Rhinitis বা চৰ্দি লাগি থকা এলাৰ্জি || Dr. Ponkhi Sharma (PT)

  Рет қаралды 166,195

Healthy Life By Ponkhi Sharma

Healthy Life By Ponkhi Sharma

Күн бұрын

Пікірлер: 394
@priyankasarmah4119
@priyankasarmah4119 3 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ । মোৰ অলপমান ঠাণ্ডা পালেই হাঁচি আৰম্ভ হয় ।ঠাণ্ডা পানী বেছি লাৰিবই নোৱাৰো । আপুনি কোৱাখিনি কৰিলে নিৰাময় পামনে please জনাব 🙏
@kalyanroy3361
@kalyanroy3361 2 жыл бұрын
Moro alp thanda pale hoi
@wasimajahan8076
@wasimajahan8076 3 жыл бұрын
মই আৰু মোৰ লৰাটো আমি দুটাই এই বেমাৰ টোত ভূগি আছো আপোনাক বহুত ধন্যবাদ বহুতো গুৰুত্বপূৰ্ণ কথা আপোনাৰ পৰা জ্ঞাত হলো 🙏🙏🙏🙏🙏🙏🙏
@vijaykumardev1345
@vijaykumardev1345 14 күн бұрын
কলাজিৰা যিটোক আমি কালজিৰা কওঁ ইংৰাজীত Black seed কয় সেইটো এখন পাতল কাপোৰত লৈ হাতৰ তলুৱাৰে মোহাৰি লৈ টোপোলা টাইপ কৰি সেইটো এটা নাকৰ ফুটা বন্ধ কৰি আনটোৰে গোন্ধতো যিমান পাৰি তালুলৈকি টানক তাৰ পিছত আনটো ফুটা বন্ধ কৰি বেলেগটোৰে টানক ৷এনেকৈ কিছুদিন কৰি চাওঁক ৷চাইনাছ সম্পূৰ্ণ নোহোৱা হব । প্ৰমাণিত ।
@ridismritapathak2423
@ridismritapathak2423 3 жыл бұрын
Bohut ata val video palu thanks.mur hasi ahi a thake 5 years man hol aru atia asthma nisina hoise cough hoi jai maje maje Boku baje uxah lobo kosto pau. Akebare val hoi jua Dorob diok sun
@rupjyotinath917
@rupjyotinath917 3 жыл бұрын
Ki medicine kaise apuni, muru bohut bosor agote enekuwa asil, etiya mur beleg oxubidha eku nai, hasi ahe maje maje , nakere pani boi. Kintu tarj permanent treatment korbat koribo pora hole.
@ridismritapathak2423
@ridismritapathak2423 3 жыл бұрын
@@rupjyotinath917 bohut medicine khalu val nai pua.
@vijaykumardev1345
@vijaykumardev1345 14 күн бұрын
​@@ridismritapathak2423কলাজিৰা যিটোক আমি কালজিৰা কওঁ ইংৰাজীত Black seed কয় সেইটো এখন পাতল কাপোৰত লৈ হাতৰ তলুৱাৰে মোহাৰি লৈ টোপোলা টাইপ কৰি সেইটো এটা নাকৰ ফুটা বন্ধ কৰি আনটোৰে গোন্ধতো যিমান পাৰি তালুলৈকি টানক তাৰ পিছত আনটো ফুটা বন্ধ কৰি বেলেগটোৰে টানক ৷এনেকৈ কিছুদিন কৰি চাওঁক ৷চাইনাছ সম্পূৰ্ণ নোহোৱা হব । প্ৰমাণিত ।
@vijaykumardev1345
@vijaykumardev1345 14 күн бұрын
​@@rupjyotinath917কলাজিৰা যিটোক আমি কালজিৰা কওঁ ইংৰাজীত Black seed কয় সেইটো এখন পাতল কাপোৰত লৈ হাতৰ তলুৱাৰে মোহাৰি লৈ টোপোলা টাইপ কৰি সেইটো এটা নাকৰ ফুটা বন্ধ কৰি আনটোৰে গোন্ধতো যিমান পাৰি তালুলৈকি টানক তাৰ পিছত আনটো ফুটা বন্ধ কৰি বেলেগটোৰে টানক ৷এনেকৈ কিছুদিন কৰি চাওঁক ৷চাইনাছ সম্পূৰ্ণ নোহোৱা হব । প্ৰমাণিত ।
@jublypatowary1906
@jublypatowary1906 Жыл бұрын
Thank you so much ma'am , apunar ktha khiniye mk bohut sahay krise
@brikupegu2947
@brikupegu2947 3 жыл бұрын
বাইদেউ , আপোনাক KZbin লগ‌ পাই বহুত বহুত ধন্যবাদ আৰু স্বাগতম জনাইছো। আপোনাৰ কথাবোৰ শুনি ভগৱানৰ বাণীৰ দৰে অনুভৱ কৰিছো। বাইদেউ মই যোৱা তিনিবছৰে নাকৰ এলাৰ্জি, চকু বৰকৈ খজুৱতি হোৱা লগতে কাঁহ ৰ বেমাৰে আক্ৰান্ত হৈ আছোঁ। অতি দুখেৰে আপোনাক জনাওঁ যে মোৰ নাকত খজুৱতি দৰে হৈ হাঁচি আহে তাৰ পিছত নাকৰ ভিতৰেৰে চৰ্দি দৰে হৈ পানী ওলাই আহি সঘনাই হাঁচি আৰু খজুৱতি মাৰিয়ে থাকিবলৈ লয় তাৰ কাৰণে মোৰ জীয়াই থকাটো ভাবুকি অহা যেন হৈছে। ইয়াৰ লগতে চকুত খুব খজুৱাই , খজুৱাওতে চকু ৰঙা পৰি উখহি পৰে আৰু চকুৰে দেখা নোপোৱা হৈ যাওঁ। লক্ষণসমূহ : ১/ অপৰিষ্কাৰ ঠাইৰ গুণ পালে হাঁচি আৰম্ভ হয়। ২/ গুন্ধযুক্ত তেল আৰু যিকোনো facial cream and cream গুণ পালে হাঁচি, খজুৱতি আৰম্ভ । ৩/ আহযুক্ত ৰন্ধন আৰু মাটি মাহ , গাহৰি মাংস ,কণী ,কল খালে আৰম্ভ হয়। ৪/ কিতাপ পঢ়োতে পাঠ লুটিয়ালে। ৫/ আপুনি কোৱা লক্ষণসমূহ । যিকোনো প্ৰকাৰে ভাল‌ কৰিব‌ বিচাৰো। কাতৰ অনুৰোধ কৰিলোঁ পৰামৰ্শ দিয়ক । অন্যতা মোৰ যিয়াই থকাটো বহুত‌ কঠিন হৈ পৰিছে। বাইদেউ আপোনাক ক'ত কেনেকৈ আৰু কি কৰিব লাগিব তাৰ বাবে আপোনাৰ ওচৰত কাষ চাপিব‌ বিচাৰো । কোনো খন চিকিৎসালয় আৰু ঠিকনা দিবনে ? বাইদেউ ইতি দুখেৰে‌ প্ৰাৰ্থনা কৰিলোঁ সহাঁৰি দিব।
@kakalitamuly5410
@kakalitamuly5410 Жыл бұрын
Moi o vugi aso aitu problem t ye.... Aponar thik holne Etiya
@juneborah-zc5ct
@juneborah-zc5ct 11 ай бұрын
মইও ভুগি আছোঁ।।
@eliranibaruah7643
@eliranibaruah7643 Ай бұрын
Thanks ,DR Sharma. Bohut dorkari VDO. Bhal lagil.
@hyundaiservicemargherita4682
@hyundaiservicemargherita4682 3 жыл бұрын
ধন্যবাদ বাইদেউ,, আৰু আহিবলগীয়া ভিদীয়টো বগা দাগৰ ওপৰত বনাব দেই।।।
@prayashitalukdar3838
@prayashitalukdar3838 3 жыл бұрын
I have used these remedies and maam it's working very well..
@junaliborboraphatowali6546
@junaliborboraphatowali6546 13 күн бұрын
Thank you ma'am for this helpful video 😊🙏 Mur alap thanda lagilei sordi kah hoi jai.
@raselhussain7529
@raselhussain7529 2 жыл бұрын
Thank you so much mam!! I have facing this problem since 1 year😢
@parinitapathak9617
@parinitapathak9617 3 жыл бұрын
Bht dinr pora vugi asu atia val pam apunar upai plu🙏🙏🙏
@Xun12310
@Xun12310 Жыл бұрын
Thanks ma'am Mur bohut sordi lge ghonai ghonai
@diptiphukan6088
@diptiphukan6088 Жыл бұрын
Thanks Mam , mor xokolu xomoyote dingit coph thake, upai dile xukhi hom 🙏
@atenrabha2404
@atenrabha2404 3 жыл бұрын
Video tu bonowar babe bohot bohot thanks.
@bijuleedeka6596
@bijuleedeka6596 3 жыл бұрын
Thanks ma'am for your valuable advice 🙏🏻🙏🏻
@dipugogoidipu5631
@dipugogoidipu5631 3 жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ জনাইছো বাইদেউ। এই ৰোগত ভুগি আছো মই, কথা খিনি জানি বৰ ভাল লাগিল। শেষত আপোনাৰ পৰা এটি কথা জানিব বিচাৰো,,, যে এই ৰোগত তুলসী ৰ পাত খালে উপকাৰী তা লাভ কৰিব পাৰিনে,,, জনালে ভাল পাম।
@PonkhiSharma
@PonkhiSharma 3 жыл бұрын
Hoi tulohi paat u bohut bhal hoi
@ruprekhahazarika4900
@ruprekhahazarika4900 3 жыл бұрын
Thanq mam... 10 years man hol mur aitu problm t vugi asu
@bikashborah189
@bikashborah189 3 жыл бұрын
ধন্যবাদ বাইদেউ, আপোনাৰ পৰামৰ্শ খিনি ভাল লাগিল। ময়ো সেই যত্ন বিলাক ল'ম। বাইদেউ , মোৰ এই সমস্যাটো ২০১৮ চনৰ পৰা আৰম্ভ হৈছিল। কেইবা বাৰো চিকিৎসা কৰি কোনো সুফল নাপালো। মোৰ সমস্যা হ'ল... অকল বগা ৰঙৰ সেঙুণ ওলাই থাকে নাকৰ পৰা আৰু আঠা আছে অলপ। বেছি ঠাণ্ডা পালে, ধূলিৰ সংস্পৰ্শলৈ আহিলে, গৰমত ফেন ব্যৱহাৰ কৰিলে বহুত বেছি হয়। নাকটো সোঁতসোঁতাই থাকিব লগা হয়। হাঁচি মাজে মাজে কেতিয়াবা হয়। শীতকালত বহুত বেছি হয়। আৰু শুকান সেঙুণ ওলাই থাকে।এইবিলাক নাকৰ ভিতৰৰ বেৰত লাগি থাকে আৰু সেইকাৰণে নাকটো ফোচ ফোচ কৰি থাকিব লাগে। আপোনালৈ অনুৰোধ 🙏 এই ৰোগৰ পৰা আৰোগ্য লাভৰ আৰু কিবা উপায় থাকিলে জনাব।
@PonkhiSharma
@PonkhiSharma 3 жыл бұрын
Aitu apuni hoitu allergy ase .. Rhinitis video tut dia kotha khini follow koribosun
@bikashborah189
@bikashborah189 3 жыл бұрын
@@PonkhiSharma thanks
@shreyashidas8175
@shreyashidas8175 2 жыл бұрын
Thank you Baidew..mur loratur xub hoi thake Sordi tu..porhibo nuare..
