মই যি কম মুকলিকৈয়ে কম। সঁচা কথাক হজম কৰিবলৈ বৰ তিতা নহয়নে ? ৰাজীৱ শদিয়াৰ দৰে গান গাব নোৱাৰে জুবিনে

  Рет қаралды 109,385

অতুল অসম

অতুল অসম

Күн бұрын

Пікірлер: 549
@sarmilaekka1181
@sarmilaekka1181 18 күн бұрын
ৰাজীৱ শদিয়াৰ কন্ঠ জনগণৰ কন্ঠ ।তেখেতৰ গানৰ সুৰ আৰু লয়ত অসমী আই মাতৃৰ সত্বা সংকটৰ ৰূপ প্ৰতিফলিত হৈ আছে ।
@mydreamssk9330
@mydreamssk9330 18 күн бұрын
ৰাজীৱ শদিয়া জীয়াই থকা অৱস্থাত কোনেও কিয় ৰাজীৱ দাৰ কাষত থিয় নিদিলে। তেওঁৰ মৃত্যুৰ পাছত যে ইমান মানুহে তেওঁৰ হৈ মাত মাতিছে। ৰাজীৱ দা জীয়াই থকা অৱস্থাত যদি সংগঠন বোৰে আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজক সকলে যদি ভাবিলে হয় তেতিয়া হলে তেওঁ এই টকৌ পাতৰ চালেৰে গোবৰ মাটিৰ বেৰা দিয়া ঘৰত হয়তো দিন কটাব লগীয়া নহল হয়। গতিকে সকলোৰে দুখ আছে। আমি কিন্তু আমাৰ বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক অনুষ্ঠানত ৰাজীৱ দাক নিমন্ত্ৰণ কৰি আনিছিলোঁ।
@pjprotim6009
@pjprotim6009 17 күн бұрын
Hosa kotha 🙏
@koushalbailung
@koushalbailung 18 күн бұрын
জুবিন গাৰ্গে ভালকৈ চিনি নোপোৱাটো‌ ডাঙৰ কথা নহয় মইয়েই চিনি পোৱা নাছিলো। সচাঁ কথা মিছা কথা কৈও লাভ নাই।। এটিয়াহে শুনিছোঁ ৰাজিব শদিয়াৰ গীত।। ইয়াত সমালোচনা কৰাৰ প্ৰয়োজন নাই।। সমাজৰ সকে মাত মতা সকলে ৰাজীৱ শদিয়াৰ নাম এটিয়াহে প্ৰচাৰ কৰিছে নেকি কিয় নো আগতে এনেকৈ প্ৰচাৰ কৰা হলে তেওঁ জীয়াই থাকোঁতে গীত শুনিলো হয় চিনি পালো হয়।।
@LakhyajitBuraguhain
@LakhyajitBuraguhain 18 күн бұрын
বিকাশ অসম দাদা থিকেই কৈছে ৰাজীৱ ককাইদেউ এজন মহান গণ শিল্পী হয় ৰাইজৰ বাবে বহুত কষ্টৰ কৰিছিলে তেওঁ 🙏🙏😭😭 জয় আই অসম
@nityanandakonwar2775
@nityanandakonwar2775 18 күн бұрын
বিকাশে ঠিকেই কৈছে ।জুবিনৰ সুস্বাস্থ্য কামনা কৰি আৰু বহু আশা কৰিলোঁ।
@rubulgogoi458
@rubulgogoi458 18 күн бұрын
90 percent manuhe Rajib hodiya k sini nepai . Mrityu r pisot he mediyat dekhi sinise
@zgdaxxpranjalzgdaxxpranjal2426
@zgdaxxpranjalzgdaxxpranjal2426 18 күн бұрын
Moi o agote sini puwa nasilu .
@rupapatra1726
@rupapatra1726 18 күн бұрын
Zubeen fan club neki
@sanjaynath1972
@sanjaynath1972 18 күн бұрын
Moiu
@JUG2023
@JUG2023 18 күн бұрын
Then?
