এই channel tu val লগাৰ অন্যতম কাৰণ হৈছে ইমান ধুনীয়াকৈ স্পষ্ট ভাবে ভাষা ব্যৱহাৰ কৰে অৰ্থাৎ কথা বোৰ শুনি বৰ ভাল লাগে ... আজি অনুষ্ঠানটিত subasana bak নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ...❤ Ba
@Aranyak1423Ай бұрын
One and only Subasana baa. Nobody can replace her. Shreya ghosal of Assam. Best wishes to baa
@jyotichetia3272Ай бұрын
আগছোৱাত ভাবি আছিলোঁ কেতিয়া এটা বিহু সুৰীয়া এটি গীত গাব বুলি কিন্তু অৱশেষত শুনিব পালোঁ ❤। fvrt singer ❤😍
@dhandas8192Ай бұрын
My all time favorites singer❤ ভগৱানে আপোনাক ভালে ৰাখক
@kasturishivam9005Ай бұрын
One of the best episode ever❤aichengfa ba apunar dore muru আপুনি আহিব gan tu bohut favourite..kiman j kandisu huni aru sai gan tu..thnq for this episode.. ৰেন মৌ সদায় এনেকৈয়ে জীপাল হৈ ৰওক❤
@janmoni-moni604Ай бұрын
ধন্যবাদ আইছেংফা বা সুবাসনা বা আমন্ত্ৰণ জনোৱাৰ বাবে ❤ সুবাসনা বাৰ গানে যে সুবাস বিলাই 😌💝
Finally Subasana Dutta Ba 🎉... My favourite Assamese female Singer... Love you Ba❤
@asdehingia8478Ай бұрын
Baajoni Bohut moromor ❤ Dey. AXOMOR Female Best Singer All time Favorite ❤❤❤
@dorothyshivam1466Ай бұрын
সুভাসনা বা ক দেখিলে মোৰ positive vibes আহে🌟।।Love u Subhashana BA💯💗🥀♥️♥️..You r always special🤗💛...by the way apunar mahi r nam Ranjana aru Mor ma r nam...🌼😊
@dhrubajittalukdar8782Ай бұрын
মোৰ প্ৰিয় গায়িকা সুবাসনা বা জনীৰ অনুস্থানতো চাই সচাঁকৈ বৰ ভাল লাগিল। আৰু আপোনাৰ অনুস্থানতো ও চাই বৰ ভাল লাগে বা। বহুত মৰম বা আপোনালোক দুয়ো জনীলৈ😊 ❤❤ ভালে থাকক বা 🙏
My one of the most best female singer...she is Subasana Dutta...
@ansusaikia54225 күн бұрын
Uff aichengfa ba imn dhuniyakoi kothabur koi ,,hosakoi adorkho nari usorr pora hepah poluwai paboloi mon ase❤❤
@PalHumsafarАй бұрын
Top 5 Song of সুবাসনা দত্ত। অ চেনাই মন খোজা মাথো আকাশে বতাহে তোমাকে দেখিছো চাংঘৰ ধুনীয়া আনৰ যদি মৰম পোৱা নাই মইনাকণ বাখৰ অঁ মনে মন কও শুনা অঁ অঁ..., লা,লা,লা ।
@bhrigumonidas1455Ай бұрын
ধুনীয়া অনুষ্ঠান এটা ❤❤❤
@gauravsaikia12Ай бұрын
প্ৰথমতে ধন্যবাদ সকলোলৈ সুবাসনা বা ক নিমন্ত্ৰণ জনোৱাৰ বাবে । ভাল লাগে যাত্ৰাৰ 'ৰেন মৌ' ৰ episode বোৰ চাই। ভাল লাগিল খণ্ডটি চাই । সুবাসনা বাৰ কথাবোৰ শুনি থাকিলেই কিবা positive vibe এটা আহি যায় । ইমান মৰম লগা কথাবোৰ । আৰু তেখেতে কোনোবা অনুষ্ঠান হওঁক বা অন্য কোনো show লে গলে সেই যে মেখেলা চাদৰ নাইবা শাৰীখন যে পৰিধান কৰে কিবা এটা ভাল লাগে ।❤❤❤
@shyamaleegogoi143Ай бұрын
Imaan j dhuniya kotha koi Subasana ba e... matured aru practical karone aru besi val lagile..thank you Aichengfa for inviting Subasana...long live Jaatra
Subasana baa your voice is a true gift, effortlessly weaving emotion into every note. Whether it's a soulful melody or an upbeat rhythm, your singing carries a unique blend of passion and grace that captivates listeners. The way you breathe life into each song with such clarity and emotion is inspiring. Your ability to express raw feelings through your voice creates an intimate connection with your audience, making every performance unforgettable. Keep soaring with your amazing talent-you're a star in every sense!
Subsana baa have very sweet voice and she is also a proud Mother.
@haripriya7350Ай бұрын
Always fvrt ba.....❤❤
@nayanjyotipriyomofficial3310Ай бұрын
বহুত বেছি ভাল লাগে সুৱাসনা বাক ❤❤ Voice uffff 😍😍
@padmamoran2382Ай бұрын
দুয়োগৰাকী বা অত্যন্ত প্ৰিয় ❤️❤️❤️
@dhiraajdas9Ай бұрын
Melodious queen❤
@Jaynath2005Ай бұрын
অসমীয়া সংগীত জগতৰ আটাইতকৈ প্ৰিয় গায়িকা গৰাকী সুবাসনা বা ❤❤ love from Goalpara ❤
@minotichetia9972Ай бұрын
দুয়ো গৰাকী বহুত মৰম লগা। মোৰ বহুত প্ৰিয় ❤️❤️
@rahulkashyap7199Ай бұрын
Saraswati of Assamese music community ❤️❤️ respect and love to her ..
@RiturajBora-r9bАй бұрын
Bhtt dhunia lagil❤ still I have a request for you aichengfa baa please next singer agorakik matile geet r quantity viewers r babe increase koribo , we want more more songs from them😍😍😍 through your ranmouu🌝
@krishnahazarika6391Ай бұрын
My one of the favourite female version 💞
@mitaleechangkakoty-wx4suАй бұрын
Aaichengfa ru subasana ba❤❤
@AssamesepathsalaАй бұрын
সুবাসনা বাৰ ব্যক্তিত্ব বহুত ভাল লাগে ।❤️❤️
@rinimathakur1643Ай бұрын
প্ৰিয় কণ্ঠ শিল্পী ❤
@dilipphangsho47Ай бұрын
সুবাসনা দত্ত বা মোৰ অতিকৈ প্ৰিয় মৰমৰ,আদৰৰ কণ্ঠশিল্পী ।