আজি ‘অভিমত’ৰ অতিথি পৱিত্র মাৰ্ঘেৰিটা...মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 24,157

Pratidin Time

Pratidin Time

20 күн бұрын

এজন ভাগ্যৱান ৰাজনীতিক
এতিয়ালৈকে কোনো প্রত্যক্ষ নিৰ্বাচনত নমা নাই তেওঁ
নিৰ্বাচনী যুঁজত ননমাকৈয়ে অপ্রত্যাশিতভাৱে সাংসদ
সংসদলৈ নিৰ্বাচিত হৈ প্রথমবাৰতেই আকৌ মন্ত্রী
আজি সেইজ পৱিত্র মাৰ্ঘেৰিটা ‘অভিমত’ৰ অতিথি
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #pabitramargherita #abhimat #talkshow

Пікірлер: 84
@DipankarDutta-qc6cr
@DipankarDutta-qc6cr 7 күн бұрын
পৰীক্ষা নিদয়াকৈ পাছ কৰা আৰু নিৰ্বাচন নেখেলাকৈ মন্ত্ৰী হোৱা একে কথা। এবাৰ নিৰ্বাচন খেলি জিকি দেখাওক।
@axomiya12lora
@axomiya12lora 11 сағат бұрын
সচ মনোভাব থকাৰ বাবে ধন্যবাদ জয় অই অসম
@bishalsarma5306
@bishalsarma5306 13 күн бұрын
ভাল মানুহ উপযুক্ত স্থানত
@madanchandrakarjee2283
@madanchandrakarjee2283 17 күн бұрын
এই জন সাংবাদিক ,দলটোৰ বাবে শত্ৰু । ফটাবলৈ যত্ন কৰি থাকে । মুখ্য মন্ত্ৰী হোৱাৰ সময়ৰ বাতৰি বোৰ চালে , ওলাই পৰে । কিমান বেয়া পায় ।
@prabinmallabaruah8845
@prabinmallabaruah8845 18 күн бұрын
মাৰঘেৰিটা - লিডুত হয়তো দিচপূৰীয়া সকলক বিশ্বস্ত মানুহ দৰকাৰ হৈছে। সেইবাবে একে কোবেই মন্ত্ৰী পাই গল।
@roktimmoran9556
@roktimmoran9556 18 күн бұрын
Moja question hudhise
@khirensharma8666
@khirensharma8666 17 күн бұрын
ভাল প্ৰশ্ন লাষ্টৰটো👍👍👍👍
@moinasaikia9535
@moinasaikia9535 18 күн бұрын
বা বা প্ৰবিএ দা নিতুমনিক যেনেকৈ ধুলে থিক তেনেকৈ প্ৰাগৰ চেনেলটোৰ কিজনকো ধুই পেলায়,যেন বিষেশ কৈ সেই ৰাজ গুৰু টো,
@pankajaxom8521
@pankajaxom8521 17 күн бұрын
Moina Saikia tumi 500 toka lia aru ................
@sidharthasankarhazarika1963
@sidharthasankarhazarika1963 16 күн бұрын
​@pankajaxom8521lakhpoti baideu 😂😂
@bhaskarjyotisarmah6647
@bhaskarjyotisarmah6647 7 сағат бұрын
Nitumoni da aapunar pora pora bohut expect koru ai aaborjonabur nohoi
@ranjitaraj2358
@ranjitaraj2358 17 күн бұрын
যোগ্য জনে স্বীকৃতি পালে সুখী হওঁ। আপুনি পোৱা এই স্বীকৃতিৰ বাবে আমিও সুখী দাদা। এজন অতি অহংকাৰ হীন আৰু সবল নেতৃত্বৰ ব্যক্তি আপুনি।
@BishnuBaruah-hr9uj
@BishnuBaruah-hr9uj 7 күн бұрын
❤❤❤❤
@mousumimoran-sf8zh
@mousumimoran-sf8zh 15 күн бұрын
মই ভাল পোৱা এজন সফল ব্যক্তি,
@_____paran_gogoi_
@_____paran_gogoi_ 17 күн бұрын
He will definitely prove himself.god bless you
@gautamgoswami9723
@gautamgoswami9723 16 күн бұрын
কেতুমনিক সুন্দৰ ধুলাই দিছে।
@misiki...---0
@misiki...---0 15 күн бұрын
ইমান ফটোৱাৰ দৰে কথা কয় এই সাংবাদিক জনে।।।
@dipenloyingassam
@dipenloyingassam 17 күн бұрын
অভিনন্দন
@Biswajitghosh-jc9kr
@Biswajitghosh-jc9kr 17 күн бұрын
God bless you and yr father , Mother and all 🌸🌺🙌🙏🙏
@ranjandeka4959
@ranjandeka4959 16 күн бұрын
যোৰহাট BJP r মূৰৰ কামোৰণি হৈ গৈছে 😂
@dipjyotigogoi8964
@dipjyotigogoi8964 17 күн бұрын
Kam ny ai Margherita aku Val nalage aijonk.
