Driver cum Writer ৰূপম দত্তৰে ব্যতিক্ৰমী সাক্ষাৎকাৰৰ 2nd Part

  Рет қаралды 246,494

My News NE

My News NE

3 жыл бұрын

My News NE: LIFE OF A DRIVER PART-2
Driver cum Writer ৰূপম দত্তৰে ব্যতিক্ৰমী সাক্ষাৎকাৰৰ 2nd Part
নৈশবাছৰ ষ্টেয়াৰিঙত ধৰিয়েই প্ৰেম কৰিছিল ৰূপমে
Night Superতেই জীৱন লগৰী বিচাৰি পাইছিল ৰূপমে
উপন্যাসৰ বাহিৰত ৰৈ যোৱা ড্ৰাইভাৰৰ প্ৰেমৰ কথা
ৰূপমৰ ঘটনাবহুল ড্ৰাইভাৰী জীৱনৰ আৰু বহু গোপন কথা
মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে Zer0 to HerOত পুনৰ ৰূপম দত্ত
---------------------------------------------------------------------------------------------------------------------------
About Channel:
The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
---------------------------------------------------------------------------------------------------------------------------
Subscribe to our KZbin channel: tinyurl.com/ycq2k5n8
---------------------------------------------------------------------------------------------------------------------------
You can also visit our website at: mynewsne.com/
---------------------------------------------------------------------------------------------------------------------------
Follow My News NE on our Social Media Handle:
Like us on Facebook: / mynewsne
Follow us on Twitter: / mynewsne1
Follow us on Instagram: / mynewsne

Пікірлер: 430
@Adieverything
@Adieverything 3 жыл бұрын
ৰূপম দত্ত ৰ জীৱন চুটি গল্প ৰ দৰে ...কথন শৈলীয়ে এখন উপন্যাসৰ দৰে...কিতাপ খন পঢ়িবলৈ আগ্ৰহী
@debajit2106
@debajit2106 3 жыл бұрын
এনে এক সত্বাই নিবনুৱাক উচিত পথৰ সন্ধান দিছে। ৰূপম দত্ত দেৱক প্ৰণাম।
@harenbaruah9575
@harenbaruah9575 3 жыл бұрын
ৰূপম দত্তৰ পাতি থকা কথাবোৰেই একোটা একোটা গল্প ।কথাবোৰ শুনি নামোৱাই । এওঁ জনপ্ৰিয় সাহিত্যিক নিশ্চয় হ'ব ।
@nabajitgohain8137
@nabajitgohain8137 3 жыл бұрын
ৰূপম দাদাৰ কথাবোৰ শুনি থাকিলে আৰু শুনিম শুনিম লাগে, প্ৰথমে দিয়া সাক্ষাৎকাৰটো মই এতিয়ালৈকে দুবাৰ চালো, মানুহজনৰ প্ৰথম সাক্ষাৎকাৰ লোৱা কথাবোৰ শুনি কিবা আপোন আপোন যেন লাগি গৈছে। তেওঁৰ জীৱনৰ কিতাপ খনৰ বাবে আগ্ৰহেৰে লৈ আছোঁ, মইও এজন ২০ বছৰীয়া ড্ৰাইভাৰ❤️।
@nirmaliborah5496
@nirmaliborah5496 3 жыл бұрын
ৰূপম দা, আপোনাৰ কথাবিলাক শুনিলে শুনি থাকিবৰ মন যায়..আৰু লিখি যাওক... আগুৱাই যাওক
@mamonibegum1462
@mamonibegum1462 3 жыл бұрын
ৰুপমক দীঘা'য়ু কামনা কৰিছো কোনো ভেদাভেদ ভাব তেওঁৰ নাই ।
@anurangoesvlogging9914
@anurangoesvlogging9914 3 жыл бұрын
প্ৰণয় দা আপোনাক নমস্কাৰ ❤️, অশেষ ধন্যবাদ ৰূপম দত্তৰ দৰে ব্যক্তিক আমাৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে 🙏
@bikromsaikia6204
@bikromsaikia6204 3 жыл бұрын
moiu ajon Diver hoi first comment korisu Rupom Daa is great .
