কৃষ্ণৰ লগত ৰাস নৃত্য কৰা গোপীসকল পূৰ্বতে কোন ||এঞ্জেলা চাংমাই || anjela changmai ||

  Рет қаралды 76,149

ভক্তিৰ  সাগৰ Bhaktir Sagor

ভক্তিৰ সাগৰ Bhaktir Sagor

Күн бұрын

Пікірлер: 69
@Nezukoxhetia
@Nezukoxhetia Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 আইগৰাকীলৈ ভক্তিভৰা প্ৰণিপাত জনালোঁ 🙏
@SarbeswariSaikia
@SarbeswariSaikia Ай бұрын
ইমান, ধুনীয়া কৈ ভগবানৰ কথা কৈছে,🙏🙏🙏
@subhadranath1414
@subhadranath1414 Ай бұрын
তোমাৰ দৰেই সকলোকে এই শক্তি দিয়ক কৃষ্ণ কৃষ্ণ❤❤
@jadavgogoi4008
@jadavgogoi4008 Ай бұрын
কৃষ্ণ আই কৃষ্ণ অধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ আই আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ
@tinumaisaikia1694
@tinumaisaikia1694 Ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনাইছো ভগৱানে তোমাক কুশলে ৰাখক 🙏🙏🙏🙏
@blazeshorts226
@blazeshorts226 18 күн бұрын
❤❤❤ Joy shree Krishna.
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Ай бұрын
কৃষ্ণ কৃষ্ণ আইগৰাকী বৰ সুন্দৰ বক্তব্য আগ বঢ়ালে।
@poragboruah4156
@poragboruah4156 Ай бұрын
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@SeekingLightপোহৰবিচাৰি
@SeekingLightপোহৰবিচাৰি Ай бұрын
কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ🙏
@LalitaDutta-d6o
@LalitaDutta-d6o Ай бұрын
Krishna ; bohut val lagil aai
@minatimech4993
@minatimech4993 Ай бұрын
কৃষ্ণ আই সেৱাধৰিলো কৃষ্ণ
@bhubaneswarsaikia1098
@bhubaneswarsaikia1098 Ай бұрын
🙏🙏 কৃষ্ণ কৃষ্ণ আই গৰিকীলৈ প্ৰথমে সেৱাৰে নমস্কাৰ। প্ৰথম ভূল পিতৃ মাতৃৰ দ্বিতীয় সমাজৰ বৰ্ত্তমান সমাজৰ বেছি ভাগ নিজকেলৈ ব্যৱস্থা কাৰণে, কৃষ্ণ ধন্যবাদ ভগৱানে কৃপা কৰক এনেকৈ পঠ দেখুৱাই নিবলৈ
@juhibhuyan
@juhibhuyan Ай бұрын
সুন্দৰ
@SusilDutta-cf7jp
@SusilDutta-cf7jp Ай бұрын
Krishna Krishna Bor val lagile
@MunmunBaruah-uz8rk
@MunmunBaruah-uz8rk Ай бұрын
তোমাৰ কথাখিনি এই অন্তৰ চুই গৈছে আৰু বহুত কথা জানিব পাৰি বহুত বহুত ভাল লাগিল তোমাক আৰু তোমালোকৰ পৰিয়ালটিক ভগৱানে কুশলে ৰাখক 🙏🙏🙏🙏
@anjalipathak4964
@anjalipathak4964 Ай бұрын
কৃষ্ণ,জয় গুৰু শঙ্কৰ ।
@dhirensonowal4724
@dhirensonowal4724 Ай бұрын
কৃষ্ণ কৃষ্ণ‌ সুন্দৰ কথা কৈছা
@toxicffgamer7570
@toxicffgamer7570 29 күн бұрын
Khundar baktaibba 🙏🙏🙏
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 28 күн бұрын
এঞ্জেলা আপোনাৰ পৰা মোক সহায় লাগে আপুনি কি ৰূপত মোক সহায় কৰিবলৈ সক্ষম অতি সোনকালেই আপুনি উত্তৰ প্ৰেৰণ কৰে যেন ।। ধন্যবাদ এঞ্জেলা আপোনাৰ মন্তব্যৰ বহুত প্ৰয়োজন আছে।।
@SanjibBorah-r6m
@SanjibBorah-r6m Ай бұрын
Bor sundor bokta jukti purno alusona val lagile
@jitub762
@jitub762 20 күн бұрын
You are right 👍👍👍👍👍
@DudulSaikia-ko2lf
@DudulSaikia-ko2lf Ай бұрын
Kripa moi Govinda provuye aponak kushole rakhe jen ❤
@junumech7558
@junumech7558 Ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি বৰ কৃতকৃত সলো কৃষ্ণ কৃষ্ণ সুন্দৰ অতি সুন্দৰ কৃষ্ণ আই গৰাকী লো সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@amazingbihu290
