@hafijursikder9104 Ай бұрын
বি, জে, পিলৈ যোৱা বিলাক নিব নালাগে । ৰিপুন বৰা আহিলে নিব লাগে । ছাগলীটো যাতে কংগ্রেসেৰ নামে নিব নোৱাৰে ।
@nilutpaldas8659
@nilutpaldas8659 Ай бұрын
100% Good decision
@ramnathborah7356
@ramnathborah7356 Ай бұрын
Joiytu juwan Joiytu Kisan CONGRASS INDIA Alaines Jindabad
@dibyagogoi7823
@dibyagogoi7823 Ай бұрын
সেই নিধক কেইটাক পুনৰ ল'ব নালাগে।সিহঁতে কংগ্ৰেছ লৈ আহি কংগ্ৰেছৰ পতন ঘটাবলৈ হে চেষ্টা কৰিব। দলৰ গোপনীয়তা সদৰী কৰি বিজেপি দলৰ লগত মিলি থাকিব। যোৰহাট লৈ মোদী অমৃত কেম্পিংত অহা দেখি বিজেপি চৰকাৰ চিৰস্থায়ী হ'ল বুলি ভাবিয়েই তেওঁ লোক গৈছিল চিন্তা নকৰিব অসমত হিমন্ত চৰকাৰ সদায় থাকিব,হিমন্তৰ পাছত ৰিণিকী মূখ্যমন্ত্ৰী হ'ব ।ৰিণিকী পাছত পুতেক হব।হিমন্ত ই এটা ভিডিঅ'ত গৌৰৱৰ লগত তেওঁকথা নাপাতে সৰু ল'ৰা তেওঁৰ লৰাইহে পাতিব বুলি কৈছিল। সেই কাৰণে ভাবিছো পুতেক মন্ত্ৰী হ'ব বুলি। তেতিয়া কংগ্ৰেছ এৰি যোৱা সকলৰ বাবে ভাল হ'ব ।ছি: ইমান লেতেৰা ৰাজনীতি ৭৫বছৰীয়া জীৱন কালত দেখা নাই দেই।
@parthapratimdas354
@parthapratimdas354 Ай бұрын
বিস্ময়, অঙ্ক, মান, ৰান এতিয়া গ্ৰাছ ৰুট কৰ্মীবিলাকৰ ওচৰলৈ দৌৰক
@beutyofnaturevlog9032
@beutyofnaturevlog9032 Ай бұрын
গদ্দাৰ সকলক কেতিয়াও পাৰ্টিত আকৌ নলবো গৌৰৱ ডাঙৰীয়া ,, মৰ মতে গৌৰৱ দা ভাৰতৰ pm candidate hobo এদিন
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm Ай бұрын
Smrity rekha Gourav gogoi and cong..k thank Very good diçision re no entry.❤❤❤❤❤
@deepbanerjee5042
@deepbanerjee5042 Ай бұрын
Ekdam thik siddhanta❤❤❤ loboi nalage
@sahi357
@sahi357 Ай бұрын
We politely request not to take back these leaders
@user-sx7kr6oe2m
@user-sx7kr6oe2m Ай бұрын
VERY GOOD DISITION
@nivasaikia2249
@nivasaikia2249 Ай бұрын
Good news❤❤❤❤
@farukhussin5010
@farukhussin5010 Ай бұрын
এইবোৰ লগত থাকিলে,,,,,দল আৰু তলত জাব
@user-hl9kq7hx1d
@user-hl9kq7hx1d Ай бұрын
Dada Congress party Apunare nahoi Amare.kunu manu Dole bagora karone Congress is my hart
@debenborsaikia4624
@debenborsaikia4624 Ай бұрын
Very good decision .
@dipikaborah3755
@dipikaborah3755 Ай бұрын
ভাল সিদ্ধান্ত৷
@dipagogoi9673
@dipagogoi9673 Ай бұрын
ধন্যবাদ গৌৰৱ গগৈ জিন্দাবাদ
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s Ай бұрын
Eaoo cm hlee amr krne o bhal...sc st obc reservation muslim k o lgibo..minorities rights logot Madrasa fund...Insaallah Congress govt hbo
@jayadass2681
@jayadass2681 Ай бұрын
বহুত ভাল পদক্ষেপ।
@user-pf3cc4ur4p
@user-pf3cc4ur4p Ай бұрын
এইসকল সাপ আকৌ খুটিব আমি সঁচা অৰ্থত আৰু বিপদৰ দিনৰ পৰা আছু ল'ব নালাগে।
@surendrasurendra6163
@surendrasurendra6163 Ай бұрын
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
@manabmohan6894
@manabmohan6894 Ай бұрын
গৌৰৱ গগৈ হাৰা হলে সিহঁতৰ বাঃহ বাঃহ হল হলে ।
@user-bx8gv2ct2i
@user-bx8gv2ct2i Ай бұрын
Well done 👍👍👍
@ranjanagogoi4569
@ranjanagogoi4569 Ай бұрын
Very Good. Step. Thanku
@sahi357
@sahi357 Ай бұрын
Sundar decision
@basantaborgohain5372
@basantaborgohain5372 Ай бұрын
চোৰাং চোৱা পঠাব এতিয়া ( মামাই) ।
@romenshyam906
@romenshyam906 Ай бұрын
Very good
@gutungdipakpegu2134
@gutungdipakpegu2134 Ай бұрын
এই বোৰক , বিশ্বাস নাই , কাৰণ , এই বোৰ , BJP ৰ অনুসন্ধানকাৰীও হ'ব পাৰে ।
@Uko7pra
