মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বেতপত্ৰ প্ৰকাশৰ দাবী APCCৰ সভাপতি ভূপেন বৰাৰ

  Рет қаралды 58,934

Pratidin Time

Pratidin Time

21 күн бұрын

ৰাজ্যৰ বান পৰিস্থিতিক লৈ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বেতপত্ৰ প্ৰকাশৰ দাবী APCCৰ সভাপতি ভূপেন বৰাৰ। কেন্দ্ৰই অসমক বঞ্চনা কৰিছে বুলি মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা ভূপেন বৰাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্নবাণ সাংসদ গৌৰৱ গগৈৰ।
#pratidintime #assam #assamnews #himantabiswasarma

Пікірлер: 60
@ArupDas-qr6qc
@ArupDas-qr6qc 19 күн бұрын
কংগ্ৰেছৰ গো বেক।
@ruprekhaborah-sc4bk
@ruprekhaborah-sc4bk 19 күн бұрын
মূখ্যমন্ত্ৰীয়ে বৰষুণ দিয়াই ছে নি গৌৰৱ গগৈয়ে পানী খাই পেলক
@pradipkumarkalita99
@pradipkumarkalita99 19 күн бұрын
সুদীৰ্ঘ ৬০ বছৰ শাসন কৰা কংগ্ৰেছ চৰকাৰে অসমৰ বানপানীৰ সমস্যাটো কথা ক'বলৈ লাজ পাব লাগে। তাহানিৰ প্ৰয়াত মুখ্য মন্ত্ৰী তথা সংসদত মাইকী মাছ বিছাৰি ফুৰা গৌৰৱৰ পিতৃয়ে বানপানীৰ সমস্যাটোৰ কথা ক'লে আমেৰিকা তো বানপানী হয় বুলি ভেকাহি মৰা অসমৰ কোনজনে নাজানে? এতিয়া এনেই TRP বঢ়াবলৈ ফালি আছে।
@rantukalita7099
@rantukalita7099 18 күн бұрын
কেন্দ্ৰৰ 10 বছৰত কি হ'ল বৰ্তমান সময়ৰ কথা কোৱা
@DSVlogger23
@DSVlogger23 17 күн бұрын
HBS jindabad
@BrajamohanBorah.-gd3hz
@BrajamohanBorah.-gd3hz 17 күн бұрын
Bhupen Bora eta Robot. Kotha lakbandh nothoka eta engine manob.
@khokansarkar1483
@khokansarkar1483 19 күн бұрын
কংগ্ৰেছে আগতে কি কৰিছিল।
@JJB-uc5ev
@JJB-uc5ev 18 күн бұрын
Atia Kar Sorkar? BJP ne congress?
@ArupDas-qr6qc
@ArupDas-qr6qc 19 күн бұрын
আগতে নিজৰ দলে কি কৰিছিল সিটো ভাৱক লুটি পুতি খাই থৈছোঁ টু।
@BikramRajbharJi
@BikramRajbharJi 10 күн бұрын
Yas ❤
@arunpathak2120
@arunpathak2120 19 күн бұрын
5:21 অসমৰ পৰা ৰাজ্যসভাৰ সদস্যৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী 15বছৰ থকাৰ সময়তে বানপানীৰ সমস্যাটোৰ স্থায়ী সমাধান হ'ব লাগিছিল। গতিকে ভূতৰ মুখত ৰামনামৰ কাম নাই।
@nehakaman1518
@nehakaman1518 16 күн бұрын
কংগ্ৰে কাম নাই বিজেপি গিন্দাবাত
@BSW27
@BSW27 17 күн бұрын
gourov gogoi tumar paisa thakiu dukhiyak pani abotol dibo parisane 😂😂😂
@jayantabora3728
@jayantabora3728 18 күн бұрын
এনেকুৱা কথা কোৱাতো গৰিহনাৰ যোগ্য। কাৰণ যি চৰকাৰেই নহওঁক প্ৰকৃতিক কোনোবাই ৰোধ কৰিব পাৰে জানো। এই সমস্ত বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকাৰী জগতখন প্ৰকৃতিৰ ওপৰতেই‌ নিৰ্ভয় কৰে। গতিকে প্ৰকৃতিৰ লগত‌ ৰাজনীতিৰ কোনো কথাই আহিব নোৱাৰে। মথাউৰি বনোৱাৰ কথা বাদ‌ দিয়ক পাহাৰ পৰ্বত‌ খহি গৈছে আকৌ মথাউৰি মথাউৰি বুলি দোষ দিয়ে। হয়‌ মথাউৰি যদিও বনাই যদি প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰে কোনেও ৰক্ষা কৰিব নোৱাৰে। যুগ যুগৰ পৰাই এনে‌ মহাপ্ৰলয় সৃষ্টি হৈ আহিছে আৰু অনাদি অনন্ত কাললৈ থাকিব। তাৰ বাবে আমি নিজে‌ সজাগ সচেতন হব লাগিব আৰু পৃথিৱীৰ পৰা পাপ মুক্ত কৰিব লাগিব।
