Interview with Epigrapher | অসমীয়া ভাষা সংস্কৃতত কৈ পুৰণি! অসমৰ ব্ৰাহ্মণ কনৌজৰ পৰা অহাৰ ধাৰণা ভুল!

  Рет қаралды 28,861

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Interview with Epigrapher | অসমীয়া ভাষা সংস্কৃতত কৈ পুৰণি! অসমৰ ব্ৰাহ্মণ কনৌজৰ পৰা অহাৰ ধাৰণা ভুল!
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#parthajyotiborah #Epigrapher #assameselanguage #inscriptions #sanskrit #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 394
@bhargabchoudhury8201
@bhargabchoudhury8201 Ай бұрын
খুব ভাল লাগিছে । আমাৰ ভাষাটোৰ বিষয়ে এনেকুৱা ইতিবাচক চিন্তা ধাৰাৰ আলোচনা শুনিলে মনলৈ অলপ আশা আহে ।
@PankajsarmaSarma-n8x
@PankajsarmaSarma-n8x Ай бұрын
সাহিত্য সভাত এই বিষয়টো আলোচনা হব লাগে ।
@daibakideka4126
@daibakideka4126 Ай бұрын
ভাস্কৰ বৰদলৈক বহুত ধন্যবাদ ৷ তেখেতক এই চিন্তা বা ধাৰণালৈ অনা প্ৰতিজন মহান ব্যক্তিকে ধন্যবাদ জনাইছোঁ
@dr.rupshikhadutta2873
@dr.rupshikhadutta2873 Ай бұрын
এই বিশ্লেষণ শুনি অতি আনন্দ অনুভৱ কৰিছোঁ ❤ এই কথাখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত জনোৱাটো দৰকাৰী বুলি ভাবিছোঁ 🎉
@WhatsthehellXyz
@WhatsthehellXyz Ай бұрын
এক বৈজ্ঞানিক বিশ্লেষণ এটা সুন্দৰ পৰিবেশত যুক্তিৰে ৰাইজৰ জ্ঞাতাৰ্থে পৰিবেশন কৰা বাবে পৰিবেশক আৰু বিশ্লেষক দুয়ো জনলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। জয় আই অসম !!!
@jebeen
@jebeen Ай бұрын
বৰ ভাল লাগিল প্ৰগ্ৰেমটো। অশেষ ধন্যবাদ দুয়োলৈকে। ভাস্কৰ বৰদলৈ ডাঙৰীয়াই বিজ্ঞানসন্মতভাৱে আগ্ৰহীলোকসকলক এইক্ষেত্ৰত আগবঢ়াই লৈ যাওক। জয় আই অসম, বৃহত্তৰ অসম।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
অসমীয়া ভাষাৰ এচাম গবেষক নতুন প্ৰজন্মৰ পৰা যে ওলাই আহিছে সেয়া জাতিটোৰ বাবে শুভ লক্ষণ। ভাস্কৰ বৰদলৈ ডাঙৰীয়াৰ পৰা অসমীয়া ভাষা সংস্কৃতি , প্ৰাচীন বুৰঞ্জীৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰি ভাল লাগিছে। তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো।
@dipenbora9044
@dipenbora9044 Ай бұрын
বহুবাৰ শুনিছো, প্ৰতিবাৰেই পাইছো নতুন প্ৰেৰণা। অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।
@anupkumarbaruah5558
@anupkumarbaruah5558 Ай бұрын
আলোচনাতো বৰ ভাল লাগিলে। অসমীয়াৰ ওপৰত এক নতুন কথা,এক নতুন বিশ্লেষন পাইছো, আশা কৰো প্ৰত্নবিদ ভাস্কৰ বৰদলৈদেৱে ইয়াক আৰু আগুৱাই নিব পাৰিব।তেখেতৰ তথ্যভিত্তিক আলোচনাই এক নতুন চিন্তাৰ বাট মুকলি কৰিব।
@dulalborah7242
@dulalborah7242 Ай бұрын
অসমীয়া ভাষা সংস্কৃতৰ পৰা যে উৎপত্তি হোৱা নাই বুলি কেইবা বছৰ ধৰি শুনি আহিছোঁ ৷ এই কথাটো জানি বা শুনি আমি গৰ্বিত হৈছো ৷ কিন্ত গৰিষ্ঠসংখ্যক অসমীয়াই সহজতে কথাষাৰ মানি নল’ব ৷ অতীতৰ এটা কথাৰ স’তে ৰিজনি দিব বিচাৰিছো ৷ তাহানিতে মানুহে সূৰ্য্যটো পৃথিৱীৰ চাৰিওফালে ঘুৰে বুলি বিশ্বাস কৰিছিল ৷ বিশ্বাস কৰাৰ কাৰণো আছে ৷ ৰাতিপুৱা পূৱদিশত সূৰ্য্যটো উদয় হয় আৰু পশ্চিমত মাৰ যায় ৷ আমি একেঠাইতে থাকো ৷ অৰ্থাৎ সূৰ্য্যটো পৃথিৱীৰ চাৰিওফালে ঘুৰে ৷ এই সাতামপুৰুষীয়া অন্ধবিশ্বাসটো মানুহৰ মনৰ পৰা আতঁৰাবলৈ গেলিলিও কতযে যন্ত্ৰণা অত্যাচাৰ সহিব নগা হৈছিল সেয়া সৰ্বজনবিদিত ৷ সত্যক ঢাকি ৰাখিব নোৱাৰি ৷এদিন সকলোৱে স্বীকাৰ কৰিব অসমীয়া যে সংস্কৃতৰ পৰা সৃষ্টি হোৱা নাই বুলি ৷
@DipakSaikia-s9j
@DipakSaikia-s9j Ай бұрын
প্ৰত্নলিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈৰ গৱেষণা মূলক অনন্য বিশ্লেষণ । তেখেতলৈ অশেষ ধন্যবাদ । এতিয়া আমাৰ সন্মুখত এটাকথা স্পষ্ট হৈ পৰিছে যে - সেইবাবেই যুগ যুগ ধৰি বৰ্তমানলৈকে অসমীয়াৰ লগতে অসমীয়া ভাষাক এচামে হেচামাৰি ধ্বংস কৰাৰ চূড়ান্ত পৰিকল্পিত পৰিকল্পনা কৰি আহিছে আৰু এচাম অসমীয়াই অন্ধলা ৰূপত সেই পৰিকল্পিত পৰিকল্পনা কাৰিৰ চামৰ জালত বন্দী হৈ অগৱেষণা মূলক কথাক হয় হয় বুলি কৈ আহিছোঁ । অতি দুৰ্ভাগ্যজনক ! [ জয়তু অসমীয়া ভাষা ]
@munindragohain9391
@munindragohain9391 Ай бұрын
অতি গুৰুত্বপূৰ্ণ কথা জানিব পাৰি নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিলোঁ। অশেষ ধন্যবাদ বৰদলৈ আৰু বৰা ডাঙৰীয়ালৈ। সকলো খিনি বিষয় সামৰি গ্ৰন্থ ৰূপে প্ৰকাশ কৰক।
@jagadishchandrasarma515
@jagadishchandrasarma515 Ай бұрын
অশেষ ধন্যবাদ , মূল্যবান,গুৰুত্বপূৰ্ণ আৰু সময়োচিত বিষয়বস্তুৰ ওপৰত তথ্য সহ যুক্তি আগবঢ়োৱা বাবে ।🙏