@Uko7pra Ай бұрын
100,% RIGHT
@JakirHussain-nh7ho
@JakirHussain-nh7ho Ай бұрын
১৯৯৯চনৰ। পৰা কংগেছ একো এটা নোপোৱাকৈ দলতো ধৰি ৰাখিছু আমি ত্ নমু কৰমি হৈ কোনো দলত জোৱা নাই। আমি সই সকল নেটাক। আমাৰ ফালৰ পৰা সেই বোৰ জাৱৰ থুপুৰাই নলবা আমিও গৈৰব গৌগ ডীঙৰীয়া লগত এক মত
@Akankhya123
@Akankhya123 Ай бұрын
গৌৰৱ গগৈয়ে‌ ভাল ‌কথা‌ কৈছে
@SaikiaSaikia-lv8jy
@SaikiaSaikia-lv8jy Ай бұрын
দল এৰি যোৱা পাছত এজনো ল'ব নালাগেই। সেই বিলাক হৈছে দালাল।
@jahirulalommazumder1301
@jahirulalommazumder1301 Ай бұрын
দল বাগৰা নেতাৰ প্ৰয়োজন নাই।
@Anowarhussain-gz5ry
@Anowarhussain-gz5ry Ай бұрын
Eibor netak Congress ot jagaa nai Jai Congress Gaurav Gogoi zindabad
@hiturhymes3440
@hiturhymes3440 Ай бұрын
বহুত ভাল নহ'লে বিজেপি নিচিনা হব
@commandolovers2.036
@commandolovers2.036 Ай бұрын
Right decision❤❤❤❤
@bipulborah2193
@bipulborah2193 Ай бұрын
বিপদৰ সময়ত দলৰ পৰা আঁতৰি যোৱা সকলে পোনৰাই দললৈ অহাতো Congress এ নিবিচাৰে।
@minhajahmedmazumder5699
@minhajahmedmazumder5699 Ай бұрын
Good decision Congress party
@deadlydrax2711
@deadlydrax2711 Ай бұрын
Good discussion of Gourav Gogoi. Reform congress very carefully.
@jamunaray4032
@jamunaray4032 Ай бұрын
R Goswami M Bora B Gogoi A Dutta k kunpodhyo ahibo dbo nalage
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
ৰাণা গোস্বামী বিস্মিতা গগৈ অংকিতা দত্ত আদিক পুনৰ কংগ্রেছত নলব |
@jitutapanborah844
@jitutapanborah844 Ай бұрын
সুন্দৰ পদক্ষেপ
@BijitBorah-th9gz
@BijitBorah-th9gz Ай бұрын
Gourav gogoi ✊🔥
@bitupandas8667
@bitupandas8667 Ай бұрын
সুন্দৰ চিন্তা কৰিছে
@user-nq5kb7dh4y
@user-nq5kb7dh4y Ай бұрын
Gourav da right
@upanandaborah168
@upanandaborah168 Ай бұрын
Wel decision.
@AlomUddin-sy2pb
@AlomUddin-sy2pb Ай бұрын
সিদ্দিক,, আহমেদ,,,, ওয়াও,,,
@bijandutta9598
@bijandutta9598 Ай бұрын
Right decision...
@AbulKasem-bd3zp
@AbulKasem-bd3zp Ай бұрын
Good Disison 💯
@user-sv3ir8fd2z
@user-sv3ir8fd2z Ай бұрын
Moja...
@TarunChDeka-cb4go
@TarunChDeka-cb4go Ай бұрын
দলক লে্ঙ মৰা সকলক কিয়, চালনিৰে চালি লব
@SantiSangma-ig8uj
@SantiSangma-ig8uj Ай бұрын
Very good decision
@lovetravelling..4702
@lovetravelling..4702 Ай бұрын
Good decision..Tene korile akol congress party nohoi bohutore mindset change hobo..Aru grassroot level or pora bohut tyag kora manuhe kostor hufol pabo moi bhabu
@jiyajiya6386
@jiyajiya6386 Ай бұрын
Right Gogoi
@gwansari9999
@gwansari9999 Ай бұрын
যি কেইটা বেয়া দিনত দল এৰি দিলে তাক লৱ নলাগে
@nayan.pushpavlog
@nayan.pushpavlog Ай бұрын
Good Steps sir
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Now Congress is most powerful🎉❤
@khabirbhuyan5357
@khabirbhuyan5357 Ай бұрын
Good Decision
@syedamonowarasultana6065
@syedamonowarasultana6065 Ай бұрын
Good step.
@tapandebnath5585
@tapandebnath5585 Ай бұрын
সঠিক সিদ্ধান্ত
@BashistaHajang
@BashistaHajang Ай бұрын
Oti honder padakhe loise.gorab gogoi zindabad.
@gunjalkalita7187
@gunjalkalita7187 Ай бұрын
Good decision
Советы на всё лето 4 @postworkllc
00:23
История одного вокалиста
Рет қаралды 5 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 3,2 МЛН
Кадр сыртындағы қызықтар | Келінжан
00:16