টাৰ্গেট মুখ্যমন্ত্রী, আক্রমণাত্মক ভূপেন বৰা...‘কেন্দ্রৰ পৰা পুঁজি অনাত কিয় ব্যৰ্থ মুখ্যমন্ত্রী?’

  Рет қаралды 84,611

Pratidin Time

Pratidin Time

18 күн бұрын

দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ ব্যক্তিজনেই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। ২০২৬ৰ বিধানসভা নিৰ্বাচনত এটা পৰিয়ালৰ দুৰ্নীতিয়েই হ’ব কংগ্ৰেছৰ মূল নিৰ্বাচনী অস্ত্ৰ। এই মন্তব্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। ভূপেন বৰাৰ মতে কেন্দ্ৰৰ পৰা পুঁজি অনাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। সমান্তৰালকৈ ৬০ মাহৰ সময় বিচৰা বিজেপিয়ে ১২০ মাহ পিছত কংগ্ৰেছক সমালোচনা কৰাৰ যুক্তি নাই বুলিও মন্তব্য ভূপেন বৰাৰ।
#pratidintime #assam #assamnews

Пікірлер: 133
@PhilosopherAssam
@PhilosopherAssam 15 күн бұрын
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳 জয় আই অসম ❤️
@rameshpayang7871
@rameshpayang7871 14 күн бұрын
Maiki massh to 😂😂😂😂😂, Bangladesh t. Cm bonibo 😂😂😂😂
@natureuplift6235
@natureuplift6235 13 күн бұрын
​@@rameshpayang7871gourav gogoi pure and nika parthi. No criminal charges way better than two faced mama. . Mama for Bihari, Bengali , marwadi, Upper cast people 😂
@rameshpayang7871
@rameshpayang7871 13 күн бұрын
@@natureuplift6235 👎👎👎👎 bad diya he😂😂😂
@TheBharatConvenor
@TheBharatConvenor 12 күн бұрын
​@@rameshpayang7871 Sakuni mama'ye edin tumar dore vagin gitak val baah dbo,xaju thaka🙏😂
@rameshpayang7871
@rameshpayang7871 12 күн бұрын
@@TheBharatConvenor Assam r pappu to no 😂😂🤣😅
@user-cy8lv7es5m
@user-cy8lv7es5m 16 күн бұрын
অসমৰ মুখ্যমন্ত্ৰী কিমান শত আৰু নিকা আমি দেখি আছো !
@hirokjyotiborah5966
@hirokjyotiborah5966 15 күн бұрын
কাজিৰঙাৰ মাটি দখল কৰি কৰি মামীয়েৰে ৰিজৰ্ট , চাহ বাগান খুলিছে, চাবি কেতিয়াবা তোৰ ঘৰ থকা মাটিখিনিও দখল কৰিব
@Legal_weapon295
@Legal_weapon295 14 күн бұрын
চন্দ্ৰবাবু নাইডুয়ে যদি কেন্দ্ৰৰ পৰা ৬০ হাজাৰ কৌটি টকা পুজি উলিয়াব পাৰে উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল চৰকাৰী ঘৰ আৰু গোটৰ মহিলাৰ বাবেহে অকল পুজি উলিয়াব পাৰে, অসমৰ অন্যান্য গুৰুত্বপূৰ্ণ উন্নয়নৰ কথা কিয় নাভাবে অসমৰ মুখ্যমন্ত্ৰীয়ে !! এক চিন্তনীয় বিষয় !!!
@bakulboruah2026
@bakulboruah2026 16 күн бұрын
অসমত বিজেপি চৰকাৰ হোৱাৰ পৰা কেৱল এটা পৰিয়ালৰ মাটি, সম্পত্তি, চাহ বাগিচা, ৰিজৰ্ট,প্ৰাইভেট স্কুলৰ সংখ্যা বৃদ্ধি হল।
@rishirajomivaidya5648
@rishirajomivaidya5648 16 күн бұрын
Congress ahelee miyaland hbo....miyar utpat bht besi hbo...Congress ye miya kiba krile aku action nloi...axomiyar krne bipod
@riyand6689
@riyand6689 16 күн бұрын
গেদাবোৰে বিজেপি চৰকাৰ ভাল পদক্ষেপ বিলাক কোনোদিন মূল্যায়ন নকৰে । কিছুমানে ধুতি আৰু লুংগী পাৰ্থক্য নবুজে গতিকে সিহতবোৰে লুংগীৰ হৈ প্ৰচাৰ কৰাটো স্বাভাবিক
@pratimasarma1737
@pratimasarma1737 16 күн бұрын
​ভাল পদক্ষেপ একো দেখা নাই। আজি আকৌ নতুন বাতৰি পালোঁ। অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষক হ'বলৈ বহিৰাগত প্ৰাৰ্থী য়েও চাকৰি পাবলৈ সক্ষম হ'ব।PRC নালাগে। এই টো অতি উত্তম কাম নহয় নে?
