'যাত্রা'ৰ 'ৰেন্‌ মৌ'ত আইচেংফাৰ স'তে অসমৰ গৌৰব আৰু সৌৰভ জুবিন গাৰ্গ | EP05 feat. Zubeen Garg

  Рет қаралды 588,838

Jaatra

Jaatra

Күн бұрын

Пікірлер: 1 500
@aichengfaboruah
@aichengfaboruah Жыл бұрын
আমাৰ 'যাত্রা' চেনেলটিক আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে উপচাই দিয়াৰ বাবে প্রতিগৰাকী শ্ৰদ্ধাৰ 'যাত্রা'ৰ সহযাত্রীলৈ অন্তৰৰ পৰা আমি 'ৰেন্ মৌ'বাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ প্রতিটো মন্তব্যৰ প্রতি সঁহাৰি জনাব পৰা নাই যদিও ব্যক্তিগতভাবে প্রতিটো মন্তব্যই আমি পঢ়িছোঁ আৰু প্রতিটো পৰামৰ্শক আদৰেৰে গ্রহণ কৰিছোঁ... আমি/ মই অজানিতে কৰা ভুলবোৰৰ বাবে ক্ষমাপ্রার্থী...অনাগত দিনত প্রয়াস কৰিম অধিক সুন্দৰ ৰূপত 'যাত্রা'ক সজাই তুলিবলৈ... আপোনাসৱৰ কুশল কামনা কৰিছোঁ... লগতে জুবিন ককাইদেউলৈ হিয়াজুৰি মৰম আৰু শ্রদ্ধা নিগৰালোঁ... আপুনি আহিল, আমি ধন্য হলোঁ...সুখী হ'লোঁ ... সদায় ধুনীয়া হৈ থাকক ... শেষত কওঁ, আপুনি আৰু আপোনাৰ গান আমাৰ বাবে বহু অপেক্ষিত এজাক বৰষুণৰ দৰেই...!♥️♥️🙏🙏 We are incredibly grateful to all of you viewers for the fantastic response in such a short span. Your valuable comments motivate us to improve our content further. Keep the love and support coming! 🙌🎉 Thanks once again. Stay tuned, Jaatra, with Aichengfa.
@jenifaiyesmin2450
@jenifaiyesmin2450 Жыл бұрын
আপোনাৰ কথা শৈলী আৰু উপস্থাপন কৌশল খুব সুন্দৰ । Ultimate...❤❤❤❤❤ আগুৱাই যাওক ..
@aichengfaboruahofficial2100
@aichengfaboruahofficial2100 Жыл бұрын
@RoselinSultana-j4m
@RoselinSultana-j4m Жыл бұрын
​@@jenifaiyesmin2450❤❤
@ManashJyotiGogoiOfficial
@ManashJyotiGogoiOfficial Жыл бұрын
ভাল লাগিল, আইচেংফাৰ অৰ্থ কিনো ?
@chitrapegu2273
@chitrapegu2273 Жыл бұрын
P
@KalesharMishong
@KalesharMishong 8 ай бұрын
aichengfa aru jubinor kothupkoton huni bohut bhal lagil.dhonnyabd.
@kalamandirdigitalarchieveu6059
@kalamandirdigitalarchieveu6059 9 ай бұрын
Incompareable legand singer on earth great Zubeen Garg conversation with beautiful Aaichengfa "Jaatra" ♥
@pragyasaikia5261
@pragyasaikia5261 9 ай бұрын
🙏🙏👌👌 অতিকৈ প্ৰিয় অতিকৈ শ্ৰদ্ধাৰ শিল্পীজনৰ অনন্য অনুষ্ঠান উপহাৰ দিলে। দুয়োলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ।
@rajibbora-hq3wg
@rajibbora-hq3wg 9 ай бұрын
জুবিন দাক একেবাৰে ওচৰত পোৱা যেন লাগিল , বহুত ভাল লাগিলে, Jaatra👍👍
@মইঅসমীয়া-ম৪স
@মইঅসমীয়া-ম৪স Жыл бұрын
(কবিতাৰ শিৰোনাম) "তুমি মহান জুবিন দা" ✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া 'জু' আখৰেৰে হৃদয়ত জুৰ‌ পেলাই যোৱা, 'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা। 'ন' আখৰেৰে নতুন আশা জগাই তোলা, তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা। তোমাৰ কণ্ঠত আছে অসীম যাদু, ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু। গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে তুমি এজন সমাজসেৱক, হেজাৰ-হেজাৰ সুৰেৰে তুমি হোৱা মহান গায়ক । টোপনি নাহিলেও আহি যায় টোপনি, কেৱল তোমাৰ গীত শুনি। জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা, চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।
@lalitabora912
@lalitabora912 Жыл бұрын
xonmaniy and xon maniya sir and baideyu nomoste nomoste nomoste WITH DR and Xonmaniy zubeen gargwith MY kobita : CHILDOR Mukhot kumol hahi kumol kumol kumol kumol hahi kumol hahi with LWNU WITH LOWNU with Lownu
@focusassamne8321
@focusassamne8321 Жыл бұрын
বৰ ভাল লাগিল দেই
@monjitboloks5017
@monjitboloks5017 Жыл бұрын
@dimpalkhatoniar7806
@dimpalkhatoniar7806 Жыл бұрын
জয় জুবিন দা।।
@nirusaikia7631
@nirusaikia7631 11 ай бұрын
জুবিন গাৰ্গ ❤
@bastabdas8344
@bastabdas8344 9 ай бұрын
বহুত বহুত ধন্যবাদ ভাল লাগিল
@swarnabhajani6884
@swarnabhajani6884 Жыл бұрын
জুবিন গাৰ্গে কেতিয়াও ইমান শান্তভাৱে জীৱনৰ কথাবোৰ কৈ যোৱা শুনা নাই । এয়া ব্যতিক্ৰম । তেওঁ‌ৰ শেষৰ মন্তব্যটি সুন্দৰ, প্ৰেৰণাদায়ক।
@neon4355
@neon4355 10 ай бұрын
Zubeen daar logote .. host kora gorakiku bohut bohut dhanyabad jonalu bohut hundor koi prokakh korisa kotha bur val lagil ❤❤
@jayantabora687
@jayantabora687 7 ай бұрын
এনেকুৱা এটা platform ত জুবিনদাক প্ৰথন দেখিছো। অশেষ ধন্যবাদ ‘যাত্ৰা’লৈ।
@dipgogoiall.2435
@dipgogoiall.2435 10 ай бұрын
আমাৰ শিৱসাগৰৰ ছোৱালী জনী বৰ মৰম লগা।ঠিক আমাৰ দৰেই সকলোবোৰ অমায়িক।সুন্দৰ
@RP-ix5fj
@RP-ix5fj 10 ай бұрын
গীতৰ অৰ্থ নুবুজাকৈয়ে যাৰ সংগীত শুনি শুনি পাৰ কৰিলোঁ জীৱনৰ মধুৰ সময়বোৰ !
@dilipborah2849
@dilipborah2849 Жыл бұрын
বাৰ্তালাপ লৈ ইমান দিনে আনিব নোৱাৰিলে কিন্তু যাত্ৰাই জুবিন দাক আনিব পাৰিলে ভাল লাগিল জয় জুবিন দা ❤
@dipankarthakuria5075
@dipankarthakuria5075 Жыл бұрын
Chakrapanir lbl tu besi
@dilipborah2849
@dilipborah2849 Жыл бұрын
@@dipankarthakuria5075 hosakoi
@travelwithsid96
@travelwithsid96 9 ай бұрын
