No video

Lakhimpur News : গোচৰ তৰিবলৈ যোৱা যুৱকক মাৰধৰ কৰি হেনকাফ লগাই আঠু কঢ়াই থ'লে আৰক্ষীয়ে N18V

  Рет қаралды 108,290

News18 Assam/Northeast

News18 Assam/Northeast

2 ай бұрын

Lakhimpur News : গোচৰ তৰিবলৈ যোৱা যুৱকক মাৰধৰ কৰি হেনকাফ লগাই আঠু কঢ়াই থোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে N18V
#lakhimpur #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 123
@bitupanrajkhowa6239
@bitupanrajkhowa6239 2 ай бұрын
এচাম police এ খাকি পোছাক যোৰ পিন্ধি নিজকে কি বুলি ভাৱে জানো। এটা কথা মনত ৰাখিব সকলো সময়তে আপোনালোকৰ পোচাক যোৰ নাথাকে। আপোনালোকৰো পৰীয়াল আছে।ভগবান লৈ এবাৰ ভয় কৰক।
@bishwajitkonwar1473
@bishwajitkonwar1473 2 ай бұрын
চিধা কথা, ল'ৰা জনে যিজনৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ গৈছিল, সেই জনে প্ৰথমে ই দান-বৰঙণি দি থৈ গৈছে। সেই বাবেই ল'ৰা জনক হাতত হেন্দকাপ লগায়। সেই পুলিচ বিষয়া জনে আইনগত ভাবে আইন উলঙ্ঘন কৰিছে। এই পুলিচ বিষয়া জনে পাহৰি গৈছে তেওঁলোকৰ হাতত থকা কিতাপখনত পৃষ্ঠা সংখ্যা.......। এই খাকি এনিফ্ৰম জোৰৰ মান সম্মানৰ কথা। প্ৰথমে পুলিচৰ মান সম্মান ৰাখক 🇮🇳 জয় হিন্দ।
@PranjitTaid-nb4de
@PranjitTaid-nb4de 2 ай бұрын
Ai karone oi police gush buli koy.
@anjanabezbaruah9617
@anjanabezbaruah9617 2 ай бұрын
ভয়ত পুলিচ পলাই গ'ল 😂😂
@bipulborah2193
@bipulborah2193 2 ай бұрын
আচলতে সেই SI জন পুলিছৰ লা‌ইক নহয়। Media দেখিলে পলাই কিয় ? টকাৰ দুখীয়া হ'ব পাৰে,Educated যুৱক। গতিকে ভাবি চিন্তি আগ বাঢ়িব।
@cmdaxom7776
@cmdaxom7776 2 ай бұрын
ঘোচ দি চাকৰি লৈছিল ই।। Quality nai .
@bontisarmah7541
@bontisarmah7541 2 ай бұрын
এই পুলিচটোৱ ই তোমাৰ লৰা মানুহজনীক নিলে যেন লাগিছে সেই কাৰণে এনেকুৱা কৰিছে এই তোক হে পিটিব লাগে
@jayantachoudhury1024
@jayantachoudhury1024 2 ай бұрын
Thanks for the news
@paragbaruah9580
@paragbaruah9580 2 ай бұрын
CM Sir, parile ai khati khua lorajonok usit todonto kori niiyaii prodan korok.
