অসমীয়া ছবিৰ কোনজন ‘নায়ক’ৰ প্ৰেমত পৰিছিল একালৰ মোহময়ী অভিনেত্ৰী বিদ্যা ৰাও?

  Рет қаралды 208,760

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 300
@manibankalitanath3648
@manibankalitanath3648 Ай бұрын
আমাৰ খুব মৰমৰ অভিনেত্ৰী বিদ্যা ৰাওঁ বাইদেউ । ইমান মৰম লগা মুখখনত এটি মিঠা হাঁহি লাগি থকা অভিনেত্ৰী গৰাকী ৰ প্ৰতিখন ছবি চাইছিলোঁ। আজিওঁ হৃদয়ত আছে বাইদেউ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
@meghalisaikia1863
@meghalisaikia1863 Ай бұрын
সুন্দৰ সাক্ষাৎকাৰ। আগেয়ে নজনা বহু কথাই জানিব পাৰিলো। শিল্পী গৰাকীৰ আৰোগ্য কামনা কৰিছোঁ। বশিষ্ঠ দেৱ ফুকন ডাঙৰীয়াই বৰ সুন্দৰকৈ খুতি নাটি মাৰি সাক্ষাৎকাৰটো আগবঢ়ালে।তেখেতলৈ ধন্যবাদ থাকিল।
@r.hazarika9231
@r.hazarika9231 Ай бұрын
বাইদেউ অভিনয় চায়েই আমি ডাঙৰ হৈছিলোঁ। তেখেতৰ মনৰ অনুভৱ খিনি জানি বহুত ভাল লগাৰ লগতে দুখো লাগিল। আশাকৰোঁ চৰকাৰে এইসময়ত বাইদেউক যেন অলপ হ'লেও সহায় কৰি তেখেতৰ আৰ্থিক ভাৱে স্বচ্ছল কৰিব বুলি আশা কৰিলোঁ লগতে বাইদেউ সুস্থ হৈ উঠক তাৰেই কামনা কৰিলোঁ 🙏
@Biren-q5f
@Biren-q5f Ай бұрын
Baideo very honest.she is best actress in Assamese films.she is our always respected.we Swa her film.
@PRADIPPATAR-fs2ic
@PRADIPPATAR-fs2ic Ай бұрын
Ah​@@Biren-q5f
@promudborgohain7920
@promudborgohain7920 Ай бұрын
N K t v ক বহুত বহুত ধন্যবাদ এই সাক্ষাৎকাৰ লোৱাৰ বাবে।অসমৰ কথাছবি জগতৰ অতুলনীয় এগৰাকী শিল্পী। অৰণ্যৰ দৃশ্য চকুত ভাঁহি আহে।আইদেউ সন্দকৈ আইটাৰ পাছত চাগে উল্লেখযোগ্য অভিনেত্ৰী। বাইদেউ দীঘায়ু কামনা কৰিলোঁ।
@renusarmah4201
@renusarmah4201 Ай бұрын
ভাল লাগিছে সাক্ষাৎকাৰটো৷এনকে টি ভি ক অশেষ ধন্যবাদ৷তেখেতৰজীৱনৰ কথাবোৰ জানি ভাল লাগিল৷
@debenborsaikia4624
@debenborsaikia4624 Ай бұрын
বহুত বহুত ভাল লাগিছিল বাইদেউৰ অভিনয় চাই ৷ চিনেমা খনত অভিনেত্ৰী কোন আছে বিদ্যা ৰাও ভাল লাগি যায়৷ বাৰু যায় নহওক আপোনাৰ সুস্থ কামনা কৰিছো ভগৱানৰ পদৰ তলত ৷
@jahnabisaikia3266
@jahnabisaikia3266 Ай бұрын
বৰ সুন্দৰ আৰু প্ৰয়োজনীয়া কথোপকথন ৷ চৰকাৰে তেখেতলৈ কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা উচিত বুলি ভাৱোঁ ৷
@dalimidevi6072
@dalimidevi6072 Ай бұрын
আৰ্থিক সাহাৰ্য পাব লাগে। ভাললাাগিল বহুদিন পিছত তেখেতক লগ পাই
@sandhyadevi9094
@sandhyadevi9094 Ай бұрын
বিদ্যা ৰাও মোতকৈ সৰু আছিল ৷তেওঁ থকা ডিব্ৰুগড়ৰ শান্তিপাড়াৰ ঘৰটো মোৰ এতিয়াও মনত পৰে ৷মাকৰ নাম তুনু ৰাও আৰু বায়েকৰ নাম আছিল প্ৰেমা ৰাও ৷সেই সময়ত মোৰেই বয়স আছিল মাত্ৰ ৬ বছৰ ৷ তেওঁ পিন্ধি থকা ফ্ৰকটো সেই সময়ত দেখা আটাইতকৈ ধূনীয়া ফ্ৰক ৷
@debenborah2905
@debenborah2905 Ай бұрын
বহুদিনৰ বিৰতিৰ পাছত বিদ্যাবাক দেখা পাই নষ্টালজিক (আবেগিক )হৈ পৰিলোঁ। আপুনি সদায় কুশলে থাকক, ঈশ্বৰে আপোনাক মঙ্গল কৰক। NK TV ক অশেষ ধন্যবাদ, এনে এটা সুন্দৰ অনুষ্ঠান কৰাৰ বাবে। চৰকাৰে তেখেতক আৱশ্যকীয় সহায়-সহযোগ কৰাৰ আহ্বান জনালোঁ 🙏
@swapnaligogoi2235
@swapnaligogoi2235 Ай бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰটি উপভোগ কৰি। সৰুৰে পৰাই বিদ্যা ৰাও বাইদেউৰ সুন্দৰ অভিনয়ে মন আকৰ্ষণ কৰিছিল। তেখেতৰ আশু -আৰোগ্য কামনা কৰিলোঁ ভগৱানৰ ওচৰত। বশিষ্ঠ ডাঙৰীয়ালৈ ধন্যবাদ জনালোঁ।🙏❤️
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
অতি সুন্দৰ আৰু সময়োপযোগী অনুষ্ঠান। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী সুদক্ষ,মোহময়ী আৰু চিৰসেউজ অভিনেত্ৰী। অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী সময়ৰ এগৰাকী প্ৰতিভাসম্পন্ন, জনপ্ৰিয়, চিৰসেউজ অসমীয়া চলচ্চিত্ৰ জগতৰ নমস্য অভিনেত্ৰী। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক বাইদেউ। তেওঁক ভগৱানে কুশলে ৰাখক।❤❤❤
@gayatribordoloi5437
@gayatribordoloi5437 Ай бұрын
Val lagil Bidya Rao Baideuk bahut dnor Murat deka palu 🎉🎉❤❤God bless u baa🙏🙏🙏
@JayantiSaikia-qm6vj
@JayantiSaikia-qm6vj Ай бұрын
বহুত ভাল লাগে বাইদেউক, ভগৱানে মংগল কৰে যেন।
@bhaskarmahanta6933
@bhaskarmahanta6933 Ай бұрын
বৰ ভাল লাগিল।বহু বছৰৰ মুৰত বাক দেখা পাই বৰ আবেগিক হৈ পৰিলো।বাৰ প্ৰায় গুটেই কেইখন ছবি চাইছিলো।আজি এই দৰে দেখি বৰ দুখ পালো।চৰকাৰে সহায় কৰক।সোনকালে কৰিব লাগে ।বা সোনকালে সুস্থ হৈ উঠক।
@taralibaruah1347
@taralibaruah1347 Ай бұрын
ভিডিওটোৰ পৰা বাইদেউৰ বিষয়ে বহ নজনা কথা জানিব পাৰিলো । বাইদেউ অতি সোনকালে সুস্থ হৈ উঠক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে বাইদেউৰ বিপদৰ সময়ত অসম চৰকাৰৰ তৰফৰ পৰা বিচৰা ধৰণে সহায় সহযোগ পায় তাকে কামনা কৰিলো লগতে এনেকুৱা সুন্দৰ ভিভিওৰ উপস্থাপন ৰ বাবে বহুত বহুত ধন্যবাদ জনালো ❤❤❤❤❤❤❤❤
@hemantadas9444
@hemantadas9444 Ай бұрын
বিদ্যা ৰাও ,ক'ত কিয় কেনেকৈ জনাৰ বহুত হেপাহ আছিল। ভাল লগা বয়সৰ এই মোহময়ী অভিনেত্ৰী গৰাকীৰ অভিনয় আৰু নৃত্যৰ লয়লাস আজিও সজীৱ হৈ আছে। বয়সৰ চাপৰ লগতে নিষ্ঠুৰ বাস্তৱৰ সঁচা ছবিখনে সকলোকে এবাৰ ভৱাই তুলিছে। ফুকন ডাঙৰীয়া, আৰু কিছু মনপৰসা ছবিৰ কথা উল্লেখ নহ'ল। তথাপি আপুনি ধন্যবাদৰ পাত্ৰ। এনে আৰু বহু নিৰৱতা অবলম্ব কৰা অভিনেতা, অভিনেত্ৰীক NKTVৰ এই অনুষ্ঠানৰ আওতালৈ আনিব বুলি আশাৰে বাটচাই ৰলো-----+++
@pranatibaruah3467
@pranatibaruah3467 Ай бұрын
আপোনাক বহুত ধন্যবাদ এই মহান পদক্ষেপ লোৱাৰ বাবে তেখেতক চৰকাৰে সহায় কৰাতো বিচাৰো
@AnubhabBorah-x6p
@AnubhabBorah-x6p Ай бұрын
এনেধৰণৰ কোনো শিল্পী,অভিনেতা অভিনেত্ৰীৰ সাক্ষাৎ গ্ৰহন কৰোতে তেওঁলোকে কৰা অভিনয়ৰ কিছু বিশেষ দৃশ্যাংশ সংযোজন কৰা দৰকাৰ তেতিয়া অনুষ্ঠানটোৰ সৌষ্ঠব বাঢ়ে। সেইকণ কষ্ট সাক্ষ্যাৎ গ্ৰহণ কৰোতাজনে কৰা দৰকাৰ ।তেতিয়াহে নতুন generation এ জানিব পাৰিব। নহলে অনুষ্ঠানটো বৰ poor হয়।
@iborah2923
@iborah2923 Ай бұрын
Apuni Hundor kotha koise 🙏
@akshaylahkar9845
@akshaylahkar9845 Ай бұрын
Sundar
@SusemaiDewraja
@SusemaiDewraja 15 күн бұрын
😊😊😂😂
@ktamuli6039
@ktamuli6039 Ай бұрын
বাইদেউৰ অভিনয়ে মোৰ দৰে বহু দৰ্শকক মোহিত কৰিছিল। তেখেতৰ অসমীয়া বোলছবি জগতলৈ আগবঢ়োৱা বৰঙণি স্মৰণীয় হৈ ৰ'ৱ । বাইদেউৰ আশু আৰোগ্য কামনা কৰিলো।
@diptabora6722
@diptabora6722 Ай бұрын
খুউব ভাল লাগিল। আমাৰ অতি মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও বাইদেউক দেখি। তেখেতৰ ব্যক্তিগত জীৱনৰ কথাও বহুত জানিবলৈ পালো। নাতিৰ কথা কৈছিল, জানিবলৈ কৌতূহল থাকিল। সংগ্ৰাম বোলছবিৰ খলনায়ক, ডিব্ৰুগড় খলিহামাৰীৰ পুৰু ( ঘৰত মতা নাম) ভুঞা আছিল। তেখেতৰ স্বাস্থ্যৰ অৱনতি দেখি বেয়া লাগিছে। তেখেতৰ আশু আৰোগ্য কামনা কৰিছো। অসম চৰকাৰলৈও তেখেতক এই বিপদৰ সময়ত কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো।
@meenagogoiborgohain4170
@meenagogoiborgohain4170 Ай бұрын