@minishasharma5434
@minishasharma5434 17 күн бұрын
Thik kotha koise aapuni dine dine natural disaster badi goi aase...aaru eita kunuei rudh karibo nuware ..sarkar jaare nahok..iyar kunu parmanent solution naai.
@dhirajkumardas2055
@dhirajkumardas2055 17 күн бұрын
Ako kam kra nasil apunar deotai aji apuni olp besikoi koi thake kam nai etiya apni nhy kiyo C m gm pabo ..
@UtpalakshyaDas
@UtpalakshyaDas 18 күн бұрын
Tetufali love nai, apunalokar politics manuhe buji pai
@KamalakantaDoley-zj3vx
@KamalakantaDoley-zj3vx 10 күн бұрын
Misa kotha kobo nalage Bhupen borah
@KamalakantaDoley-zj3vx
@KamalakantaDoley-zj3vx 10 күн бұрын
কংগ্ৰেছ চৰকাৰৰ দিনত জনসাধাৰণে কি পাইছিলেনো।
@DipjyotiDas-sz6gt
@DipjyotiDas-sz6gt 19 күн бұрын
Agot kiba etaa khai lo 😂😂😂
@KamalakantaDoley-zj3vx
@KamalakantaDoley-zj3vx 10 күн бұрын
Congress go back
@user-dg4vz2sl1k
@user-dg4vz2sl1k 18 күн бұрын
বিজেপি চৰকাৰে এইবিলাক সমধা কৰিব নোৱাৰে বিজেপি চৰকাৰে মিচা,মিছা কথা কোয়াৰ বাহিৰে একো কৰিব নোৱাৰে বেলেগ
@BrajamohanBorah.-gd3hz
@BrajamohanBorah.-gd3hz 17 күн бұрын
Seventy five years congresse rajatra koriu ban xomoisya xamadhan koribo nuwarile. Ten yearsot posible nohoi. Ten yearsot b.j.p.e bohut kam korise. Aru koribo.
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 13 күн бұрын
অন্ধ ভক্ত সকলে কৈ আছে আগৰ চৰকাৰে কি কৰিলে ,চৰকাৰে বেয়া কাম কৰাৰ কাৰণে BJP দলক ভোট দিছিল
@pranabjaibajrangbalideka959
@pranabjaibajrangbalideka959 19 күн бұрын
Congress ki korisil agote
@laxmirekha1073
@laxmirekha1073 19 күн бұрын
Hai kita manuh atia BJP sarkar flodd minister CM pwd minister hoi aase
@pranjal1393
@pranjal1393 19 күн бұрын
সেইজনায়েই অসম চলাই আছে যোৱা ২০ বছৰ। অসমৰ গৰু গাধ কেইটাইও জানে।
@JJB-uc5ev
@JJB-uc5ev 18 күн бұрын
Dhori lolu Congress a baru aku kora nai. Atia BJP a ki kori ase heitu ko na
@user-cw3xr3pb1w
@user-cw3xr3pb1w 19 күн бұрын
Bjp zindabad
@ShakahanAli-pr2nc
@ShakahanAli-pr2nc 19 күн бұрын
Koribo lage ako
@SusmitaDas-jl6mx
@SusmitaDas-jl6mx 19 күн бұрын
B J P GO. বেগ
@user-ok4ks3vk7l
@user-ok4ks3vk7l 19 күн бұрын
Congressotkoibohutbesikorisehimantasir
@mukundadas3942
@mukundadas3942 19 күн бұрын
Pagolor kotha suni lop nai
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 13 күн бұрын
ৰঞ্জিত দাসৰ নিজৰ সমষ্টি আজি পানীৰ তলত আছে , নিজৰ সমষ্টিৰ কথা চিন্তা কৰক ডাঙৰীয়া
@laxmirekha1073