Without skip kori salu gutei khini. Bor bhal lagil❤️
@dhongogoi4807
@dhongogoi4807 10 ай бұрын
I Love you zubeen da ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@Kangkan1230
@Kangkan1230 2 ай бұрын
বিভিন্নজনৰ বাবে তেওঁ গায়ক, বিভিন্নজনৰ বাবে তেওঁ ভগৱান, কিন্তু মোৰ বাবে জুবিন গাৰ্গ জীয়াই থকাৰ উৎসাহ আৰু আনন্দ।❤
@deliciousrecipecooking7085
@deliciousrecipecooking7085 9 ай бұрын
অনুষ্ঠানটো চাই বহুত ভাল লাগিল ❤❤❤
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Жыл бұрын
জুবিন গাৰ্গ আমাত কৈ সৰু যদিও সন্মান সহকাৰে এটা অনুৰোধ জনাবলৈ পালে ভাল পাম, মনত আক্ষেপ ব্যক্ত নকৰে যেন, মদ নেখালে ভাল হয়, এই বিষয়ে জুবিন লৈ বহুতো বাৰ লিখিত অনুৰোধ জনাই আহিছো।। ভবিষ্যতে জুবিন সুন্দৰতাৰে নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় সম্ভাৰে ওলাই অহাৰ কামনা কৰো।।❤❤।। সুপ্ৰভাত বন্ধু।।
@bhaskarkalita8002
@bhaskarkalita8002 Жыл бұрын
এই মানুহজনক যদি হেৰুৱাই অসমত বা পৃথিৱীত আৰু দ্বিতীয় এনেকুৱা মানুহ জন্ম নহব ❤️ কিবা মন আবেগিক আৰু উৎফুল্লিত হৈ গৈছে।
@deepjyotisarmah8934
@deepjyotisarmah8934 9 ай бұрын
Zubeen dar interview jotei dekha pao nusuwakoi thakibo nuwaru I love you dada
@purnanathborah2729
@purnanathborah2729 9 ай бұрын
বৰ ভাল পালোঁ ৷
@KalesharMishong
@KalesharMishong 8 ай бұрын
yatrar aichengfar logot jubinor kothu kothon huni birat bhal logar logote duyu jonore dirghayu kamona nokori nuwarilu. Dhonnyabad thakil.
@moonkumardas6611
@moonkumardas6611 10 ай бұрын
জুবিন দা মানেই মাথো সুৰ আৰু সমলয়। তেখেতৰ কথাবোৰেই একো একোটা সংগীত। যাত্ৰা বহূ দূৰ আগুৱাব। Host গৰাকীৰ প্ৰশ্নবোৰ অতি সুন্দৰ লগতে তেখেতৰ প্ৰশ্নৰ উপস্থাপন আৰু আবেগিক মনৰে বৈ অহা ভংগীবোৰ অসমৰ ভিতৰতে অদ্বিতীয়। যাত্ৰাই মাইলৰখুটি চুব। বহূত শুভকামনাৰে। 🎉🎉
@mandirabordoloi5708
@mandirabordoloi5708 6 ай бұрын
জুবিন গাৰ্গ সুযোগ সু সম্পন্ন গুনগাহীসমৃদধ সাধনাদায়কপৰভাৱশালি সকলো মানুহৰ হিয়াৰ হৃদয় ৰ বুকুৰ মৰমৰ জুবিন গাৰ্গ আমি কিমান যে ভাল পাও বুজাব বৰ্ননা দিব নোৱাৰি স দায়ে আশীৰ্বাদ কৰি থাকো ভগৱানে কুশলে ৰাখক দীঘায়ু হক
@hariprasadexplore810
@hariprasadexplore810 Жыл бұрын
মানস ৰবিন দাক লাগে।শিৱসাগৰ পৰা কলো। H.p.d Duarah.
@PrajenDewri-du9nt
@PrajenDewri-du9nt 8 ай бұрын
জুবিন দা মৰমৰ ......দীঘায়ু কামনা কৰিছো ❤❤❤🙏
@Frustratedmitu
@Frustratedmitu Жыл бұрын
তেওঁ শৈশৱৰ পৰাই প্ৰিয় আছিল, তেওঁ এতিয়াও প্ৰিয় আৰু তেওঁ আগলৈও প্ৰিয় হৈ থাকিব । কাৰণ তেওঁ জুবিন গাৰ্গ ❤️
@PaporiDuarah-o5q
@PaporiDuarah-o5q 4 ай бұрын
আইচেংফা তুমি আনতকৈ বেলেগ ধৰণে ভাল লগাকৈ কথাবোৰ পাতা শুনি ভাল লাগে
@MrSharma22
@MrSharma22 6 ай бұрын
নিশ্চয় এজন মহান শিল্পীৰ interview লওঁতে বা প্ৰশ্ন কৰোঁতে আইচেংফা আপোনাৰ মাতটো কঁপি উঠিছে, এইটো স্বাভাৱিক.... বহুতেই ভাল লাগিল আমাৰ সকলোৰেই প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপোনাৰ অনুষ্ঠানটি ধন্যবাদ 🙏
@ankurchakravarty5207
@ankurchakravarty5207 9 ай бұрын
কিবা এটা বহুত ভাল লাগি গল..বঢ়িয়া...জুবিন গাৰ্গ..অসমৰ ভোটা তৰা.