@debakantanath6698
@debakantanath6698 Ай бұрын
জানি ভাল লাগিল
@santanubaruah2649
@santanubaruah2649 Ай бұрын
বৰ সুন্দৰ হৈছে সাক্ষাৎকাৰটো। পাৰ্থজ্যোতি বৰাই বৰ ভাল লগাকৈ প্ৰশ্ন কৰি ভাস্কৰ বৰদলৈৰ পৰা কথা খিনি উলিয়াইছে। দুয়োগৰাকীৰ প্ৰকাশ ভঙ্গী সলসলীয়াকৈ প্ৰকাশ হোৱাত অনুষ্ঠানটো উপভোগ্য হৈছে।
@anupamdas1823
@anupamdas1823 Ай бұрын
অতি গৌৰৱৰ বিষয়। বৰ্তমান নতুন চামে এই বিষয়ে জনা উচিত।সমগ্ৰ ভাৰতবৰ্ষই অসমীয়াই ভাষাৰ ইতিহাস সম্পৰ্কে প্ৰচাৰ কৰা উচিত।লগতে গৱেষক ভাস্কৰ বৰদলৈ ডাঙৰীয়ালৈ অশেষ ধন্যবাদ।
@LaxmiRaniBhattacharjya
@LaxmiRaniBhattacharjya Ай бұрын
Proud to be an Assamese, hope we all able to present us oldest civilized community
@PrafullaNath-pr6qp
@PrafullaNath-pr6qp Ай бұрын
সুন্দৰ তথ্য সমৃদ্ধ বিশ্লেষণ, শলাগ জনাইছোঁ।
@gamukkutum1482
@gamukkutum1482 Ай бұрын
অসমীয়া ভাষা 2400 বছৰ পূৰণি কথাষাৰ শুদ্ধ নহয় বুলি ভাৱো। অসমীয়া ভাষাৰ পৰা আৰম্ভ কৰি আৰ্য গোষ্ঠীয় ভাষাৰ উৎস সংস্কৃত ভাষা। ভাৰতবৰ্ষৰ আৰিয়ান ভাষাৰ বৈশিষ্ট প্ৰায় মিলে। অসমীয়া ভাষা আটাইতকৈ মিল থকা ভাষা হল বঙালী আৰু উৰিয়া ভাষা । অলপ সুক্ষ্ম ভাৱে অধ্যয়ণ কৰিলে দেখা যায় অসমীয়া আৰু উৰিয়া ভাষাৰ কিবা এটা সম্পৰ্ক আছে। নহলে শব্দৰ ইমান মিল কেনেকৈ হব পাৰে। আমাৰ ধাৰণা, অসমীয়া ভাষা বিৱৰ্তনৰ ফলত পূৰ্ণাঙ্গ হোৱা ভাষা। অসমীয়া ভাষা ইমান পূৰণি হয় যদি কিয় শ্ৰীমন্ত শঙ্কৰদেৱে কীৰ্তন আৰু বৰগীত ব্ৰজাৱলী ভাষাত লিখিলে। সম্ভৱত আহোম ৰাজত্বৰ পিছৰ পৰাহে অসমীয়া ভাষা বিকশিত হবলৈ আৰম্ভ কৰে। তাৰ পিছৰ ব্ৰিটিছ শাসনৰ পিছৰ ফালে ভাষা আন্দোলন কৰিব লগা হল। সেইবোৰ কথা আলোচনা কৰিলে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ আবাহ পোৱা যায়।
@sorbocha484
@sorbocha484 Ай бұрын
@@gamukkutum1482 উৰিষ্যাত কামৰূপৰ বৰ্মন ৰাজকুমাৰ এজনে শাসন কৰিছিল, তেওঁৰ বংশটো পিছত কামৰূপৰ ভৌম বংশৰ নামেৰেই ভৌমকৰ বংশ বুলি জনা যায়। আপোনাৰ সন্দেহ অমূলক নহয়। আৰু ব্ৰজাৱলীৰ ক্ষেত্ৰত নিজেই ভাবক, আপুনি ঘৰত কবিতা লিখাৰ দৰে কথা পাতে নেকি?
@indicstudiesIKS
@indicstudiesIKS Ай бұрын
Correct
@gmusic3678
@gmusic3678 Ай бұрын
Apuni ak dom correct koise. Muyu take bhabhu. Axomiya alphabet yu axomot sristi huwa nai. ( Mur biyoktigot motamot )
@sorbocha484
@sorbocha484 Ай бұрын
@gmusic3678 apuni phd korok apunar mota mot loi
@padmalochannath443
@padmalochannath443 Ай бұрын
100% সঠিক পয্যবেক্ষণ।
@pradipchandrabairagi2601
@pradipchandrabairagi2601 Ай бұрын
অসমীয়া ভাষাৰ ইতিবৃত্ত জানি ভাল লাগিল।নৱপ্ৰজন্মই অধিক গৱেষণাৰে ভাষাৰ উত্তৰণ ঘটাব আৰু ঘটাইছে। ভাস্কৰ বৰদলৈদেৱলৈ নমস্কাৰ।
@KailashSarma-rm3fs
@KailashSarma-rm3fs Ай бұрын
আপোনালোকৰ আলোচনা শুনি মনৰ এখন ক'লা পৰ্দা আতৰাই দিলে । অসম মাতৃৰ জয় ।
@pranabsarma1163
@pranabsarma1163 Ай бұрын
I was born and brought up in Assam, my father, grandfather and my grandfather's grandfather (all these people lived in same village of Assam) all was born and brought up in Assam, all we speak Assamese, its our mother language, I love my state my people.....but now I realised there are many people in our state who treat me as a outsiders, they don't want to recognise me as an Assamese, they told my forefathers came to this land from Bengal, some says from Bihar and some says from UP... So as per them I am not Assamese....
@sorbocha484
@sorbocha484 Ай бұрын
আপোনাক তেনেকৈ কোৱা কেইটা আপোনালোকৰ পূৰ্বপুৰুষতকৈ ৮০০ বছৰ পিছত আহিছে। ব্ৰাহ্মণক ব্ৰহ্মপুত্ৰ উপত্যকাত পুষ্যবৰ্মাই মাটি দান কৰাৰ কথা নিধানপুৰ তামৰ ফলিত লিখা আছে।
@pratulkumarsharma1060
@pratulkumarsharma1060 Ай бұрын
ভাস্কৰ বৰদলৈ ডাঙৰীয়াৰ সুন্দৰ কষ্টসাধ্য বিশ্লেষণ৷ ভাল লাগিছে
@dilipsarma6766
@dilipsarma6766 29 күн бұрын
বহুত প্ৰয়োজনীয় কথা জানিলো।ধন্যবাদ
@dipaksaikia5100
@dipaksaikia5100 29 күн бұрын
অতি সুন্দৰ বিশ্লেষণ 🎉❤🎉
@bolinkhataniar5821
@bolinkhataniar5821 Ай бұрын
অসমীয়া ভাষা খ্ৰীঃপুৰ্ব তৃতীয় শতিকাতকৈ পুৰণি বুলি বাংলাদেশৰ মহাষ্ঠান গড়ৰ শিলালিপিৰ পৰা জনা গৈছে।যি এতিয়া কলকাতাত আছে।
@tusarchoudhury604
@tusarchoudhury604 Ай бұрын
The inscriptions found in modern Bangladesh, which was written in BRAHMI script.