@user-qq6fl8bj2c
@user-qq6fl8bj2c 2 ай бұрын
এনেকুৱা পুলিচবোৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি নি ৰ্দোষী মানুহক হাৰাশাস্ত্ৰী কৰে কিয়?নিজৰ পোচাকযোৰক সন্মান জনায় কাম কৰিলে এনেকৈ অপদস্ত হব লগা নহয় নিশ্চয়।
@ranumonibaruah3182
@ranumonibaruah3182 2 ай бұрын
অসমীয়াৰ লৰাৰ ওপৰত অকল অত্যাচাৰ
@mantudas3746
@mantudas3746 Ай бұрын
এনেকুৱা একাংশ আৰক্ষীৰ বাবে আৰক্ষী বিভাগতো মাজে সময়ে বদনামি হৈ আহিছে, এই অভদ্ৰ বোৰক চিনাক্ত কৰি উচিত শাস্তি দিব লাগে
@RahulGogoi-lu3fr
@RahulGogoi-lu3fr 2 ай бұрын
Val koriesa dada
@PalashGogoi-kr3sh
@PalashGogoi-kr3sh 2 ай бұрын
Yes thanks
@birdmencrew8653
@birdmencrew8653 2 ай бұрын
এইজন narayanpur thanat asil ...Bor ovdro এইজন
@GlindOpGaming
@GlindOpGaming 2 ай бұрын
অভদ্ৰামী যাৰে তাৰে লগত কৰিব নোৱাৰে দুখীয়া মানুহক পাৰে 😢 অলপ ভাল মানুহৰ লগত কৰক তাক চৰত গাল ৰঙা কৰি দিব বালৰ এনেকুৱা পুলিচেই মাৰ খাই আৰু পিচত কব পুলিচক অপমান কৰিছে
@anjugogoi6536
@anjugogoi6536 Ай бұрын
অসম পুলিছৰ বিছাৰ কৰক চৰকাৰে ' নহলে অসম পুলিছক মাৰ ধৰ কৰিলে জনতা দুখি নহব ' কাৰন আৰষী ৰ বাবে সিমন্ত শৰ্মা দুখী হব ' আমি ৰাইজ উলাই যাম ।
@hemkantaborah7434
@hemkantaborah7434 2 ай бұрын
যিবোৰ পুলিচ কুকুৰ-হায়েনাৰ নিচিনা সেইবোৰৰ ওপৰত গৃহ বিভাগে ব্যৱস্থা লব লাগে।
@harenpanging3275
@harenpanging3275 2 ай бұрын
পুলিচ ভক্ষকলৈ পৰিণত হৈছে ৷একো আশা কৰিব নোৱাৰি ৷
@btcbaksa6180
@btcbaksa6180 2 ай бұрын
Buha police tuk de dudorman kela bisar koribo njane Ulta koi handcrf lgabole kot hahokh ple
@kamalkalita338
@kamalkalita338 2 ай бұрын
আৰক্ষীয়ে লৰাজনক সহায় কৰিব লাগে তেওঁৰ নিয়াই আমি বিচাৰোঁ অত্যাচাৰ নহয় আৰু আৰক্ষীৰ অত্যাচাৰ চলোৱা অধিকাৰ নাই আৰক্ষীয়ে জনা ভাল
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 ай бұрын
দুষ্ট প্ৰবৃত্তি বোৰ একো একোটা জন্তু, এই জন্তুৰ দ্বাসত্ব কৰি থানাৰ অছি বাবুও লাজত পৰে কিয়নো এই দুষ্ট প্ৰবৃত্তি বোৰ একো একোটা জন্তুহে। কৰুণা ময়ে মানুহৰ লগত কিছুমান দুষ্ট প্ৰবৃত্তি দিছে।এই দুষ্ট প্ৰবৃত্তি বোৰ মানুহৰ শত্ৰু, ইহঁতে মানুহক লাজত পেলায়, বিপদতো পেলায়, মিছা মাত মতায়, ফাকি দিয়ায়, ইত্যাদি বিভিন্ন প্ৰকাৰৰ ক্ষতি সাধন কৰে। এই মানুহেই সৃষ্টিৰ শ্ৰেষ্ঠ আকৌ দুষ্ট প্ৰবৃত্তিৰ দাসত্ব কৰা জন জন্তুৰ দাস ৰূপ প্ৰাপ্ত হয়। সকলো বোৰ প্ৰসঙ্সা তেওঁৰেই।
@somirbhaitipstrick6602
@somirbhaitipstrick6602 2 ай бұрын
Guteikitar Sakori hunkale terminat koribo lage. Service diar jugyota nai.ehotor
@mohendradohutia-dj5km
@mohendradohutia-dj5km 29 күн бұрын
এই সকল পুলিচ চিনি থব লাগে। বহুত ভাল,,,,,,, ভবিষ্যতে আকৌ ক'ৰবাত লগ কৰিব পাৰিব।এই কেইজন পুলিচ অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰক।আৰু সংবিধানৰ মৰ্মে লৰাজনে ন্যায় পাওক।।
@DEVAR270
@DEVAR270 2 ай бұрын
That's why mama said oi police gush
@johnsurin8865
@johnsurin8865 2 ай бұрын
Mama o ki hoise eibilak ne poriborton ne Ki jonabo.