@হালোৱাৰপুতেকমই
@হালোৱাৰপুতেকমই 18 күн бұрын
অকল জুবিন ৰ গান শুনিলে ক’ত চিনি পাব ? মঞ্চত মদ খাই কেলা পচলা মাৰি ৰাইজৰ শিল্পী হ’ব নোৱাৰে ৷
@TrilosonTrilo
@TrilosonTrilo 13 күн бұрын
জয় জুবিন দা👏👏👏👏
@TriEverest
@TriEverest 6 күн бұрын
Paltu
@mukundakalita4018
@mukundakalita4018 18 күн бұрын
বিকাশ জীয়াই থকা দিনত তই ৰাজীৱ শদিয়াৰ গান শ্বেয়াৰ কৰি পাইছানে চচিয়েল মিডিয়াত ৷
@ahmedhussain1902
@ahmedhussain1902 18 күн бұрын
Thike koise apuni
@mondeepbharali9991
@mondeepbharali9991 18 күн бұрын
👍👍👍
@gitarthakashyap6292
@gitarthakashyap6292 18 күн бұрын
❤❤❤
@bibulkalita2444
@bibulkalita2444 18 күн бұрын
Nai kone korile
@jimanbayan4818
@jimanbayan4818 18 күн бұрын
Hoy
@GopalChawra-bm7eq
@GopalChawra-bm7eq 10 күн бұрын
JayZubeenGarg ❤❤❤
@BiplobhatiBaruah
@BiplobhatiBaruah 18 күн бұрын
বিদেশীৰ অসম হ'ল এতিয়া।হেৰ মহা মূৰ্খ অসমীয়া হত ভাই ভাই মাজত যুঁজি থাক একো নেপাবি। এনেদৰে এদিন কালৰ বুকুত অসমীয়া হেৰাই যাব।
@patrickwilliamson9842
@patrickwilliamson9842 18 күн бұрын
Are you an Indian or outsider?????
@AnupamRajkhowa-rk8cg
@AnupamRajkhowa-rk8cg 18 күн бұрын
ইহতি অকল বিহাৰী মাৰোৱাৰী ইত্যাদি বোৰক হে বহিৰাগত বুলি কয়।ইহঁতৰ দমেই নাই আচল খিনিক কবলৈ। ইও এটা চাপৰিয়ে হয়।
@RupamSenapati14
@RupamSenapati14 18 күн бұрын
চিনি পোৱা সকলে জীয়াই থাকোঁতে কি কৰিলে? চিনি পোৱা সকলে তেওঁৰ মৃত্যুৰ পিছত যেনেকৈ viral কৰি আছে জীয়াই থাকোঁতে কিয় viral কৰিব নোৱাৰিলে যদি আজিৰ দৰে viral কৰিলে হয় তেতিয়া হলে তেঁওক সকলোৱে চিনি পালে হয়। চিনি পোৱা সকলে ৰাজীৱ দাৰ প্ৰতি যিটো মৰম ভালপোৱা এতিয়া দেখা আছে জীয়াই থাকোঁতে কিয় নেদেখালে তেওঁ যে জাতি মাটিৰ গান এটা recoding কৰিবলৈ কাৰণে দহবাৰ ভাবিব লগা হৈছিল। মানুহ জনক চিনি নাপাও বুলি কওঁতে ইমান হাল্লা হৈ গল সঁচাকৈ চিনি নাপাই চাগে সেই কাৰণে কলে মিছাকৈ চিনি পাওঁ বুলিতো কব নোৱাৰি ন। তেখেতৰ ওচৰত বহুত মানুহে গান গোৱাবলৈ আহে আৰু প্ৰতেককে মনত ৰখা তো অসম্ভৱ দিয়কচোন
@mgkpgl2450
@mgkpgl2450 8 күн бұрын
তুমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মনৰ কথা ভাবপ্ৰকাশকৰাছা
@vimaldeepkashyap3441
@vimaldeepkashyap3441 18 күн бұрын
ৰাজীৱ শদিয়াই যিবোৰ গাইছিল জাতিয় চিন্তা চৰ্চাৰ গীত। বিহু নাম বা টোকাৰী গীতৰ দৰে। সেই গীতবোৰ যদি জুবিনে গালে হেতেন অসম হিলি গল হেতেন। জুবিনৰ কন্ঠ একক আৰু অনন্য। শদিয়া ডাঙৰীয়াই ইমানেই যদি ভাল গালে হেতেন তেনেহলে চৌদিশে বিয়পি গল হেতেন । এনে সময়ত এইষাৰ সত্য কোনেও কৰা নাই যদিও এয়ে সত্য। অ তেও জাতীয় চিন্তাবোধক গীত গাইছিল। তেখেত থলুৱা শিল্পী আছিল। গতিকে জুবিনক তানি অনাটো অতি অধমৰ কাম হৈছে।
@pranabbaruati9209
@pranabbaruati9209 18 күн бұрын
Toi kbo bisariso rajib sadiyai beya gan gai..aikhini homoyot zubeenr ene montabya val hua nai heiyehe mnuhe beya paise ..