@Northeastindiapoles
@Northeastindiapoles Ай бұрын
​@@tusarchoudhury604 বামহি লিপি বৰ্তমানলৈকে পঢ়িব পৰা নাই ,,😂😂
@DhirenLoying-e6p
@DhirenLoying-e6p Ай бұрын
ভাস্কৰ বৰদলৈ ছাৰক অশেষ ধন্যবাদ ।🙏
@ganeshsarma706
@ganeshsarma706 Ай бұрын
যেতিয়া গাৱে গাৱে শিক্ষা প্ৰসাৰৰ প্ৰসংগ আহিছিল কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালৰ পৰাই সত্ৰ বা গাঁৱৰ নামঘৰৰ ভিত্তিত ব্ৰাহ্মণ প্ৰয়োজন হয় তেতিয়া কিছুমান ব্ৰাহ্মণ বিভিন্ন গাঁওত সংস্থাপিত কৰিছিল। তেতিয়া কামৰূপ ৰাজ্যৰ কৰতলীয়া ৰাজ্য কাশ্মীৰ পৰ্যন্ত আছিল।
@科赫社區萬歲
@科赫社區萬歲 Ай бұрын
ব্ৰাহ্মণৰ আচল জাতিৰ নাম ব্ৰাহ্মণ নাহয় । ইউৰেছীয়ানৰ পাৰা মাইগ্ৰেটৰ
@Ranak78
@Ranak78 Ай бұрын
দেওপাহাৰৰ সমল বিলাকৰ সঠিক ৰূপত গৱেষণা কৰিলে অসমীয়া ভাষা, অসমৰ স্থাপত্য বিশেষ ভাৱে উপকৃত হ'ব। প্ৰাচীন দেওপাহাৰৰ কিছুমান ভাস্কৰ্যত অসমীয়া আখৰ বা লিপি স্পষ্টভাৱে খোদিত আছে। কব পাৰি যে অসমীয়া ভাষা বা লিপি যথেষ্ট প্ৰাচীন।
@prabitachutia448
@prabitachutia448 Ай бұрын
অনুষ্ঠান টো চায় বৰ ভাল লাগিল , বহুত নজনা কথা জানিব পাৰিলো , দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ , আগলৈ
@dhritirekhadas2757
@dhritirekhadas2757 Ай бұрын
ভাষাটোৰ নাম প্ৰকৃততে কামৰূপীহে কাৰণ অসম আৰু অসমীয়া শব্দকেইটাৰ উৎপত্তি চতুৰ্দশ শতিকাৰ পাছত হৈছে ৷ লিখিত ৰূপ বা লিপিৰ নামো কামৰূপীহে ৷
@Antaranga123
@Antaranga123 Ай бұрын
একমত। ময়ো সেই প্ৰশ্নটোৱেই কৰিছোঁ‌। অসম বুলি কোনো স্থানৰ অস্তিত্ব ২৪০০ বছৰ আগত নাছিল
@dhritirekhadas2757
@dhritirekhadas2757 Ай бұрын
​@@Antaranga123হয়
@科赫社區萬歲
@科赫社區萬歲 Ай бұрын
বিজেপিৰ মান ৰাখি ব্ক্তব্য ৰাখিচে যেন লগিছে
@dhritirekhadas2757
@dhritirekhadas2757 28 күн бұрын
@科赫社區萬歲 ইয়াত কোনো দলৰ কথা নাহে ৷ এইভূখণ্ডৰ প্ৰকৃত ইতিহাস নাজানিলে মনে মনে থাকক নহলে ইতিহাস পঢ়ক ৷ আন নালাগি 2011 প্ৰস্তুত কৰা অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ড খুচৰিলেই এইখিনি ইতিহাস পাব ৷ বাকী ইতিহাস গ্ৰন্থৰ কথা বাৰু নকলোৱেই ৷
@tulashinath379
@tulashinath379 Ай бұрын
প্ৰাচীন কামৰূপৰ সীমা তক্ষশিলাৰ পৰা বা্্লাদেশৰ ৰঙপুৰহৈ অসমৰ প্ৰাচীনতম ডিমাছাৰাজ্যৰ ডিমাপুৰলৈকে থকাৰ তথ্য অধ্যয়ন কৰি এই অঞ্চলৰ বুৰঞ্জী লিপিবদ্ধ কৰিব লাগে।
@Krishnasonowalkk9085Ks
@Krishnasonowalkk9085Ks Ай бұрын
ভাস্কৰ বৰদলৈ দেৱৰ লগতে পাথজ্যোতি বৰা দেৱলৈ বহুত বহুত ধন্য বাদ৷ আপোলোকৰ পৰা আকৌ এই অনুস্হান দ্বাৰা জানিবলৈ মন আছে অসমৰ অসমীয়া ভাষা লিখিত আৰু কথিত বেলেগ বেলেগ হয় ৷ কিন্ত ৰাজ্য খনৰ ৰাজনৈতাক প্ৰভাৱ ত প্ৰাণ পাইছে নেকি বাংলা ভাষাবোৰে ? অসমীয়া ভাষা কোৱা লোক অসমৰ কিছুমান জিলাত নগন্য৷ বাংলা ভাষা কোৱা লোক অধিক৷
@diganataboruah6897
@diganataboruah6897 Ай бұрын
ভাল ভাষা অসমীয়া
@jitensaikia-n1b
@jitensaikia-n1b Ай бұрын
বৰ ভাল লাগিছে অসমীয়া ভাষাৰ ইতিহাস বোৰ জানিব পাৰি।
@taradoi7957
@taradoi7957 Ай бұрын
মোৰ মনৰ দৃষ্টিৰে------------ যি কম সঁচা কম ।------------- ভুল অসমীয়া ভাষা সংস্কৃততকৈ পুৰণি নহয় । সংস্কৃত ভাষাক দেৱভাষা বুলি কোৱা হয় । পৃথিৱীৰ আদি ভাষা হৈছে সংস্কৃত ।হাজাৰ হাজাৰ বছৰ নহয় লাখ লাখ বছৰৰ হল সংস্কৃত ভাষা ।
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Taradoi toi jodhamurkh a nahoy pagol u. Toi prithit anei buja di nethakibi. Toi sayambhu Iswar Bamun r vori dhua pani khai khai manakhik Gulam hoi he abul tabul bokisa. Tuku kela mar bapere jaunakria kari he janma dise prakritik niom t 9 month 9 din. Manuh bikakhit huake bigyan koy. Manuhe lengta hoi u jiban japan karisil ajirpora 40 hajar basor agot. Manuhr magajur bikahei hol bigyan aru tarei cramabikakh hoi hoi aji ai prjai paise. Iyat kela kuni oisorik sakti uparwalar khel nai.
