পাক ঘৰটো উত্তৰ পশ্চিম দিশত, গেছটো পূব দিশত ৰাখিছোঁ কিবা অসুবিধা হ'ব নেকি??গেটখন দক্ষিণ পূব ত আছে

  Рет қаралды 66,590

PUHOR Live 8

PUHOR Live 8

Күн бұрын

Пікірлер
@anjalihazarika6383
@anjalihazarika6383 Жыл бұрын
দাদা বহুত বহুত নমস্কাৰ ধন্যবাদ ইমান ধুনীয়াকৈ বুজায় দিয়াৰ বাবে
@paragsocial7156
@paragsocial7156 Жыл бұрын
Bor ভাল লাগিল
@abanidas6895
@abanidas6895 10 ай бұрын
আপোনাক ধন্যবাদ।
@chinmaymazumdar4971
@chinmaymazumdar4971 11 ай бұрын
ভাল লাগিল জানিবলৈ পায়
@PrabirJyotinath-fw6sv
@PrabirJyotinath-fw6sv 6 ай бұрын
Vl lagil..blg kismn mnhur mukht xulinto anekua lge jn notunk bnua ghr vngia felabo lgibo.
@anjanadas3327
@anjanadas3327 25 күн бұрын
Nice
@rumalikarmakar
@rumalikarmakar 10 ай бұрын
Thank you sir , Upakrito halu
@RewatiDeka
@RewatiDeka 8 ай бұрын
বৰ ভাল লাগিল ।🙏🙏🙏
@anitasarma9044
@anitasarma9044 Жыл бұрын
Dadar kotha bilakor logote khadharon upai bilak bor val lage.... thank you so much
@manzilbodo2375
@manzilbodo2375 Жыл бұрын
আপোনাৰ talk show chaly ভাল লাগে।
@ranjitagoswami9839
@ranjitagoswami9839 Жыл бұрын
Thanks dada aji ata dangor kotha jani bo pare lu
@DiptiDevi-gr7og
@DiptiDevi-gr7og 7 ай бұрын
ছাৰ, মোৰ পাকঘৰটো উত্তৰ পূৱ দিশত। সলাব ও নোৱাৰো। কিবা উপায় জনাবচোন। অনুগ্ৰহ কৰি জনাব।
@bibhaborah1461
@bibhaborah1461 Жыл бұрын
Amar gharar uttar dikhat toylet ,bathroom ase .bathroomar panito pubdikha gai.kiba khati hobo neki.ghar khanat bhout kharas hoi.paisa jama karibo nuwaro.akhanti hoi thake.anser Pam buli akha thakil
@DonKelar123
@DonKelar123 7 ай бұрын
Thanks 🙏🙏
@MamaniBarman-e7n
@MamaniBarman-e7n 11 күн бұрын
Thanks
@jyotimaladeka3193
@jyotimaladeka3193 8 ай бұрын
Thank u,sir.
@arunhajwary7208
@arunhajwary7208 23 күн бұрын
Ghar r Kun dikhot sewali ful takibo lage kobosun sir
@kushapator7479
@kushapator7479 5 ай бұрын
Sir gari kun dikhot rokha val
@BanaSharma-h4q
@BanaSharma-h4q 3 ай бұрын
Dada mor gasto pub fale ase tat ki rang genight dibo lage
@parulsarmah4586
@parulsarmah4586 6 ай бұрын
আপোনাৰ বাস্তুৰ কথাবোৰে আমাক ভয়মুক্ত কৰে।বেছিভাগ বাস্তুবিদে ভয় খুৱাই দিয়ে। আপোনাক ধন্যবাদ।
@kanchanbaro2754
@kanchanbaro2754 4 ай бұрын
Vhal lagel kotha khene hune
@PrabirJyotinath-fw6sv
@PrabirJyotinath-fw6sv 6 ай бұрын
Aur vdo si vl lgil...kismne j voi khuai anekua lge ghr vngibai lgbo atiya...
@binodsingha5133
@binodsingha5133 Жыл бұрын
Dada mur paghor tu dokhin posimot akhon dorja ase..tar pasotay logotay tubol tu uu ase, logote latrin bathroom ru ase...ghor khonot prai manuhor bemar hoi thake....kiba upai dibo neki?
@rebakalita8872
@rebakalita8872 Жыл бұрын
Val lagel kotha khe ne hune
@sawpna.hazarika8849
@sawpna.hazarika8849 Жыл бұрын
দাদা দক্ষিণ ফালে আমাৰ দুৱাৰ আছে । কিন্তু ঊপৰৰ মহলাত দক্ষিন ফালে তলত মহলাত পূব ফালে আছে ।উপৰৰ পৰা তললৈ নামি যাওতে দক্ষিন ফালে আছে । কিন্তু লৰাই এটাই সি আমাৰ কথাবোৰ বেছি নুশুনে । কিবা ঘৰৰ দোষ আছে নেকি । বুজাই দিব ছোন ।🙏
@bhargavofficialinyoutube9710
@bhargavofficialinyoutube9710 Жыл бұрын
আপোনাক ধন্যবাদ ছাৰ
@Mridujyoti_haloi
@Mridujyoti_haloi 19 күн бұрын
পানী কোন দিশত বোৰিং কৰিব পাৰিম
@PallaviBaruahBorah
@PallaviBaruahBorah 2 ай бұрын
Dada Amar pani aru toiletor dikh dakhin pachimot ase Kiba okhubidha hobo jonano neki
@m.dassamesevlog3090
@m.dassamesevlog3090 Жыл бұрын
Moi qutrt thaku kintu letrin bathroom utor pubot ase ki korim
@PurnimaMech-g9s
@PurnimaMech-g9s 4 ай бұрын
Amar ghart poisa pati akhubidha hoise kyo janab sun
@kabitachoudhury4954
@kabitachoudhury4954 Жыл бұрын
দক্ষিণ পূবৰ ৰূমটোৰ এখন দৰ্জা ক্ৰীম কালাৰ ক'লে নে pink colour বুলি ক'লে উচ্চাৰণটো ভালকৈ বুজি নাপালোঁ
@anjubezbaruah9999
@anjubezbaruah9999 Жыл бұрын
আপোনাৰ উপদেশে বহু সকাহ দিছে । ঘৰত বেমাৰে নেৰে মাথোঁ ।
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Oti jaruri diha
@BjodredwarBora-ow3bl
@BjodredwarBora-ow3bl 3 ай бұрын
মোৰ ঘৰ তোৰ দক্ষিণ পশ্চিম দিশত এখন দজা আছে।কি কৰিম জনাব।
@rupalihazarika263
@rupalihazarika263 10 ай бұрын
আমাৰ ঘৰটো দক্ষিণ মুখীয়াকৈ বনাবলৈ লৈছো, পশ্চিমত দৰ্জা এখন দিব পাৰিমনে
@JyotiBorah-t8r
@JyotiBorah-t8r 7 ай бұрын
দাদা আমাৰ উওৰ পূৱত আমাৰ লেটিনটো আছে।ইয়াৰ অপকাৰ হবনেকি? যদি হয় ইয়াৰ প্ৰতিকাৰ কি জনাবছোন
@BalinBorurah
@BalinBorurah 6 ай бұрын
আমাৰ লেটিন পূবত আছে কোন দিশত বনাম জনাব ছোন
@simikalita5344
@simikalita5344 Жыл бұрын
Sir amr toilet bathroom south west t ase kiba problem hbo nki jonabo sun
@parulsarmah4586
@parulsarmah4586 Жыл бұрын
আমাৰ ঘৰৰ ভিতৰলৈ দক্ষিণ পশ্চিম ফালেৰে প্ৰবেশ কৰিব লাগে।এইটো বেয়ানেকি?প্ৰবেশৰ অন্য ৰাষ্টাও নাই ।কিবা প্ৰতিকাৰ আছেনেকি?পৰামৰ্শ এটি দিলে আমি উপক‍ৃত হ'ম।
@UsharaniMaina-os6gg
@UsharaniMaina-os6gg 7 ай бұрын
দক্ষিণ পশ্চিম দিশত ঘৰৰ দুৱাৰ থাকিলে শুভ নে অশুভ জনাবছোন
@sumidutta7295
@sumidutta7295 Жыл бұрын
ঘৰৰ দুৱাৰ কোন কোন দিশত থাকিব লাগে জনাব বুলি আশা কৰিলো
@jitenpathak9831
@jitenpathak9831 Жыл бұрын
Val lagil Dada
@pallabiaxom6308
@pallabiaxom6308 Жыл бұрын
দাদা মোৰ ঘৰটো নতুন কৈ বনাই আছোঁ আমাৰ বাৰিখন চাৰি চুকীয়া ঘৰটো উওৰমূখী কৈ বঢ়িলে আৰু মেইন গেট খন উত্তৰ পশ্চিম ত পৰিলে আনফালে দিব পৰা সুবিধা নাই পাকখৰ টো দক্ষিণ পূবত আৰু বেট ৰোম টো দক্ষিণ পশ্চিম ত পৰিলে এতিয়া কথা হল লেটিন বাহৰোম টো কত দিলে ভাল হ'ব আৰু পানী টেংকি বা দমকল কোনফালে বঢ়াব পৰা যাব আৰু পাকঘৰটো পৰা বাহিৰলৈ ওলোৱা দৰজা এখন দক্ষিণ ৰ মাজ ভাগতে দিলো কিবা বেয়া হ'ব নেকি ভালকৈ বুজাই দিব চোন দাদা আপোনাৰ পৰা উওৰ পাম বুলি আশাৰে বাট চালোঁ।
@pallabisaikia2687
@pallabisaikia2687 11 ай бұрын
আমাৰ ঘৰটো পূব মুখি উওৰত গেট দিব লাগে কিবা বেয়া হবনি জনাব
@pranitabarma6875
@pranitabarma6875 Жыл бұрын
দাদা আমাৰ ঘৰটো উওৰমুখী কিন্তপুৱদিশেৰে অহায়োৱা কৰা হয়৷bedroom দুটা এটা উওৰ পশ্চিম কোনাত আনটো পশ্চিমদিশত পাগঘৰটো পুৱ দক্ষিণ দিশত গেছৰচুলা পুৱদিশত কুৱাটো দক্ষিণদিশত ৷Husbandৰ ব্যৱসায় বহুত খেলিমেলি এতিয়া phone নকৰা হল বন্ধু বৰ্গই৷আৰু আমাৰ চাৰিজন মানুহৰ বেমাৰ হৈয়ে থাকে মোৰ এটা এৰি এটা বেমাৰ হৈয়ে আছে ৷কিবা উপাই আছে নিকি দাদা চাই দিবচোন
@jutikadas7871
@jutikadas7871 Жыл бұрын
Aamar gharot tiniota manuhorei bemar hoi thakei. Tar karon ki baru
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Xodai chau. Repeat korichai thakoo
@DalimiBaruah-u1k
@DalimiBaruah-u1k 7 ай бұрын
মৃতকৰ ফটো কোন দিশত ৰাখিম
@binapanidas6368
@binapanidas6368 7 ай бұрын
ছাৰ ’ আমাৰ ঘৰৰ ওপৰলৈ যোৱা চিৰটো দক্ষিন পশ্চিম দিশত আছে কিবা অসুবিধা হ’ব নেকি জনাবছোন ৷
@anamikadevi2224
@anamikadevi2224 6 ай бұрын
উত্তৰ পূৱ দিশত শোৱা ৰুম হলে ভাল নে বেয়া জনাবচোন।
@jutikadutta9993
@jutikadutta9993 Жыл бұрын
❤🙏🏻🙏🏻🙏🏻
@pallabisaikia2687
@pallabisaikia2687 11 ай бұрын
ছাৰ আমাৰ ছামৰা ছাবোলটো উওৰ পশ্চিমত কোণত বহালো কিবা বেয়া হবনি যদি বেয়া কিবা উপায় এটা দিব
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 7 ай бұрын
অৰ্পন চাৰ আপোনাক যদি আমাৰ ঘৰলৈ অহাৰ নিমন্ত্ৰণ কৰিলেই আহিবনে 🙏🏼🙏🏼🙏🏼 Ripley দিব বুলি আশা ৰাখিলোঁ
@Almanya2012dipak
@Almanya2012dipak 9 ай бұрын
দাদা আমি flat থাকো।kitcken to উত্তৰ পূৱ দিশত। সদায় কিবা নহয় কিবা বেমাৰ হয় থাকে। কিবা সামাধান আছে নেকি
@iraborah3791
@iraborah3791 Жыл бұрын
নমস্কাৰ, পূব দিশত toilet বনাব পাৰিবনে
@kidsruwadshow273
@kidsruwadshow273 Жыл бұрын
পৰাপক্ষত নবনাই ভাল
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН