"ৰেন মৌ"ত টিম "জয় হনুমেন" আৰু টিম "যাত্রা"

  Рет қаралды 9,818

Jaatra

Jaatra

Күн бұрын

Пікірлер: 43
@binadeka5317
@binadeka5317 2 ай бұрын
বহুত ভাল লাগিল।
@RekibaMannan
@RekibaMannan 2 ай бұрын
Very nice video❤❤❤❤
@binitachetia7327
@binitachetia7327 2 ай бұрын
টিম ' জয় হনুমেন' আৰু টিম 'যাত্রা' আলোচনা শুনি ভাল লাগিল। ❤❤
@himakshihazarika217
@himakshihazarika217 2 ай бұрын
বিদুৰ ভাইৰ পিছত আকৌ এখন উন্নত মানদণ্ডৰ শক্তিশালী কাহিনী উপস্থাপন কৰা অসমীয়া কথাছবি " জয় হনুমেন"।সঁচাই বহুত ভাল লাগিল সাম্প্ৰতিক সময়ত ঘটি থকা লেতেৰা ৰাজনীতিৰ ঘটনাবোৰ সঠিক উপস্থাপন কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাস ডাঙৰীয়াই ।কথাছবি খনৰ লগত জৰিত সকলো কলা কুশলী লৈ আন্তৰিক শুভ কামনা জনালোঁ। অসমীয়া ৰাইজে যাতে সঁহাৰি দিয়ে তাৰ বাবে অনুৰোধ জনালোঁ।🙏🙏
@UmanandaGogoi-th7yd
@UmanandaGogoi-th7yd 2 ай бұрын
শুভ কামনা থাকিল বা। ❤❤❤
@jituhazarika859
@jituhazarika859 2 ай бұрын
Congratulations baa aru aguwai jua huveysha thakil👍
@purnimakalita3841
@purnimakalita3841 2 ай бұрын
Baa ❤🎉🥳🥳🥳🎉🎉
@nitulentertainment
@nitulentertainment 2 ай бұрын
Mojja . jai hanuman 🎉🎉
@boraxomsubhrajitbailung1289
@boraxomsubhrajitbailung1289 2 ай бұрын
সুন্দৰ❤বৰষা বাক আপোনাৰ অনুষ্ঠানত লগ পাম বুলি আশা কৰিলোঁ ৷
@Daisybayan1832
@Daisybayan1832 2 ай бұрын
Kothabur bor lgil xuni❤ xoityo ktha bur koi goise teu❤
@niloysaharia9028
@niloysaharia9028 2 ай бұрын
দীপাংকৰ তোক এনেকৈ দেখা পাই ভাল লাগিল ❤❤❤ আগুৱাই যা তই🙂🤘 আইচেংফা বা দীপাংকৰ মোৰ বহুত ভাল বন্ধু like my Brother 🙂 সি সচাঁকৈ কথা বহুত কমকৈ কয় এটাই কয় সেইটোত হাহিবৈ লাগিব 😁 আপুনি কোৱাৰ দৰে সি বহুত sincere🙂 আপোনাক লগ পোৱাৰ আশা এটা আছে , সোনকালে লগ পাম বুলি আশা থাকিল ❤❤ আপোনাৰ "যাত্ৰা" সদায় অব্যাহত থাকক❤
@raja7909
@raja7909 2 ай бұрын
' যাত্ৰা ' ❤❤
@munmuncreation123
@munmuncreation123 2 ай бұрын
জয় হনুমেন এখন উন্নত মানদণ্ডৰ শক্তিশালী কাহিনী উপস্থাপন কৰা এখন অসমীয়া ছবি। সাম্প্ৰতিক সময়ৰ লেতেৰা ৰাজনীতিৰ বিষয় বোৰ শক্তিশালী ৰূপত উপস্থাপন কৰিছে যি সঁচাই জানিব লগা। জয় হনুমেন চিনেমা খনৰ লগত জঢ়িত সকলো কলা কুশলীলৈ আন্তৰিক শুভ কামনা জনালোঁ আৰু সকলো অসমীয়া ৰাইজক চিনেমা খন চাবলৈ অনুৰোধ জনালোঁ।🙏🙏
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 2 ай бұрын
খুব ভাল লাগিল আজিৰ অনুষ্ঠানটো।বহু দিনৰ পৰা আশা কৰি থকা যাত্ৰাৰ আৰৰ মানুহকেইজনক লগ পাই সুখি হলো। আইচেংফাৰ মুখত জুলফিৰ নাম শুনি শুনি তেওঁক চোৱাৰ হেঁপাহ জাগি ওথিছিল কাৰণ তেওঁৰ মাতত প্ৰতিটো বস্তুৱেই প্ৰাণৱন্ত হৈ ওথে।হনুমেনৰ উদ্ভাৱক হিমাংশু দাঙৰিয়া মানুহজন সঁচাকৈ ব্যতিক্ৰম তেওঁ এজন সুন্দৰ মনৰ মানুহ সেইবাবে কথাবোৰো ইমান সুন্দৰ। তেওঁৰ চিনেমা চাবলৈ নিশ্চয় যাম সকলোলৈকে বহুত বহুত ধন্যবাদ, ভগৱানে সদায় ভালে ৰাখক 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@purnimakalita3841
@purnimakalita3841 2 ай бұрын
Congratulations jatra team 🎉🎉🎉 aguwai jauk .......aru baa writer burak o matibo cn .........Rita Chowdhury Baideu , Anuradha sarma pujari Baideu k ...aneke .......aru prabin borah Dak o matibo cn. ..........💐💐💐💐 Baki jatra aag borhi jauk 🥳🥳🥳🥳
@manishadeka6600
@manishadeka6600 2 ай бұрын
বহুত সুখী হৈছো বা silver play button প্ৰাপ্তিত।অভিনন্দন "টিম যাত্ৰা"❤️❤️❤️
@sushilkonwar7012
@sushilkonwar7012 2 ай бұрын
কত নো আশাৰে -- কতনো হেঁপাহৰ -- নিৰ্মাণ কৰা হয় ,-- এখন ছবি -- যত থাকে নিৰ্মাতা -- কলা কুশলী -- জীয়াই থকা ৰ -- অফুৰন্ত নিচা -- যি নিচাই -- নিব পাৰে -- ধ্বংসৰ গৰাহালৈ -- যি নিছাই -- নিব পাৰে -- উচ্চ শিখৰলৈ -- আশা থাকে যত ,,-- বৰ্তমান জল জল --- পট পট বাস্তৱ -- কাহিনীৰ কাহিনীৰ আধাৰত -- যদিও বা হয় -- কাল্পনিক কাহিনীৰ -- থাকে যত -- মূল্যবোধৰ উমাল অনুভৱ -- আজি মোৰ ভাৱৰ কাল্পনিক কথাছবিৰ এটি পট নিৰ্ধাৰণ -- বিচাৰি পাব -- জীয়াই থকা -- জীৱন চেতনাৰ উপলব্ধি -- অসমীয়া ছবি -- যদি অসমীয়া মানুহ -- চাবলৈ আগ্ৰহী নহয় -- তেন্তে অন্য ভাষাৰ -- কথা ছবিৰ প্ৰতি -- নিচা লগাই -- লাভ নাই -- কথাছবি য়ে ও যে -- ভাষাক আগুৱাই নিয়াত -- গুৰুত্ব ভূমিকা লয় -- হৃদয়ে গ্ৰহণ কৰাতো -- নিতান্তই প্ৰয়োজন -- অসমীয়া কথা ছবি --- - জয়তু জয়তু জয় তু -- অসমীয়া ছবি "জিন্দাবাদ"
@sushilkonwar7012
@sushilkonwar7012 2 ай бұрын
পট ভূমি
@ranjantamuly2942
@ranjantamuly2942 2 ай бұрын
Next episode Tarali sarma baideu r lgt e❤️🥹🙏🏻
@neelimdas7746
@neelimdas7746 2 ай бұрын
Neel daa
@priyojonorbandhun
@priyojonorbandhun 2 ай бұрын
অতি সোণকালে ২০০০০০ চাছক্ৰাইবাৰ হওঁক।যাত্ৰা বিন্দুৰপৰা পৰিধি ৰূপ লওঁক।🎉🎉❤❤
@MoniSankarPator
@MoniSankarPator 2 ай бұрын
" যাত্ৰা " লৈ মোৰ অনুৰোধ , অনুগ্ৰহ কৰি আমাৰ অতি মৰমৰ শিল্পী জিতুল সোণোৱাল দাক আপোনালোকৰ অনুষ্ঠান লৈ আমন্ত্ৰণ কৰক। বহুত মন গৈছে জিতুল দা সাক্ষাৎ চাব লৈ......
@manishadeka6600
@manishadeka6600 2 ай бұрын
ইমান দিনে আশা কৰি থকা মানুহখিনি❤️❤️❤️।আজি "যাত্ৰা"ৰ আদ্দা জমিব🥰🥰🥰
@thorpa
@thorpa 2 ай бұрын
Best wishes to both of the teams. 🎉
@bishwajitdas9863
@bishwajitdas9863 2 ай бұрын
মৰমৰ ককাইদেউ নীল আকাশ দাক আমন্ত্ৰণ জনাব, বৰ ভাল লাগিব তেখেতৰ মনৰ কথা, তেখেতৰ গানৰ কথা শুনিবলৈ পায়।
@bobita9713
@bobita9713 2 ай бұрын
Cinema khn Sai show2 sabo lolu moi cinema khn Sai honestly kbo khuju je apunar agr cinema bur moi xokolubur e saisu agr cinema bur Sai bht vl paisu eibar u bht excited hoi sbo goisilu kin2 moi Eibare vl napalu.
@mainagogoi6963
@mainagogoi6963 2 ай бұрын
Congratulations
@MohendraThakuria
@MohendraThakuria 2 ай бұрын
Barasha Rani baa matiba sun baa. Apnunar pragame t sadai saw
@mousumichoudhury7409
@mousumichoudhury7409 2 ай бұрын
মোৰ মনত আছে অসমৰ এজন অসমীয়া মন্ত্ৰী য়ে মাছত সাৰ বেজী আদি প্ৰয়োগ কৰা বুলি কৈ বজাৰে বজাৰে নিজে ঘূৰি ব্যৱসায়িসকলোক সতৰ্ক কৰি দিছিল। ১/২বছৰমান পিছত শুনিলো তেখেতে নিজৰ পৰিয়ালৰ স্বাস্থ্য ৰ কথা ভাবি organic farm খুলি ল'লে। এখেত অকল একমাত্ৰ উদাহৰণ নহয় কিন্তু। 😂😂😂
@swarnabhajani6884
@swarnabhajani6884 2 ай бұрын
🎉সমাজ বাস্তৱৰ এনে বিশ্লেষণৰ প্ৰয়োজন আছে । ভাল লাগিছে হিমাংশু ।
@patitpawangogoi842
@patitpawangogoi842 2 ай бұрын
Kamal lochan da ❤
@Jiiintu
@Jiiintu 2 ай бұрын
@ParbinBegum-rk2xg
@ParbinBegum-rk2xg 2 ай бұрын
Moi apunk sabole roi thaku ba
@KapilBarman-zw3wr
@KapilBarman-zw3wr 2 ай бұрын
Kamal louchan dak lge
@nabanitasaikia8749
@nabanitasaikia8749 2 ай бұрын
❤❤❤❤
@KapilBarman-zw3wr
@KapilBarman-zw3wr 2 ай бұрын
Priyanku dak lge ba
@mpgentertainment1707
@mpgentertainment1707 2 ай бұрын
Sai asu
@womenpower4005
@womenpower4005 2 ай бұрын
Setona das baidok matibo
@NayanDas-ep9wx
@NayanDas-ep9wx 2 ай бұрын
Ba please Neel da
@Lkmusic443
@Lkmusic443 2 ай бұрын
@PabitraBorah-l8g
@PabitraBorah-l8g 2 ай бұрын
❤❤❤
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
Pawisa an lo ngah ru phian emni le...!
31:30
Mapuia YT Official
Рет қаралды 84 М.
A nu, thi tawha ngaih, ala dam nia hriat leh si - a fanu  Malawmi'n a zawng mek..
31:51
Vantawng Official Channel
Рет қаралды 108 М.