ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ জীৱন যন্ত্ৰণা

  Рет қаралды 234,486

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ জীৱন যন্ত্ৰণা#বুকু বিষাই উঠিব আপোনাৰ#srimanta_motivator

Пікірлер: 204
@krishnaborah2420
@krishnaborah2420 2 жыл бұрын
এই গৰাকী মহিয়ষী নাড়ীৰ জীৱন কাহিনীয়ে৷আমাক জীয়াই থকাৰ সাহস প্ৰেৰণা আৰু উৎহাস৷ দিছে৷এয়াই হৈছে জীৱন জীয়াৰ সঁচা সংগ্ৰাম৷হে মহিয়ষী তোমাক জনালোঁ শতকোটি প্ৰণাম৷
@manjurajkonwar2807
@manjurajkonwar2807 Жыл бұрын
বাইদেউ ধন্যবাদ ওসেৱা আগবঢ়ালোঁ । আপোনাৰ সাহস আৰু আদৰ্শ বৰ্তমান প্ৰজন্ম বাবে কৃতাৰ্থ হৈ ৰব । আপোনাৰ মঙ্গল কামনা কৰিছোঁ ধন্যবাদ বাইদেউ ।
@jyotikadas2036
@jyotikadas2036 2 жыл бұрын
ৰাষ্টপতি গৰাকীৰ জীৱন কাহিনীৰ বিষয়ে আপুনি খুব সুন্দৰকৈ উপস্থাপন কৰিলে দাদা। তেওঁৰ মৰ্মান্তিক জীৱন কাহিনীয়ে দুচকু সেমেকাই তুলিলে। এগৰাকী সাহসী মহিলা তেওঁ।🙏🙏🙏
@narayansharma9375
@narayansharma9375 Жыл бұрын
এয়া আপোনাৰ সুন্দৰ প্ৰয়াস । আপোনাক ধন্যবাদ জনাইছো ।
@rulisaikia6020
@rulisaikia6020 2 жыл бұрын
বাইদেউৰ সংগ্ৰামী জীৱনৰ কাহিনীয়ে মন চুই গ'ল। দুৰ্বিসহ সংঘাতৰ পিছতেই ভাগ্য মজবুত হয়। বৰ ভাল লাগিল ককাইদেউ। তেখেতলৈ সশ্ৰদ্ধ প্ৰনাম🙏
@dipikadas5890
@dipikadas5890 Жыл бұрын
দৌপদি মুৰমুৰ কথাবোৰ শুনি ভাল লাগিল
@jinudutta4274
@jinudutta4274 2 жыл бұрын
Video tu r babe thank u.logote amar otikoi sordhar bortoman sonmanio rastropoti podot adhisthito baidew loi sohoso bar pronam. Om shanti 🙏 mam
@madhanbhuya2580
@madhanbhuya2580 2 жыл бұрын
চেলুট জনালোঁ ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতিগৰাকীক ।
@rulirekhabhuyan3768
@rulirekhabhuyan3768 2 жыл бұрын
বহুত ধন্যবাদ চাৰ কথাবোৰ জানিবলৈ দিয়াৰ বাবে
@minuphukan372
@minuphukan372 2 жыл бұрын
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰ জীৱন কাহিনী বহুত প্ৰেৰণা দায়ক । তেওঁ পিতৃৰ কষ্টৰ সাৰ্থক কৰিলে । দ্ৰৌপদী মুৰ্মুৰ বিষয়ে বহুত কথা জানিবলৈ পালো বহুত ভাল লাগিল।
@eeshankalita377
@eeshankalita377 2 жыл бұрын
দাদা তেখেতৰ জীৱন কাহিনী ভালদৰে জনা নাছিলোঁ। শুনি বহুত দুখ লাগিল। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ দিলো। আৰু যেন এনে বাতৰি দি থাকে।
@hitreswarphukan9895
@hitreswarphukan9895 2 жыл бұрын
'হে পৰম পূজনীয় প্ৰাণৰ মহিয়ষী নাৰী তুমি মহান । তোমাক জনালোঁ সশ্ৰদ্ধ প্ৰণাম । তুমি বিশ্বৰ প্ৰতিগৰাকী নাৰীৰ বাবে আদৰ্শ স্বৰূপ । তুমি য'তেই আছা কুশলে থাকা । ঈশ্বৰে তোমাক সুস্বাস্থ্যও কুশল কামনা কৰক তাৰে হৃদয়েৰে প্ৰাৰ্থনা । !! ঔঁম শান্তি !!
