Night Super | সীমান্তত BSFৰ ওপৰত আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ। BSFৰ অস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা

  Рет қаралды 89,416

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 297
@dibakar7647
@dibakar7647 15 күн бұрын
অমাৰ মহানতা আৰু শান্তি এই আমাৰ দুৰ্বলতা গতিকে বাংলাদেশী দেখিলে আমি নিজেই এতিয়া গৰু পিতন দিবৰ হল
@RajaniSonowal-wd7xe
@RajaniSonowal-wd7xe 12 күн бұрын
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@KarunaSarma-q8z
@KarunaSarma-q8z 12 күн бұрын
Bsf জোৱান কেইজনৰ ৰাইফল নুফুটে নেকি।ইমান সহানুভূতিশীল হ'লে কেতিয়াবা জীৱন উচ্চৰ্গা কৰিব পাৰিব বাংলাদেশৰ হাতত।
@tulshiprasadborah9815
@tulshiprasadborah9815 15 күн бұрын
এনে পৰিস্থিতিত ও যদি BSF এ অস্ত্ৰ চলাব নোৱাৰে, তেন্তে, বন্দুক বোৰ কিয় দিয়া হৈছে।
@AchyuthazarikaAchyut
@AchyuthazarikaAchyut 15 күн бұрын
নোৱাৰে , কাৰণ 1993 চনত কানোন বনাই থৈছে কঙগ্যেছ চৰকাৰে
@rupamchutia2545
@rupamchutia2545 15 күн бұрын
কাম নাই এনে আইনৰ
@anjanasom-t4z
@anjanasom-t4z 15 күн бұрын
ঠিকেই কৈছে ​@@rupamchutia2545
@Prasantapegu-c5z
@Prasantapegu-c5z 15 күн бұрын
দাইৰেগ গুলিয়াই দিব লাগিছিল
@AchyuthazarikaAchyut
@AchyuthazarikaAchyut 15 күн бұрын
নোৱাৰে, 93চনত কানোন বনাই থৈছে কঙগ্যেছ।
@dharmendranarzary8685
@dharmendranarzary8685 15 күн бұрын
ULFA,NDFB hole guli marilheten😢​@@AchyuthazarikaAchyut
@AnuragSonowal-w4g
@AnuragSonowal-w4g 14 күн бұрын
​@@AchyuthazarikaAchyutAtiya sorkar kar sob hindu asy.. Bangladeshi to nai nhoi ..kio aku dal koribo..pora nai..2014 year pora hindu rastro bonai henu ...ajiloi bonBo nuwRile...aru nuware...😂😂😂Ane politics koribo karone faltu koi thake..
@poraggoswami1970
@poraggoswami1970 15 күн бұрын
ভাৰত বাসী হিছাপে এইটো এটা লজ্জাজনক বাতৰী।
@MERGOMNARZARY-k6j
@MERGOMNARZARY-k6j 14 күн бұрын
Bangladeshi.in.india. Sa.pud
@Immantu
@Immantu 15 күн бұрын
কাটাতাৰ কাটি পাৰহৈ আজি অসমখনক শেষ কৰিব লাগিছে এই ভিক্ষাৰী দেশৰ পোক বোৰে
@pranjalbaruah7034
@pranjalbaruah7034 15 күн бұрын
Right
@AnuragSonowal-w4g
@AnuragSonowal-w4g 14 күн бұрын
Miya howk hindu howk akhomot dekhile hol goru pitton dibo Lage Bangladeshi burok ebur ekei...
@gogoi12359
@gogoi12359 14 күн бұрын
অসমৰ পৰা বাংলাদেশী খালি কৰক।যতে দেশে তাতে গৰু পিতন দিয়ক। জয় আই অসম।জয় ভাৰত ❤
@dilipsaikia2179
@dilipsaikia2179 15 күн бұрын
বহুত মাৰাত্মক ঘটনা।ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে
@kamalboruah5431
@kamalboruah5431 15 күн бұрын
গুলীয়াই দিব লাগিছিল
@Jyotish152
@Jyotish152 15 күн бұрын
কলা আজি মই হবা লাকছিল তাৰে এটা নহয় এটা গেল হয় । পাছত জি হয় দেখা গ'ল হয় ।
@bhaitipegu4294
@bhaitipegu4294 15 күн бұрын
এনেই BSF সোপাক দৰমহা দি সীমান্তত ৰাখিছে,প্ৰতিদিনে বাংলাদেশী অনুপ্ৰৱেশ ঘটি আছে আৰু অনৈতিক কামবোৰ চলি আছে।
@GopuThapa-e2g
@GopuThapa-e2g 15 күн бұрын
ইণ্ডিয়ান আমী দিয়ক ইয়াত
@puspadhardowarah1932
@puspadhardowarah1932 14 күн бұрын
১৯৮৩ চনত বাংলাদেশীৰ সৈতে অসমীয়া বাংলাদেশীৰ যুদ্ধ হওতে চিআৰ পিয়ে আমাকে খেদি খেদি পিতিছিল!হয়তো তাৰেই পৰিণাম!
@PulinSewali
@PulinSewali 15 күн бұрын
আমাৰ দেশৰ সেনা জোৱানে মাত্ৰ trigger ত আঙুলি টোহে দি থাকে । সদা জাগ্ৰত , বাহঃ বাহ্ঃ ।
@angsumanraja3368
@angsumanraja3368 15 күн бұрын
ভালেই হৈছে। অসমীয়াই বাংলাদেশী খেদিবলৈ আন্দোলন কৰোতে আমাৰ অসমীয়া ল'ৰাক ভাৰতীয় সেনাই গুলীয়াই মাৰিছিল।আজিলৈকে সীমান্ত ছীল নহ'ল।
@mrmajuli8736
@mrmajuli8736 15 күн бұрын
বাকী কেইজনে কিয় ঠৰ লাগি চাই থাকিল? গেদা দুৰ্বৃত্তক গুলীয়াই গুলীয়াই মাৰিব লাগিছিল ।
@babulnath1081
@babulnath1081 14 күн бұрын
গুলীয়াই দিব লাগিছিল। ভাৰত মাতা কী জয়।
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 15 күн бұрын
ভিখাৰী বাংলাদেশী ক উচিত উওৰ দিয়ক।
@PriynkaBiswas-rx4ln
@PriynkaBiswas-rx4ln 15 күн бұрын
Take quick action from India
@pramoddeka8984
@pramoddeka8984 15 күн бұрын
বন্দুক বোৰ SBI ত জমা থলে 5 বছৰৰ পিছত double হব দেখোন।
@SuropSuroproy
@SuropSuroproy 15 күн бұрын
Right
@SuropSuroproy
@SuropSuroproy 15 күн бұрын
Guli dibo lage kela
@Immantu
@Immantu 15 күн бұрын
আকৌ বঙাল কাটা দিন আহিল
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 15 күн бұрын
মনে মনে বহি থাকি, সিহতৰ লাঠিৰ কোৱ খাই বহি থকা টোৱে আমাৰ BSF অৰ duty নেকি??
@UpenKalita-dx2cr
@UpenKalita-dx2cr 15 күн бұрын
ইয়াত ভাৰতৰ সৈনিকৰ একো উপাই নাই এইটো ভাৰত চৰকাৰৰ দুৰ্বলতাৰ প্ৰমাণ পোৱা গৈছে। আমাৰ ভাৰতৰ অত্যাধুনিক অস্ত্ৰৰ পৰ্দশণৰ কাৰণে ৰাখিছে যেন অনুভৱ হয়।
@DhirajDas-h2v
@DhirajDas-h2v 14 күн бұрын
বিদেশী বহিস্কাৰ আন্দোলনত অসমৰ ৮৬০ জন লোক শ্বহীদ হৈছিল ,হেজাৰ জন পংগু হৈছিল,কথা বোৰ মনত পৰে,বুকু হমহমাই যায় |
@puronpayeng7151
@puronpayeng7151 14 күн бұрын
লজ্জা জনক ঘটনা , উনিফ্ৰমট ও কতইবত থকা অৱস্থাত এনে অৱস্থা BSF ৰ 😮😮😮
@TilokGogoi-d3k
@TilokGogoi-d3k 14 күн бұрын
বাংলাদেশৰ সীমান্ত ছীল নকৰিলে এনেকুৱাই হব । ভাৰতে কেতিয়া শীক্ষা লব ।
@Mri770
@Mri770 15 күн бұрын
ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা কৰক।
@deepjyotidas5100
@deepjyotidas5100 15 күн бұрын
Rip indian bsf😢😢😢
@difulmoran9882
@difulmoran9882 15 күн бұрын
চাকৰি শেষ হলো হল হেতেন, মই BSF হোৱা হলে দাইৰেগ গুলি কৰি দিলোঁ হলে
@bimanborah-p1o
@bimanborah-p1o 15 күн бұрын
সুসৰাই আনিব লাগে ।আনি থানত ভৰাই লৈ লম্বা পিতন দি জেলত পথাই দিব লাগে । লাজৰ কথা একো কৰিব নোৱাৰিলে ।
@Monfoodlover
@Monfoodlover 15 күн бұрын
Laj paisu 😢
@JayPegu321
@JayPegu321 15 күн бұрын
দেশৰ বাবে বৰ লজ্জাজনক বিষয়...
@comadylegend8205
@comadylegend8205 15 күн бұрын
হাতত লৈ থকা কেইটা কাঠৰ পুতলা নেকি
@rubulsarma5869
@rubulsarma5869 15 күн бұрын
Dhikar Indian BSF
@bijugogoi9806
@bijugogoi9806 15 күн бұрын
toi abr duty kri sabi ki ki problem
@NibaranNath-bx4ee
@NibaranNath-bx4ee 15 күн бұрын
বাংলাদেশৰ বেচি সংখ্যক মানুহে চুৰি, ডকাইতি, তচকৰী আদি অপৰাধ কৰি ভাল পায়। BSF য়ে মানৱতাক শ্ৰদ্ধা কৰি কাকো গুলি মাৰা নাই। কিন্তু বাংলাদেশীয়ে মানবতাৰ, দিয়া, সহানুভুতি নুবুজে। তাতে ধিক্কাৰ দিয়া মানে আপুনিও এজন সিহঁতৰ দৰে অবুজ আৰু নিৰ্ণয়। হাতত বন্দুক থাকিলে নিজকে শক্তিশালী বুলি ভাবিব নাপায়। মানৱতাক কাম কৰিবলৈ দিয়ক। সেই কাম টো BSF য়ে কৰিছে।
@sumankarki12
@sumankarki12 15 күн бұрын
Bhai Tai gharat bahe comment falile nahai bujili
@pankajkumardey
@pankajkumardey 15 күн бұрын
Leura puwali Bangladesh ja
@shyamalsarmah5470
@shyamalsarmah5470 15 күн бұрын
Modi ji take strong action
@Satyaki1111
@Satyaki1111 15 күн бұрын
বন্দুক কিয় লৈ আছে সিহঁতে। কামেই নাই যেতিয়া।
@pamri6028
@pamri6028 15 күн бұрын
Guli ai dibo lagisil .........
@MkBoruha
@MkBoruha 15 күн бұрын
good decision so welcome ❤
@bhabengogoi4634
@bhabengogoi4634 15 күн бұрын
শুদ্ধ কথা কবলৈ গলে আমাৰ সেনা বাহিনীৰ বাতৰি বোৰ ছাই বৰ লাজ লগা যেন অনুভৱ হয় কেতিয়াবা মণিপুৰত কেতিয়াবা বাংলাদেশৰ সীমান্তত ,,মানে এইবোৰ কি ,অস্তিত্ব নাইকীয়া যেনেই লাগে,,,
@dinanathrajkhowa9042
@dinanathrajkhowa9042 15 күн бұрын
বাংলাদেশৰ সীমান্ত ত থকা সেনা জোৱান সকলক বদলি কৰিব লাগে।কিয় গুলি কৰা হোৱা নহ'ল?
@harunalrashid5642
@harunalrashid5642 15 күн бұрын
মুঠৰ ওপৰত বাংলাদেশ ভাৰতক ভয় নকৰে সৰু দেশ হ'লে কি হ'ব
@NibaranNath-bx4ee
@NibaranNath-bx4ee 15 күн бұрын
ভয় কাকো নকৰিবা। মানৱতাক শ্ৰদ্ধা কৰিব লাগে। ঈশ্বৰে জান্নাতি কৰিব।
@harichetry3357
@harichetry3357 15 күн бұрын
Bangladesh a bharat tak war hole jiki bo
@BenudhorGogoi-y7y
@BenudhorGogoi-y7y 15 күн бұрын
Bhalai hoise bsf burai tu poisa loi bharotoloi aheboloi dea.nohola assam or eman bangladasi kanakoi hol.bsf ok athu kohai petelau koboloi najanu.
@jenibathmsangma5277
@jenibathmsangma5277 15 күн бұрын
BSF always not ready in Border area.
@HappyKittens-oh7mp
@HappyKittens-oh7mp 15 күн бұрын
Incounter koribo lagisel .jai jawan
@UditSaikia-y2k
@UditSaikia-y2k 15 күн бұрын
Assam rifles juwan I like you best forces only second army position ranks GD soldiers duty rifleman 👌👌❤️❤️
@Diiip_Editz
@Diiip_Editz 15 күн бұрын
Tagra raho Dost
@khargeswarnath2624
@khargeswarnath2624 15 күн бұрын
শ্ৰমিকৰ পৰিয়ালৰ যদি যোগ্য লৰা ছোৱালীৰ থাকে তেনেহলে চাকৰি দিয়াটো ভাল দেখো নহলে আৰ্থিক সাহাৰ্য্য দিবলৈ কাতৰ অনুৰোধ থাকিল 😭😭😭🙏🙏🙏
@dhirajrabha1491
@dhirajrabha1491 15 күн бұрын
গুলীয়াই কিয় নিদিয়ে
@AchyuthazarikaAchyut
@AchyuthazarikaAchyut 15 күн бұрын
নোৱাৰে কাৰণ সদনত কানোন বনাই থৈছে 93চনত
@dhirajrabha1491
@dhirajrabha1491 12 күн бұрын
@@AchyuthazarikaAchyut 🥲
@Arabindasonowal-b5h
@Arabindasonowal-b5h 15 күн бұрын
দুটা জাতি মই শেষ কৰিম।
@TilokGogoi-d3k
@TilokGogoi-d3k 14 күн бұрын
ভাৰতৰ B S F আৰু সেনা হাঁহৰ ওপৰত শিয়াল ৰজা ।
@nibirbarman2947
@nibirbarman2947 15 күн бұрын
অসম আন্দোলনৰ চুক্তিৰ দিনত ভাৰত চৰকাৰক সকিয়াই দিছিল অসমৰ ৰাইজে ।সীমান্ত ত কাটা টাৰৰ বেৰ দিব লাগে ,কিন্ত ভাৰত চৰকাৰে কথাটো হালকা ভাবে লৈছিল। চন 1985 ।এতিয়া তাৰ ফল ভাৰত চৰকাৰে তাৰ ভুগিব লাগিব লাগিব
@assamfreefiregaming3124
@assamfreefiregaming3124 15 күн бұрын
Gun bur ki show koribole diye neki🤔🤔🤔 hihote jodi da dekhaise guli kori dim buli kobo lage
@upenchouhan8528
@upenchouhan8528 15 күн бұрын
Firing order dibo lage
@kalitamanab3008
@kalitamanab3008 15 күн бұрын
Good
@pradipkumardutta3575
@pradipkumardutta3575 14 күн бұрын
কোনে কেমেৰা কৰিছিল?মিছা যেন লাগিল ।যদি হয় তেন্তে কাৰ নিৰ্দেশৰ বাবে বাট চায় আছিল?প্রতিৰোধ কৰাটো BSF আছিল ।কোনেও গম পাব নালাগিছিল ।যি হয় হব,ভাৰতৰ শান্তিৰ বাবে BSF।
@NehoruRamday
@NehoruRamday 14 күн бұрын
ভাৰতৰ নৈতিক মৰি যাক নামাৰি ভাই।
@ShyamsundarNath-m4b
@ShyamsundarNath-m4b 15 күн бұрын
140cr population...kn2 bsf dekhsu brdrt 3and 4😊😊...
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 15 күн бұрын
এইটো সাধাৰণ ঘটনা বুলি এৰি দিলে BSF জবাই হৱ কেতিয়াবা।
@Miu89-y7c
@Miu89-y7c 15 күн бұрын
26 January aru 15 agust ot okol hatiur prodorson hoi.
@DijenSubadar
@DijenSubadar 13 күн бұрын
Bhukhmari Bangladeshi Ihotok Bujai Labh Nai Casless Bharat Online System Digital Bharat Hol Bohut Val Hoiseye Noholeye Ihotor RU Otopali Brahil Heten Jai Hind Jai Bharat 🙏🙏🙏
@bhaitipegu4294
@bhaitipegu4294 15 күн бұрын
লজ্জাজনক
@ChiranjeebDowarah
@ChiranjeebDowarah 15 күн бұрын
মুছলমান সকলৰ কমেণ্ট নাই যে আজি । মুছলমান BSF 60% বাংলাদেশৰ সীমাত নিযুক্তি দিব লাগে । তেতিয়া কিবা এটা হ'ব ।
@harichetry3357
@harichetry3357 15 күн бұрын
Bharat or manu hok guli mari bo aaru ki hobo
@Famt-sd8di
@Famt-sd8di 14 күн бұрын
বিএচফ এ গৰু পিতন নিদিলে কিয় ?
@manojkumarsarkar3377
@manojkumarsarkar3377 15 күн бұрын
গোটেই কেইটাক মাৰি পেলাব লাগিছিল কি কৰিছে
@dhrubajyotichakravarty5617
@dhrubajyotichakravarty5617 15 күн бұрын
আমাৰ BSF অক Arms amunition use কৰিবলৈ কিয় দিয়া নাই!!!!?????
@gogoi12359
@gogoi12359 14 күн бұрын
ভিক্ষাৰিক একো বিক্ৰী কৰিবলৈ দিব নালাগে।
@assamboy8564
@assamboy8564 15 күн бұрын
Police o Insal kora kota kt gal 😢
@mrshinmoi5380
@mrshinmoi5380 15 күн бұрын
আমার কেইটাই কি মেখেলা পরিধান করি আছিল নেকি
@skcreation5550
@skcreation5550 15 күн бұрын
Bsf কেইজনে আক্ৰমণ কাৰী সকলক দেখি বন্ধুক টোৱাই ৰাখিব লাগে পাৰিলে দুই এটা warning হিচাপে গুলিয়াব লাগিছিল ৷ দা লাঠি দেখি বন্ধুক লৈ কেইজনৰ এই অৱস্থা দেখি দেখবাসীয়ে কি ভাবিৱ ৷
@DamlinDuchok-rl9rt
@DamlinDuchok-rl9rt 15 күн бұрын
Mai,huhahale,guli,kakari,dilu,hale(biraj,dowarah=dhemaji)
@entertainmentmusic9446
@entertainmentmusic9446 15 күн бұрын
Diwali ahi ase
@jinturajbongshi5144
@jinturajbongshi5144 15 күн бұрын
বন্দুক কিহৰ বাবে আছে।
@AchyuthazarikaAchyut
@AchyuthazarikaAchyut 15 күн бұрын
গুলিয়াব নোৱাৰে কাৰণ,সদনত কানোন বনাই থৈছে 93চনত
@Champak_Barchung
@Champak_Barchung 15 күн бұрын
😂😂😂😂 🤣🤣🤣🤣🤣🤣🤣 Aku nkw de
@jyotishborah664
@jyotishborah664 15 күн бұрын
ইমান সাহস কত পালে ??
@sushilborah2861
@sushilborah2861 14 күн бұрын
100 pc sahi
@jagadishchray6661
@jagadishchray6661 14 күн бұрын
কাটা তাৰ নিদিয়ে কিয় ?
@SanilaMashahary
@SanilaMashahary 15 күн бұрын
Ei areat duty kora pouji bilakok karate kungfuo training dibo Lage.
@RaniRani-u5z
@RaniRani-u5z 15 күн бұрын
Dahereg guliyabo lagisil
@rjnmrn1234
@rjnmrn1234 14 күн бұрын
,অসমীয়াৰ ওপৰতহে পুলিচে বৰমতা দেখুৱাব পাৰে । বা‌ঙলাদেসিৰ কাৰনে হাগিমুতিথাকে
@AnuragSonowal-w4g
@AnuragSonowal-w4g 14 күн бұрын
Natoku hobo pare 2026 ahe asy to...🙏🙏
@timpalgogoi5251
@timpalgogoi5251 15 күн бұрын
গুলী চলাব কি দিয়া নাই গুলী চলাব দিযক
@PranjalBharali-t6d
@PranjalBharali-t6d 15 күн бұрын
Self for defense ot Tu nije guli salabo pare kio guli saluwa nai
@ankurnath1993
@ankurnath1993 14 күн бұрын
Si si..... Super power ai condition hole ki hobo... Laj lagise
@prabhatdas3675
@prabhatdas3675 15 күн бұрын
Why Ind Bangladesh border not seal till today
@tumonbaruah1
@tumonbaruah1 14 күн бұрын
ছেতৰ বিছএফ ৩ মাহৰ কাৰনে মোক দিয়ক মৰিলে মৰিম দেখাই দিম
@sanudaimary5813
@sanudaimary5813 14 күн бұрын
Jetia ahiba BSF t tetia koba. Jawan morile jai hind jai hind . Bohut rule thake thik ase bahiror pora anei kolei nohoi. BSF nijei Bangladesh r area t goi paise tat jai ki fire koribo nki.
