Rafikul Islam | বৰপেটাৰ ২৮বিদেশী লোকক ডিটেনছন কেম্পলৈ প্ৰেৰণক লৈ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া। N18V

  Рет қаралды 236,842

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Rafikul Islam | বৰপেটাৰ বিদেশী ঘোষিত ২৮ লোকক ডিটেনছন কেম্পলৈ প্ৰেৰণৰ ঘটনাক লৈ AIUDF ৰ বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া।
বিদেশী ঘোষিত লোক সকলৰ হকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব AIUDFৰ সভাপতি বদৰুদ্দিন আজমল ।
প্ৰয়োজনবোধে এই লোকসকলৰ বাবে উচ্চতম ন্যায়ালয়ৰো কাষ চাপিব আজমল।
আজি বৰপেটাত এই কথা ঘোষণা কৰে জনীয়াৰ AIUDF বিধায়ক ৰফিকুল ইছলামৰ ।
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#rafikulislam #aidf #aiudfmlarafikulislam
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 541
@bharatborphukan7329
@bharatborphukan7329 13 күн бұрын
১২০ টা নাম ৰাখিলে এনেকোৱাই হব লাগে। দেউতাকৰ উপাধি পুতেকে কিয় নলয়।
@sohanmajhi7615
@sohanmajhi7615 13 күн бұрын
হয়, বাপেক আহমেদ লিখে পুতেক আলী , ভায়েক ৰহমান , একেটাই পৰিয়ালৰ উপাধি ১২ মিক্স সেই কাৰনে এনেকুৱা হৈছে।
@jahangirhussain6989
@jahangirhussain6989 13 күн бұрын
100% Right, multiple name, mismatch with parents surname and uneducated, financially poor all are the major reason
@RemadyVlogstar
@RemadyVlogstar 13 күн бұрын
​@jahangirhussain6989😢
@8estDadintheWorld
@8estDadintheWorld 13 күн бұрын
Acording to law
@rufulislam5686
@rufulislam5686 11 күн бұрын
১২০টা নাম ৰাখিলে এনে কোৱাই হব লাগে ।দেউতাকৰ উপাধি পুতেকে কিয় নলয়।
@achyotdewri3770
@achyotdewri3770 13 күн бұрын
এই কেইটাই বিদেশী খেদাটো কেতিয়াও কামনা নকৰে। Assembly ত কব বিদেশীৰ কোনো জাত নাই বুলি। যি বিদেশী তাক খেদিব লাগে বুলি কয় ।কিন্তু দুটা বিদেশী খেদিলেই দাংসাই উঠে ।
@hirokworld4250
@hirokworld4250 13 күн бұрын
Agla a bidekhi
@biplabdutta6742
@biplabdutta6742 13 күн бұрын
Moja Ah geya.Jai Shri Ram...Modi ji Zindabad..Jai Hind Jai Bharat..🇮🇳
@SahabUddin-n6h
@SahabUddin-n6h 11 күн бұрын
রাজনীতির নাটক শুরু হ‌ইছে আসামে ❤❤❤❤
@Soshi_pegu
@Soshi_pegu 13 күн бұрын
বাংলাদেশৰ পৰা বেদিশী আনিছে চাগে সেইকাৰণে প্ৰশাসনে ধৰিছে। পুলিচে ভাল কাম কৰিছে।
@msdhruabhira718
@msdhruabhira718 13 күн бұрын
Are xunol xokolu ye miyar kotha moi jikhon gaont jonmo hoi su hei gaon khon jene ase aji ato din moi teneke dekhisu ,,duta ata ghr kobat notun koi bonai se ,,kintu amar gaon khon logote bohut khali pori thoka mati asil jot amar axomiya manuhe kheti korisil ,,aru usrt a ata miya bosti asil mne miya gaon manuh asil 40 ghr man aji hei 40 ghr manuh hol goi 500 ghor aru amar axomiya manuh a kheti kora mati bur sob afalor pora ses kor pora ahil emn miya jodi karubar tat utor ase diok muk ,,, bhupen hazarikai gai goise ,, aji axomiyai nijok nisinile axomte mogoniya hob ,,, aru hob goi ase ,,, utha axomiya utha aru xui nathakiba 😢 axom miya hatole jab ge 😢😢 joi aai axam ❤
