Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50

  Рет қаралды 108,032

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Пікірлер: 675
@OasisMotionFilms
@OasisMotionFilms 2 жыл бұрын
DOWNLOAD WINZO 👇 winzo.onelink.me/VS3O/b91dcf5f
@renuborah8910
@renuborah8910 2 жыл бұрын
Sanjib borahak ebar mataksun val lagibo amaru hope koru matibo buli thank u ojantic.
@BishrutSaikia
@BishrutSaikia 2 жыл бұрын
Blessed ❤️ Thank you Ojaantric for all the love.
@pranjanakashyap9642
@pranjanakashyap9642 2 жыл бұрын
Apunar gan xosai bahut val lage @Bishrut dada 🥺❤️
@BishrutSaikia
@BishrutSaikia 2 жыл бұрын
@@pranjanakashyap9642 thank you 💝
@kaushikrabha2228
@kaushikrabha2228 2 жыл бұрын
Apuni xunkale ahok ojaantric t❤....
@parashmoninath5785
@parashmoninath5785 2 жыл бұрын
Tumar kam bur ekdm vintage!! Gaan gai juwa..aru val gaan upohar di juwa amak🙌❤️
@mohand9935
@mohand9935 2 жыл бұрын
Upohar ultimate bro
@tonmoyjyotidutta742
@tonmoyjyotidutta742 2 жыл бұрын
সংগীত আৰু প্ৰজ্ঞাৰ ভৰত দোঁ খাই থকা এক ব্যক্তিত্ব~তৰালী শৰ্মা 💚
@haridarshan6388
@haridarshan6388 2 жыл бұрын
বিশ্ৰুত দাৰ সৰ্বমুঠ ৬ এটা গান এতিয়ালৈকে KZbin প্লেটফৰ্মত release হৈছে...শুনি চাওঁক মাত্ৰ,নিৰাশৰ প্ৰশ্ন বহু দূৰৈত ৰ'ব...😍
@moonmoon3925
@moonmoon3925 2 жыл бұрын
তৰালী শৰ্মা বা ব্যক্তিগত ভাবে মোৰ বাবে সদায়েই প্ৰিয় এগৰাকী নাৰী। বা, সচাকৈয়ে আপোনাৰ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় একদম আমনি নালাগে, গীতবোৰৰ দৰেই ইমান ধুনীয়া, ইমান মিঠা আপোনাৰ কথাবোৰ, সঁচাকৈয়ে আপোনাৰ কথাবোৰে সাহসী কৰে। এনেকৈয়ে সদায়ে মনৰ পৰা ধুনীয়া হৈ থাকক,কুশলে থাকক ❤️❤️❤️ আপোনালোকলৈ বহুত বহুত বহুত মৰম Udy দা & Oasis দা💕💕💕
@upasananath1700
@upasananath1700 2 жыл бұрын
Ojaantric knows what we actually want📌.Thanks for bringing her in the show❣
@nilkamalbhuyan9507
@nilkamalbhuyan9507 2 жыл бұрын
এইগৰাকী শিল্পীক চাবলৈ আশা কৰি আছিলো এই অনুষ্ঠানত, বহুত ভাল লাগিল। এগৰাকী সম্পূৰ্ণ শিল্পী।
@abhinandahatiboruah8320
@abhinandahatiboruah8320 2 жыл бұрын
মোৰ ৰাতিপুৱাটোয়ে সুন্দৰ হৈ গ'ল... আপুনি বহুত ধুনীয়া তৰালী বা আপুনাৰ ব্যক্তিত্ব ই বিৰাট আকৰ্ষণ কৰে... অযান্ত্ৰিক লৈ অশেষ ধন্যবাদ আৰু বহুত মৰম যাচিলো ।
@anjandas4324
@anjandas4324 2 жыл бұрын
ভাৰ্চিটিৰ জীৱনে আপোনাক বহু কাষলৈ লৈ আহিলে বা। প্ৰতিটো পলতে ক্ৰান্তিকা বাৰ ইমান আদৰৰ কিয় হয়, সেইয়া অযান্ত্ৰিকৰ বুকুত বুজি পালো। 💚
@heeyamanirabha27
@heeyamanirabha27 2 жыл бұрын
