Kanakoi dekhibo ..assam khonot 33 khon jila aru 3.30.00000 manuh axe sobor ghore ghore goi sabo nuare nohoi ..diya tu soboke di axe majot dalal bilake ki kori axe haytu he
@sayanikaborah45193 жыл бұрын
Hska monti bura atiya sokura nadakha emn dukhar timet 😭😭
@Adventure_with_Homen3 жыл бұрын
এইটো এটা উদাহৰণ হে, আৰু বহুত আছে, ভাল মেধাবী ছাত্ৰ ই এইবোৰ কাৰণে নিজৰ সপোন বাদ দিব লাগে, বাস্তৱৰ লগত হাৰ মানি। পঞ্চায়ত বোৰ আছে কিন্তু কোনো কাম নাই
@sidharthadb63163 жыл бұрын
Right
@dipakgohain12633 жыл бұрын
অনুপম দা বহুত ভাল কাম কৰিছে ।
@fagunechangmai26763 жыл бұрын
দুখিয়া মানুহ বোৰক সহাই কৰক চৰকাৰে
@sahcindrasonowal72923 жыл бұрын
সেই ঘৰখন পৰিৱেশলৈ চাই চৰকাৰে চকু দিয়ক আৰু অতিসোনকালে সহায় কৰক যাতে শিক্ষালৈ থকা সেই ছোৱালীজনী মনৰ আশা পূৰ হওঁক
দুখীয়া পৰিয়ালক চৰকাৰে ভেকচিন দিবলৈ খেদি খেদি যায়। বাকী আঁচনী দুখীয়া পৰিয়ালে পায় নে নাপায় সেয়া খবৰ লবলৈ সময় নাই। দুখীয়া সদায় দুখীয়াই 😠😠
@ajoydas56243 жыл бұрын
Cm sir and M. L. A sir please help them.. please feel some of their sad 😭
@jawancartoon90423 жыл бұрын
ধন্যবাদ NKTV
@rajenm37773 жыл бұрын
CM sir, please help the very very poor family. God blessed you.
@biswajittamuli40743 жыл бұрын
গাঁৱৰ গাওঁবুঢ়া আৰু পঞ্চায়তৰ মানুহে এইবিলাক দেখা নাপায় নেকি ?
@manjitbarman24813 жыл бұрын
বৰ দুখ ৰ জীৱন অ বাইদেউ ' অসম বাসীৰ আশীৰ্বাদ আছে আপোনাৰ সপোন পুৰ হয় যাতে তাকে কামনা কৰো । এনে কো ৱা আৰু বহুত আছে যি কান্দি কান্দি দুখৰ জীৱন জীয়াই আছে । অসম চৰকাৰ কি কৰি আছে হে ?????????
@prafullagogoi20053 жыл бұрын
গাওঁ বুঢ়া , ওৱাড মেম্বাৰ সকলে দেখা নোপোৱাটো নিশ্চয় ৰহস্য আছে । এওঁলোকৰ নিজৰেই নাই , সেই সকলক কৰ পৰা যোৰামাৰি দিব ? ভাৱি চাওঁক ।
@Sankarjitcreation3 жыл бұрын
MET পাতিব লাগে,,MLA Eligible Test
@brojenbarman10353 жыл бұрын
Aponak bhut bhut dhoinnobat anupom sir . apuni je dukhiya manuhor ghort goi raijok dekhuwai ase.
@saratmedhi39233 жыл бұрын
ধ ন্য বা দ শৰ্মা , স্বাধীন ভাৰতৰ বাস্তৱ ছবিখন আপুনি ভালদৰেই দেখুৱালে । এতিয়া ভাৰতত শাসক আৰু ধনিক সকলৰহে স্বাধীনতা ।আন সকলো মানুহ তেওঁলোকৰ দাস ।আইটোৱে আমাৰ ভাৰতৰ প্ৰকৃত স্বাধীনতা ।
@manjudas91013 жыл бұрын
আমাৰো একেই অৱস্হা
@nilakhisonowal50323 жыл бұрын
Dukhehe dukh buje ...dhoniye aku buji napai ....ghre ghre ahi sorkare sai jok hi kiman dukhiya manuh ase ai assomot ...vaccine diboloi ghre ghre jur julmkoi dibohi pare kintu sorkaror bostu kune paise kune nai pua khubor louk 🙏🙏🙏
@monujhira60163 жыл бұрын
এইবোৰ দেখা নাপাই লিদাৰ বোৰে হলে ,ভেকচিন কোনে লৈছে ,কোনে নাই লোৱা, পথাৰ লৈকে সেদি গৈছে।
@nilakhisonowal50323 жыл бұрын
Right
@Lalung883 жыл бұрын
Sewa...Dukh lagil.plz help her Family..