@bishalsarma5306
@bishalsarma5306 13 күн бұрын
Goigoi না 😂😂
@maheshkalita146
@maheshkalita146 18 күн бұрын
P Margherita is a gentle man. God bless him.
@bimansaikia4305
@bimansaikia4305 14 күн бұрын
আপোলোকে জিকিম বুলি ভাবি চিলে কিয় নামঘৰে যোৰহাটত ভোট ৰ আগত ৫০০০ হাজাৰ দিছিলে?
@prakashtalukdar5565
@prakashtalukdar5565 17 күн бұрын
Bahut val lagil
@nayanjyotibaishya8483
@nayanjyotibaishya8483 17 күн бұрын
পৱিত্ৰ দা এজন সৎ অমায়িক, খুৱ ভদ্র লোক। অখিল গগৈ ৰ দৰে দগাবাজ নহয়।
@sidharthasankarhazarika1963
@sidharthasankarhazarika1963 16 күн бұрын
Toi ata dogabaj..toi moha dogabaj ko... Panchayat member uthar tar capability nai.😂
@user-se3vi7iw4i
@user-se3vi7iw4i 16 күн бұрын
Congratulation sir
@pankajaxom8521
@pankajaxom8521 17 күн бұрын
Accidential MP
@user-cj8xq1px2i
@user-cj8xq1px2i 9 күн бұрын
Jorhatr ktha kngte Margherita dawariyai fopai uthise dekhin ..baki brr Q answer jeneke nomra vbe disile aitor answer tenekuwakoi dile val lgil hten ..
@rahulneog7697
@rahulneog7697 17 күн бұрын
Bhalei lagil agor khini... jetiya e MP Gaurav Gogoi kotha kole, fati gol Prabitra Margherita'r... g t bokibo dhorise.. hosake sutal dei eikhon... lastot moja dile Nitumoni da e 🤣🤣
@bishalsarma5306
@bishalsarma5306 13 күн бұрын
পাপু ৰ কি হব এতিয়া 😂
@misiki...---0
@misiki...---0 15 күн бұрын
নিজকে যে কি বুলি ভাবে নিটুমনি ফটোৱাই ।।
@PritamDas-cs9pq
@PritamDas-cs9pq 17 күн бұрын
প্ৰত্যক্ষ ৰাজনীতিত নামিলেই হাৰিব।
@mintudas1018
@mintudas1018 14 күн бұрын
Only #OPS
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 9 күн бұрын
নিতুৰ কাটি দিয়া লিতু ৷শেষত হৈ গল লিটু পিতু ৷ এয়াই শিক্ষকৰ পুত্ৰৰ লক্ষন ৷
@DibharaniRabha-ny9rg
@DibharaniRabha-ny9rg 16 күн бұрын
Sarbananda Sonowal aru pabitra Margherita duyoke val lage.
@Jayanta-hs3gz
@Jayanta-hs3gz 17 күн бұрын
Tumak ke jorhatot horar karonea himantoi tumak minister desea ne. Minister delei ke upeer asomot raijea bjp k val pabo bule vabesea ne kunubai. Akou lav nai vabe.
@polashchetia9099
@polashchetia9099 14 күн бұрын
aibu kio mate baru 😂😂 শেষৰ ফালে ভাল লাগিলে 😂😂😂
@jpkalita1174
@jpkalita1174 17 күн бұрын
❤❤
@mritunjoys6579
@mritunjoys6579 15 күн бұрын
Eyak nesau😂😂 Bad diok...1 number teliya
@deepjyotiborah4708
@deepjyotiborah4708 16 күн бұрын
Apunar Nijor jegar patkai paharkhn ketia bosabo apuni na koila syndicate poisa apuniu pai oxoma janibo bisara
@user-lb6it6cc3h
@user-lb6it6cc3h 17 күн бұрын
তেলিয়া গগৈ৷ উজনি অসমত হিমন্তই এজন নিজৰ মানুহ ৰাখিছে তাৰে ফচল মন্ত্ৰীত্ব
@ranjitaraj2358
@ranjitaraj2358 17 күн бұрын
লোকক নিচ মন্তব্যৰে নিজৰ পৰিচয় দিয়াতকৈ,নিজে সেই স্থান পাবলৈ চেষ্টা কৰক ডাঙৰীয়া।
@mondeepbharali9991
@mondeepbharali9991 16 күн бұрын
​@@ranjitaraj2358👍👍👍
@dipjyotigogoi8964
@dipjyotigogoi8964 17 күн бұрын
Ustadi aituk Margherita ne ki jatke dekhibo mon najai.
@bishalsarma5306
@bishalsarma5306 13 күн бұрын
Goigoi বিলাকে এনেও ভাল নাপায় 😂😂
@keshabkalita9926
@keshabkalita9926 16 күн бұрын
aadin Himant r dare Su nam karib ai neta jane.Sundar katha kab jane.aadin Assam r praud hoi Uthib.Final.
@Mix-Together
@Mix-Together 17 күн бұрын
সেই তাহানিৰ জোনবাই VCD কাৰ কাৰ প্ৰিয় আছিল ❤
@malabikagogoi1328
@malabikagogoi1328 17 күн бұрын
নিৰ্বাচন খেলিলে সাৰিব এই গৰাকী
@user-yz9gq5ms2c
@user-yz9gq5ms2c 17 күн бұрын
Free koi monti huajone Garuv Gogoi kotha kole etikik kore..
@babulsonowalbabulsonowal5888
@babulsonowalbabulsonowal5888 17 күн бұрын
Eyar kotha huna aru baalit muta akei kotha
@Rana-hg8hg
@Rana-hg8hg 16 күн бұрын
আহোম জনগোষ্ঠীৰ জনজাতি কৰণ নকৰিলে কিয় বিজেপি চৰকাৰে? মাঘেৰীতা উপাধিতো আহোম বুৰঞ্জীৰ কোন অধ্যায়ত আছে
@creature3D-wb3qr
@creature3D-wb3qr 15 күн бұрын
ৰজাঘৰীয়াসকলোৱেও এতিয়া reservation বিচাৰিছে??চি চি
@dipikabaishya.6821
@dipikabaishya.6821 15 күн бұрын
Pabitra marikhirita ajon sotur rajnitibid..vl lagiesili teo kathabor huni..