মাতিলে নামি অহা জোনাক গীতটি মন চুই গৈছে 💕💕💕 অপ্ৰকাশ ✨✨ আজি লৈ কিমান বাৰ শুনিলো হিচাপ নাই । প্ৰতিটো দিনৰ আৰম্ভণি আৰু শেষ তৰালী বা ৰ গানেৰেই হয় 💕💕 কুশলে থাকক এয়াই কামনা 💕💕💕
@amiyamoran6608
@amiyamoran6608 2 жыл бұрын
প্ৰিয় ব্যক্তি গৰাকীক নিমন্ত্ৰণ কৰা বাবে সকলোকে ধন্যবাদ জনালোঁ। Rediot' আপোনাৰ সাক্ষাৎকাৰ শুনি খুউব ভাল লাগিল।।।
@ishanjyotiborah7758
@ishanjyotiborah7758 2 жыл бұрын
মাতিলেই নামি অহা জোনাক, বহুত বাৰ শুনিলো, এতিয়াও শুনি থাকো... Evergreen💚 তৰালি শৰ্মা কথাবোৰ শুনি থাকিলে শুনিয়েই থাকিম যেন লাগে ❤️
@dharitryboruah9379
@dharitryboruah9379 2 жыл бұрын
তৰালি বাৰ সেই বিশেষ গ্লেমাৰটোৱেই আপোনাক অন্যৰ পৰা পৃথক কৰি ৰাখিছে ❤️❤️❤️❤️❤️
@kishorekangkan4343
@kishorekangkan4343 2 жыл бұрын
ইমান মধুৰ মূহুৰ্ত এটাত বাইদেউক পোৱা নাছিলো ৷ মই যেন এইমাত্ৰ বাইদেউৰ লগতে আছো ৷ “অযান্ত্ৰিক” ত আৰু এটা প্ৰিয় episode সন্নিৱিষ্ট কৰি ল’লো। ❤️ Ud দাৰ দৰে মইও লোভ এটা বঢ়াই ল’লো বাইদেউক লগ পোৱাৰ 😊 ভালে থাকক বাইদেউ❤️ ৷ Thanks brothers ❤️
@lakhmihomekitchen4951
@lakhmihomekitchen4951 2 жыл бұрын
তৰালী শৰ্মা বাইদেউয়ে কথাখিনি ইমান‌ মৰম লগা কৈ কৈছে। সছাকৈ বাইদেউৰ ব্যক্তিত্বটো দেখি ভাল লাগিল, ইমান যোগাত্মক তেওঁৰ দৃষ্টিভংগীবোৰ। বহুত মৰম যাঁছিলো আপোনাক, আৰু আগুৱাই যাওঁক।God bless u....
@BituponMahanta
@BituponMahanta 2 жыл бұрын
Ud Da Last time i have given you a bad compliment about your interference in guest talking, now it's time for a compliment about you what I love the most, that is you make an introvert into an extrovert in your show. Also you should have name voice talukdar into On Point Talukdar. ❤❤❤
@pranjalkakoti2790
@pranjalkakoti2790 2 жыл бұрын
গানবোৰ,গানবোৰৰ কথাবোৰ যিমান ধুনীয়া তাতোকৈ অধিক ধুনীয়াকৈ তৰালী বাই কথা কয়। ইমান শুৱলা আৰু সুৰীয়াকৈ কথাবোৰ কৈছে এই ভাললগাটোও সুকীয়া। তেওঁৰ অন্তৰখন পঢ়িব পাৰিছো তেওঁৰ কথাবোৰেই। ইমান বেছি সাহস পোৱা যেন লাগিছে, ইমান বেছি সুখ অনুভৱ কৰিছো এই খণ্ডটো চাই। পুনৰবাৰ তৰালী শৰ্মা বাইদেউক এই অনুষ্ঠানত দেখা পোৱাৰ আশাৰে। অ' তেওঁৰ নতুন গান" মাতিলেই নামি অহা জোনাক" শুনিলো বিৰাট ভাল। তৰালী শৰ্মাৰ কামক বিচাৰ কৰাৰ আমাৰ যোগ্যতাই নাই। বহুত ওপৰত তেওঁ। লগতে অযান্ত্ৰিক দীৰ্ঘায়ু হওঁক। প্ৰতিটো ক্ষেত্ৰৰ বিশেষ মানুহসকলক যেন এই অনুষ্ঠানত দেখো। ❤️❤️❤️❤️
@plabitanath1332
@plabitanath1332 2 жыл бұрын
অসমৰ সংস্কৃতিৰ এগৰাকীৰ উজ্জ্বল নক্ষত্ৰ । বহুত ধন্যবাদ যাঁচিলো আপোনালোকক 😊
@ppcycleridervlogs2895
@ppcycleridervlogs2895 2 жыл бұрын
তৰালী বাৰ প্রতিটো কথাই, প্রতিটো expression ৱেই মানে কিবা এটা প্ৰেম প্ৰেম ভাৱ জগাই তোলে। বৰ ভাল লাগে। তৰালী বা খুব প্ৰেমিক মানুহ। She's very sweet, and also her songs that UD daa said about .
@himadreedeka6138
@himadreedeka6138 2 жыл бұрын
Its true
@deepshikhaboruah7175
@deepshikhaboruah7175 2 жыл бұрын
Matilei nami oha junak is actually a very very very heart touching song.. And Tarali ba u are love
@rumisharma2540
@rumisharma2540 2 жыл бұрын
"Matilei nami oha junak" one of my favourite songs. Loved it. Tarali Baa U are really my lady love🥰
@joyshreeborah2372
@joyshreeborah2372 2 жыл бұрын
তৰালী বাৰ ইনচেণ্ট চেহেৰাটো আৰু তেখেতৰ কথা কোৱা ধৰণটো। উফ শুনিলে শুনিয়ে থাকিব মন যায়। বেছি ভাল লাগে তেখেতৰ মুখৰ শব্দৰ লগতে চকু দুয়োটাইও কথা কয় হাঁহি থাকে। Love you ba. Ojaantric Zindabad ❤️❤️
@PoojaSharma-yo8zz
@PoojaSharma-yo8zz 2 жыл бұрын
Best episode .. Episode টো চাবলৈ আৰম্ভ কৰাৰ আগত মনটো খেলিমেলি হৈ আছিল ... এতিয়া যেন শান্তি পাইছোঁ .. Lots of love to Tarali Ba and Ojaantric 💗
@uddipbora9596
@uddipbora9596 2 жыл бұрын
৩০ চেকেণ্ডৰ ভিডিও চাই অভ্যস্ত মানুহ বোৰক আপোনালোকে ১ ঘণ্টা বান্ধি ৰাখিব পৰিছে যেতিয়া মই ভাবো আপোনালোক সফল হৈছে।আগলৈও এনেদৰেই আগবাঢ়ি যাওক তাৰে কামনা।
@simantakalita97
@simantakalita97 2 жыл бұрын
"Keeps you grounded, মানুহ হৈ থকাত সহায় কৰে" বাৰ কথাষাৰ ❤️ বৰ ভাল লাগিল তৰালী বাক আমন্ত্ৰণ জনোৱা ৰ বাবে, আজি বহু কেইটা episode ৰ আগতেই মই অনুৰোধ কৰিছিলোঁ তৰালী বা আৰু মলয়া গোস্বামী বাইদেউক Ojaantric ত পাবলৈ, সঁচাকৈয়ে দৰ্শকৰ কথা ইমান গুৰুত্ব দি সন্তুষ্ট কৰোৱা টো ইমান সহজ নহয় । কিন্তু দেখিছোঁ প্ৰাই সকলোৱে সুখী Ojaantric ৰ সৈতে ।
@surajitneog5464
@surajitneog5464 2 жыл бұрын
বহুত বেছি ভাল লাগিল । অজ্বান্ত্ৰিকৰ এইটো সৰ্বশ্ৰেষ্ঠ খণ্ড । Her words made me realise that it's more on you how you see the colours of this world rather than what others showing to you. Her thinking standard is on another level. I will admire her forever.
@simantaboruah4438
@simantaboruah4438 2 жыл бұрын
তৰালী বাৰ কথা কোৱাৰ ধৰণ টোৱে ইমান মৰম লগা কোনোবা সৰ্গৰ এগৰাকী পৰী...সঁচাই....আৰু udi দাই যিমান কথা কলেও কোনোবা ঘৰৰ মানুহে কৈ থকা যেন..লাগে..নেদেখা জনৰ ওচৰত সদায়েই প্ৰাৰ্থনা কৰিম...আৰু আগবাঢ়ি যাওঁক আপোনালোক...soo much love..
@kritishmitakalita195
@kritishmitakalita195 2 жыл бұрын
Eman dinor murot .... Logot priyo manuhgoraki😍.... Thank you ojaantric
@monosreegogoi5157
@monosreegogoi5157 2 жыл бұрын
তৰালী বা❤ হৃদয় চুই যোৱা তোমাৰ প্ৰতিটো গীত 'মাতিলেই নামি অহা জোনাক' বহুবাৰ শুনিলোঁ। ধন্যবাদ অযান্ত্রিক💚
@kamalkrishnagogoi2746
@kamalkrishnagogoi2746 2 жыл бұрын
তৰালী বাৰ কথাখিনিয়ে হৃদয় চুই গল💚💚💚
@gayatrisarmah7645
@gayatrisarmah7645 2 жыл бұрын
Mur khub val loga singer...Thanks Ojantric for inviting her.
@radhemalik6349
@radhemalik6349 2 жыл бұрын
She don't need any introduction ❤️ আপোনাৰ ব্যক্তিত্ব সদায় বিশেষ। মনৰ মানুহৰ ভিতৰত আপুনি অন্যতম।ভালে থাকক💌
@gangulymili783
@gangulymili783 2 жыл бұрын
Hoi
@buliborah4698
@buliborah4698 2 жыл бұрын
বহুত বেছি ভাল লাগিল । মাতিলেই নামি অহা জোনাক released হোৱা দিনাৰ পৰা শুনিয়ে থাকো । Ojantric alwaus Rocks 💕🎊🎊🎊🎊
@dikchanchoudhury3689
@dikchanchoudhury3689 2 жыл бұрын
My first crush upon voice since childhood ❤️Tarali Sarma❤️
@upomanyubaruah9753
@upomanyubaruah9753 2 жыл бұрын
Finally eman kuwar pasot bak anile ... thank you
@munmihazarikabaruah2013
@munmihazarikabaruah2013 2 жыл бұрын
ভিডিওটোৰ লগত জড়িত নহয় যদিও ইয়াতেই comment কৰিছোঁ। covid হৈ home quarantine ত থকাৰ পৰাই Ojaantric ৰ নিচা লাগিল। Ojaantric ৰ পৰা জানিয়েই আজি " Rhino Express " চালোগৈ। বহুত দিনৰ পিছত বহুত হাঁহিলো। UD ৰ অভিনয় খুব সুন্দৰ। " Ojaantric ৰ দাদা"টো মাজতে ক'ত নাইকিয়া হ'ল বুলি মোৰ ল'ৰাটোৰ চিন্তা হৈ গৈছিল দেই🤭। কেতিয়াবা KK দাকো মাতিব বুলি আশা থাকিল।
@parthapdutta5905
@parthapdutta5905 2 жыл бұрын
ধুনীয়া মনৰ মানুহবোৰ সঁচাকৈয়ে ধুনীয়াই হয় ❤️❤️
@debojitray1050
@debojitray1050 2 жыл бұрын
তৰালী শৰ্মা বাৰ মাতিলেই নামি অহা জোনাক গীতটি আগতে শুনিছোঁ বহুত ভাল লাগিছে।😍😍😍😍😍
@trishnasaikia1242
@trishnasaikia1242 2 жыл бұрын
Matilei naami aaha junak Already bohut baar hunisu Bohut besi bohut besi dhuniaa ❤️❤️❤️❤️
@AninditaKashyap-AK
@AninditaKashyap-AK 2 жыл бұрын
Just look at her eyes when she talks about the love for music... Damn she's truly in love with music ❤❤❤
@denishwary3612
@denishwary3612 2 жыл бұрын
Dada... Toralobaak 1st time toralibaar eman free hoi kotha huni vl lagil.. Karon apur lukor karone toralibaar voice Tu huni vl lagoil.. Biggest thnk you... Baa assam Or nayan.. 😘😘
@luishlemaboruah5064
@luishlemaboruah5064 2 жыл бұрын
Best Episode, শেষ নকৰাকৈ comment লিখিছোঁ। তৰালী শৰ্মা লৈ সন্মান ভালপোৱা বাঢ়ি গৈছে।।ইমান সুন্দৰ ব্যক্তিত্ব
@relax8840
@relax8840 2 жыл бұрын
Torali Sarma Geet , Kotha Xunile Kiba Ata Sristy koriboloi mon Jai...❤️❤️❤️
@poojabordoloi903
@poojabordoloi903 2 жыл бұрын
বা সদায় প্ৰিয় তুমি মোৰ!❤️ আহিবা তুমি গীতটি খুব গাও মই কাৰন সেই গীতটি মোৰ মাৰো সুব প্ৰিয়!এতিয়া মাতিলে নামি অহা জোনাক গীতটিৰ শুনাৰ পৰা সেই গীততি মুখত লাগিয়ে থাকে মোৰ ইমান যে ধুনীয়া গাইছা তুমি ভাষাৰে বুজাব নোৱাৰো মই।ধন্যবাদ অযান্ত্ৰিক বা ক শুনাৰ সুবিধা দিয়াৰ বাবে😍
@সুশান্তশৰ্মা
@সুশান্তশৰ্মা 2 жыл бұрын
অযান্ত্ৰিক ৰ সকলোকে অশেষ ধন্যবাদ এনেকুৱা এটা আদ্দা লৈ অহাৰ বাবে, বহুত দিনৰ পৰা বাট চাই আছিলো অসমীয়া আদ্দা এটা চাবৰ বাবে, খুব মন যাই এটা অনুস্থান ত থাকিবৰ বাবে নিজৰ একো প্ৰতিভা নাই কিন্ত খুবেই ভাল লাগিছে মনে ভাল লগা মানুহবোৰ ৰ কথাবোৰ জানিব পাৰি..উদয়ন দা আপোনালোকে বহুত অনুপ্ৰেৰণা যোগায়।
@jyotikasonowal9670
@jyotikasonowal9670 2 жыл бұрын
তৰালী বাৰ হাঁহি 💓 তৰালী বাৰ কণ্ঠ 💓💓 লগতে" আহিবা তুমি " 💓💕💕💓
@tapashjyotiborgohain7545
@tapashjyotiborgohain7545 2 жыл бұрын
কথা বিলাক শুনি থাকিলে শুনি থাকিবলৈ মন যায়।
@swapnabhuyan9146
@swapnabhuyan9146 2 жыл бұрын
Her way of talking is therapeutic! I think for the first time in the show Oasis is touched by each and everything she spoke! Full of depth, positivity, love and beauty of life
@jitpoemstories3092
@jitpoemstories3092 2 жыл бұрын
সংগীতৰ ৰাণী ❤️ LOTS OF LOVE TARALI BAA❤️
@mamtabasumatary277
@mamtabasumatary277 2 жыл бұрын
কিমান বেছি ভাল লাগিল বুজাব নোৱাৰো। মুঠতে অযান্ত্ৰিকে যান্ত্ৰিক জীৱনটো জীপাল কৰি তোলে। Specially today's episode is outstanding.. Actually I waited for her in my most favorite Ojaantric. Love you so much Tarali Ba❤️
@mehfil7536
@mehfil7536 2 жыл бұрын
ojaantrick ৰ বহুত show চাইছো but এই episode টো বহুত special . heart korisee, এই মানুহ গৰাকী বহুতৰ আপোন নহব পাৰে,তেওঁৰ গান সকলোৱে ভাল নাপাব পাৰে কিন্তু এচামে তেওঁৰ নতুন কিবা updater , নতুন গানৰ অপেক্ষাত সদায় বাটৰুৱা ...... , মানুহ গৰাকীৰ voice তেওঁৰ গান ৰ কথা নকওঁ কথা কেইটাৰ আঙঠি মোৰ বাবে বহুত ...... ৫০ টা খণ্ডৰ এই এটা one of the best ...... thank you ajaantrick family ,,,,,💟❤️
@upankargoswami1540
@upankargoswami1540 2 жыл бұрын
Superrb episode....❤❤ Adil hussain sir k adin matibosun
@jayshreegogoi6399
@jayshreegogoi6399 2 жыл бұрын
Thanku both of you for bringing such a good show Ojaantric, moi notun koi saisu etu show, bohut bhal lagise sai artist burok, teo lukor kotha botora aru tumalukoru dhemali bur, aru torali sharmar kotha kinu kom everyone knows her, she is a fabulous singer, melody Queen of Assam. The simplicity she has is amazing.
@ridipdutta4846
@ridipdutta4846 2 жыл бұрын
" মানুহ হৈ থাকিবলৈ সুবিধা কৰি দিয়ে ৷"❤️
@animeshsaikia1620
@animeshsaikia1620 Жыл бұрын
Emn dhuniya Torali ba r ktha bur . She is so calm and lovely 🥰. Love her voice 💗. Love for ojantric too ❤️
@deepagogoi392
@deepagogoi392 2 жыл бұрын
Khub bhal lagile 💕👍...... Hepah thaki gol moi u zodi Torali Sarma r dore holu heten ...... Hosa geet guar hepah thaki gol 😢.....
@sponditaneog4851
@sponditaneog4851 2 жыл бұрын
One of the best episodes. Tarali Ba is so humble and soft spoken. She is pure ❤️ When she speaks u just feel like to keep listening forever.
@labadeka8843
@labadeka8843 2 жыл бұрын
Already listend multiple times "মাতিলেই নামি অহা জোনাক" is something different..❤️
@anishkashyap4801
@anishkashyap4801 2 жыл бұрын
She's such a humble personality...Every word said by her is so constructive❤️ Want Shyamontika Sharma , Barsha Rani Bishaya on Ojaantric❤️
@arjunboruah
@arjunboruah 2 жыл бұрын
Such a great and humble personality she is ❤️
@pujamaina2748
@pujamaina2748 2 жыл бұрын
Tq UD..Taralir baar gan bur hunu asilu kin2 ajiloike teur kthabur huna nasilu..bht val lagise...onotor sui juwa kthabur..aru matilei nami oha jonak gaan2 kbloi baki nai bht bht bht dhuniya😘😘...love u all❤❤❤❤
@parishmitabordoloi9720
@parishmitabordoloi9720 2 жыл бұрын
The great personality Tarali baa. Thank you so much Ojantric🙏
@sangeetasaikia8687
@sangeetasaikia8687 2 жыл бұрын
প্ৰথম episode ৰ পৰা চাই আছো । like কৰো , কিন্তু কমেণ্ট আজি প্ৰথম কৰিছো । অসমীয়া youtube ৰ best show , মোৰ ব্যক্তিগত মতামত । ud হওঁক তালুকদাৰ হওক বাকী অতিথি হওক মুঠতে এটা অযান্ত্ৰীক অনুষ্ঠান , মই কৈছো চাবলৈ মোৰ surrounding ৰ মানুহখিনিক , নাজানো কি কৰিছে । কিন্তু সঁচাকৈয়ে মনোগ্ৰাহী অনুষ্ঠান । শুভেচ্ছা আৰু শুভকামনা তোমালোকলৈ .....
@Thisisme1411
@Thisisme1411 2 жыл бұрын
Eibar episode kintu dhamaka dei. Khub besikoi bhal lagil, speechless! Xosakoi positive aura ase. Thank you Ojantric.
@subhadraborah2999
@subhadraborah2999 2 жыл бұрын
এগৰাকী সুন্দৰ ব্যক্তিতৰ অধিকাৰী তৰালী বা... গানৰ কথা নকওঁয়েই .. wahhhhh
@meghadevi6491
@meghadevi6491 2 жыл бұрын
Dintur clg tution r byostotar major duporia r ei 1/1:30 ghonta r xomoy khini ojantric e jiai tule . Thank you ojantric ❤️
@digantadas7961
@digantadas7961 2 жыл бұрын
May be the best episode. She has a wonderful personality. Very talented and genuine person( tarali sharma)
@palkimahanta3566
@palkimahanta3566 2 жыл бұрын
Such a charming personality 🥰 Thank you ojaantric
@sansumabasumatary7228
@sansumabasumatary7228 2 жыл бұрын
Ojantrik aru ketiao nasao..... Tarali ba r gaan nuhuna manuhor show moi nasao.... Xodai notun kiba eta xunar opekhya kori thaku Tarali bar pora...Lots of ❤️❤️❤️❤️ Tarali ba....
@kavitabaruah7081
@kavitabaruah7081 2 жыл бұрын
An epitome of beauty,her thoughts reveal what a gem of a person she is.Thank you Ojaantric for this wonderful interaction. 🙌🙌
@nityanandarajkhowa6875
@nityanandarajkhowa6875 2 жыл бұрын
Ojantrikor proti...aji aru okoman...morom...bahi gol....already..prem ot poriclo....ojantric or..aji....akow aber..porilo...thanks to ojantrik for...bringing her....to us...
@ranjankashyap2029
@ranjankashyap2029 2 жыл бұрын
🥺😱thanks both of you Udayan and Osasis da ......for inviting one of my favourite singer ❤️❤️
@riddhisdesign6970
@riddhisdesign6970 2 жыл бұрын
Bohut val lagil...tarali bar kotha khini Jen xuniai thakim .... thank you ojaantic
@dailyd2946
@dailyd2946 2 жыл бұрын
Bishrut Saikia, Hats of to you brother ❤️ "Upahar" is a blessing.
@banashreemahanta2995
@banashreemahanta2995 2 жыл бұрын
একেৰাহে চায়ে ৰ'লো বা। ইমান যে ভাল লাগিল। লগতে এই অনু্ষ্ঠান বৰ ভাল পাও। যোৱা ৫০ টা খণ্ডই মই সম্পূৰ্ণ কৰিলো, মন দি চালো। ভীৰ হৈ থকা মনটো পাতল লাগে এই সময়খিনিত। অযান্ত্ৰিক সদায় অনন্য। আজি আপোনাৰ কথাবোৰে ইমান বেছি সাহস দিলে বুজাব কবলৈ আচলতে ভাষা নাই। গীতবোৰ সদায় শুনিবৰ মন যায়। কেতিয়াও আমনি নালাগে। আপুনি সদায় নতুন নতুন গীত আমাক দিব বুলি আশাৰে ৰ'লো। আকৌ এবাৰ ধন্যবাদ আৰু শুভকামনা অযান্ত্ৰিকলৈ।😊❤💚
@debasish2669
@debasish2669 2 жыл бұрын
After dipen boruah sir episode this is the 2nd best episode for me.. OJAANTRIC ❤❤
@smitabaishya8122
@smitabaishya8122 2 жыл бұрын
Matilei nami oha junak gaan tu bht vl lge ❣️ Love u Tarali ba ❤️Ur my favourite
@chitrajitlahon6500
@chitrajitlahon6500 2 жыл бұрын
Upohar song2 huni ahelu majote,,,,,♥️♥️♥️🔥
@jayashreekashyap8934
@jayashreekashyap8934 2 жыл бұрын
I was filled with this episode decorated with the words of my beloved woman... Thank you very much to everyone associated with ojaantric for bringing Tarali Sharma 'Ba' as a guest in this episode💚❤️💚
@rikyrajkumari49
@rikyrajkumari49 2 жыл бұрын
Bohut val lagil ....torali bar gan huni khub vl paw.bikhekoi ahiba 2mi gan2 .kin2 aji teur kothbur huni torali bar bohut besi vl lgil..💕💕
@bornaliborgohain5336
@bornaliborgohain5336 2 жыл бұрын
তৰালী বাৰ গানবোৰ যেনেদৰে মিঠা কথাবোৰো মিঠা। কিৱা এটা ভাল লাগি যায়...💖
@biswajithaloi7047
@biswajithaloi7047 2 жыл бұрын
One of the best artist of Assam..so gentle and full of love
@dimpebarman5100
@dimpebarman5100 2 жыл бұрын
বৰ ধুনীয়া লাগিল চায়। কথাবোৰ বৰ সুন্দৰ 🥰🥰
@RunmiSaikia
@RunmiSaikia Жыл бұрын
তৰালি বাৰ গান শুনি বহুত বেছি ভাল লাগে। তেখেতৰ প্ৰত্যেকটো গান মানুহ গৰাকীৰ ব্যক্তিত্বৰ দৰেই জীপাল আৰু ফৰকাল। বা সদায় ভালে থাকক। ভাল হওঁক আপোনাৰ। তেখেতৰ 'voice of a nitingel' পঢ়ি যথেষ্ট ভাল পালোঁ।
@bondorobasomia8584
@bondorobasomia8584 2 жыл бұрын
সদাই চাই থাকো ajaantic....lov from Chabua
@nilimarabha8840
@nilimarabha8840 2 жыл бұрын
Tarali baa r gaan bohut val lage..Ahiba tumi gaan khub besi vl lage.. Bohut vl lagil episode to sai... Awesome
@AngshumanBezbaruah
@AngshumanBezbaruah 2 жыл бұрын
This episode can cleanse one's soul. Such is her aura, such is the level of positivity she radiates !
@throughthenarrowroadwithha7323
@throughthenarrowroadwithha7323 2 жыл бұрын
She is full of positive energy! Very loving and inspiring! Loved the episode!❤️
@gitalihandique2235
@gitalihandique2235 2 жыл бұрын
বহুত ভাল লাগিল। মাতিলেই নামি অহা গানটো বহুত ভাল লাগিছে, সকলো গান ভাল লাগে তৰালীবা ৰ
@mozoomdar.
@mozoomdar. 2 жыл бұрын
Hahitu j, tarali bar hahitut a odbhut positive vibes eta ase. Aru dekhilei gom pai baa bohut moromiyal hoi... Bhale thakok baa.. and thank you UD & Oasis...
@chinmoygogoi9666
@chinmoygogoi9666 2 жыл бұрын
Iman dhunia koi koise❤ rte 3,15 bojat aii olp sai morning sam vabiselu bt atia loike saisu bohut vl lagise ai tu episode... Aru ba gn moi bohut horu pora huni diouta logot radio📻 aot... Love you ba and thanks Ojanntrac ❤❤
@kamaljyotirajmedhi6157
@kamaljyotirajmedhi6157 2 жыл бұрын
when heard tarali ba listens to Kaavish or Ustaad Sharafat Ali Khan, felt like I have a good taste in music.
@himakhinath4550
@himakhinath4550 2 жыл бұрын
One of the best episode of ojantric..pride of our Assam "tarali baa"❤️
@solotripper8326
@solotripper8326 2 жыл бұрын
One of the best episode of ojaantric.. Big fan of tarali sharma ba... What a charming personality!!!.. Feeling very motivated !! Thanq ojaantric
@hirakjyotibaishya8876
@hirakjyotibaishya8876 2 жыл бұрын
I think this is the best episode till date with so much knowledge about music, entertainment, fun and motivation. Thank you Tarali ba, thank you Ojaantrik.
@trishnabora1314
@trishnabora1314 2 жыл бұрын
কি ক'ম Just woww😊❤️Torali baa r morom loga aru mitha mat xar xsakoi khub val lge🥰 logote UD daa ru Oasis daa loi bohut morom thakil❤️love from Golaghat😊
@deepjyotilahon1080
@deepjyotilahon1080 2 жыл бұрын
Torali Ba Apunlukor show Tu loi onar Babe bohut thank you❤ I love torali bar Ahiba tumi dupor nikha song Tu.
@rishirajbongshi7317
@rishirajbongshi7317 2 жыл бұрын
Tarali ba is Goddess of knowledge, ud da and owasis love u bro ❤️❤️
@purabibarman276
@purabibarman276 Жыл бұрын
I HAVE SEEN FOR THE FIRST TIME. COME HERE ONLY FOR TARALI BAA BUT NOW I'LL BECOME FRIEND OF ALL THREE.......
@archanakalita830
@archanakalita830 2 жыл бұрын
Thnq so much ud da and oasis da for invited Tarali baa. Yes she created a positive environment. She has a clum and cool personality..
Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs
10:19
Don't underestimate anyone
00:47
奇軒Tricking
Рет қаралды 18 МЛН
How Many Balloons To Make A Store Fly?
00:22
MrBeast
Рет қаралды 132 МЛН
Thank you Santa
00:13
Nadir Show
Рет қаралды 29 МЛН
Ojaantric || Assamese Podcast ft. Namita Bhattacharyya  || Ep.93
1:03:01
Oasis Motion Films
Рет қаралды 39 М.
J. Lalrosanga hmaichhanah ka zai pui ta || USA atangin thilpek a dawng!!!
37:28
Ep: 06: EER OORDARA?
54:11
Purecast
Рет қаралды 6 М.
Ojaantric || Assamese Podcast ft. @AMRITAGOGOIO  || Ep.59
59:16
Oasis Motion Films
Рет қаралды 220 М.
U TURN CELEB TRAVELS | RAVI SHARMA | RJ PAHI
11:18
Red FM Assamese
Рет қаралды 219 М.
Ojaantric || Assamese Podcast ft. Tanuja Chetia & Monjory Chetia  || Ep.119
1:00:58
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Oasis Motion Films
Рет қаралды 351 М.
Don't underestimate anyone
00:47
奇軒Tricking
Рет қаралды 18 МЛН