@BimalPatar-ev3rw
@BimalPatar-ev3rw 8 ай бұрын
Heartthrob zubeen da
@pujasaikia5117
@pujasaikia5117 9 ай бұрын
Khub bhal lagil jatra tate zubeen daaa ❤️❤️❤️❤️👍 kintu kotha eta janibo mon gol zubeen daa kuntu brand khai o janibo mon jai
@Dhrubaoxom
@Dhrubaoxom Жыл бұрын
Legend 🛐 " Roi Roi Binale " চিনেমা খনৰ বাবে আশাৰে বাটচাই আছোঁ ❤
@rizwanrehman7162
@rizwanrehman7162 Жыл бұрын
অনুষ্ঠানটো বৰ সুন্দৰ হৈছে, বহু দিনৰ পিছত শুদ্ধ অসমীয়া মাত শুনিবলৈ পালো। আল্লাহয়ে অনুষ্ঠানটো আৰু আপোনাক দীৰ্ঘায়ু কৰক তাৰ কামনা কৰিলো।
@heutimarak9137
@heutimarak9137 8 ай бұрын
অহা জনমত আকৌ মিউজিচিয়েন 'হব লাগিব দেই জুবিনদা।
@bhagyajyotigogoi9336
@bhagyajyotigogoi9336 11 ай бұрын
জুবিন দাই ইমান শান্ত হৈ কথা কৈছে উফ❤❤❤❤❤
@exploreeewithmeee
@exploreeewithmeee 10 ай бұрын
We love Zubeen Daa.... No 4G no 5G only ZG ❤
@souravnew99
@souravnew99 4 ай бұрын
Nyc one
@RemadyVlogstar
@RemadyVlogstar 3 ай бұрын
​@@souravnew99ZG
@susantagogoi7317
@susantagogoi7317 11 ай бұрын
Borhat আমাৰ ঠাই ভাল লাগিল আপোনালোকৰ মুখত আমাৰ থাই খনৰ নামটো শুনি ❤ form borhat
@mamonidevi617
@mamonidevi617 11 ай бұрын
Birat xundor anusthan bhal lagil
@Nabinphukan-s4b
@Nabinphukan-s4b 9 ай бұрын
Joi zubeen daa
@bastobkalita6328
@bastobkalita6328 Жыл бұрын
সাংঘাটিক show এটা হ'ল দেই।সেই কাৰণে ভাল লাগে মানুহ জনক।
@shikhadas5536
@shikhadas5536 10 ай бұрын
বহুত ভাল লাগে।দ্বিতীয় বাৰৰ বাবে চাইছোঁ। সদায় হিয়াৰ আমঠু
@navarunvlog
@navarunvlog Жыл бұрын
জুবিন গাৰ্গৰ ভিতৰৰ অনুভৱ আৰু অভিজ্ঞতাক আপুনি পদ্ধতিগতভাৱে প্ৰশ্নৰ দ্বাৰা উলিয়াই আনিব পাৰিছে। অশেষ ধন্যবাদ।। ❤
@bishwadeepgogoi5436
@bishwadeepgogoi5436 Жыл бұрын
জুবিন দাৰ বিষয়ে শব্দৰ সাগৰেৰে কৈ শেষ কৰিব নোৱাৰি.... কওঁ বুলিও একো নকওঁ তেওঁৰ বিষয়ে......আইচেংফা...তুমি বৰ সুন্দৰকৈ সজাইছা সাক্ষাৎকাৰটি....আগুৱাই যোৱা ❤️
@অশোককুমাৰগগৈ
@অশোককুমাৰগগৈ 11 ай бұрын
অনুষ্ঠানটি চাই বৰ ভাল পালো। খগেন ককাইদেউলৈ আন্তৰিক নমস্কাৰ জনালো। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। আইচেংফা আইদেউ, তোমাৰ উপস্থাপন ভাল হৈছে।
@DulalSaikia-c4d
@DulalSaikia-c4d 24 күн бұрын
