খিলঞ্জীয়া হিন্দু-মুছলমানৰ মুখেৰে শুনক কেনেকৈ বাংলাদেশীয়ে অবৈধ দখল চলাইছে খিলঞ্জীয়াৰ ভূমি

  Рет қаралды 432,289

News Live

News Live

Күн бұрын

Пікірлер: 362
@s.a5895
@s.a5895 2 жыл бұрын
মুখ্যমন্ত্ৰী চাৰক ধন্যবাদ দিছো কমছেকম তেওঁ আমাৰ খিলঞ্জীয়া মুছলমান সকলক সন্মান দিছে । আমাক এতা নিজা পৰিচয় দিছে " অসমীয়া খিলঞ্জীয়া মুছলমান " বুলি । নহলে আগৰ চৰকাৰৰ দিনত আমাক বাংলাদেশী মুছলমান সকলৰ লগত একে শাৰিত ৰাখিছিল । ধন্যবাদ চাৰ , চৰকাৰ যি দলৰে নহক কিয় আমি কিন্তু আপুনাক সদায় অসমৰ মুখ্যমন্ত্ৰী হৈ থকাতো বিছাৰো । জয় আই অসম ।
@RanjanDas-sr8nq
@RanjanDas-sr8nq 2 жыл бұрын
Hy amar Assamese musalmaan bolakak surakhit korib lage
@RajuAhmed-kv8op
@RajuAhmed-kv8op 2 жыл бұрын
@@RanjanDas-sr8nq You are righ....🙏
@RanjanDas-sr8nq
@RanjanDas-sr8nq 2 жыл бұрын
Kintu bro xankale amar khilanjiya muslim bilakok ata korib lage
@eyakubali336
@eyakubali336 Ай бұрын
Aamar Honmaniyo. Sivasagar Dibrugarh . Tinisukia . Jorhat NGaon Borpeta Kamrup Dukhon. . Baki. Hokoluwe. District. Aak Gut. Hoi. 600 Six. Handred. Bigha. Mati. Be. Dokholi. Hator. Pora ..wliyai Anibor. Babe. ❤ ANURUDH Jonalu ..Nidisto .Tarikh. Jonale. Aami w. JAM ....Joy Aai. Akhom .Akhomor. Khilonjiya. ZINDABAD. ...
@alberteinstein3476
@alberteinstein3476 2 жыл бұрын
সম্পূৰ্ণ ভূমি বেদখল মুক্ত কৰিব লাগে.. চৰকাৰে🙏 । বাংলাদেশীৰ আগ্ৰাসন আৰু সহ্য কৰা ন'হ'ব..😠 আমাক এখন বিদেশী মুক্ত অসম লাগে।অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ দিয়ক..। অসমৰ খিলঞ্জীয়া মুছলমান‌ সকলে সহযোগীতা কৰাৰ বাবে ভাল লাগিল। মুছলমান সকল আজিও বাঘ হাজৰিকাৰ দৰে থিয় হৈ থাকক..!!!!!!
@budheswarnath6516
@budheswarnath6516 2 жыл бұрын
আপোনাৰ লগত একমত 👍
@BOSSGUILDEXTRA
@BOSSGUILDEXTRA 2 жыл бұрын
আপোনাৰ কথাত মই ও একমত
@kumudkalita8559
@kumudkalita8559 26 күн бұрын
Ai ansale nahai asomor gote jagat bangladekhi khedib lage
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
আজি বহু দিনৰ পাছত আমাৰ জাতি ,,ধৰ্ম,,বিচাৰ নকৰি একেলগে বাং লা দেশীৰ বিৰোদ্ধে মাত মাতিছে আমি সকলোৱে মিলি বেদশলকাৰীক খেদাব লাগে ।।আমি হিন্দু,,মুছলীম,,খ্ৰীটিয়ান,,একত্ৰিত হৈ অসমত বাস কৰা সকলোৱে মিলি খেদিবলৈ আগবাঢ়ি আহক ।।অসমৰ খিলঞ্জীয়া সকলোকে মাটি পট্টা দিয়ক ।।। জয় আই অসম ।।
@budheswarnath6516
@budheswarnath6516 2 жыл бұрын
ভাল লাগিছে আজি.... অসমৰ খিলঞ্জীয়া মুছলমান সকলে একলগ হৈ এই বাংলাদেশী মুছলমান সকলক কিবা এটা কৰক... নহলে অনাগত সময় বৰ ভয়াবহ হবগৈ.... চৰকাৰ খনেও এওঁলোকক লৈ ৰাজনীতি নকৰি " অসম চুক্তি " ৰ আধাৰত ইয়াৰ এটা স্থায়ী সমাধান কৰক... মনত ৰখা ভাল .. কেন্দ্র / ৰাজ্য উভয়তে বি জে পি চৰকাৰ... অসমীয়া ৰাইজে ও অসমৰ জলন্ত সমস্যা বোৰ সমাধান হব বুলিয়েই দুবাৰকৈ জিকাইছে... তাকে নকৰিলে কংগ্রেছ , এ জি পি ক ৰাইজে যেনেদৰে " ডাস্টবিন " লৈ দলিয়ালে, তেনেদৰেই...!!!!!