@SomujjalKuli-v1c
@SomujjalKuli-v1c 18 күн бұрын
লুইত খন ভৰিলে বিহ মেতেকাৰে। পাৰতে ভৰিলে জাবৰ। পশ্চিমৰ বতাহ জাক পূবলৈ বলিছে।তাৰ জানো ৰাখিছ খবৰ। Love from sadiya ❤❤
@ritupondihingia5169
@ritupondihingia5169 18 күн бұрын
বৰ ঘৰত সোমালে বিদেশী বঙালী। ৰজা বহতীয়া হ'ল। অধিকাৰ স্বাভিমান,ভাষা মোৰ অভিমান বণিয়াৰ হাতলৈ গ'ল।
@vaitybaruah8910
@vaitybaruah8910 18 күн бұрын
জীয়াই থাকোঁতে কোন কেইটা সংগঠনে লগ দিলে বুজি পালে ককাই ৰাজীৱক
@PrabitaGogoi
@PrabitaGogoi 18 күн бұрын
Hosah
@koushalbailung
@koushalbailung 18 күн бұрын
Right🎉🎉🎉🎉🎉
@mousumichangmai3635
@mousumichangmai3635 18 күн бұрын
Right 💯💯
@vaitybaruah8910
@vaitybaruah8910 17 күн бұрын
মৰি গ'ল যে এতিয়া বহুত ফটোৱা নিউজ চেনেল লগতে দল সংগঠন ওলাব আগতে কোনেও চিনিয়ে নাপালে বেছেৰাক😔
@raktimgohain8378
@raktimgohain8378 18 күн бұрын
জুবিন দা মইও বহুত বেছি ভাল পাওঁ but এইটো কথা কব বুলি ভৱা নাছিলো । ৰাজীৱ দা সেই বুকু চুই যোৱা উদাক্ত kontho সদায় আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব । ৰাজীৱ দা মাত সদায় আমাৰ মাজত অমৰ হৈ ৰৱক ।
@bandanakonwar664
@bandanakonwar664 18 күн бұрын
Bikas অ সম সঁচা কথা কৈছে আপোনাৰ অনুভৱ ভাল লাগিল
@Chesscity6066
@Chesscity6066 12 күн бұрын
Sini pale sini pabo buli kobo aru sini napale napau buli kobo..❤❤
@CareerMentors7783
@CareerMentors7783 18 күн бұрын
Zubeen Garg a aku bea koi kua nii...Tak emn sini npao val koi... Sini npab pare ki kotha to ase Ami o sini napao Rajiv sodiak..aikedin news t dekhi he sini paisuu
@zgdaxxpranjalzgdaxxpranjal2426
@zgdaxxpranjalzgdaxxpranjal2426 18 күн бұрын
Thike koyse zubeen dai. Moi o sini puwa nasilu agote atya news t pai he sini palu...
@googleaccount-q3p1w
@googleaccount-q3p1w 18 күн бұрын
Moiu sini etiya he paisu
@Your_kids_my_kids
@Your_kids_my_kids 18 күн бұрын
Toi u ata bangladekhi
@brothersglobe5706
@brothersglobe5706 18 күн бұрын
অপ্ৰিয় হ'লেও সত্য যে, ৰাজীৱ শদীয়া বনাম জুবিন গাৰ্গৰ মন্তব্য বৰ্তমান অসমৰ সৰ্বত্ৰে চৰ্চিত বিষয় ,,, পিছে একেজন জুবিন গাৰ্গৰ গান শুনাৰ নামত উদ্ভণ্ডালি চাবলৈ দহ বাৰ লাখ খৰছ কৰা সমিতিৰ কিন্তু ৰাজীৱ শদীয়া বা লোহিত গগৈৰ দৰে শিল্পীক দিবলৈ একলাখ টকাৰো নাটনি হয়।
@modhusmitaborah9346
@modhusmitaborah9346 18 күн бұрын
Oh hosa kotha koise
@biswa423
@biswa423 18 күн бұрын
Joi zubeen garg
@Chennai1-f2d
@Chennai1-f2d 18 күн бұрын
