No video

আপোনাৰ ঘৰৰ উত্তৰ দিশত এই বস্তু কেইটা আছে নেকি ??আপোনাক লৈ কোনোবাই বেযা চিন্তা কৰে নেকি?

  Рет қаралды 29,671

PUHOR Live 8

PUHOR Live 8

Жыл бұрын

আপোনাৰ ঘৰৰ উত্তৰ দিশত এই বস্তু কেইটা আছে নেকি ??
আপোনাক লৈ কোনোবাই বেযা চিন্তা কৰে নেকি?
এনে বহু প্ৰশ্ন ৰ সমিধান লৈ চাওক ঘৰে ঘৰে বাস্তশাস্ত্ৰ

Пікірлер: 37
@binitasaikia6587
@binitasaikia6587 8 ай бұрын
নমস্কাৰ দাদা। আপোনাৰ video চায় বহুত নজনা কথা জানিব পাৰিছো। আপোনাক সেৱা জনালোঁ। আগলৈ আৰু এনেকুৱা video দি থাকিব।
@munmoniduttasaikia5390
@munmoniduttasaikia5390 Жыл бұрын
Bohut xundor.val lagil
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
শুভ কামনা থাকিল। মঙ্গল কামনা কৰিলোঁ 🙏🏻
@journeytogether6449
@journeytogether6449 Жыл бұрын
Arpan Da loi bohut bohut xubhesa thkil....👌🙏
@buliboruah8685
@buliboruah8685 Жыл бұрын
আপোনালৈ শুভেচ্ছা থাকিল।
@MintuMintu-su8pm
@MintuMintu-su8pm 9 ай бұрын
Nis
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Val lagil
@anjalihazarika6383
@anjalihazarika6383 Жыл бұрын
শুভ কামনা থাকিল
@binita2452
@binita2452 Жыл бұрын
Best of luck dada 4 your higher education .
@rubidevi2364
@rubidevi2364 Жыл бұрын
Nice .👌❤️🙏🏻
@PurabiKonwar-nr2gr
@PurabiKonwar-nr2gr Жыл бұрын
Dhanyabad
@user-sd9do5wl1c
@user-sd9do5wl1c Жыл бұрын
Nice video
@mukulsharma9742
@mukulsharma9742 Жыл бұрын
শুভকামনা জনালোঁ
@dipakonwarsonowal4844
@dipakonwarsonowal4844 Жыл бұрын
ধন্যবাদ জনালোঁ আপোনালৈ কি দুখ থাকিলে ঘৰত ধাৰ বেছি লাগে জনাব চোন
@bhaskardeka7262
@bhaskardeka7262 10 ай бұрын
@RonneoGaming.
@RonneoGaming. Жыл бұрын
আমাৰ দক্ষিন পূবত অভাৰ হেড পানী টেংকি আৰু লেটিন , বাথ আছে । অনুগ্ৰহ kori উপাই ডিয়ক সোণ ?
@elloraduttaborah18
@elloraduttaborah18 Жыл бұрын
Kitchen r floor r tyles r colour ki hole bhal hoi
@renusaikia3581
@renusaikia3581 Жыл бұрын
আপোনি ভিদিঅ দিলে বুজিবলৈ ভাল হব
@jyotisarma1973
@jyotisarma1973 Жыл бұрын
উত্তৰ পশ্চিম দিশত গেছৰ টেবুল ৰাখিব নাপায় বুলি শুনিছোঁ কিমান দূৰ সচা
@gintanjalikalita3339
@gintanjalikalita3339 Жыл бұрын
শুভ কামনা থাকিল ।
@user-xe5xc6bi9j
@user-xe5xc6bi9j Жыл бұрын
Amar dokhin mukhi ghar main darja khan dakhin pashim t ase kunu padya bonda korib nuwari kiba upai dibbeki
@nilutpalxaikia4566
@nilutpalxaikia4566 Жыл бұрын
দাদা টিনৰ কালাৰ কেনেকুৱা হ'ব লাগে
@welcomesumanchannel5120
@welcomesumanchannel5120 Жыл бұрын
আমাৰ উত্তৰ পূব কোণত লেতিণৰ টেঙকি আছে বাস্ত উপাই দিয়ক চুণ
@dimpulduarah235
@dimpulduarah235 Жыл бұрын
Ba blu tap Tu purchase kribe link Tu share kribo
@padminisaikia71
@padminisaikia71 Жыл бұрын
অপোনালোকৰ বাস্তু অনুস্থানটোৰ লাইভ চাব পৰা নাই। পাছত সকলো চাওঁ। মোৰ বহুত প্ৰিয়।
@maghlinag2587
@maghlinag2587 10 ай бұрын
মোৰ ঘৰতো দক্ষিণ দিক্ষত বনাইছো তাৰ উপাইখি কবনেকি ছাৰ
@RunuHaloiDas
@RunuHaloiDas Жыл бұрын
আপুনি কোৱাৰ দৰেই মোৱাইলৰ পিছফালে ৰূপৰ চাৰিকোনিয়া টুকুৰা ৰাখিছো, তথাপিও ল'ৰাৰ মোবাইলৰ পৰা দূৰত ৰাখিব পৰা নাই। অনবৰতে মোৱাইলটো হাততে থাকে।
@achyuthaloi1671
@achyuthaloi1671 Жыл бұрын
মই উত্তৰ পূব দিশত এটা শিৱ মন্দিৰ বনাব লৈছো, দৰজাখন কোনফালে ৰাখিম জনাবছোন
@bontigogoi5298
@bontigogoi5298 Жыл бұрын
Bathroomr dorjakhn dakshinpachimt ase kiba problem hbo ni
@biswajitdewan4331
@biswajitdewan4331 Жыл бұрын
Giha prbas Vada 1tarkh saniba laba prina
@gitaligoswami8201
@gitaligoswami8201 Жыл бұрын
Thank you
@jibonjyotidutta622
@jibonjyotidutta622 Жыл бұрын
Nice
@khirumonideka6936
@khirumonideka6936 Жыл бұрын
মেইন দজা খন উত্তৰ চাইদত আছে ঘৰ বনাই হৈ গল কিবা অসুবিধা হ'ব নেকি জনাব
@khirumonideka6936
@khirumonideka6936 Жыл бұрын
কিবা এটা আশা কৰিলোঁ উত্তৰলৈ
@khirumonideka6936
@khirumonideka6936 Жыл бұрын
বাথৰুমৰ দজা পূবফালে মুখ হৈ থাকিল কিবা অসুবিধা হ'ব নেকি
@khirumonideka6936
@khirumonideka6936 Жыл бұрын
একো উত্তৰ নাপালোঁ যদি পাৰে জনাব বুলি আশা কৰিলো।
@khirumonideka6936
@khirumonideka6936 Жыл бұрын
আমাৰ পাকঘৰ টো পূব দক্ষিণ চাইডত আছে কিবা অসুবিধা হৱ নেকি
Comfortable 🤣 #comedy #funny
00:34
Micky Makeover
Рет қаралды 15 МЛН
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 21 МЛН
لقد سرقت حلوى القطن بشكل خفي لأصنع مصاصة🤫😎
00:33
Cool Tool SHORTS Arabic
Рет қаралды 29 МЛН
Ka khawngaih lutuk - Pu Zoramthanga an tih dan lutuk em em hi chu aw
15:43
Vastu for North zone
6:45
ARPON DUTTA VASTU TIPS
Рет қаралды 18 М.
Comfortable 🤣 #comedy #funny
00:34
Micky Makeover
Рет қаралды 15 МЛН