@inamulhaque4863
@inamulhaque4863 2 жыл бұрын
জয় আই অসম...জয় আই অসম ...জয় আই অসম.....
@kushalsaikia3561
@kushalsaikia3561 2 жыл бұрын
চৰকাৰে অতি সোনকালে মাটি অধিকাৰ খিলনঞ্জীয়া মানুহৰ বাবে সংৰক্ষন কৰিব লাগে।
@kushalsaikia1214
@kushalsaikia1214 2 жыл бұрын
ঠিক কথা
@nitulnath7050
@nitulnath7050 2 жыл бұрын
জয় আই অসম জয় আই অসম জয় আই অসম
@pulenmahanta948
@pulenmahanta948 2 жыл бұрын
হিন্দু মুছলমান চবে মিলি বাংলাদেশী মিঞাবোৰ খেদিবৰ হ’ল ৷ আমিবোৰে একত্ৰিত হব লাগে ৷
@miturahman5198
@miturahman5198 2 жыл бұрын
Yes
@ekramhussain9487
@ekramhussain9487 2 жыл бұрын
Yes
@dimbebaro2231
@dimbebaro2231 2 жыл бұрын
Yes
@Makanidas-gu2jq
@Makanidas-gu2jq Ай бұрын
Ri8 Bhai...amie ak hobr hol ..
@medhilogichouse7859
@medhilogichouse7859 2 жыл бұрын
অসমীয়া এতিয়া ইমান সহজ সৰল হৈ থাকিলে নহ'ব সকলোই মিলি আগুয়া য়াক
@devajitchowhai6818
@devajitchowhai6818 2 жыл бұрын
Oxomia etya hohoj horol nohoi besi swarthopor besi sotur aru rajnoitik kobolot pori dhokho hoise
@ahidulbarpetian6911
@ahidulbarpetian6911 2 жыл бұрын
বহু দিনৰ মূৰত ভাল লগা নিউজ পৰিবেশন কৰিলে সুখী হলো
@ranjitborah6917
@ranjitborah6917 Ай бұрын
জয় আই অসম ,আমিও জাম মিয়া খেদাবলৈ,মিয়া জাতিতো বৰ খেছেৰা জাতি
@nuratddinahmed3546
@nuratddinahmed3546 2 жыл бұрын
মুছলমান ধম্ম আমাৰ নহয়, আমি ইছলাম ধম্ম সম্পদায় , আমি অসমীয়া গৰিয়া জাতি মানুহ হয় |😊
@budheswarnath6516
@budheswarnath6516 2 жыл бұрын
আপোনালোকক লৈ সমগ্র অসমবাসীয়ে গৌৰৱ কৰে !!
@nuratddinahmed3546
@nuratddinahmed3546 2 жыл бұрын
@@budheswarnath6516 ধন্যবাদ,
@saidulislam001
@saidulislam001 2 жыл бұрын
Aminul abalor putek neki? Toi
@mintugogoi1533
@mintugogoi1533 Ай бұрын
Bhai eta kotha hodai monot rakhibo axomiya muslman manuhe ketyau tarualr bhoi Kori Islam grahon kora nai.axomia Muslim manuhe nij issare hagourabere Islam grahan korise.
