KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Vitali Das' Daughter for the FIRST-TIME || Mother's Day Special || Assamese PODCAST - 110
47:29
DY365ৰ ষ্টুডিঅ'ত ভিতালী দাসৰ কন্যাৰ কণ্ঠত মাতৃৰ জনপ্ৰিয় গীত || Sanglap || Bhitali Das's Daughter P-2
5:22
Қарғалардың анасы бар ма? | 1 серия | Сериал «QARGA 2» | КОНКУРС
41:02
Он ждал ДВА ГОДА, чтобы преподать наглецу УРОК СКРОМНОСТИ #shorts
01:00
VIP ACCESS
00:47
Little Coco was manipulated, and the kind-hearted Harley Quinn saved everyone #Joker #HarleyQuinn
00:57
১৪ এপ্ৰিলত আছুৰ মুকলি বিহুত অন্তিমবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পী ভিতালী দাসে
Рет қаралды 632,282
Facebook
Twitter
Жүктеу
1
Жазылу 3 МЛН
News Live
Күн бұрын
Пікірлер: 606
@rkdvlogs3428
3 жыл бұрын
শৈশৱটো ভিতালী বা আৰু জুবিন দাৰ দুয়োৰে বিহু গীত জুতিৰে পাৰ কৰিলোঁ,আচৰিত আৰু মৰ্মাহত হলোঁ ভিতালী বাৰ বিয়োগৰ বাতৰি পাই।এজন গুণমুগ্ধ হিচাপে ভিতালী বাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।😥😥
@alauddinahmed1669
3 жыл бұрын
ভিতালি বা মতেই আছে তাতে সুখেৰে থাকক। আলাউদ্দিন আহমেদ, খাৰশিঠা, মোহনবজাৰ। জিলা নলবাৰী
@niraj8221
3 жыл бұрын
ভিটালী বাইদেউৰ দৰে বিহু গাব পৰা দ্বিতীয় এগৰাকী গায়িকা হয়তো আৰু নোলাব । তেওঁৰ বিহুৰ কণ্ঠ সঁচাই God gifted... তেখেতৰ আত্মাৰ শান্তি বিছাৰিলো । 💐
@pranjaltamulimusical3617
3 жыл бұрын
হয়
@basisthaacharya6590
3 жыл бұрын
অসমীয়া জাতিৰ প্ৰাণ উচ্ছল কৰি তোলা এই গীতটো গাই তুমি আমাৰ মাজৰ পৰা আতৰি গুছি গ'লাগৈ। বৰ দুখ লাগিছে, জনমে জনমে তুমি আহি অসমী আইৰ কোলা শুৱনি কৰি গীত গাবাহি। তোমাৰ এই সুৱদী কণ্ঠ সদায় আমাৰ সমাজত অমৰ হৈ ৰব। 🙏🙏🙏
@umaraninath2530
3 жыл бұрын
বহুত বেয়া লাগিল 😭 তেখেতৰ বিদেহি আত্মাই চিৰ শান্তি লাভ কৰে যেন🙏🙏🙏
@dimpinath8461
3 жыл бұрын
Bht bea lagile xuni pelai Rip baa
@Harkhajit1000
3 жыл бұрын
ভিটালী বাইদেউৰ আত্মতৰ শান্তি পায় যেন🙏🙏😔🙏🙏😔
@jitumonidas329
3 жыл бұрын
খৱৰটো পাই মৰ্মাহত হলো।ভাষা নাই কি বুলি তেখেতক বিদায় জনাও।এনেকৈ বিহুৰ বতৰত যাৰ কণ্ঠত বিহুৰ মাদকতা পাইছিলো তেও এ আজি আমাৰ মাজৰ পৰা আতৰি গল।বা তোমাৰ আাত্মাই শান্তি পাওক অশ্ৰুসিক্ত নয়নেৰে তাকেই কামনা কৰিলো।
@sushilsaharia5160
3 жыл бұрын