কোন বিকাশ মই চিনি নাপাওঁ , আৰু ৰাজীৱ ককাই আমাৰ গাঁওত বহুত মানুহে চিনি নাপায় , তাতে কি হল, মই দেখুৱাই দিছোঁ ফটো ভেলা ঘৰত ৰাজীৱ ককাই এইজন শিল্পী নাই বুলি , কোনেও চিনি নাপায় সেইবুলি কি বেলেগ কিবা কথা হল নেকি , মৌচুম গগৈক বহুত দিনি চিনি পুৱাই নাই হলে জুবিন গাৰ্গ অঞ্জনা, মন ফাগুনি, হেই তেতিয়া হিত হৈ আছিল ।
@lalittimsina6324
@lalittimsina6324 18 күн бұрын
ফেচবুক ইউ টিউব ত ফালি থকা সকলে ৰাজীৱ শদিয়াক কেইখন মঞ্চ দিছিল ?? মানি লৈছোঁ জুবিন গাৰ্গৰ ভুল ।। কিন্তু জুবিনৰ কথাত লাগি থকা কেইজন ব্যক্তিয়ে ৰাজীৱ শদিয়াক কেইখন মঞ্চ দিছিল ।। খবৰ ৰাখিছিল নে জীয়াই থকা দিন কেইটাত ।। কেই দিন শুনিছিল ৰাজীৱ শদিয়াৰ গান ।। এতিয়া শিল্পী জনৰ মৃত্যুৰ পাছত সকলো ৰে আবেগৰ চকু পানী ।। জীয়াই থকা দিন কেইটাত কত আছিল ?? ফালি থকা কেইজনে ৰাজীৱ শদিয়াক লৈ কেইটা অনুষ্ঠান অনুষ্ঠিত কৰিছিল ?? এতিয়া মৃত্যুৰ পাছত চব ট্রেণ্ডিঙৰ ঢৌ দেখি চব আবেগিক ।। কত গৈছিল মহান মহান সাংবাদিক সকল ?? কেইদিন TV ৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ দিছিল ?? কোনোবাই কাৰোবাক চিনি নাপাব পাৰে ।। সেইটো ডাঙৰ কথা নহয় কিন্তু চিনি পোৱা সকলে কি কৰি আছিল ।। এতিয়া কেমেৰা দেখি ঘৰীয়ালৰ চকু পানী চবৰে ।। তেতিয়া দেখা নাছিল জাতি প্ৰেম ?? তেতিয়া দেখা নাছিল ৰাজীৱ শদিয়াৰ আৰ্থিক অৱস্থা ??
@modhusmitaborah9346
@modhusmitaborah9346 18 күн бұрын
100% right
@Assam_puwali
@Assam_puwali 17 күн бұрын
বিকাশ অসম দাদা ঠিকেই কৈছে ❤❤❤❤
@mr...sujits..1879
@mr...sujits..1879 11 күн бұрын
জ‌ই আই অসম
@Bikashboruah-hg9rn
@Bikashboruah-hg9rn 18 күн бұрын
Jay Zubeen Garg and Rajib Hodiya love you Rajib Hodiya❤ Zubeen daaaaaaa kitiyaba kiba koi diye Zubeen da vul hoise😢 love you Bikash
@Assam_puwali
@Assam_puwali 17 күн бұрын
এইবিলাক এনেই কুকু দৰে ভুকি থাকে I love you zubeen Da ❤️❤️❤️❤️❤️
@bimalhazarika6449
@bimalhazarika6449 18 күн бұрын
Zubin da sidha kotha manuh.. Love zubin Da
@PujaBoruah-o1n
@PujaBoruah-o1n 18 күн бұрын
Chapri
@umeshchetiya1340
@umeshchetiya1340 18 күн бұрын
Zubin ajikali nonsence
@amirali-gk1bn
@amirali-gk1bn 18 күн бұрын
বিকাশ দাৰ কথাটো ঠিকে আছে কিন্তু ৰাজীৱ দা জীয়াই থকাৰ সময়ত কোনেও তেওঁৰ ওচৰত নাছিল গতিকে মই ভাবো আমি আমাৰ নিজৰ মাজত ভেদাভেদ হোৱাটো ভাল নহই জই আই অসম
@biswajitmallabujarbaruah7021
@biswajitmallabujarbaruah7021 18 күн бұрын
Exactly ! you are exuel lover of Zubin as a singer, but your comment is big truth for Assamese.thanks A lot.bikash Asom.
