মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব লাগিছিল উন্মুক্ত নলাক লৈ; কিন্তু উঠিল চেল্ফি; আঁৰিলে আদৰণি বেনাৰ!

  Рет қаралды 1,471

NorthEast Now

NorthEast Now

17 күн бұрын

মৃত অবিনাশৰ ঘৰলৈ যাওঁতে মুখ্যমন্ত্ৰীক ৰাইজে প্ৰশ্ন কৰিব লাগিছিল উন্মুক্ত নলাক লৈ; কিন্তু উঠিল চেল্ফি মাৰিলে বিকট চিঞৰ; মুখ্যমন্ত্ৰীৰ মন ভাল লগাবলৈ আঁৰিলে আদৰণি বেনাৰ! কোন দিশে ধাৱমান মানৱ সমাজ?___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 10
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 7 күн бұрын
ঘৰিয়ালৰ চকু পানী!!!হাল এৰি শিয়াল খেদাৰ ৰাজনীতি কৰা এইবোৰ নেতা।
@debajanibaruah3105
@debajanibaruah3105 15 күн бұрын
জনতাও সজাগ হবৰ হল ।অকল ৰজাৰ ওপৰতে ভৰষা কৰিলে নহব। অবিনাশৰ ঘৰত চাৰ গৈছে ঠিকে আছে দুখত থকা মানুহ সান্তনা দিব যোৱাত খূউৱ ভাল পাইচো ।চাৰক ধন্যবাদ দিচো ।কিন্তু মানুহবোৰে ৰজা ঘৰীয়াক দেখীলেই চিঞৰি চিঞৰি আমাৰ সাধাৰন জনতাৰ নিৰাপত্তা কেতিয়া হব প্ৰশ্ন কৰিব লাগে ।নহলে আমাক অকল ভোটৰ কাৰনেই বচাই ৰাখিব ।ৰজাৰ ,বিষয় ববিয়াৰ গুৰুত্ত কম ।ভগৱান সহায় মেদিয়াই ৰাস্তা বা নলা কত কত বেয়া আছে দেখূৱাই কাৰনে হে মানুহ কিচু ভালে থকা বুলি কব পাৰি ।মেদিয়াই বহুত কস্ট কৰি আছে ।তেওলোকক সেৱা আৰু ধন্যবাদ জনাইচো ।তেওলোকৰ কাৰনে বহুত কথা ঘৰত বহিয়ে গম পাই আছো ।
@ranudevimorang9103
@ranudevimorang9103 15 күн бұрын
গৰিহণা দিছো ৷
@pratuldas6125
@pratuldas6125 15 күн бұрын
এই মানুহবোৰ আচলতে একোটা অসুৰ I
@pradipsarma2062
@pradipsarma2062 15 күн бұрын
আপোনাৰ কথাটো মোৰ এক মত।
@raktimmedhi7045
@raktimmedhi7045 15 күн бұрын
Ekdam thik koise dei .. manuh sob pagol hoise.. 500 tokat sob bikri hoi goise
@user-xg8lg8xm9h
@user-xg8lg8xm9h 15 күн бұрын
ডাঙৰীয়া আপোনাৰ চিন্তা আৰু গঠনমূলক আলোচনাত ম ই এক মত।
@rohan8973
@rohan8973 15 күн бұрын
Bengali politics korise he.
@usm87ii
@usm87ii 14 күн бұрын
Ee bamun sudai miya asomiya koi koi bengoli politics krise😂aru aie manuh buror mathat nokou deeee😂
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 167 МЛН