আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ।সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চ

  Рет қаралды 183,967

pronabjit borah vlog

pronabjit borah vlog

Күн бұрын

আধ্যাত্মিকতাৰ পৰা কলাগুৰু লৈকে বিশ্লেষণ ॥ সাংবাদিক এঞ্জেলা চাংমাই ॥ দুলীয়াজান অগ্ৰণী সাংস্কৃতিক মঞ্চ ॥

Пікірлер: 353
@birenbordoloi181
@birenbordoloi181 2 ай бұрын
এঞ্জেলা চাংমাইৰ বক্তব্য সচাকৈয়ে ভাল লাগিল। ধন্যবাদ চাংমাই বাইদেউ।
@AkhimDas-zm4hp
@AkhimDas-zm4hp Ай бұрын
সছাকৈয়ে আপুনি নাৰী সমাজৰ গৌৰৱ । আপোনাক বহু বহু ধন্যবাদ । কৃষ্ণ কৃষ্ণ ।
@ShilaDevi-zg3kq
@ShilaDevi-zg3kq 3 ай бұрын
কৃষ্ণ আই আপোনাৰ মধুৰ ভাসনে দেহা মন সাত পৰি গৈছে আই কৃষ্ণ 🙏🙏🙏🙏
@bishnubaruah4728
@bishnubaruah4728 2 ай бұрын
Dhunia.dhunia.
@AnjuSaikia-ws9kq
@AnjuSaikia-ws9kq Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤ আপোনাৰ দীঘায়ু কামনা কৰিলো
@pronabdeka7652
@pronabdeka7652 3 ай бұрын
কৃষ্ণ, মাজনী সুন্দৰ হৈছে। আৰু আগুৱাই যোৱা ।
@RomanMohan-i3w
@RomanMohan-i3w 3 ай бұрын
আপোনাৰ দৰে জ্ঞান সমৃদ্ধ ব্যক্তি সকলেই আমাৰ সমাজ খনক বাট দেখুৱাই আগোৱাই নিব লাগিব ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
ভ্গ্নীস্বৰূপ এঞ্জেলা সুৱদীসুৰীয়া এই যাত্ৰা অব্যাহত থাকক তাকেই আন্তৰিকতাৰে কামনা কৰিলো। তেওঁ আমাৰ কাৰণে গৌৰব আৰু আদৰ্শ হৈ থাকক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤🎉❤🎉❤
@anjugogoi6222
@anjugogoi6222 3 ай бұрын
সুন্দৰ ভাষণ ভাল লাগিল ধন্যবাদ
@Diparani_Sonowal
@Diparani_Sonowal Ай бұрын
সুণ্দৰ ভাযন বহুত ব্হত ভাল লাগিছে ।ভগৱানে সদায় কুশলে থাকক ।
@momigogoi9238
@momigogoi9238 3 ай бұрын
খুবেই ভাল লাগিল। অতি সুন্দৰ ।ভবিষ্যত উজ্জ্বল কামনা কৰিলো । ভগৱান সহায় হওক। ❤❤
@sushildutta8287
@sushildutta8287 3 ай бұрын
তুমি ধেমাজীৰ গৌৰৱ আমাৰ গৌৰৱ । আৰু আগুৱাই যোৱা।
@digantabaruah5243
@digantabaruah5243 Ай бұрын
অ সছায় আপোনাৰ কথাবোৰ অতি গুৰুত্বপূৰ্ণ ❤👍"
@priyankaborah9671
@priyankaborah9671 3 ай бұрын
বাইদেউ আপোনাৰ পৰা বহত শিকিলোঁ। ধন্যবাদ বাইদেউ। আপুনি সদায় ভালে থাকক। বহুত মৰম আৰু শুভকামনা জনালোঁ
@jitendrarabha4660
@jitendrarabha4660 3 ай бұрын
very good,আপোনাৰসতে একমত৷
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 18 күн бұрын
কৃষ্ণ কৃষ্ণ এঞ্জেলা তুমি এই কমেণট পঢ়ি লগতে উত্তৰ প্ৰেৰণ কৰিবা বুলি আশা কৰা হৈছে তুমি ৰাধে ৰাধে ৰাধেৰাণী হবানে নোহোৱা???
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
❤❤❤❤😂😂🎉🎉🎉 অনন্য সুন্দৰ আৰু সময়োপযোগী আৰু মননশীল ও অন্তৰস্পষী ভাষন। তেওঁৰ ভাষণৰ মাজত চিন্তাৰ উন্নেষ কৰা এগৰাকী নতুন প্ৰজন্মৰ যথেষ্ট জনপ্ৰিয় সাহসী সাঙবাদিক। তেওঁৰ কথনশৈলীয়েও আমাক যথেষ্ঠ আকৃষ্ট কৰে। ভাষণ বা বক্তৃতাই তেওঁৰ গভীৰ অধ্যয়নৰ উমান পোৱা যায়। অতি সচা কথাই কৈছে।। তেওঁৰ ভাষনে সমাজৰ মূগা পিন্ধা সকলৰ মূখা খোল খোৱাই দিলে। ❤❤❤ এইয়া ভাষন নহয় যেন অতি অন্তৰস্পষী উপলব্ধি । অতি সুৰীয়া কন্ঠৰ অধিকাৰী এনজ্ঞেলা। তুমি তোমাৰ গৌৰৱী যাত্ৰা আগুৱাই নিয়া। তাৰেই কামনাৰে। ❤❤❤🎉🎉🎉🎉❤❤❤❤❤🎉🎉🎉🎉🎉❤❤❤❤
@harmohansaud134
@harmohansaud134 Ай бұрын
এঞ্জেলা চাংমাই এজনী অসমৰ গৌৰৱ । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ...
@japanchandrabora7502
@japanchandrabora7502 3 ай бұрын
ধন্যবাদ। আপোনাৰ বক্তব্য অতি উচ্চ মানবিশিষ্ট। কেৱল গীত আৰু নৃত্যতে বিষ্ণু প্ৰসাদ ৰাভাদেৱক সীমাবদ্ধ কৰি প্ৰকৃত বিষ্ণু প্ৰসাদ ৰাভাক বিস্মৃত কৰিব বিচৰা যেনেই লাগে ।
@limagogoi8147
@limagogoi8147 3 ай бұрын
সুন্দৰ ভাষণ ভাল লাগিছে
@AnimaDasAnimaDas-t6h
@AnimaDasAnimaDas-t6h 14 күн бұрын
আই কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
@mgvlogs9797
@mgvlogs9797 3 ай бұрын
ইমান সুন্দৰকৈ কথাবোৰ স্পষ্ট কৈ কৈছা সচাকৈ ভাল লাগিল।
@l.gohain7886
@l.gohain7886 3 ай бұрын
Emn hundor koi sposto bhakare kom homoyot bohu kothai bujai gol.....bohut bohut dhonyabad🙏🏿🙏🏿🙏🏿
@DimokantaTaid
@DimokantaTaid 3 ай бұрын
সুদৰ ভাল লাগিল আশুৱাই যোৱা ধন্যবাদ
@hirokmahanta5132
@hirokmahanta5132 3 ай бұрын
ভাল লাগিল সকলোকে সমানে চাব লাগে কোৱাৰ বাবে ভাল লাগিল আজিৰ পৰা সকলো সংৰক্ষণ উঘলী পেলাই অগবাহি যাব লাগে । শংকৰী নিত্য নহয় সত্ৰীয়া নৃত্য
@LuhitGogoi-s2k
@LuhitGogoi-s2k 3 ай бұрын
সছাই বৰ সুন্দৰ মন্তব্য,, হুবহু মাইনী মহন্ত মাত,,, আশীৰ্বাদ থাকিল
@TheBirinchi
@TheBirinchi 3 ай бұрын
বৰ ভাল লাগিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ প্ৰচেষ্টাত কিছু সংখ্যক অসমীয়া মানুহে এতিয়া জাত পাত বিহীন সমাজ এখনৰ সপোন দেখে। হয় মই ঠিকেই কৈছোঁ। আমি ৰাভা ককাইদেউ আৰু শংকৰ দেৱৰ দেখা আৰ্হিত নিৰ্মাণ কৰিব লাগিব এখন সুন্দৰ অসমীয়া জাতি। আপোনাৰ চিন্তা চৰ্চা অতি মূল্যবান। আদৰিনিয়
@mamatrabha6795
@mamatrabha6795 3 ай бұрын
বাইদেউ আপোনাৰ এই ভাষণৰ পৰাই বহুত কথা শিকিলোঁ । ধন্যবাদ বাইদেউ
@santoshborah9875
@santoshborah9875 3 ай бұрын
সুন্দৰ ভাষন সুন্দৰ চিন্তাধাৰা। ধন্যবাদ।
@SarbanandaDeka-bg8cd
@SarbanandaDeka-bg8cd 14 күн бұрын
কৃষ্ণ, আপুনি দীৰ্ঘজীবি হোৱাৰ কামনাৰে নেদেখা জনাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু অসম বাসি ৰাইজক সঠিক পথত আগবাঢ়ি যাবলৈ পথ দেখুৱাক তাকে কামনা কৰিলো।
@bharatisaikia1388
@bharatisaikia1388 3 ай бұрын
এনেকুৱা ভাষা বহুত দিনৰ মূৰত শুনিলো। ইমান ভাল লাগিছে। শুনি লে শুনি থাকিবৰ মন যায়।
@radhamonidas2180
@radhamonidas2180 3 ай бұрын
বহুত ভাল লাগিল অতি সুন্দৰ। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো❤❤❤
@rupjyotiboruah3418
@rupjyotiboruah3418 3 ай бұрын
বহুত বহুত ধন্যবাদ ৷মাজনী আগবাঢ়ি যোৱা ৷ভগবানে সহায় কৰক ৷
@poragjyotidutta5734
@poragjyotidutta5734 3 ай бұрын
সুন্দৰ । বহুত ভাল লাগিল ।
@mrinalmedhi8346
@mrinalmedhi8346 3 ай бұрын
অনন্য গভীৰ সময়োপযোগী আৰু অন্তষ্পৰ্শী ভাষন 🙏🙏🙏
@mridulkumarrabha892
@mridulkumarrabha892 3 ай бұрын
সঁচা কৈ সুন্দৰ মন প্ৰাণ চুই যোৱা ভাষণ।
@pranabkumarbrahma2746
@pranabkumarbrahma2746 28 күн бұрын
Hoi, oti uttam xar kotha.
@diptimedhi9376
@diptimedhi9376 3 ай бұрын
বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বিষয়ে ইমান সুন্দৰ ভাষণ দিলে ,বৰ ভাল লাগিল ।
@PrbinChutia
@PrbinChutia 3 ай бұрын
কিকিম কিম কিম,কিম ধিমাকতি ধিম।তৈল নগৰী, দুলিয়াজান বাসী ৰাইজলৈ শতকৌতি প্ৰণাম, কাৰণ তেওঁলোকে আমাৰ অসমীয়াৰ বোকোৰ আপোন,হিযাৰ আমঠু স্বৰূপ স্বৰ্গীয় বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱস উদযাপন কৰিছে। তেওঁৰ আদৰ্শ,নিঃস্বাৰ্থ ত্যাগ, সংঘাত পূৰ্ণ জীৱন আৰু অসমীয়া জাতিৰ প্ৰতি আগবঢ়োৱা মেতমৰা অৱদান আদিৰ বিষয়ে বিচাৰ ব্লিশ্লেষণ কৰিছে,ৰোমন্থন কৰিছে।ই সঁচাকৈয়ে আদৰণীয় পদক্ষেপ আৰু জাতিটোৰ বাবেও শুভ লক্ষণ। বিষ্ণু প্ৰসাদ ৰাভা দেৱে এখন অতি ধনৱন্ত আৰু সম্ভ্ৰান্ত লোকৰ ঘৰত জন্মলাভ কৰিও সকলো বৈষয়িক সুখ ভোগৰ পৰা আঁতৰি থাকি সেই সময়ৰ সমাজৰ শোষিত,নিষ্পেষিত লোকৰ কল্যাণ আৰু সমাজত প্ৰচলিত থকা মধ্যযুগীয় ধ্যান ধাৰণাৰ বিপৰীতে মাৰ বন্ধি থিয় দিছিল,ভবিলে আচৰিত লাগে।সঁচাই তেওঁ এগৰাকী মানৱ দৰদী লোক আছিল আৰু সেয়েহে আমি কেৱল তেওঁৰ দিৱস উদযাপন কৰিলেই নহ'ব, তেওঁৰ প্ৰকৃত কৰ্ম, আদৰ্শ আৰু চিন্তাৰে অনুপ্ৰাণিত হৈ কৰ্মৰ পথত অগ্ৰসৰ হব পাৰিলেহে ৰাভা দিৱস পতা সাৰ্থক হব।ৰাভা দিৱসত বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰি অনা মানীয়া অতিথি গৰাকীৰ এটা কথাই কিন্তু বেচ আমোদ দিলে, সেয়া হ'ল, তেওঁৰ চহৰ অভিমূখী ৰে'ল ধৰিবলৈ বাৰে বাৰে হাতৰ ঘড়ীটোলৈ চাই থকা দৃশ্যটো। বিষ্ণু প্ৰসাদ ৰাভাই, অসমীয়া জাতিৰ প্ৰতি ইমান ত্যাগ কৰিব পাৰিছিল,দুলিয়াজান বাসী ৰাইজেনো‌ কিয় তেখেতক ব্যক্তিগত বাহন নাইবা ভাড়া‌ গাড়ী এখনেৰে ঘৰলৈ পঠায় দিব নোৱাৰে। এইটোনো তেখেত সকলৰ বাবে কিনো বৰ ডাঙৰ কথা।কিয়নো নিমন্ত্ৰিত অতিথি গৰাকীয়ে, আনুমানিক দুশটা মান চকা থকা,কুক,ভা, কুক,ভা,ঝক,ঝক কৈ গৈ থকা ৰে'ল নামৰ এখন দীঘলীয়া যানেৰে ঘৰলৈ উভতিব লাগে। কেতিয়াবা কেতিয়াবা সময় মতে গন্তব্যস্থান গৈয়ো নেপাইগৈ। ধন্যবাদ।
@niranjanray8249
@niranjanray8249 3 ай бұрын
আজিকালি এনেকুৱা ভাষণ শুনিবলৈ পাই বৰ তৃপ্তি পাইছো । কিয়নো আজিও আমাৰ মাজত কোনোবা আছে সেই বৰঅসম খনৰ কথা সোঁৱৰাই দিয়া। সকলো জাতি , ধৰ্ম, বৰ্ণ মিলি অসমখনক এক কৰি শক্তিশালী কৰি গঢ়িবলৈ। ধন্যবাদ বাইদেউ 🙏🙏
@SonaliRabha-l3z
@SonaliRabha-l3z 3 ай бұрын
Dhuniya bhakhan bohut bohut dhanyabad.
@barnalisootea9574
@barnalisootea9574 3 ай бұрын
মন চুই যোৱা বক্তব্য। আগুৱাই যোৱা
@reetanath7035
@reetanath7035 3 ай бұрын
বৰ সুন্দৰ ভাষন আগবঢ়ালে, কৃষ্ণ🙏
@kanchowalidas9204
@kanchowalidas9204 Ай бұрын
Kerishna suniba vakhanbawt val lagil val hoisa val paisu
@sewalimedhi3646
@sewalimedhi3646 Ай бұрын
🎉🎉🎉
@baburamdaimary7291
@baburamdaimary7291 3 ай бұрын
Medam aponi speech shuna bahut duniya lagise. Kola guru Bishnu Prasad Rabha palor pora jiman kota aponi koiasu bahut palke Rabha raijor logot jonai disu. Ami bisaru aponar nisina akomor raj neta lagibo.
@malayanath-gv3cv
@malayanath-gv3cv Ай бұрын
Bhut bhut pranam
@pranabkumarbrahma2746
@pranabkumarbrahma2746 28 күн бұрын
" 19:44 Abritiu utkrishta tumar aie xunilu tumar kantherei , bhari porill antor amar god god senhor abeg bhora durbar spondon, anubhut hoise aji gourab Axomi aier tumi xuputri amiu manisu tumar byaktitya oxadharon, aie xasraddhe korisu tumak couti couti pranam ll"
@lakshyasaikia6597
@lakshyasaikia6597 Ай бұрын
Oti hundor🎉
@ainupatar2692
@ainupatar2692 3 ай бұрын
মন চুই যোৱা ভাষন।।। কৃষ্ণ🙏🙏🙏🙏
@dipaktaid1540
@dipaktaid1540 Ай бұрын
God bless you
@muktadevibhuyan872
@muktadevibhuyan872 3 ай бұрын
কৃষ্ণ কৃষ্ণ আই ঈশ্বৰে কৃপা কৰক
@BasantaBorah-lr9lr
@BasantaBorah-lr9lr 3 ай бұрын
সূৰ্য্যোদয় ! দুপৰৰ চৌফলীয়া তগমগ তাপ অপেক্ষা সমুজ্জল , জাতিস্মৰ এই প্ৰতিভাত কণ্ঠ উদাত্ত নিৰ্ভীক । য
@sanskritaboro239
@sanskritaboro239 3 ай бұрын
কৃষ্ণ কৃষ্ণ গুরু দুয়োজনা আরু কলার গুরু জনাক অসমর অসমীয়াক পুনর চিনাকি করি দিয়ার বাবে ধন্যবাদ।
@bhaskarborah4254
@bhaskarborah4254 2 ай бұрын
শুনি বহুতো দুখ লাগিল ধন্যবাদ
@sarojinidutta5058
@sarojinidutta5058 2 ай бұрын
বহুত ভাল লাগিল ক্ষন্তেকৰ বাবে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ যি তত্ত্ব গধুৰ বিশ্লেষণ কৰিলে সঁচাকৈ প্ৰশংসনীয়। এগৰাকী নতুন যুগৰ যুৱতী হৈ যি ৰাভাদেৱৰ ওপৰত যি বক্তব্য ৰাখিলে তাৰোপৰি ৰাভাদেৱক লৈ লিখা সুন্দৰ কবিতাৰ আবৃত্তি অপূৰ্ব,আশা ৰাখিছো নৱপ্ৰজন্মই অনুপ্ৰাণিত হওঁক বা উপকৃত হওঁক আশা ৰাখিলোঁ।শেষত বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ 🙏🙏🙏
@Shua_098
@Shua_098 3 ай бұрын
Apuni agaraki hakhaki udiyaman suali ,apunar bhakhanr gabhirata ase, moi bhabi raje ai kothabilak bastava t porinit koribi lage. Thank u so much . Hadaya anekoi thakok .
@PratulMedhi-p9o
@PratulMedhi-p9o 2 ай бұрын
Excellent and pray to God for her bright future
@malatidutta7901
@malatidutta7901 21 күн бұрын
কৃষ্ণৰ কৃষ্ণৰ, ভগৱান কৃপাৰে ৰসামৃত কথা শুনি থাকিব মন যায়
@lbaro6275
@lbaro6275 2 ай бұрын
অতি সুন্দৰ ভাষণ এঞ্জেলা 🎉
@binakumarigogoiborah8407
@binakumarigogoiborah8407 2 ай бұрын
কৃষ্ণ ❤❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻
@dipalirabha3909
@dipalirabha3909 2 ай бұрын
দীৰ্ঘ জিবি হোৱা ! বহুত ভাল লাগিল
@ajitbaro6856
@ajitbaro6856 3 ай бұрын
Jai Mata di. Jai shree Ram.
@BubulDoley-oh5rc
@BubulDoley-oh5rc 3 ай бұрын
Hapunak vogobane vale rakok Krishna Krishna 🙏
@kaustuvvlog3934
@kaustuvvlog3934 3 ай бұрын
আপোনাৰ ভাষণ শুনি থাকিব মন গৈছিল বা চকুপানী বৈ গল আনন্দ ❤❤ পুনৰ যেন আকৌ শুনা পাম ৰাভা দেৱৰ কথা ।
@jagannathdas484
@jagannathdas484 3 ай бұрын
প্ৰথমতে ধন্যবাদ থাকিল আৰু দ্বিতীয়তে পুনৰ নিৰ্মাণ শৈলী ভাষণ দি আপ্লুত কৰিব বুলি আশা পুহি ৰাখিলোঁ।
@gitanjalibaruahdutta6606
@gitanjalibaruahdutta6606 3 ай бұрын
সুন্দৰ ভাষণ। ভাল লাগিল।
@dipalirabha3909
@dipalirabha3909 2 ай бұрын
Keep it up. We are proud of you. Please go ahead......
@nibransonowal9182
@nibransonowal9182 2 ай бұрын
বহুত জ্ঞান থকা ছোৱালী আমাৰ অসমৰ গৌৰৱ
@babuldas1598
@babuldas1598 Ай бұрын
baidia apani guru khata bar vial veray good
@AnimaDasAnimaDas-t6h
@AnimaDasAnimaDas-t6h Ай бұрын
বহুত ভাল লাগিল এই কাৰণে কথা খিনি সম্পূৰ্ণ সঁচা কোৱা বাবে। ভগৱানে কৃপা কৰক অ হৰি অ ৰাম
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
অতি সুন্দৰ ভাষণ। এক নতুন আৰু মননশীল ও যথেষ্ট অধ্যয়নেৰে সমৃদ্ধ তথ্য সমৃদ্ধ আলোচনা। ভগ্নী স্বৰপ এজ্ঞেলা ব্যক্তিগত ভাৱে আমাৰ অতি মৰমৰ, শ্ৰদ্ধাৰ, স্পষ্টবাদী, উদীয়মান যথেষ্ঠ প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। তেওঁৰ শুদ্ধ শব্দ উচ্চাৰণো তেওঁৰ সম্ভাৱনাময় সাঙবাদিক গৰাকীৰ অন্যতম গুন। তেওঁৰ ভাষণত গভীৰ অধ্যয়নৰ উমান পোৱা যায়। তেওঁ 100% সচা কথা কৈছে। অসমৰ এগৰাকী সুদক্ষ আৰু শক্তিশালী প্ৰতিভাসম্পন্ন যুৱ সাংবাদিক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। তেওঁৰ যথেষ্ট ভৱিষ্যত অতি পোজ্বল / উজ্বল।
@MidulBoruah-l5y
@MidulBoruah-l5y 3 ай бұрын
অতি সুন্দৰ ভাষ ন আগবঢ়ালে আই গৰাকী লৈ মৰম শ্ৰদ্ধা নিবেদন কৰিলোঁ
@Jumo_n46
@Jumo_n46 2 ай бұрын
❤❤❤❤❤❤ ki hundor❤❤❤❤❤
@hemangapatowary7397
@hemangapatowary7397 3 ай бұрын
Kathakini huni aaplota holo. Right katha koise
@pallabjyotisaikia3918
@pallabjyotisaikia3918 3 ай бұрын
Bor vall lagil bhaxon diyar art ase dhanyabad
@JagotDehingia
@JagotDehingia Ай бұрын
Very very good Jai shree Krishna
@Kiran-si2bf
@Kiran-si2bf 2 ай бұрын
বৰ ভাল লাগে আপোনাৰ স্পষ্ট কথাবোৰ শুনি
@Jonali-l1z
@Jonali-l1z 2 ай бұрын
Unique quality
@DipaliBhuyan-c3x
@DipaliBhuyan-c3x 2 ай бұрын
আপোনাৰ ভাষণ শুনি ভাল লাগিল।
@DipjyotiRabha-qt2cz
@DipjyotiRabha-qt2cz 3 ай бұрын
ইমান সুন্দৰ কৈ ভাসন ডাঙি ধৰিলে ।🙏🙏🙏
@techffgamer4939
@techffgamer4939 Ай бұрын
Bahut val lagil
@96noborpatragaurisagar82
@96noborpatragaurisagar82 2 ай бұрын
Bohut Val lgise Krishna Krishna
@puronpayeng7151
@puronpayeng7151 2 ай бұрын
ধুনীয়া, শুনি ভাল লাগিল । আশীৰ্বাদ কৰিছোঁ আৰু আগুৱাই যোৱা । ধন্যবাদ ।
@Rebokantagogoi
@Rebokantagogoi 2 ай бұрын
আপোনাৰ পৰা আগলৈ এনেকুৱা পৰামৰ্শ পাই থাকিম বুলি আশা ৰাখিলোঁ
@pinkuboruah2245
@pinkuboruah2245 3 ай бұрын
100% Right kotha koise moi apuna video to assamr bahiyr pora mane sakri jega pora sai xosai bohut val lagil,
@jasepahmed7706
@jasepahmed7706 3 ай бұрын
Really heart touching voice maam. Our idol journalists......
@pratibhakalitabaruah7321
@pratibhakalitabaruah7321 Ай бұрын
Bahut val lagile........ Krishna Krishna 🙏🙏
@bipulsaikia7415
@bipulsaikia7415 3 ай бұрын
এই সন্মানীয় চাঙমাই আই গৰাকীয়ে যি তত্ত্ব গধুৰ ভাষণ পদান কৰিলে সেই ভাষণ যদি ৰাইজে আন্তৰিকতাৰে লয় সচাকৈ বহুত উপকৃত হব।আৰু আই গৰাকীলৈ আন্তৰিক সেৱা নিবেদন জনালো ।ভগবানে ভগবানে যেন তেখেতক আৰু আগুৱাই নিয়ক এইয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো কৃষ্ণ 🙏🙏🙏।
@umeshsarma4963
@umeshsarma4963 3 ай бұрын
Thank you Anjela sangamai for your valuable information about Bishnu Prasad Rabha and to the commitee along with the spectators. God bless you , Beta .❤
@malabikaborasaikiaboby8504
@malabikaborasaikiaboby8504 3 ай бұрын
সঁচা কথা বোৰ কোৱাৰ বাবে ধন্যবাদ ।
@rameshlachon4735
@rameshlachon4735 Ай бұрын
Bahut bhal lagise
@porismitagogoi3327
@porismitagogoi3327 3 ай бұрын
ইমান স্পষ্ট ,সাৱলীল ভাষণ ।তিনিবাৰ শুনিলোঁ । আমনি নাইলগা।অপূৰ্ব ।
@jitugogoi6098
@jitugogoi6098 2 ай бұрын
Right
@RajibRabha-g8s
@RajibRabha-g8s 3 ай бұрын
বুহুত ভাল লাগিল
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 3 ай бұрын
সুন্দৰ বিশ্লেষণ |❤❤❤
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 3 ай бұрын
শত শত ধন্যবাদ __অসম জীয়ৰী __এক অনন্য প্ৰতিভাৰ গৰাকী __dear Anjela __go ahead pliz keeping ur eyes to the distant star __endless best wishes from my heart's core ........
@joonbaruah4494
@joonbaruah4494 3 ай бұрын
কৃষ্ণ বৰ ভাল লাগিল আপোনাৰ কথা খিনিআমাৰ সমাজত এইবিলাক হৈআছে ধন্যবাদ
@ramtanti8009
@ramtanti8009 3 ай бұрын
বহুত বহুত ভাল লাগে আপোনাৰ কথাবোৰ
@nirmalsaikia5099
@nirmalsaikia5099 Ай бұрын
আগ বাঢ়ি যোৱা।শুনি বহুত ভাল লাগিল।
@heutimarak9137
@heutimarak9137 3 ай бұрын
বহুত বহুত সুন্দৰ ৰাইজলৈ ভাষণ শুনি থাকিম যেন লাগে। God help you sweet Anzela.
@parikkhitray143
@parikkhitray143 2 ай бұрын
Oti sundar
@bipulchnath-h7z
@bipulchnath-h7z Ай бұрын
আপোনাৰ কথা বোৰ সাৰুৱা, শুনি ভাল লাগে।
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2,2 МЛН
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 57 МЛН
A Day In The Life Of A Farmer | ANGELA CHANGMAI
26:46
ND24
Рет қаралды 175 М.
মিলনপুৰ চেপন @জ্যোতিময়Jyotimoy
38:15
জ্যোতিময় Jyotimoy
Рет қаралды 116 М.