ভিডিও টো চাই বহুত ভাল লাগিল...ধন্যবাদ NK tv. মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী আছিল সেই সময়ৰ।❤❤ তেখেতৰ কুশল কামনা কৰিলো।
@MonimalaKhowa
@MonimalaKhowa Ай бұрын
বহুত দুখ লাগিল । বেয়া।লাগিল । ইমান সহজ সৰল মানুহ গৰাকী ।
@GiriBarman-cc1zt
@GiriBarman-cc1zt Ай бұрын
বাইদেউক দেখি বহুত ভাল লাগিছে | তেখেতৰ আৰোগ্যৰ বাবে ভগবানৰ ওচৰত মিনতি জনাইছোঁ | চৰকাৰে তেখেতক সহায় কৰিব লাগে |🙏
@sangeetahazarika7869
@sangeetahazarika7869 Ай бұрын
বৰ ভাল সাক্ষাৎকাৰ। ধন্যবাদ বশিষ্ঠ । তেখেতৰ আৰু আৰোগ্য কামনা কৰিলোঁ।
@ikondas8254
@ikondas8254 Ай бұрын
বহুত বহুত ধন্যবাদ বাইদেউ মই আপোনাৰ চিনেমা চাইচো দুখন তিনিখ মান খুব ধুনিয়া লাগিছিল এতিয়াও ধুনিয়া আপুনি
@BrindaJyotiKalita-qy1vw
@BrindaJyotiKalita-qy1vw Ай бұрын
বহুদিনৰ মূৰত প্ৰিয় অভিনেত্ৰী গৰাকীক দেখি ভাল লাগিল। তেখেত অতি সোনকালে আৰোগ্য হৈ উঠক। তেখেতলৈ প্ৰণাম
@madhusmitabaruah7957
@madhusmitabaruah7957 Ай бұрын
মই ব্যক্তিগত ভাৱে লগ পোৱা অসমীয়া ছবিজগতৰ আটাইতকৈ সুন্দৰী অভিনেত্ৰী গৰাকীয়েই হৈছে বিদ্যা ৰাও বাইদেউ। তেওঁক আমাৰ চৰকাৰী বাসভৱনত লগ পাইছিলো। এনে লাগিছিল মই যেন সৰগৰ অপ্সৰা এগৰাকীহে দেখিছোঁ।
@kulendeka4718
@kulendeka4718 Ай бұрын
বিদ্যা ৰাও মোৰ প্ৰিয় অভিনেত্ৰী অসমীয়া ছবি জগতৰ । তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো ।
@bhupenkakati-v2v
@bhupenkakati-v2v Ай бұрын
বৰ সুন্দৰ অভিনেত্ৰী আছিল। সেই দিন কেতিয়াও পাহৰিব নোৱাৰি। বৰ সুন্দৰ সাক্ষাৎকাৰ। মনৰ কথাবোৰ খোলাখোলি কৈছে। মোৰ প্ৰিয় অভিনেত্ৰী ভিতৰৰ অন্যতম এগৰাকী।
@DipaliBorah-c2k
@DipaliBorah-c2k Ай бұрын
আপোনাৰ অভিনয় চাই বহুত ভাল লাগিছিল আপোনাৰ আসু আৰোগ্য কামনা কৰিলো
@bhonisharma8971
@bhonisharma8971 Ай бұрын
বাইদেউ প্ৰথমে আপোনাক নমস্কাৰ । বহুত বছৰৰ পাছত আপোনাক দেখা পায় মনটো ভাল লাগিল । সদায় ভালে থাকক ।
@kunjadevi2076
@kunjadevi2076 Ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও বাইদেউ। ইমান ধুনীয়া ছোৱালী জনী। ইমান বুঢ়ী হৈ গ'ল দেখি।
@BasantaBorah-lr9lr
@BasantaBorah-lr9lr Ай бұрын
ইমান বুঢ়ী হৈ গ'ল দেহি ।
@ilaraninath3737
@ilaraninath3737 Ай бұрын
বাইদেউৰ সকলো দায়িত্ব চৰকাৰে লোৱা উচিত।
