Рет қаралды 54,044
কল্পনা পাটোৱাৰী অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে। তেওঁ এনডিটিভি ইমাজিনৰ সংগীতৰ ৰিয়েলিটী শ্ব' জুনুন: কুচ্চ কৰ দিখানে কা (২০০৮) টো অংশগ্ৰহণ কৰিছিল। তেওঁ কণ্ঠদান কৰা চলচ্চিত্ৰ সমূহৰ ভিতৰত বলীউডৰ ৱেলকাম, বিল্লু, আক্ৰোশ, আৰ. ৰাজুকুমাৰ আৰু অসমীয়া চলচ্চিত্ৰ কন্যাদান, অহেতুক আৰু ৰণাংগন উল্লেখযোগ্য।
Kalpana Patowary, hailing from Assam, is a renowned Indian playback and folk singer. She has contributed her melodious voice to numerous songs and folk music in various Indian languages, with a special focus on the Bhojpuri genre.
#ojaantric
#assamesepodcast
#KalpanaPatowary