@dambarudharmudoi2234
@dambarudharmudoi2234 2 жыл бұрын
ৰাষ্ট্ৰৰ প্ৰধান গৰাকীৰ বিষয়ে জানি ধন্য হ'লো । ধন্যবাদ ।
@jayantasonowal5243
@jayantasonowal5243 2 жыл бұрын
সচাঁকৈয়ে সংগ্ৰাম জীৱনৰ অন্য এক নাম।
@barbaligirlshighschool1942
@barbaligirlshighschool1942 5 ай бұрын
বহুত ভাল লাগিল কথাবোৰ জানিবলৈ পায়। ধন্যবাদ
@dipikamahapatra215
@dipikamahapatra215 2 жыл бұрын
দ্ৰৌপদী‌ দিদিৰ‌ কাহিনী‌ শুনি‌ চকুপানি‌ উলাই‌ গ'ল,‌ সচাকৈ‌ বহুত‌ সাহসী‌ আৰু‌ ধৈয্যশীল‌ নাৰী।‌ সহস্ৰ প্ৰণাম‌‌ দিদি‌ 🙏🙏
@zekiaahmed4346
@zekiaahmed4346 2 жыл бұрын
খুব সুন্দৰ উপস্থাপন। ভাল লাগিল
@babitatamuliborah7986
@babitatamuliborah7986 2 жыл бұрын
ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি গৰাকীৰ জীৱন কাহিনীৰ বৰ্ণনা খিনি জানিব পাৰি উপকৃত হ'লো। সচাকৈ,, বুজাব নোৱাৰা কৈ এখন দুখৰ অৰণ্য পাৰ কৰি আহিছে এই গৰাকী সাহসী,মহিয়সী নাৰীয়ে। তেখেতৰ সৰ্বতো প্ৰকাৰে মংগল কামনা কৰিলো ‌🙏🙏🙏
@KrishnaDevi-jb6xp
@KrishnaDevi-jb6xp 2 жыл бұрын
বহুত ভাল লাগিল আৰু দুখো লাগিল.আমাৰ জীৱনৰ সামান্যতম দুখতো অামি ভাগি পৰো আৰু তেখেতে ইমানখিনি হোৱাৰ পিচতো ধৰ্য্য নেহেৰুৱালে.
@nirumonigayan3356
@nirumonigayan3356 2 жыл бұрын
সঁচাই তেওঁ আমাৰ সাহস ,প্ৰেৰণা,এইগৰাকী মহিয়সী নাৰীলৈ শত সহস্ৰ প্ৰণাম🙏 ।ধন্যবাদ দাদা🙏,তেখেতৰ বিষয়ে সুন্দৰকৈ জানিবলৈ দিয়াৰ বাবে🙏
@ashimadas76
@ashimadas76 2 жыл бұрын
Akhon সঁচা চিনেমা ৰ কাহিনী যেন লাগিল ,,,thanks murmur ma'am ,,
@prafullachandrabharali9791
@prafullachandrabharali9791 2 жыл бұрын
মহাশয় , ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি স্বনামধন্য দ্ৰোপদী মুৰ্ম্মৰ জীৱন কাহিনী সঁচাকৈয়ে দুখৰ। তেখেতৰ জীৱনলৈ অহা অলেখ ধুমুহাকো নস্যাৎ কৰি ভাৰতবৰ্ষৰ দৰে এখন মহান গনতন্ত্রৰ মুৰব্বী হ'ব পাৰিছে , সি নিশ্চিতভাবে প্ৰণিধানযোগ্য আৰু তেখেতৰ বিষয়ে আমাক জানিবলৈ দিয়াৰ বাবে আপুনিয়ো নিশ্চিতভাবে ধন্যবাদৰ পাত্র।
@bkgogoi8636
@bkgogoi8636 2 жыл бұрын
আপোনি মাননীয় দ্রৌপতি মুমু নিষয়ে কোরাত আপোনালৈ বহুত বহুত ধন্যবাদ ।
@kampitagogoi3153
@kampitagogoi3153 2 жыл бұрын
Bhut duhk lagil bohut Vaal u lagil doinya bad
@nilakshithakuria4247
@nilakshithakuria4247 5 ай бұрын
ভিডিওটো দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। দ্ৰৌপদী মূৰ্মূৰ জীৱন কাহিনীৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 🙏🙏🙏
@padumitamuli2882
@padumitamuli2882 2 жыл бұрын
আদৰশ চৰুপ শুনি বহুত ভাল লাগিল
@snehalatakonwar3728
@snehalatakonwar3728 2 жыл бұрын
Very good and inspirational video .bideu parti garaki narir babay adarkha sarup .
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 жыл бұрын
সঁচাকৈয়ে বৰ কৰুণ জীৱন-গাথা তেখেতৰ। খুব সুন্দৰকৈ আপুনি উপস্থাপন কৰিলে তেখেতৰ জীৱন কাহিনী🙏🙏
@anjanadutta4728
@anjanadutta4728 5 ай бұрын
বহুত দুখ লাগািল তেখেতৰ জীৱনী শুনি ৷
@purnanathborah2729
@purnanathborah2729 5 ай бұрын
কিছু নজনা কথা জানিবলৈ দিয়া বাবে ধন্যবাদ যাচিলোঁ ৷
@sabitasaikia7815
@sabitasaikia7815 2 жыл бұрын
বাইদেউৰ বেদনা গধুৰ জীৱন সংগ্ৰামে অনেক নাৰীক অনুপ্ৰাণিত কৰক,তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ ।
@krishnahazarika8716
@krishnahazarika8716 2 жыл бұрын
বৰ ভাল লাগিল দেই ধন্যবাদ
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
এখন চিনেমাৰ দৰেই এইগৰাকী মহিয়সী নাৰীৰ বিচিত্ৰ জীৱন গাথাৰে বিস্তৃত ব্যাখ্যাৰে ভৰা আপোনাৰ ভি দি অ' টো ভাল লাগিল। কম চমকপ্ৰদ নহয় তেওঁৰ জীৱন। জীৱন যুদ্ধৰ সাহসী যুঁজাৰু তেওঁ। সকলোৰে বাবে অনুপ্ৰেৰণা এইগৰাকী ভাৰতীয় নাৰী, যি আজি আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি।
@atulregon6841
@atulregon6841 5 ай бұрын
।😅
@meghaliborah8566
@meghaliborah8566 2 жыл бұрын
দৌপদী মূৰ্মুৰ জীৱন গাঠা বৰ কৰুণ শুনি ভাল লাগিল ।
@padumibaruah2798
@padumibaruah2798 2 жыл бұрын
Bohut val lagil tekhetor Adorso louk sokolú a,,
@nilimatamuly7488
@nilimatamuly7488 Жыл бұрын
আপোনাৰ কথাবোৰ শুনি ভক্তি ভাব জাগে আগুৱাইযাওক উত্তৰ গুৱাহাটী অভয়পুৰ
@evaborgohain4202
@evaborgohain4202 5 ай бұрын
You are great madam ,God bless you .
@HemantaKurmi-cw3hy
@HemantaKurmi-cw3hy 5 ай бұрын
Durpoti murmo 🎉sirokal sirodin all would amor hoi Thakok ai l vogobanor usorot Prarthana jonalu❤🎉
@BhanuDeka-b5u
@BhanuDeka-b5u 5 ай бұрын
ৰাষ্ট্ৰপতি গৰাকী ৰ কাহিনী জানি বৰ দুখ লাগিল। তেওঁলৈ শতকৌতী‌ প্ৰণাম। ❤❤
@namghosa9271
@namghosa9271 5 ай бұрын
This is called struggle of life ❤
@MarameMahanta
@MarameMahanta 5 ай бұрын
সাহসী মহিয়ষী গৰাকীৰ জীৱন কাহীনি জানিব পাৰি বৰ দুখ লাগিল৷
@dipamonisaikia9008
@dipamonisaikia9008 5 ай бұрын
Mahishi matry garakiloi mur akhekh dhaiyabad jachilu.
@tulsirampanging6610
@tulsirampanging6610 2 жыл бұрын
জীৱনত সকলো ধুমুৱাই জীৱনলৈ দূৰ্গতি নানে কিছুমান ধুমুহা জীৱনৰ পথটো পৰিস্কাৰ কৰিবলৈও আহে। গতিকে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ জীৱনৰ মূৰৰ ওপৰেদি কিমান ধুমুৱা পাৰ হৈ গল।তথাপিও তেখেতে হতাশত ভুগি থকা নাছিল।আমি আশা ৰাখিছো ।তেখেতে আমাৰ দেশত আহিব লগীয়া যিকোনো সমস্যাৰ সন্মুখীন হবলৈ সক্ষম হৈ সমাধান কৰিব পাৰিব।
@bulugoswami2153
@bulugoswami2153 Жыл бұрын
Great Lady 🙏🙏🙏
@swapnanag9833
@swapnanag9833 Жыл бұрын
So encouraging message
@jonmonimahanta1520
@jonmonimahanta1520 2 жыл бұрын
এনে সংগ্ৰামৰ জীৱনৰ বাটত নিজকে প্ৰস্তুত কৰি আগুৱাই যোৱা এই মহান বিষয়া গৰাকী সকলোৰে আদৰ্শ হৈ ৰৱক🙏
@anantasaikia6467
@anantasaikia6467 5 ай бұрын
আমাৰ শ্ৰদ্ধাৰ ৰাষ্ট্ৰপতি বাইদেউ গৰাকীৰ ঐশযশালী জীৱনৰ দুঃখ ভৰা কাহিনী পঢ়ি অন্তৰ ব্যথিত হৈছে। তেওঁ আমাৰ প্ৰেৰনা আৰু আদৰ্শ হওক । ঈশ্বৰে তেওঁক দীঘায়ূৰ কৰক ।
@BidyutKhanikor-su3dy
@BidyutKhanikor-su3dy 5 ай бұрын
Good
@chinmoy1839
@chinmoy1839 2 жыл бұрын
তেখেতৰ জীৱনৰ বৰ্ণিত কাহিনী সচাঁকৈয়ে বৰ কৰুণ । তেওঁ নাৰী শক্তিৰ বাবে আদৰ্শ হৈ ৰ'ব 🙏
@Ishanborah5678
@Ishanborah5678 2 жыл бұрын
বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম বাইদেউৰ জীৱন কাহিনী সুন্দৰকৈ আমাক অৱগত কৰিলে। বাইদেউ এগৰাকী অত্যন্ত সাহসী নাৰী।বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম নিবেদিলো🙏🙏
@pritirekhasaudkakoty9571
@pritirekhasaudkakoty9571 2 жыл бұрын
সঁচাকৈয়ে ,তেখেতৰ জীৱন কাহিনী বৰ কষ্টকৰ।নাৰীৰ বাবে শক্তি আৰু আদৰ্শৰ প্ৰতিক তেওঁ 🙏🙏
@olcikisantali9623
@olcikisantali9623 2 жыл бұрын
Bahut bahut dhanyabad sir Droupadi Murmur video bonowar babe
@gautamdeka6891
@gautamdeka6891 2 жыл бұрын
Janibo Pari bohut val lagil....
@kalyanirajkhowa6494
@kalyanirajkhowa6494 2 жыл бұрын
ৰাষ্ট্ৰপতি গৰাকীৰ জীৱন কাহিনী জানি সুখী হলোঁ।
@ranisona227
@ranisona227 5 ай бұрын
❤ extremely so sad story,madam, May God bless to you all the time
@rinihazarikabhuyan9042
@rinihazarikabhuyan9042 5 ай бұрын
Very good vdo
@himontapayengpayeng9011
@himontapayengpayeng9011 7 ай бұрын
ইশ্বৰে যি কৰে ভালৰ বাবে কৰে ।প্ৰচাৰৰ বাবে ধণ্যবাদ ।
@anjaligayan5766
@anjaligayan5766 2 жыл бұрын
Bohutvl lagil
@anantasonowal6711
@anantasonowal6711 2 жыл бұрын
Bahut bhal lagil Thanks 🙏
@kunalpatgiri8246
@kunalpatgiri8246 2 жыл бұрын
সুন্দৰকৈ উপস্থাপন কৰিছে, ভাল লাগিল আগলৈ এনে ধৰণৰ কথা জানিবলৈ পাম বুলি আশা কৰিলোঁ।
@nalinikalita7012
@nalinikalita7012 2 жыл бұрын
শুনি বহুত ভাল লাগিল
@minudevi7831
@minudevi7831 2 жыл бұрын
বৰ দুখৰ মাজেদি জীৱন আগবঢ়াই আজি বিশাল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী নাগৰিক শ্ৰী মতী দ্ৰৌপদী মূৰ্মু মহাশয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো ৷তেখেত নাৰী সমাজৰ এগৰাকী আদৰ্শ প্ৰতীক৷আশাকৰো তেখেতৰ নীতি আৰুআদৰ্শই ভাৰতবৰ্ষক বিশ্বৰ আগশাৰীৰ এখনি ৰাষ্ট্ৰ হিচাবে গঢ়ি তুলিব ৷
@nepoleondoley3486
@nepoleondoley3486 2 жыл бұрын
দেৱী ৰূপী দ্ৰোপদী মূৰ্মুৰ জীৱন কাহিনী শুনি মোৰ বুকুখন উশাহ-নিশাহ ৰোদ্ধ হোৱা যেন অনুভৱ হৈছে। তাথাপিতো তেখেতৰ ধৰ্য্য, কৰ্ম নিষ্ঠতা, সত্যতা আৰু তেখেতৰ ব্যক্তিত্ত্বই মোৰ আত্মা চুই গ'ল আৰু ডাৱৰে আৱৰি ধৰা অন্ধকাৰ মনৰ আকাশ পোহৰাই দিলে, জীৱন যুদ্ধত সফলতা অৰ্জনৰ পথ প্ৰদৰ্শক হিচাপে ৰ্মূৰ্মু দেৱীৰ কথা চিৰ দিন মোৰ অন্তৰত আশীৰ্বাদ হৈ এগছি বন্তি দৰে জ্বলি থাকিব । শেষত উওম বাতৰি প্ৰকাশ কৰোতা হিচাপে আপোনালৈ অশেষ ধন্যবাদ জনালো।ঔম...!🙏🙏🙏
@gyanankur3243
@gyanankur3243 2 жыл бұрын
Val lagil sai
@jutikakalita7722
@jutikakalita7722 Жыл бұрын
ভাল লাগিল🙏
@prodhannaik685
@prodhannaik685 5 ай бұрын
Bar bhal lagil dhanyabad
@kadomronghangpi5140
@kadomronghangpi5140 2 жыл бұрын
Nomostey mam🙏🙏🙏
@dhanadarabha9476
@dhanadarabha9476 Жыл бұрын
অন্তৰ চুই গ'ল এই মহান বিষয়া গৰাকী সকলোৰে আদৰ্শ হৈ ৰৱক🙏🙏
@diptimedhi9376
@diptimedhi9376 2 жыл бұрын
আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে সন্মানীয় ৰাষ্ট্ৰপতি গৰাকীৰ বিষয়ে জানিব পাৰি বৰ ভাল লাগিল।
@charulatakalita1905
@charulatakalita1905 2 жыл бұрын
Pranam
@prasantabhatta3428
@prasantabhatta3428 7 ай бұрын
Bohut bhal lagil.
@sangitasaikia7384
@sangitasaikia7384 2 жыл бұрын
🙏🙏🙏🙏
@LakshmiBora-q5b
@LakshmiBora-q5b 5 ай бұрын
God is good🙏🙏🙏🙏🙏🇮🇳
@ranjumonibora5588
@ranjumonibora5588 2 жыл бұрын
অন্তৰ চুই গ'ল সংগ্রামী জীৱনৰ এখন দুখৰ ছবি চকু আগত ভাহি আহিছে |বাইদেউলৈ সশ্ৰদ্ধ প্রণাম জনালো 🙏
@panchanansaikia-wx1dg
@panchanansaikia-wx1dg 4 ай бұрын
Bohut Val lagil
@renuchoudhury5044
@renuchoudhury5044 2 жыл бұрын
বাইদেউৰ জীৱন কাহিনী শুনি সচাঁকৈ অন্তৰ চুই গল
@BaideuBibi
@BaideuBibi 5 ай бұрын
Katha.khini.jani.bohut.val.lagil
@RumiDas-te2ul
@RumiDas-te2ul 3 ай бұрын
Bohut val lagil tekhetoradorso louks sokolua🙏🙏🌺🌺🪔
@lipikaborah5298
@lipikaborah5298 2 жыл бұрын
সুন্দৰ ভিডিঅ', দাদা
@nikujnjasarma9863
@nikujnjasarma9863 2 жыл бұрын
Bahut val lagilee sir
@ankurray9705
@ankurray9705 5 ай бұрын
জীয়াই থকাৰ বহু ত সাহস দিলে ধন্যবাদ
@minasaikia9189
@minasaikia9189 2 жыл бұрын
Murmu baidewr jibon bretanta xuni Bahut bahut dukh ,antarat xas bahuai gol.Baidewr dirghayu kamana korilu.baidew Amer. babe prerona .Baidewk pranam janalu.🙏🙏🙏🙏
@hemjyotideka9790
@hemjyotideka9790 2 жыл бұрын
I'll always respect to President Murmu Ji s self- confidence and self- control mind ..🙏
@namitabharali3979
@namitabharali3979 2 жыл бұрын
Bahut bahut bal lagil Think you
@anwekhachetia1124
@anwekhachetia1124 2 жыл бұрын
লিখিত ৰূপত পালে বেছি ভাল হব শ্ৰীমন্ত।
@junemonidohutia3792
@junemonidohutia3792 5 ай бұрын
Namaste god 🙏 bless you.mem.
@tutuborah4801
@tutuborah4801 2 жыл бұрын
বাইদেউৰ জীৱনৰ বিষয়ে শুনি অন্তৰ চুই গ'ল।
@pateswaribaro4033
@pateswaribaro4033 2 жыл бұрын
Bahut dukh lagil, Sir tekhetar jibani khuni.
@geetasarma3731
@geetasarma3731 3 ай бұрын
ভাল‌ ‌লাগিল
@jonalisarma911
@jonalisarma911 5 ай бұрын
Bahut val lagil
@moniparnagoswami4956
@moniparnagoswami4956 2 жыл бұрын
দুচকু সেমেকি উঠিল,সঁচাকৈয়ে সংগ্ৰামেৰে ভৰা জীৱন তেখেতৰ।
@runumaidas9721
@runumaidas9721 5 ай бұрын
Verygoodnews
@lilaramdas9065
@lilaramdas9065 2 жыл бұрын
God bless you in future with sawtal somaj. Johar
@rajumonihazarika423
@rajumonihazarika423 5 ай бұрын
Bahut Val Lagil
@pabinkalita1730
@pabinkalita1730 2 жыл бұрын
দ্ৰৌপদী মুম
@pabinkalita1730
@pabinkalita1730 2 жыл бұрын
দৰ
@benubalaroyomnamasabai2242
@benubalaroyomnamasabai2242 2 жыл бұрын
Baidaulai Sohosara pronam
@PouiPihou-ly4og
@PouiPihou-ly4og 2 ай бұрын
Bahut bhal lagil sir
@rupailkonwar1848
@rupailkonwar1848 2 жыл бұрын
🙏🙏🙏🙏🙏🇮🇳🇮🇳
@minatimedhi591
@minatimedhi591 5 ай бұрын
Bhut.val.laghl.thanks❤😂
@RunumiDas-k4w
@RunumiDas-k4w 5 ай бұрын
👏👏👏
@jayantaborah3698
@jayantaborah3698 2 жыл бұрын
Good bless moumu ji 🥊🥊🥊🥊🥊🥊
@basantideori5935
@basantideori5935 5 ай бұрын
Dhaijai dharma tenor gun ❤
@arunimadas2872
@arunimadas2872 5 ай бұрын
Teur jiboni really important to know
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 8 МЛН
Mom had to stand up for the whole family!❤️😍😁
00:39
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 8 МЛН