@rb7471-c9r
@rb7471-c9r Ай бұрын
@@taradoi7957 তই আকৌ ক'ৰ ওপৰৰ পৰা সৰি পৰা পন্ডিত ওলালি । জধামুৰ্খ তোৰ হাতত কিবা তথ্য প্ৰমাণ আছে নেকি যে সংস্কৃত ভাষা লাখ লাখ বছৰ পুৰণি ? ক'ৰ পৰা ওলাই অ' এইবোৰ অলগৰ্ধ পন্ডিত !!
@gmusic3678
@gmusic3678 Ай бұрын
Ak dom correct. Bises ogya jone aru study kora dorkar ase.
@runam9231
@runam9231 Ай бұрын
😂😂😂😂😂😂😂😂😂😂😂😂😂😂Andbbakt
@gmusic3678
@gmusic3678 Ай бұрын
Xosa kole Ahom bure beya beya kotha kuwa bahire aru ki kobo. Gome napai nijor je bhasa asil axomoyot. Ji ki nohok. Sangkrit atait koi puroni
@bolinkhataniar5821
@bolinkhataniar5821 Ай бұрын
এইটো এনেকৈয়ে ভবা হয় যেনকৈ কিছুমানে ইংৰাজী মাধ্যমত পঢ়ি(কিছু সাদৃশ্যৰ বাবে যোৰা লগোৱা হৈছে) অসমীয়া ভাষা নাজানো বুলি মন্তুব্য আগবঢ়ায় ।
@mintohazrika
@mintohazrika Ай бұрын
wow এনে নতুন গৱেষণা আগবঢ়াব লাগে ধন্যবাদ
@monicharubhadra3358
@monicharubhadra3358 Ай бұрын
বৰ্তমানৰ মান্য অসমীয়া ভাষাৰ মূল হৈছে কামৰূপী ৷
@bolinkhataniar5821
@bolinkhataniar5821 Ай бұрын
আৰু উজনি অসমীয়া আধুনিক ভাষাৰ বিষয়ে কি কব ডাঙৰীয়া।
@rupjyotisarma7434
@rupjyotisarma7434 Ай бұрын
News channel ত এইবোৰ আলোচনা খুব কম মানুহে চায়। কম মানুহে চালেও কিন্তু আপোনালোকে এনেধৰণৰ গুৰু গম্ভীৰ অনুষ্ঠান দি থাকিব।। আমি চাওঁ।বৰ ভাল পাওঁ। বহুত নজনা কথা শিকো।
@chowlengdonahom1105
@chowlengdonahom1105 Ай бұрын
Bamun konouj r porai oha jiman mediat tetu falileu
@suryakumarrajbongshi7772
@suryakumarrajbongshi7772 Ай бұрын
❤❤❤❤❤❤❤❤❤❤
@sorbocha484
@sorbocha484 Ай бұрын
​@chowlengdonahom1105 ৪২৩ চনত পুষ্যবৰ্মাই কামৰূপত বামুণক বসবাস কৰাইছিল তামৰ ফলিত লিখা আছে। বামুণ নাথাকিলে কাক দান দিলেহেঁতেন? বুৰঞ্জী কেইখনেই একমাত্ৰ ইতিহাস নহয়।
@Axomiyafact-e7d
@Axomiyafact-e7d Ай бұрын
​@@chowlengdonahom1105মানুহ আফ্ৰিকাৰ পৰা অহা কোনো গাজৰৰ নিচিনা মাটি ফুটি ওলোৱা নাই
@anupamsaikia8761
@anupamsaikia8761 Ай бұрын
​@@chowlengdonahom1105aru ulum gutro bur kor pora aha
@jnanendrasingha8398
@jnanendrasingha8398 Ай бұрын
অসমীয়া ভাষা কিয় মানুহৰ সকলো আদিম ভাষাই সংস্কৃত ভাষাতকৈ পুৰণি। সংস্কৃত মানে সংস্কাৰ কৰি লোৱা এটা ভাষা। সকলো ভাষাত কৈ বিশেষ ভাষা সৃষ্টি কৰি তাক সংস্কৃত ভাষা নাম দিয়া হৈছে।এই ভাষা কেৱল লিখিত ভাষা কথিত ভাষাত ব্যৱহাৰ হোৱাৰ প্ৰমাণ নাই ।
@konchenggogoi1392
@konchenggogoi1392 Ай бұрын
Yes
@KironPaira
@KironPaira Ай бұрын
The most puroni. He is right. Assamese language is not only spoken in the earth , but also in havean in was spoken in the golden age. It is not called Assamese, but Assamese language is call Debo Nagari Debo Nagari is the language spoken all over the world.
@anuragsaikia4913
@anuragsaikia4913 Ай бұрын
কলিতা সকলৰ ওপৰত আলোচনা কৰিব পাৰিলে কৰিব । 19:45
@tulashinath379
@tulashinath379 Ай бұрын
আহোম আৰু কোচ ৰজাৰ যুদ্ধৰ সময়ত লগুণ পিন্ধাই গৰুৰ ওপৰত ওঠাই পঠোৱা সৈনিক বিলাকৰ নিজৰ কুল নাইকীয়া হোৱাত কলিতা জাতিৰ সৃষ্টি হয়।
@SurajyotiHazarika
@SurajyotiHazarika Ай бұрын
We were always great but due to inferiority complex we always undermine us.
@dilipkumardas2065
@dilipkumardas2065 Ай бұрын
😢এই বিশ্লেষণ সমূহৰ কিতাপ আকাৰে প্ৰকাশ হলে আমাৰ দৰে পাঠক সকল উপকৃত হ'লহেতেন ।
@parthaprotim3597
@parthaprotim3597 19 күн бұрын
Bor sundor
@dieforMOMO
@dieforMOMO Ай бұрын
Dhanybad sir
@MohendraChangmai
@MohendraChangmai Ай бұрын
সত্য কথা, অসমীয়া ভাষাৰে ঠাল ঠেঙুলি
@Antaranga123
@Antaranga123 Ай бұрын
ধন্যবাদ, সুন্দৰ বিশ্লেষণ । কিন্তু এটা সন্দেহ থাকি গ'ল যে অসমীয়া বুলি কিয় ক'লে? কামৰূপী ভাষা কিয় নহ'ল?? কাৰণ ৫০০০ বৰ্ষ আগেয়ে অসম বুলি কোনো ভুমি নাছিল।
@madhusmritabaruahbarbora7493
@madhusmritabaruahbarbora7493 Ай бұрын
ৰুক্মিণীয়ে বেদনিধি নামৰ এজন বিপ্ৰৰ হাততেই কৃষ্ণলৈ পত্ৰ প্ৰেৰণ কৰিছিল। গতিকে দেখা যায়, কৌনজৰ পৰা কোনো ব্ৰাহ্মণ ইয়ালৈ পিছৰ কালত আহিলেও, আগৰ পৰাই কিছু ব্ৰাহ্মণ ইয়াত আছিল। আপোনাৰ গবেষণা আগ বাঢ়ি যাওঁক। 🙏
@Abhaypur12345
@Abhaypur12345 Ай бұрын
ৰামায়ন -মহাভাৰত সচাঁ কাহিনী নহয় অ কনৌজ কুৱৰী ।
@nakulsaikia6407
@nakulsaikia6407 Ай бұрын
ধন্যবাদ জনালোঁ
@digantakoch4894
@digantakoch4894 Ай бұрын
হয় টো প্ৰমান নহলে কেনেকৈ হব । 👍👍👍 আমাৰ বিহু হুচুৰি ত ৰামৈ ৰাম ভৰাই দিলে , যোৱা বছৰ কৰ্ৱাচত ভৰাই দিব চেষ্টা চলাইছিল ।
@MomiSarmah-r3k
@MomiSarmah-r3k Ай бұрын
Very good information
@DimpulBoruah-x6o
@DimpulBoruah-x6o Ай бұрын
Good
@DipankaSharma
@DipankaSharma Ай бұрын
Interesting eye opener analysis with proof. Fantastic. Superb.