@rajaelectricals4312
@rajaelectricals4312 15 күн бұрын
বি এচ এফ ৰ দুৰ্বলতা কত ?
@PrakashChangmai-w7u
@PrakashChangmai-w7u 15 күн бұрын
ভাৰতৰ গৃহ বিভাগ
@NayanDeka-u9u
@NayanDeka-u9u 15 күн бұрын
গুলিয়াই মাৰিব লাগে
@atultanti1597
@atultanti1597 14 күн бұрын
Anekoi selepu hoi thakile axom totha northeast or jonobiniyakh holai pelabo edin kijani,
@banjitchangmai4047
@banjitchangmai4047 15 күн бұрын
আৰু পাৰ আহিব দে,,, অসমত,, কলে বেয়া হয়
@AjoyGogoi-j4k
@AjoyGogoi-j4k 15 күн бұрын
Klaaaaaaa
@Jaiaiiaxom123
@Jaiaiiaxom123 15 күн бұрын
Nijor manuhe Peaceful Protest koriboloi gole kintu marile heten........hihotok kio mora nai
@mohansarania8130
@mohansarania8130 15 күн бұрын
মদ খাই শুই আছিল নেকি ? নে বাংলাদেশীক ভয় কৰে ? নে এনেই বন্দুকটো লৈ থাকে চলাৱ নাজানে নেকি ? সেই ঠাইত মই হৱ লাগিছিল মেগজিন শেষ নোহোৱা লৈকে বাংলাদেশীক ভাৰতৰ পাৱাৰ দেখুৱাই দিলো হয়।
@MofidulIslam-ox4vy
@MofidulIslam-ox4vy 15 күн бұрын
Shotout koribo lagisil
@jayantadas3028
@jayantadas3028 15 күн бұрын
Kunuba ahile direct guliabo lage
@AmirkhanBorodoli
@AmirkhanBorodoli 15 күн бұрын
Guli odar koridibo lage
@paritoshdas592
@paritoshdas592 15 күн бұрын
Besi koi saralata dekhuwatu kintu kapurushar lakshyan ....India Army need to take strict action against Bangladesh.
@NabajitDas-d1e
@NabajitDas-d1e 15 күн бұрын
Emidetly Action And 🔥🔥🔥🔥🔥 hona sahiye bordar sill hona sahiyee. Jai hind our B S F tiger 🐯🐯 BOY Sorkar fouz barado bangladesh bordar M Aur BS F ko free fire korne ki Izazzot do plz❤
@KrishnaKachari-h4b
@KrishnaKachari-h4b 15 күн бұрын
Ajiu borderor fanching ot bijuli,guli maribole adekh nai, pura borderot fanching nai,hihotok marile amar mabuh he fose,eyat k dukhar kotha aaru ki ase, borderor BSF aatorai diyai bhal
@BubulDeuri
@BubulDeuri 15 күн бұрын
বাংলাদেশী কেইটাক গুলিমাৰিব লাগিছিল
@bhaskarkalita1246
@bhaskarkalita1246 14 күн бұрын
Actually bsf fail...itbp k dibo lage
@mainidoley6223
@mainidoley6223 15 күн бұрын
Keneke guli kribo... Hihotor boundary t he humai goise tat goi guli marile kheli meli besi nhbo janu
@pradipdas1491
@pradipdas1491 15 күн бұрын
Ki hiotok bada divo laga line corse dricket shut kori dibo ligisil..ajai bsf sikka pala na..next time dricket shut out.Barat mata ki joy banda matram 🇮🇳🇮🇳🇮🇳
Жездуха 41-серия
36:26
Million Show
Рет қаралды 5 МЛН
Their Boat Engine Fell Off
0:13
Newsflare
Рет қаралды 15 МЛН
ССЫЛКА НА ИГРУ В КОММЕНТАХ #shorts
0:36
Паша Осадчий
Рет қаралды 8 МЛН
Singer Marmita Mitra of West Bengal have been banned in Assam!!!
6:46
Zonbai Media Official জোনবাই মেডিয়া অ'ফিচিয়েল।
Рет қаралды 25 М.