@tarpanasarmah3566
@tarpanasarmah3566 3 жыл бұрын
ৰূপম দত্ত অস মীয়াৰ আদ ৰ্শ হোৱাই নহয় অসমীয়া যুৱক সকলৰ প্ৰেৰনা হওক আৰু আগুৱাই যাওক। ৰূপম দত্ত ৰ কথ্নশৈলী বৰ আকৰ্ষনীয়, ভাল লাগিল। বহুতো শুভেচ্ছা থাকিল তেখেতলৈ।
@nikisaikiamunu6642
@nikisaikiamunu6642 3 жыл бұрын
ৰূপম দাদা আপুনি বহুত সহজ সৰল। আপোনাৰ কথাবোৰ শুনি ভাল লাগিল।😍
@sanskritashivam5140
@sanskritashivam5140 3 жыл бұрын
প্ৰথমৰ পৰাই ভাল লাগিছিল প্ৰণয়খুৰা । বৰ ভাল লাগিল life of a driver ৰক এনেকৈ আগুৱাই যোৱা দেখি
@tamanna2813
@tamanna2813 3 жыл бұрын
আন্দোলন কৰিবলৈ উৎসাহিত কৰা সকলে আৰু আন্দোলন কৰি কৰি বয়স পাৰ কৰা সকলে লগতে চান্দা তুলি ফুৰা সকলে এই সাক্ষাৎকাৰটো চাব লাগে ।
@riturajkashyap8069
@riturajkashyap8069 3 жыл бұрын
মানুহ জন খুব সহজ -সৰল কথাবোৰ অন্তৰ চুই যোৱা।
@mamoniborgohain6474
@mamoniborgohain6474 3 жыл бұрын
কেবিনৰ ইপাৰৰ কাহিনী পঢ়ি অভিভূত হলোঁ। যিহেতু মোৰ ঘৰ তিনিচুকীয়াত সেয়েহে ৰূপম দত্তক লৈ যথেষ্ঠ গৌৰৱ অনুভৱ কৰিছো। আন্তৰিক অভিনন্দন জনালো লগতে দ্বিতীয় খন কিতাপলৈ আশাৰে বাট চাই ৰলো।
@amritdutta5965
@amritdutta5965 3 жыл бұрын
Talent is there. ড্ৰাইভাৰ, শ্ৰমিক, খেতিয়ক প্ৰত্যেকজন মানুহেই কিছুমান দিশত বিশেষ গুণসম্পন্ন। He is smart & talent. #Love_you_Mr_Rupam
@bakulinath4649
@bakulinath4649 3 жыл бұрын
ৰূপম তোমাৰ প্ৰগেম‌টো চাই ইমান ভাল লাগিছে ‌সচাই তোমাক ভগবানে ভাল কৰক আৰু সাহক দিয়ক‌ আগলৈ যাতে আগ‌‌ বাঢ়ি যাব পাৰা তাৰেই কামনা কৰিছো ।
@Dhironath
@Dhironath 3 жыл бұрын
যিমান দূৰ মনত পৰে ১৯৯৫-৯৬ চনৰ কোনোবা ক্ষণত অসম অভিযান্ত্ৰিক প্ৰতিস্থান চমুকৈ এ,ই,আই(AEI)ত এগৰাকী অনুজ হিচাপে লগ পাইছিলো ভাইটি সীমান্ত দত্ত অৰ্থাত্ "লাইফ অৱ এ ড্ৰাইভাৰ"ৰে বৰ্তমান বিখ্যাত হৈ পৰা আজিৰ ৰূপম দত্তক । ১৯৯৭ চনত আভিযান্ত্ৰিক শিক্ষা সাং কৰি নিজেও নামি পৰিছিলো নিজৰ নিজৰ জীৱন যুদ্ধত । সেই যে তেতিয়াই ছাত্ৰাবাসত বিদায় মাগি আহিছিলো সীমান্ত হতৰ পৰা তাৰ পাছত বহু বছৰ ধৰি নাছিল কোনো যোগাযোগ । আজিৰ লেখীয়াকৈ তেতিয়া নাছিল কোনো মোবাইলৰ যুগ, গতিকে ইজনে-সিজনক লগ পোৱাটো বৰ এটা উজু কাৰবাৰ নাছিল । অতি সম্প্ৰতি যেতিয়া সংবাদ মাধ্যমত চিনাকি মুখ খন দেখিলো, মনত আহিল ক'ত পাইছিলো লৰাজনক, চেহেৰাৰ মিল দেখিছো যদিও নামটোত আছিল সন্দেহ, কাৰণ আমি তেওঁক পাইছিলো সীমান্ত হিচাপেহে । অৱশেষত সেই সন্দেহৰো অৱকাশ ঘটিল যেতিয়া নেকি তেওঁৰ সাক্ষাত্কাৰ সমূহত স্পষ্টকৈ সকলোবোৰ কথা গম পাই গলো । ঠিকেই এ,ই,আইত লগ পোৱা সেই তজবজীয়া অথচ মৰম লগা লৰাটোৱেই প্ৰকৃততে আমাৰ অনুজ ভাইটি সীমান্ত ওৰফে ৰূপম । গুৱাহাটী কমাৰ্চ কলেজত বানিজ্য শিক্ষা লৱলৈ গৈ মনৰ পৰিৱৰ্তন কৰি গল গৈ অসম অভিযান্ত্ৰিক প্ৰতিস্থানলৈ অভিযন্তা হোৱাৰ মানসেৰে, পিছে পৰৱৰ্তী সময়ত জীৱনৰ একা বাটেৰে ঘুৰি ঘুৰি আজি হৈ পৰিল এগৰাকী ড্ৰাইভাৰ আৰু তাৰ পাছত সৃষ্টি হল, "লাইফ অৱ এ ড্ৰাইভাৰ" । গুৱাহাটী গ্ৰন্থমেলাত কিতাপ খনে ইতিমধ্যে এক আলোড়নৰ সৃষ্টি কৰা বুলি শুনিছো । ভাল লাগিল সীমান্ত, তোমালৈ অনেক শুভকামনা থাকিল ।
@mastorkonwar8903
@mastorkonwar8903 3 жыл бұрын
Best wishes
@bibhaborgohain5700
@bibhaborgohain5700 3 жыл бұрын
অন্তৰ স্পৰ্শী কাহিনী.সচাকৈয়ে ৰুপম দত্ত Hero.
@ragriyan5129
@ragriyan5129 3 жыл бұрын
ৰূপম দা ৰ কথাবোৰ শুনিলে শুনিয়ে থাকিব মন যায়।
@rajashreeborgohain5998
@rajashreeborgohain5998 3 жыл бұрын
অন্তৰৰ পৰাই চেল্যুট জনালোঁ সঁচা মানুহ জনলৈ।পেছাত ড্ৰাইভাৰ তথা এজন সঁচা অৰ্থত মানুহ তেখেত।মোৰ এটা (ব্যক্তিগত অভিজ্ঞতা)সেইদিনা dibrugarh university ৰ পৰা আহি আছিলোঁ আমি দুগৰাকী যাত্ৰী।শিৱসাগৰ পাওঁতে ৰাতি বহুত হৈছিল।আমাৰ ঘৰ পাবলৈ তেতিয়াও বহুত দূৰ।যিখন টেম্পোত উঠিছিলোঁ ঘৰলৈ বুলি সেইখন আচলতে আমাৰ ঘৰ ওচৰলৈকে নাহে।কিন্তু আমাৰ বাবে ড্ৰাইভাৰ দাদাজনে আহি আমাক নমাই থৈ গৈছিল আমাৰ গন্তব্য স্থানত।ইচ্ছা কৰাহলে তেওঁ আমাৰ পৰা সুবিধা চাই ভাড়া বঢ়াই লব পাৰিলে হয়।কিন্তু লোৱা নাছিল তেওঁ।টেম্পোৰ পৰা নামি ৰূপম দাদালৈ মনত পৰি এটা মোৰ সন্মুখত থকা ড্ৰাইভাৰ দাদাজনৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল এটা আন্তৰিক ধন্যবাদ।সুধিছিলোঁ তেওঁৰ ঘৰ ক'ত।শুনি বুজিলোঁ আমাৰ বাবে তেওঁ সেই ৰাতি বহুতদূৰ ৰাস্তা মাত্ৰ আমি দুজন যাত্ৰীৰ বাবেই আহিল তাকো উচিত ভাড়াত।মোৰ ধন্যবাদ ৰ টোপোলাটো লৈ তেওঁ হাঁহি মাৰি সন্তোষ মনেৰে গুচি গৈছিল অহা বাটেৰে।আমিও নিৰাপদে ঘৰ আহি পাইছিলোঁহি।
@santanudewri6987
@santanudewri6987 3 жыл бұрын
বা ডিব্ৰুগড় ইউনিভাৰ্চিটীত ইতিহাসত এম.এ কৰিবলৈ বি.এ.ত কিমাম পাৰ্চেন্টেজ লাগিব
@rajashreeborgohain5998
@rajashreeborgohain5998 3 жыл бұрын
@@santanudewri6987 মই সেইটো নাজানিম।খবৰ কৰি লবা ইউনিভাৰ্চিটিত।মই b.ed r admission r babe hard copy submit koriboloi goisilu.
@santanudewri6987
@santanudewri6987 3 жыл бұрын
@@rajashreeborgohain5998 হ'ব বা বহুত বহুত ধন্যাবাদ
@ahalyarabha8659
@ahalyarabha8659 3 жыл бұрын
আপোনালোকৰ কথাবোৰ শুনি বহুত ভাল লাগিল কিতাপখন নিশ্চয় পঢ়িম 🙏
@lokeswargogoi9800
@lokeswargogoi9800 3 жыл бұрын
কিতাপ মই কিনি পঢ়িলো ।কাৰণ ময়ো তিনিচুকীয়াৰ । ব্যক্তিগত ভাৱে মই তেখেতক কেইবাবাৰু লগ পাইছো ক্ৰিকেটৰ পথাৰত ।কিতাপ খন পঢ়ি বহুতেই ভাল লাগিল ।দত্ত ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো এনেকোৱা এখন কিতাপ আমাক উপহাৰ দিয়াৰ বাৱে ।
@gayatrigogoi9977
@gayatrigogoi9977 3 жыл бұрын
সঁচাকৈয়ে বহুত ভাল লাগিল সাক্ষাৎকাৰটো। অনুপ্ৰেৰণা হওঁক আপুনি সকলোৰে।
@peacefulmind4936
@peacefulmind4936 3 жыл бұрын
He is a real hero .... All the best Rupam da ❤️
@rupjyotibhuyan2310
@rupjyotibhuyan2310 3 жыл бұрын
তেওঁৰ কথা কোৱাৰ যি সৰল আৰু মনস্তাত্বিক শৈলী,সেই শৈলীয়েই এখন উপন্যাস বুলি কলেও ভুল নহয়।।
@gangulymili783
@gangulymili783 2 жыл бұрын
Hoi dada
@rupjyotibhuyan2310
@rupjyotibhuyan2310 2 жыл бұрын
@@gangulymili783 hoi
@monujsaikia9184
@monujsaikia9184 3 жыл бұрын
শুনিলে শুনিথাকিবলৈকে মন যায়
@polmaina5741
@polmaina5741 3 жыл бұрын
সচকৈ এই মহান লোক জনৰ জীৱণ কাহিনী বৰ বেলেগ ভাল লাগিল প্ৰণয় দা প্ৰতিটো খন্দ প্ৰিয় হৈ পৰিল
@jagatsaikia16
@jagatsaikia16 3 жыл бұрын
ৰূপম দাৰ কথাবোৰ একেবাৰে সঁচা।ইমান সহজ ৰূপম দা💖💖💖💖আমাৰ অসমৰ ল'ৰা খিনিয়ে কি কৰে? নিজেইটো একো কাম নকৰিলে কোনোবাই মাতি আনিব নি?
@bikalpagogoi5124
@bikalpagogoi5124 2 жыл бұрын
আপোনাৰ কথাবোৰ শুনি থাকিলে শুনি থাকিব মন যায় ৰূপম দাদা । আপোনাৰ দীর্ঘায়ু কামনা কৰিলো 🙏🙏
@sasankaphukan6004
@sasankaphukan6004 3 жыл бұрын
Eiai hoise asomiagiri...Great man great thinking... Rupam da great..
@sdhanmoni2901
@sdhanmoni2901 3 жыл бұрын
Dada a2, dada anekoa, dada tenekoa....💝💝💝.... How gentleman 😍
@pujagogoi5478
@pujagogoi5478 3 жыл бұрын
আপুনি সঁচাকৈ দিলখোলা মানুহ ৰূপম দা....বহুত ভাল লাগিল আপোনাৰ সহজ সৰল কথাবোৰ😍
@jayantineog3469
@jayantineog3469 3 жыл бұрын
দ। দ। আপোনাৰ কথাবোৰে আমাৰ উঠি অহা অসমীয়া যোৱ সমাজক আগোৱাই নিয়াত সহায় হব
@jitendas9703
@jitendas9703 3 жыл бұрын
বহুত ভাল লাগিছে।আকৌ তেওঁ ৰ কথা শুনি বলৈ পাম।
@dewashisphukan2292
@dewashisphukan2292 3 жыл бұрын
ৰূপম দত্তলৈ শতকৌটি নমস্কাৰ। আপোনাৰ কৰ্মৰাজি নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰওক।
@florencekashyap
@florencekashyap 3 жыл бұрын
ৰূপম দাৰ কিতাপখন পঢ়ি আছো অংকিতাই এন্টি মাৰিলে জাষ্ট......কি সুন্দৰ কিতাপখন এৰিবই মন নাযায় এতিয়া। হঠাৎ ইউতুবটো খুলি আপোনাক দেখাই পালো❤️❤️❤️❤️বহুত ভাল লাগিল।
@beautisivsagar2354
@beautisivsagar2354 3 жыл бұрын
Rupom dutta is a real Assamese hero 👍👍👍🙏🙏❤️❤️❤️
@hiteshkalits509
@hiteshkalits509 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল।
@mrignavtanmoygroup
@mrignavtanmoygroup 3 жыл бұрын
Really he is real hero. We want to see once more interview. Go ahead Rupam Dutta. God bless you.
@deepjyotikurmi2913
@deepjyotikurmi2913 3 жыл бұрын
চাৰ আপোনাৰ কথাৰ পৰাহ বহু ত অৰোপৰিণিত হলো, ধন্যবাদ দাদা 😊✨
@vijaydeka4723
@vijaydeka4723 3 жыл бұрын
হয় ৰুমপ দাৰ কথা বোৰ ১০০ সছা ময়ো এজন Driver হয় |
@Truckingvlogsassam
@Truckingvlogsassam 3 жыл бұрын
Moi ajon Driver 👍
@sumantasadiya2067
@sumantasadiya2067 2 жыл бұрын
ময়ো অলপ‌ অলপ Drive কৰিব জানো‌ । মোৰো ডাঙৰ গাড়ী চলাব মন‌ আছে
@ankurjyotigogoi-id2mo
@ankurjyotigogoi-id2mo 6 ай бұрын
আপোনিহে এজন প্ৰকৃত ড্ৰাইভাৰ ৰূপম দা
@brikudornayak239
@brikudornayak239 3 жыл бұрын
Very gentle and honest man. Kitap khon porar bohut hepah jagise
@Rameshyadav-wb5ms
@Rameshyadav-wb5ms 3 жыл бұрын
বৰ ভাল লগিছে দুয়োটা খন্ড চালোঁ !
@arifssajip6590
@arifssajip6590 3 жыл бұрын
Sam
@BSourabhPranBorah
@BSourabhPranBorah 3 жыл бұрын
ৰূপ কথাৰ কাহিনীৰ দৰেই কথাবোৰ...
@sushilhazarika9659
@sushilhazarika9659 3 жыл бұрын
Rupom da is ideal of young generation.
@bikashmishra7293
@bikashmishra7293 5 ай бұрын
ৰুপম তোমাৰ মুখত এটা শব্দ বহুত ভাল লাগে,,""দাদা"" ইমান শ্ৰদ্ধা আৰু আন্তৰিকতাৰে কোৱা, বহুত ভাল লাগে শুনি,
@dipankarkalita917
@dipankarkalita917 3 жыл бұрын
rupam da.. moiu commercial garir driver... i love u.... apunar kotha bure mon sui goise...
@saurabhkalita5442
@saurabhkalita5442 3 жыл бұрын
বহুত ধুনীয়া লাগিছে কথা খিনি শুনি ❤❤
@rashmigogoi3496
@rashmigogoi3496 5 ай бұрын
ভাল লাগিল দাদা।😊আমাৰ বেছি ভাগ মাক দেউতাকৰ সপোন বা আশা যে নিজৰ লৰা ছোৱালীক ডাক্তৰ, উকীল, চৰকাৰী চাকৰিয়াল এইবোৰ বনাব, কেৱল এইবোৰহে যেন ভাল বাকী বোৰ হেয় চকুৰে চোৱা। আজিকালি লৰা ছোৱালী বিলাক অৱশ্যে বহুত সলনি হৈছে।
@beautykonwar427
@beautykonwar427 3 жыл бұрын
ধন্যবাদ থাকিল
@girishdas8433
@girishdas8433 3 жыл бұрын
সচাকৈ শুনি থাকিব মন যায়
@mjdoimari3152
@mjdoimari3152 3 жыл бұрын
Moja lagise dada
@amitranjankashyap8024
@amitranjankashyap8024 3 жыл бұрын
Bohut inspiration paisu interview tu sai. Hui uthi brush nokora k continue sai asu 2ta episode
@mdstudio3393
@mdstudio3393 3 жыл бұрын
Rupom daa apunar kotha huni bhal lage...moiu tinsukiare hoi....apunar pora aru kiba hikibole Pam buli akha korilu...mur naam tridip sonowal...
@lalitgogoi229
@lalitgogoi229 3 жыл бұрын
Happy new year to Mr. Rupam Dutta, l salut him for his life story.
@mamoniduttadeka3357
@mamoniduttadeka3357 3 жыл бұрын
Oti Oti Xundor Anuvob Hridoyor Rupom Mozaaahhh 👌👌
@manjuburagohainkalita8909
@manjuburagohainkalita8909 3 жыл бұрын
Bohut bhal lagil
@paharidutta8509
@paharidutta8509 3 жыл бұрын
Very interesting life style Rupam da.... salute you 100 times..... God is always with you... go ahead.... thanks for Frankley speaking with people 👌👌🙏🙏😊😊
@pranitanath8198
@pranitanath8198 3 жыл бұрын
খণ্ড দুটা চাই বহুত ভাল লাগিল।
@boruahn3059
@boruahn3059 3 жыл бұрын
Rupam Dutta is Real Hero in our society.
@souravjyotinath5247
@souravjyotinath5247 3 жыл бұрын
bhut vl lgil kitab khnn porhi❤️❤️ru interview tu sai❤️❤️🔥rupam da is❤️❤️🙏
@dipshikhagogoi9427
@dipshikhagogoi9427 3 жыл бұрын
Ako abar like desu👍👍👍👏👏👏
@sambhudas4035
@sambhudas4035 3 жыл бұрын
RUPAM DAA..BIG SALUTE 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽
@nayonroy6116
@nayonroy6116 3 жыл бұрын
বহুত ভাল লাগিল ৫ বাৰতকে বেছি হে দেখিলোঁ।
@galax44
@galax44 3 жыл бұрын
Best interview till now from my personal perspective.....
@sankarpurlakhimpur8436
@sankarpurlakhimpur8436 3 жыл бұрын
Thish interview is like a living novel. I salute you
@bonitaneog2046
@bonitaneog2046 3 жыл бұрын
সুন্দৰ, বহুত ভাল লাগিল 🙏🙏🙏❤
@kanans3209
@kanans3209 3 жыл бұрын
Eman gentle... Eman dhunia.. Eman khulakoi koise kothabor .. Love and namaskar to you dada. Stay healthy,bhale thakibo.
@biswajitgogoi7686
@biswajitgogoi7686 3 жыл бұрын
প্ৰণয় দা আপোনাৰ অনুষ্ঠানলৈ ৰঞ্জু হাজৰিকাক আনিবচোন
@tulumonisaikia5660
@tulumonisaikia5660 3 жыл бұрын
কবলৈ ভাষা নাই। বহুত সুন্দৰ ৷
@kamrupexpess1442
@kamrupexpess1442 3 жыл бұрын
first time long video salu..moza .. next level ❤️❤️❤️
@official7957
@official7957 3 жыл бұрын
Hosake val lagise sai dil khula manuh ajon tew ktha bure gm pai ❤❤
@sushilhazarika9659
@sushilhazarika9659 3 жыл бұрын
We are want to more interview with rupom da
@paragchangmai5677
@paragchangmai5677 3 жыл бұрын
ৰূপম দা সচাকে মই বহুত সাহস পাইছো এই video চাই
@kamrinhussain1890
@kamrinhussain1890 3 жыл бұрын
Bahut interasting life rupam 👌🏻👌🏻
@hemiboruah5553
@hemiboruah5553 3 жыл бұрын
Hosakoi Val lagil
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Rupam da I happy your job
@jayashreebarmanborajolly9727
@jayashreebarmanborajolly9727 3 жыл бұрын
Moi aagor episode tutu comment korisilu je ( muk.jate osomia deka xokole beya napai ) aamar deka.xokolu jodi Rupomor dorei kormoth hol hoi...!!!!!!!! Agbarhi jua Rupom...👍🙏
@bobyborah28
@bobyborah28 3 жыл бұрын
ৰূপম দত্তৰ কথাখিনিয়েই আর্কষণীয় , ৰসাল আৰু সঁচা ।লগতে আছে আর্ট ।
@mahabahu6757
@mahabahu6757 3 жыл бұрын
Rupam Da IS like a jonior Shakespeare as a driver.
@jawancartoon9042
@jawancartoon9042 3 жыл бұрын
Awsame 🥰🥰হৃদয় চুই গ'ল
@rupjyotiborah3837
@rupjyotiborah3837 3 жыл бұрын
ৰূপম,তোমাৰ সহজ সৰল কথাবোৰ শুনি বৰ ভাল লাগিছে,তুমি লিখা কিতাপ খন পঢ়িবলৈ আগ্ৰহেৰে বাট চাই আছোঁ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।তুমি তোমাৰ সাক্ষাৎ কাৰত উল্লেখ কৰা ডিমৌ বাছ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছিল মোৰ কন্যা সুব্ৰতাই,তাই যোৰহাট কৃষি বিশ্ববিদ্যালয় ৰ ছাত্ৰী আছিল।
@ananyaphukon5910
@ananyaphukon5910 3 жыл бұрын
Maa tumi dhuk nokoriba ami aso tumar logot
@rupjyotiborah3837
@rupjyotiborah3837 3 жыл бұрын
@@ananyaphukon5910 তোমালোকৰ এনেবোৰ কথাই আমাক জীয়াই থাকিবলৈ সাহস দিয়ে
@Rupamdutta-load
@Rupamdutta-load 3 жыл бұрын
আপোনাক জানিব পাৰি ভাল লাগিল। কি কম মই ? আশীৰ্বাদ কৰিব। 9435002244 মোৰ নম্বৰ।
@Rupamdutta-load
@Rupamdutta-load 3 жыл бұрын
@@rupjyotiborah3837 মই ৰূপম দত্ত।
@girindrasharma3561
@girindrasharma3561 3 жыл бұрын
Pronam🙏🙏🙏🙏🙏
@JakirAhmed-vn3gy
@JakirAhmed-vn3gy Жыл бұрын
সঁচা দাদা আপোনাৰ কথাবোৰ অন্তৰ চুই যায়, মইও এজন চালক হৈ ,you are great dada
@bobygogoi9413
@bobygogoi9413 3 жыл бұрын
সুন্দৰ।ভাল লাগিল।
@bhumikadeka3102
@bhumikadeka3102 3 жыл бұрын
He is a real Assamese. very very proud of him.Amar jaati tu khub pisuai gol kam koriboloi mon nothoka mentalityr babe.
@rajranjanivlog3153
@rajranjanivlog3153 3 жыл бұрын
Bohut bohut val lagil grantha khon pohi .bohut huvesha thakil rupom dutta loi .aguwai jaouk dugun utkhahere .
@polymahanta1562
@polymahanta1562 3 жыл бұрын
দাদা আপোনাক ভগবানে ভালেৰে ৰাখক আপুনী সকলোৰে গৌৰৱ
@afsanahussain4670
@afsanahussain4670 2 жыл бұрын
বহুত ভাল লাগিল দাদা হৃদয় চুই গৈছিল
@sumeswariphukanofficial7217
@sumeswariphukanofficial7217 Жыл бұрын
Driver+cricketer+writer অসম দেশত বহু ভাল লগা
@Kalyandutta295
@Kalyandutta295 3 жыл бұрын
Bhut interesting mnuh 🔥✌🏻
@bhabeshdas3128
@bhabeshdas3128 3 жыл бұрын
Moza
@user-lt8uw4gr2v
@user-lt8uw4gr2v 5 ай бұрын
Apunar life of a. Driver , kebeenar epare sipare kitapkhan 3br parhilu . Best of best.
@anupams980
@anupams980 Жыл бұрын
বহুত ভাল লাগিল অনুষ্ঠান টো চাই।
@anubhutideka8656
@anubhutideka8656 3 жыл бұрын
Mojja video aitu,bhal lagil video tu sai
@chandradharkumar8454
@chandradharkumar8454 3 жыл бұрын
Mr. Rupam I realy imprese looking your programe with Mr.Pranai Bardaloi ,two parts our pepole think driver aer not like common pepole, he has no any persanelity ,thanks for you each other.
@bedantanath3881
@bedantanath3881 3 жыл бұрын
Moja lagil
@harunrahman3536
@harunrahman3536 3 жыл бұрын
Bohut bhl lagil video tu sai
@TAPASYA49
@TAPASYA49 3 жыл бұрын
Ajon prokita manuh aapuni. Bahut xohoj xoral aapuni. Bahut val lagil aapunar kotha bur xuni thakibo mon goise. Pronam aapunak aapuni aaru aaguwai jaouk.
@chandramapsaikiagogoi2817
@chandramapsaikiagogoi2817 3 жыл бұрын
Gd bless you Rupam da..apuni aru aguwai jaouk.
@manashprotimgogoi1102
@manashprotimgogoi1102 3 жыл бұрын
Bohut Val lagil kitap khon pohi,kisuman kahini olp dukh lagisil pothot hua kisuman durghotona
small vs big hoop #tiktok
00:12
Анастасия Тарасова
Рет қаралды 33 МЛН
OMG😳 #tiktok #shorts #potapova_blog
00:58
Potapova_blog
Рет қаралды 4,4 МЛН
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 509 М.