@keshabphukan4108
@keshabphukan4108 18 күн бұрын
এইখন কাজিয়া সাংবাদিক সকলে লগাইছে। নিচা হৈ থকা মানুহ এজনক কিয় এই বিলাক শুধিব লাগে। সচা কথা ক'বলে গ'লে আমিও ৰাজীব শদিয়াৰ গান শুনি পোৱা নাই। নিউজ বিলাকত শুনিবলৈ পাইছো যে তেওঁ বৰ দুখীয়া। অসমৰ ৰাইজে তেওক যদি ইমানেই ভাল পাইছিল তেও কেনেকৈ ইমান দুখীয়া হৈ থাকিল। তেওক ফাংচন কৰিবলৈ কোনো নামাতে চাগে। যিটো কাৰণত তেও আৰ্থিক ভাবে পিছ পৰি ৰ'ল। তেওক অসমৰ ৰাইজে কিমান ভাল পাই এয়াই প্ৰমান। আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে, মৰাৰ পিচত মৰিশালীত গৈ কিবা খোৱা বস্তু দি আহে যে, সেইটোৱে হৈছে। জীয়াই থাকোতে মৰম নিদিলে মৰাৰ পিছত মৰমে মৰম।
@DigantaHazarika-p4f
@DigantaHazarika-p4f 9 күн бұрын
সুন্দৰ ‌দিগন্ত অসম
@nurvousenergy7268
@nurvousenergy7268 17 күн бұрын
Zubeen bepari Rajib da jatiyotabadi ❤
@Pallabinformation
@Pallabinformation 18 күн бұрын
Joi Beer Lasit xena , joi ai akhom...❤... Ami apunar lgt asu Bikash da 🖐️
@satyajyoti4260
@satyajyoti4260 17 күн бұрын
Zubeen always zubeen.... Love frm jorhat ..... Zubeen dar kotha discuss kre lav nai... Karon ghonta u karu kotha care nkry
@dimbeswarkalita746
@dimbeswarkalita746 18 күн бұрын
এতিয়া মানে সব দোষ জুবিনৰ হে হল আপোনালোকে চিনি পোৱা মখাই কি ঘটিটো কৰি আছিলে ইমান দিনে
@monjulahon7712
@monjulahon7712 17 күн бұрын
বিকাশ অসম লৈ বহুত বহুত ধন্যবাদ ।
@rahulborah8305
@rahulborah8305 18 күн бұрын
Aijonor number 2 ase jodi plz share koribo sn, ghanta Zubeen da modahi buli ake bare emn confidence hoi jen Zubeen daa r lgt mod khai kela
@AMLANDEEPGOGOI-m3z
@AMLANDEEPGOGOI-m3z 18 күн бұрын
Toi kun nu taar hoi maat matibole?? Modahi hoi jatia hoi taat toi mana kribo nuwaro
@Your_kids_my_kids
@Your_kids_my_kids 18 күн бұрын
Toi sudirvai zubeen da zubeen da koi thak kla toi u modahi e kukur
@NIAYwR-gc9hk
@NIAYwR-gc9hk 18 күн бұрын
জুবিনে অকল নিজক চিনিপাই, কত কথা সলাব লাগে , নিজৰ popularity কাৰণে কি কৰিব লাগে তাক জানে কেৱল, এজন শিল্পী ৰাজীৱ শদিয়া মৃত্যুত তেওঁ যি মন্ত্যবদিয়ে ভাবিব লগীয়া, ৰাজীৱ শদিয়া ৰ ৰচিত গান গাইছে, লগত গান গাইছিল অথচ তেওঁ কোন চিনি নাপায় । জুবিনৰ মন্ত্যব - মইও জাতিৰ কাৰণেে গান গাইছো( মই ওপৰত থাকিব লাগিব মানে)
@ajoytalukdar2908
@ajoytalukdar2908 18 күн бұрын
Right
@AvijitDuarah
@AvijitDuarah 6 күн бұрын
Rajib sadiya 😢🎉 Jai Aai axom ❤❤
@debojitdutta898
@debojitdutta898 14 күн бұрын
জয় আই অসম
@AkashJyoti-mw8qx
@AkashJyoti-mw8qx 18 күн бұрын
Good 🔥🔥🔥
@PuneswarChutia-to4rx
@PuneswarChutia-to4rx 7 күн бұрын
You are right.
@parthagogoi59
@parthagogoi59 18 күн бұрын
বিষ্ণু ৰাভা পোচাক পিন্ধি গন শিল্পী হবলৈ যোৱা জুবিনৰ মোখৰ পৰা কোনো কোনো মুহুত্বত কথা বিলাক ওলাই পৰে , ফলত যুবিনৰ প্ৰকৃত পৰিচয়টো ধৰা পৰে । নীলা শিয়ালৰ দৰে , কিন্তু আৰু এটা পাঠা আছে সেইটো হৈছে পাপন ই জাতিটোৰ বাবে অতি ভয়ংকৰ । আমি বুজি পোৱাত দেৰি হৈছে
@kamaldas6429
@kamaldas6429 17 күн бұрын
Really.❤
@SanjayBorahkumar
@SanjayBorahkumar 18 күн бұрын
ৰাজীৱ শদিয়া মাটিৰ মানুহ ।সদায় আমাৰ মাজত থাকিব
@bhobenjyotiphukan91
@bhobenjyotiphukan91 18 күн бұрын
ঠিক কথা ।
@RahulSonowal-o8c
@RahulSonowal-o8c 18 күн бұрын
Love you Khilonjiya Okhomiya,,, love you Bikash Okhom,,❤❤❤❤ Joy aai Okhon
@AbhishekDeka-rz4dx
@AbhishekDeka-rz4dx 18 күн бұрын
Sini napao tu ako dang r Katha nhoi dada bohut a sini napai sini napabo pare ki dang r Katha ata bohut dux palu zubeen dai kimn manuhok help kore kunu minister m l a ghar t o emn manuh hahai bisari nazai zubeen dar tat jimn manuh zy 🙏 tq
@debojitchangmai3724
@debojitchangmai3724 18 күн бұрын
Kotha khar val ke kobo parele hoi
@debojitchangmai3724
@debojitchangmai3724 18 күн бұрын
Zubin nok moiu beya Napau
@debojitchangmai3724
@debojitchangmai3724 18 күн бұрын
Kin 2 besi hol
@Roonjonak
@Roonjonak 18 күн бұрын
Tuk korisile nki pogol
@মহাকাল-ৰুদ্ৰ
@মহাকাল-ৰুদ্ৰ 18 күн бұрын
তোৰ কি হ'ল আকৌ ​কেলা? @@Roonjonak
@jaanmoinavlogs
@jaanmoinavlogs 18 күн бұрын
Jai এই অসম ❤
@fahnidanasrinhazarika9064
@fahnidanasrinhazarika9064 18 күн бұрын
thik kotha koise apuni
@DebajitSaharia-r1c
@DebajitSaharia-r1c 18 күн бұрын
Bikash axom thik kotha koise❤
@RaniBhuyan-rq8se
@RaniBhuyan-rq8se 18 күн бұрын
Thik right kotha koise
@gagansarania8871
@gagansarania8871 18 күн бұрын
100%right kotha koise
@BikashGogoi-n1t
@BikashGogoi-n1t 17 күн бұрын
মৃত্যুৰ পাছত প্ৰতিটো news চেনেল কেৱল ৰাজীৱ দা লগত লাগি আছে.. মৃত্যু আগতে যদি ইমান সহযোগিতা আগবঢ়ালহেঁতেন news channel কেইটাই, আজি ৰাজীৱ দা all Assam no 1 top singer t থাকিল‌ হয় 😢 Rest in peace 😢😭
@NurIslam_Azhari
@NurIslam_Azhari 18 күн бұрын
Zubeen da 🔥🔥
@zgdaxxpranjalzgdaxxpranjal2426
@zgdaxxpranjalzgdaxxpranjal2426 18 күн бұрын
Rock ❤🤟
@bkvlogs5034
@bkvlogs5034 18 күн бұрын
যেতিয়া জীয়াই আছিল তেতিয়া চিনি নাপালে আৰু এতিয়া মাত মাতিব আহিছে এইয়াই আমাৰ অসম । হয় জুবিনদায়ে চিনি নপাও কলে তাত কি ডাঙৰ কথাটো হল । সঁচা কথা কবলৈ গলে অসমৰ 70% মান মানুহে তেওঁক মৃত্যু হোৱাৰ পিছত হে চিনি পাইছে ।
@manashjd3365
@manashjd3365 18 күн бұрын
Bikash da thik koise ..100 agree zubeenk ohongkari krib obodan teor chapri fanclub kisuman ..
