Pratipakhya with Jitumoni Bora ft. Hem Bhai | Exploring Scholar Hem Dutta’s inspiring Journey |

  Рет қаралды 34,579

Prag News

Prag News

Күн бұрын

Пікірлер: 147
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
বহুত সুন্দৰ আৰু সময়োপযোগী আলোচনা। তেওঁৰ সৈতে আগন্তুক দিনত এনেধৰনৰ আলোচনা আকৌ শুনিবলৈ পাম বুলি আশাৰে অপেক্ষা কৰিলো।
@arunahazarika2474
@arunahazarika2474 2 ай бұрын
বহুত ভাল লাগিল।আগলৈ শুনাৰ আগ্ৰহ ৰাখিলো
@anujbhuyan9350
@anujbhuyan9350 2 ай бұрын
😊😊😊😊😊😊😊😊😅😊😅😅😅 Pp
@rupamdas1882
@rupamdas1882 2 ай бұрын
সাক্ষাৎকাৰটো চাই খুবেই ভাল লাগিল আৰু বহুত অনুপ্ৰাণিত হ'লো। বিশেষকৈ তেওঁ অসমীয়া সমাজ আৰু মহাপুৰুষ গুৰুদুজনাৰ সম্পৰ্কে কোৱা কথাখিনিয়ে মন চুই গ'ল। লগতে জীৱন-বোধ সম্পৰ্কে অবিনশ্বৰ আত্মাৰ ধাৰণাটিয়ে যোগাত্মক চিন্তাধাৰাৰ সূচনা কৰিলে। হেমভাইদেৱৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
@hemapravabharali
@hemapravabharali 2 ай бұрын
😅
@rivachiringphukan1440
@rivachiringphukan1440 2 ай бұрын
1
@rijumonidutta3606
@rijumonidutta3606 2 ай бұрын
Vaal lagil.
@mamonibailung8807
@mamonibailung8807 3 ай бұрын
বহুত ভাল লাগিছে হেম ভাই কথা বিলাক শুনি। তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলো
@kamaleswarbordoloi993
@kamaleswarbordoloi993 3 ай бұрын
এঙ্কৰলৈ নমস্কাৰ, বহুত ভাল কাম কৰিছে । আমাৰ সেৱা জনালো । বহু দিনৰ পিছত আকংশিত বস্ত এভাগী পাললো । কৃষ্ণ বাপ জনৰ সু স্বাস্থ্য কামনা কৰিলো ।
@rumibarman2115
@rumibarman2115 2 ай бұрын
ভাল লাগিল দেখি ।বহুবছৰ আগতে লগ পাইছিলো খুৰাশহুৰৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধত ।এসাঁজ নিৰামিষ আহাৰ নিজ হাতে প্ৰস্তুতি কৰি আপায়ন কৰাৰ সোভাগ্য হৈছিল ।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏
@prafullatalukdar9280
@prafullatalukdar9280 6 күн бұрын
Very nice interview. The reply on question to Hembhai is very fruitful for the new generation and human beings. Such type of interview we always expected. Thanks many times for the nice interview.
@nabanitahandique1332
@nabanitahandique1332 2 ай бұрын
হেম ভাই ককাক সেৱা জনালোঁ।বহুত দিনৰ পাছত দেখিলোঁ, ভাল লাগিলে, তেওঁক সৰুতেই লগ পাইছিলো তেওঁক লগ পাওঁতে ভগৱানক লগ পোৱা যেন লাগিছিলে । আকৌ এবাৰ লগ পাই আকৌ এবাৰ আশীৰ্বাদ লব মন যায়।
@user-ek5po6mu7g
@user-ek5po6mu7g 2 ай бұрын
Bhal palu baap jon..🙏🙏🙏🙏🙏🙏
@kalpanahazarika7631
@kalpanahazarika7631 3 ай бұрын
বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শুনিব বিচাৰো্ । কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
@nibeditasaikia3790
@nibeditasaikia3790 3 ай бұрын
সুন্দৰ আলোচনা ভাল লাগিল। এনে বহু কথা তেখেতৰ পৰা জনাৰ আশা কৰিলোঁ ভবিষ্যত। তেখেত সু-স্বাস্থ্যৰ গৰাকী হৈ থাকক।
@shyammahanta7317
@shyammahanta7317 3 ай бұрын
সুন্দৰ পৰ্যালোচনা |হেমভাই দেৱৰ জীৱন পৰিক্ৰমা জানি ভাল লাগিল |তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো|🙏🙏🙏🙏লগতে বৰা ডাঙৰিয়াকো ধন্যবাদ জনালো |👍👍👌👌
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
মহান মনিষী হেম ভাইলৈ আমাৰ তৰফৰ পৰা অলেখ অযুত শুভ কামনা জনালোঁ। তেখেতৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।
@brajendrakantasarmah9088
@brajendrakantasarmah9088 3 ай бұрын
হেম ভাইৰ কথাবোৰ শুনি বৰ ভাল লাগিল। তেখেতৰ কথাৰ পৰা বহুত উৎসাহিত হৈছো।
@khanindrajitkonwar5103
@khanindrajitkonwar5103 3 ай бұрын
সাক্ষাৎকাৰটোৱে মানুহৰ মন চুই গৈছে। দুয়োজনকে শ্ৰদ্ধা জনাইছোঁ।
@1mikon
@1mikon 3 ай бұрын
এইগৰাকী মানুহ বৰ সন্মানীয় ব্যাক্তি । মই লগ পাইছিলো। শান্তি সাধনা আশ্ৰমলৈ কৈছিলো। আধ্যাত্মিক মনৰ মানুহ।
@induprovagogoi9597
@induprovagogoi9597 2 ай бұрын
Khub hundàr arumost important for every human being
@ashimkumardas2363
@ashimkumardas2363 3 ай бұрын
অসমীয়া সমাজ জীৱনৰ অন্যতম মানৱতাবাদৰ মহান যুগ শ্ৰোষ্টা । দা দাৰ সু-স্বাস্থ্য কামনা কৰি সেৱা জনালোঁ।🙏🙏🙏🙏
@ritupornadutta9514
@ritupornadutta9514 3 ай бұрын
পঞ্চাম শ্ৰেণীত পঢ়ি থাকোতেই আমাৰ গাঁৱলৈ আহিছিল, লখিমপুৰ । ভাল লাগিছিল গান্ধীৰ পুটলা ।
@prafullabora5386
@prafullabora5386 3 ай бұрын
তেখেতৰ গ্ৰন্থ অভাজনৰ গুৰু গৃহত বিদ্যমান । পুৱা সন্ধা এভাগকৈ অধ্যয়ন কৰা হয় । আপোনাৰ অনুস্থাৰ যোগে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো। আশ্ৰমৰ।পৰা পৰা গীতা আৰু নাম ঘোষাৰ সমুহ খন্দ সংগ্ৰহ কৰি আনিছো
@pramilakalita5966
@pramilakalita5966 3 ай бұрын
🙏 ভাইদেবৰ মুখৰ বচনত আমি শতমুগ্ধ । আগলৈ পুণৰ এনেধৰণৰ বাৰ্তালাপৰ বাবে আশাৰে বাট চাই ৰলোঁ ।🙏
@debakantadas9216
@debakantadas9216 17 күн бұрын
মহান সন্ত হেম ভাই ডাঙৰীয়াৰ ভাবগধুৰ বক্তব্য শুনি ভাল লাগিল ৷ তেখেতৰ এই সুন্দৰ জ্ঞান আমি হৃদয়ংগম কৰিলে নিশ্চয় উপকৃত হব পাৰিম ৷
@rohiniborgohain7654
@rohiniborgohain7654 3 ай бұрын
হেমভাই ডাঙৰীয়া দেৱৰ অনুস্থানটো বৰ ভাল লাগিল । অসমৰ ৰাইজৰ বাবে বহু ৰ্বাতা তেখেতৰ বক্তব্যৰ পৰা প্ৰেৰন হ'ল বিশেষকৈ মোৰ দৰে বহুতক অনুপ্ৰানিত কৰিলে । শ্ৰদ্ধাৰ ব্যক্তি জনৰ দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
@tultulgogoi383
@tultulgogoi383 3 ай бұрын
ভগবানে আৰু বহুত আপোনাক কৃপা কৰক
@amulyanath127
@amulyanath127 2 ай бұрын
প্ৰভুজনাৰ শ্ৰীচৰণত এই অধমে কোটি কোটি প্ৰণিপাত জনাইছো । এই অভাজনৰ জীৱনত আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰিছিল তেখেতৰ অমূল্যৰাজি গ্ৰন্থসমূহে । ❤❤
@promodborah3497
@promodborah3497 3 ай бұрын
বহুত ভাল interview হৈছে। আপোনাৰ এই যাত্ৰা অবিৰত হৈ থাকক, তাৰ বাবে শুভেচ্ছা থাকিল।
@nishamaniborah9776
@nishamaniborah9776 3 ай бұрын
খুৱ ভাল লাগিল। তেখেত ভালে থাকক ।
@user-kj9cb8zz5q
@user-kj9cb8zz5q 3 ай бұрын
Naamtu huni thaku, sabole mon goi asil , aji apunar chenelor jugedi dekha palu. Mur logor bondhu ejonor miss tekhetor hewa asromot asil .teor mukhere kothabur huni thaku. Tekhetor nijor swalir dare losil. Aji apunar chenelor jugedi dekha pai bohut xukhi holu.Logote thekheto dighaiu kamona korilu.
@pranitakalita3703
@pranitakalita3703 2 ай бұрын
হেমভাইলৈ মোৰ সেৱা জনালোঁ।তেখেত এবাৰ শুৱালকুছি লৈ গৈছিল। আমি সেইকেইদিন সদায় তেখেতৰ ওচৰলৈ গৈ অনুষ্ঠান বিলাক চাব গৈছিলো। একেলগে প্ৰাৰ্থনা গাইছিলো।পিছত এদিন মোৰ খুৰা (যতীন কলিতা)ই আমাক 'শান্তি সাধনা আশ্ৰম' লৈ গৈছিল।বহুত ভাল লাগিছিল।আমি তেতিয়া বহুত সৰু। প্ৰাৰ্থনা দুটা এতিয়াও গাওঁ, কিন্তু এতিয়া অলপ পাহৰিছো।১/কৃষ্ণ নাহি কৃষ্ণ নাহি।২/নমো নমো গীতা আই।
@rajusarma9691
@rajusarma9691 3 ай бұрын
বহুত ভাল লাগিল। হেমভাই ডাঙৰীয়া মহান।
@nayankalita8694
@nayankalita8694 3 ай бұрын
❤❤❤ সুন্দৰ নিদৰ্শন মোৰ আদৰ্শ তেওঁ
@r.saikia3334
@r.saikia3334 3 ай бұрын
কৃষ্ণ কৃষ্ণ তেখেতৰ লিখনি মোৰ বৰ প্ৰিয়। তেখেতৰ লিখনিৰ সঙগ্ৰহৰে মোৰ আলমাৰীৰ সৌন্দৰ্য বৃদ্ধি কৰি আছে। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো কৃষ্ণ।
@mridulasaikia7431
@mridulasaikia7431 3 ай бұрын
🙏মহান ব্যক্তিজনক আপোনাৰ চেনেল ৰ জৰিয়তেই দেখা পালো , লগতে তেওঁৰ মুল্যবান চিন্তাধাৰা শুনি অন্তৰ চুই গল । ঈশ্বৰে তেওঁক দীৰ্ঘায়ু কৰে যেন ।
@dilipsaikia2179
@dilipsaikia2179 3 ай бұрын
বহুত ভাল হৈছে। আমাৰ কাৰণে উপকাৰ হৈছে
@padmeshwardeka7740
@padmeshwardeka7740 2 ай бұрын
হেম ভাই দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। শান্তি সাধনা আশ্ৰমত থকা সময়ত তেখেতৰ ভালেকেইখন গ্ৰন্থৰ শ্ৰুত লেখক হোৱাৰ সৌভাগ্য হৈছিল।। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
@shriatiramrabha9388
@shriatiramrabha9388 3 ай бұрын
মই ৪০ বছৰ আগতে হেম ভাইৰ ভাষণ শুনিছোঁ। মোৰ আন্তৰিক প্ৰণাম জনালোঁ
@PKrNeogAssameseculture
@PKrNeogAssameseculture 2 ай бұрын
সাক্ষাৎকাৰটোৰ বাবে ধন্যবাদ জিতুমনি দা
@PurnimaDas-ci6yt
@PurnimaDas-ci6yt 3 ай бұрын
Hembhai likhani parhisu aajir tekhetk dekhi Kotha xuni bhut vaal lagil🙏
@user-kj1yz6nz9b
@user-kj1yz6nz9b 2 ай бұрын
ধন্যবাদ। বহুদিনৰ বিৰতিৰ পাছত মান্যবৰ হেম ভাইৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পালোঁ। বিগত দুটা দশকৰো আগতে ( ২০২০-২১বৰ্ষৰ ভিতৰত হয়টো) মই কৰ্মক্ষেত্ৰ ধুবুৰীৰ গৌৰীপুৰত থকা অৱস্থাত এদিনাখন হেম ভাই দেৱক ওচৰত লগ পোৱাৰ সুযোগ ঘটিছিল। আমি থকা ভাৰা ঘৰৰ গৰাকী মাননীয় নৃপেন দিহিদাৰৰ কোঠাত একেলগে কিছু সময় বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো। বৰ্তমানতো তেখেতৰ কথা বতৰাৰ স্পষ্টটা দেখি অভিভূত হৈছোঁ।
@darsha_na-_-
@darsha_na-_- 2 ай бұрын
Bahudin Hembhai devok search korilo. Log pai bahut bhal lagil. Tekhetor dhamor oport Diya bhashn ati xunar icca aacil....🎉🎉🎉🎉
@karabitamuli5250
@karabitamuli5250 2 ай бұрын
বহু বছৰৰ মূৰত দেখা পাই ভাল লাগিছে। তেখেতৰ গিতা পাঠ কৰা শুনি ছিলো।
@user-jv4qh8xs2m
@user-jv4qh8xs2m 3 ай бұрын
Knowingly or unknowingly hembhaidev, I follow your ideas and visions
@Danirojasfc6
@Danirojasfc6 3 ай бұрын
মই বহুত বাৰ গৈছো।😊 ভাল লাগে চৌহদৰ পৰিবেশ।
@ureshbora8416
@ureshbora8416 2 ай бұрын
হেমভাই দেৱলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। সুস্বাস্থ্য কামনা কৰিলো।
@user-pl1zq1zo1q
@user-pl1zq1zo1q 2 ай бұрын
বহু বছৰ পিছত দেখা পাই ভাল পালো। এক সুন্দৰ আলোচনা শুনিলোঁ। ❤
@trailukyachangmai7789
@trailukyachangmai7789 3 ай бұрын
Bahut bhal lagil hembhai kaka apuni mahan dighagibi hook
@rinapathak4268
@rinapathak4268 2 ай бұрын
সুন্দৰ বাৰ্তা। তেখেতক লগ পোৱাৰ সৌভাগ্য আমাৰ হৈছিল।
@jogeswarhaloi3073
@jogeswarhaloi3073 2 ай бұрын
গোটৈই কথাখিনি শুনি লো। অতি সুন্দৰ সুন্দৰ নিদৰ্শন উপস্থাপন কৰিছে
@NoniSonti
@NoniSonti 2 ай бұрын
Good news😊😊😊❤
@thunumaa8732
@thunumaa8732 2 ай бұрын
বহুত.ভাল.লাগিল.তেখেতৰ.কথাশুনি.
@jayantanath5955
@jayantanath5955 2 ай бұрын
হেমভাই বৰদেউতালৈ প্ৰণাম, আলোচনা খিনি অতি উত্তম,পৰিয়ালৰ আতায়ে শুনি পৰম সন্তোষ পালো। লগতে বৰা ডাঙৰীয়ালৈ ধন্যবাদ থাকিল
@hirakjyotibaishya8876
@hirakjyotibaishya8876 2 ай бұрын
ভাল সাক্ষাৎকাৰ৷ বৰা ডাঙৰীয়ালৈ এটাই অনুৰোধ, অতিথিয়ে কথা এটা কৈ থাকোঁতে কথাটো শেষ নৌহওতেই আপুনি অন্য এটা কথা উলিয়াই নিদিব৷ বহুত বেয়া লাগে এনেকুৱা কৰিলে৷ কিজানি বিশেষ অতিথিগৰাকীয়েও বিৰক্ত হয়৷ কথাটো কৈ শেষ হোৱাৰ পিছত আপুনি মাত দিব৷ তেতিয়াহে প’ডকাষ্টটো অধিক ভাল হ’ব৷ ধন্যবাদ৷
@nicholasbarman5787
@nicholasbarman5787 3 ай бұрын
Bohut upokrito holo sir
@rajuborah9227
@rajuborah9227 2 ай бұрын
Bohut bhal lagil pranam
@nakulbanikya6653
@nakulbanikya6653 2 ай бұрын
Very nice.hope,godmight bless him.
@mahanpuja7915
@mahanpuja7915 3 ай бұрын
Krishna Krishna Krishna bap🙏💕apunar soronkomolot ai odhomor kouti kouti pronam🙏.....
@manjugohain6786
@manjugohain6786 3 ай бұрын
এতিয়া জানিব পাৰিলো এজন মহান হেম ভাই ডাঙৰীয়া এই অসমৰে সন্তান । তেখেতৰ পৰা এতিয়া বহুতো জানিব লগীয়া কথা আছে । কাৰণ তেখেত বহুত ক্ষেত্ৰত জ্ঞানৰ ভাণ্ডাৰ । আশাকৰো ভগৱানে তেখেতক দীৰ্ঘয়ু কৰক ।
@sorupaidas7114
@sorupaidas7114 2 ай бұрын
হে বাপ জন আপোনাক ভগৱানে মঙ্গল কৰক ।দিঘাও কৰি ৰাখক তাৰে প্ৰাৰ্থনা জনায় ছো ঈশ্বৰৰ ওচৰত।🎉❤ কৃষ্ণ কৃষ্ণ বাপ সেৱা হে জনাইছো।
@dhirensaikia4740
@dhirensaikia4740 2 ай бұрын
১৯৮৫ চন মানতে বশিষ্ঠ আশ্ৰমত সৰ্ব ভাৰতীয় ভিত্তিত অনুস্থিত হোৱা গীতা সন্মিলনতে মহান পণ্ডিত জনৰ লগত সাক্ষাত হৈছিলো | বহুত আনন্দ পালো |
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 3 ай бұрын
Krishna krishna krishna baap shway nebadulu krishna
@manashtalukdar8848
@manashtalukdar8848 2 ай бұрын
সুন্দৰ আলোচনা
@abantirajkhowa8667
@abantirajkhowa8667 2 ай бұрын
হেমভাই দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ ।
@kushalbaruah8438
@kushalbaruah8438 3 ай бұрын
Good step
@MrinaliHazarika-fs9uw
@MrinaliHazarika-fs9uw 2 ай бұрын
খুব সৰুতেই এখেতৰ ভাষণে আকৃষ্ট কৰিছিল, মোৰ আদৰ্শ ব্যক্তি এখেত। ভাল লাগিল আজি পুনৰ দেখা পাই।
@kamakhyadas3103
@kamakhyadas3103 2 ай бұрын
Very much favourable for the human
@brojenkhargharia15
@brojenkhargharia15 3 ай бұрын
Krishna bap bor val lagel joi guru sonkor madhabo
@tulasibora6170
@tulasibora6170 3 ай бұрын
Borta amer gaor loi ahisil.bohut Val manuh. Bohut horu thakutai log paisilu(.golaghat .sialekhati, mur mama suwali ejoni asil borta hanti Hadhana asshomot)apuner program ot ako dekhi bohut Val lagil.bortar hu saisthor kamona korilu,logote apunaloiu bohut huvakamonna thakil.
@kalyanithakuriya1942
@kalyanithakuriya1942 2 ай бұрын
ধন্যবাদ দাদা | মই আপোনাৰ সৈতে একমত |
@___purple___uwu_
@___purple___uwu_ 2 ай бұрын
Verey good
@renukadassaloi6596
@renukadassaloi6596 3 ай бұрын
প্ৰণাম প্ৰভু। শঙকৰ মাধৱৰ পিছতে2য় জন মহন্ত আপোনাৰ বাহিৰে বিচাৰি নেপাম। গীতা বা ভাগৱতৰ আলোচনা এইদৰে শুনিব পাম বুলি আশা কৰিলোঁ।
@laharitamuli694
@laharitamuli694 2 ай бұрын
বহুত ভাল লাগিল💕🙏
@roadsidegamer4292
@roadsidegamer4292 2 ай бұрын
50 বছৰ আগতে হেমভাইৰ ভাষণ শুনিছোঁ।শুনি বৰ আপ্লুত হৈছিলোঁ।
@dipaliborah5975
@dipaliborah5975 3 ай бұрын
কৃষ্ণ কৃষ্ণ হেম ভাই আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তি। আমাৰ পিতৃ স্বৰ্গীয় কৃষ্ণ ৰাম বৰুৱাই চাকৰি বিৰতিৰ পিছত ৬মাহ বিনোৱা ভাবেৰ আশ্ৰমত আছিল লগত হেম ভাই। শান্তিৰ বাবে পদযাতা কৰি অসম ভ্ৰমণ কৰিছিল । তেখেতক দেখালগতেই বহুতো স্মৃতি মনলৈ আহে। জোনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনত তেখেতৰ লগত অলপ সময় পাইছিলো কথা পাতিবলৈ। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো। কৃষ্ণ
@prabinkumarneog704
@prabinkumarneog704 2 ай бұрын
সুন্দৰ।
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj Ай бұрын
Shree krishnaya Namah 🙏🏻 🙌🏻 ♥️ ❤️
@dodorock7481
@dodorock7481 2 ай бұрын
Too much energetic .thanks
@utpaldas1065
@utpaldas1065 2 ай бұрын
HEMBHAI PRABHIJANAR COMMENTSBLAK XUNIPELAI BAHUT2 VAL LAGIL.PRABHUJANAR DIRGHAYOU KAMANA KARILO.(JAY SHREE KRISHNA)💅💅🙏🙏🙏🙏💅💅
@anjalibaruah7669
@anjalibaruah7669 2 ай бұрын
বহুত ভাল লাগিল নমস্কাৰ🙏❤🙏
@kamakhyaprasadmozinderboru6450
@kamakhyaprasadmozinderboru6450 2 ай бұрын
❤সেৱা হে!
@mineswardutta722
@mineswardutta722 3 ай бұрын
God bless you.
@kamalagarwal5219
@kamalagarwal5219 3 ай бұрын
Prabhu Pranam
@mridultalukdar7913
@mridultalukdar7913 3 ай бұрын
সুন্দৰ আপোনাক সেবা যাচিছো 🙏🌴
@dipumonibora4088
@dipumonibora4088 2 ай бұрын
বহুত ভাল লাগিল
@urmilabordoloi5725
@urmilabordoloi5725 2 ай бұрын
সাক্ষাৎকাৰটো ভাল লাগিল । তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো
@tuleswarborgohain7427
@tuleswarborgohain7427 2 ай бұрын
অতি মূল্যবান আলোচনা ।ধন্যবাদ।
@dhrubajyotiraja
@dhrubajyotiraja 3 ай бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰ টি
@kushramsonowal6879
@kushramsonowal6879 2 ай бұрын
এতিয়াৰ পৰা প্ৰায় ২০ বছৰৰ আগতে শ্ৰদ্ধাৰ হেমভাই দেৱৰ পৰা পদযাত্ৰা কাৰ্যসূচীত আহোতে এনে কথাবোৰে জানিব বিছৰিছিলো । মোৰ কথাখিনি এতিয়াও মনত আছে ।
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 2 ай бұрын
Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna
@bhadrakantadas6101
@bhadrakantadas6101 2 ай бұрын
God bless you, Hem bhai dev.
@brishtiduwarah-fi2hs
@brishtiduwarah-fi2hs 3 ай бұрын
সেৱা জনাইছোঁ। কৃষ্ণ 🙏
@anjumoniborah6780
@anjumoniborah6780 2 ай бұрын
অতি সুন্দৰ।
@dolihazarika2605
@dolihazarika2605 2 ай бұрын
ভাল লাগিল...
@kushalbaruah8438
@kushalbaruah8438 3 ай бұрын
Sir... congratulations..one off the male in the universe..om BHAGABATEI BASUDEVAYEI NAMAH. SRI monta sangkar hori bhakator...........
@udaysankartara2827
@udaysankartara2827 2 ай бұрын
Bohut bohut namoskar.❤❤❤❤❤
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 2 ай бұрын
Kouty kouty dandavat pranam aru namaskar
@prabhatbezbaruah1534
@prabhatbezbaruah1534 2 ай бұрын
,আজিৰ পৰ ৩৫ বছৰ মান আগতে নলবাৰী ৰাসত তেখেতৰ ভাষণ শুনিছিলো ।
@nirmalkoch737
@nirmalkoch737 3 ай бұрын
Hem bhai daungoriar namghusai mumk bohut apun Prem dise
@BhaskarDeka-qv4ym
@BhaskarDeka-qv4ym 3 ай бұрын
So nice Discussion 🦚🙏🙏🦚
@surabhidaisy3488
@surabhidaisy3488 3 ай бұрын
🙏🙏🙏
@AnantaMech
@AnantaMech 2 ай бұрын
কথা আলোচনা সমূহ শুনি চাই হেপাঁহ নপলালে
@akhilgoswami1140
@akhilgoswami1140 2 ай бұрын
God bless you (thanks),
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 3 ай бұрын
তেওঁক খুব ভাল পাও । ২০১৩ চনত তেওঁৰ ভাষন শুনিছিলো , আমনিয়ে নালাগে।
Кадр сыртындағы қызықтар | Келінжан
00:16
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 21 МЛН
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shorts
00:12
Savage Vlogs
Рет қаралды 47 МЛН
Кадр сыртындағы қызықтар | Келінжан
00:16