মছন্দৰীৰ উপকাৰীতা আৰু ঘৰত কেনেকৈ ৰুৱে (Benefits Of Fish Mint and How to Grow at home)

  Рет қаралды 1,885

Borah's Kitchen Garden

Borah's Kitchen Garden

Жыл бұрын

Пікірлер: 9
@lokeswarsonowal7410
@lokeswarsonowal7410 Жыл бұрын
অতি সুন্দৰ ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@gawaliyajitu5987
@gawaliyajitu5987 Жыл бұрын
জানিব পাৰি ভাল লাগিল।লগতে 4kশুভেচ্ছা জনালোঁ❤️
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@mridulkalita2940
@mridulkalita2940 Жыл бұрын
ৰ'দ কমকৈ পৰা বা ছা পৰা ঠাই হ'লে বেছি ভাল হয় ছাৰ ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
হয়। ঠিকেই,টাব বা বস্তাত কৰিলে ঠাই সলাই ছাত ৰাখিবলৈ সুবিধা হয়।
@Kanhak356
@Kanhak356 2 ай бұрын
মছন্দৰী ৰোৱা মানে মিঞাৰ পৰিয়াল চপাই লোৱা😂 আজি ৫ বছৰ আগতে শিপা নোহোৱা পুলি এটা পাই ৰুই দিছিলো যদিও উপকাাৰী ঘৰত কোনেও নাখায় গোন্ধত কাটি বলে পৰা নাই শিপা উঘালি দিলেও আকৌ হয় 😢 বৰ্তমানো আছে গোটেই বাৰীখন চানি ধৰিলে😌😌😌
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
মচন্দৰী পাচন তন্ত্ৰৰ বাবে উত্তম বনৌষধি।গ্ৰহণীতো অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে। অৱশ্যে কিছুমানে গোন্ধটো বেয়া পায়। আমাৰ ধাৰণাত ঔষধি গুণটোতহে গুৰুত্ব দিয়াটো ভাল। কলিতা ডাঙৰীয়া মেচেন্দৰীৰ লগত মিঞাৰ সম্পৰ্কটো বুজি নেপালো। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
প্ৰকৃতিৰ এয়া অনবদ্য অৱদান। কিছুমান বস্তুৰ যত্ন লবই নালাগে।মাত্ৰ ৰুই দিলেই হ'ল।মেচেন্দৰীৰ তেনে এবিধ উদ্ভিদ।উঘলি পেলালে আৰু নহয়।
How to grow Cherry Plant at home - The Easiest Way to Grow Cherry from Seeds
10:28
когда повзрослела // EVA mash
00:40
EVA mash
Рет қаралды 4,3 МЛН
KINDNESS ALWAYS COME BACK
00:59
dednahype
Рет қаралды 137 МЛН
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 66 МЛН
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 32 МЛН
How To Grow BANANA Tree in POT?
5:18
Gardening Upbeat
Рет қаралды 77 М.
How to grow mini lotus from seeds bloom after 55 days full of information
12:31
Propagation Christmass Tree From Cutting....
9:42
Maidul's Gardening Techniques
Рет қаралды 40 М.
Heart leaf recipe and it's health benefits ll  মছন্দৰী পাতত দিয়া
7:32
Fish mint chutney | Potato & egg pitika with sticky rice.
5:51
Daniel & Roohi
Рет қаралды 16 М.
5 Foods that have More Calcium than Milk (Get Stronger Bones)
12:51
Fit Tuber
Рет қаралды 1,6 МЛН
когда повзрослела // EVA mash
00:40
EVA mash
Рет қаралды 4,3 МЛН