@dhirendrakumarbordoloi9197
@dhirendrakumarbordoloi9197 Ай бұрын
Samantha karilo
@karabideka6594
@karabideka6594 Ай бұрын
সুন্দৰ সাক্ষাৎকাৰ ভাল লাগিছে। বাইদেউ নিৰোগী হৈ থাকক । এয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
@luckydas243
@luckydas243 Ай бұрын
বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো আৰু চৰকাৰক অনুৰোধ জনালো বিশেষকৈ বাইদেউক সহায়ৰ হাত আগবঢ়াওক ।
@runumidevi4752
@runumidevi4752 Ай бұрын
Takhetor Ghar sangsar film khane mor ajio mn pran vorai ase bhut xuva kamona baideu loi 🙏
@NirabPhukan
@NirabPhukan Ай бұрын
মোৰ অন্যতম প্ৰিয় অভিনেত্ৰী বিদ্যা ৰাৱ। আশী দশকত বিজু ফুকন আৰু বিদ্যা ৰাৱ জুতিৰ glamourus আছিল। বহুতকে বহু দিও নেপালো একুকে , হৃদয় ওজাৰি দিয়ো নেপালো একোকে ।
@prasantabora1349
@prasantabora1349 Ай бұрын
ইমান সুন্দৰ অভিনয় আছিল।প্ৰণামহে জনাইছো।
@ManikaPathak-pn1wf
@ManikaPathak-pn1wf Ай бұрын
Baidew khub bhal lagil dekhna pai,God bless you ❤❤❤ Pranam jonalo Baidew
@mukutamalabarua6982
@mukutamalabarua6982 Ай бұрын
ইনটাৰভিউটো বৰ ভাল লাগিল
@sarmahrupali
@sarmahrupali Ай бұрын
এটা সময়ত অসমীয়া ছবি বুলিলে অভিনেত্ৰী বিদ্যা ৰাও কেই জানিছিলো। ভিডিঅ টো চাই বহুত ভাল লাগিল। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো।
@TCF573
@TCF573 Ай бұрын
Bohut bhat lagil ..
@anjalikalita5432
@anjalikalita5432 Ай бұрын
বহুত বিৰতিৰ পিছত দেখিলোঁ বাইদেউ আপোনাৰ অভিনয় চাই বহুত ভাল পাইছিলো ❤️
@abijitboro5166
@abijitboro5166 Ай бұрын
Vidya Rao is/was the most beautiful heroine of Assamese Film Industry.
@DilipGogoi-fc8uu
@DilipGogoi-fc8uu Ай бұрын
ভাল লাগিল তেখেতক দেখা পাই। এগৰাকী মোহময়ী অভিনেত্ৰী তেখেত
@kaberikocharirajkonwar1522
@kaberikocharirajkonwar1522 Ай бұрын
অ' সময় ... জনপ্ৰিয় সপ্ৰতিভ অভিনেত্ৰী গৰাকীৰ আৰোগ্য কামনা কৰিলো ❤ । অনুস্থান টি ভাল লাগিল।
@manjulabhattacharyya4993
@manjulabhattacharyya4993 16 күн бұрын
বিশিষ্ট অভিনেত্ৰী বিদ্যা বা ৰ সুস্বাস্থ্য অটুট থাকক। সুন্দৰ কথোপকথন।
@pragyarsadhana4028
@pragyarsadhana4028 Ай бұрын
Bohut Val lagil !