@PranjalDaimary-i2k
@PranjalDaimary-i2k 3 күн бұрын
​@@msdhruabhira718right
@rejaulahmed6500
@rejaulahmed6500 12 күн бұрын
দুখীয়া মানুহ বোৰৰ কাৰণে অলপ কষ্ট কৰক চাৰ
@anjanasom-t4z
@anjanasom-t4z 13 күн бұрын
মুৰত বগা টুপী দাঢ়ি-গোঁফ ৰাখি আৰৱৰ সংস্কৃতিৰ ভাও পালন কৰা ডাঙৰীয়া এবাৰ মিঞা ,এবাৰ মুছলমান, এবাৰ ভাৰতীয় ,এবাৰ ভাৰতীয় মুছলমান, এবাৰ মুছলমান অসমীয়া বুলি নিচা খোৱা মানুহৰ দৰে কিহৰ ৪-৫টা চিনাকি দি আছা ? এটা মানুহ এটা চিনাকি দিবা । অসমত বায়ুত উশাহ লবা এই দেশৰ পানী খাবা,এই মাটিত ভৰি দি থিয় হবা আৰু আৰৱী, উৰ্দু ,পাৰ্চী ভাষাত নামাজ পঢ়িবা,আৰৱৰ ধৰ্ম, সংস্কৃতি পালন কৰিবা আৰু নিজকে অসমীয়া লগত মুছলমান শব্দটো যোগ দি অসমীয়া মুছলমান ক'বা । আমাক পাঠ্যক্ৰম পঢ়াব নালাগে আৰে মুছলমান মুছলমানেই ,সি কেতিয়াও অসমীয়া, অসমীয়া মুছলমান, থলুৱা মুছলমান , খিলঞ্জীয়া নহয় মনত ৰাখিবা।
@rajibmazumdervlogs9484
@rajibmazumdervlogs9484 13 күн бұрын
Please go to legal way for supreme court😢
@prabinkakati5395
@prabinkakati5395 13 күн бұрын
আদলতত প্ৰমাণ কৰি ওলিয়াই লৈ নাহে কিয়, টিভিৰ আগত বাইক দি কি লাভ আছে।
@brahmanandadutta7357
@brahmanandadutta7357 13 күн бұрын
ভোট দিবলৈ পোৱাটোৱেই ডাঙৰ ভুল হল ভাৰতবৰ্ষৰ নিৰ্বাচন বিভাগৰ।
@BAHARUL115
@BAHARUL115 13 күн бұрын
Toi kun
@simantarabha8890
@simantarabha8890 13 күн бұрын
টোৰ মূৰা ভাৰতীয় সব মিয়া bangladeshi
@khmahuruddia3783
@khmahuruddia3783 13 күн бұрын
Tur baper mur to kela
@muhammadalam9588
@muhammadalam9588 13 күн бұрын
@@simantarabha8890 তহতে চব চাইনিজ, নাক মুখ চকু চব মিলাই চা, চব চাইনিজৰ নিচিনা।
@parbinsultana2251
@parbinsultana2251 13 күн бұрын
Tohotor u monubhab tu bht 3rd class faltu
@sharyatemohammadi
@sharyatemohammadi 13 күн бұрын
টোৰ মূৰত কিবা অসুবিধা আছে নেকি
@Si78-f5q
@Si78-f5q 13 күн бұрын
@@RafiqulIslam-rd1oe oi kela sudmarani mui muslim kela simantk dyate tuk goise. Toi amar krne ako nkolu .nhle perfect ans di dilu hoi. Siman k dyate tk gole kela 🤣dlt kr cmnt.
@muslimaaktara7954
@muslimaaktara7954 13 күн бұрын
Mur monor kotha koise. Thank you
@Tdevnath
@Tdevnath 13 күн бұрын
আপুনি যদি জানে অসমৰ স্থাই বাসিন্দা হয় তেনেহলে বচাবলৈ চেষ্টা নকৰে কিয়। আমি বুজি পাইছোঁ আপুনি কি ক'ব বিছাৰে। বাংলা দেশী আহিলেও আপোনালোকে কেতিয়াও ধৰি নিদিয়ে।
@bhabendoley6151
@bhabendoley6151 13 күн бұрын
যি ধৰ্মৰ হওঁক বিদেশী হলে বাংলা পঠিয়াই দিয়ক।বিদেশী পক্ষত কোনো থিয় দিব নালাগে। বিশ্বাস কৰিব নোৱাৰে। হাতাই কৰা ঠাইত ৰাজনীতি যে ওলোটা সুবিধা প্ৰধান কৰে।
@sharyatemohammadi
@sharyatemohammadi 13 күн бұрын
@@bhabendoley6151 সেইবুলি যাকে মন চায় তাকে বিদেশী বনাই ডিটেন্সন কেম্পলৈ প্ৰেৰণ কৰাটো উচিত হ'বনে?
@biplovgogoi2856
@biplovgogoi2856 13 күн бұрын
@@sharyatemohammadi Bideshi r hoi imn morom Kio ?
@chatrapatipegu6404
@chatrapatipegu6404 13 күн бұрын
​@@biplovgogoi2856He nije eta miya 😂 . Iyaku khedabo lage
@সঞ্জয়18
@সঞ্জয়18 13 күн бұрын
DNA Test korile gom pbo family member hoi ne nohoi...
@SofiqulIslam-e6p
@SofiqulIslam-e6p 13 күн бұрын
Right ❤
@N.G-i6h
@N.G-i6h 13 күн бұрын
তহঁতক দেখিলে গম পোৱা যায় তহত কিমান অসমীয়া। বাংলাদেশী ৰক্ষক। মিয়া
@mehebubhassan9529
@mehebubhassan9529 3 күн бұрын
Tur pab bharotiya hole toi kenekoi bangaladeshi hoy kela
@DigantaKumarRay-pi5dz
@DigantaKumarRay-pi5dz 13 күн бұрын
আপুনিও কম নহয় আপুনিও বাংলাদেশী ।
@manojinspiresindia9784
@manojinspiresindia9784 13 күн бұрын
Miya Miya Miya Bangladeshi Rohingya Miya 1000 percent 😊😊😊😊😊😊😊😊😊😊😊
@mohibulmohibul8222
@mohibulmohibul8222 13 күн бұрын
ভারতর অসম রাজ্যর যিমান ডি ভূটার আছে সেই সকলোবোর ভারতীয় অসম বাসী লোক হয়। এয়া সত্য কথা।
@user-qb8pf5kq2u
@user-qb8pf5kq2u 11 күн бұрын
Vv goog and thank u sir
@manbholaray2757
@manbholaray2757 13 күн бұрын
বিদেশী ৰ হৈ দালালি নকৰিবা , বৰপেটাত অৰ্ধ শতাধিক মানুহ বাংলাদেশী আছে ।
@RockyBhai-lr7bx
@RockyBhai-lr7bx 13 күн бұрын
Uchit kotha. Thanks to MLA (Jania)
@hemalatachetia3765
@hemalatachetia3765 13 күн бұрын
বিদেশী হয় নে নহয় ভাল দৰে বিচাৰ কৰিব লাগে ।।যদি বিদেশী নহয় ঘৰলৈ পঠিয়াই দিয়ক। ।
@jahirulislam4311
@jahirulislam4311 13 күн бұрын
ৰফিকুল ইসলাম ডাঙৰীয়া বিদেশী কৰ্টত কেচ চলা অৱস্থাত খবৰ ললে নিশ্চয়ই কিবা এটা ৰিজাল্ট ওলালে হয়। এতিয়া হতবাগি হৈ ৰাজনৈতিক মুনাফা আদায়ৰ পৰা আতৰি থাকক।
@TiKha199
@TiKha199 13 күн бұрын
বৰ্তমান অসমত হিটলাৰৰ শাসন চলি আছে, সত্যৰ হৈ মাত মাতিলেই আপুনি যাব লাগিব ৰঙা ঘৰ 😊
@pappudas7385
@pappudas7385 13 күн бұрын
Assam t akou Miya kihor
@TiKha199
@TiKha199 13 күн бұрын
@@pappudas7385 প্ৰথমে ভালকৈ অসমীয়াটো কবলৈ শিকি ল,তাৰ পিছত কমেন্তৰ ৰিপ্লাই দিবি
@pradipkumarkalita99
@pradipkumarkalita99 13 күн бұрын
চিন্তা নাই কংগ্ৰেছৰ ফচল যেতিয়া গৌৰৱোদ্দিন, অখিলুদ্দিন মিঞা আৰু লুৰিণুদ্দিন মিঞাহতে এতিয়া চৰকাৰৰ বিৰুদ্ধে চিঞৰিব আৰু মিঞা বচোৱাৰ বাবে নামি পৰিব।এনেয়েও সোনকালেই তহতেই ৰাজ্য খন দখল কৰিবি।আছুৰ নেতাবোৰক টকা দিলেই সিহতেও চৰকাৰক সকিয়নি দিবলৈ সাজু হৈ আছে।
@THERAPYWORLD
@THERAPYWORLD 13 күн бұрын
তোমালোকৰ মনত ইমান হিংসা কিয় ?
@Nazrul-l4e
@Nazrul-l4e 13 күн бұрын
Korar besi hingha thake
@msdhruabhira718
@msdhruabhira718 13 күн бұрын
Are xunol xokolu ye miyar kotha moi jikhon gaont jonmo hoi su hei gaon khon jene ase aji ato din moi teneke dekhisu ,,duta ata ghr kobat notun koi bonai se ,,kintu amar gaon khon logote bohut khali pori thoka mati asil jot amar axomiya manuhe kheti korisil ,,aru usrt a ata miya bosti asil mne miya gaon manuh asil 40 ghr man aji hei 40 ghr manuh hol goi 500 ghor aru amar axomiya manuh a kheti kora mati bur sob afalor pora ses kor pora ahil emn miya jodi karubar tat utor ase diok muk ,,, bhupen hazarikai gai goise ,, aji axomiyai nijok nisinile axomte mogoniya hob ,,, aru hob goi ase ,,, utha axomiya utha aru xui nathakiba 😢 axom miya hatole jab ge 😢😢 joi aai axam ❤
@BAHARUL115
@BAHARUL115 13 күн бұрын
Toi ki
@chinmoyjyotisharma3578
@chinmoyjyotisharma3578 13 күн бұрын
Right
@bikrambordoloi86
@bikrambordoloi86 13 күн бұрын
মিয়াৰ ভোট বৰ্জন কৰিব লাগে অসমত
@MomiBorah-ns7or
@MomiBorah-ns7or 13 күн бұрын
মজা কৰিছে
@HussainAhmed-li6ph
@HussainAhmed-li6ph 12 күн бұрын
Yaallah hafazoth korie
@shortlife05
@shortlife05 13 күн бұрын
মাননীয় বিধায়ক মহাশয় আপুনি তথা আপোনাৰ দলৰ সভাপতি নিৰ্বাচিত সময়ত কৈছিল দেখন, আপোনালোকে ডি ভোটাৰৰ সমস্যা সমাধান কৰিব। কিন্তু ২০ বছৰত কি কৰিলে।আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো যে, ৰাজনৈতিক খেলিবলৈ -------------- ।
@satrajitpathak3390
@satrajitpathak3390 13 күн бұрын
এই মখা সকলো বাংলাদেশী হয়। সব কাতাতৰ পাৰ হৈ ভাৰতত আহিছে। অলপ অলপ অসমীয়া ভাষা টো দুই এজনে কব পৰা হল। 8 টা 10 টাকৈ লৰা ছোৱালী জন্ম দি এটা সময়ত মানে 2050 চন মানৰ পৰা কোনো অসমীয়া বা ভাৰতীয় বুলি মানুহ নাইকীয়া হব। আৰু ভাৰত ত সব মিয়া বা মুছলমান ৰে ভৰি পৰিব আৰু ভাৰতবৰ্ষ পাকিস্তান আৰু বাংলাদেশ ৰ নিচিনা যে হব সেইটো আমি এটিয়াই সকলোৱে ধৰিব পাৰিছো। গতিকে সময় থাকোঁতে এতিয়া ই নকৰিলে ভৱিষ্যত প্ৰজন্মৈ ই সিহঁতৰ লগত থাকিব পাৰিবনে?
@puspanjalisaikia153
@puspanjalisaikia153 5 күн бұрын
আচল কথা এইখিনিয়েই....আপুনি..মই এইবোৰ লিখি মনৰ আবেগ হে প্ৰকাশ কৰিছো....হাতেকামে তো একো কৰিব পৰা নাই....বিজেপি শাসন চলি থাকোতেই ৰাইজ সংগঠন লগলাগি বিদেশী সমস্য টো সমাধান কৰি লব লাগিছিল CM যে কিবা কৰিবলৈ ওলালেই বিদেশী আৰু জধামূৰ্খ অসমীয়া মিলি মুখ্যমন্ত্ৰীক ঘেৰাও কৰি বেলেগ কাহিনীৰ সৃষ্টি কৰি পেলালি....এই জধামূৰ্খ অসমীয়াখিনিৰ বাবে এই অসম.খন এদিন বাংলাদেশৰ লগত চামিল হবগৈ
@sairulhoquetalukdar8859
@sairulhoquetalukdar8859 13 күн бұрын
So so sad😢 for humanity democracy of this nation by present Rulling Govt 🤦🏾🤦🏾🤦🏾😭😭😭
@lxdhujyadeephazarika5977
@lxdhujyadeephazarika5977 13 күн бұрын
মিয়া সকলে কোনো অঙহি বঙহীক বোৰক তেওঁ নিজৰ পৰিয়ালক নিজৰ বুলি দাবি কৰে । জয় আই অসম ।
@rajusaikia2328
@rajusaikia2328 13 күн бұрын
1971 ৰ আগৰ পমান দেখাব পৰা নাই আপুনি বিদেশী চাৰ্টিফিকেট নিদিব আপুনি বিপদত পাৰিব
@Susupatgiri-c3o
@Susupatgiri-c3o 13 күн бұрын
পুলিছে তিকে কৰিছে মামা এই বিলাকে বাংলাদেচিক আনিচে
@DhananjayDhananjay-h3f
@DhananjayDhananjay-h3f 13 күн бұрын
বাংলাদেশৰ পৰা বেদিশী হয চাগে।
@ContentBubbleTea-if5fq
@ContentBubbleTea-if5fq 13 күн бұрын
Ajmol sahab jindabad aiudf ❤❤❤❤ jindabad
@AniramBorah-x6v
@AniramBorah-x6v 12 күн бұрын
আপোনালোককে সকলো কাম আৰু কথাতে মাত। দিয়
@modukulasiy3451
@modukulasiy3451 5 күн бұрын
Hemanto sir zindabad Musalman chiting
@rimondhaka
@rimondhaka 10 күн бұрын
উনি ১০০% বাংলাদেশী।
@abubakkarsiddique703
@abubakkarsiddique703 10 күн бұрын
Right, Sir
@MunindraDeka-s6k
@MunindraDeka-s6k 13 күн бұрын
Good job mama 🔱🔱🔱🙏
@abushahidZidan
@abushahidZidan 8 күн бұрын
Right sir
@RAN197
@RAN197 13 күн бұрын
এই বিলাক মানুহে proprganda চলাই জনেনে এই খকল লোক প্রকিত ভাৰতীয় নহয় ।After 10 to 15 years পিছত চাব এই ধৰ্মালম্বী লোক সকলে High court, suprime court ৰ judgement ও নক্ষাত কৰিব
@jahirulislam4311
@jahirulislam4311 13 күн бұрын
ৰফিকুল ইসলাম ডাঙৰীয়া মানুহ কেইটা জেলত যোৱাৰ পিছত এতিয়া আহি ভাৰতীয় ভাৰতীয় কৈ নাথাকিব । আপোনালোকৰ লাজ থকা দৰকাৰ।
@sambapukan
@sambapukan 13 күн бұрын
Ki laaj thakibo.. Lage buja nai... Kali loi ghopok k Jodi apunar parivaar r karubak direction camp loi jai.. Apunar etiar mointtobo aro pisor mointto same hobo ne...???
@mr.takdii
@mr.takdii 13 күн бұрын
#HimantaBiswaSarmaResign
@muhammadalam9588
@muhammadalam9588 13 күн бұрын
এই কেইজন নিচ্ছিত ভাৰতীয় হয়।
@mita-hi9su
@mita-hi9su 13 күн бұрын
Voice xuni loga nai
@pradipkrdas9679
@pradipkrdas9679 13 күн бұрын
Tohot geda sob bangaladeshi hoi ...
@muhammadalam9588
@muhammadalam9588 13 күн бұрын
@@pradipkrdas9679 🔥🔥🔥🔥😁😁😁😁😁😂😂😂😂😂😂
@nbd8495
@nbd8495 13 күн бұрын
​@AnisurRahman-fr5pmCongress keh karon yeh mumkin hua hai
@nkzone7008
@nkzone7008 13 күн бұрын
😂😂😂😂
@hmchannel8749
@hmchannel8749 13 күн бұрын
Right
@abdulbatensk597
@abdulbatensk597 13 күн бұрын
God sees the truth but waits
@anowarhussainkhan5731
@anowarhussainkhan5731 13 күн бұрын
গোটেই পৰিয়াল ভাৰতীয়।এজনক বিদেশী বনাইছে। what happened? কি চলি আছে? শক্তি আছে বাবে যি মন যায় তাকে কৰিব নালাগে।
@vlggamer2830
@vlggamer2830 13 күн бұрын
28jon nhy 28Lk jabo besi din ni🤪
@bilalhussain3263
@bilalhussain3263 13 күн бұрын
Borpeta Bangladesh r ongho matro
@Si78-f5q
@Si78-f5q 13 күн бұрын
Bhut hnkle tr nisna virus blk hekh hbo 😂
@aliulshorts5467
@aliulshorts5467 13 күн бұрын
Reports -30lakhs Hindu people aren't vaild for NRC Do you know...| BTW Dharm aur jat ke nam pe desh ko mat bato!!!
@alimshortfun2343
@alimshortfun2343 13 күн бұрын
Taar vitorot toi O asa 😅
@Si78-f5q
@Si78-f5q 13 күн бұрын
@@alimshortfun2343 yak kela hohoje jabo dya najabo .yak virus 🦠 spray Mari pothabo lagibo 🤣 nohole ako ahibo pare
@DBNorthVlogs
@DBNorthVlogs 13 күн бұрын
বিদেশীৰ পইখত মীয়াই টো কৰে
@Infinix-n4f9x
@Infinix-n4f9x 8 күн бұрын
Assa chief minister good job
@m.smanirifle6471
@m.smanirifle6471 12 күн бұрын
Axom Kun miya free koribo Lage .First time Ajon Val CM Ahise Axomot Himanta MaMa ❤
@dimperoy1843
@dimperoy1843 13 күн бұрын
Mama jindabad
@manojbarman5413
@manojbarman5413 13 күн бұрын
Ignorence of laws is not an excuse
@ambikarabha5372
@ambikarabha5372 13 күн бұрын
জয় হিন্দ জয় ভাৰত 😂😂😂
@AbulSarkar-zw7js
@AbulSarkar-zw7js 11 күн бұрын
মাননীয় বিধান সভাৰ সদস্য ৰফিকুল ইছলাম হাফিজ চাহেব আজি কিমান বছৰ ধৰি ডি ভোটাৰৰ হকে যোজিব বুলি কৈ আহিছে? ইমান বছৰে কি কৰিব পাৰিছে? এই ডি ভোটাৰৰ লিষ্টখন কোনে উলিয়াইছিল?কিয়? সঁচাকৈয়ে এই সকল বিদেশী হয় নেকি? যদি নহয় আপোনালোকে ইমান বছৰে পাহৰি গৈছিল চাগে?আৰে এই বোৰ বি জে পি য়ে কৰিছে জানো? নাই কৰা কৰিছিল কঙগ্ৰেজে। গৃহস্থৰ ঘৈনীয়েক দুজনী গৃহস্থক খাবলৈ দিওঁতে গৃহস্থে সুধিলে আজি দালি বনাইছে কোনে? উত্তৰত এজনীয়ে ক'লে আৰনে গৃহস্থে ক'লে দালি বৰ সোৱাদ হৈছে,আন জনী কৈ উঠিল কি সোৱাদ হৈছে মোৰ কাৰনে,গৃহস্থে ঐ নিমখ অলপ কম হৈছে আৰু অলপ দিলে ভালাছিল,২য় জনীয়ে ক'লে ঔ মই অলপ দিছিলো বুলিহে নহ'লে চাগে একেবাৰেই পনিয়া হ'লে হেঁতেন। তেতিয়া গৃহস্থে ক'লে দালিৰ সোৱাদ দোয়োজনীয়ে এজনীয়ে আন জনীক হিঙ্সা কৰিয়ে নষ্ট কৰিছা। মুঠতে কঙগ্ৰেজৰ,বি জে পি কোনেও আমাক একো কৰি দিব নোৱাৰিব। জগত সৃষ্টিৰ পৰা কিমান ৰজা মহা ৰজা আহিল আৰু গ'ল কোণেওতো একো কৰিব পৰা নাই।কৰিছে কোনে?কৰিছে শিল্পিয়ে শিল্পৰ একো কৰনীয় নাই, সকলো বোৰ প্ৰসঙ্সা কৰুনা ময়ৰ গতিকে আমি এজনে আনজনক অকল মুছলমান বুলি ক'লেই নহবো মুছল মানিব লাগিব, আমাৰ কৰ্তব্য অকল মুছলমানাহে। মুছলমান বুলি পৰিচয় দি মুছল নামানি বহি থাকিলে নচলিব।ভিতৰে বাহিৰে এটা হ'লে তেতিয়া শিল্পিয়ে শিল্পৰ মঙ্গল কামী হ'ব।
@KafiluddinAhmed-l6l
@KafiluddinAhmed-l6l 13 күн бұрын
ৰ ফিকুল ইছলাম ছা বাবে আপুনি কৈছে দিনত ১৯৯৭চনত এজিপিচৰকাৰ আছিল জনে মনে ডি ভোটৰ বনাইছিল ।
@dilipsardar8561
@dilipsardar8561 10 күн бұрын
জয় শ্রী রাম, ❤
@Rahulcraft934
@Rahulcraft934 13 күн бұрын
এই গোটেই কেইটাই বাংলাদেশী গেদা 😂
@ikramulislam8917
@ikramulislam8917 13 күн бұрын
100% Right. May Allah help you all. 🤲🤲
@nurulquraanofficial.channe5344
@nurulquraanofficial.channe5344 13 күн бұрын
ইলেক্ট্ৰন আহিছে,এই কাৰণে বিজেপি চৰকাৰে এই চাল চলাইছে,
@ashaasma-wk8tn
@ashaasma-wk8tn 13 күн бұрын
চুপ তহতৰ উত্পাত বেছি হৈছে
@zenonzardplayz9876
@zenonzardplayz9876 12 күн бұрын
Go to Supreme Court they will get their treatment
@RakeshRahang-nc8ng
@RakeshRahang-nc8ng 13 күн бұрын
বৰপেটাৰ মিঞা গোটেই বোৰে বাংলাদেশি
@Jeherul-m9t
@Jeherul-m9t 13 күн бұрын
Gela khuwa
@girosubscribe
@girosubscribe 13 күн бұрын
,,, তুমি jai chek কৰি ahiba,,, vai,,,
@simantarabha8890
@simantarabha8890 13 күн бұрын
কংগ্ৰেছৰ দিনত ইহঁতে সব জালীয়তি কৰি আধাৰ card voter id 🪪 এইবিলাক বনুৱাইছিল এতিয়া কৈ আছে ভাৰতীয় বুলি যিমানে নকৌক কিয় জাবো টো লাগিবই অসমৰ পৰা যেনেকৈ নদী পাৰ হৈ আহে তেনেকৈ পথাই দিয়ক
@crisscrown2665
@crisscrown2665 13 күн бұрын
Aru tohot kela chinese
@crisscrown2665
@crisscrown2665 13 күн бұрын
Muang mout uvoti nujuwa kelei tohot ????
@jadumonisarmahvlogs6243
@jadumonisarmahvlogs6243 13 күн бұрын
তহঁতি নিজৰ জাতি ভাই বুলি বাংলাদেচৰ পৰা অহা বাংলাদেচী বিলাকক নিজৰ ঘৰত স্থান দি দেচী কৰি লৈ ভোটাৰ কাৰ্ড ,আধাৰ কাৰ্ড পানকাৰ্ড ঘোচ দি বনাই লৈ ভোটৰ আশাত নিজৰ জাতি ভাইৰ জনসংখ্যা বঢ়াইছ ,,দেশ খন চেচ হৈ গৈছে
@ekramulislam9264
@ekramulislam9264 12 күн бұрын
সেখ হাছিনা চৰকাৰৰ দৰে নাই হব
@AbdulKadir-uc2nm
@AbdulKadir-uc2nm 12 күн бұрын
১০ বছৰ হৈ গল এতিয়া লৈকে মোৰ ওছৰৰ এটা ও ৰাস্তাৰ কাম হোয়া নাই goan panchayet ফালৰ পৰা devlopment is =000?
@abdussattar6236
@abdussattar6236 13 күн бұрын
Apeal koribo lage
@chandannath9078
@chandannath9078 13 күн бұрын
Rafikul Islam bhai mama e thikei aache.aapuni bidesi k loi besi rajniti nokoribo
@OmorGazi-oq6sh
@OmorGazi-oq6sh 11 күн бұрын
চৰকাৰে ষৰযন্ত্ৰ কৰি আছে গতিকে চৰকাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে।
@handbim51
@handbim51 13 күн бұрын
আচল নাম নকৈ কিয় যি কোনো নাম কোৱা বুলি ৰফিকুল ডাঙৰীয়াই কৈছে। পঢ়া শুনা নথকা মানুহ হিন্দু ধৰ্মাৱলম্বী মানুহৰ মাজতো আছে, তেওঁ লোকেতো নিজৰ নাম শুদ্ধকৈ কয়।
@mustafaahmad8111
@mustafaahmad8111 13 күн бұрын
Best of the best lawyers should be engaged in High Court to set aside the Foreigners Tribunal's order
@prasenjitsingha1529
@prasenjitsingha1529 13 күн бұрын
Good job mama
@prashantaboro6011
@prashantaboro6011 9 күн бұрын
আপোনালোকক চিনি পাবলৈ অসমবাসীৰ বাকি নাই।আপোনালোক দুই নম্বৰী। আপোনাৰ ভাষা কোৱা ধৰণৰ পৰা সন্দেহ আছে আপোনিও চাগে ঘুছপেঠি
@user-gd1vt3nf8c
@user-gd1vt3nf8c 13 күн бұрын
Out himonto 🤸🤸🤸🤸
@Tonkeswar-m4v
@Tonkeswar-m4v 11 күн бұрын
Court r kthao ehot namane
@AsarUddin-wf9uo
@AsarUddin-wf9uo 11 күн бұрын
❤❤❤❤❤❤❤❤❤❤❤❤আছার
@BabuBhai-un4rz
@BabuBhai-un4rz 13 күн бұрын
Right 👍❤
@aizurrohman538
@aizurrohman538 13 күн бұрын
Right kotha
@shumantamondol6683
@shumantamondol6683 10 күн бұрын
28 জন নহয় 2800000 নিব লাগিব
@JayantaSaikia-z8t
@JayantaSaikia-z8t 13 күн бұрын
আমি সৰু থাকোঁতেই মিয়া কি হয় চিনি পোৱা নাছিলোঁ এতিয়া অসমত মিয়া পৰা থাই নাই কৰপৰা আহিল
@BUBU..FROM..KARBIANGLONG
@BUBU..FROM..KARBIANGLONG 13 күн бұрын
Moi iyat eku kobo nibisaru😢😢😢 Axom borbad huwa kuneu rokhabo nuware.
@TheTumpa123456
@TheTumpa123456 9 күн бұрын
Let us get strict laws against illegal infiltration from bangladesh and rohingya, let us put notice board with strict punishment on our border areas and implement the laws to save our country from the terrorists
@GuljarAli-x2c
@GuljarAli-x2c 8 күн бұрын
@KanuSarkar-q5c
@KanuSarkar-q5c 13 күн бұрын
Friends, To resolve the issue on Demographic changes in India, we understand the following measures may help and need to be implemented in this country. If so HINDU, MUSLIM, CHRISTIAN, JAIN, BUDDHIST…………etc etc can live in this country peacefully. 1. One Nation one rule I.e. implementation of UCC that every one of this country must abide. No personal law, no SARIA law, no other law that might create disputes in the societies. 2. TWO CHILD CONCEPT and that must be registered and to be followed by everyone. 3. People must ignore dirty politics by the opportunists politicians, provocation against each other, religious disputes, comments on life style, non-uniformity in education system and finally people must follow *ONE NATION, ONE DREAM AND ONE GOAL* 3.If people of this country irrespective of caste, community, religion, language, life style etc etc can get united this country will become HEAVEN for all. People will forget to dream on SWARGA, JINNAT,………….and will live together happily. ALL OF YOU PLEASE TRY ONCE. JAI HIND JAI AI AKHOM.
@mridulbarman5339
@mridulbarman5339 13 күн бұрын
Gali pari kolo proof kiya dibo nowarole , aibiak k jodi support kore ai platform gali dibo badhya hom
@BabulHussain-m4k
@BabulHussain-m4k 11 күн бұрын
অসমত বাংলাদেশী আছে
@AniramBorah-x6v
@AniramBorah-x6v 12 күн бұрын
সেইঢো অনুদানত হো
@mdas6672
@mdas6672 13 күн бұрын
Nice CM sir
@samiyulhoque8825
@samiyulhoque8825 Күн бұрын
Dukh jonok
@Dasonline.
@Dasonline. 13 күн бұрын
ইহঁতকো বাংলাদেশ পঠিয়াই দিব লাগে ৷৷
@JamalUddin-y7p6k
@JamalUddin-y7p6k 13 күн бұрын
মুছলিম সকলক detention camp kio নিদিব কাৰণ মুছলিমসকলে বিজেপি k vote দিলে
@user-ff7nq2lo8j
@user-ff7nq2lo8j 10 күн бұрын
Manhani case kro
@raihanabegum2901
@raihanabegum2901 8 күн бұрын
NRC nidiye kio .
@mridulbarman5339
@mridulbarman5339 13 күн бұрын
Aibilak court t kobi
@smritirekhabora8279
@smritirekhabora8279 13 күн бұрын
বৰ দুখ লাগিল
@picky7647
@picky7647 13 күн бұрын
অখিল গগৈ কত গল?
@abdulgofur747
@abdulgofur747 13 күн бұрын
Right pich
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 6 МЛН
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 52 МЛН