ৰুদ্ৰ কোন?শংকৰ মহাদেৱ কোন? ব্ৰহ্মাৰ পুত্ৰ ৰুদ্ৰ কেনেকৈ হল ¿

  Рет қаралды 1,316

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 33
@asomiaasom6008
@asomiaasom6008 24 күн бұрын
ঔঁ সুন্দৰ ।ঔঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ।নিৰ্গুণ নিৰাকাৰ নিস্কাম পৰম ব্ৰহ্ম শিৱ সনাতন ।ঔঁ তৎ সৎ 🙏
@P_r_i_n_c_e652
@P_r_i_n_c_e652 24 күн бұрын
বৰ ভাল লাগিল।
@asomiaasom6008
@asomiaasom6008 24 күн бұрын
হৰ হৰ মহাদেৱ 🙏
@bikashsarmah1238
@bikashsarmah1238 24 күн бұрын
সুন্দৰ।
@JunmoniDevi-ko4iu
@JunmoniDevi-ko4iu 24 күн бұрын
আপোনাক হৰ হৰ মহাদেৱে আৰু শক্তি দিয়ক।। আগুৱাই যাওঁক।
@pranabdas7121
@pranabdas7121 24 күн бұрын
ধৰ্ষণকাৰী,তিৰোচোৰ দুৰাচাৰী ৰাৱণৰ ৰচিত মন্ত্ৰ পাঠ কৰি,ৰাৱণক অনুসৰণ কৰি টিলিঙা বজাই ঈশ্বৰ শিৱক পূজা কৰিলে ৰাৱণৰ দৰে দশাই হৱ। পৰমব্ৰহ্ম ঈশ্বৰৰ নাম কীৰ্ত্তন কৰক, বৈষ্ণৱ ভক্ত প্ৰহ্লাদৰ উপদেশ লওক,,ৰাৱণক ত্যাগ কৰক। নহলে নাৰী ধৰ্ষণকাৰীৰ আকৌ বাঢ়ি যাব,,, ৰাৱণক ত্যাগ কৰক,
@PutuliSadar
@PutuliSadar 24 күн бұрын
Har har Mahadev
@GajendranathSaharia
@GajendranathSaharia 24 күн бұрын
Very nice describtion
@jayantanath1946
@jayantanath1946 23 күн бұрын
Om namah.shivay
@jayramnath9887
@jayramnath9887 24 күн бұрын
Om namah shivaya.❤
@pranabdas7121
@pranabdas7121 24 күн бұрын
তিৰোচোৰ, ধৰ্ষণকাৰী,দুৰাচাৰী ৰাৱণৰ ৰচিত মন্ত্ৰ পাঠ কৰি ৰাৱণক অনুসৰণ কৰি ঈশ্বৰ শিৱক টিলিঙা বজাই পূজা কৰিলে ৰাৱণৰ দৰে দশাই হৱ,, কলিযুগত হৰিনাম সহজলভ্য
@BidyutRajkonwar-hy4df
@BidyutRajkonwar-hy4df 23 күн бұрын
সহজ ত একু নাপাই বৰ্তমান তেওঁ লুকছান হয়
@dipendeori
@dipendeori 24 күн бұрын
Nice dada, rudra utpati katha, linga Puran, shiv mahapuran tu dya asey, maharudra Shankar mahadev shristi shanghar koribolay rudra rupay ktiabaa brahma pora prakhat hoi kiatabaa vishnu pora aru shankar bhagwan nor hridoy pora. Maharudra shankar bhagvan 11 rudra rup asey.
@PobitraBora-h1c
@PobitraBora-h1c 24 күн бұрын
Bakhyakar kaijona kuabur 100% vagawator motamot. Ami vagawator kothahe mani lom. Apunar puranor kotha namana. Apuni pitambar deb goswami usorot jab bujai dib. Apuni prasar kora dharma kunau noloi anea gai nathakib.
@pranabdas7121
@pranabdas7121 24 күн бұрын
ধৰ্ষণকাৰী,তিৰোচোৰ, দূৰাচাৰী, ৰাৱণৰ ৰচিত মন্ত্ৰ পাঠ কৰি ৰাৱণক অনুসৰণ কৰি ঈশ্বৰ শিৱক পূজা কৰিলে ৰাৱণৰ দৰে দশাই হৱ,,,, জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।
@monujda238
@monujda238 24 күн бұрын
Right এইজন পাখণ্ড আগৰ জন্মত ৰাৱণ আছিলে এতিয়া আকৌ ৰাৱণ বনিবৰ চেষ্টা কৰি আছে,
@asomiaasom6008
@asomiaasom6008 23 күн бұрын
​@@pranabdas7121শিৱ বিৰোধী শিৱ নিন্দুক ভণ্ড দুৰাচাৰী বৈষ্ণৱ কিমানে মুক্তি পাই বৈকুণ্ঠত গৈছে তাৰ তথ্য প্ৰমাণ হিচাপ দিবাচোন ভণ্ড বৈষ্ণৱ ।
@PobitraBora-h1c
@PobitraBora-h1c 24 күн бұрын
Hai puran bilak likhia pasot byash motivram hoisili apuni janana. Apuni sikab nalaga sobe jane. Vagawat puran pohok aru buji bakhya dib lukok.
@BidyutRajkonwar-hy4df
@BidyutRajkonwar-hy4df 24 күн бұрын
Bisnu puran na shiv puran kotha koisa
@RabindhranathDas
@RabindhranathDas 24 күн бұрын
সকলো শাস্ত্ৰ ম ই জানো । ঈশ্বৰৰ সকলো তত্ব বুজি পাইছোঁ । মোৰ জানিবৰ বাকী নাই । তাৰ মানে কি বুজাইছে জধামূৰখ । আপোনাৰো‌‌ তেনেকুৱা হৈছে নেকি !!
@asomiaasom6008
@asomiaasom6008 24 күн бұрын
তই যে মানুহ নহয় তই তোৰ মন্তব্যৰে পৰিচয় দিছা ।চন্দ্ৰমোহন শৈৱ প্ৰভুই ভাগৱত ,কুৰ্ম মহাপুৰাণৰ তথ্য দিয়াৰ পিছত বুৰ্বক মুৰ্খ অমানুহৰ পৰিচয় দিছা লিখনিৰে ।ব্যাখ্যাকাৰ প্ৰভুজনাই পুৰাণ শাত্ৰৰ নাম শ্লোক দেখাই পঢ়ি প্ৰমাণ দি কোৱাৰ পিছত যি মতামত দিছা তাৰ পৰাই পৰিচয় দিছা তই কি ।
@pranabdas7121
@pranabdas7121 24 күн бұрын
@@RabindhranathDas ৰাৱণৰ ৰচিত মন্ত্ৰ পাঠ কৰি ৰাৱণক অনুসৰণ কৰি টিলিঙা বজাই ঈশ্বৰ শিৱক পূজা কৰাৰ ফলত ৰাৱণৰ দৰে দশা হয়,, ,,,ৰাৱণ তিৰোচোৰ, ধৰ্ষণকাৰী দুৰাচাৰী আছিল,,
@monujda238
@monujda238 24 күн бұрын
এইজনাৰ ঘৰত মানুহ মৰিলে কি কৰ্ম কৰে বাৰু এবাৰ জনাব চুন জীৱৰ মুক্তি কাৰণে শিৱ পূজা পাতে নে হৰিনামাৰ ৰাম নাম লয় জনাবচোন
@updeshmala2737
@updeshmala2737 23 күн бұрын
@@monujda238 আপোনাৰ ঘৰত মানুহ মৰিলে আপুনি কি কৰে? হৰি ৰাম বুলি কয়। শিৱ বুলি নকয় নেকি ? বাপৰক চিনি পাইনে আপুনি। বিষ্ণু যদি পালনহাৰ হয় জীৱৰ গৰাকী কোন? ৰাম কেইজন আছে? দশৰথ পুত্ৰ ৰামে কোন ৰামক পুজিছিল? কৃষ্ণই কোন ৰামক ভজিছিল? অৰ্জ্জুনৰ ইষ্ট দেৱ কোন আছিল? কৃষ্ণনে শিৱ?
@monujda238
@monujda238 23 күн бұрын
নিচই আপুনিয়ে আছিল চাগে অৰ্জ্জনৰ ইষ্ট দেৱ
@BidyutRajkonwar-hy4df
@BidyutRajkonwar-hy4df 23 күн бұрын
তুমি একু নাজানা ৰাম Krishna শিৱ একেইজন
@monujda238
@monujda238 23 күн бұрын
Hoi ake abatre hoi moi janu kin2 koli jugat hori name sestho buli moi janu
@monujda238
@monujda238 23 күн бұрын
Jugar dharmo manuhe Buji pabo lage
@achyutgogoi1211
@achyutgogoi1211 24 күн бұрын
পুৰাণ ৰচনা কৰি ব্যাসদেৱৰ কি হৈছিল আপুনি জানে নে নাজানে?আগে সেইবিলাক জানি লক তাৰপাচত লোকক উপদেশ দিব
@updeshmala2737
@updeshmala2737 24 күн бұрын
@@achyutgogoi1211 আপোনাৰ দৰে মহা গৰুৱে ধৰ্ম ৰাজনীতিৰ বিষয়ে জানেনে?তোৰ ভাগৱত খন কেনেকৈ জন্ম হল এবাৰ ইতিহাস চাই লবি।
@asomiaasom6008
@asomiaasom6008 24 күн бұрын
@achyutgogoi1211-তই পঢ়া ভাগৱত খনৰ প্ৰথম স্কন্ধত প্ৰথমতে চাবা নাৰদৰ উপদেশৰ পিছত ব্যাসে কৃষ্ণক জানিবৰ বাবে ধ্যান কৰি ব্যাসে ধ্যানত বামফালে মায়া আৰু সোঁফালে ভক্তিধৰ্ম যুক্ত ৰূপত কৃষ্ণক বহি থকা দেখি সেই ৰূপে মায়া আৰু ভক্তিধৰ্ম যুক্ত কৰি ভাগৱত ব্যাসে ১৭ পূৰাণৰ অংশ বিশেষ লৈ ভাগৱত ৰচনা কৰিছে যি ভাগৱতত মায়া ৰহস্যও আছে আৰু ভক্তিধৰ্মও আছে ।ব্যাসে আগত ১৭ পুৰাণ লেখি মতিভ্ৰম হোৱা বুলি লিখা পদফাকি ভাগৱতৰ ৰহস্যময় সন্দেহজনক মায়া বাক্য পদ তই যি ভাগৱতৰ পদ উল্লেখ কৰিছা সেই পদফাকি মায়া ।মায়া পদে বিভ্ৰান্ত মতিভ্ৰম কৰে আৰু তহতে মতিভ্ৰম হৈছা মতিভ্ৰম হৈ ব্যাসে ১৭ পুৰাণ লেখি মতিভ্ৰম হোৱা বোলা মায়াময় পদক সত্য মানি সত্যক অসত্য মানিছা ।সদগুৰু লৈ ভাগৱত গীতা ভালকৈ অধ্যয়ণ কৰা তেতিয়া মতিভ্ৰম আতৰি শুদ্ধ তত্ব বুজিবা ।
@BidyutRajkonwar-hy4df
@BidyutRajkonwar-hy4df 23 күн бұрын
Bisnu puran lekha tanakua hoi nake Tanta Krishna kun asil
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
IL'HAN - Qalqam | Official Music Video
03:17
Ilhan Ihsanov
Рет қаралды 700 М.
জীৱৰ তৰনৰ উপায়।
34:35
Updesh Mala
Рет қаралды 3 М.
বজৰং বান পাঠ - Bajrang Baan by Dimbeswar Barman
13:43