@jeetsaikia-ff8qg
@jeetsaikia-ff8qg Ай бұрын
ভাস্বৰ বৰদলৈয়ে বহু কথা মুকলি কৰিছে ।❤❤❤❤
@mrigankarituofficial1299
@mrigankarituofficial1299 Ай бұрын
jai ai asom 🙏🙏
@pradipkalita6363
@pradipkalita6363 Ай бұрын
Bordoloi' Dev,k xeya jonalu , 🎉🎉🎉🎉🎉
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Pradip kalita toi tu khewa janabi a. Toi tu Bamunr litikai pakhana safa kora sakor he.
@sanatankalita9086
@sanatankalita9086 Ай бұрын
ইতিহাস নিজে সৃষ্টি হয়।লিখিবলৈ গ'লে বেমেজালি হয়।শংকৰদেৱ গুৰুজনাই কি ভাষাত বিদ্যা লাভ কৰিছিল?
@KalyanKumarBezbaruah
@KalyanKumarBezbaruah Ай бұрын
Bah .yahi huyeena baat. Bahut dhanyabad.
@prasantagogoi2529
@prasantagogoi2529 Ай бұрын
Alochanatu juktipurna hoise, bhal lagil. Ei bikhoyot aru gobekhonar proyojon ase. Mohabharatot ullekh thoka puroni kamrupkhon akhomot asil ne uttar pachim bharotot punjab-sindh anchalot asil hei kotha bhalkoi gobekhona korar proyojon ase. Matra abegot amar akhomotei asil buli kole mani lobo pora najai.
@pabitraborah3389
@pabitraborah3389 Ай бұрын
Brilliant Discussion
@ureshbora8416
@ureshbora8416 Ай бұрын
ভাল লাগিল ধন্যবাদ।
@pabinsarma2989
@pabinsarma2989 Ай бұрын
thank you so much
@nareshch.dasaisbceu8210
@nareshch.dasaisbceu8210 Ай бұрын
ধন্যবাদ ভাস্কৰ ভাইটিলৈ
@KalyanKumarBezbaruah
@KalyanKumarBezbaruah Ай бұрын
Compering is nice and impressive
@dilipk.bordoloi5758
@dilipk.bordoloi5758 Ай бұрын
আজিৰ পৰা প্ৰায় ৬০ বছৰৰ আগতেই মোৰ পৰম পুজনীয় শিক্ষাগুৰু ৺মানীক বৰগোহাঁই ছাৰ🎉ৰ পৰা এখন ' চকৰীফেটী বুৰঞ্জী' নামক অসম বুৰঞ্জীৰ কথা শুনিছিলো৷ তাত উল্লেখ আছে যে আহোম ৰজাই ৭ জন পুজাৰী ব্ৰাহ্মণ আৰু ৭ জন গণক ব্ৰাহ্মণ যুৱকক কনৌজৰ পৰাই আনি অসমত থাপিছিল ৷ তেওঁলোক যাতে আকৌ কনৌজলৈ উভতি নেযায় সেই কাৰণে আটাইকেইজনকে আহোম ছোৱালীৰ লগত বিবাহ কৰোৱায়ো দিছিল ৷ বৰ্তমানৰ বেছিভাগ ব্ৰাহ্মণ সেইসকলকে সন্তান সন্ততি বুলিব পাৰি ৷ সেয়ে এজনৰ গাতো একেবাৰে বিশুদ্ধ ব্ৰাহ্মণ ৰক্ত নাই ৷ আহোম ৰজাই সেইসকলক বৰপুজাৰী বৰঠাকুৰ বৰকাকতি বেজবৰুৱা বৰদলৈ বৰভাণ্ডাৰবৰুৱা আদি সন্মানিয় আৰু দ্বায়িত্বশীল কামতেই নিযুক্ত কৰিছিল ৷
@jim2465
@jim2465 Ай бұрын
আপুনি ভুলকৈ কৈছে।
@sorbocha484
@sorbocha484 Ай бұрын
আঐ দেহি।
@Holo999
@Holo999 Ай бұрын
কনৌজৰ পৰা কলিতা সকল আহিছিল। I am proud to be a Kalita.
@sorbocha484
@sorbocha484 Ай бұрын
ক'ত পাইছে? ক'ত লিখা আছে?
@sorbocha484
@sorbocha484 Ай бұрын
আমাৰ মানুহ হে ইয়াৰ পৰা গৈছে।
@rb7471-c9r
@rb7471-c9r Ай бұрын
এনেয়ে ক'লেই বিশ্বাস নকৰোঁ। তথ্যসহ প্ৰমাণ দিয়ক ।
@anupamsaikia8761
@anupamsaikia8761 Ай бұрын
​@@rb7471-c9rRight
@J_boruah.
@J_boruah. Ай бұрын
মূৰ্খ। কলিতা অসমৰ প্ৰাচীন অধিবাসী। পদ্মনাথ গোহাঞিবৰুৱাৰ অসম বুৰঞ্জী পঢ়িব গম পাব। নৰক, ভগদত্ত প্ৰাগজ্যোতিষৰ ৰজা সকল কলিতাৰ পূৰ্বপুৰুষ আছিল বুলি তেওঁ উল্লেখ কৰিছে। কালিৰাম মেধিৰ মতে অসম হৈছে কলিতা সকলৰ নিজা ভূ খণ্ড,অসমীয়া সভ্যতা মূলত কলিতা সভ্যতা। পিছত অসমলৈ প্ৰবজন কৰা জাতি সমূহে কলিতা সকলৰ সকলৰ পৰম্পৰা অনুসৰণ কৰে। কনৌজৰ পৰা কায়স্থ সকল আহিছিল। কায়স্থ আৰু কলিতা পূৰ্বতে বেলেগ আছিল যদিও পিছত কলিতা সকলৰ সংস্কৃতি গ্ৰহণ কৰাৰ বাবে বৃহৎ কলিতা জাতিৰ অংশ হৈ পৰিছিল। শঙ্কৰদেৱ,মাধৱদেৱ গুৰু দুজনা কায়স্থ আছিল আৰু তেওঁলোকৰ পূৰ্ব পুৰুষ কনৌজৰ পৰা অহা কিন্তু কলিতা সকল কানৌজৰ পৰা অহা নাছিল। কলিতা সকল প্ৰাচীন কালৰ পৰাই অসমত বাস কৰি আহিছে। মই কলিতা নহয় যদিও কলিতা সকলৰ বিষয়ে যথেষ্ট জ্ঞান আছে কিন্তু আপুনি কলিতা হৈও নিজৰ জাতিৰ বিষয়ে নাজানে। আপুনি চাগে কায়স্থ হয়, সেই কাৰণে তেনেকৈ কৈছে,কাৰণ কায়স্থ সকল অসমলৈ কনউজৰ পৰা অহা,কিন্তু কলিতা সকল অহা নাছিল। পিছে সকলোতকৈ ডাঙৰ কথা হল যে কায়স্থ সকল অসমলৈ আহোম সকলতকৈ আগত আহিছিল। আহোম সকল অসমলৈ অহাৰ আগলৈকে কায়স্থ সকলৰ এটা শাখা ভূঞা সকলৰ মধ্য অসমত নিজা ৰাজ্য আছিল।
@shuklagogoi3209
@shuklagogoi3209 Ай бұрын
Ekebare hosa kotha, kintu eta kotha kou je tamil vakhatkoi axomiya vakha ru purona, hunkale discover korib lage, Ram hita, krishno Rukmini vogodotto, Norokakhur, Baan roja, citrolekha, ukha hokolubur axomiya, tetiya r vakhatu axomiyai asil, mane axomiya hovyota hanskriti dhormo bharat r vitorot hokolutkoi purona eytu10000000000000000 % hosa kotha, moyu kom, axomiya eta mohan jati, Hankardeve u breehot axomiya jati gothon kora kothatu iyate ulai pore, ajir axomiyai nijoke sini pabor hol, apunaluk r ey group tut moyu humab bisaru, hekhot duyujonoloike bohut bohut dhonyobaad♥️♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏🙏
@kumudmazumdar8129
@kumudmazumdar8129 Ай бұрын
আপোনালোকক সোশৰীৰে কেনেকৈ লগ পাব পৰা যায় অনুগ্ৰহ কৰি জনাবচোন। আলোচনাৰ কথাবোৰ আৰু বহুতো কিবা কিবি লগ স‌ংযোগ কৰিব লগীয়া আছে। সেয়েহে লগ পালে ভাল হয়।
@kishorekumardas5159
@kishorekumardas5159 Ай бұрын
বৰদলৈ দেৱ, কিতাপ এখন লিখি উলুৱাৰ বৰ দৰকাৰ। আশা থাকিল।
@NothEastCreation
@NothEastCreation Ай бұрын
So interesting
@darshanandhereverythingbhu7996
@darshanandhereverythingbhu7996 Ай бұрын
Mahasay apunak kouti kouti namashkar🙏🙏
@rb7471-c9r
@rb7471-c9r Ай бұрын
@@darshanandhereverythingbhu7996 "কৌটি" নহয় হ'ব লাগে "কোটি" । কৌটি মানে প্ৰকাৰ আৰু কোটি মানে এশ লাখ । ধন্যবাদ।
@srgservicekar4525
@srgservicekar4525 Ай бұрын
Oldest language with script in the world.. Sanskrit and Tamil.. 🙏🙏
@Hmmn792
@Hmmn792 Ай бұрын
আৰ্য্য নামৰ কোনো জাতি কোনোদিনে নাছিল। আৰ্য্য মানে "উচ্চ চৰিত্ৰৰ ব্যক্তি" ই কোনো জাতিবাচক শব্দ নহয়। যি কোনো উচ্চ চৰিত্ৰ সম্পন্ন ব্যক্তিয়ে আৰ্য্য।
@Abhaypur12345
@Abhaypur12345 Ай бұрын
আৰ্য এটা বিদেশী জাতি ।নিজকে ভাৰতীয় বনাবলৈ বেদ ৰছনা কৰিছে ।
@TimetoFish1994
@TimetoFish1994 Ай бұрын
এইজনে কোৱা মতে, আৰ্য্য-মহাভাৰত-আৰ্য্যবৰ্ত্ত এইবোৰৰ মানে কোনো অস্তিত্ত্ব এ নাই ছোন😂 উত্তৰপুৱ আদিৰে পৰা বিভিন্ন মংগোলীয় জনগোষ্ঠীৰ ভুমি। আৰু অসমীয়া হ'ল আৰ্য্য ভাষা। ক'ৰ পৰা নতুনকৈ ওলাইছে এইজন মক্কেল।
@J_boruah.
@J_boruah. Ай бұрын
মংগোলীয় সকল মংগোলীয় দেশৰ পৰা অহা। মংগোলীয় দেশৰ পৰা চীন,তিব্বত আদি দেশত আহিল আৰু শেষত অসমত প্ৰবজন কৰে।
@konchenggogoi1392
@konchenggogoi1392 Ай бұрын
​@@J_boruah.মংগোলীয় মানে মংগোলীয় দেশৰ পৰা নহয় বোৰবক। মংগোলীয় দেশৰ পৰা অহা বোৰক মংগোলীয়ান বুলি কয়। বাকী গোটেই এছিয়ান মানুহখিনিক Mongoloid বুলি কয়
@hnd8030
@hnd8030 Ай бұрын
সকলো নাটক বিহাৰী, বঙালী​মাৰোৱাৰী ব্ৰাহ্মণ সকল যাক বৰ্তমান ভাৰত বুলি কৈ সকলো চুকে কোণে@@J_boruah.Isolated ঠাই বোৰত সোমাই মন্দিৰ মূৰ্তি নিৰ্মাণ কৰিছিল। যাতে অন্য মানুহে ভাবে হিন্দুৰ ইতিহাস বহুত বিশাল, বিকাশ
@tulashinath379
@tulashinath379 Ай бұрын
মহাভাৰত কালৰ কামৰূপৰ ৰজা ভগদত্তৰ শাসনকালৰ পিছতহে মঙ্গোলিয় সকলে তিব্বতৰ পৰা আসমলৈ প্ৰবজন কৰে।
@hnd8030
@hnd8030 Ай бұрын
@tulashinath379 আৰ্য সকল কৰ পৰা আহিছিলে সেই কথা তুমি জানান নাই?
@narayansarmah4951
@narayansarmah4951 Ай бұрын
এই বিশ্লেষণ সেই সকলে চাব লাগে যিসকলে অসমীয়া ভাষা ২০০ বছৰো পুৰণি নহয় বুলি কয়।
@rb7471-c9r
@rb7471-c9r Ай бұрын
@@narayansarmah4951 সেই সকলৰ ইমান মগজু নাই অ' ! গান গাব জানে আৰু টেটুৰ গুৰিলৈ মদ খাই পাগলামি কৰিব জানে ।
@Abhaypur12345
@Abhaypur12345 Ай бұрын
Newton and Einstein নো Brahmin বা কলিতা জনগোষ্ঠীৰ ।
@Nirmalkumarray2000
@Nirmalkumarray2000 Ай бұрын
"অসমীয়া ভাষা দুইশবছৰেই হোৱা নাই"--------জুবিন গাৰ্গ।।
@sorbocha484
@sorbocha484 Ай бұрын
মদাহীয়ে মদ খাই আল বাল বকে। গায়কহে, পণ্ডিত নহয়।
@surajkumarbarman4656
@surajkumarbarman4656 Ай бұрын
Andho bhokto hoi follow korile enekuwai gyan puwa jai....as a singer is good but shouldn't try to frame as a schooler.
@rb7471-c9r
@rb7471-c9r Ай бұрын
@@Nirmalkumarray2000 তেওঁ এজন গায়কহে । পন্ডিতটো নহয় ।
@anupamsaikia8761
@anupamsaikia8761 Ай бұрын
​@@rb7471-c9rkisuman murkhor karone ponditai nohoi, Bhagwaan
@gmusic3678
@gmusic3678 Ай бұрын
Jai Zubeen da. Guwa mahuh bur pandit koi kom nhoi. Ata duta nhoi bohut bhasat Zubeen dai gan gaise, gotike bhasa upor Zubeen dar knowledge ase. Ane kuwa nai. 1950 sonor asomiya movie bur sale gom pabi asomiya sunat kenekuwa asil. Lahe lahe dev hoi he aji roop paise.
@richimoy2962
@richimoy2962 Ай бұрын
তামিল আৰু সংস্কৃত ভাষা দুটাই আদি ভাষা বুলি জানো । আমাৰ ভাষাতো মহাভাৰতৰ যুগতে হৈছিল নেকি ? আপুনি দেখুন ৰামায়ণ মহাভাৰত নোহোৱা কৰি পেলালে । কি যে হ'ৱ !!!?
@rb7471-c9r
@rb7471-c9r Ай бұрын
তুমি পন্ডিত নে তেওঁ পন্ডিত ?
@sorbocha484
@sorbocha484 Ай бұрын
আপুনিও অধ্যয়ন কৰক।
@ajaymech5797
@ajaymech5797 Ай бұрын
Proman tu main ..proman napalei ramayan Mahabharat kot thakibo
@tulashinath379
@tulashinath379 Ай бұрын
কামৰূপ দেশৰ ৰজা ভগদত্তই মহাভাৰতৰ যুজঁত যুদ্ধ কৰিছিল। গতিকে অসমীয়া ভাষাৰ পৌৰাণিক ৰূপ কামৰূপৰ ভাষা ৰূপত আৰু প্ৰাগজ্যোতিষপুৰৰ ভাষা হিচাবে ৰামায়ণ কালৰ সমান পুৰণি।
@richimoy2962
@richimoy2962 Ай бұрын
ৰামায়ণ কাল কিমান হ'ল জানেনে ।
@surajkumarbarman4656
@surajkumarbarman4656 Ай бұрын
🙏🙏🙏🙏🙏
@abinashsaikia4892
@abinashsaikia4892 Ай бұрын
Axomiya bhakha puroni hobo pare kintu sanskritot koi puroni nahoi
@sorbocha484
@sorbocha484 Ай бұрын
Kune kot prothome koise enke?
@abinashsaikia4892
@abinashsaikia4892 Ай бұрын
@sorbocha484 sanskrit aru tamil besi puroni
@sorbocha484
@sorbocha484 Ай бұрын
@abinashsaikia4892 kele puroni.. Proman tu ki? Kiba proman ase karone he koise?
@abinashsaikia4892
@abinashsaikia4892 Ай бұрын
@@sorbocha484 puroni karon sanskrit aru tamilor puroni historical record ase atiya muk record nibisaribo karon moi archeological experts nahoi ,aru privage jane ai duta bhakha bohut puroni buli ,atiya hothate facts bilak ulta pukta kori assamese bhakhari aikaitat koiu puroni buli kole bisskhak koriboloi tan hoi.
@sorbocha484
@sorbocha484 Ай бұрын
@@abinashsaikia4892 teu tu odhyon kori he koise.. Apuni bisakh nkoribo.. Nijeu odhyon korok.. Teuk source bur bisarok.. Kot paise hudhok.. Facebook t pai jabo manuh jon.. Nam Bhaskar Bordoloi..
@ganeshsarma2321
@ganeshsarma2321 Ай бұрын
My doubt is who are the descendents of Bedanidhi who went to Dwarka to meet Sri Krishna as a messenger of Rukmini. I myself think as a discendent of Bednidhi and not a descendent of Brahims from Knnouj. Will be glad to be enlightened in this regard
@nirensonowal3100
@nirensonowal3100 Ай бұрын
কনৌজৰ পৰা নাহি ইয়াত মাটি ফুটি উলাল নেকি ? পৰিস্থিতি পৰ্যবেক্ষণ কৰি নিজৰ বুৰঞ্জী সলাবলৈ অপচেষ্টা কৰা দেখা গৈছে ৷
@nabakantakalita2853
@nabakantakalita2853 Ай бұрын
আমি ভাগ্যবান
@sanatankalita9086
@sanatankalita9086 Ай бұрын
ইতিহাস নিজে সৃষ্টি হয়।লিখিবলৈ গ'লে বেমেজালি হয়।
@phanidharthakuria588
@phanidharthakuria588 Ай бұрын
ষষ্ঠ শতিকাতে ডাক মহা পুরষ জন্ম হৈছিল কামরূপ রাজ্যত তেতিয়াই অসমিয়াত ডাকৰ বচন লিখিছিল
@gmusic3678
@gmusic3678 Ай бұрын
No doubt Ahom aru Axom mile. Axomot sab jati jonojatire nijor nijor bhasa ase. Ahom hokol 1200 sanot oha buli buronjit likhito ase. Tar agote Kachari hokolor tu kachari bakhai asil, atiyao ase. Gotike ahom hokole ahi axomiya kobo loisil jodi 1200 pora 2000 atiya loi 800 boxor hoise 🙏
@dkdk5486
@dkdk5486 Ай бұрын
Ahom bhakha tai asil.... Teuloke Assamese grohon krisil pisoloi
@uttambaraikbiblestudy973
@uttambaraikbiblestudy973 Ай бұрын
যীশু খ্ৰীষ্ট জন্ম হৈছিল 4 BC,, তাৰ পৰা হিচাপ কৰিলে,,জানিব পৰা যায়।
@MammaToy
@MammaToy Ай бұрын
অবিজ্ঞানসন্মত। আধুনিক অসমীয়া ভাষাটো আগৰ বহু ভাষাৰ মিহলি। আধুনিক অসমীয়া ভাষা বেছি পুৰণি নহয়। 🛑
@rb7471-c9r
@rb7471-c9r Ай бұрын
@@MammaToy আলোচনাটো ভালদৰে চাওঁক। বুজি পাব ।
@gmusic3678
@gmusic3678 Ай бұрын
Akhetor mote Nodir Pani xagorot najai, xagoror pora he nodi Pani ahise.
@Abhaypur12345
@Abhaypur12345 Ай бұрын
​@@rb7471-c9rBongal theory পঢ়িৰ দিন উকলিল । Only English .
