সচাকৈৱে কাশ্মীৰী বা বহুত ধুনীয়া,বৰ ভাল লাগে, ভগৱান সহায় হওক
@Ryt9938 ай бұрын
So emotional❤ and innocent ❤Bahut vaal paaisilu abhinay bur sai xarute. Mur bina pehi r mukhat bahut khunisu bahut vaal lagil atiao iman duniya hoi ase
@anowara.begum23 Жыл бұрын
আমাৰ মঙলদৈৰ কাশ্মীৰী বাক দেখি ভাল লাগিল ❤❤❤❤
@monudekari2919 Жыл бұрын
সুখ-দুখ জীৱনৰ অলংকাৰ ৷ সুখে হাঁহি দিয়ে আৰু দুখে চকুলো ৷ হাঁহি আৰু চকুলোৱেইতো জীৱনৰ অলংকাৰ ৷ জীৱনক উপলব্ধি কৰাৰ সঁচাৰ কাঠী ৷ যিয়ে সুখ-দুখৰ টেঙা-মিঠা নাপায় তেওঁ আচলতে জীৱনক বুজিবলৈ সুবিধা নাপায় ৷ এই জীৱনক মানুহৰ প্ৰশংসাতকৈ সমালোচনাৰ প্ৰয়োজন ৷ কাৰণ সমালোচনাই জীৱনক সঠিক ঠিকনা দিয়ে ৷ সমালোচনাৰ বাবে কৰা সমালোচনাৰ কোনো মূল্য নাই ৷ তেনে সমালোচনাক মূল্য নিদিয়াই ভাল ৷ কাশ্মিৰী শইকীয়াৰ জীৱন সুন্দৰেৰই ৷ আমৃত্যু সুন্দৰ হৈয়ে থাকিব ৷ বাহ্যিক সুন্দৰতাতকৈ কাশ্মিৰী শইকীয়া আভ্যন্তৰীণ সুন্দৰতা অধিক সুন্দৰ যিটো বহুতৰে ক্ষেত্ৰত মহঙা ৷ কাশ্মিৰী শইকীয়াৰ সৰ্বতোপ্ৰকাৰৰ মংগল কামনা কৰিলোঁ ৷৷
@Ranu-r9z5 ай бұрын
ইমান সুন্দৰ কথা কৈছে বহুত সাহস পালো ৷
@rinkigogoi7455 Жыл бұрын
❤❤❤❤।উৎপল দা আৰু মুনমী ফুকন বা সাক্ষাৎ লব
@rekhaneog11015 ай бұрын
কাশ্মীৰি শইকীয়া বাইদেউ মোৰ বহুত প্ৰিয় 👌
@dheerasaikia4664 Жыл бұрын
Duiu gorakik khubei bhal lagil xosakoi Kashmiri bak aagor porai khubei bhal pao
@putulkalita7782 Жыл бұрын
ভিডিও টো চাই ভাল লাগিল দুয়োজনীকে ❤
@asomiyalorakabyanil7069 Жыл бұрын
ভগৱানে তোমাক সহায় কৰক কাশ্মিৰী বা । ❤❤
@Prantikas-Life-In-Europe Жыл бұрын
Stay connected
@gouridaimary4940 Жыл бұрын
🙏❤️❤️❤️❤️❤️ bohu din pist kashmiri baak dekhilo,atiyao eman dhuniya joni hoi aase,val lagil, bohut val lagil
@soonmoni6746 Жыл бұрын
Kashmri baidew দেখি বহুত ভাল লাগিলে ❤❤❤
@manjubarman1855 Жыл бұрын
অনুস্থানটো ভাল লাগিল।
@astrologersandhyarani5039 Жыл бұрын
অনুষ্ঠানটো বহুত ভাল লাগিল।
@dimbeswarkonwar76594 ай бұрын
Kashmiri শইকীয়া এগৰাকী সফল অভিনেত্ৰী
@sarojinidutta50585 ай бұрын
ভিডিঅ'টো চাই ভাল লাগিল, তেখেতৰ বহু নজনা গোপন কথা জানিলো, ভৱিষ্যত কৰিব লগীয়া কামবোৰত সফলতাৰে অগবাঢ়ক।
@dipanjolidihinginya4265 Жыл бұрын
ভাল লাগিল বাইদেউক দেখা পায়।
@ajantamahanta3219 Жыл бұрын
কলেজীয়া জীৱনত লগপোৱা মৰম লগা কাশ্মীৰীজনী আজিও মৰমলগা হৈয়ে আছে ৷ জীৱনৰ ধুমুহাজাকে সাহসী কৰি তুলিলে ৷ জুয়ে পোৰা সোণ হৈ উজ্বলি থাকা সদায় ৷ কলেজীয়া জীৱনত লগপোৱাৰ পিছত অগ্নিস্নানৰ চুটিঙত লগপাইছিলো ঘৰত অকমানি কেচুৱা ছোৱালীজনী এৰি আহা সদ্যমাতৃত্বৰ চমকৰ সতে ৷ কেচুৱাটিৰ ফটোখন চাই মৰম কৰি থকা কাশ্মীৰীক দেখি অনুভৱ কৰিব পাৰিছিলো তেওঁ যে এগৰাকী আদৰ্শ মাতৃ হ’ব ৷ সঁচাকৈ কাশ্মীৰী তুমি এগৰাকী সাহসী মাতৃ আৰু আদৰ্শ নাৰী ৷ সদায় হাঁহি থাকিবা ৷
Kashmiri Saikia, still stout a lady taking total cares of her disable daughter and carring out district level consumer forum related govt responsibility, desires to continue her star career of acting in films, serials, documentaries-----; really a great example and inspiration to on coming ones in that field. Wish her the best---
@murchanasaikia9391 Жыл бұрын
RR rr
@darsanasaharia3577 Жыл бұрын
Love from mangaldai ❤️❤️❤️
@karabivlogs6846 Жыл бұрын
Hoxakoi bor dhunia baidew goraki ❤
@Prantikas-Life-In-Europe Жыл бұрын
Stay connected
@JintuBorah-eu8cy Жыл бұрын
partivha Chaudhary baydeu interview loba sun bohut val lage baydeu acting