@laxmirekha1073 19 күн бұрын
BJP sarkar khone sun congress sarkar aasile. Wkai kita manuhu atia BJP party kori aase khali modi washing machine sofa kri lole
@apalnarah9459
@apalnarah9459 14 күн бұрын
Puji notokake saul diboparibone kotakoise.kamnai beta
@mousumBaishya-dx8ce
@mousumBaishya-dx8ce 19 күн бұрын
BJP go back
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 19 күн бұрын
Bjp jindabad❤
@dipankarnath4652
@dipankarnath4652 19 күн бұрын
Sudur vai ht bstur dam dekha ni
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 19 күн бұрын
@@dipankarnath4652 BJP ruled assam (pretol) 93. Congressi ruled Karnatak (pretol) ;107
@OnlyCricketfansworld
@OnlyCricketfansworld 19 күн бұрын
​​@@SANATANI_AXOMIA_NABAOkol pertrol dekhile nki bjp andhobokto 104 toka pertrol premium tu
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 19 күн бұрын
@@OnlyCricketfansworld search kore sa Assam r dam kiman Aru congress r ruled state r dam kiman. Miya
@najimali-se8cr
@najimali-se8cr 19 күн бұрын
Bjp go back
@mriduldas-zj6eq
@mriduldas-zj6eq 19 күн бұрын
Miya Bangladeshi go back.
@user-dg4vz2sl1k
@user-dg4vz2sl1k 18 күн бұрын
গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈৰ লগত ফেৰ মাৰিব পৰা নেটা মন্ত্ৰী বহুত কম আছে
@user-dg4vz2sl1k
@user-dg4vz2sl1k 18 күн бұрын
ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয় অসমৰ সমাধান গৌৰৱ গগৈহে কৰিব পাৰিব
@DipjyotiDas-sz6gt
@DipjyotiDas-sz6gt 19 күн бұрын
Hotel t bohi banpanir kotha koi ase 😂😂😂 manisu kintu 😁🤪🤪
@movieclips9771
@movieclips9771 19 күн бұрын
Tur father e ki bal krise 15 years
@bhargaV567d
@bhargaV567d 19 күн бұрын
Toi jun xn hospital t jonmo hosa khixn congresss din or lewra
@movieclips9771
@movieclips9771 19 күн бұрын
@@bhargaV567d Kuttar puali tur deoutar party congress e aku bal kora nai Assam t
@JJB-uc5ev
@JJB-uc5ev 18 күн бұрын
Ji khon school t pohi Atia Comment kori aso hei khonu congress a bonuwa
@mrmajuli8736
@mrmajuli8736 19 күн бұрын
কংগ্ৰেছ মহা মিছলীয়া। আৰু কংগ্ৰেছৰ দিনত বান পিৰিত সকলৰ খাদ্য বিক্ৰীৰ কৰি খোৱাৰ কথা আমি পাহৰি যোৱা নাই।
@bhargaV567d
@bhargaV567d 19 күн бұрын
Etn khawa ni nki
@JJB-uc5ev
@JJB-uc5ev 18 күн бұрын
Atia kiman toka dise BJP a?
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 19 күн бұрын
BJP Sarkar kam nai very
@mriduldas-zj6eq
@mriduldas-zj6eq 19 күн бұрын
Baal likhi so.
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 60 МЛН
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 9 МЛН
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 60 МЛН