@riyand6689
@riyand6689 16 күн бұрын
@@pratimasarma1737 ১ মিনিটৰ কাৰনে বিজেপি বেয়া মানি লৈছো । আপোনাৰ মতে কোনটো ৰাজনৈতিক দল ১০০ শতাংশ ভাল ?
@rishirajomivaidya5648
@rishirajomivaidya5648 15 күн бұрын
@@pratimasarma1737 apuni sage njane congress ye nijor menefesto t ki koisil..Congress govt ahele 50% reservation to increase krai dim...may be 70-80% reservation eaitu ki bhal???atya Sakori puar chance asw being general tatya 0% chances.. Bjp beya koleee nhobo bhal kun Eaitu o sabo lgibo juntu least beya eaitu ye rakhi thobo lgibo
@user-ij4yt6jk4i
@user-ij4yt6jk4i 15 күн бұрын
Congress🎉❤
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs 16 күн бұрын
Hosa sir 🙏👌
@bipulbrahma9871
@bipulbrahma9871 16 күн бұрын
Good job sir...
@mukutsaikia6302
@mukutsaikia6302 16 күн бұрын
I love congress❤❤❤❤❤❤❤❤❤❤
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 13 күн бұрын
Ahok ami Congress sorkar anu allah hu akbar
@SaratiPraja
@SaratiPraja 16 күн бұрын
Mooja vopen sir
@user-rw3pv9dw1j
@user-rw3pv9dw1j 16 күн бұрын
ৰাজনাথ সিং কলৈ গ’ল ?বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে আন্দোলন কৰি চমক সৃষ্টি কৰি শাসনৰ বাঘজৰী লোৱা বিজেপিৰ বিয়াগোম নেতাবোৰ অসমত বাণপানী হোৱা সময়ত ক’ত মৰিল ?এতিয়া নাহে কিয় টেটুফালি চিঞৰিবলে ?
@gopalbiswas1990
@gopalbiswas1990 15 күн бұрын
এশ শতাংশ সত্য কৈছে আপোনি
@OZARUGAMING
@OZARUGAMING 15 күн бұрын
,💯%...Hosa 🖐️🖐️🖐️🖐️🖐️
@user-hw6ul5ut2j
@user-hw6ul5ut2j 16 күн бұрын
গৌৰৱ গগৈ ২০২৬ মুখ্যমন্ত্ৰী
@videomediaindia6177
@videomediaindia6177 13 күн бұрын
Very good 💯💯💯
@TamimIslam-ss2nh
@TamimIslam-ss2nh 16 күн бұрын
Bhupen Bora good Man
@user-hh2jb3io5k
@user-hh2jb3io5k 11 күн бұрын
আজমলক কনো কাৰনত লগ নলব
@EakubAli-fk7nh
@EakubAli-fk7nh 9 күн бұрын
Absolutely right 👍🏻👍🏻👍🏻
@dipakgogoi5084
@dipakgogoi5084 15 күн бұрын
হিমন্ত বিশ্বই কি কেন্দ্ৰৰ পৰা টকা আনিব। আজি নীতিশ কুমাৰ আৰু চান্দ্ৰবাবু নাইডুৱে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্যৰ বাবে দাবী কৰিছে। কিন্তু অসমে বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য হিচাপে কেন্দ্ৰৰ পৰা সেই সুবিধা অসম আগৰ পৰাই পাই আহিছিল কেন্দ্ৰৰ পৰা মোদী অহাৰ আগলৈকে। মোদীয়েহে কৰ্তন কৰিলে অসমে পায় অহা বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্যৰ স্বীকৃতি। হিমন্ত নতুনকৈ বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্যৰ দাবী কৰিব । সুবিধাবাদী হিমন্তই মোদীয়ে অসমৰ পৰা বিশেষ মৰ্য্যদা পূৰ্ণ ৰাজ্য কৰ্তন কৰাৰ পিছতো মাত এটা মাতিবলৈও সাহস গোটাব নোৱাৰিলে।
@YeasinAli-cb1dj
@YeasinAli-cb1dj 16 күн бұрын
Yess
@jagatchandrabordoloi6564
@jagatchandrabordoloi6564 13 күн бұрын
I love congess❤❤❤
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 14 күн бұрын
Congress zindabad
@tutumonidoley9008
@tutumonidoley9008 3 күн бұрын
Verygoodcoment
@SandiyUrao
@SandiyUrao 15 күн бұрын
Congress zindabaad
@kamalrajbongshi5164
@kamalrajbongshi5164 13 күн бұрын
Right
@puspadhardowarah1932
@puspadhardowarah1932 14 күн бұрын
ধন্যবাদ বৰা ডাঙৰীয়া।
@iriyanyt5298
@iriyanyt5298 16 күн бұрын
Man of strong and straight backbone
@_i_am_animetuber2902
@_i_am_animetuber2902 14 күн бұрын
ভূপেন বৰা ❤❤❤❤❤
@Krishna-rc2ws
@Krishna-rc2ws 15 күн бұрын
Yes
@user-ie6dx5zb5i
@user-ie6dx5zb5i 16 күн бұрын
Ami Sakalu Dakhisu . Sakulu Bujisu .. Raijya Sidhanta Samayat Laba ..
