মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

  Рет қаралды 3,541

Pratidin Time

Pratidin Time

7 күн бұрын

যোৱা ৭৪ বছৰৰ নিচিনাকৈ অসমত আকৌ এবাৰ বানপানী
এচামৰ একেই আৰ্তনাদ, বাকী সকলোৰে ‘জলকেলি’
আকৌ একেই যুদ্ধ ব্যস্ততা, আকৌ একেই নাও যাত্রা
আকৌ একেই বাতৰিৰ শিৰোনাম, একেই অভিযোগ
আকৌ একেই মথাউৰিৰ ভাঙোন
আকৌ একেই মথাউৰি নিৰ্মাণৰ দাবী
সকলো একেই চলি আছে যোৱা ৭৪টা বছৰে
চৰকাৰে দিছে অভয় আৰু আশ্বাস
বিৰোধীৰ গতানুগতিক ককৰ্থনা
তাৰ মাজতে দিল্লীৰ পৰা উৰি আহে পুখুৰী খন্দাৰ টুকুৰা খবৰ
তাৰ মাজতে চলি আছে ৰাষ্ট্রীয় সমস্যা ঘোষণাৰ দাবী
বছৰেকীয়া ‘বানোৎসিৱ’ত এতিয়া সকলোৰে জলকেলি
বানপানী হৈছিল, হৈছে আৰু হৈ থাকিব
বানপানী আৰু নাগৰিকত্ব অসমৰ সৰ্বোচ্চ খীৰতী গাই
এটাই বনাইছে নেতা, আনটোৱে দিছে ধন
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’
#pratidintime #bisleshan #assam #flood

Пікірлер: 1
@bishnuramrabha4714
@bishnuramrabha4714 4 күн бұрын
Mor chaala... Guwahati basi.. Axomor basinda ...
The child was abused by the clown#Short #Officer Rabbit #angel
00:55
兔子警官
Рет қаралды 24 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 35 МЛН
LIVE: Lok Sabha proceedings
2:26:47
ThePrint
Рет қаралды 12 М.