@amazingbihu290 Ай бұрын
Mozza baaaa❤❤❤❤
@pratimadas4613
@pratimadas4613 Ай бұрын
Joy Shree Krishna
@birudeori8142
@birudeori8142 Ай бұрын
Krishna Krishna 🙏🏻🙏🏻🙏🏻🙏🏻
@jogyanandasonowal7133
@jogyanandasonowal7133 Ай бұрын
Hari Ram Terrific kotha k
@PradipGogoi-i7b
@PradipGogoi-i7b Ай бұрын
তোমাক অশেষ ধন্যবাদ জনালো। বেয়া পাবলৈ শিকিব নালাগে। ভগৱানকো সকলোৱে তুমি বুলি কোৱা শুনিছোঁ। সেই হে আত্মা যেতিয়া ব্ৰহ্ম তেতিয়া। ব্ৰহ্ম জ্ঞান কৰিয়েই তুমি বুলি কৈছোঁ। তুমি চিত্ৰ বূত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ ম ই অনাথ ৱন্ত। এতিয়া আচল কি বিশ্বায়নত অনন্ত ধৰ্ম আৰু অনন্ত গুৰু। বহুতো ভাল কথা। সকলো ধৰ্ম ও ধৰ্ম গুৰুৰ লক্ষ্য ও উদ্দেশ্য অতি মহৎ। জগতৰ সৰ্বকালৰ সুমঙ্গল মানৱ কল্যাণৰ বাবে সকলো সময়তে নিস্বাৰ্থ ভাৱে ধৰ্ম আৰু ধৰ্ম গুৰু বিলাকে সমাজত সেৱা আগবঢ়ায়। তেওঁ লোকৰ শিষ্য সকলৰ ও ত্যাগ পৰোপকাৰ শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী সৎভাৱনা সদাচাৰ সচিদানন্দ আদি মানৱীয় গুণসম্পন্ন। কিন্তু নিদিষ্ট এক সময় লৈকে ঠিকেই থাকে পিছলৈ লাহে লাহে action less হয় গৈ। । শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্ম প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল মাধৱদেৱৰ সমন্বয়ত মথুৰা দাস বুঢ়া আতাই লৈকে। শিষ্য আছিল যেনে নগাৰ নৰোত্তম গাৰোৰ গোৱিন্দ মুছলমানৰ চান্দশায় আদি বিভিন্ন। ইয়াৰ পিছত গোঁসাই বামুণ সত্ৰ বিভিন্ন ধৰণৰ ভাগ হ'ল। তাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সূষ্টি হৈছিল বহুতো দিন পাৰ হৈ যোৱা পিছত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ও বহুতো ভাগত বিভক্ত হোৱা পৰিলক্ষিত হয়। এই দৰে বিশ্বাৰ প্ৰায় বিলাক ধৰ্মৰ গুৰু সকলৰ অৱসান ঘটিল আৰু ধৰ্মৰো ভাগ হৈ যায়। সাম্প্ৰতিক কালত জগত যত ধৰ্ম আৰু ধৰ্ম গুৰু আছে আগতকৈduplicate হ'বলৈ আৰম্ভ কৰে। সেই তো সময়ৰ আহ্বান । ধৰ্মীয় মানসিকতাৰ ব্যক্তি সকলৰ উৎপত্তি হ'লে হৈ ধৰ্ম ঐক্য সঙ্গতিৰ পৰিসৰ বাঢ়িব। বিশ্বৰ মানৱ কি পৰিবেশ পৰিস্থিতিৰ সাপেক্ষে উৎপত্তি হৈছে ই এক সবব্যাপী চিন্তা ৰ বিষয়। ধৰ্মৰ নামত বেপাৰ বাণিজ্য চলি আছে বিশ্বৰ বজাৰত মানৱতাৰ খ্ৰলন সভ্যতাৰ পোহৰতেই। ক'লে নহ'ব ধৰ্ম কৰ্ম শিক্ষা দিক্ষা ধনী মানি বিশ্ব উন্নতি। জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ বাবে সকলো দিশতে সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী সৎভাৱনা সদাচাৰ সচিদানন্দ হ'লে বা কৰিলে সেইটো কম্মক ধৰ্ম আৰু কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ বিলাক বা খমমখ অধম বোলা হয়। জগত অধমত চলি আছে। কম্ম ই ধৰ্ম হ'ব নোৱাৰে যদি সৎ কম্ম নহয় অধম বা পাপ। সৎ কম্ম ই হে ধৰ্ম। গুৰু আৰু ভক্তসকলে ও যদি উক্ত কোৱা কথা খিনিৰ বিপৰীতে যায় তেওঁ লোকৰ ধৰ্ম ৰ বিপৰীতে অধম আৰু পাপ হ'ব। কত্তব্য কত্তব্যা সৎ জ্ঞান বিজ্ঞান থাকিব লাগিব। বহুতো থাকিল পিছত হ'ব।
@nilutpalll669
@nilutpalll669 Ай бұрын
Apunar dore anekua spostobadi aru Adhyatmikotabadi gyani Mohila amar ahomiya homajot bridhi pauk aru tetiyahe amar homajkhon sanskar hobo.Bihekhkoi Naba prajanmar Lora/ Sualibur.Apunak bohut bohut Dhanyabad jonalu. You are very great. GOD BLESS YOU.