@nilutpolsaikiaofficial7604
@nilutpolsaikiaofficial7604 Ай бұрын
বহুত সুন্দৰ ,ধন্যবাদ
@nandanmahanta8236
@nandanmahanta8236 Ай бұрын
Vaxr uja Hemchandra Baruah brahmim, Laxminath Bejbaruah brahmin, chandra dhar barauah brahimin assmt brahmin sakle bhut di goise kintu keitamsn maha murkhar history najanee ulta pulta kari tha je anki phukon u brahmin ase...
@aakashparanbaishya3068
@aakashparanbaishya3068 Ай бұрын
Jean-Baptiste Tavernier, a 17th-century French traveler and merchant, believed that the use of gunpowder in China originated in Assam..eitu uporot prakakh diye jaate
@raunakabbas6183
@raunakabbas6183 Ай бұрын
Oxomot khaar ba baarood or proyug pun prothom e tsutiya xokole korisile
@sorbocha484
@sorbocha484 Ай бұрын
True
@sorbocha484
@sorbocha484 Ай бұрын
​@@raunakabbas6183শুদ্ধ কথা
@TimetoFish1994
@TimetoFish1994 Ай бұрын
Newton-Einstein Axom re asil😂 Gun power 10th century t china t abiskar hoisil o goru.
@chinmoyphookan
@chinmoyphookan Ай бұрын
I am an Assamese and proud to be called an Assamese. The figures and explanation he has given are laughing stock material.
@ROHINIkrDas-fx1uu
@ROHINIkrDas-fx1uu Ай бұрын
ইমান দিনে পণ্ডিত সকলে দি থৈ যোৱা তথ্য বোৰ মিচা হ'ল !
@科赫社區萬歲
@科赫社區萬歲 Ай бұрын
২৪০০ বছৰ আগত আসামৰ জনমে লোৱা নাই আৰু অসমীয়া ভাষা আৰু পিছত হে গঠন হোৱা । এইজনে বহুত ভুল ভুল কথা কৈছে । যিবিলাক লিপি ৰ কথা কৈছে এইবোৰ অসমীয়াৰ নহয় । আৰু এটা ভুল কৈছে যে ভাৰতৰ লগত কোনো সমপৰ্ক নাছিল , তেওৰ ঐতিহাসিক জ্ঞানৰ অলপ অভাৱ দেখা গল । আজিৰ কামৰুপ আধুনিক কামৰুপ হে । ভাসকৰ বৰ্মাৰ ৰাজধানী আজিৰ দিনাজপুৰ- মালদা হে পৰে ।
@dkdk5486
@dkdk5486 Ай бұрын
He gavee proof with research....u r doing propaganda
@pypypnpn4077
@pypypnpn4077 Ай бұрын
নাথযোগী সকল কামৰূপী লিপি ভাষাৰ প্ৰাচীন কামৰূপৰ মূল হোতা কাণ্ডাৰী ।
@DibyajyotiNath-g7r
@DibyajyotiNath-g7r Ай бұрын
​@@neeldiarystudio3307কামৰূপৰ পুৰণি নাম যোগীহাতী আছিল
@pypypnpn4077
@pypypnpn4077 Ай бұрын
@@neeldiarystudio3307 (অসমীয়া)কামৰূপী ভাষা লিপিৰ প্ৰাচীন নিদৰ্শন চৰ্যাপদ ৰচোতাসকল সিদ্ধাচাৰ্য যোগী ঋষিমুনি সকল ।
@sorbocha484
@sorbocha484 Ай бұрын
সকলোৰে সমান অৱদান আছিল
@Abhaypur12345
@Abhaypur12345 Ай бұрын
​@@neeldiarystudio3307 Hindu bongal
@pypypnpn4077
@pypypnpn4077 Ай бұрын
@@sorbocha484 অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন চৰ্যাপদ ৰচোতাসকল নাথযোগীৰ সাধু সিদ্ধাচাৰ্য আছিল ।
@nitaichandraghosh1673
@nitaichandraghosh1673 Ай бұрын
I'm facing a new wave to re-think .....ONLY ON THE BASIS OF NON AVAILABILITY OF THE 3- DIMENSIONAL EVIDENCE MAY BE INFLUNCE TO TAKE A NEARLY FINAL THEORY OA AN UNSEEN PAST - FACT . However, such study/HYPOTHESIS We should HONOUR ....SELF was/ is & would be PROULD to feel A PART INSIDE THIS MAATTI(land) ..nityananda
@angshumanbhattacharya5742
@angshumanbhattacharya5742 Ай бұрын
Stop all these caste related talk-shows. Why are you trying to divide the Assamese Hindu society on the basis of caste? Are you not aware about the current population growth of Bangladeshi muslim in Assam? If you have that much courage, bravery, then start a talkshow about this thing.
@Denialliving
@Denialliving Ай бұрын
Caste is always prevalent in Assam. It’s just we try to hide it. Ki Likha , amar maanuh khini enekuwa nohoi etc. are usual colloquially used phrases. I have met so called Human born out of Brahma’s head that they don’t want to get Treatment from a Bodo Doctor cause they are Obhong & Ugraah. When a specific caste commits crime like rape he is defended amar maanuh nohoi saage enekuwa koribo nuware etc.
@konchenggogoi1392
@konchenggogoi1392 Ай бұрын
Assamese is not a religion based nation... Goru
@nilakumarsarma1726
@nilakumarsarma1726 Ай бұрын
অসমীয়া ভাষা বুলি কোনো ভাষা নাই।
@rohanchoudhury8043
@rohanchoudhury8043 Ай бұрын
Assam'r Kayastha bur Kannauj pora ahisil & Moi ajon Baro Bhuyan Kayastha & amaar purana family lineage tree aase Kayastha Bansha Mala khonot ..... Sri Sri Srimanta Sankardeva , Sri Madhavdeva , Sri Hari Dev , Ambika Giri Rai Choudhury , Biren Dutta , Anima Choudhury ai kejonman prasiddha Kayastha hoi
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Ай бұрын
সুন্দৰ তথ্য ভিত্তিক আলোচনা ।ভাল লাগিল বহুত নজনা কথা জানিলো
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Sanjay sharma tahot 2/3% monubadi brahmonbadi jatibadi jehadi a dekhr lagate Assam u rokhatole nili. Tahot prithibir vitarat ataitkoi maratmok khingkhatmok khontrukhbadi. 2 basor agote tur bongkhr 3 ta khontrukhbadi Sharma, Pandey mishrai agaraki mahilak kamakhya mondirar bahir t Boli disil. Tahote 10 basor age r pora Goru khao.
@Abhaypur12345
@Abhaypur12345 Ай бұрын
Brahmin and Kalita ৰ কথা মূৰ্খহে বিশ্বাস কৰে ।
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc Ай бұрын
@Abhaypur12345 আপুনি যদি আপোনাৰ ফালৰ পৰা কিবা গবেষনা কৰিছে ৰাইজক জনাওক।জানিব পাৰিম আছল সত্য কি?
@Shadow-1xyz
@Shadow-1xyz Ай бұрын
Tamil bure e mani noloi je sanskrit pura hoi buli... Karon solid evidence nai aru eta death language
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН