Рет қаралды 101,588
📌ভয়াৱহ বানৰ কলবত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পানীৰ তলত ৯৫টা বন শিবিৰ। আৱদ্ধ হৈ পৰিছে বিভিন্ন জীৱ-জন্তু। ওখ ঠাই বিচাৰি ৰাজপথলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যক্তিগত যান-বাহনৰ চলাচলতো বান্ধি দিয়া হৈছে নীতি-নিয়ম।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/