প্ৰকৃতিষ্ঠ অৱস্থাত জুবিন গাৰ্গৰ আটাইতকৈ আকৰ্ষনীয় আৰু সুন্দৰ বাৰ্তালাপ
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 11 ай бұрын
জুবিন দাৰ প্ৰতিটো গীতে প্ৰতিটো গীতৰ সুৰে অন্তৰত সাঁচ বহুৱায় যায়, বহুত আবেগিক কৰি তুলে,এনে লাগে তেওঁ গীতৰ মাজত সোমাই গৈছে লগতে যেন ময়ো সোমাই যাওঁ।ভাল পাওঁ তেওঁক বহুত ,দুখ লাগে তেওঁক কোনোবাই আঘাত দিলে। মৰমৰ দাদাজনক যেন ভগৱানে সদায় কুশলে ৰাখে,,,,❤️❤️❤️❤️🙏🙏🙏🙏🙏
@dimpalkhatoniar7806
@dimpalkhatoniar7806 Жыл бұрын
জুবিন দাৰ গান শুনি টোপনি যাওঁ, পঢ়াত বিবেকে কাম নকৰিলে জুবিন দাৰ গান শুনিলে ভাল লাগি যায়। আপুনি মোৰ আদৰ্শ, অনুপ্ৰেৰণা, সাহস আৰু মোৰ বাবে আত্মবিশ্বাসৰ এটা প্ৰতীক। আপুনি ভালে থাকক, সুস্থ থাকক, দীৰ্ঘায়ু হওঁক। নেদেখাজনৰ ওচৰত তাৰে কামনা 🙏🙏🙏✨✨ জয় জুবিন দা 💕💕💖💖❣️❣️♥️♥️
@Bidbeast
@Bidbeast 8 ай бұрын
আকৌ এবাৰ লিখিলোঁ ।সকলো সম্পৰ্ক বিৰল কিন্তু ভাতৃৰ মৰম জীৱন সুন্দৰ কৰা আন এক গৌৰৱ ।ভাতৃ এজন আন এজন ভাতৃৰ সমল জুবিন গাৰ্গে কোৱাৰ দৰে । কুখলে থাকক সকলো।
@pran9275
@pran9275 8 ай бұрын
ধন্যবাদ বা, এইজন জুবিন গাৰ্গক দেখা পাবলৈ দিয়া সঁচাকৈ সৌভাগ্যবান।
@JintuSaikia-y3t
@JintuSaikia-y3t 10 ай бұрын
খুটাত বগাই যোৱাটো গুৱাহাটীত নিজ চকুৰে দেখা পাইছিলো। ছাউণ্ড চিষ্টেম বন্ধ কৰি দি প্ৰগ্ৰেম বন্ধ কৰি দিছিল। ইমান দিনৰ পাছত আজিহে গম পালোঁ। অনুষ্ঠান চাই বহুত ভাল লাগিল।
@ujjwalgogoi4620
@ujjwalgogoi4620 10 ай бұрын
বহুত ভাল লাগিল❤
@pronobkumardas2556
@pronobkumardas2556 10 ай бұрын
Joi Zubin da joi ❤❤I love you❤❤
@N.Kashyap-r6u
@N.Kashyap-r6u 10 ай бұрын
Great anchor great talk great show...love it...keep it up❤
@sidheswarbailung5073
@sidheswarbailung5073 Жыл бұрын
জুবিন গাৰ্গ সৈতে সাক্ষাৎকাৰ চাই বৰ মনোমুগ্ধকৰ আছিল।
@dulia_010
@dulia_010 9 ай бұрын
When Zubeen Daaa singing, Autotune cry in corner🥹🙌
@rantumonidas5011
@rantumonidas5011 Жыл бұрын
বৰ ধুনীয়া লাগিল চাই । জয় জুবিন দা।
@user-lg8ob3lx7o
@user-lg8ob3lx7o 10 ай бұрын
Zubeen Da____ mod khabole eri diyok 🙏 Apunak hodai healthy hoi thoka tu bisaru. Sending love and prayers on your way. Hodaai vaale thakok.
@bijitdutta2966
@bijitdutta2966 Жыл бұрын
Zubin da Apuni evergreen asile bortomanu hoi ru hodai hoie thakibo. Respect you always.
@dipukalita9722
@dipukalita9722 Жыл бұрын
প্ৰথমবাৰ ৰ বাবে জুবিন দাৰ দীঘলীয়া সাক্ষাৎকাৰ এটা চালো বৰ ভাল লাগিল সুন্দৰ উপস্হাপন যাত্রা আৰু আগুৱাই যাওঁক
@chandonchutiachandan-km3co
@chandonchutiachandan-km3co Жыл бұрын
জুবিন দাই ছোৱালী জনি কোৱালটি দেখি একেবৰটে আহিছে ভাল লাগিল।
@chandrajit123-h7l
@chandrajit123-h7l 10 ай бұрын
Jai zubeen da ❤❤❤❤
@newgkassames
@newgkassames 7 ай бұрын
B boys laga
@chintukumariti851
@chintukumariti851 Жыл бұрын
ইমান মৰমিয়াল বাইদেউ জনী ❤কথা বোৰ ইমান শুৱলা আৰু পৰিপক্ক , জুবিন দা ৰ কথাবোৰ নতুনকৈ জানিব পাই বহুত ভাল লাগিল। Thank you ❤
@jurisaikia8099
@jurisaikia8099 5 ай бұрын
Aiyo koliza2..Dada jen hodai ekey age hoi thakok kunudin je burha nhouk,ru hodai dhuniya dhuniya gaan gai jauk enekuwa lge ... love you zubeen Da .n God bless you 🙏🥰❤❤❤
@dhrubajyotisarma229
@dhrubajyotisarma229 Жыл бұрын
Jubin Garg ajon universe hoi, jak kuneo subo nuware mathu feel koribo pare taour ganor , taour kothar majere ...xosakoi ajon bixal monor mahnu ...
@dipgogoiall.2435
@dipgogoiall.2435 10 ай бұрын
মইও শিৱসাগৰ দেই।ভাল লাগিছে কথাবোৰ
@amarjyotideka4717
@amarjyotideka4717 Жыл бұрын
"তোমাৰ নিলীম কথাৰ দৰে" সন্মোহিত হলো.... বাট চাই ৰলো....
@GitumoniDeka-ix9th
@GitumoniDeka-ix9th 8 ай бұрын
Lv u ❤ God bless you... অকলশৰীয়া অনুভৱ হলে Zubeen দাৰ গান শুনো বেছি আৰু একো নকওঁ ❤❤
@ZG_Riyan
@ZG_Riyan Жыл бұрын
সুন্দৰ অনুষ্ঠান ভাল লাগিল। বিশেষ কৈ জুবিন দাই গোৱা গানটো 🥰🎶 ❤জয় জুবিন দা ❤
@debajyotiboruah9752
@debajyotiboruah9752 Жыл бұрын
আহ ইমান ধুনীয়াকৈ আত ধৰিছে ,আইছেংফা বা মন জুৰ পৰি যোৱা অনুষ্ঠান এটা দিলে , অশেষ ধন্যবাদ আপোনাক❤❤
@sumimedhi3943
@sumimedhi3943 Жыл бұрын
Zubeen da...apunak bahhuttt bhal pau.last tumi aru moi gaan tu...uff...heart touching.please dada mod nakhabo besikoi.bhale thakok hodai
@thestoryteller..4565
@thestoryteller..4565 6 ай бұрын
All credit goes to the anchor.. She is best among all the assamese podcast anchors I have watched. Love the way she maintain the balance, unlike other podcast anchors who often become over excited and loses the track.
@Dennis-mh9jr
@Dennis-mh9jr 8 ай бұрын
জুবিন ...নামটোতেই আবেগ.....গীত..... উফ্......জুবিন সদায় জুবিন হৈয়েই থাকক
@bitupanborah154
@bitupanborah154 11 ай бұрын
Ai2 song t zubeen da r agor voice tu ahi goise❤❤❤ufsss heart touching
@abinashdeka6046
@abinashdeka6046 Жыл бұрын
Zubeen da .... aponar karne kalija lagileo hemahi nkro ❤❤❤❤❤❤❤
@TanujDeka-x5q
@TanujDeka-x5q 6 ай бұрын
হিয়াৰ আমঠো জুবিন দাৰ show টো চাই বহুত ভাল লাগিল । লগতে পাপন দাৰো এনে এটা show পাম বুলি আশা থাকিল ।। ❤️
@popydutta9959
@popydutta9959 Жыл бұрын
বৰ ভাল লগা বাৰ্তালাপ।ভালপাও জুবিন দাক।স্বাস্থ্যৰ যতন লওক।আইচেংফা বাৰ যাত্ৰাই অসীমলৈ যাত্ৰা কৰক।❤❤
@Mon..musicworld
@Mon..musicworld Жыл бұрын
1.22.49 ......সময় খিনি কেনেকৈ গল গমেই নাপালোঁ... বা জনীৰ কথা খিনি বহুত ভাল লাগিছে আৰু জুবিন মানেটো জুবিন এ ,,,,ভাষা নাই ❤❤❤
@tekintoke5895
@tekintoke5895 Жыл бұрын
এটা নাম হেজাৰটা আৱেগ (জুবিনদা) ) জীয়াই থকাৰ আৱেগ জীয়াই থকাৰ প্ৰেৰণা জীয়াই থকাৰ ঔষধ তেওঁ জুবিন দা তেওঁক কিমান ভাল পাও এইষাৰ কথা বুজাব গ'লে শব্দৰ যেন অভাৱ হ'ব তেও অনন্য, তেওঁ ভগৱান তেওঁক যিকলে বুজি পায় বহুত ভালকে বুজি পায় আৰু যিসকলে বুজি পোৱা নাই গোটেই জীৱন বুজি নেপায়... তেওঁ অসাধাৰণ হৈও সাধাৰণভাৱে জীৱন-যাপন কৰি ভাল পাই তেওঁ স্পষ্টবাদী চিধা কথা কয় সেইকাৰণেই হয়তো তেওঁক বহুতেই বেয়া পাই.. বহুতে তেওঁৰ মনটোক বুজিও নেপায়.. তেওঁৰ মনটো এটি সৰু শিশুৰ নিচিনা যেতিয়া যি মন যায় তাকে কৈ দিয়ে.. কিন্তু যি কয় সচা কয় বেছি নিলিখো ইয়াত আৰু নোকোলাবগৈ দাদা আপোনাৰো তো এখনেই হিদয় আছে আৰু নো কিমানক বিলাই থাকিব হা আমাৰো তো এখনেই হিদয় আছে, শেষত আপোনাৰ শৰীৰটো যাতে সদায় সুষ্ট হৈ থাকে তাৰেই কামনা কৰিলো শেষত এটাই কম joi Zubeen da ❤🙏 Love you jattra family ❤😊📌
@AbdulRohan-n2v
@AbdulRohan-n2v 3 ай бұрын
1year agot a sai silu ako aji sai vhal lgile love you ZUBEEN DA❤❤
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
ভাষা নাই , অনন্য। ঈশ্বৰে জুবিন গাৰ্গক কুশলে ৰাখক ।
@AnupZg-io2pc
@AnupZg-io2pc 7 ай бұрын
Ganei hunim ne Kothai .. Magical Voice God gifted Artist.. King of Assamese music industry.. king of Assam .. Super Hero of Assam..
@bjseverything5889
@bjseverything5889 Жыл бұрын
Love❤ You Zubeen Da❤ নিজৰ স্বাস্থ্যৰ অলপ যত্ন লবলৈ অনুৰোধ জনালোঁ 🙏
@akashkhorai3742
@akashkhorai3742 Жыл бұрын
Zubeen da নিজৰ কথাৰ নাভাবে
@chinmoysaharia6339
@chinmoysaharia6339 Жыл бұрын
❤❤❤❤
@chinmoysaharia6339
@chinmoysaharia6339 Жыл бұрын
❤❤❤❤
@chinmoysaharia6339
@chinmoysaharia6339 Жыл бұрын
❤❤❤❤❤❤
@ranamahela2377
@ranamahela2377 Жыл бұрын
Tumar show to aji first salo.omar kothakota saily khu o b dhunia .God bless you.
@BiplabDas-rx7fl
@BiplabDas-rx7fl Жыл бұрын
Eman dhuniya voice ooo vogoban pagol hoi jam moi❣️❣️❣️❣️❣️❣️
@manpritpritam6613
@manpritpritam6613 Жыл бұрын
য'ত ভগৱানক বিচাৰি পোৱা যায় তাত ভক্তৰ সমাবেশ ঘটিবই, ই ধূৰুপ । ❤💚
@krontname4906
@krontname4906 7 ай бұрын
Iman hundor gantu
@HNath-nn9ry
@HNath-nn9ry Жыл бұрын
জীৱনৰ 34 বছৰ বয়সত প্ৰথমবাৰ এক ছেকেণ্ড স্কিপ নকৰাকৈ সম্পূৰ্ণ ইন্টাৰভিউ চাইছো।।
@BiswajitDas-oe4ht
@BiswajitDas-oe4ht 8 ай бұрын
Zubeen daai aitu best interview dse ...
@RikuTapanTopics
@RikuTapanTopics Жыл бұрын
সুন্দৰ এক সময় পাৰ কৰিলো এই যাত্ৰাত…… জুবিন দাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
@AkashDas-c6l
@AkashDas-c6l 7 ай бұрын
Joy zubeen da 🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹🌹
@purnimadas2057
@purnimadas2057 Жыл бұрын
Khosakoi bohut dhuniya gaantu.oti khunkale khunibo pam buli aakha thakil
@Arnablg
@Arnablg 10 ай бұрын
Birat bhal lagil, goldi da Sai... Mur jjbonor eata dagor heppa je zubeen Dak ea baar log pobo..... Lots of love & respect from Tripura......
@Pritsworld04
@Pritsworld04 Жыл бұрын
এটা শব্দত কবলৈ গলে জুবিন দা আপোনাৰ গানত উশাহ পোৱাৰ মাদকতা খিনি অনুভৱ কৰিব লৈ পাওঁ।from #sivasagar
@Atanu165
@Atanu165 10 ай бұрын
Love from west bengal ❤
@letsgotofly07
@letsgotofly07 Жыл бұрын
সঁচাই বহুত ভাল লাগিল....... জুবিন নহয়...জীৱন.....যি সুৰেৰে মানুহক জীৱন দিব পাৰে...যাৰ সুৰে শেষ হৈ যাব ধৰা এটা জীৱনক.....এটা নতুন জীৱন জীয়াবলৈ পেৰনা দিয়ে।।।❤ বাকী বা তোমাৰ বিষয়ে ইমান নাজানো, তোমাৰ নাম টো কিবা এটা বহুত ভাল লাগিল, "আইচেংফা❤" বাকী "ৰেন্ মৌ" শব্দটো কিবা এটা ভাল লাগিছে।।। বাকী আৰু এনেদৰে কাৰি জোৱা চাই যাম।।।
@kristinivarajkhowa5183
@kristinivarajkhowa5183 7 ай бұрын
Apunalukor duyure kotha huni bor bhal lagil. Apunalukor jibon mongolmoy aru dirghayu huwar kamona korisu. Mur likha khinit kiba bhul judi hoise. Khoma koribo.
@bituponhandique7338
@bituponhandique7338 Жыл бұрын
অতি সুন্দৰ এই অনুস্থান,সুন্দৰ উপস্থাপন শৈলি।আাশা কৰো এই 'যাত্ৰা' আৰু আগোৱাই যায় আৰু আমালৈ এনেকোৱা অনুস্থান দি যায়।
@Hrishi2231
@Hrishi2231 7 ай бұрын
The 1st interview episode that i have completely enjoyed ...love you জুবিন দা ❤...and thank you ৰেন্ মৌ 😊
@pompiburagohain2396
@pompiburagohain2396 Жыл бұрын
গান টো সুনি ভাল লাগিল হৃদয় চুই গ'ল
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
MONJAAI | মন যায় | 2008 | Assamese Movie | High Quality |
2:51:09
Little Bird Nest (নষ্টালজিয়া)
Рет қаралды 789 М.
Ojaantric || Assamese Podcast ft Khagen Gogoi || Ep.75
1:15:39
Oasis Motion Films
Рет қаралды 352 М.
BrahmaLabsPodcast | Diganta Sharma | Priyanku Bordoloi
1:46:12
Brahma Music & Entertainment
Рет қаралды 24 М.