অন্তিম বাৰৰ বাবে অন্তিম গীততিৰে বৰ ভাল কন্ঠৰ গায়ীকা লগতে সুন্দৰ মাৰ্জিত আচৰনৰ ভিতালী দাসক অসমৰ ৰাইজে অকালতে হেৰুৱালো
@bijoybora6181
3 жыл бұрын
ভিতালী বাৰআত্মাই সদগতি লাভ কৰক তাৰে কামনা কৰিলো
@phatiknandanrabha6679
3 жыл бұрын
তেখেতৰ কণ্ঠৰ চিৰসেউজীয়া গীতবোৰ শুনি থাকোতে আজি মনটো সেমেকি গল।তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।আধৰুৱা কাম বোৰ কৰি তেওঁক সদায় চিৰস্মৰণীয় কৰি তোলক অজস্ৰ গুণমুগ্ধই।
@monjitlahon3963
3 жыл бұрын
অসমৰ বিহু সঙ্গীত জগত খনৰ লতা মঙ্গেশকাৰ আছিল Vitali বাইদেউ 😭🌼🌼🕊️
@pritamroy12345
3 жыл бұрын
বহুত দুখ লাগিল কথাটো শুনি । আপোনাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক । তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
@dipshikhasarma6613
3 жыл бұрын
কেতিয়াও আশা কৰা নাছিলো এনেকুৱা এটা বাতৰি। তেখেতৰ আত্মাই শান্তি পাওক... বহুত বেছি miss কৰিম বা আপোনাক😢
@padumitalukdar6621
9 ай бұрын
চৰণেহে জানে মৰণৰ ঠাই।তেওঁ জনা নাছিল মৰণ আহিছে বুলি।যতে আছে শান্তিত থাকক।❤🎉🎉🎉🎉🎉
@JBaudio24
3 жыл бұрын
আকলুৱা মাতৰ গীত সমূহৰ যোগেৰে তেওঁ আমাৰ মাজত সদায় উজলি ৰ'ব! Miss u sooooooo much Vitali ba😥😥😭😭প্ৰতিটো ব'হাগ মূখৰিত হৈ ৰ'ব তোমাৰ কন্ঠেৰে 🙏🙏
@Luitporiyafoodifytraveltastic
3 жыл бұрын
ভিতালী বা ৰ অকাল মৃত্যুত বহু মৰ্মাহত হলোঁ। অসমৰ সংস্কৃতিক জগত খনৰ লগতে অসমবাসীৰ বাবে এটি অপুৰনীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰিলো। ॐ শান্তিঃ
@jaminidas1266
3 жыл бұрын
বাল্য কালৰ পৰাই বাইদেউৰ গীত শুনিছিলোঁ। জুবিন দা আৰু ভিতালি বাৰ সেই পুৰণি গীত বোৰ শুনি, আজিও নষ্টালজিক হৈ পৰো। তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ব্যক্ত কৰিছোঁ।।
@Bishalbaruah7889
3 жыл бұрын
বহুত দুখ লাগিছে, অসমবাসীৰ বাবে এক অপুৰণীয় ক্ষতি l. তেখেতৰ বিহু গীতবোৰ চিৰযুগমীয়া হৈ ৰব l জুবিন গাৰ্গৰ লগত গোৱা সেই... কিনো চাৱনিৰে চালা মোক ঐ, তই নাগিনী নে নগাচাঙৰ আদি অগনন গীত আমাক উপহাৰ দি গৈছে, তেওঁৰ গীতবোৰৰ মাজতে চিৰদিন অসমবাসীৰ বুকুত জীয়াই থাকিব l
@parthapratimdas8426
3 жыл бұрын
আজি মনত পৰিছে তুমি বিহু গোৱা মঞ্চত, আমি জপিয়াই জপিয়াই নাচো তলত ! কি যে এক অনাবিল আনন্দ ! আজি তুমি আমাক কন্দুৱাই গুচি গ'লা ভিটুবা !কবলে ভাষা নাই 😭😭😭😭 ! এগৰাকী শিল্পীৰ মৃত্যুুৱে জাতিটোৰেই এক অপুৰনিয় ক্ষতি কৰে ! তোমাৰ আত্মাই সৰগত বাঁহ লওঁক !
@santoshborah6757
3 жыл бұрын
বিহু বন্ধ কৰক । জীৱনৰ ঘোৰি নাহে বিহু আহিয়েই থাকিব । বহু দুঃখিত ।😭😭
@minakshikumaridekamorigaon1668
3 жыл бұрын
Thik kotha koise
@m..d5627
3 жыл бұрын
Right..
@Rjprakash2805
3 жыл бұрын
সচা কথা । বন্ধ হব লাগে। সংবাদ মাধ্যমেও প্ৰচাৰ বন্ধ কৰিব লাগে।
@dilipbiswas6046
3 жыл бұрын
মোৰ মতে বিশু বন্ধ কৰিব নালাগে ।S O P মানি কৰিব লাগে
@santoshborah6757
3 жыл бұрын
@@dilipbiswas6046 আপোনাৰ গাত বিহু কি লাগিয়ে আছে যেন লাগিছে । বিহু পাতিব মন কাৰ নাযায় বিহুত কৈ আপোনাৰ জীৱন সুৰু নহয় । কৰুনা যাব দিয়ক যিমান মন যায় সকলোৱে মিলি বিহু পাতিম ।
@kiritideka1080
3 жыл бұрын
ক'বলৈ গ'লে গীত গাই গাই ভিতালী বাইদেউ আমাৰ পৰা আঁতৰি গ'ল । এই যাত্ৰা অকাল যাত্ৰা ! বিহুৰ বতৰত আপোনাৰ সুৱদী কণ্ঠৰ যাদুৰ অভাৱ সদায় থাকিব ।
@rupalibhuyan8075
3 жыл бұрын
গাণটো শুনোতেই ফুপাই থকা যেন লাগিছিল। বহুত বেয়া লাগিল ।ওম শান্তি 🙏
@navarunmusical9830
3 жыл бұрын
প্ৰিয়ংকা ভৰালীয়ে চাই আছেনে নিউজটো?? তেওঁৰ এইবাৰ ৰাতিপুৱালৈকে অনুষ্ঠান কৰাৰ বৰ মন আছিল। কিয় ১১বজাতে সামৰিব লাগে মেডিয়াৰ আগত প্ৰশ্ন কৰিছিল।।
@pallabkalita3153
3 жыл бұрын
Priyanka ajoni faltu hoi....aji Bhitali ba amar majot nai....aya bohu dukhor kotha....bohut dukh paisu...priyankai aibur ki bujibo....tai kak ketia kenekoi Suma dibo lage seitu kintu bhal dore Jane...moi bhoi nokoru...karon sotyat thakile bhogobanoku bhoi nokoru...aru kun Priyanka....tair dusto soritror kotha amar bhal Dore jona ase....Bhitali baar bidehi atmai siroshanti paok...Om Shanti...
@rashukantadas9183
3 жыл бұрын
যিকোনো উৎসৱ অনুষ্ঠান আহি থাকিব: ::::কিন্তু :এটা অমূল্য জীৱন আমাৰ মাজৰ পৰা গুচি মাজৰ পৰা গুচি গ'ল ::::::সেয়া আমি কেতিয়াও ঘূৰাই নাপাম:::ভিতালী দাসৰ অকাল বিয়োগত অতিকে মৰ্মাহত হৈছো:::তেওৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।
@rekhadsarmah4287
3 жыл бұрын
ভিতালী তোমাৰ গান তোমাৰ দৰদী কন্ঠ সদায় সোঁৱৰণী হৈ আমাৰ মাজত থাকি যাব। নিষ্ঠুৰ নিয়তি য়ে তোমাক অকালতে আমাৰ মাজৰ পৰা লৈ গলেও তুমি আকাশৰ এটি উজ্জ্বল তৰা হৈ চিৰদিন জিলিকি থাকিবা।
@jaanboruah8680
3 жыл бұрын
খবৰটো পাই বহুত বেয়া লাগিছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক । ভিতালী বাৰ অবিহনে জানমণিৰ বিহু গীত কেইটাও আজিৰ পৰা আধৰুৱা হৈ ৰব । যাৰ কন্ঠই জানমণিক চিৰসেউজ কৰি ৰাখিছিল । জুবিন দা আৰু ভিতলী বাৰ কন্ঠত জানমণিৰ বিহু গীত কেইটাইও প্ৰাণ পাই উঠে । যাৰ উচ্চ কন্ঠত প্ৰতিটো গীতত নতুন মাদকতা দিয়ে সেইগৰাকীয়ে আছিল ভিতালী দাস বা ।
@Rupnayan135
3 жыл бұрын
বুকুখন কপি উঠিল তোমাৰ আকস্মিক বিয়োগৰ বাতৰি পাই।বিহুতলী কপাই তোলা ভিতালী জনী আমাক এৰি গুছি গলা।দুৰৰ পৰা তোমাক এটি সেৱা জনালো ভিতালি🙏 তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো🙏🙏🙏
@pragjotishpurbapan6308
3 жыл бұрын
ভিতালী দাস ৰ বিহু মোৰ শৈশৱৰ আবেগ শ্ৰদ্ধাঞ্জলি বা বংগভাষী মই ভালপাওঁ বিহু ৰঙালী আজি হতাশ কৰোনাৰ কৰাল গ্ৰাসত বিশ্ব হেতালি নেখেলিৱ ৰাইজ সতৰ্ক হওঁক
@dimpiranisarma451
3 жыл бұрын
তেওঁৰ কণ্ঠত যাদু আছে।তেওঁৰ বিদেহ আত্মাই শান্তি পাওক।
@chinmoywailung2418
3 жыл бұрын
So sad news, best female Bihu singer of Assam ❤️❤️RIP
@babeeboruah2088
3 жыл бұрын
বিদেহী আত্মা ৰ সদগতি কামনা কৰিলোঁ লগতে পৰিয়াললৈ সমবেদনা জনালোঁ ।
@bituldowarah6336
3 жыл бұрын
প্ৰথম গীত শুনিবলৈ লোৱা দিনৰ পৰাই মই ভিতালি বাৰ গীত শুনি আহিছোঁ।।।তেওঁৰ কণ্ঠ এতিয়াও মোৰ কাণত ।।যিমানবোৰ বিহু গান মই ইতিমধ্যে শুনিছোঁ তাৰ সৰহ সংখ্যক গীতত কণ্ঠদান নিগৰাইছে ভিতালি বায়ে।।বিহু যেন তেওঁৰ মাততহে প্ৰাণ পাই উঠে।।।তেওঁৰ বিদায়ত আজি মৰ্মাহত।।।তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।।।তাৰেই কামনাৰে।।।।।
@buliborah5758
3 жыл бұрын
কোনো ভাষা নাই😭😭😭😭🙏🙏
@purabidas7130
3 жыл бұрын
গানটো শুনি মনটোত বেচি দুখ পালো ভিতালী বা...R.I.P. বা
@asen8165
3 жыл бұрын
বহুত বেয়া লাগিছে। তেওঁৰ গান সদায় শুনি থাকিম। RIP
@monujhazrika4189
3 жыл бұрын
বহুত দুখ লাগিছে আপোনাৰ চিৰ শান্তি কামনা কৰিলো
@pallab884
3 жыл бұрын
বাইদেউ ৰ আত্মাই যাতে চিৰ শান্তী লাভ কৰে তাৰে কামনা কৰিলো..😞😞🙏🙏🌼🌺
@patkainews4519
3 жыл бұрын
অতি দুখৰ খবৰ আমাৰ বাবে
@manjulpathak4182
3 жыл бұрын
আমাৰ ৰাজনৈতিক নেতা বোৰ কেতিয়া মৰিব? ইহঁত বোৰ মৰিলেহে ভিতালী বাক শ্ৰদ্ধাঞ্জলি জনাম
@ANARULISLAM-rz4bq
2 ай бұрын
ভাটালী বাইদেউৰ আত্মতৰ শান্তি পায় যেন 😢😢
@manalishadas2421
3 жыл бұрын
খবৰটো শুনি বহুত দুখ পাইছো 😢 তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো 😢😢🙏🙏 .. we miss you mam❤
@sehnazahmed4923
3 жыл бұрын
বহল মনর দরদি কন্ঠর গাযিকা গরকীক হেরুবাই বর মর্মাহত হলো । তেখেতর বিদেহী আত্মার শান্তি কামনা করি ভগবানর ওচরত প্রার্থ্না করিলো ।
@bidyutdekavlogs7695
3 жыл бұрын
বহুত দুখ প্ৰকাশ কৰিছোঁ । তেখেতৰ বিদেশী আত্মাৰ শান্তিৰ কামনা কৰিলো।🙏🙏🙏
@mintudas404
3 жыл бұрын
বহুত বেয়া লাগিল বাইদেউ খবৰটো পাই তেখেত আত্মাই চিৰ শান্তি লাভ কৰক 😭😭😭😭😭😭
@debapriyomusical.7417
3 жыл бұрын
অসমীয়া সংগীতজগতৰ এগৰাকী বিশিষ্ট বলিষ্ঠ কণ্ঠশিল্পী আমি হেৰুৱাই দিলোঁ 😭
@kbhassam4066
3 жыл бұрын
Bhagawanok xewa jonaisu . Vitali baideu Jen akow Janam loi . Vitali baideur jadukori kanthoi aru Jen jonom loi .apunar atmai xanti lav korok. Apunar smriti Amar xomajot jiai thaki amar projonmo apunar dore ejon Xu nagorik hoi .
@ankitaborah3072
3 жыл бұрын
তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক🙏। আজি তোমাৰ বিদাই বেলাত ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা। তোমাৰ গীতৰ লগতে তোমাৰ শেষ বাক্য কেইটা আজিও কাণত বাজি আছে,😭😭😭। ওম শান্তি🙏
@montusaikia9966
3 жыл бұрын
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏🙏
@krishnahazarika6391
Жыл бұрын
Bahut dukh lagil.... Vitali ba ni bisakh nahoi...eman hundor kantho nulabo ketiao 🙏
@pabitratamuly8982
3 жыл бұрын
বহুত বেয়া লাগিল। সজাগ হওক ৰাইজ।
@hemantasensuwa4435
3 жыл бұрын
ভিতালী বা ৰ বিদেশী আত্মা ই যেন সদগতি লাভ কৰে 😥
@roypallabkumar
3 жыл бұрын
বিদেশী নে বিদেহী কোনটো?
@hemantasensuwa4435
3 жыл бұрын
@@roypallabkumar sorry... Spelling Tu vul hoi gol.... Bidehi hobo lagisil....
@roypallabkumar
3 жыл бұрын
একো নাই এডিট কৰি দিয়ক ডাঙৰীয়া ।
@rulizxz9901
3 жыл бұрын
Xosake bohut dukh lagise kotha 2 gom pai😭😭😭Teur aatmai siro xanti pauk🙏🙏
@farmingasjeevika763
3 жыл бұрын
বহুত দুখৰ খবৰ, তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, ওঁম শান্তি😭
@pranjoldutta7038
3 жыл бұрын
কিযে মনোৰম গীত বাঃ সুন্দৰ 💕 বা আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক ❤️
@purabidas2186
3 жыл бұрын
তেখেতৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিছো...🙏🙏🙏....ওম শান্তি...
@niranjanaraj5300
3 жыл бұрын
খবৰটো শুনি মনটো ভাগৰি পৰিছে । ভিটালী বা আপুনি আমাৰ পৰা আঁতৰি গ'লেও আপুনি আমাৰ মনৰ মাজত সদায়ে জিলিকি থাকিব । আপোনাৰ আত্মাই যেন শান্তি পায় তাৰেই কামনা কৰিলো ।
@purnimaboroo3583
3 жыл бұрын
Khoborto pai bohut duk paisu 😭😭😭 tekhetor atmai sirohanti lave korok 🙏🙏🙏🙏
@janmonidutta9276
3 жыл бұрын
Ati dukhor khbor amar babe bhut hundor kontho herai gol amar major pora 😭😭😭😭😭😭
@dipabharali1115
3 жыл бұрын
ভিতালী বাৰ গান শুনিলে শুনি থাকিবলৈ মন যায়
@axonkowshikgamer613
3 жыл бұрын
ভিতালী বা তুমি সদায় আমাৰ মাজত জিয়াই থাকিবা । তুমাৰ গীত বোৰ আমাৰ মাজত সদায় অমৰ হৈ ৰব । তুমি যতে আছা আমাৰ প্ৰতি সু দৃষ্টি দিবা । তোমাৰ আত্মাই চিৰ শান্তি পাওক
@rabingogoi4636
3 жыл бұрын
অকল কৰ'না কৰ'না বুলি মিছাকে বাতৰি পৰিবেশন নকৰিব প্লীজ । ভিতালী বা বৰআত্মাই সদগতি লাক কৰক যেন তাকে কামনা কৰিলো ।
@mashemunda2745
3 жыл бұрын
Aapuni ki bujabo bisarise..apunar murt rajniti etiyao aku loga nai n..mori jaok apunar nisina manuh..
@funnycomedyvideos4558
3 жыл бұрын
বহুত দুখ লাগিছে,তেখেতৰ আত্মাৰ শান্তি কামনা কৰিলোঁ
@pranjitdeka7452
3 жыл бұрын
Eman dhunia mat 2 aji kot herai gol ....miss u ba
@nitulsaikia7659
3 жыл бұрын
মনত দুখ লাগিল । তেওঁ আত্মাই শান্তি পাওক ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ ।
@sewaligohain5043
3 жыл бұрын
বিদেহী আত্মাৰ সদগতিৰ কামনা কৰিলো🙏🙏🙏
@rupakhazarika9010
3 жыл бұрын
যাদুকৰী কণ্ঠৰ গৰাকী ভিতালী বাৰ আত্মাই সদগতি লাভ কৰক।🙏🙏
@Hazarika-oe7fp
3 жыл бұрын
আপোনাৰ পৰম আত্মাই চিৰশান্তি লাভ কৰক বাইদেউ 🙏🏻❤️
@bhargabdas6848
3 жыл бұрын
ভিতালী বা আত্মাৰ সদগতি কামনা কৰিলো নেদেখা জনৰ ওচৰত।
@taralikeot7017
3 жыл бұрын
Bohut bea lagisil baideu apuner atmai santi pauk RIP
@kishorbiswakarma2464
3 жыл бұрын
love you vitali ba ❤️❤️❤️❤️❤️❤️❤️❤️ ,
@manuarahazarika3510
3 жыл бұрын
মৃত্যু এনেকৈয়ে আহে। তেখেতৰ বিদেহী আত্মা সদগতি কামনা করিলো।
@DSqrtda
3 жыл бұрын
চিৰ যুগমীয়া কৰি ৰাখিম, আপোনাৰ এই সৃষ্টি।
@babu.kalita2014
3 жыл бұрын
ভিটালী বা আৰু নাই। অপূৰণীয় ক্ষতি অসমীয়া সংগীত জগতৰ । ঔম শান্তি🙏🙏🙏
@Nirmalkumarray2000
3 жыл бұрын
বহুত দূখ লাগিল।
@rekhasaikia7336
3 жыл бұрын
বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক এইয়াই ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা 🙏🙏🙏🙏🙏🙏🙏
@akhilbhoirabofficial5454
3 жыл бұрын
ভিতালী বা 🙏😥😥😥😥
@fankeygohain9740
3 жыл бұрын
😭😭bohut dhukh paisu....
@i.simon0
3 жыл бұрын
😭😭he bhogoban apuni teok jote rakhe bhal dore khukhere rahkibo please 🙏🙏🙏🙏😭😭
@dipankarchangmaiaxom1299
3 жыл бұрын
জানমণি বুলি ক'লে ভিতালী বা ৰ কন্ঠলৈ বৰকৈ মনত পৰিব
@mamonscreator9939
3 жыл бұрын
বৰ দুখ লাগিল। গানটো শুনি চকুপানী ৰাখিব নোৱাৰিলো।
@kananbhuyanhazarika114
3 жыл бұрын
ভিতালী দাস ৰ আত্মাই শান্তি লাভ কৰক । ওম শান্তি
@bananisarma1636
3 жыл бұрын
তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো
@mondirabezborah9457
3 жыл бұрын
Veetali Ba ! biddehi aatmai jen hodgoti pawk .🙏🙏🙏
@dhrubajyotiborah5060
3 жыл бұрын
বাইদেউ আত্মাই চির শান্তি লাভ করক
@barnalidebi2897
3 жыл бұрын
আপোনাৰ বিহু গান ময় খুব ভাল পাও আজি আপোনাৰ বিয়োগৰ খবৰ পায় দুখ পালো
@cricketupdatestoday7964
3 жыл бұрын
God bless you Vitali baido.
@itsmedipon8370
3 жыл бұрын
তেওঁৰ আত্মাই শান্তি পাওঁক💞💞💞💞😢😢😢😢
@billalmixton570
3 жыл бұрын
Bohut Dukh lagil khobor to huni
@dimpideka5660
3 жыл бұрын
Bhut dukh palu xuni....😥😥😥RIP...😭😭😭
@basumatigorh1828
3 жыл бұрын
Bidehi atmer sadgoti kamona korilu🙏🙏🙏
@mrinalkalita1487
3 жыл бұрын
Rip😭😭...jot ase vale thakok...apuni xadai amor hoi rbo apunar xhristire..
@dhrubachoudhury8030
3 жыл бұрын
🙏🙏🙏Om shanti.
@bindassbitupon_official
3 жыл бұрын
Xosai,... bhobai nasilu ....... i am unespected
@mamatakhanam5320
3 жыл бұрын
Ufffff... Bor dhukh palo o kbr tu paai!! RIP vitali baa... Jotai thaka hukhot thka
@smritiboruah7138
3 жыл бұрын
তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ
@animapatar5572
3 жыл бұрын
Om.shanti🙏🙏🙏
@probinbora3830
3 жыл бұрын
Good beles you thank s
@rihansaikia6243
3 жыл бұрын
Today we all Assamese people had lost an idle of Assamese culture ...So sad ...May God bless Bhitali baa...in Heaven ...
@pkbhai9665
3 жыл бұрын
RIP BA amer axomr aigoraki bikhisto khilpi loi ami amar mont khodai thakibo 🥺❤️❤️
@angeltasmin3297
3 жыл бұрын
ai.....hei...... axom bakhir babe bohut dukhor khobor gutei axom bakhi a agoraki hu prokhiddho mohan jonopriyo kontho hilpik heruai bor dukh paisu tekhetor atmai jate siro hanti lav korok tarei kamona korilu 🙏🙏🙏
@jinakumarigogoi990
3 жыл бұрын
ভিতালী বা বিদেশী আত্মাই চিৰশান্তি পাওক বহুত বেয়া লাগিল
@digantasaikia394
3 жыл бұрын
তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো।
47:29
Vitali Das' Daughter for the FIRST-TIME || Mother's Day Special || Assamese PODCAST - 110
UNTOLD by Aboyob Bhuyan
Рет қаралды 157 М.
5:22
DY365ৰ ষ্টুডিঅ'ত ভিতালী দাসৰ কন্যাৰ কণ্ঠত মাতৃৰ জনপ্ৰিয় গীত || Sanglap || Bhitali Das's Daughter P-2
DY365
Рет қаралды 257 М.
41:02
Қарғалардың анасы бар ма? | 1 серия | Сериал «QARGA 2» | КОНКУРС
OMIR
Рет қаралды 1,4 МЛН
01:00
Он ждал ДВА ГОДА, чтобы преподать наглецу УРОК СКРОМНОСТИ #shorts
BalcevMMA_BOXING
Рет қаралды 10 МЛН
00:47
VIP ACCESS
Natan por Aí
Рет қаралды 30 МЛН
00:57
Little Coco was manipulated, and the kind-hearted Harley Quinn saved everyone #Joker #HarleyQuinn
超人夫妇
Рет қаралды 60 МЛН
5:12
আকৌ আৰম্ভ হৈছে নগাৰ আগ্ৰাসন, উত্তপ্ত পৰিস্থিতি
DA News Plus
Рет қаралды 126
12:15
অৱশেষত ককা আইতাৰ বিয়া ❤️❤️ সম্পূৰ্ণ অসমীয়া ৰীতি নীতিৰে বিয়া সম্পন্ন, চাওঁক বিশেষ বিয়াখন
Mayur Mix Assamese
Рет қаралды 10 М.
7:48
অকলশৰীয়া হ'ল সংগীতশিল্পী কমলিকা কাশ্যপ
News Live
Рет қаралды 196 М.
4:14
Kamalika Kashyap News: মাতৃৰ পাছত পিতৃকো অকালতে হেৰুৱালে কমলিকাই
ND24
Рет қаралды 174 М.
1:09:05
৩০ অক্টোবৰৰ বোমা বিস্ফোৰণ ৰোধ কৰিব নোৱাৰাটো মোৰ কৰ্মজীৱনৰ ডাঙৰ বিফলতা
News Live
Рет қаралды 3,4 М.
4:29
অসমৰ প্ৰয়াত সংগীত শিল্পী ভিতালী দাসক সুঁৱৰি কান্দি উঠিল জুবলি
ND24
Рет қаралды 188 М.
11:20
DY365ৰ ষ্টুডিঅ'ত ভিতালী দাসৰ কন্যাৰ কণ্ঠত মাতৃৰ জনপ্ৰিয় গীত || Sanglap || Bhitali Das's Daughter P-4
DY365
Рет қаралды 422 М.
1:04:39
ৰাজীৱ শদিয়াৰ প্রতি বিশেষ শ্রদ্ধাৰ্ঘ...মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
Рет қаралды 127 М.
17:17
কমলিকা কাশ্যপৰ সংগীতৰ লগতে বৰষাৰাণী বিহু নাচ || লতাশিল বিহু মঞ্চত এই পৰিবেশ | Kamolika Live Show
SK JUBAHOMAJ🙏
Рет қаралды 472 М.
7:31
শিৱসাগৰৰ ঐতিহাসিক পুখুৰীত অবৈধ দেৱাল নিৰ্মাণক লৈ উত্তেজনা!
NorthEast Now
Рет қаралды 7 М.
41:02
Қарғалардың анасы бар ма? | 1 серия | Сериал «QARGA 2» | КОНКУРС
OMIR
Рет қаралды 1,4 МЛН