@khirensharma8666
@khirensharma8666 17 күн бұрын
ভাল দিন আহিছে এখেতৰ কিন্তু বেয়া দিন বোৰ এখেতৰ ভাবিব নোৱাৰা বেয়া আহিব।
@pankajaxom8521
@pankajaxom8521 17 күн бұрын
Ajon porojibi neta..... Title Less
@MinakshiGogoi1
@MinakshiGogoi1 18 күн бұрын
কেচুমুৰীয়া বা Piles ৰোগত ভূগি থকা ৰোগীসকলৰ বাবে সুখবৰ। ঘৰুৱা বন দৰৱৰ সহায়ত এই ৰোগক চিৰবিদায় দিয়ক। >এশ শতাংশ প্ৰমাণিত >গছৰ বাকলিৰে প্ৰস্তুত >পাৰ্শ্ব প্ৰতিক্ৰিয়াবিহীন >গ্ৰহণযোগ্য মাননী >দুখীয়া শ্ৰেণীৰ ৰোগীৰ বাবে এক টকাতেই উপলব্ধ >কুৰিয়াৰৰ ব্যৱস্থা 9101056463 9854925430
@probirsharma3703
@probirsharma3703 12 күн бұрын
Hamare naye naye Bane na wali MP Ko Hamari Pranam Asam Mein Aaj Bhi bus stand connectivity Nahin Hai tea garden mein kam tea garden labour ko 8 Ghanta Mein 176 salary mil raha hai Hamari MP Se Hi request Rahega Ki Sab chijon Ko salary badhaen sarkari Naukari karne wala Koi facility Aam aadami per bhi Dhyan den😅😅
@dilipkumarb9
@dilipkumarb9 18 күн бұрын
অমিত শ্বাহ আৰু হিমন্তৰ কূট-কৌশলেৰে এইজন মন্ত্ৰী হৈছে । কোনো ডাঙৰ তীৰ মৰা নাই । He is nothing special . এইজনে অসমৰ বাবে উল্লেখযোগ্য একো কৰিব নোৱাৰে । মোদী-শ্বাহৰ বহতীয়া হৈয়ে সময় কটাব।
@ImranHussain-nx4hq
@ImranHussain-nx4hq 14 күн бұрын
অতনো ভূঞা
@Jugaantor
@Jugaantor 17 күн бұрын
Dekh raha hai Binod. Kaise chat chat kar log matri ban jate hai
@user-zh1qd2oo8n
@user-zh1qd2oo8n 17 күн бұрын
Kon hoi aitu garu sur
@mbgargaya
@mbgargaya 17 күн бұрын
পৱিত্ৰ মাৰ্ঘেৰিটা
@biplab2698
@biplab2698 5 күн бұрын
E ata faltu
@samudradeka1830
@samudradeka1830 18 күн бұрын
দুই বছৰ থাক পেদো পে দো কৈ,,, মোদীৰ বেছি দিন নাই । Chandrababu Naidu আৰু Nitish Kumar পল্টি মাৰে হে
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 18 күн бұрын
Toi thak keidnnn ......ma aru baper divorce hbo .....beleg ma pabi
@samudradeka1830
@samudradeka1830 18 күн бұрын
​@@RUPJYOTIKALITA-ez8fq কাৰ কতি মাৰা sudir ভাই toi
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 18 күн бұрын
@@samudradeka1830 tor
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq 18 күн бұрын
10 bsr asilo ..aru 10 bsr aso..sai thak
@samudradeka1830
@samudradeka1830 17 күн бұрын
@@RUPJYOTIKALITA-ez8fq boka soda val ne tur
@FunnyCornflowers-jj7fs
@FunnyCornflowers-jj7fs 18 күн бұрын
Ketiya nirbason kelisila mohakoi
@bishalsarma5306
@bishalsarma5306 13 күн бұрын
গৰু গমে নাপাহ নেকি 😂😂
@dimpudas4090
@dimpudas4090 18 күн бұрын
I hate this man for no reason ….
@kumudbaruah2001
@kumudbaruah2001 17 күн бұрын
প্রচুৰ সম্ভৱনা থকা ৰাজনীতিবিদ পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনালো। তেওঁ প্রখ্যাত দিপলমেট এচ জয়শঙকৰ ডাঙৰীয়াৰ ততৱাৱধানত বৈদেশিক পৰিক্ৰমা বিভাগটো সুচাৰু ভাবে চলাব পাৰিব বুলি বিশ্বাস হয়। লগতে বয়নশিল্প বিভাগটোকো নিজৰ দখয়তাৰে আগুৱাই নিব পাৰিব। তোখেতলৈ আন্তৰিক শুভকামনা জনালো।
@pallabgogoi863
@pallabgogoi863 16 күн бұрын
অভিনন্দন
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 33 МЛН
Who has won ?? 😀 #shortvideo #lizzyisaeva
00:24
Lizzy Isaeva
Рет қаралды 25 МЛН
TRIPLE ACTIONত ৰিপুণ বৰা EXCLUSIVE
51:35
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 33 МЛН