@moushikharay7376
@moushikharay7376 Жыл бұрын
Thank u ma'am bohut dinor pora bhugi asu... Ag apunar advice pai moi bohute sukhi
@principriyasworld2144
@principriyasworld2144 3 жыл бұрын
Thank u mam. Moi apunar vedio regular sao .Moi bohut din dhori ei Problem tut vugi ahisu. Dhuli lagile hasi ahie thake. Atia olop dinor pora hasir logote kah etau hoi aru kof hoi jai. Eitu asthma r loykhyan neki jonabsun.
@dipalibaruah3832
@dipalibaruah3832 3 жыл бұрын
Thankyou pongkshi video to homoi upojugi house mur bohut allergi aase.
@tiluttamadevi9941
@tiluttamadevi9941 3 жыл бұрын
Thenk you mem . Bohut val lagil
@krishnapagagofficial4758
@krishnapagagofficial4758 2 жыл бұрын
ধন্যবাদ বাইদেউ।
@minakshibhuyan731
@minakshibhuyan731 3 жыл бұрын
Thanku mam ai videotu diya babe
@sapiens1599
@sapiens1599 3 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ
@parismitaborah4137
@parismitaborah4137 3 жыл бұрын
Please share a video on skin allergy.thank you
@gautamghosh7885
@gautamghosh7885 3 жыл бұрын
বাইদেউ মোৰ নাকেৰে সঘনাই পানী পৰি থাকে । আৰু নাকৰ মাজৰ পাৰ্টৰ দুয়ো কাষে ঘা হৈ যায়।।হ্যাছি আৰম্ভ হ'লে ১০ ৰ পৰা ১৫ টালৈ
@vijaykumardev1345
@vijaykumardev1345 14 күн бұрын
কলাজিৰা যিটোক আমি কালজিৰা কওঁ ইংৰাজীত Black seed কয় সেইটো এখন পাতল কাপোৰত লৈ হাতৰ তলুৱাৰে মোহাৰি লৈ টোপোলা টাইপ কৰি সেইটো এটা নাকৰ ফুটা বন্ধ কৰি আনটোৰে গোন্ধতো যিমান পাৰি তালুলৈকি টানক তাৰ পিছত আনটো ফুটা বন্ধ কৰি বেলেগটোৰে টানক ৷এনেকৈ কিছুদিন কৰি চাওঁক ৷চাইনাছ সম্পূৰ্ণ নোহোৱা হব । প্ৰমাণিত ।
@Sarifuddin-wf4bl
@Sarifuddin-wf4bl 2 ай бұрын
Thank you Baidew so much
@bitupanhazarika2355
@bitupanhazarika2355 3 жыл бұрын
thnk u mam 10yrs pora vugi asu anekoi
@bhubanchandragogoi5947
@bhubanchandragogoi5947 3 жыл бұрын
মই এই ৰোগত এবছৰ মানৰ পৰা বৰকৈ ভুগি আছো । এই সম্পৰ্কত আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।
@brunocase7041
@brunocase7041 3 жыл бұрын
not sure if anyone gives a shit but if you are bored like me during the covid times then you can stream all the latest movies and series on InstaFlixxer. I've been streaming with my girlfriend for the last few days xD
@hughmarc9373
@hughmarc9373 3 жыл бұрын
@Bruno Case Definitely, been using Instaflixxer for since november myself :)
@KiranDowarah5714
@KiranDowarah5714 Жыл бұрын
Nojona kotha jonai thakibo mem jonota tetiyahe hustho hoi uthibo bohu akhibad pabo apuni donyabad mem
@iranisarma2663
@iranisarma2663 3 жыл бұрын
Thank u so much mem, aaru Sorbi hole baa bahile ki ki koribo lagibo jonabo sun
@promiladaimary7625
@promiladaimary7625 5 ай бұрын
Thank you ma'am. Moi bohut bhugi asu
@prabaljeetbhuyan370
@prabaljeetbhuyan370 11 ай бұрын
Thanks ma'am good advice ❤❤
@jutikadutta9993
@jutikadutta9993 3 жыл бұрын
ধন্যবাদ জ্ঞাপন কৰিছো
@dipshikhamahanta1031
@dipshikhamahanta1031 2 жыл бұрын
Thank you, it is very useful video for me
@smritidutta93
@smritidutta93 3 жыл бұрын
Thank you sooo much Ma'am 🙏
@bontigogoi2687
@bontigogoi2687 3 жыл бұрын
bohut vl lgil
@SukchanBiswas-r9i
@SukchanBiswas-r9i Ай бұрын
Good khobar tomar mem. .......
@nanghunpha
@nanghunpha 3 жыл бұрын
হয় মেডাম মোৰ এলাৰ্জি এনে ধৰণৰ আছিল ।আপোনাৰ ভিডিও তো চাই বহুত ভাল লাগিল ।
@manjitman2384
@manjitman2384 2 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ মই এই বেমাৰটোত বহু দিনৰ পৰা ভুগি আছোঁ
@chenimaidevi6412
@chenimaidevi6412 Жыл бұрын
ধন্যবাদ বাইদেউ।
@sandhan-7142
@sandhan-7142 2 жыл бұрын
বহুত ভাল লাগিল ॥🙏🙏🙏
@charugoswami4376
@charugoswami4376 29 күн бұрын
Very very Thanks mem
@dipalibaruah3832
@dipalibaruah3832 3 жыл бұрын
Thankyou so much.
@mottauralterego852
@mottauralterego852 3 жыл бұрын
Thanks a lot for your kind information
@ruma_s
@ruma_s 3 жыл бұрын
Vidio tu sai bohut val lagil dhnybsad
@jabinabegum2420
@jabinabegum2420 3 жыл бұрын
Thanks .Good information.
@dkalita9036
@dkalita9036 3 жыл бұрын
ধন্যবাদ বাইদেউ
@meenagogoiborgohain4170
@meenagogoiborgohain4170 3 жыл бұрын
Thank you so much
@podmadas2823
@podmadas2823 3 жыл бұрын
Tq u mem gdnt
@joyshreesaikia7459
@joyshreesaikia7459 3 жыл бұрын
Thnq ma'am
@barnalibarman6517
@barnalibarman6517 3 жыл бұрын
Thnx mam..very good information..
@tankadevmahanta6774
@tankadevmahanta6774 3 жыл бұрын
ট্ঙ্ক মহন্ত, লখিমপুৰ। মোৰ নাকৰ ডিঙিৰ সমস্যা আছে।এলাৰজী বুলিয়েই ভাবিছো।নাক প্ৰায়ে বন্ধ অনুভৱ কৰো।ডিঙিৰ ভিতৰত বাও নাকৰ সংলগ্ন ঠাইত সেঙুনৰ দৰে ৰাতি জমা হৈ থাকে।কুহুমীয়া নিমখ পানী কুলকুলি কৰিলে অলপ উপসম পাও জদিও মাজে মাজে হৈয়ে থাকে। আপোনাৰ পৰামৰ্ষ বিচাৰিছো।
@dristibarmandlogs2669
@dristibarmandlogs2669 2 жыл бұрын
Val lagil video tu sai khankyou ponkhi sharma
@bandanarabha5968
@bandanarabha5968 3 жыл бұрын
Thank you
@binapanidas6368
@binapanidas6368 3 жыл бұрын
Bahut bhal lagil .mor bemaro aitoye .
@santonusaikia8686
@santonusaikia8686 3 жыл бұрын
Muru ase bhut dn hol ..thanda dint besi hoi ..ketiaba bhut kosto paw
@manishadeka374
@manishadeka374 2 жыл бұрын
Moro hy anekoa . Thank you so much mem
@hafijabegum1653
@hafijabegum1653 3 жыл бұрын
Thank you ma'am.... perfect our advices
@jogentamuli4017
@jogentamuli4017 2 жыл бұрын
🙁🙃
@animasaikia6347
@animasaikia6347 Жыл бұрын
দুমাহ মানেই হ'ল মই একো গোন্ধ নাপাও কি হৈছে জনাবছোন।
@nishitorakashyap8865
@nishitorakashyap8865 3 жыл бұрын
Thankyou mem.lost of love from golaghat
@hafijakhanmfiassam7472
@hafijakhanmfiassam7472 Жыл бұрын
Thank you so much God bless you 🙏
@PonkhiSharma
@PonkhiSharma Жыл бұрын
You are so welcome
@rumiduarah7629
@rumiduarah7629 3 жыл бұрын
Hundor video Thank you so much
@rinjugogoi5969
@rinjugogoi5969 3 жыл бұрын
Thank u mam. Moi ei bemartur treatment loboloi ki bivagr doctor k dekhabo lagibo jonabosun plz.
@babitahazarika6300
@babitahazarika6300 7 ай бұрын
Anekuwa এলাৰ্জি নহৰু থেতেলি লৈ কপাহী সূতা ৰ কাপোৰ এখনত লৈ শুঙি লে ভাল হৈ যায়। ৰাতি শুতে o নহৰু থেটেলি গৰু টোৰ ওচৰে ওচৰে চতিয়া ই ৰাখিলে এলাৰ্জি দিনতেই ঠিক হব।
@barnalidas3180
@barnalidas3180 3 жыл бұрын
Thank u ma'am
@ushaborgohain3223
@ushaborgohain3223 3 жыл бұрын
আপোনাৰ পৰামৰ্শ ৰ বাবে ধন্যবাদ বাইদেউ
@reshmigogoi4733
@reshmigogoi4733 Жыл бұрын
Moi bohut Kosta Pai asu aitu problem r pora😔.... Thank you ma'am.
@vijaykumardev1345
@vijaykumardev1345 14 күн бұрын
কলাজিৰা যিটোক আমি কালজিৰা কওঁ ইংৰাজীত Black seed কয় সেইটো এখন পাতল কাপোৰত লৈ হাতৰ তলুৱাৰে মোহাৰি লৈ টোপোলা টাইপ কৰি সেইটো এটা নাকৰ ফুটা বন্ধ কৰি আনটোৰে গোন্ধতো যিমান পাৰি তালুলৈকি টানক তাৰ পিছত আনটো ফুটা বন্ধ কৰি বেলেগটোৰে টানক ৷এনেকৈ কিছুদিন কৰি চাওঁক ৷চাইনাছ সম্পূৰ্ণ নোহোৱা হব । প্ৰমাণিত ।
@pratimamedhi2542
@pratimamedhi2542 3 жыл бұрын
Thank.u.mam video.to.val.lagise.skin.problem.hat guti.guti.khojoi.tar video ata dibo
@prasantagoswami1477
@prasantagoswami1477 3 жыл бұрын
ভাল লাগিল।
@barshabora8081
@barshabora8081 Жыл бұрын
বাইদেউ মোৰ এই অসুখ টো বহুত সৰুৰ পৰাই আছিল প্ৰথমে সাধাৰণ এলাৰ্জি বুলি ভাবিছিলো। কিবা নাখাব লগা খালে হই বুলি কিন্তু সময় অনুযাযী ই বহুত বেছি হব ধৰিলে।Hs exam 2022 দিছিলো সেই সময়ত ইমনেই বেছি হৈছিল যে বুজাব নোৱাৰো। ঘৰ ৰ মা দেউতা ও ভয়তে doctor ৰ পৰামৰ্শ লৈছিল। কিন্তু এইবোৰ বেমাৰৰ বাবে কোন doctor ক দেখুৱাব লাগে নজনাৰ বাবে আজি ও বেমাৰ টো ভাল হোৱা নাই। অনুগ্ৰহ কৰি এইবিলাক বেমাৰত কোন doctor ক দেখুৱাব লাগে comment ৰ মাধ্যমেৰে জনাব নেকি? জনালে মোৰ আৰু মোৰ ঘৰৰ মানুহ খিনিৰ উপৰত বহুত উপকাৰ কৰা হব। Ai এলাৰ্জি হাঁচিৰ বাবে মই এতিয়া asthama ৰোগত ও ভুগিচো। অনুগ্ৰহ কৰি জনাবচোন।
@sumpiphukan7325
@sumpiphukan7325 Жыл бұрын
Same tumar dore mur hoi ase ....
@barshabora8081
@barshabora8081 Жыл бұрын
@@sumpiphukan7325 take
@sumpiphukan7325
@sumpiphukan7325 Жыл бұрын
@@barshabora8081 akhanti aru jibon2....
@barshabora8081
@barshabora8081 Жыл бұрын
@@sumpiphukan7325 umm
@pallabikayshap4785
@pallabikayshap4785 Жыл бұрын
Muru aei problem moi homeopathy treatment kori asu mur mahi r lora homeopathy treatment t bhal hoise jodi apuni tretment lobo bisare muk jonabo moi adress di dim?
@BhanitaDeka-v7z
@BhanitaDeka-v7z Жыл бұрын
Mem mor srdi hoi besike ru dingi2 bhut khojuwai thake any time plz upai ata dibosn....
@kinu_kom
@kinu_kom Ай бұрын
winter season jetiya weather tu dry hoi pore mr tetiyai hoi... ei2 r krne sinusitis u hoi jay 😢 ekebare xanti nai thanda din keita
@lakhimiboraup7972
@lakhimiboraup7972 Жыл бұрын
Thank you so much baa.your advice
@PonkhiSharma
@PonkhiSharma Жыл бұрын
Always welcome
@maramibarman5603
@maramibarman5603 Жыл бұрын
Thanks mam .mor aru maiina jnir any time Sardi lagi thake.
@dhunudeka4795
@dhunudeka4795 3 жыл бұрын
Thanks mam
@rodalivlogs5531
@rodalivlogs5531 Жыл бұрын
Baideu vl lgil video tu.. mur babe khubei important asil.. baideu.. mur sinus sordi besi barhi gole ketyaba soku khojuai ru soku par fuli jaai lgte ketyaba akw skin t ronga guti hoi khojuai tetya medicine nakhale nhy mane ... kene k akebare naikia korim ai rugtu????
@amarjitdas8607
@amarjitdas8607 Жыл бұрын
Baideo Mur Yei Chardi Problem Tu Ase Bahut Besi Hoi Jai..Aako Vall Hoi Jai Khali Hasi Marile Pani Khub Ulai Thake..Ji Kaidin Hoi Muk Durbol Kari Pelai..Moi Ent Dr ,Homeo Dr K Dekhalu Madicine Khale Vall Hoi Thake Aako Hoi Jai..
@sushmitakonwar5340
@sushmitakonwar5340 3 жыл бұрын
Thank you so much baa
@devangisarmas_17
@devangisarmas_17 Жыл бұрын
Thanks a lot
@bantisarmah1718
@bantisarmah1718 3 жыл бұрын
Good advice
@rimlimedhi7382
@rimlimedhi7382 Жыл бұрын
Thanks baaa ❤❤❤❤
@sanjibrajbangshi1193
@sanjibrajbangshi1193 3 жыл бұрын
Thanks, ba
@kingcobragaming1814
@kingcobragaming1814 2 жыл бұрын
বহুত বহুত ধন্যবাদ দেই আপোনাৰ ছেম্বাৰতো কত আছে কব নে কি বাৰু
@banasreekalita8950
@banasreekalita8950 3 жыл бұрын
Ma'am mor asthma problems ase, Moi bukukhn durbal baa vagar anuvab karo, nijar lung tu majbut koriba karane kenekuwa diet loba lge jonabasune, mor atia 25th year hoi, apuni iyar uparat video banabasune, mor allergic problem ase, montelukast tablet tu moi loi thko, Moi jodi biya hou tetia kiba future mor problems hba nki, ru weekness tu atar koriba ki korim, jonabasune, plz 🙏🙏
@saraswatisarkar2669
@saraswatisarkar2669 2 жыл бұрын
Meem, mor 2019 Dec r pora kaah hoi aase, bohut tretment lalo, doctore mok abar medicine diyar pisot second time ako problem nai boli koi aru mok gorom pani use koribo aru gorom panire gargle koriboloi koi, kinto moi okono relief Poa n
@ashimabhuyan6092
@ashimabhuyan6092 5 ай бұрын
Nasobronchial Allergy ৰ ওপৰত video দিবচোন।
@todayassam1270
@todayassam1270 3 жыл бұрын
Thanks
@anju7078
@anju7078 2 жыл бұрын
Muru sardi lagi thake
@minipathak7211
@minipathak7211 3 жыл бұрын
Mam thanks . Manopoje hole ki ki lakshan dekha diye kobo chon ....
@pranjitbora9290
@pranjitbora9290 2 жыл бұрын
Thanku mem
@sewalidihingia3245
@sewalidihingia3245 Жыл бұрын
বাইদেউ মই এই এলাৰ্জি টু বহু বছৰৰ পৰা ভুগি আছোঁ অকনমান ধূলি লাগিলেই হাঁচিয়াই হাঁচিয়াই তত নেপাওঁ এতিয়া গৰমৰ বতৰ ফেন ললেও হয় এইকেইটা নিয়ম কৰিলে ভাল পাম নে
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 2 жыл бұрын
Very nice information 🙏🏿
@roserbro1917
@roserbro1917 3 жыл бұрын
Thanks mam kkal bik exercise tu kri okn val paisu ata video exercise krile hb ne baki video keitar krib lagib please kb sun 🙏🙏
@PonkhiSharma
@PonkhiSharma 3 жыл бұрын
Ata video follow korilei hoi
@roserbro1917
@roserbro1917 3 жыл бұрын
Thanks mam
@pallabivlogs426
@pallabivlogs426 3 жыл бұрын
Moi Bohut din nor pora sordi problem mot asu .... tablet use korile dudin man he vl pau.... thanks muk video to a help koribo...
@dristihazarika5346
@dristihazarika5346 2 жыл бұрын
ThQ mam
@shikhadas8409
@shikhadas8409 8 ай бұрын
Ba mur 2month hol Sardi vl a poa ni ki kribo lgibo
@uttamhazarika8424
@uttamhazarika8424 3 ай бұрын
Mur u eke kahini2
@munnapaul9693
@munnapaul9693 2 жыл бұрын
Tq u mam .. 🥰
@pallabisaikia1818
@pallabisaikia1818 3 жыл бұрын
Ba mur husbandr daily Mrng tymt sordi lge ki kribo lagibo jdi pare olp kbo sun plz
@JayaPathari-mg9gt
@JayaPathari-mg9gt Жыл бұрын
j
@titanoboa4647
@titanoboa4647 3 ай бұрын
বাইদেউ মোৰ 13 বছৰীয়া ল'ৰাটোৰ অনবৰতে চৰ্দি লাগি থাকে। সকলো সময়েতে ৰুমাল খন লৈ থাকিব লাগে। Dr দেখাইছো কিন্তু ভাল পোৱা নাই। কিবা এটা পৰামৰ্শ দিব বুলি আশা থাকিল।
@jutikabordoloi3001
@jutikabordoloi3001 3 жыл бұрын
Cough r allergy r bishoye jonabosun...mur praye cough hoi thake
@pulakroy782
@pulakroy782 3 жыл бұрын
Medam mur bohut sardi lagi thake ru hashi ahi thake 1 ta vidio bonale khubei val hobo
How to Fight a Gross Man 😡
00:19
Alan Chikin Chow
Рет қаралды 15 МЛН
А я думаю что за звук такой знакомый? 😂😂😂
00:15
Денис Кукояка
Рет қаралды 4,1 МЛН
Twin Telepathy Challenge!
00:23
Stokes Twins
Рет қаралды 108 МЛН
Allergic Rhinitis (Hay Fever) - Dr  Gary Sy
23:22
Gabay sa Kalusugan - Dr. Gary Sy
Рет қаралды 283 М.
How to Fight a Gross Man 😡
00:19
Alan Chikin Chow
Рет қаралды 15 МЛН