@profullasaikia4020
@profullasaikia4020 Ай бұрын
Best....krisna..
@SumiBaishya-g6q
@SumiBaishya-g6q Ай бұрын
Krishna
@PradipGogoi-i7b
@PradipGogoi-i7b 11 күн бұрын
Thanks many thanks. That's the main point. জগতত যিমান পাৰ্থিৱ শিক্ষা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে। এই সবাৰো উদ্ধত হ'ল আধ্যাত্মিকতাবাদ। গতিকে sister আপুনি কোৱা কথা বিলাক 100শতাঙশ সত্য। মানুহৰ মগজুত যেতিয়া লৈকে আধ্যাত্মিক জ্ঞানেৰে ভৰপূৰ নহয়। জগতৰ যিমান দিগ্ৰী আছে লৈ আচল মানু্হ হ'ব নোৱাৰে। মানৱ জীৱনটো জগতৰ ভিতৰত এটা উল্লেখযোগ্য ঈশ্বৰৰ দৰে বনাব পাৰে।
@J.B.Rsoundandlight
@J.B.Rsoundandlight Ай бұрын
🙏
@monikanchanOfficial23
@monikanchanOfficial23 Ай бұрын
কৃষ্ণ
@PradipGogoi-i7b
@PradipGogoi-i7b Ай бұрын
Mr banjit chang mai আপোনাক ধন্যবাদ সহকাৰে উওৰ দিলোঁ। আধ্যাত্মিক জগতত বা বৈজ্ঞানিক সমাজত জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ কথা নাহে। মই আহোম জাতিৰ হ'লে ও মানুহ হয়। মানৱতা ও আছে মনুষ্য ত্ব ও আছে। বিশ্বায়নৰ বিজ্ঞানৰ মতে মানুহৰ লিভাৰ নিৰামিষ ভোজি আৰু গৰুৰ ছাগলীৰ ও একেই। ইহঁতে মুখেৰে পানী পি খাই ‌দাতবোৰ‌ চুটি দীঘায়ু হয়। বাঘ সিংহৰ আমিষ ভোজি প্ৰাণী ইহঁতে মুখেৰে পানী নাখায় । জিভা খনেৰে চেলেকি চেলেকি পানী খাই দাত দীঘল আৰু ইহঁতৰ অল্প আয়ুস হয়। এতিয়া ঈশ্বৰক আমি দেখিছোঁ সদায় দেখিছোঁ। য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া অথাৎ সকলো ঈশ্বৰৰ স্বৰূপ। আপোনালোক ও ঈশ্বৰেই। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। জীৱ বিলাক ব্ৰহ্মৰ প্ৰতিবিম্ব মাথো। মৰাৰ বাদে জীৱিত সকলো বিলাক জীৱ ই ঈশ্বৰ। গতিকে মোৰ কোনো জাতি গত কথা নাই। শেষত ভুল হ'লে ক্ষমা ভিক্ষা মাগিলো। ধন্যবাদ।
@prafullabasumatary-e8b
@prafullabasumatary-e8b Ай бұрын
Ati hundor aai,Amrit bani prasar korila,tumar jibhat ma sarasati bohi ase👏👏
@BiswajitDas-sm9ry
@BiswajitDas-sm9ry Ай бұрын
Krishna krishna 🙏
@lukumailekharu1022
@lukumailekharu1022 Ай бұрын
Bohut vllagil. Mom.
