'ৰেন মৌ'ত আইচেংফাৰ স'তে মুক্তি পাবলগীয়া নতুন অসমীয়া চলচ্চিত্র "চিলনী চোৰ"ৰ অভিনেতাদ্বয়

  Рет қаралды 43,546

Jaatra

Jaatra

Күн бұрын

Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Nihar Ranjan Gogoi, Jintu Kumar, Dipankar Saharia
Make-Up - Jaan Saikia
Make-Up Asst- Babli

Пікірлер: 110
@bristihazarika3592
@bristihazarika3592 17 күн бұрын
আপোনাৰ কথনশৈলীয়ে মুগ্ধ কৰে বা! বুকু জুৰ পৰি যায়! তাতে দুয়োগৰাকীয়ে প্ৰিয়। দুয়ো খুব মৰমৰ! সৰল আৰু স্পষ্টবাদী! এতিয়াটো আপুনিও মৰমৰ!
@arpansvlogs5930
@arpansvlogs5930 20 күн бұрын
Choreography ফালৰ পৰা উদয় দা সদাই প্ৰিয় আৰু অৰুণ দা ধেমেলীয়া অভিনয় বোৰ বৰ প্ৰিয় সেই বাবে সকলোৰে চিনাকি অৰুণ দা...আৱাহন থিয়েটাৰ ardhangini নাট খনৰ নাম লোৱা বাবে ভাল লাগিলে , ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে দৰ্শক বাবে নতুন প্ৰজন্ম বাবে, আৱাহন সদাই প্ৰিয় মোৰ...শেষত যাত্ৰা আগুৱাই গৈ থাকক ❤❤🎉
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 22 күн бұрын
অৰুণ হাজৰিকা এজন অদ্বিতীয় অভিনেতা, যেনেকুৱা চৰিত্ৰ নহওঁক তেওঁ সদায় জীৱন্ত ৰুপত ৰূপায়ণ কৰে।উদয় শংকৰ সমানেই ভাল লগা শিল্পী। নৃত্য গীতৰ লগতে তেওঁৰ অভিনয়ে আমাক বিভিন্ন সময়ত হাঁহিৰ খোৰাক যোগায়ছে। তেওঁ লোকৰ আহিবলগীয়া চিলনী চুৰ নিশ্চয় চাবলৈ যাম।ভালে থাকক সদায় তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻। ধন্যবাদ আইচেংফা,যাত্ৰা আৰু আগুৱাই যাওক 🙏🏻🙏🏻🙏🏻
@s.kcomrades3897
@s.kcomrades3897 19 күн бұрын
সঁচাকৈ, প্ৰতিটো খণ্ডই চাবলৈ চেষ্টা কৰোঁ আৰু খুব বেছিয়ে ভাল লাগে। আজিও চাই খুব ভাল পালোঁ আৰু লগতে বহু কথাই শিকিব পাৰিলোঁ।🎉❤
@DiptiSharmaBaruah
@DiptiSharmaBaruah 14 күн бұрын
ইমান যে ভাল পাওঁ দুয়োজনকে৷ মানে তিনিওজনকে৷ আপোনালোক সুস্বাস্থ্যৰে কুশলে থাকি মনৰ জোখাৰে সুখী হওক ❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 22 күн бұрын
অতি সুন্দৰ আৰু সময়োপযোগী আলোচনা। দুয়োগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ মহান অভিনেতা আৰু নৃত্যশিল্পী লৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। দুয়োগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ মহান কলা কুশলীৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। দুয়োগৰাকীৰ কুশল কামনা কৰিলো।
@chandramabharali1656
@chandramabharali1656 21 күн бұрын
তিনিওগৰাকী মোৰ খুউব প্ৰিয়❤ এগৰাকী প্ৰিয় অভিনেতা তথা ব্যক্তিত্বশীল ব্যক্তি, এগৰাকী প্ৰিয় নৃত্যশিল্পী তথা অভিনেতা আৰু এগৰাকী প্ৰিয় অভিনেত্ৰী তথা অনুষ্ঠানৰ আঁতধৰোঁতা🥰তিনিওৰে সু-স্বাস্থ্য কামনা কৰিলোঁ🙏
@subrataarandhara7642
@subrataarandhara7642 23 күн бұрын
বহুত বহুত ভাল লাগিল চাই ❤ আপোনাৰ যাত্ৰা আৰু আগুৱাই যাওক🙏 Lot's of Love From Sivasagar ❤❤
@krishnagharphalia9086
@krishnagharphalia9086 22 күн бұрын
আইচেংফা বা আৰু এজন বিখ্যাত অভিনেতা আছে তপন দাস ডাঙৰীয়াক মাতিবচোন।।।। ❤
@VishalSharma-dy6rv
@VishalSharma-dy6rv 22 күн бұрын
হয়টো যাত্ৰা ৰ প্ৰথম টো খণ্ডৰ পৰা বৰ্তমানলৈকে অনুৰাগী কিন্তু এটাই কথা সঁচা অৰ্থত অসমীয়া শব্দৰ উচিত ব্যৱহাৰ বাৰ দ্বাৰা ভালে থাকা তুমি বা❤
@binahandique5456
@binahandique5456 22 күн бұрын
আইচেঙফা তোমাৰ এই যাত্ৰা প্ৰগ্ৰেম টো মই প্ৰতিটো খণ্ড চাও বৰ ভাল লাগে। তোমাৰ কথা শুধা ধৰণটোও বহুত ভাল লাগে। আইচেঙফা তুমি সাঙবাদিক এনজেলা চআঙমআইক এই যাত্ৰা অতিথি কৰি আনিবাচোন তেখেতৰ পৰাও আমি জানিব লগা বহুত আছে ধন্যবাদ তুমি আৰু আগ বাঢ়ি যোৱা তাকে কামনা কৰিলো।
@utpalgogoi4875
@utpalgogoi4875 19 күн бұрын
অতি সুন্দৰ আগলৈ পাই থাকিম বা
@r.hazarika9231
@r.hazarika9231 18 күн бұрын
এই অনুষ্ঠানত অংশগ্ৰহণ কৰা দুয়োগৰাকী প্ৰিয় অভিনেতা, প্ৰিয় কৰিঅ'গ্ৰাফাৰ , লগতে তুমি ইমান সুন্দৰ কৈ তেখেত সকলৰ মনৰ অনুভৱ খিনি জানিবলৈ আমাক উপহাৰ দিছা। অনুষ্ঠান টি চাই বহুত ভাল লাগিল।
@manishadeka6600
@manishadeka6600 23 күн бұрын
প্ৰিয় ব্যক্তি আহিছে আজি দুয়োজন🙏🙏।
@MinakhiGogoi-q6m
@MinakhiGogoi-q6m 20 күн бұрын
তোমাৰ কথা বোৰ সঁচা কৈ বহুত ভাল লাগে
@দুলু-ণ৭গ
@দুলু-ণ৭গ 19 күн бұрын
বহুত ভাল লাগিল।মাত্ৰা অনূষ্ঠানৰ পৰা শিকিব পাৰি।যাত্ৰালৈ বহুত বহুত শুভেচ্ছা জনালোঁ 🙏
@PrinceDhunu-nt6xk
@PrinceDhunu-nt6xk 20 күн бұрын
বহুত ভাল লাগিল।
@simantagogoiart6715
@simantagogoiart6715 19 күн бұрын
বহুত বহুত ভাল লাগিল ❤
@filismaahmed8092
@filismaahmed8092 22 күн бұрын
Barsha baak o anibo birat vl lgibo.....ajir episode tu khub val lagile lots of love ❤❤❤❤
@Pollob___Gogoi
@Pollob___Gogoi 18 күн бұрын
Ba tumar episode bur sai mur bohut vall lage 😢😢😢 Bohutu nojona kotha hikibo pau tumar episode bur sai 😊😊😊 Aru tumar aiii REN MOU tt goi live sabole mon jai ....😢 Moi golaghator pora sai asu baa .... aru jen anekoi notun notun manuhor jibonor kotha amar agot prokakh korai jua
@MinakhiGogoi-q6m
@MinakhiGogoi-q6m 20 күн бұрын
বহুত ভাল লাগিল।।
@dipankarmahanta4437
@dipankarmahanta4437 22 күн бұрын
Ba bohut vl lge apuner anusthan,,, bohut busy tr majotu tuponi khoti kori holeou sou ❤krn vl loga ati anusthan mur ❤❤❤❤❤
@user-tn5tz4bn9g
@user-tn5tz4bn9g 21 күн бұрын
বা আপুনাৰ কথা বিলাক ইমান ভাল লাগে মই সদাই চাও যাএ
@narayan4416
@narayan4416 8 күн бұрын
খুব সুন্দৰ বাৰ্তা, শুনি খুবেই আনন্দিত। আগলৈ আৰু সুন্দৰ যাত্ৰা অতিক্ৰম কৰিব বুলি আশা ৰাখিলোঁ।🪔❤️🙏
@JCUfilm777
@JCUfilm777 22 күн бұрын
বা তোমাৰ ১ লাখ subscribe হোৱা শুভেচ্ছা জনোৱাৰ লগতে সদাই নতুন নতুন ব্যক্তিৰ মনৰ কথা বোৰ আমাক উপহাৰ দিয়া বাবে আৰু আগবাহি যোৱা তুমি congratulations 🎉👏 in advance.
@gyandeepnath3600
@gyandeepnath3600 19 күн бұрын
দুয়োগৰাকীয়েই খুব আদৰৰ শিল্পী ❤ অকণমান ব্যস্ততাৰ বাবে অকমাণ অকমাণকে চাই চাই আজি শেষ কৰিলোঁ গোটেই খণ্ডটি । বিশেষকৈ শেষত আইচেংফা বাৰ চকুপানী খিনিয়ে বহুত কিবাকিবি কৈ গʼল । “যাত্ৰা” সঁচাকৈ আনতকৈ সুকীয়া, পৃথক আৰু বিশেষ । যাৰ বাবে হয়তো সেই প্ৰথম খণ্ডটিৰ পৰা এতিয়ালৈকে এটা খণ্ডও নোচোৱাকৈ থকা নাই । হয়তো কেতিয়াবা ব্যস্ততাৰ বাবে চাওঁতে অকমাণ দেৰি হ‌য় । কিন্তু আটাইবোৰেই চাইছোঁ । শেষত কওঁ , অনাগত দিনবোৰতো “যাত্ৰা”ৰ এই যাত্ৰা অব্যাহত থাকক । নতুন নতুন অতিথিৰ ভাল ভাল কথাৰে, গীতেৰে , সুৰেৰে “ৰেন মৌ” জীপাল হওঁক । সদায় “যাত্ৰা”ৰ সহযাত্ৰী হৈ থাকিম । “যাত্ৰা”ৰ গোটেই পৰিয়াললৈ শুভকামনা আৰু মৰম যাচিলোঁ ❤️ মৰমৰ আইচেংফা বালৈ মৰম ❤
@chimpineog6730
@chimpineog6730 22 күн бұрын
Hundor
@RitupanSenapoti
@RitupanSenapoti 20 күн бұрын
Apunar voice tu bhut val lage baaa ❤❤
@utpalakalitabharali755
@utpalakalitabharali755 21 күн бұрын
Bahut Bahut vhal lagil Ba.Arun sir aaru Udoi sir aapunaluk hodai eke dorei thakok❤
@karobigogoi1963
@karobigogoi1963 22 күн бұрын
Khubei priyo byokti 2jon❤❤
@swargiarypreety2129
@swargiarypreety2129 21 күн бұрын
Always keep smiling Baa ❤️ 🥰
@kunjogogoi579
@kunjogogoi579 22 күн бұрын
Tapan dasr familyk tumar showloi matiba buli akhare rom. Baki tumak congarts janalu.
@bkgogoi5831
@bkgogoi5831 22 күн бұрын
Bah, Eman busy thoka manuh keijonk ani eman hundar anusthan karile, vall lagill
@niludeka6591
@niludeka6591 22 күн бұрын
Ajir anusthan tu bor Val lagil asolote Aaichengfar Jatra anusthantu a val loga ei anusthantu aru agbarhi jauok takei kamona korilu
@jadumonigogoi1605
@jadumonigogoi1605 22 күн бұрын
শেষৰফালে কোৱা প্ৰতিটো কথাই সঁচা৷ দুয়োজন মৰমৰ শিল্পী৷ বৰ ভাললগা খণ্ড৷
@rinkukurmi4212
@rinkukurmi4212 22 күн бұрын
Very positive vibes you have. Today Paresh Bora offers a xoria in our Bangalore Namghor to get blessing for his upcoming movie..All the best 🎉
@manishadeka6600
@manishadeka6600 23 күн бұрын
আজি আৰম্ভণিতেই চাই আছো দেই বা❤️❤️
@hiyamonigoswami3175
@hiyamonigoswami3175 10 күн бұрын
যাত্ৰা সদায়ে প্ৰিয়। তপন দাস চাৰৰ পডকাস্ত এটা লবলৈ অনুৰোধ থাকিল। আপোনাৰ কথনশৈলী আৰু আঁত ধৰোতা হিছাপে আপুনি ব্যতিক্ৰম। আপোনাৰ অনুষ্ঠানৰ জৰিয়তে তপন দাসৰ জীৱনৰ বিষয়ে আৰু অধিক জানিব পাৰিম লগতে অসমীয়া চলচিত্ৰ জগতক তেখেতৰ দৃষ্টিভংগীৰে বহুত কথা জানিব পাৰিব সকলোৱে।
@sunmonikonch2839
@sunmonikonch2839 21 күн бұрын
Bohut val Hoisa Baa ❤ Love from Hyderabad Hi-tech City 🏙️
@bornaliBoruah-lt6dy
@bornaliBoruah-lt6dy 22 күн бұрын
বহুত ভাল লাগিল আইচেংফা বা❤️❤️
@madhurjyagogoi8074
@madhurjyagogoi8074 21 күн бұрын
Mur vl lga dujon aaji ba lgt khub vl lagil sai
@user-po3xk6qp4b
@user-po3xk6qp4b 22 күн бұрын
বাৰে বাৰে চালেও হেপাহ নপলোৱা এটি সুন্দৰ অনুষ্ঠান।সদায় জিলিকি থাকক।
@user-fj8uc1qz4g
@user-fj8uc1qz4g 21 күн бұрын
বা তোমাৰ মাট তো বহুত ধুনীয়া ভাল কৈ গান এটা গাবা চোন plz🙏
@purobeegogoi1343
@purobeegogoi1343 21 күн бұрын
Bohut besi bhal lagile. Thanks and❤you
@KalyanGogoiEntertainment
@KalyanGogoiEntertainment 19 күн бұрын
যাত্ৰা সদায় বিশেষ।
@bobybocha3921
@bobybocha3921 21 күн бұрын
Barakha Rani bak matiba adin ba...
@DebanandaDuttaBorah-mg2ko
@DebanandaDuttaBorah-mg2ko 22 күн бұрын
Val Lage Duijonoke❤❤2❤❤
@MalabikaSaikia-jg3sh
@MalabikaSaikia-jg3sh 22 күн бұрын
Baa Apunar vedio 2k huya pora sai asu,,,etiya goi goi 1lakh hoi gol,,kimn je val lage apunr vedio sai 1ghnta 2 ghnta kenekoi hoi jai gome napau,,,
@morjinarohman7929
@morjinarohman7929 7 күн бұрын
আজি শব্দ অভাৱ নোহোৱা হৈ পৰিল। ধন্যবাদ বা আপোনাক
@nilutpal5056
@nilutpal5056 22 күн бұрын
Bar kotha keita bor val lage, Assamese podcast bur r best anchor apuni Ba ❤
@indianpercussionist6080
@indianpercussionist6080 22 күн бұрын
Aikaijon amar moromor xilpi ❤
@jyotijyotisaikia9147
@jyotijyotisaikia9147 22 күн бұрын
অনুষ্ঠানটো খুব ভাল লাগে।আজি কালি এনেধৰণৰ অনুষ্ঠানত শুদ্ধ অসমীয়া ভাষা খুব কম শুনিবলে পোৱা যায় কিন্তু এই অনুষ্ঠানটো ব্যতিক্ৰম।
@monoranuvutiandabegmukunda1677
@monoranuvutiandabegmukunda1677 22 күн бұрын
Moiu netro kaiti buli a mati vl pau ❤🥰 arun hajarika buli namto pahori a thake maje maje 😊
@digantadeka7201
@digantadeka7201 22 күн бұрын
Congrats for 1L🎉
@anujhazarika8838
@anujhazarika8838 8 күн бұрын
সুন্দৰ অনুষ্ঠান , সুন্দৰ অনুভব ।
@DimpuGogoi-zz2ly
@DimpuGogoi-zz2ly 8 күн бұрын
Uday daa always my fav❤❤❤
@JatinPaw
@JatinPaw 22 күн бұрын
Super se upar. bohut vl lagile
@ankitadeka8485
@ankitadeka8485 22 күн бұрын
Bhut vl lgil❤ Barasha rani bishaya bak matibo sn
@atulchetia91996
@atulchetia91996 22 күн бұрын
Hundar uposthapan val lagil Emn hunkale hekh hl gome napalu Episode 2
@simantateron2927
@simantateron2927 22 күн бұрын
Good❤
@kalpanagohain2963
@kalpanagohain2963 22 күн бұрын
bht vaal lagil
@arupdeka7830
@arupdeka7830 22 күн бұрын
Dhunia nx gorima bwk lge baideo❤❤
@user-mq1fx7zl8r
@user-mq1fx7zl8r 22 күн бұрын
বাই তোমাৰ কথা বোৰ মোৰ বৰ ভাল লাগে ❤
@kaushikdas6163
@kaushikdas6163 21 күн бұрын
বা পাপন দাক লাগে
@nipubora4330
@nipubora4330 22 күн бұрын
Bohut bohut val lagil
@dimpibora6436
@dimpibora6436 22 күн бұрын
Congrats for 100k
@user-ju4mx1ve6c
@user-ju4mx1ve6c 22 күн бұрын
বহু.............ত ভাল লাগিল।
@user-sl2xg6uk7c
@user-sl2xg6uk7c 22 күн бұрын
ভাল লাগিল
@kalyanxonowal3783
@kalyanxonowal3783 23 күн бұрын
val Lage duijonoke
@Parishmita_deka15
@Parishmita_deka15 22 күн бұрын
Uday sir ❤
@polisaikia7674
@polisaikia7674 19 күн бұрын
Baa bohut vl paw sai.... Abar anjela changmai baideuk anibo pls
@Tarali999
@Tarali999 21 күн бұрын
100k Baa🎉❤
@ajitsharma7122
@ajitsharma7122 22 күн бұрын
Ba Barsha bak adin anibo sun bhut val lagibo duigoraik ake loge sai❤
@girindradas6726
@girindradas6726 22 күн бұрын
Khasa koi da mat to ake
@jitusautohub
@jitusautohub 16 күн бұрын
Apunak chabua college t dekhisilu ( 2000/2001)
@bimalendudas2713
@bimalendudas2713 22 күн бұрын
বৰষা বাক লাগে next
@amigogoi6053
@amigogoi6053 22 күн бұрын
😢😢❤❤
@Tarali999
@Tarali999 22 күн бұрын
অৰুণ হাজৰিকা ছাৰ আগৰ দৰেই একেই আছে দেখিবলৈ ❤❤
@LuknathBoruah-i2y
@LuknathBoruah-i2y 22 күн бұрын
Very nice👍👍 baa❤❤
@shayanikakalita4960
@shayanikakalita4960 22 күн бұрын
Ufffff tiniojon val lga manuh
@mritunjoydeka2027
@mritunjoydeka2027 23 күн бұрын
❤❤❤
@AmritjyotiRajbongshi
@AmritjyotiRajbongshi 14 күн бұрын
দুইজন অসমীয়া সংস্কৃতিত অৱদান থকা প্ৰিয় মানুহ দুইজন । ২জনকে ভাল পাওঁ , কিন্তু অৰুণ হাজৰিকাক বেছি ভাল পাওঁ দেই , মোৰো ঘৰ বোকাখাততে, একেখন গাঁৱৰে ইপাৰ হিপাৰত
@kshirodboruah801
@kshirodboruah801 22 күн бұрын
100k subscriber... Congratulations
@gyandeepnath3600
@gyandeepnath3600 19 күн бұрын
বা, এটি অনুৰোধ কৰিব খুজিছোঁ । পাৰিলে বৰষা বাক মাতিবচোন সময় সুবিধা মিলিলে আৰু আগতীয়াকৈ জনাব । লগতে দৰ্শকৰ পৰা তেওঁলোকে সুধিব বিচৰা প্ৰশ্ন কেইটামান লʼব যদি সম্ভৱ হয়
@mrigankabora1890
@mrigankabora1890 19 сағат бұрын
Sob assomia flim sau kin2 netra Kai kuar dore eibaar Bidurbhai khon nasalu.. right koise netra Kai a❤
@user-bf5bb2rt6b
@user-bf5bb2rt6b 19 күн бұрын
Baa Pankaj Ingti
@rantugogoi6194
@rantugogoi6194 22 күн бұрын
শংকুৰাজ ৰাজকোঁৱৰ দাদাৰ বাবে 1 ta like korok
@souravdas19s
@souravdas19s 23 күн бұрын
Apunar kotha kua style tu bhal lage mur eman xuddho aru esposto axomiya xuddho bur kotha bur bor bhal lage 🫶❤️
@Xidhartha
@Xidhartha 21 күн бұрын
Xuddho/শুদ্ধ, sposto/স্পষ্ট, xobdo/শব্দ ✅ Khudho/খুদ্ধ , esposto/ ইস্পষ্ট, Khobdo/খব্দ ❌
@udityapranpathak
@udityapranpathak 21 күн бұрын
​@@Xidhartha👍🏻👍🏻👍🏻 moiu aitue likhibo loisilu
@junabordoloi3912
@junabordoloi3912 22 күн бұрын
তপন দাস ডাঙৰীয়াক আনিব লাগে বা৷
@Jonak624
@Jonak624 22 күн бұрын
এদিন তোমাৰ কেমেৰাৰ আঁৰৰ মানুহেই জনক দেখুৱাবা।আমিও চাব বিচাৰোঁ ❤
@pranamibaishya6521
@pranamibaishya6521 22 күн бұрын
Habda bur je ki dhunia koi bebohar.kore.bht val lage..ba
@poldipneog5318
@poldipneog5318 22 күн бұрын
ভাল লাগিল আজিৰ অনুষ্ঠান ভাগি কিন্তু যোৱা খণ্ডটো আজি পুনৰ এবাৰ চালো ,জনতাৰ শিল্পী গৰাকীক আকৌ এবাৰ আপোনাৰ ৰেনমৌত দেখা পোৱাৰ হেপাঁহেৰে..
@pranabjyotibailungpjb2416
@pranabjyotibailungpjb2416 19 күн бұрын
চিলনি চুৰ
@chaojunphukan8360
@chaojunphukan8360 22 күн бұрын
Meer deep lage ba
@chandanadeka8599
@chandanadeka8599 22 күн бұрын
আৰম্ভণিতে বহুত হাঁহিলো দেই😅 পুৰণি ভিচিডিৰ দিনবোৰৰ কথা মনত পৰি গ'ল।
@bestbollywoodsongs8201
@bestbollywoodsongs8201 21 күн бұрын
আইছেংফা বা Nayan Nilim দাক লৈ আহিব ।
@khirudsaikia6806
@khirudsaikia6806 22 күн бұрын
2 jonr kotha bure mon2 sui gol
@ranaranahandique4385
@ranaranahandique4385 23 күн бұрын
Baa neel akash da lage de ❤❤
@KapilBarman-zw3wr
@KapilBarman-zw3wr 22 күн бұрын
Camerar arot thoka bekti buroko dekhaba suu ketiyaba, val lagibo
@nituphukon9541
@nituphukon9541 18 күн бұрын
Natro kaai aana aajon Ovinata Jikunu Monsot aavumki marila Raija aadori loi......
@DipankarNath-hw8ub
@DipankarNath-hw8ub 22 күн бұрын
Sir bohut Val lagila sir Arun sir....apuni ahila hudhim robo kanka apuni iman Val manuh.....apunar Dora dhoijjjo moi bisaruu hosai sir
Пришёл к другу на ночёвку 😂
01:00
Cadrol&Fatich
Рет қаралды 5 МЛН
Bend The Impossible Bar Win $1,000
00:57
Stokes Twins
Рет қаралды 44 МЛН
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 22 МЛН
Exclusive Interview with popular Assamese actress Preety Kongana
26:34
Mirchi Guwahati
Рет қаралды 2,1 М.
Ojaantric || Assamese Podcast ft. @BORNALIKALITA   || Ep.131
1:02:07
Oasis Motion Films
Рет қаралды 19 М.
Пришёл к другу на ночёвку 😂
01:00
Cadrol&Fatich
Рет қаралды 5 МЛН