Рет қаралды 79,486
Assamese film song of Suman Kalyanpur / Lyrics by Pradip Sharma /Melody and Music by Kumar Raja /Film : PONAKON /Lyrics of the song :
আকাশৰে নীলাই পৃথিৱীক সাৱটে
জোনাকে সাৱটে সাগৰ !
ফুলে ফুলে আজি...
আকাশৰে নীলাই পৃথিৱীক সাৱটে
জোনাকে সাৱটে সাগৰ !
ফুলে ফুলে আজি সাৱটা সাৱটি
দিয়া পৰশ মৰমৰ...!!
আকাশৰে নীলাই পৃথিৱীক সাৱটে..।।
উৰি উৰি ফুৰে মতলীয়া হৈ
কুসুমৰে পাহি পৰশ পাবলে !
চঞ্চল মধুক মৰমৰ
দিয়া পৰশ অধৰৰ ...!!
আকাশৰে নীলাই পৃথিৱীক সাৱটে..।।
পৃথিৱীয়ে আজি অপৰূপা সাজে
প্ৰীতিৰ অমিয়া ফুলে পাতে ঢালে..!
পৃথিৱীয়ে আজি অপৰূপা সাজে
প্ৰীতিৰ অমিয়া ফুলে পাতে ঢালে..!
মহামেলা মিলনৰ
প্ৰীতিমধু লগনৰ..!!
আকাশৰে নীলাই পৃথিৱীক সাৱটে..।।
কণ্ঠ : সুমন কল্যানপুৰ
গীতিকাৰ : প্ৰদীপ শৰ্মা
সুৰ-সংগীত : কুমাৰ ৰঞ্জন
বোলছবি : পোনাকণ
🌿🌼🌿