কৃষ্ণ বাপ 🙏। হয় হয়। সত্য তথ্যত বিতৰ্ক কৰিও বিশেষ ফল নাপাব।
@rudrakantaborah4109 ай бұрын
শ্ৰদ্ধাৰ বাপ জন বৰগীতৰ বিষয়ে আপুনি দিয়া তত্ত্ব গধূৰ ভাষা শুনি সন্তোষ পালো বৰগীতৰ বিষয়ে বাকী থকা কথাখিনি পিছত সময় সাপেক্ষে শুনিবলৈ পাম বুলি আশা ৰাখিলো কৃষ্ণ ❤