@GlindOpGaming
@GlindOpGaming 2 ай бұрын
Suspend কৰক ইয়াক Dr হিমন্ত বিশ্ব শৰ্মা
@pratimgogoi8649
@pratimgogoi8649 2 ай бұрын
মানুহে মনোহৰ বাবে দুখ বুজি পোৱা নাইবা এজন মানু্হৰ মনৰ অনুভূতি বিলাক( feeling )বুজি পোৱা দিন বিলাক ক্ৰমানয়ে লাহে লাহে মানুহৰ মাজৰ পৰা নাইকিয়া হ'ব ধৰিছে , এনে বিলাক লক্ষণ মানৱ সমাজৰ বাবে অতিকৈ বেয়া লক্ষণ, আমি সকলো বিলাক মানুহ হয় নিজৰ নিজৰ কৰ্ম উপৰত ভিত্তি কৰি কোনোবা polich কোনোবা CM নাইবা কোনোবা। সাজিৰা কৰা মানুহ নাম পাই । কিন্তু আমি মানু্হ হয় এজনে আন জনৰ মনৰ অনুভূতি বিলাক বুজি নাপালে হাবিৰ জীৱ-জন্তু বিলাকৰ দৰে অকলে ৰাজত্ব কৰিম অকলে খাম বা দুৰ্বল জনক হাবিৰ পৰা খেদি কাজিয়া লাগি অতৰাই দিয়া আমাৰো লাহে লাহে মনোহৰ মাজতো এনে পৰিস্থিতি বিলাক যিকোনো সঘনাই হ'ব ধৰিছে, এনে হৈ থাকিলে জীৱ জন্তু আৰু আমি মানুহৰ মাজত হয়টো বেছি ক'ন পার্থক্য নাথাকিব গৈ । কৰ্ম যিয়েই নহওঁক কিঅ' দায়িত্ব আৰু নিষ্ঠাৰে পালন কৰিব লাগে এনেদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাটো উচিত নহয়
@jdray8903
@jdray8903 Ай бұрын
অসম আৰক্ষী ভাই
@partharabha7946
@partharabha7946 2 ай бұрын
Suspend kori dibo lage
@ratulbarman5821
@ratulbarman5821 2 ай бұрын
Bhal korila kinto saba Jon monir nisina nohole hol
@pandaxyz2891
@pandaxyz2891 2 ай бұрын
Assam police mafia Dore lagi se . HB o Ake. Aikhan sarkare kakoke.nirapotta diba noyare. Dorkar hole
@Lijapopiblog.chanel
@Lijapopiblog.chanel 2 ай бұрын
Right 👍
@dhirojkonwerdhiroj8146
@dhirojkonwerdhiroj8146 2 ай бұрын
Khub vhal pai nohoi polic ok vhale hoise
@MonaPaul-wk6bo
@MonaPaul-wk6bo 2 ай бұрын
এই পুলিচৰ নামত হাইকোৰ্ট কৰক, সিহঁতৰ বহুত দাদাগিৰি হৈছে,বিনা কাৰনত বহুত অশান্তি কৰে,এহাজাৰ দিবলৈ গলে গুৰুত্ব নিদিয়ে।
@SADAGARMILI
@SADAGARMILI Ай бұрын
😭😭😭😭😭😭
@BoichingNarah
@BoichingNarah 2 ай бұрын
Police k ki Bishak koribo
@indrajitchetri442
@indrajitchetri442 2 ай бұрын
Eman video bonabo loga ki assa this is assam police yaha aisa he hotta hain kinu notun bostu hihota poisa xuwa bade ki jana nu poisa 2000/3000 maan xuwai dila likhil hol
@princetravelsassam6092
@princetravelsassam6092 2 ай бұрын
Hi police
@namruplegend8654
@namruplegend8654 2 ай бұрын
Police or jiman lebel nathake driver or oko taat tut koi uprt thake 😂
@drijenchandrasarmah9097
@drijenchandrasarmah9097 Ай бұрын
DGP sire usit ta
@debajitgogoi8411
@debajitgogoi8411 2 ай бұрын
Green colour pindhi thoka driver jon r eman tao police r lgt thaki he jeh ata nirdukhi manuh atak khedi ahise...tar nijor ghoiniyak , Lora-suwali r agot laglngke tha kori khub dhulai dibo lage...🤣
@jitenhazarika8449
@jitenhazarika8449 2 ай бұрын
Mama kih korihse
@bijumalrao5579
@bijumalrao5579 2 ай бұрын
Police kam aru gunda besi lagise
@NipenHazarika-ny1hr
@NipenHazarika-ny1hr Ай бұрын
খাকি পোচাক জোৰ পিন্ধি ডাঙৰ বুলি ভবা পুলিচৰ কেতিয়াবা ৰাইজৰ হাতত কিল খোৱা সুবিধা পাই এতিয়া নিজে সজাগ হৱ হ'ল।
@healthworld9935
@healthworld9935 2 ай бұрын
Adhm kisumane sarkari sakari pale anekuwa hy.
@mithilapegu1045
@mithilapegu1045 2 ай бұрын
Ajir. Polic. Jot. Tokha. Pai. Tate. Kam. Kore
@anjugogoi6536
@anjugogoi6536 Ай бұрын
জুনমনি ৰাভা দৰে যাতে নহয় । আমি যাম তাত
@dineshdas6401
@dineshdas6401 2 ай бұрын
Ai police bor beya adin moi jalukbari thanat sohay bisari jowat beyakai kaisil amio jano law
@NipenHazarika-ny1hr
@NipenHazarika-ny1hr Ай бұрын
কোন আইচি আচিল তোমাক মাৰ পিত কৰা ডিজিপিক জনোৱা চাকৰি খেলিমেলি হৈ জাৱ মুখ্য মন্ত্ৰী জনুৱা মুখ্য মন্ত্ৰী লেচাৰ এতিয়া চাম তোমাক কিমান সহাই কৰিব পাৰে চাম ধন্যবাদ।
@kashyapkalyan2255
@kashyapkalyan2255 2 ай бұрын
পইচা খালে পিতক ইয়াক ইহতৰ কাৰনে আজি আমাৰ এনেকুৱা হৈছে
@hridoygogoi5278
@hridoygogoi5278 2 ай бұрын
Lakhimpur or SP kun?
@dipubora3518
@dipubora3518 2 ай бұрын
ইহতে ইউনিফৰ্ম যোৰ পিন্ধি থাকে বাবে বাচি যায়
@hodaboys9913
@hodaboys9913 9 күн бұрын
Not fit for police
@PikumoniDoley-cf6wq
@PikumoniDoley-cf6wq 2 ай бұрын
Moi hole thak ..........
@GopalSharma-hn6lv
@GopalSharma-hn6lv Ай бұрын
Police r pappa gari saluwa driver kitar hai besi futoni ek toh civil dress ot thake taropori ki dom
@SerenePinkFlamingos-kz1vk
@SerenePinkFlamingos-kz1vk 18 күн бұрын
Tetia hol a hei police kita oporadhi logot jorito ase, court case kora
@sasankasentertainment482
@sasankasentertainment482 2 ай бұрын
😅
@sharatchetia1263
@sharatchetia1263 2 ай бұрын
Asam police anakuai o
@birbolgohain3496
@birbolgohain3496 2 ай бұрын
ভাই তুমি মাকুমত আছিলা নেকি
@manisharabha7119
@manisharabha7119 Ай бұрын
Police mane hol🦮🦮
@KarnajitRabha-hq4bo
@KarnajitRabha-hq4bo 2 ай бұрын
Bhondami police
@user-sx7kr6oe2m
@user-sx7kr6oe2m 2 ай бұрын
Poisa lage sage
@ranjitborpuzari2329
@ranjitborpuzari2329 2 ай бұрын
Seriously draw attention to the Authority/Authorities concerned to honour/maintain law of the land. Such incident proves/urges there is no law .
@nurulalam7957
@nurulalam7957 2 ай бұрын
Pisor khini jonabo
@MakhaniBuragohain
@MakhaniBuragohain 14 күн бұрын
চুৰ পুলিচৰ খেল,চৰকাৰ আৰু পুলিচ একেই
@khagenkakati6380
@khagenkakati6380 2 ай бұрын
Mamar বহতিয়া এই পুলিচ মখা ৷ দিশ খন মামাই খায়হে যাব৷
@mukutaboruah7932
@mukutaboruah7932 2 ай бұрын
Dadagiri buli kobo ne ki kobo
@joyahatari675
@joyahatari675 2 ай бұрын
Ati khunkale bebosta lbo lage aai police jonok DGP and CM Dangoria aaa ...emen val val police manuh paisu ....anekuwa 2/1 jonor karone police jatitur bodnam hoi..joy aai assam.
@bestanjaankahaniyan1984.....
@bestanjaankahaniyan1984..... 2 ай бұрын
Enekowa police..... Golot hotiyay saakorir pora bahir kori dibo Lage.... Kaanoon sobor karone xoman..... Kanoonor bahirot thakile polico no. 1 oporadhi... Ehotoko jailot salan dibo Lage....
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
বিজেপি চৰকাৰৰ দিনত পুলিচৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে।পথম জনৰ পৰা বোধহয় মাল আগতেই লৈ থৈছিল;সেয়ে"ধাৰ সুজিবলৈ এনে কাম কৰিলে।
@saytanathtamuli9975
@saytanathtamuli9975 Ай бұрын
এইয়ে চৰকাৰ এইয়ে অসম পুলিচ দুষ লাগে । ভাইটি ভয় নকৰিবা ।
@GlindOpGaming
@GlindOpGaming 2 ай бұрын
গ্ৰীন T-shirt পিন্ধা চুটমাৰনি তই কেলা ড্ৰাইভাৰ হৈ থাক নহলে তোক চালনি বনাই দিব আচলৰ আগত এই মোচন দেখালে ☝🏻
@technicalgameplay6771
@technicalgameplay6771 2 ай бұрын
সাংবাদিক আৰু পুলিচ প্ৰশাসন একেই পানীৰ মাছ,,? যেনে বদমাছ,,।
@dharitritalukdar8690
@dharitritalukdar8690 2 ай бұрын
Dhani jiyai thakok. Good BJP
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
অৰুণাচল,নাগালেণ্ড, মেঘালয়ৰ পুলিশৰ ওচৰত ভিজা মেকুৰী আৰু অসমীয়া দুখীয়া মানুহৰ ওপৰত বৰমতা ।
@sasankasentertainment482
@sasankasentertainment482 2 ай бұрын
Cm anidibo😂
@user-zs4kg2mi2i
@user-zs4kg2mi2i 2 ай бұрын
এইগুলা পুলিশের নামে কলঙ্ক।
@mintuborah1478
@mintuborah1478 2 ай бұрын
Eituk retirement dibo hol deka lora bhut ase
@karabikarabi606
@karabikarabi606 2 ай бұрын
Xai karone xadharon manuh police or usorot jabo nukhuje
@dasmiraj-qd2si
@dasmiraj-qd2si 2 ай бұрын
Aibur gus khai sakori puwa police
@nabakantakaman2201
@nabakantakaman2201 2 ай бұрын
Sudur vai police kela public dulai de naaa 🤬🤬🤬😡😡😡
@asmigomgaming7960
@asmigomgaming7960 2 ай бұрын
তোমাক গুলীকৰিব লাগিছল
@ashoksharkar1346
@ashoksharkar1346 2 ай бұрын
Pitibo lage police tuk
@moneswarbk1305
@moneswarbk1305 2 ай бұрын
Gunda police keitak lengta kori kuba
@ChandanRamchiary-fh3jt
@ChandanRamchiary-fh3jt 2 ай бұрын
Sot maranak ghosiyai de setdal kori ase
@dulubarman2535
@dulubarman2535 2 ай бұрын
Police jon laj paise
@user-qx9zh7br1l
@user-qx9zh7br1l 2 ай бұрын
আমাক মিচাতে পুলিচে মাৰ পিত কৰিব পাৰে আমি jodi nejar gat jagar nai bule vabila ameu petan de pothabo laga policeak
@munugogoi5593
@munugogoi5593 2 ай бұрын
hay tuya nila naki apunar manujonik😂
@jutikapegudoley1774
@jutikapegudoley1774 2 ай бұрын
Miya police Jon dekhun
@mithilapegu1045
@mithilapegu1045 2 ай бұрын
Dom. Tokha. Policbur. Livet. Ulabaloi. Kiyo. Boy. Korise.
@prab122
@prab122 2 ай бұрын
Johora AP
@user-rj7nf1fj8z
@user-rj7nf1fj8z 2 ай бұрын
ইয়াক নিলম্বন কৰিব লাগে
@rajibsut5952
@rajibsut5952 2 ай бұрын
Tar bapekor gari
@manujkumarbora8901
@manujkumarbora8901 2 ай бұрын
manuhe atiya niyai bisari police osort compilan dibo jabo nuware mane
@kashyapkalyan2255
@kashyapkalyan2255 2 ай бұрын
পইচা খালে পিতক ইয়াক ইহতৰ কাৰনে আজি আমাৰ এনেকুৱা হৈছে
@dulalchandradas715
@dulalchandradas715 2 ай бұрын
Upor moholor bilaku ekei.
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 12 МЛН
小蚂蚁被感动了!火影忍者 #佐助 #家庭
00:54
火影忍者一家
Рет қаралды 42 МЛН
EVOLUTION OF ICE CREAM 😱 #shorts
00:11
Savage Vlogs
Рет қаралды 12 МЛН
ক'লা যাদু কিমান ভয়ংকৰ ? 😱😱😱
39:22
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 28 М.
ৰাইজ সৰ্তক হক।
2:17
purnima vlog lanka
Рет қаралды 45 М.