@rajusarma9691
@rajusarma9691 18 күн бұрын
Right 👍
@Baruah-h2v
@Baruah-h2v 18 күн бұрын
Bikash da bohut bhal kotha koi se
@anuprajbonshi4173
@anuprajbonshi4173 18 күн бұрын
বিকাশ অসমে ঠিক মন্তৱ্য কৰিচে
@JayantaBaishya-in9lk
@JayantaBaishya-in9lk 18 күн бұрын
Xosa kothat kobole gole Rajib Xodiyak dudin agot he sini palu..eman dine namei xuna nasilu 😮
@zgdaxxpranjalzgdaxxpranjal2426
@zgdaxxpranjalzgdaxxpranjal2426 18 күн бұрын
Same
@zgdaxxpranjalzgdaxxpranjal2426
@zgdaxxpranjalzgdaxxpranjal2426 18 күн бұрын
Jai zubeen da❤🤟
@satishdas2783
@satishdas2783 18 күн бұрын
Jai aai axom ❤❤❤
@janardanbora2803
@janardanbora2803 18 күн бұрын
চিধা মানুহ চিধা কথা জয় আই অসম
@tonmoyphukan
@tonmoyphukan 11 күн бұрын
Zubeen da ye tenekoi eku beyakoi kua nai. Sini nepau buli kua tu xosa kotha. Tat beya paboloi eku nai. Teuk aru alop xomoi dibo lagisil Rajiv Xodiar bixoye janiboloi. Mur nojirei ek xoptah lagil video bilak sai sai. Bir Lachit Xenaye aru promote koribo lagisil. Happy to help!
@abhilekhR1
@abhilekhR1 18 күн бұрын
Hoi 🎉🎉🎉 beya lage bohut...Aami Axom bhal pauw aru Bharat bhal pauw ..Jai Aai Axom
@DipikaKonwar-p5b
@DipikaKonwar-p5b 18 күн бұрын
এনেকুৱা মদাহীৰ জুবিনৰ দৰকাৰ নাই আমাৰ মৰমৰ ৰাজীৱ গগৈ জীয়াই ৰাখিব লাগিব ।
@NipuLahkar-qv1jq
@NipuLahkar-qv1jq 18 күн бұрын
Jai Aai Axm ✊✊✊
@DCart-c5u
@DCart-c5u 18 күн бұрын
ভাল পাওঁ ।।জুবিন দাক।।❤❤
@Sameer2023-h3n
@Sameer2023-h3n 18 күн бұрын
Bir lachit xena tohotee nekib r poisa nidili?? Suor xenaa Joi Zubeen da❤
@SubhamBoro-p6d
@SubhamBoro-p6d 18 күн бұрын
Chapri fan😂
@rupapatra1726
@rupapatra1726 18 күн бұрын
Oh hagilu kha
@nivaarnjk9386
@nivaarnjk9386 18 күн бұрын
Chapri xenar supporter spotted ​@@SubhamBoro-p6d
@SubhamBoro-p6d
@SubhamBoro-p6d 18 күн бұрын
I love only tanmoy saikia, Bhaskar opswel and bisrut saikia songs and composition music tune❤
@SriramMedhi-n3z
@SriramMedhi-n3z 18 күн бұрын
তেওঁৰ শিল্পীৰাজী শ্মৰণীয় হৈ ৰৌক ।(কৃষ্ণ)
@BiswajitGogoi-pq3ep
@BiswajitGogoi-pq3ep 18 күн бұрын
নৈয়ে হলালেও হুতি my fav.songs
@PriyankuSaikia-u9y
@PriyankuSaikia-u9y 18 күн бұрын
আমাৰ অসমৰ মানুহ হৈ হাজাৰ টকা ভাল কাম কৰিলেও এটা বেয়া কৰিলে সেইটো হে দেখে ভাল টোক নেদেখে ❤ জয় জুবিন গাৰ্গ ❤
@Your_kids_my_kids
@Your_kids_my_kids 18 күн бұрын
Blor zubeen garg
@hrishikeshkalita9422
@hrishikeshkalita9422 18 күн бұрын
Rajib sadiya k jiyai thakote koneo sini napale atiya koi ki lav tekhet jowar pisot , RIP ❤ rajib sadiya
@onuxandhan2093
@onuxandhan2093 18 күн бұрын
আপুনি জীয়াই থাকোতে তেখেতৰ এটা অনুষ্ঠান হওক বা কিবা আন কি প্ৰচাৰ কৰি পাইছিল অ আৰু এতিয়া মানুহজন নোহোৱা পাছত বহুত সন্মান দিলে দিয়ক ধুই ফালটো হত
@LukeswarpatarPL-or8dg
@LukeswarpatarPL-or8dg 18 күн бұрын
❤❤❤
@dipdeka3954
@dipdeka3954 18 күн бұрын
100% Right.