@iqbalsaikia30033 жыл бұрын
Only our most beloved CM can think about such poor families and take action to uplift their living standards. Let's hope for the best for such poor and deprived families.
@rajnishbora33923 жыл бұрын
Aebur bohut val korise .Anupom da ..prokrit manuhe asoni bur napai
@hemantasaikia11043 жыл бұрын
চৰকাৰে কিয় সহায় নকৰে । কি লাগে কি নেলাগে।সুধিব তো যাব লাগে।
Ai aghor manuhor abostha nohoi.. Ane bohut manuh ase..
@pinkipinkigogoi22022 жыл бұрын
Val lagi anupom Da apunr video bur cai . Aru duhk lagile kotha bur huni ..,। vogobani hohai kork 🙏
@maneswardewri62523 жыл бұрын
your are great anupom da
@digitalassam2.0643 жыл бұрын
এয়াই আমাৰ নিচিনা মানুহৰ জীৱন 👍🏻👍🏻
@tilokrabha24622 жыл бұрын
Bohut Baya lagil
@dumahusoroniya66913 жыл бұрын
Thanks so much nk TV
@dhirajchdeka19863 жыл бұрын
কেইদিন মান পিছত চৰকাৰক টেক্স দিব লাগিব দিন হাজিৰা কৰি খোৱা লোকেও l 300 টকা হাজিৰা পালে 10 টকা চৰকাৰক দিব লগা অৱস্থা হব । বেছি দিন নাই ।
@jaysivaram10373 жыл бұрын
Maja lagil de
@apapegu67873 жыл бұрын
Good reflection...
@anupsadiya27523 жыл бұрын
Sir apune bohut vall kam kori ase anekuwa manuhahk hohai koribo lage sorkare moi sadiya pora coment korisu
@bipuldeka93093 жыл бұрын
Dada ❤❤
@bablulama1973 жыл бұрын
😭😭😭😭দুখিয়াৰ দুখ😭😭😭😭? ????
@dipjyotiroy3282 жыл бұрын
Dukhiyar duk dukha 😭😭😭😭😭😭😭😭😭😭😭😂😂
@chintulaskar31973 жыл бұрын
CM sir should inspect and take strict actions again those culprits who are having luxuries all around them without doing any developmental work ...drugs mafia ,syndicates ,and illegal workers ok naki loguar nisila mla buroku soku dbo lage...
@jintukalita24743 жыл бұрын
এনেকুৱা দৰিদ্ৰ পৰিয়াল বহুত আছে যিয়ে চৰকাৰী সুবিধা একোৱেই লাভ কৰা নাই। সিদিনা field study এটাত নিমাতীঘাটৰ দাঁতি-কাষৰীয়া গাঁও এখনলৈ গৈছিলো,তাৰ অধিকাংশ পৰিয়ালে ই এনেকুৱা কৈ জীৱন নিৰ্বাহ কৰিছে। চৰকাৰী অনাময় আচঁনিৰ সুবিধা লাভ কৰিলে, কিন্তু আজিলৈ ব্যবহাৰ কৰিব পৰা নাই। ওচৰতে বৃহৎ পানী যোগান আঁচনি ৰ সুবিধা আছে কিন্তু আজিলৈ এটোপাল বিশুদ্ধ খোৱাপানী পোৱা নাই অঞ্চল বাসীয়ে। এইখিনি চৰকাৰী ভাৱে নিৰীক্ষণৰ প্ৰয়োজন আছে ।