@HopefulBanjo-rb4cw
@HopefulBanjo-rb4cw 14 күн бұрын
ভুপেন ফলীয়া হৈছে।
@kusheswarmedhi3307
@kusheswarmedhi3307 16 күн бұрын
Toi kiman koribi bupa!
@Jaggu12385
@Jaggu12385 16 күн бұрын
Sir kiba eta korok , durniti bondho korok.
@karabikarabihandique3320
@karabikarabihandique3320 16 күн бұрын
Apunak Aibar vote dim..
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 13 күн бұрын
Tohotor hindu r mjt unity nai bhoriya....congress amr party bjp Hindu party...assam t miyar odhikar asw
@SADAGARMILI
@SADAGARMILI 8 күн бұрын
🤚🤚🤚🤚🤚🤚🤚🤚💯✔️
@tarunchandranath
@tarunchandranath 13 күн бұрын
এতিয়া।।কথা।।কৈথাকিলে।নহব।।অসমৰ।।চোকে।।কোনে।।সোমাবৰ।।হল।।
@KrishnaMandal-cl8xk
@KrishnaMandal-cl8xk 16 күн бұрын
ভোট কমি জাবো
@KrishnaMandal-cl8xk
@KrishnaMandal-cl8xk 16 күн бұрын
মিয়াৰ পৰা আহিবো
@ShakahanAli-pr2nc
@ShakahanAli-pr2nc 16 күн бұрын
Pokorot jui. Lagise
@swapnalinarah
@swapnalinarah 15 күн бұрын
Bengali no saitan hoi
@RofikulIslam-gx3so
@RofikulIslam-gx3so 15 күн бұрын
Bhupendra bora jindabad
@myway3433
@myway3433 13 күн бұрын
ভুপেন বৰা ডাঙৰীয়া জিন্দা বাদ ।
@sanjibkalita8479
@sanjibkalita8479 13 күн бұрын
মিঞাক লৈ অসমীয়াক জাতিক বচাব আহিছে এইজনে। ভাল আত্ম পৰ্য্যালোচনা কৰিব ওলাইছে।
@Jeherul-uy6mx
@Jeherul-uy6mx 14 күн бұрын
🖐️🖐️🖐️🖐️🖐️
@kunalkoch3949
@kunalkoch3949 12 күн бұрын
Axomot yogi nisina cm lage,himanta biswa sharma is not good for assam
@riyand6689
@riyand6689 16 күн бұрын
যি কংগ্ৰেছী কাৰ্য্যলয়ত নিষিদ্ধ মাংসৰ ভোজ ভাত চলে তেনে ৰাজনৈতিক দলৰ প্ৰতিজন নেতাক অসমৰ হিন্দুসকলে বৰ্জন কৰিব লাগে । লোকসভাৰ ৩ অসন জিকোতে এনে অবস্হা যদি গোতেই অসমত চৰকাৰ গঠন কৰে তেন্তে বিধানসভাৰ ৰান্ধনী ঘৰতো বাদ নপৰিব চাগে । গতিকে ধুতি আৰু লুংগীৰ পাৰ্থক্য নেতাই নবুজিলেও জনতাই বুজা দৰকাৰ
@bitukonwar2116
@bitukonwar2116 15 күн бұрын
কঙগ্ৰেজৰ কাৰ্যালয়ত নিষিদ্ধ ভোজন কৰা নেতা কেইজন বৰ্তমান ন বিজেপি হৈ টিঘিল ঘিলাই আছেছোন
@TheBharatConvenor
@TheBharatConvenor 12 күн бұрын
Dhuti-lungi gai gai,tumr BJ party't gutei Congressi bur xumai gol. Atiya aaru agor BJ party nai,atiya only Congress VS Ex-Congress hoi ase Axomot..!
@JoyguramBora
@JoyguramBora 11 күн бұрын
2026ত।অসমত।মোগল 4:47
@ditulhazarika4082
@ditulhazarika4082 12 күн бұрын
Apuni c.m hole asomiya mnuhor goti nuhua hbo gom pai ne birudhi man
@user-oz6hz5dg9s
@user-oz6hz5dg9s 13 күн бұрын
প্ৰতিদিন টাইম bjp ye kini loise
@nozmulkarim4261
@nozmulkarim4261 16 күн бұрын
60 years congres ki korisel
@jahirulislam4311
@jahirulislam4311 16 күн бұрын
ভূপেন বৰা ডাঙৰীয়া অসমত বানপানী নতুনকৈ হোৱা নাই আপোনালোকৰ চৰকাৰ থকা সময়তো বানপানী হৈছিল তেতিয়া কিয় বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা কৰা নাই। ভূপেন বৰা ডাঙৰীয়া আনক সমলোচনা কৰাৰ আগতে নিজকে সুধক নিজে কি কৰিছিলে।
@mainahazarika8295
@mainahazarika8295 13 күн бұрын
Tumalukor dinot ki korila
@tinkurabha7921
@tinkurabha7921 16 күн бұрын
Ipnlk no ki krisili sobe ata pukhurire mas , totapi BJP dint certificate lobo gle Bina pisat paisu kintu cngrss dint Toka nhle ami ofcc kasarir pra akoi pwa nasilu BJP ahar pra olp xokah paisu
@nlv7creation647
@nlv7creation647 14 күн бұрын
সোপাটো কৰিৱ।
@rakashdas9087
@rakashdas9087 13 күн бұрын
লাজ লাগে দুৰ্নিতি কৰি কৰি হাজাৰ হাজাৰ কৌতিৰ মালিক হৈছে জনতাই কি পাইছে সোপাতো
@Yoyo60204
@Yoyo60204 16 күн бұрын
2026 ke kobo...
@parthaboruah634
@parthaboruah634 15 күн бұрын
Hasa
@JoyguramBora
@JoyguramBora 11 күн бұрын
কংগ্রেস। কেতিযাও।অসমিযা কথা। কব।নোযারে।মোগল র।কথা।কব।পারে
@JagannathBaishya-xr1pf
@JagannathBaishya-xr1pf 16 күн бұрын
Bhupen Bora Hindu ?
@kumudbaruah2001
@kumudbaruah2001 16 күн бұрын
কংগ্রেসে অসম খন মিঞা মুছলমানৰ হাতত তুলি দিলে। অসমীয়াই এতিয়া কংগ্রেসৰ চক্রান্ত বুজি পাইছে। কংগ্রেসক অসমৰ পৰা পুলিয়ে পোখাই উৎখাত নকৰিলে অসমখন এদিন বাংলাদেশৰ লগত চামিল কৰিব।
@digantamahanta1430
@digantamahanta1430 16 күн бұрын
Mama bipad ahi ase kinto, alp saba
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 13 күн бұрын
Amr krne bhal Congress ahele...allah hu akbar
@PapudasPapupapu
@PapudasPapupapu 15 күн бұрын
Puhkuri khandi ban mukt karib pareneki aapuni ki manu he.?
@tulshiramchetry5267
@tulshiramchetry5267 16 күн бұрын
99mal Congress
@paintinggram2870
@paintinggram2870 15 күн бұрын
Aijon cm ku khedok axomor pora oddisa fale
@ramadas-og3he
@ramadas-og3he 16 күн бұрын
Go back BJP
@AbdulKalamAzad-v4s
@AbdulKalamAzad-v4s 13 күн бұрын
Allah hu akbar
@DeepDewri-pl3vf
@DeepDewri-pl3vf 14 күн бұрын
Bj party'washing machine
@arunsaikia585
@arunsaikia585 16 күн бұрын
Tumi tu bihpuriya harila sar
@taponboro65
@taponboro65 15 күн бұрын
Bhupen bora bodmas
@sumedali5087
@sumedali5087 16 күн бұрын
Hamara assam ka mukhymantri mahoday bolata hai ki agale 30 sal Tak kendron mein BJP Sarkar rahega abhi mukhymantri Ji ko poochh kar dekhiae ki agale 10 din tak rahega ki nahin rahega langra ghoda
@bhadreswarsarma1967
@bhadreswarsarma1967 16 күн бұрын
তহতে কেলা ইতুক সিতক হানিবলৈহে ৰাজনিতি কৰি আছ দেশৰ একো হিত সাধিব নোৱাৰা আমাৰ মাঠাবোৰ তহতে খালি ভাল
@BhupenGogoi-jp6ti
@BhupenGogoi-jp6ti 16 күн бұрын
Koni.hhanta
@ShakahanAli-pr2nc
@ShakahanAli-pr2nc 16 күн бұрын
Tur kela. Gat. Lagise. Hosa. Kotha koise
@UtpalakshyaDas
@UtpalakshyaDas 16 күн бұрын
M.P. r Tiket dim buli je paisa khaisil monot ase ne. Sarbananda Sonowal e central minister hua r karone apuni beya pai o love nai. 3 khan M.P. seat he paise tar pisoto laz nai. Apunar sur tani tani dia lecture manuhe val napai to
@sumitddey7705
@sumitddey7705 16 күн бұрын
😂Miya,r dol congress
@BhupenGogoi-jp6ti
@BhupenGogoi-jp6ti 16 күн бұрын
Moi.hindu Moi.nijor.hindu.koni
@kumudbaruah2001
@kumudbaruah2001 15 күн бұрын
​@@BhupenGogoi-jp6tiকংগ্রেস এতিয়া সম্পূর্ণ ভাবে মিঞা মুছলমানৰ দলত পৰিণত হল। মিঞা মুছলমানৰ বাদে কোনো সচেতন হিন্দুৱে কংগ্রেস ক পচণ্ড নকৰে। অসমলৈ কংগ্রেসেই মিঞা মুছলমান আনি অন্য এখন বাংলাদেশ সৃষ্টি কৰিলে। সেই কংগ্রেস অসমৰ শত্রু হিন্দুৰ শত্রু। কোনো সৱভিমানী হিন্দু ৱে কেতিয়াও কংগ্রেসক আঁকোৱালি নলয়।
@apalnarah9459
@apalnarah9459 14 күн бұрын
Jolon puron kotakobonage dukia raije banot dubgose hebar sabojabolage.kamnai beta
@rishirajomivaidya5648
@rishirajomivaidya5648 16 күн бұрын
Congress ahele miyar utpat besi hbo axomiya r krne beya....nlagee Congress
@abhinandansaikia4780
@abhinandansaikia4780 16 күн бұрын
ভূপেন বৰাৰ ৰাজনৈতিক কৌশল তচনচ কৰি দিব বিজেপিক
@kumudbaruah2001
@kumudbaruah2001 16 күн бұрын
মিঞা মুছলমানৰ ৰখ্য়ক কংগ্রেসে বিজেপিৰ গাৰ নোম এডালো লৰাব নোৱাৰিব। নামনি অসম মধ্যে অসম আৰু উত্তৰ Can't প্রায় ভাগ মিঞা মুছলমানৰ হাতত কংগ্রেসে গতাই দিলে। অসমীয়া টোপনিত লালকাল হোৱা নাই। শাৰে আছে। কংগ্রেসে জাতীদোহীতাৰ ফল ভোগীছে আৰু ভৱিষ্যতেও ভোগীবলৈ সাজুহৈ থাকক। অসমীয়া জাতিয়ে প্রচণ্ড ঘৃণাৰে কংগ্রেসক নাকচ কৰিছে। ধুবুৰী আৰু নগাঁও মিঞা মুছলমানৰ অঘোষিত সংৰক্ষিত সমষ্টি হল। চাবলৈ গলে কেৱল যোৰহাট সমষ্টি টোহে কংগ্রেসে লাভ কৰিলে। বাকি এঘাৰটা সমষ্টি বিজেপি মিত্র জোতে লাভ কৰিছে। ভূপেন বৰা, গৌৰৱ গগৈ য়ে প্ৰচণ্ড হতাশাত ভোগী অবান্তৰ প্রলাপ বকিছে।
@ShakahanAli-pr2nc
@ShakahanAli-pr2nc 16 күн бұрын
​@@kumudbaruah2001sai thak oi
@Gogoi5
@Gogoi5 16 күн бұрын
​@@kumudbaruah2001apuni sai thakok congress or ji abosta hoisil heiya himanta krnei hoisil... congress or pora separate hoi logot loi goisil atiyar uporor maal borok.. sonowal or pisot mekuri dore thaki sonowalok lat mari delhit goi CM krne planning korile tar pisot ki hoise..Job dise aibor kaar himanta property bikri dise nki..Loan loi loan loi solai ase..ki korise medical college bonaise, bridges bonaise kewl bonai ase ru aji ata manuhe adin Kam koribo ngle ghrt khable nathake...BJP Congress buli ktha nai kone ki korise kotha nai kotha hol beya Kam korile mat mariblei paribo lage BJP andhovonkto hoi thakibo nalage baa congress or ..
@kumudbaruah2001
@kumudbaruah2001 15 күн бұрын
​@@ShakahanAli-pr2ncযোৱা লোক সভা ইলেকচনত ৯৯ খন বিধান সভা সমষ্টি ত বিজেপিৰ প্রচণ্ড অগ্রগতি হৈছে। পাহাৰ ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাই বিজেপিক বিছাৰিছ। কংগ্রেসক নাকচ কৰিছে কাৰণ কংগ্রেস মিঞা মুছলমানৰ দল বাংলাদেশী পূৱপাকিসঠানীৰ দল এই মিঞা মুছলমানৰ দল টোক কোনো হিন্দু ৱে প্রহন নকৰে।
@user-xh7gb3ze3g
@user-xh7gb3ze3g 16 күн бұрын
ভূপেন বৰা হৰা নেতা 😂😂😂😂
@suravispakghor4443
@suravispakghor4443 16 күн бұрын
Bhupen bora ajon moha pagol
@lakhikrchintey5693
@lakhikrchintey5693 16 күн бұрын
থাতকে তোমি বেছি পাগল
@DineshBaishya-le4oz
@DineshBaishya-le4oz 13 күн бұрын
BJP mukta india
@KrishnaMandal-cl8xk
@KrishnaMandal-cl8xk 16 күн бұрын
ভোপেন বৰা পাগল
@BhupenGogoi-jp6ti
@BhupenGogoi-jp6ti 16 күн бұрын
Ma.ka.dim
@lakhikrchintey5693
@lakhikrchintey5693 16 күн бұрын
নিজে পাগল হোৱাৰ কাৰণে আনক পাগল বুলি কৈছে
@pratimasarma1737
@pratimasarma1737 16 күн бұрын
পাগলে সকলোকে পাগল বুলিয়েই ভাবে।
@Xxhxjxjx
@Xxhxjxjx 16 күн бұрын
Boka satiowa rajniti eri unnayanat gurutta dile raij upkrita hobo
@nabasahariah4991
@nabasahariah4991 16 күн бұрын
Balar congress
@lakhikrchintey5693
@lakhikrchintey5693 16 күн бұрын
লেওৰা বিজেপি
@SwapnaDutta-he3xb
@SwapnaDutta-he3xb 13 күн бұрын
​@@lakhikrchintey5693bhapanborasgaborsckamilogatassuprodipduttagfromlakhipsthrr
@dipankusaika5754
@dipankusaika5754 15 күн бұрын
আপোনালোকৰ দিনত কি কৰিছিল 15বছৰ লুটি পুতি খালি এতিয়া একো তেটো ফালি চিয়ৰিব আহিছে ? তহঁতে অসমীয়া জাতিটো ক শেষ কৰিলে ?
@bitukonwar2116
@bitukonwar2116 15 күн бұрын
এতিয়া ন বিজেপিৰ কেওজন পূৰ্বৰ কঙগ্ৰেজত থাকি চুৱা চেলেকি আছিল নহয়।।।
@natureuplift6235
@natureuplift6235 13 күн бұрын
Atia he assomia jatitu nuhua hobo dhorice.. JOI AAI AXOM r jagat JAI SHREE RAM hunibo paicu.
@PrabirChandraDeka-nh4qo
@PrabirChandraDeka-nh4qo 13 күн бұрын
Right
@reofficialvideo4870
@reofficialvideo4870 16 күн бұрын
Right
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 11 МЛН
Дарю Самокат Скейтеру !
00:42
Vlad Samokatchik
Рет қаралды 8 МЛН