@rumasarmah6496
@rumasarmah6496 Ай бұрын
এসময়ৰ মোহময়ী অভিনেত্ৰী,অলপ স্বাস্থ্যৰ যত্ন লৈ কুশলে থাকক।সুন্দৰ অভিনয় কৰিছিল।
@sehnazhamida6135
@sehnazhamida6135 Ай бұрын
Iman dhuniya baideo k aji bohut dinor pisot dekhilu.Homoi bor nisthur
@binitachakraborty9824
@binitachakraborty9824 Ай бұрын
বাইদেউক সাক্ষাৎ কাৰত দেখি খুব দুখ লাগিল।ইমান ধুনীয়া অভিনয়ৰ গৰাকী তেখেত ।বাকীছোৱা দিন বোৰ শান্তি আৰু সু স্বাস্থ্য কামনা কৰিছো❤
@AJIMUDDINAHMED-x2y
@AJIMUDDINAHMED-x2y Ай бұрын
বিদ্যা ৰাৱ বাইদেউ লৈ বহু মৰম ও শুভাইছা জনাইছোঁ
@dibyajyotiborthakur8968
@dibyajyotiborthakur8968 Ай бұрын
God bless you Baidau , khub bhal lagil
@Meme_World1568
@Meme_World1568 Ай бұрын
বাইদেউ অভিনীত বহুত চিনেমা চালোঁ৷আজিৰ অনুষ্ঠানটি চাই বৰ ভাল লাগিল৷
@saralarabha4596
@saralarabha4596 Ай бұрын
Mor oti prio ovinetri.val lagil bohut aji dekha pai,hu s sayshthya kamona korilu
@munmunborthakur660
@munmunborthakur660 Ай бұрын
তেখেত ভালে থাকক। ইমান যে ধুনীয়া আছিল তেওঁ।
@jonaphukonbaruah9121
@jonaphukonbaruah9121 Ай бұрын
এনে এগৰাকী শিল্পীক চৰকাৰে স্থায়ী ভাবে সহায় কৰাটো প্ৰয়োজন । আচলতে সহায় বুলি ক'লে ভুল হ'ব দায়িত্ব শব্দটোহে প্ৰযোজ্য হ'ব । কেৱল আঁঠহেজাৰ টকাৰ শিল্পী পেঞ্চন বা এককালীন সাহাৰ্য্য এটা আগবঢ়াই দায়িত্ব সামৰাটো অন্যায় হ'ব । আমাৰ প্রিয় অভিনেত্ৰী গৰাকীক যেন আজি নতুনকৈ জানিলো ...বুজিলো । অতি সহজ সৰল, খোলা মনৰ , নিৰহংকাৰী , এগৰাকী শিল্পী । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো 🙏🏼 বৰ্তমান নিজকে শিল্পী বুলি ফটা ঢোল বজাই ফুৰা সকলে এই সাক্ষাৎকাৰটো দেখা হ'লে ভাল আছিল ! সাক্ষাৎকাৰটি অতি সুন্দৰ আৰু গাম্ভীয্যপূৰ্ণ হৈছে । বশিষ্ঠ দেৱ ফুকন আপোনাক ধন্যবাদ জনাইছো ।
@bashisthadevphukan4027
@bashisthadevphukan4027 Ай бұрын
অশেষ ধন্যবাদ আপোনাক
@nilimagogoi276
@nilimagogoi276 Ай бұрын
বহুত ধুনীয়া আছিল বাইদেউ।
@SmritiDey-k8o
@SmritiDey-k8o Ай бұрын
বিদ্যা রাওদিদি আপনার অভিনীত বেশ কয়েকটা চলচিত্র দেখার সৌভাগ্য আমার হয়েছিল খুব ভাল লেগেছিল।আপনার সুস্থ জীবন যাপন কামনা করি।---হারাধন
@jinuburagohain6462
@jinuburagohain6462 Ай бұрын
বিদ্যারাও বাইদেউর সহজ সরল কথোপকথন বিলাক খুউব ভাল লাগিল।তেখেতে অসমীয়া সংস্কৃতিলৈ বহু অরদান আগবঢ়ালে।আশাকরো মূখ্যমন্ত্রী মহোদয়ক করা অনুরোধ তেখেতে পূরণ করিব।ভগরানে বাইদেউক কুশলে রাখক।
@mamonidevi617
@mamonidevi617 Ай бұрын
N k t v k bohut bohut dhayanobad jonaichu dhunia anusthan aagbohua babe Bidya baidewk bohut bhal lage tekhetor abhinoy bor dhunia
@bhaskarborah4254
@bhaskarborah4254 Ай бұрын
ভাল লাগিল ধন্যবাদ ভগৱানে মঙ্গল কৰক
@musichub3129
@musichub3129 Ай бұрын
Bahut bosor r murot dekha palu Val lagil ❤❤❤
@kishorkalita9302
@kishorkalita9302 Ай бұрын
তেখেতলৈ মৰম শ্ৰদ্ধা জনালোঁ ❤আশু আৰোগ্য কামনা কৰিলো
@DiptiMazumder-sv5ch
@DiptiMazumder-sv5ch Ай бұрын
Baideo xundor monor odhikari kotha bur bor bhal lagil God bless you
@tanaydas9134
@tanaydas9134 Ай бұрын
বহুবছৰৰ পিছত বাইদেউক দেখি বৰ ভাল লাগিল । ৭০ৰ দশকত গান্ধীবস্তীত আমাৰ ঘৰৰ সমুখৰ ঘৰটোতে আছিল ,আৰু তেতিয়া বাইদেউৰ লৰাটোৰ বয়স ৬/৭ বছৰ মান আছিল।
@DPffx
@DPffx Ай бұрын
বিদ্য বাইদেউৰ লগতে তেওঁৰ সমসাময়িক শিল্পী সকলক চৰকাৰে দায়িত্ব ল'ব লাগে।
@surenboruah3241
@surenboruah3241 Ай бұрын
বিদ্যা বাইদেউ লৈ মোৰ 🙏, বাইদেউ সদায় ভালে থাকক আৰু আমাৰ চৰকাৰ খনেও অলপ সহায় কৰক, তাৰ আশাৰে🙏🙏🙏
@malobickasarmah9350
@malobickasarmah9350 Ай бұрын
সুন্দৰ অভিনয়ৰ গৰাকী আছিল | ভগৱানে কুঁশলে ৰাখক আপোনাক |
@inamulhaque6301
@inamulhaque6301 Ай бұрын
বহুদিনৰ মূৰত দেখিলোঁ। খুব ভাল লাগিল।
@rupalichutia9534
@rupalichutia9534 Ай бұрын
বাইদেউক বহুত দিনৰ পাছত দেখা পালোঁ । তেখত সদায় ভালে থাকক সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏 ।
@IlaBuragohain-cg2uc
@IlaBuragohain-cg2uc Ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী ।বাইদেউৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@glaciousyt
@glaciousyt Ай бұрын
One of the talented and beautiful actor of Assamese movie ❤❤
@GeetaBarman-o6x
@GeetaBarman-o6x Ай бұрын
Bhut val lagil....
@salinamasum7577
@salinamasum7577 Ай бұрын
ইম্মান ধুনীয়া হৈছে বিদ্যা ৰাও বা.....নজৰ‌ না লগে 🤲🏻🙏💖
@rtamuli8511
@rtamuli8511 Ай бұрын
বাইদেউৰ আশোআৰোগ্য কামনাকৰিলো,চৰকাৰৰ ফালৰ পৰা পৰিচাৰ্য্যা এগৰাকী ব্যৱস্থা কৰিদিলে ভালহব।
@aswinikumarray3857
@aswinikumarray3857 Ай бұрын
Best women of World class standard….ideal;glamourus and labourius...handsome....so on....
@ANUPAMBORUAH-cj3qv
@ANUPAMBORUAH-cj3qv Ай бұрын
God bless you baideu.
@saradakalita-f8h
@saradakalita-f8h Ай бұрын
বহুত ভাল লাগিল
@smritichetia7497
@smritichetia7497 Ай бұрын
শিল্পী সকলৰ শেষৰ ফালে জীৱবোৰ বোৰ দুখৰ হৈ পৰে ,অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি যোৱা এই সকলক শিল্পীক চৰকাৰ পক্ষই সহায়ই কৰা উচিত।
@maheswardeka9048
@maheswardeka9048 Ай бұрын
আপুনি সু স্বাস্থ্য আৰু সুখেৰে থাকক !
@bankimsarma6359
@bankimsarma6359 Ай бұрын
Vidya Rao ,was my heart throb.same smile seen today. She was beautiful.Most beautiful acted in Aranya.This song was regularly played during each and every picnic party Long live Vidya Rao
@suravispakghor4443
@suravispakghor4443 Ай бұрын
বাইদেউ আপোনাৰ আশু আৰগ্য কামনা কৰিলো ❤️
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 Ай бұрын
বহুত ভাল লাগিল। তেখেতৰ ছবি বহুত সৰুৰ পৰাই চাইছো। তেখেত সদায় ভালে থাকক।
@juthikakalita-yw7oi
@juthikakalita-yw7oi Ай бұрын
Tumi baru jana ne nai tumi jani Leo Jana moi o jona hoi hai gan tu monot pori gol biju phukon aru bidya rao bike ot gan tu gua aji o monot pore TV t sua ...ghar hansar sage saisilu sobikhn .. bidya rao khub dhunia asile .. bea lagile dekhi .. ekdum beleg hoi gol ... Homoi khub nishthur 😢
@goganesh3
@goganesh3 Ай бұрын
বৰ ভাল লাগিল
@minasaikia9189
@minasaikia9189 Ай бұрын
বাইদেউৰ আশু আৰোগ্য কামনা কৰিলো 🙏🙏🙏🙏‌।এই অচল অৱস্থাত চৰকাৰেও তেখেতক সহায় কৰা উচিত বুলি ভাবোঁ।❣️❣️🙏🙏
@chittaranjansaikia4845
@chittaranjansaikia4845 Ай бұрын
সংশ্লিস্ট কতৃপক্ষক টানি অনুৰোধ বাইদেউক যথোচিত ব্যৱস্থা কৰি সহায় কৰে যেন।অসমীয়াই শিল্পীক সন্মান দিব পাৰিবনে?
@malamonisarma3555
@malamonisarma3555 Ай бұрын
সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল। মৰমলগা মোহময়ী অভিনেত্ৰী গৰাকীৰ চিনেমা প্ৰায়বিলাক চাইছো বহুত ভাল লাগে। তেখেতৰ মুখত দিয়া"বহুতকে বহু দিও নাপালোঁ একোক.... গীতটো মোৰ বৰ প্ৰিয় ।
@dipabaruah3532
@dipabaruah3532 Ай бұрын
বিদ্যাৰাও বাইদেউ ৰ অভিনয় চাই বহুত ভাল লাগে , তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো
@gaming_boy2820
@gaming_boy2820 Ай бұрын
Moor priya nayika.god bless u🙏
@kabitadeka9331
@kabitadeka9331 Ай бұрын
Bohot vl lagil🙏🙏
@juthikakalita-yw7oi
@juthikakalita-yw7oi Ай бұрын
Bhal lagil sai interview tu
@NirmaliKhoundBaruah
@NirmaliKhoundBaruah Ай бұрын
বাইদেউৰ গা বেয়া বুলি শুনি বেয়া লাগিল। বাইদেউ সোনকালে ভাল হওঁক। আমি আৰু এটা এলবাম বনাব লাগিব।
@RohitKhanikar
@RohitKhanikar Ай бұрын
I like bidya daideo. God bless you.
@padmashreesharma8629
@padmashreesharma8629 Ай бұрын
মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী শ্ৰদ্ধাৰ বিদ্যা ৰাও বাইদেউ।
@aswinikumarray3857
@aswinikumarray3857 Ай бұрын
God Grace you for almighty creature.
@ratulsingha7665
@ratulsingha7665 18 күн бұрын
We love Bidya Rau and all her films we viewed. Talented
@rubimahanta5407
@rubimahanta5407 Ай бұрын
মোৰ ভাল লগা নায়িকা গৰাকীক দেখি ভাল লাগিল ।বহুত ভাল পাইছিলো তেখেতক ।
@nirugogoi4576
@nirugogoi4576 11 күн бұрын
বহুত ভাল লাগিল বাইদেউক দেখাপায়
@rubigogoi2299
@rubigogoi2299 Ай бұрын
বহুত ভাল লাগিল তেৱ বৰ বেছি ধু নি য়া❤❤❤
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 111 МЛН
মন আৰু মৰম MON ARU MOROM
1:35:03
Ne TIME INDIA
Рет қаралды 168 М.
TATA 13.5 1st Sleeper AIRBUS ॥Rupam Dutta॥ Rupam Dutta Life of a driver॥ Rupom Dutta
19:34
Rup Studio ৰূপ ষ্টুডিঅ’
Рет қаралды 66 М.