@punjanbaruah9427
@punjanbaruah9427 2 жыл бұрын
অখিলিদ্দুন আৰু লুৰিণউদ্দিনে এইবোৰ কথা ভাল নাপায়। বাংলাদেশী তেওঁলোকৰ মতে অসমত নাই।
@dipankardas6518
@dipankardas6518 2 жыл бұрын
সকলো খিলঞ্জীয়া হিন্দু মুচলমান এক হৱৰ হোল (জই আই অসম)
@dhirendeka2690
@dhirendeka2690 2 жыл бұрын
মুছলমান ধৰ্ম নাই নন্দন । ইছলাম ধৰ্মৰ লোক সকলক মুছলমান বুলি কয় । সুন্দৰ পদক্ষেপ আপোনাৰ । চাই ভাল লাগিল ।
@daibakideka4126
@daibakideka4126 26 күн бұрын
চৰকাৰৰ এই উচ্চেদ প্ৰশংসণীয় চৰকাৰৰ লগত আমি সদায় আছো ৷ বৰপেটা জিলাতো উচ্চেদ হব লাগে ৷ আমি কোনো হিন্দু নহয় আমি কোনো মুচলমান নহয় আমি অসমীয়াহে ৷ এই দেশৰ শান্তি আমাৰ কাম্য ৷
@kabitadas9238
@kabitadas9238 2 жыл бұрын
কেনেকৈ আহিল এই বাঙলাদেশী অসমত ।
@minakhihazarika922
@minakhihazarika922 2 жыл бұрын
ধন্যবাদ জনাইছোঁ আপোনালোকৰ পদক্ষেপক
@pramoddas8951
@pramoddas8951 Ай бұрын
এই নিউজ চেনেলটোক ধন্যবাদ জনালো
@soshikantakalita7776
@soshikantakalita7776 2 жыл бұрын
মই এটা কথা ভাবি কোনো পাৰ নাপাওঁ...বাংলাদেশী বোৰ একেদিনাই ৫০ ঘৰ আহি অসমত ঘৰ নবনায় বা ১০ ঘৰ একেলগে নাহে,আহিছে যদি ১ ঘৰ বা ২ ঘৰ আহিছে আৰু কৰবাত ঘৰ এটা বনাই থাকে,আৰু সেই ১ টা বা ২ টা ঘৰ যেতিয়া বনাই তেতিয়া আমাৰ অসমৰ মানুহে একো নকয় যাৰ বাবে বাংলাদেশীয়ে চ’ল পায় আৰু ৪ ঘৰ আহি অসমত ঘৰ বনাবলৈ,আৰু এই দৰে বাংলাদেশী সংখ্যা বৃদ্ধি পায়৷ এতিয়া মূল কথাটো হ’ল যে ১ ঘৰ ২ ঘৰ কৈ যেতিয়া ঘৰ বনাই তেতিয়াই যদি ঘৰ বনাবলৈ মানা কৰা যায় আৰু বাংলাদেশী সেই ঘৰ দুটা ভাঙি পেলোৱা হয় তেতিয়া বাংলাদেশৰ মিঞাই চ’ল পাব নে অসমত ঘৰ বনাবলৈ.? সেই বাবে সময়ৰ কাম সময়ত কৰিব লাগে,কৰবাত যদি মিঞাই ঘৰ বনোৱা দেখে লগালগ ঘৰ ভাঙি খেদিব,চাই থাকিলে পাছত নিজৰ বিপদ হ’ব,আমাৰ যোৰহাটত তেনেকুৱা বাংলাদেশী ঘৰ দেখা নাই বাৰু দুই এটা মিঞা আছে যদিওঁ ঘৰ বনাবলৈ সাহস পোৱা নাই, এতিয়াও সময় আছে বাংলাদেশী ঘৰ বনোৱা দেখিলে পুলিচ লৈ গৈ ঘৰ ভাঙি বাংলাদেশলৈ মিঞাক খেদক..
@arupgogoi2299
@arupgogoi2299 2 жыл бұрын
Right
@assam2006
@assam2006 2 жыл бұрын
চৰকাৰৰ দুৰ্বলতা। সমষ্যা জিয়াই ৰাখিলে ৰাজনীতি কৰিবলৈ সুবিধা হয়
@protimadutta2890
@protimadutta2890 2 жыл бұрын
সোনকালে কালে কা আইন খন বলবত কৰক 😀
@miturahman5198
@miturahman5198 2 жыл бұрын
Toi miya nki...
@protimadutta2890
@protimadutta2890 2 жыл бұрын
@@miturahman5198 Rahman bur ha meiya
@bipulkalita5824
@bipulkalita5824 Ай бұрын
এক হৈ আগবাৰিব লাগে মুখ্যমন্ত্ৰী চাৰ ভাল কাম কৰিছে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@arifhussainhazarika851
@arifhussainhazarika851 2 жыл бұрын
News life ৰ অতিকৈ এটা লেখত লবলগীয়া প্ৰদক্ষেপ।।।।
@harikantaphukan2784
@harikantaphukan2784 2 жыл бұрын
Be aware all indigenous Assamese Hindu & Assamese muslim against such Bangladeshi encroachment.If not with in very short time we all have to lose everything.
@Jyotivi3942
@Jyotivi3942 2 жыл бұрын
সমনচল্বয় সমিতিৰ সভাপতিজনৰ কথাবোৰ বৰ ভাল লাগিল।কিন্ত সকলো লোকৰে মনৰ কথা একেনে?কোনে আশ্ৰয় দিলে সেই বাংলা দেশিবোৰক?
@ayeshamazumder11
@ayeshamazumder11 26 күн бұрын
Great
@pabanboro6961
@pabanboro6961 2 жыл бұрын
বাংলাদেশীয়েই যদি হয় তেনেহলে উচ্ছেদ কিয় নকৰে
@bhabanandasaikia4764
@bhabanandasaikia4764 2 жыл бұрын
আকৌ কালি কোনোবা মিঞা পৰিষদৰ এটাই লাচিত সেনাক উদ্দেশ্যী শৃংখল চলিহাক বাংলাদেশী চিনাকী কৰিবলৈ দিছিল, এতিয়া কথাটো হ'ল যদি বাংলাদেশী চিনাক্ত কৰন কৰি উলিয়াব হ'লে মিঞা পৰিষদৰ সেইদালক কি কৰা যাব ।
@dchetia6429
@dchetia6429 2 жыл бұрын
খেদ খেদ আৰু সময় নাই।
@bishnudas8185
@bishnudas8185 2 жыл бұрын
সকলোৱে ৰাজনৈতিক লাভালাভৰ কথাহে চিন্তা কৰে, অসম খনৰ কথা কোনেও নাভাবে, ইমান দিনে ভাবিলে সমস্যা শেষ হল হতেন।
@SambaruBania
@SambaruBania Ай бұрын
দৌলশালবাসী ৰাইজলৈ ধন্যবাদ।অসম চৰকাৰে অতি সোনকালে উচ্ছেদ কৰিলে ভাল হয়।
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 жыл бұрын
সাংবাদিক জনক উত্তেজিত দেখা গৈছে !!!!
@monojdehingia3394
@monojdehingia3394 2 жыл бұрын
অসমীয়াক ভূমি অধিকাৰ দিব লাগে।
@deepaksarma3709
@deepaksarma3709 2 жыл бұрын
কংগ্ৰেছ , এ আই ইউ ডি এফ ত থকা বাংলাদেশী বিধায়ক ,সাংসদ কেইজনৰ এতিয়া গা জ্বলিব । লগতে বি জে পি ৰ ভোট বাঢ়িব । সমস্যাৰ সমাধান হোৱাৰ আশা কম । ইছু থাকিলেহে ভোট ভিক্ষা হব ।
@digantadewri6559
@digantadewri6559 2 жыл бұрын
অবৈধ বাংলাদেশী ঠাইত চৰকাৰে বলডু’জাৰ চলাই দিব লাগে
@Allinone-bg3uh
@Allinone-bg3uh 2 жыл бұрын
এই বাঙ্লা‌দেশী‌বোৰ‌ নহলে চৰকাৰক লাখ লাখ ‌ভোটত কোনে‌ জিকাব।।।।।।।।। এইবোৰক খেদিব পাৰিবনে।।।।।।। এই অৱস্থাৰ দায়ী কোন।।।।। So মামা তুমিয়েই কৰিব লাগিব বেলেগে নোৱাৰে।।।
@dlocalboy4892
@dlocalboy4892 2 жыл бұрын
প্ৰসংগ শিৱসাগৰত শিক্ষক নিযুক্তি.... আনুৱাৰ হুছেইন নামৰ প্ৰাক্তন বিষয়াক গ্ৰেপ্তাৰ.... তেওঁ যদি একো ভুল নাইকৰা তেনেহলে তেওঁক মুক্তি দিব লাগে, তাৰ বাবে ৰাইজে আন্দোলন কৰিব লাগে। কিন্তু যদিহে তেওঁ অপৰাধী, তেনেহলে তেওঁক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব লাগে। তেওঁ যদিহে অপৰাধ কৰিছে তেনেহলে এইখন চৰকাৰৰ দিনত তদন্ত নহলে কোনোকালে নহয় আৰু.... ..
@mazammilhoque9278
@mazammilhoque9278 2 жыл бұрын
Joy ai axom....dekh jagise jati jagise jiai thakibor mon...joy ai axom
@MuhammadSajjad-vf8br
@MuhammadSajjad-vf8br 2 жыл бұрын
জয় আই অসম Good decision
@binodchbarman157
@binodchbarman157 2 жыл бұрын
খিলঞ্জীয়া এক হোওক আৰু বৰ্তমান চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহক নিশ্চয় পাৰিব বৰ্তমান চৰকাৰে আমি অনুৰোধ জনাও ১৯৭১চনবাতিল কৰি ১৯৫১চন বিদেশী বহিস্কাৰ আইন কৰি বিদেশী উচ্ছেদ কৰিব লাগে তেতিয়া অসমীয়া খিলঞ্জীয়া সুৰক্ষিত হব
@bhupalray1745
@bhupalray1745 2 жыл бұрын
1st thanks to newslive for organize the Talkshow.it is not only Dulasal problem.Now is entire lower assam problem.indigence people are living Threate life.I appeal to Govt. of assam plz to some thing for indigence people.
@miturahman5198
@miturahman5198 2 жыл бұрын
জয় আই অসম 🙏
@sarattalukdar3967
@sarattalukdar3967 Ай бұрын
কংগ্রেসৰ কু_কৰ্মৰ ফল এয়া।
@SriCCDas
@SriCCDas Ай бұрын
অতি সোন্দৰ অতি জনপ্ৰিয় কিন্তু এই বিলাক পৰিভ্ৰমী চৰাই শগুন আহিছে স্থলোৱা লোকৰ ভুলৰ বাবে।
@LatifAli-b1t
@LatifAli-b1t Ай бұрын
Bhal lagil
@RajuDeka-y7c
@RajuDeka-y7c Ай бұрын
আজি ভাল লাগিল, মিলি বাংলাদেশী খেদিম জাই আছোঁ
@cmanta004
@cmanta004 2 жыл бұрын
Hindu muslim aru boro? Pagol nki toi mokkel? Boro ki belek eta dhormo nki??
@mousumsonowal5983
@mousumsonowal5983 2 жыл бұрын
Pagol hi
@rakeshdaimary5674
@rakeshdaimary5674 2 жыл бұрын
Boro Alien hoi 🥴🥴🥴
@jadutv7635
@jadutv7635 Ай бұрын
Gopal Nath❤morigaon Assamese Krishna good news😊
@binodchbarman157
@binodchbarman157 2 жыл бұрын
আমি আজি সঙবাদ মাধ্যমৰ জৰিয়তে শুনিব পাই ভাল লাগিছে কিন্তু এই খিলঞ্জীয়া অসমীয়াৰ সকলো জাতি ধৰ্ম লোকে ৫০ ৬০ বছৰ আগতে একত্ৰিত হব লাগিছিল আমি আমাৰ অসম আন্দোলন কৰিছিলোঁ বিদেশী বহিস্কাৰ কিন্তু কি হল প্ৰদ্যুম্ন মহন্তই ১৯৭১চন বিদেশী বহিস্কাৰ মানি লৈ অসম ধঙশ কৰিলে এবাৰ ভাবি চাওক অসমীয়া সকলে
@user-ux2jg6by5j
@user-ux2jg6by5j 2 жыл бұрын
Temporary allotment of land for flood relief activities does not provide permanent ownership of the said land.
@dhrubadas1857
@dhrubadas1857 2 жыл бұрын
News live kisuman bht val Kam Kori ase. ...🥰🥰🥰
@abhijitgogoi16
@abhijitgogoi16 2 жыл бұрын
বাংলাদেশীক গূলি কৰি মাৰক , আৱৰ্জনা এইবোৰ অসমৰ বাবে।
@chowlengdonahom1105
@chowlengdonahom1105 2 жыл бұрын
ধুবুৰীৰ পৰা লখিমপুৰ লৈকে যিমানবোৰ গেদা মিঞা আছে, সেইবোৰ চব বাংলাদেশীয়েই হয়।
@safiyorali4015
@safiyorali4015 2 жыл бұрын
Thanks news live.
@arupdeori6049
@arupdeori6049 2 жыл бұрын
জয় আই অসম
@sankarborkakati7405
@sankarborkakati7405 Ай бұрын
Time to Assam CM and government akson Big Big Big akson
@assam2006
@assam2006 2 жыл бұрын
বঙ্গাল মূলৰ বিলাক অসম আৰু অসমীয়া খিলঞ্জিয়াৰ বাবে অভিশাপ
@ramendas1964
@ramendas1964 2 жыл бұрын
ৰাজ্যখনৰ ৰাজনৈতিক দল বোৰৰ বাবে আশীৰ্বাদৰ । যেনে বছৰে , বছৰে ১৬ মে ....... , আহে আৰু ......
@rekhabora2772
@rekhabora2772 2 жыл бұрын
B j p sorkar jindabad
@kishoridas6447
@kishoridas6447 Ай бұрын
অসম চুক্তি কি হ'ল? অসম চুক্তি কোনে ৰূপায়ন নকৰিলে? অবৈধ বাংলাদেশীৰ বিতাৰণ কিয় কাৰ্য্যকৰী হোৱা নাই? কিয় ? কিয়? কোনে উত্তৰ দিব?
@manchajyoti5900
@manchajyoti5900 2 жыл бұрын
অসম ৰক্ষা কৰক
@subolsarkar3079
@subolsarkar3079 2 жыл бұрын
ধন্যবাদ
@JibonSaikia-q2k
@JibonSaikia-q2k Ай бұрын
খ্ৰীলজীয়া সকল ‌ আমি সকলো একতা
@sohanboro4187
@sohanboro4187 2 жыл бұрын
If bodos n Assameses are united then no body touch us. Pl don't urgument each other.
@chandannath2566
@chandannath2566 2 жыл бұрын
Absolutely right sir.
@pangoritugoi6851
@pangoritugoi6851 2 жыл бұрын
Absolutely right.bodo and ahom are enough
@ujjaljyotibora4826
@ujjaljyotibora4826 2 жыл бұрын
Absolutely right ami soba mili jujibo lagibo
@surenboruah3241
@surenboruah3241 2 жыл бұрын
Jai ai Axom.....🙏🙏🙏
@bulensonowal9023
@bulensonowal9023 Ай бұрын
Joy aai axom 👏👏👏
@prasantahazarika9653
@prasantahazarika9653 2 жыл бұрын
All the best with regards .
@gaganthakuria3133
@gaganthakuria3133 2 жыл бұрын
Anekuwa program best .
@DaduHriday
@DaduHriday 2 жыл бұрын
চৰকাৰে কি কৰি আছে?আপোনালোকে চৰকাৰক কিয় ইয়াৰ বাবে দায়ী নকৰে।চৰকাৰক চাপ দিয়ক।বাংলাদেশীক কোনে ৰক্ষণাবেক্ষণ দি আছে?বাংলাদেশীক বিতাৰণৰ কি ব্যবস্থা লৈছে?চৰকাৰক সোধক।
@LokhhiBarman-qt8gs
@LokhhiBarman-qt8gs Ай бұрын
Right 👍👍👍
@dhruvajyotidas5215
@dhruvajyotidas5215 2 жыл бұрын
Please visit Goalpara Town. We are loosing our identity. Save us honorable CM
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
চৰকাৰে অতিসিঘে উচ্ছেদ কৰক।
@DilipkumarDas-n9l
@DilipkumarDas-n9l Ай бұрын
Right
@searchlight33
@searchlight33 Ай бұрын
খচৰা NRCত অন্তৰ্ভুক্ত নোহোৱা খিনিকলৈহে আলোচনা হব লাগে। নতুন কিবা ষড়যন্ত্ৰ চলিছে নেকি?
@k.m.education9692
@k.m.education9692 2 жыл бұрын
Great show❤️
@mridultalukdar7913
@mridultalukdar7913 2 жыл бұрын
সুন্দৰ
@ranjitsonowal7960
@ranjitsonowal7960 Ай бұрын
খেদ ঐ খেদ বাংলাদেশী খেদ। জয় আই অসম
@bashunatha4094
@bashunatha4094 Ай бұрын
Jay Bhavani Maa Kamakhya ,Jay Maha Bir Lachit,Jay Hind Jay Aai Assam🙏👍🙏👍🙏👍🙏👍🙏👍
@songitadoleysongita5907
@songitadoleysongita5907 2 жыл бұрын
Good stap
@jaheruddinahmed3188
@jaheruddinahmed3188 28 күн бұрын
Good News
@jituhazarika859
@jituhazarika859 2 жыл бұрын
Bohut dinor pisot val shoe ata dekhilu val lagil
@ghanashyamtaluckder9696
@ghanashyamtaluckder9696 2 жыл бұрын
Good news. CM sir apune kareb pare.jolde kareb lage.
@bhardhawz2276
@bhardhawz2276 2 жыл бұрын
Jay aai axom,aamar khilonjiya Musalman goriya moriya hokol enekoiye,Miya aaru rohingiyar birudhye aagbarhi Aahok.tetiyahe aamar axom khon Miya mukto axom hobo.jay aai axom.
@nayankalita5219
@nayankalita5219 Ай бұрын
Good News🙏
@binodsaikia1882
@binodsaikia1882 Ай бұрын
এই অবৈধ লাজ নাই কিয়া বাংলা দেশী বিলাকক কিয় কোনো মানুহে দেখিব নোৱাৰে ?
@My.Deare.ALI.GAMING
@My.Deare.ALI.GAMING Жыл бұрын
@paramanandataid575
@paramanandataid575 2 жыл бұрын
Hy khilonjiya muslimbur bhut val aru bhut porishkar
@rimpigogoi1682
@rimpigogoi1682 Ай бұрын
Very good
@prodipbora8901
@prodipbora8901 2 жыл бұрын
Show the public, the condition of Indo -Bangladesh boarder. Is it fully protected? Sealing of the boarder should be the first and foremost work of the Government. Only Himanta Bishra Sharma can do this Bangladesh issue.
@bkbaruah7641
@bkbaruah7641 2 жыл бұрын
Jai SRI Ram
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe 2 ай бұрын
Good
@bipulchetia3164
@bipulchetia3164 Ай бұрын
এইখন চৰকাৰেহে পাৰিব সিহঁতক উতখাত কৰিব বেলেগ চৰকাৰে আহিল নোৱাৰে
@junaidalom7679
@junaidalom7679 2 жыл бұрын
Moja
@ahidulshek2607
@ahidulshek2607 25 күн бұрын
আমিও আছু
@dibyaluchanboruah3206
@dibyaluchanboruah3206 Ай бұрын
Local muslim hokole bangdesir biruddhe thiyo diyar babe dhonyabaad
@lakshanharijan6608
@lakshanharijan6608 2 жыл бұрын
Jai i assam
@nitulnath7050
@nitulnath7050 2 жыл бұрын
Good news jai aai assam
@ArabindaDas-rz5nf
@ArabindaDas-rz5nf 23 күн бұрын
Ji. Cm. Ji
@dunghaoswargiyary4049
@dunghaoswargiyary4049 2 жыл бұрын
Gud step unite and fight against banglabhasi Bangladeshi Hindu/Muslim
@niponnath2113
@niponnath2113 2 жыл бұрын
কংগ্ৰেছ এ সেই সকলক আনিছে ।।
@sridipankarsaikiadipankar327
@sridipankarsaikiadipankar327 2 жыл бұрын
Right kotha koise
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 44 МЛН
哈哈大家为了进去也是想尽办法!#火影忍者 #佐助 #家庭
00:33
火影忍者一家
Рет қаралды 117 МЛН
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 44 МЛН