@simantamaina4136
@simantamaina4136 18 күн бұрын
Good✌🙏🏾😘😘
@Cov_gffyddhijdrrhhfdf
@Cov_gffyddhijdrrhhfdf 18 күн бұрын
Teu sini napai koise... Hosa koise...❤
@dilipphangsho47
@dilipphangsho47 18 күн бұрын
Hekhot goi Zubeen dak he pale, nilaj hot Zubeen dak ajiloikeo chini napali
@Nishantavlog344
@Nishantavlog344 18 күн бұрын
Moi dislike marisu aponar videot kun aponi kun rajib moi o sini napau zubeen dar ganot voga mon jora logai ji uthibo parisu rajibor ganot nohoi ❤❤ jai zubeen da 🔥 jai ai axom❤
@minotisonowal604
@minotisonowal604 18 күн бұрын
Thikai koisa tumi bikash
@ankurbordoloi2467
@ankurbordoloi2467 17 күн бұрын
😂😂😂😂😂 অসমৰ আলোচনা বিষয়😂 কাম নাই আৰু কোনোৱাই কাৰোবাক চিনি নাপাব পাৰে তাতে কাৰ কি যায়😂 কিন্তু সকলোকে সকলোৱে সন্মান কৰক❤
@inquiryoffice5552
@inquiryoffice5552 11 күн бұрын
Zubeen da main
@dhan999gaming3
@dhan999gaming3 17 күн бұрын
Zubeen da men kla 💀🚀
@satyajeetgohain5960
@satyajeetgohain5960 18 күн бұрын
Bohut val kotha koise bikash axome
@hihello-kx5od
@hihello-kx5od 18 күн бұрын
Hosa kotha koisa dai
@rksaikia9748
@rksaikia9748 18 күн бұрын
সকলো একেই ৰাজীৱ বাহিৰে।কৈ থকা কেইটাও কম নহয়।
@fanofzg
@fanofzg 18 күн бұрын
😮অসমৰ ৯৯%মানুহেও জনা নাছিল ৰাজীৱ শদিয়াক। নিউজত পাইহে জানিছে ।ৰাজীৱ শদিয়াক জীয়াই থাকোঁতে কিমান মৰম আদৰ মঞ্চ দিছিল। সকলোৱে জানে। এতিয়া অতি ভক্তি দেখুৱাই লাভ নাই। জীয়াই থাকোঁতে যেতিয়া দিব নোৱাৰিলে। আৰু এনেকৈ চিঞৰ বাখৰ কৰি ৰাজীৱ শদিয়াকহে অপমান কৰি আছে। তাৰ বাহিৰে বেলেগ একো নহয়।
@bhabendrakalita9079
@bhabendrakalita9079 18 күн бұрын
সুন্দৰ মন্তব্য
@HemantaRajbongshi-ge6dn
@HemantaRajbongshi-ge6dn 18 күн бұрын
জয়‌ জুবিন গাৰ্গ ❤️
@Your_kids_my_kids
@Your_kids_my_kids 18 күн бұрын
Konitu tur
@tridipgogoi8061
@tridipgogoi8061 18 күн бұрын
@BhabenSaikia-j2k
@BhabenSaikia-j2k 18 күн бұрын
Hundar
@pinkubengia8071
@pinkubengia8071 18 күн бұрын
Zubeen val naloga hol
@vimaldeepkashyap3441
@vimaldeepkashyap3441 18 күн бұрын
অসমীয়া জাতি এনেকুৱাই নিজৰ ভিতৰতেই জুজ বাগৰ দিয়ে। অধম আপুনি । জুবিন মৰিলে এইবোৰেই বেছি দেখাব।
@ratulnath6176
@ratulnath6176 18 күн бұрын
জয় জুবিন দা ❤
@DhrubaBorah-us3zd
@DhrubaBorah-us3zd 18 күн бұрын
✅️
@biswamitraram5472
@biswamitraram5472 18 күн бұрын
He is The God of assamese song
@AMLANDEEPGOGOI-m3z
@AMLANDEEPGOGOI-m3z 18 күн бұрын
Nohoi buli kune kole
কেনে  লাগিল
16:40
Runjun borah
Рет қаралды 92 М.
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Каха и дочка
00:28
К-Media
Рет қаралды 3,4 МЛН
ৰাজীৱ শদিয়াই এই গীতটো গাই ঢলি পৰিল
9:25
সপোনৰ আলিবাট
Рет қаралды 117 М.
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН