🚨ৰোগৰ ভাও! দিল্লীৰ কালৰা হাস্পতালত আটক দুলাল বৰা! ||Atanu Bhuyan || Satya

  Рет қаралды 5,553

Satya - The Truth India

Satya - The Truth India

Күн бұрын

👉ন্যায়ালয়ে নাকচ কৰিলে দুলাল বৰাৰ জামিন আবেদন!
👉জামিন লাভ কৰিলে সাংবাদিক ৰফিকে!

Пікірлер: 34
@girinbora7820
@girinbora7820 2 сағат бұрын
এইটো ফটোৱা দুলাল বৰাক encounter কৰি আজীৱন জেলত ভৰাই থব লাগে।
@girinbora7820
@girinbora7820 2 сағат бұрын
এতিয়া ফটো কোনো জ্ঞান নথকা সংবদ্দাতা বহুত হল সিহঁতৰ প্ৰয়োজনীয় জ্ঞান নোহোৱাকৈ নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে
@ghanashyamborah1063
@ghanashyamborah1063 2 сағат бұрын
Very good news.
@kamaleswarkalita2028
@kamaleswarkalita2028 Сағат бұрын
Very good analysis.
@UshaDevi-x6o
@UshaDevi-x6o Сағат бұрын
Right. Atanu .da
@rajpriyamborah5747
@rajpriyamborah5747 2 сағат бұрын
Ekdom right kotha koise dada
@abanidas6895
@abanidas6895 Сағат бұрын
ভূঞা ডাঙৰীয়া ধন্যবাদ।
@babulbora8228
@babulbora8228 2 сағат бұрын
দুলাল বৰাৰ দৰে বহু কেইজন RTI কৰ্মীয়ে দেশৰ স্বাৰ্থত কাম নকৰে,তেওঁলোকৰ প্ৰধান উদেশ্য হল নিজৰ পকেত গৰম কৰা। হাই কলিযুগৰ মহিমা।দুলাল বৰা ৰ পত্নীক চাকৰিৰ নামত কাৰ্যালয়ত ধাৰাবাহিক ভাবে অনুপস্থিত থকাৰ প্ৰমাণ থাকিলে তাৎক্ষণিক ভাবে চৰকাৰে বিধিগত ব্যৱস্থা লব লাগে।
@abanidas6895
@abanidas6895 Сағат бұрын
আপুনি কৈছে যে সাংবাদিক কেইজনৰ দোষ নাই বুলি এই টো কেনেধৰণৰ কথা বেয়া মানুহৰ লগত কাম কৰিলে, থাকিলে সেই কেইজনেও বেয়া। আইনৰ চকুত সকলো কেইজন দোষী।
@tarunborgohain1752
@tarunborgohain1752 Сағат бұрын
Take serious step against Dulal Borah so that never free from his activities and dismiss Dulal Bora's wife from her post immediately. NO MERCY.
@apurbaborthakur2305
@apurbaborthakur2305 2 сағат бұрын
Good information
@RanjitDas-ki6nv
@RanjitDas-ki6nv 9 минут бұрын
আপোনাৰ পদক্ষেপক আদোৰণি জনালো । ধন্যবাদ।
@samirangogoi2731
@samirangogoi2731 20 минут бұрын
দুলাল বৰাৰ সম্পত্তিৰ ওপৰত চৰকাৰে অনতিপলমে তদন্ত কৰক। তেখেতৰ পত্নীক গুৱাহাটীৰ পৰা আঁতৰত বদলি কৰিব লাগে। তাৰ বহুত হল, এতিয়া কোনো escuse নকৰিব।
@lalinhandique4305
@lalinhandique4305 9 минут бұрын
মই আজি বহুত সুখী হৈছোঁ ।ইয়াক ভাল খুন্দা দিব লাগে ।😊
@pranjalbora1736
@pranjalbora1736 Сағат бұрын
আপুনিও কম blackmail কৰা নাই । বিজেপি তেল মাৰা বাহিৰে মামা মামী সম্পত্তি বিষয় ৰাইজক জনাওকচোন ।আমিও জানিব বিচাৰো।
@sashibhatta5198
@sashibhatta5198 Сағат бұрын
দুলাল বৰাক উচিত শিক্ষা পাব লাগে ৷ তাৰ হাত দুয়োখন চিৰদিনৰ বাবে অকামিলা কৰি দিলেও হয়তো কোনেও বেয়া নাপায় ৷ এইখিনিতে প্ৰশ্ন হয় যে, অপৰাধীক কৰায়ত্ত কৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা আদেশ নোযোৱা পৰ্যন্ত আৰক্ষীৰ লোক কিয় ৰৈ থাকে ? অসমত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ কিয় মুখ্যমন্ত্ৰীয়ে আদেশ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰে আৰক্ষীয়ে ? এইবোৰ কাৰণতে অপৰাধীৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে ৷
@MinaBorah-nc2oi
@MinaBorah-nc2oi 31 минут бұрын
Good news sir
@DilipKataki
@DilipKataki 2 сағат бұрын
দালাল বৰাক জালত পেলালে ।
@hemangadas8052
@hemangadas8052 Сағат бұрын
Apuni thik kotha koise
@akhersk1724
@akhersk1724 2 сағат бұрын
ne bharat 24 t aponar namot ki bajise khobor paisene
@mouchumideka4501
@mouchumideka4501 2 сағат бұрын
Dulalr wifek immediately transfer diyak
@itsharshitavlog3286
@itsharshitavlog3286 Минут бұрын
Good sir
@girinborah6879
@girinborah6879 2 сағат бұрын
Really he is a 420
@anibro4162
@anibro4162 Сағат бұрын
Dalal Bora ney Dalal Bora ? Eyak bhorit guliyai jelot bhorai thobo lage.
@nilutpalbaruah4245
@nilutpalbaruah4245 2 сағат бұрын
Atanu Da dalal Borak eari nidiba 👍👍.
@UshaDevi-x6o
@UshaDevi-x6o Сағат бұрын
Dulal. Borah. R. Tiri. Kaita. Ba..
@dilipkrsharmah3384
@dilipkrsharmah3384 Сағат бұрын
Anakua dalalok kothur xasti diar bibiosta korilae val joi
@weirdlyflipping2349
@weirdlyflipping2349 2 сағат бұрын
Gelamal Dukan
@spiritualiq-n8g
@spiritualiq-n8g 2 сағат бұрын
Akhil Gogol o ejon RTI karmi asil, tekhetor propertyro inquiry HBO lge
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 23 МЛН
💩Поу и Поулина ☠️МОЧАТ 😖Хмурых Тварей?!
00:34
Ной Анимация
Рет қаралды 1,8 МЛН
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 23 МЛН