যিসকলে টকা জমা কৰিছিল সেইসকলে বোধকৰোঁ গৌৰৱবোধ কৰিছে। কিন্তু নিতুমনিহঁতৰ দৰে বৰ্ণ-বৈষম্য নামধাৰি সাংবাদিকসকলে চকু কপালত উঠিছে । সাংবাদিকৰ মুখত সংকীৰ্ণতাই ঠাই পাব নালাগে । মই বিশালৰ সমৰ্থক নহয় । মাত্ৰ বিশালক ২২ বছৰীয়া, খীন-মিন এই লৰটোৱে কেনেকে সম্বৱ হল, এই বাক্যশাৰী শুনি শইকীয়াক ভালকৈ চিনি পালো । বিশালৰ ওচৰত নেদেখাজনৰ আৰ্শীক আছে ।সৰু লৰাই বিশ্ব ৰেৰ্কড কৰা ইতিসাক বহূত আছে তেনেস্থলত ? অধ্যয়ন কৰাৰ প্ৰয়োজন আছে । বিশালৰ বহূত প্ৰতিভা আছে । কিন্তু ভাগ্যৰ চকৰি যেনিয়ে ঘুৰে, মানৱৰ গতি তেনিয়ে চলে । এই বাক্যফাকিক শাস্ত্ৰই কৈছে । গতিকে---------------।🎉🎉🎉🎉।
@titudoloi53884 ай бұрын
সচাঁ কথা share market বদনাম কৰিছে কিন্তু আমাৰ অসমত নজনা মানুহ বহুত আছে শিক্ষিত মানুহবোৰেও লোভত আনক টকা দিয়ে আগতে শিকি লওক জানি লওক। share market বদনাম কৰিব নালাগে। টকা দিয়াটোও ভুল কিন্তু hera pheri movie খনৰ দৰে হল। আমাৰ মানুহবোৰে বাৰে বাৰে ঠগ প্ৰৱঞ্চনাৰ সন্মুখীন হয় তথাপিতো কিন্তু মানুহে বাৰে বাৰে সেইফালে যাই। অপূৰ্ব দাদাই ঠিকেই কৈছে।
@shaibyaray91854 ай бұрын
P
@arupgogoi81974 ай бұрын
👍👍
@rupambhuyan54 ай бұрын
Well informative show... good job
@Sangeeta9654 ай бұрын
Prog tu bor val lagil , atya anekuwa prog hae lage
@madhusudanpanyang10044 ай бұрын
Romantic hoi golu❤
@dilipganju34954 ай бұрын
Yes sir
@riturajgogoi10754 ай бұрын
Show টো ভাল লাগিল । সময়ুপযোগী হৈছে ।
@kirongogoi92623 ай бұрын
Nitumoni dangaria upuni kauksun ata sadharan haru lura atai bhal bhal manuhak burbok bonai delay. Atiya Bishal jailot. Luratowe mind to good work use koribah lagishil.
এই বিষয়ে মোৰ জ্ঞান সমুলিও নাই। যদিও এজনে চুৰ দকাইত ধৰে বহু কষ্ট পৰিশ্ৰম কৰি আৰু কোনো কোনো লোকে সেই কেইজনৰ সহায়ক হৈ কৰ্তৃপক্ষৰ পৰা উলিয়াই আনে।।
@pradipborah5264 ай бұрын
Right information
@jayadass26814 ай бұрын
বাইদেউ ৱেব সত্য কথা কৈছে।
@kuheswarpayeng58134 ай бұрын
আমাৰ অসমতা যে কম বয়সীয়া কোটি পতি busyness man ase bahut bhal kotha.
@tileswaryein12954 ай бұрын
বিশাল ফুকনক খীন বা তুচ্চ- তাচ্চল্য বুলি ইতিকিং কৰাটো গ্ৰহণযোগ্য নহয় ।বিশাল বুদ্ধিমান সাহকি সাম্প্ৰতিক সময়ৰ যোগ্য উদ্যমি যুৱক। ভুল হৈছে বিচাৰ কৰক কৈক্ষিয়ৎ তালাফ কৰক । কিন্তু ইতিকিং কৰাটো সাংবদিকৰ লক্ষ্য হব নালাগে। মহাভাৰতৰ আটাইতকৈ বুদ্ধিমত্বা ব্যক্তিজন কোন আছিল ?🎉🎉।
@birshu12344 ай бұрын
very important point within this discussion at 10min: black money can be used only to buy land....this gives a reference to a certain topic other than fraudster
@Majuli41234 ай бұрын
29:26 Dekhak Dekhi😊 Major Sabdho Tu koboloi olop tan paisu 😅😅😂
Nitumoni da apuni vaal kotha koise . Bohria . Bohria
@jagajitsaikia16374 ай бұрын
নিতুমনি দা আপুনি বৰ ভাল কথা কয়। আপোনাৰ অভিমত সদায় চাও কিন্তু চুমি বিশাল ৰ কথা চাই চাই ঘিন লাগিছে । পাৰে যদি অনুৰোধ কৰিছো যাতে এনেকুৱা শিক্ষা দিযক অসমত দোনাই আৰু চুমি বিশাল নাম নোলায়
@nazmabegum62744 ай бұрын
ডাঙৰ মানুহ বোৰৰ মাজত যে যি সকল চাকৰিয়াল ,বা চাকৰীৰ অৱসৰ লোৱা সকলে যেনে police ৰ অৱসৰ বা আৰ্মী অৱসৰ লোৱা সকলে যদি এই business বোৰ লৈ আহে আৰু আহিছে , সেয়ে আমি ভুক্ত ভুগি কাৰণ আমি তেওঁ লোকক বিশ্বাস কৰি এখোজ আগবাঢ়ি যাওঁ । সেই সকলৰ কথা কোনেও নকয়।
@rambalram26104 ай бұрын
যি কেইটাৰ কলা টকা গল.... সেই কেইটাৰ চোৰক মূৰে পালে....😮😮😮😮😮
@pradipkalita63634 ай бұрын
Eman xohoj nohoi ,
@KulsumBegum-z5b4 ай бұрын
Baideo apunar kotha khini huni vl lagile
@prabinsutradhar56924 ай бұрын
বোলে দেখাক দেখি উঠিল গা কাতৰি বোলে মোকো খা "কিন্তু আমি ইয়াৰ ভিতৰত কি আছে তাক বিচাৰ বিবেচনা নকৰি কামটো কৰিবলৈ আগবাঢ়ি যাওঁ 'সেইটোৱে আমাৰ ভূল! ঠিক আছে এ ই বিষয়ে সমালোচনা কৰাৰ বাবে! যাতে আগলৈ আৰু এনেকুৱা নহয় জনসাধাৰণ সতৰ্ক থাকক! মত অভি মত লৈ ধন্যবাদ জনাইছো!
আমিও investment কৰি আছোঁ অনলাইন but ধুনীয়া এইবোৰৰ দয়ে নহয়।।।
@BittuAli-u5v4 ай бұрын
My faevarat
@himanibanikya81684 ай бұрын
অসমক দুখিয়া কৰিব ওলাইছে
@rubikoch50834 ай бұрын
লোভেই পাপ পাপে মৃত্যু।
@AtulKalita-r8r4 ай бұрын
Bank managerও bank bal গম পায়। তেতিয়া ও enquiry কৰিব লাগিছিল। কম সময়ত কেনেকৈ কৰপৰা আহিলে।
@mamonidevi6174 ай бұрын
Xundor Anusthan aru nothu
@AbulSarkar-zw7js4 ай бұрын
কোনো মুখ্যমন্ত্ৰীৰ দিনত ডেকা ল'ৰা ইমান লাভ বান হোৱা নাছিল। আমাৰ বৰ্তমান মুখ্য মন্ত্ৰীক ইয়াৰ বাবে বাহ বা দিব লাগিব।লোভে পাপ পাপেই মৰন।লোভ এক দুষ্ট প্ৰবৃত্তি আৰু ই মানুহৰ শত্ৰু। ইহঁতে মানুহক বিপদত পেলাই পলাই যায়। এয়া বিশ্ব শ্ৰষ্টাৰ বিধান তথা মানুহ পৰিক্ষা কৰণ পদ্ধতি। তেখেতে প্ৰদান কৰা প্ৰবৃত্তি বোৰক মানুহে নিজৰ অধীনত ৰাখিব নোৱাৰিলে এই বোৰ দুষ্ট প্ৰবৃত্তিয়ে মানুহক বিপদত পেলাবৈ।
@mukundabarman53084 ай бұрын
আপোনালোকে কি কৰি থাকে সদায় belegak দোষ দি বাতৰি প্ৰচাৰ কৰি থাকে
@Youcanhandleit-044 ай бұрын
SEBI registered app bur kiman secure.
@jehirarfan4 ай бұрын
আজিৰ এই অনুষ্ঠানৰ পিছত বুজিব পাৰিছো ইহঁতে কেনেকৈ ঠগিছে।
@DipanjaliDuarah4 ай бұрын
Dhan basi hoishe jodi dan karile nam kinile haten .kintu atiya jal he khabo laga habo.
@MainuGogoi-h6b4 ай бұрын
Sumi চতুৰ
@anjugogoi23904 ай бұрын
Val.Anusthan.thankyou
@sadhanrai77674 ай бұрын
বাইদৰ কথা খিনি মিছা নহৈ কিন্তু অপূৰ্ব বৰুৱা দেৱে একেবাৰে খচা কথা কৈছে।
@rambalram26104 ай бұрын
আমি সৰুতে দেখিছিলো insurance company আহি অসমৰ পৰা পইছা লোটি নিছিল Peerless ইত্যাদি সংস্থা বোৰে...😮😮😮😮 ৯০ ৰ দশকৰ পৰা আজি লৈকে এই কামটো চলিয়েই আছে, শিক্ষা অসমীয়া মানুহে হে লোৱা নাই...😅😅😅😮😮😮 লগতে ইউটোবাৰ বিলাক.....?? জি বোৰে এই ঠগ বিলাকক ইউটিউব চেনেলত প্ৰমোত কৰিছে....😮😮😮😢😢😢
@protimadutta28904 ай бұрын
U Tuber বোৰে কমিচন খায় ।
@rambalram26104 ай бұрын
১০০% আৰু সিহঁতো জগৰীয়া আইনৰ দৃষ্টিত... উকীল জনে কোৱাৰ দৰে, এইটো এটা organized crime. ইউটিউবআৰ কেইটাক ও তদন্তৰ আওতালৈ আনিব লাগে....!!! ৰাইজে ইয়াৰ দাবী কৰা উচিত...!!!! ইয়াৰ বাহিৰেও ইউটোবাৰ কেইটাই জুৱা খেলৰ ও প্ৰমোচন কৰি আছে সম্পূৰ্ণ মুক্ত ভাবে যেন অসমত আইন, পুলিচ একোৱেই নাই...!!!!
@kalpanakataky90924 ай бұрын
আপোনাক নিতুমনি শইকীয়া ডাঙৰীয়া এটা কথাত খুব nero যেন লাগিছিল তেতিয়া যেতিয়া আপুনি জুবিন গাৰ্গক সংসাৰ কিয় বঢ়া বুলি প্ৰশ্ন কৰিছিল।আপুনি সেই প্ৰশ্ন সুধি অনুতপ্ত হৈছে নে চাগৈ?
@manashsaikia-w3z4 ай бұрын
Share market investment kora tu val kohta mutual fund SIP koribo pari Ata duta val Share loi portfolio bonabo pari long time karona...kitu amar axomiya manhua nokra...
@digantabaruah10164 ай бұрын
যি কোনো নতুন trend এটা আমাৰ মাজলৈ আহিলে তাত positive, negative দুটা impact থাকে।
@biplobdeka95644 ай бұрын
Eitut positive negative eku nai, eitu eta scam bujile tu
@ParthaGoswami-c6v4 ай бұрын
এই বিশাল চুমী লগত জড়িত সকলোকে কঠোৰ শাস্তি দিব লাগে ।
@bornalimazumdar89244 ай бұрын
সঁচা লোভেই পাপ পাপেই মৃত্যু।
@satyabratdevnath50854 ай бұрын
moza
@binuphukan38804 ай бұрын
কিছুমান মানুহে টকা দেখি লে পাগল হৈ যায়।
@its_avhi1634 ай бұрын
লোভেই পাপ, পাপেই নিৰামিষ ভাত 😢😂😂
@Nilambarchutia4 ай бұрын
মুখ্যমন্ত্ৰীৰ পুতেক হেনো ১৮ টা কোম্পেনীৰ মালিক ? তেনেহলে কাক কি কব ?
@dipankarphukan84324 ай бұрын
টকা আজি দিম কালি দিম কৰি ঠগি আছে । মানুহৰ লাখ লাখ টকা ফঁচি আছে । সহায় কৰক
@kanaklatachetia81664 ай бұрын
Dibrugarh tu ata ase finlab buli tak soku diok heu aketa kori ase trading coaching centre khuli ase Jitu dimpu baruahu promote korise
@BAAPNO.0014 ай бұрын
নিতুদা আপোনাৰ তʼক্সটোমুৰʼখচবেচাক😢
@UjjalDas-x5x4 ай бұрын
লূভে পাপ পাপে মিত্যু
@sumpihazarika99604 ай бұрын
nitumoni dada sar apunar avimot sai mor mur gorm hoi goisa
@DimpalDas-o5h4 ай бұрын
Maximum black money...aru bakikhini luviya😂😂.......well done....vishal nd sumi...##shivaji...the boss
@tapandutta74494 ай бұрын
অকল You tuber কিয়,,,নিউজ প্ৰেপাৰ,নিউজ চেনেল বিলাকো সমানে দোষী,,,,
@pr79604 ай бұрын
Trading illegal nohoy je. Fraud he illegal. Heikaroney sage openly promote koribo pare. Nijor poisa nije invest koribo pare through trading.