@BidyutGohain-ek9zw
@BidyutGohain-ek9zw Ай бұрын
কেনেকুৱা আছিল কোনে কব পাৰিব কেনেকুৱা আছিল গোপি সকল ভগৱানক দেখা জনে হে জানিব নে কি কেনেকুৱা আছিল আমি ধাৰনা হে কৰি আছো এনেকুৱা হব বুলি কৃষ্ণ হে দেই
@bhagirathinath3716
@bhagirathinath3716 Ай бұрын
❤🎉🎉🎉
@BiswaBora-jd2cy
@BiswaBora-jd2cy Ай бұрын
God bless your life 🙏
@pratibhakalitabaruah7321
@pratibhakalitabaruah7321 Ай бұрын
Krishna krishna
@DineswarDeka-e4o
@DineswarDeka-e4o Ай бұрын
❤🇮🇳🇮🇳😎🤩🌊
@babulkalita7485
@babulkalita7485 Ай бұрын
Thank you mem Chilapothar jito speace dile hoi Borhoto kotha janib parilo
@probinborah1718
@probinborah1718 Ай бұрын
@moinaborah7139
@moinaborah7139 Ай бұрын
👏
@KrishnaDas-vk8ue
@KrishnaDas-vk8ue Ай бұрын
Ai.garaki.apunak.kuti.kuti.bar.sesaw..jasilo
@Mahananda.Hazarika.
@Mahananda.Hazarika. Ай бұрын
Sumitra Gogoi Krishna Aaigarakee Iman Sundar Bhagawatar katha koichhe ye suni bar Aananda palo Hoi Aai Aaponasabe koi thaka Sakalo kathai Sacha Krishna Aai Pranam janalo Aaponak Krishna 🙏
@BidyutGohain-ek9zw
@BidyutGohain-ek9zw Ай бұрын
এই কথাবোৰ আমি আয়ত কৰি হে কব পাৰিছো কথাবোৰ । কেনেকুৱা আছিল গোপি সকল ভগবানৰ লগত আমি দেখা নাই
@pallabikagohain5720
@pallabikagohain5720 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏🙏
@AkshendraDas-bv5ef
@AkshendraDas-bv5ef Ай бұрын
Basi
@PradipGogoi-i7b
@PradipGogoi-i7b Ай бұрын
সম্পূৰ্ণ শুদ্ধ এই টোৱেই কূষ্ণ সঙস্কূতিৰ আধ্যাত্মিকতাবাদ। আত্মা পৰম আত্মাৰ মিলনেই হ'ল ৰাস। ৰাম অৱতাৰৰ মহিষী সকলে ৰামৰ লগত আত্মা বিলাকে ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু ৰাম অৱতাৰৰ লক্ষ্য উদ্দেশ্য আছিল বেলেগ। গতিকে কূষ্ণ অৱতাৰত ৰাস ক্ৰিয়াৰ কথা দিছিল। গতিকে গোপীসকলে পূৰ্বজন্মৰ কম্ম সাধনাৰ ফল স্বৰূপে হে ৰাস ক্ৰিয়াৰ সোযোগ পাইছিল। জীৱ বিলাকে যেতিয়া লৈকে নিজকে অহম ব্ৰহ্মাশ্মি বুলি নাজানে বা নাভাবে নিজকে আৰম্ভৰ পৰা দেহৰ লগত সংযোগ হৈ থাকি নিজকো দেহ জ্ঞান কৰে জীৱ বা চেতনা কলুষিত হৈ অজ্ঞান আন্ধাৰত বুৰ গৈ থাকে। আত্ম বোধ হীন আত্মাই সেই হে জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। চেতনা বিশুদ্ধ হ'লে চেতনা যে জড় দেহ নহয় চেতনা consiousness energy বুজি পাব তেতিয়া অহ্ঙকাৰ শূন্য হৈ আছে বিশুদ্ধ চেতনা ই ব্ৰহ্ম হৈ সচিদানন্দ হৈ ব্ৰহ্মতেই বিলিন হ'ব পাৰিব। তেতিয়া হে পৰম ব্ৰহ্ম কৃষ্ণক চিনি পাব চৈতন্য ঈশ্বৰ আৰু জীৱৰ মাজত যে বৈষম্য নাই জীৱ ও ব্ৰহ্ম এক ও অভিন্ন গম পাই যাব আৰু গোপী আৰু কূষ্ণৰ মাজত ৰাস ক্ৰিয়া আৰম্ভ হ'ব। গতিকে আত্মা পৰম ব্ৰহ্ম মিলনৰ পিছত জীৱ বিলাকে গতি লাভ কৰে। Thanks to. You may sister. আগৰ জন্ম ত তুমি মোৰ ভণী আছিলা খাটাং। মই কিন্তু আহোমৰ খাদ্য মাছ মাংস ভক্ষণ নকৰোঁ দেই। মই মাৰ গৰ্ভত থাকোঁতেই ঈশ্বৰৰ কথা শুনি দিলো। ককা আছিল এজন ডাঙৰ ভকত। মই মাৰ গৰ্ভত থাকোঁতেই ঈশ্বৰৰ কথা ককা ই শুনাইছিল। নমস্কাৰ।
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
মাছ মাংস নাখাও নাই আহোমৰ বুলি কিয় কৈছা,, তই নাখাও নাই তাতে কি হল আহোমে মাছ মাংস খায় মানে আপোনাৰ মতে,, আহোমৰ মাছ মাংস,, আৰু কথা নাই,, তই ভগৱানক দেখিছিলি নি
@PradipGogoi-i7b
@PradipGogoi-i7b Ай бұрын
@banjitchangmai4047 জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ কথা নাই। আহোম হ'লে ও মানুহ। মানুহৰ লিভাৰ নিৰামিষ।গৰু ছাগলী ও নিৰামিষ পানী চেলেকি খাই দাত চুটি দীঘায়ু হয় । বাঘ সিংহ কুকুৰ মেকুৰী আমিষ পানী জিভাখনেৰে চেলেকি খাই দাত চুটি নহয়। অল্প আয়ুস। বিজ্ঞানৰ মতে। ঈশ্বৰৰ ওপৰত দেখিছোঁ । ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। সকলো জীৱ ব্ৰহ্মৰ প্ৰতিবিম্ব মাএ। জীৱ মাতে ঈশ্বৰ। তোমালোক জীবিত আত্মা আছে সেই বাবে তোমালোক ঈশ্বৰ। ধন্যবাদ
@PradipGogoi-i7b
@PradipGogoi-i7b Ай бұрын
@banjitchangmai4047 জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ কথা ইয়াত নাহে। আহোম হ'লে ও মানুহ। বিজ্ঞানৰ মতে মানুহৰ লিভাৰ টো নিৰামিষ ভোজি। গৰু ছাগলী ও একেই। ইহঁতে মুখেৰে পানী পি খাই।জাতি চুটি দীঘায়ু হয়। বাঘ সিংহ ই পানী জীভাৰে চেলেকি খাই দাত দীঘল। অল্প আয়ুস। ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন।মানে সকলো জীৱ ঈশ্বৰৰ অঙশ। তোমালোক সকলো ঈশ্বৰ। য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া অথাৎ জীৱ মানে ঈশ্বৰ।
@munindralalaung873
@munindralalaung873 Ай бұрын
Bor bhal bhal kothar kua tumi hee babe bhal lage sunibor
@pranabibharadwaj6063
@pranabibharadwaj6063 Ай бұрын
Sri Radha kalponik buli aapuni kot pale??
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Ай бұрын
আপুনি আপোনাৰ মন্তব্যত। গোপিসকল পুৰ্বত কোন কৃষ্ণ কোন আছিল যমুনা গোবৰ্ধন পৰ্বত কোন সেই সম্পৰ্কে ইতিহাস বহুত বেলেগ আৰু বহুতো দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব মই আপোনালৈ প্ৰেৰণ কৰিম।।
@bhirgupawansonowal6214
@bhirgupawansonowal6214 Ай бұрын
Krishna krishna krishna probhu I matri aupani digha jivi houg probhu vagabana apunak Iyukhot bigghineet huniya kori anandor Sagar ot thaidibolagea . Apunak comment koribola porakea Mur khomota nai mur
@ArobindaGogoi-t2j
@ArobindaGogoi-t2j Ай бұрын
Hothate biditto Krishna baikio hundo bokta
@pulakkaman7131
@pulakkaman7131 Ай бұрын
Anjela baidew apunar ghar kot janibo monjai.
@AtulBora-op4sj
@AtulBora-op4sj Ай бұрын
Krishna krishna
@TapanKalita-em3be
@TapanKalita-em3be Ай бұрын
Krishna krishna
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН